যেন পাণ্ডৱৰ সহদেৱ,পৰিয়ালৰ কনিষ্ঠ শ্যামকাণু মহন্ত || SHYAMKANU MAHANTA

Поділитися
Вставка
  • Опубліковано 27 жов 2024

КОМЕНТАРІ • 92

  • @haladharkalita9820
    @haladharkalita9820 2 місяці тому +5

    এছ কানু মহন্ত এজন অসমৰ এগৰাকী প্ৰসিদ্ধ সফল ব্যক্তি। এনেকুৱা মানুহৰ বাবে সদায় শুভ কামনা থাকিল।

    • @dimphucopy4344
      @dimphucopy4344 2 місяці тому

      @@haladharkalita9820 ই দালালী

  • @arundhatigogoi4182
    @arundhatigogoi4182 2 місяці тому +27

    অসমৰ ডাঙৰ হিতাধিকাৰি পৰিয়াল ৰ এজন সদস্য।

    • @NabajyotinathNaba
      @NabajyotinathNaba 2 місяці тому

      অসমৰ একমাত্ৰ অসাধাৰণ পৰিয়াল।

  • @geetachetri5727
    @geetachetri5727 2 місяці тому +3

    This podcast is one of your best podcast I must say. Personally I am inspired by this conversation. Thanks to the entire team of BAARTA LAAP especially Chakrapani Parasar da🙏

  • @ascreation2495
    @ascreation2495 2 місяці тому +17

    Chakrapani da apuni mur favorite journalist...but aitu show sobse bea palu because ai manuhjonor poriyal tur kotha sobe Jane keneke ki hoise

  • @HemenTalukdar-c3x
    @HemenTalukdar-c3x 2 місяці тому +1

    It’s incredible to hear how Rongali is more than just a celebration; it’s a cornerstone in building a modern Assam by uniting the community, promoting local artisans, musicians, and entrepreneurs. The festival's role in skill development and the broader exposure provided by initiatives like the North East Festival in India and outside India are remarkable. It's clear that the work being done is not only enriching the cultural landscape but also fostering economic growth and societal cohesion. Thank you Shyamkanu da for sharing such an enlightening perspective on how these efforts are shaping a vibrant and interconnected future for Assam & Northeastern states.

  • @As05870
    @As05870 2 місяці тому +20

    চক্ৰপাণি আপোনাৰ বাৰ্তালাপ অনুষ্ঠানলৈ অহা আটাইবোৰ অতিথিৰ ভিতৰত এই জন ব্যক্তিয়েই অপ্ৰয়োজনীয়।কাৰণ নিউজ ছানেল বোৰত এই গৰাকী আৰু তেখেতৰ গোটেই পৰিয়াল টোৱে Leading Shadow Politics কৰে। যিটো সাধাৰণ মানুহৰ বাবে অতি বিপদ জনক। তাতকৈ আপুনি যিকোনো ৰাজনৈতিক দলৰ যিকোনো front line নেতাক আনিলে অনুষ্ঠান টো বেছি ভাল লাগিব।

    • @krishna.moniii
      @krishna.moniii 2 місяці тому

      Totally Agreed 💯

    • @NabajyotinathNaba
      @NabajyotinathNaba 2 місяці тому

      12 তা জনম ল'লেও সেই পৰিয়ালটোৰ সমান যোগ্যতা অৰ্জন কৰিব নোৱাৰ তহঁতে

  • @raktimroy9378
    @raktimroy9378 2 місяці тому +6

    শ্যামকানু মহন্ত ছাৰৰ সৈতে মই যোৱা ৮ বছৰ ধৰি একেলগে কাম কৰিছো। কামৰ প্ৰতি মানুহজনৰ সাংঘাতিক নিচাক একেবাৰে কাষৰ পৰা দেখিছো। এটা প্ৰতিষ্ঠানৰ মুৰব্বী হৈও তেওঁ প্ৰতিদিনেই এজন কৰ্মচাৰীৰ সমানেই বা প্ৰয়োজনত সকলোতকৈ বেছি কাম কৰে। অসমতো বাদেই সমগ্ৰ উত্তৰ পূবতে হয়তো তেখেতৰ দৰে প্ৰগতিশীল আৰু হাৰ নমনা মানসিকতাৰ উদ্যোগীৰ সংখ্যা আঙুলীৰ মূৰত লেখিব পৰাকৈ কম।
    মানুহে ৰঙালী আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ সংগীত আৰু ফেশ্বনৰ কথা বেছিকৈ পাতে। এই ফেষ্টিভেলবোৰ কেৱল মনোৰঞ্জনৰ বাবে পতা হয় ধৰণৰ নেৰেটিভ গঢ়িবলৈ চেষ্টা কৰা হয়। আৰু ফলত স্বাভাৱিকতেই ৰঙালী বা নৰ্থ ইষ্ট ফেষ্টিভেলৰ ঔদ্যোগিক দিশটোৱে কম গুৰুত্ব পায়। কিন্তু এই মঞ্চখনত স্থানীয় উদ্যোগী, সৃষ্টিশীল লোকসকলৰ লগতে শিপিনী আৰু শিল্পীসকলে নিজৰ প্ৰতিভা আৰু সামগ্ৰী প্ৰদৰ্শনৰ বৃহৎ সুযোগ লাভ কৰি আহিছে। তেওঁলোকে ইয়াত প্ৰত্যক্ষভাৱে উপাৰ্জনৰ উৎস পোৱাৰ লগতে ভৱিষ্যতৰ বাবেও এখন বৃহৎ বজাৰৰ সন্ধান পায়। আৰম্ভণিৰ পৰাই দেখিছো ৰঙালী আৰু নৰ্থ ইষ্ট ফেষ্টিভেলে অসম আৰু উত্তৰ পূবৰ কলা-সংস্কৃতি-পৰ্যটনৰ সম্ভাৱনাক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলভাৱে প্ৰচাৰ কৰি আহিছে।
    ছাৰৰ লগত কাম কৰা বছৰবোৰত মানুহে তেখেতক বিশেষকৈ চছিয়েল মিডিয়াত নেতিবাচক সমালোচনা কৰা দেখিছো। কোনো তথ্য নোহোৱাকৈ, যুক্তি নথকাকৈ সুবিধাবাদী বুলি কোৱা দেখিছো। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে তাতকৈ চাৰিগুণ মানুহে তেখেতৰ কামৰ প্ৰশংসা কৰে। তেখেতক উৎসাহিত কৰে।
    হাঁহি উঠা কথাটো হ'ল মানুহে চৰকাৰক সমৰ্থন কৰাৰ বাবে তেওঁক সমালোচনা কৰে আৰু ভাবে যে বিনিময়ত চৰকাৰৰ পৰা তেওঁ বিশেষ কিবা সুবিধা পায়! এই কথাষাৰ সম্পূৰ্ণ মিছা। তেওঁ বা আমাৰ প্ৰতিষ্ঠানে কামৰ ক্ষেত্ৰত কোনোদিনেই চৰকাৰৰ বিশেষ সুবিধা লাভ কৰা নাই।
    সমালোচনা আমাৰ জীৱনৰ অংগ। কিন্তু আনক হকে বিহকে কোনো যুক্তি নোহোৱাকৈ বেয়া পাই সমালোচনা কৰি থকাতো কেৱল সময় নষ্ট!

    • @15warzone
      @15warzone 2 місяці тому

      Sir k kowk apuni axomr lora suwalir entry free karibo northeast festival t

  • @BaruvaUttara-rw5tq
    @BaruvaUttara-rw5tq 2 місяці тому +1

    Very true, without sponsorship it is not at all possible to organize such huge festival. Even no one can imagine doing such great work. Whenever you do creative work some people will jealous of you. Be positive, we are with you. Good luck ! Have faith.

  • @kamakhyaprasadmozinderboru6450
    @kamakhyaprasadmozinderboru6450 2 місяці тому +1

    সত্যম শিৱম সুন্দৰম!ভাল লাগিল চক্ৰ দা!

  • @abhijitkalita6597
    @abhijitkalita6597 2 місяці тому +1

    Bht positive manuhjon... Teokot anekua manuh ajon bisaru..

  • @matuboro3054
    @matuboro3054 2 місяці тому +2

    Bohut joshila manuh jon.. positive.....bhal lagil podcast tu sai.....xundar....

  • @neeldas2743
    @neeldas2743 2 місяці тому +3

    অনুষ্ঠানটি খুবেই সুন্দৰ। ❤❤

  • @rulirekhabhuyan3768
    @rulirekhabhuyan3768 2 місяці тому +3

    ইমান সুন্দৰ অনুস্থান উপহাৰ দিয়াৰ বাবে সমাজৰ দুয়োজন মহীৰূহলৈ শতকৌতি প্ৰণাম।

  • @birinchikumarsarma6647
    @birinchikumarsarma6647 2 місяці тому

    I love sakapani and i always support this type of valuabe Assamese people, best of luck,

  • @jagadishdeka5213
    @jagadishdeka5213 2 місяці тому +2

    Axomor ata val poriyalor xuxantan❤

  • @pranabkalita8550
    @pranabkalita8550 2 місяці тому

    Val lagil...one of the best podcasts and it inspires youngstars to do well

  • @pronotigohain5259
    @pronotigohain5259 2 місяці тому +1

    খুব ভাল লাগিল অনুস্থানটো চাই।শ্যামকানু মহন্তৰ কথাবোৰ ভাল লাগিল।শিৱসাগৰীয়া হিচাবে মই গোৰৱান্বিত।।বাৰ্ত্তালাপৰ মই নিয়মীয়া দৰ্শক।ভৱিষ্যতে লগপোৱাৰ হেপাহ এটা আছে।

  • @gitikadevi836
    @gitikadevi836 2 місяці тому +2

    Bartaalap sai val lagil।thank you ।

  • @geetakalita1806
    @geetakalita1806 2 місяці тому

    বহুত ভাল লাগিল

  • @anuskakashyap9266
    @anuskakashyap9266 2 місяці тому +1

    Shyamkanu Mahanta 🔥🔥🔥

  • @ParamaGogoi-bx5ey
    @ParamaGogoi-bx5ey 2 місяці тому +1

    North-east fastival is positive sighn for Assam❤❤❤❤❤❤❤

  • @himakshihazarika217
    @himakshihazarika217 2 місяці тому +2

    ❤❤❤❤❤❤❤❤❤

  • @Pallabkcreation
    @Pallabkcreation 2 місяці тому +10

    Mahanta Family 😊
    Sivsagar Panitula
    Father - Lila Mahanta
    Mother - Nirupama Mahanta
    1/ Bhaskar Jyoti Mahanta
    2/ Amar Jyoti Mahanta
    3/ Saumar Jyoti Mahanta
    4/ Nani Gopal Mahanta
    5/ Shyamkanu Mahanta

  • @bhaskarkalita8002
    @bhaskarkalita8002 Місяць тому

    Mojja

  • @pankajbaruah9238
    @pankajbaruah9238 2 місяці тому +6

    আপোনাৰ বৰ্তালাপ অনুষ্ঠান টি আমাৰ বৰ প্ৰিয়। কানু দা খণ্ডটিৰ জড়িয়তে বহু কথা শিকিব পাৰিলো, কানু দাৰ ব্যক্তিত্ব , আচাৰ , ব্যৱহাৰ এই সকলোবোৰতে আমি প্ৰাঞ্জলতা বিচাৰি পাওঁ। মাতৃ ৰত্ন গৰ্ভা সু লেখিকা পূজনীয়া নিৰুপমা মহন্ত আৰু পিতৃ পূজ্যপাদ লীলা মহন্ত দেৱ দুয়োজনেই দেৱতুল্য আমাৰ বাবে। কানু দাৰ লগতে এই পৰিয়ালটি পৰা আমি শিকিব লগা বহুত আছে। আমি গৌৰাম্বিত। কানু দা , চক্ৰপাণি দা দুয়োজনলৈ আমাৰ শুভকামনা জ্ঞাপন কৰিছোঁ।

    • @bimansaikia4305
      @bimansaikia4305 2 місяці тому

      মহন্ত দা আপুনি পাৰে শ্ৰী মন্ত্ৰ শঙ্কৰদেৱক বিশ্ব দৰবাৰত চিনাকি কৰাই দিয়ে যেন। যিহেতু শঙ্কৰদেৱ বিশ্বৰ শ্ৰেষ্ঠ সব্ৰগুণাকৰ গুৰু। যি ভাওনা নাটক সৃষ্টি কৰিলে স্বেক্টপিয়েৰতকৈ বহু ওপৰৰ যেনে প্ৰথম সুত্ৰ যোগেদি আতি প্ৰক্ষৰ সকলক কম সময়ত নাটকৰ জ্ঞান দি লৈছিল। তাৰ পাছত দ্বিতীয় প্ৰক্ষৰ সকলক প্ৰথম সুত্ৰ পাছত দ্বিতীয় সুত্ৰৰ যোগেদি কম সময়ত নাটকৰ জ্ঞান দি লৈছিল।তাৰ পাছত তৃতীয় প্ৰক্ষৰ সকলক প্ৰথম সুত্ৰ , দ্বিতীয় সুত্ৰ, আৰু গোটেই নাটক খন পঢ়িবলৈ সুবিধা কৰি দিছে। নাটক পঢ়াৰ খেতত্ব সময়ৰ অপব্যৱহাৰৰ কাৰো গুৰু জনে কৰা নাই। যিটো কাম স্কেকপিয়েৰৰ নাটক কৰা নাই ।তেখেতৰ সেই সময়ৰ এজন অথ নীতি বিধো আছিল। যি সময়ৰ সত ব্যৱহাৰ কৰে তেওঁ শ্ৰেষ্ঠ অৰ্থনীতি বিধ‌ ।তেতিয়া উলং দেশৰ কাম কি ধোৱাৰ নোশুভে লোকৰ কাপোৰ সাজে বুলি কোৱা কমলাকান্ত ভট্টাচাৰ্য্য দেৱৰ আত্মাক কব পাৰিম। তেতিয়া তেখেতেৰ আত্মাই শান্তি পাব।

    • @padmaactivities8817
      @padmaactivities8817 2 місяці тому

      😂​@@bimansaikia4305

  • @zakirahmed9677
    @zakirahmed9677 2 місяці тому +13

    এইজন হৈছে ককায়েক হতৰ দুইনম্বৰ পইছা মানে কলা পইছা বগা কৰা সুবিধা বাদি এজন স্বাৰ্থপৰ ব্যক্তি হৈছে শ্যাম কানো মহন্ত । গতিকে এনে ব্যক্তি উদ্যোগপতি হোৱাটো একো ডাঙৰ কথা নহয় , কাৰণ সৎ পথে উদ্যোগ পতি হোৱা নাই বুলি আমি প্ৰায় মানুহে জানোঁ এইজনৰ বিষয় । কিন্তু সৎ পথে উদ্যোগ পতি হোৱা আমাৰ অসমৰ অসমীয়া ব্যক্তি কেইবাজনো আছে তাৰ ভিতৰত বৰুৱা পৰিয়াল , বেজবৰুৱাৰ পৰিয়াল এনেদৰে কেইবাজনো পৰিয়াল ওলাব সৎ পথে ব্যৱসায় কৰি অসমৰ লগতে দেশৰ বাহিৰতো নাম প্ৰতিষ্ঠা কৰিবলৈ সংখ্যম হৈছে , গতিকে তেনে ব্যক্তিক বিশ্বই সদায় মনত ৰাখিব । আৰু এটা কথা ৰাইজে এটা কথা মন কৰিব এই সাংবাদিক জন হৈছে মস্ত তেলীয়া সাংবাদিক কাৰণ তেওঁ ব্যৱহাৰ আৰু স্বভাৱ দেখি আমি বুজিব পাৰোঁ , গতিকে যিমান পাৰি তেলীয়া মানুহৰ পৰা দূৰত্ব বৰ্তাই থকাই ভাল ।

  • @nijarabhuyan6402
    @nijarabhuyan6402 2 місяці тому +1

    বহুত ভাল লাগিল ❤️❤️

  • @BhargabSaikia-gt5tf
    @BhargabSaikia-gt5tf 2 місяці тому +2

    Bhut val lagil

  • @Nayanjyoti717
    @Nayanjyoti717 2 місяці тому +1

    ❤❤

  • @drsatishdas
    @drsatishdas 2 місяці тому +2

    tumar interview tu sai bhal lagil kanu

  • @koustubh8117
    @koustubh8117 2 місяці тому +1

    কিছুমান কথাত দাদা আপোনাৰ লগত মোৰ মত নিমিলে। কিন্তু আপোনাক খুব ভাল পাওঁ। আপোনাৰ লিখনি মন দি পঢ়োঁ। আৰু আগুৱাই যাওঁক আপুনি।

  • @dhimanAlyaman
    @dhimanAlyaman 2 місяці тому +2

    I love him❤

  • @debojitsangmai4646
    @debojitsangmai4646 2 місяці тому +1

    Great Baarta Laap.

  • @gitikadevi836
    @gitikadevi836 2 місяці тому +1

    In this bartaalap inspires me

  • @ammanjyotiburagohain9958
    @ammanjyotiburagohain9958 2 місяці тому +3

    ❤❤❤

  • @karishmagogoi8997
    @karishmagogoi8997 2 місяці тому +2

    Love from Sivasagar ❤

  • @borahprish
    @borahprish 2 місяці тому

    Rongali Festival was top class❤❤

  • @UrgentOnlyPlz-el1rf
    @UrgentOnlyPlz-el1rf 2 місяці тому +1

    😢

  • @kamalsinha6797
    @kamalsinha6797 2 місяці тому

    Awesome podcast ❤

  • @JimoniBorsaikia
    @JimoniBorsaikia 2 місяці тому

    Dada well done

  • @jurigogoi3124
    @jurigogoi3124 2 місяці тому +2

    Good

  • @debangshuchy.7819
    @debangshuchy.7819 2 місяці тому +7

    Xosake , Amar xomaaj r manuh buror mon bur thek , kekora Swabhab , xei karone Amar unnoti nai ,,.

  • @paporichutiagogoi1577
    @paporichutiagogoi1577 2 місяці тому +1

    🙏🙏

  • @jayantabharali3144
    @jayantabharali3144 2 місяці тому +4

    Ami tu navabu axomot main manuh buli Kun hoi aibilak manuh tumar podcast suwa aribo lagibo

  • @ManindraDeka-p4h
    @ManindraDeka-p4h 2 місяці тому +1

    অনুষ্ঠানটি উপভোগ কৰি বহুত ভাল থাকিল ।।।

  • @shimantagogoi7739
    @shimantagogoi7739 2 місяці тому +2

    Dada assamt football academy kiba kariba pare nki sinta kribasun

  • @pritomnz11
    @pritomnz11 2 місяці тому

    Festival Mahanta

  • @MahatKhakhulary-kc3uz
    @MahatKhakhulary-kc3uz 2 місяці тому +1

    বহুত বহুত ভাল ❤

  • @kalyandas7217
    @kalyandas7217 Місяць тому

    Waiting for ZUBEEN GARG

  • @northeastallraundar7266
    @northeastallraundar7266 2 місяці тому +2

    Aeijon manuh silent politician😂😂😂

  • @FactbyRanjan
    @FactbyRanjan 2 місяці тому +4

    চক্ৰ দায়ে কিছু ললে কিন্তু শ্যামকানু দাক 😂

  • @gitarthazgmedhi.
    @gitarthazgmedhi. 2 місяці тому +3

    মই অসমৰ এটা মানুহকে চিনি পাওঁ - জুবিন গাৰ্গ 😊❤ জুবিন দা আমাৰ মানৱ ৰূপী ভগৱান স্বৰূপ 🥺❤

  • @PujaBarman-fh7sk
    @PujaBarman-fh7sk 2 місяці тому +7

    But moi ata kotha kou aijonor pura family tu bjp r pokor seleka

  • @Dronecomplexx
    @Dronecomplexx 2 місяці тому +2

    Huh

  • @DigboloiKonch
    @DigboloiKonch 2 місяці тому +5

    মোৰ অসমৰ এজন ভাল ব্যক্তিয়ে হ'ল কানু চাৰ । তেঁও চিন্তুা ধাৰাক মই ভাল পাঁও ।❤

  • @mridupavanpegu5532
    @mridupavanpegu5532 2 місяці тому +2

    অখিল গগৈ।

  • @kiranmedhi9890
    @kiranmedhi9890 2 місяці тому

    বহুত ভাল লাগিল এই অনুষ্ঠান চাই।

  • @youtubeworld5085
    @youtubeworld5085 2 місяці тому +1

    Iyar interview lobo logiya ki ase

  • @15warzone
    @15warzone 2 місяці тому

    North East festival r entry free hobo lage

  • @SoneswarKhakhalary
    @SoneswarKhakhalary 2 місяці тому +1

    আপোনাৰ চিন্তা ধাৰাক কোনোও ধৰি ৰাখিব নোৱাৰে।

  • @SouravBorah-y3i
    @SouravBorah-y3i 2 місяці тому +3

    Aku balor brand nhoy...
    Bepar hoi

  • @chandankalita7883
    @chandankalita7883 Місяць тому

    P for ki asile

  • @ankurjyotitai
    @ankurjyotitai 2 місяці тому

    মানুহ জনক ফটোৱা বুলি নকও। কিন্তু তেখেত এজন স্বাৰ্থপৰ মানুহ যে ন লাগে। ডাঙৰ মানুহ যে তেখেত। কিছু বছৰৰ আগত আমাৰফালে কি কি কাম কৰিব পাৰি, কি কি কৰাৰ সুবিধা আছে, নিবনুৱা যুৱক যুৱতী সকলক লৈ বহুত চিন্তিত আছিল। ইয়াত এইটো নাই, সেইটো নাই। আজি দেখুন কি হল গে। ইমান বছৰে কি কৰিলে । নে ৰাজনীতিত সোমাই নেতা হোৱাৰ আশাত এইবোৰ কৈছিল নে কি বাৰু

  • @Pritomkalita-d6q
    @Pritomkalita-d6q 2 місяці тому +1

    Rajnitit ketiau janabo 🙏🙏🙏 anekoi bohut val pau

  • @pranabdas7014
    @pranabdas7014 2 місяці тому +1

    Victor Das k matibo sun

  • @KrishnaSingh-xn1dh
    @KrishnaSingh-xn1dh 2 місяці тому +6

    মোৰ লৰাটো পঢ়াটো বেয়া কি কৰিলে ভাল হব?

    • @ImonBaishya
      @ImonBaishya 2 місяці тому +5

      ই-ৰিক্সা এখন কিনি দিয়ক

    • @debangshuchy.7819
      @debangshuchy.7819 2 місяці тому

      @@ImonBaishya😂dhei

    • @BhargabjyotiSarmah
      @BhargabjyotiSarmah 2 місяці тому

      @@ImonBaishyamurkho

    • @bhargaV567d
      @bhargaV567d 2 місяці тому +2

      Vl manoh hbo khikawok... Phra xuna t k besi vl howa Tu important....

    • @dimphucopy4344
      @dimphucopy4344 2 місяці тому

      চৰিত্ৰ ভাল কৰক

  • @kalpanagogoi3139
    @kalpanagogoi3139 2 місяці тому

    আমি কোঁৱৰপুৰ বাসিন্দাই তোমালোকৰ পৰিয়ালক লৈ গৌৰৱ অনুভৱ কৰোঁ , সততাৰে নিজকে আগুৱাই নিয়া , আন্তৰিক শুভেচ্ছা সদায়েই আছে

  • @jollywoodworld7395
    @jollywoodworld7395 2 місяці тому

    teur pora hikhibo loga bhut ase

  • @hairprasaddeori2325
    @hairprasaddeori2325 2 місяці тому

    Ai family r bahire beleg manuh nai neki tv or talkshow t ahib...????

  • @reymasterionnn
    @reymasterionnn 2 місяці тому

    Goru hoi aitu arrogant gute gita hihetor ghoror

  • @গেৰচনভদীয়া
    @গেৰচনভদীয়া 2 місяці тому

    চৰকাৰী পদলেহন কানু দা

  • @geetakalita1806
    @geetakalita1806 2 місяці тому

    বহুত ভাল লাগিল