Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
আলী দা কি সুন্দৰ পৰিবেশন আপোনাক বহুত বহুত ধন্যবাদ।
Bohut val hoise de videu to gan to ❤
Mur atikoi val loga lokgeet .radhe radhe
Sundar vidio bhal hoise
অতি সুন্দৰ কণ্ঠ। বৰ ভাল লাগিলে ।
Congretulation. Sundor kontho. bohut dhuniya. continue your journey.
গীতটোৰ কথা,সুৰ,তাৰ,লয় শব্দৰ উচ্চাৰণ,, উপস্থাপন, দৃশ্যপট আৰু সংগীত ব্যৱস্থাপনা অতি সুন্দৰ হৈছে। বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ শিল্পীৰ এনে কৃষ্ণৰ নাম-মহিমা বৰ্ণিত পদক্ষেপ কেৱল আমাৰ অসমতে সম্ভৱ। সেয়ে অসম খনক শংকৰ-আজানৰ দেশ বোলা হয়। শিল্পী সকলৰ প্ৰচেষ্টাক শলাগ ললো আৰু সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিলোঁ।
অতি সুন্দৰ ভিডিঅ ৷
এয়াই কলা। কলা ধৰ্মৰ উদ্ধত।
শংকৰ আজানৰ দেশ বুলি চিনাকি দিয়াৰ সাৰ্থকতা হয়তু এনবোৰতে পোৱা যায় ।য'ত কোনোবা খবিৰ আহমদে নাৰায়ণ নাৰায়ণ বুলি সুৱদি কণ্ঠৰে লোকগীতৰ সুৰ সাধনা কৰে।ৱাহ কি সুন্দৰ!ৱাহ!
আপোনাক বহুত বহুত ধন্যবাদ।এক সম্প্ৰীতিৰ নিদৰ্শন। দাঙি ধৰিলো।
বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ লগত সংগতি ৰাখি তেওঁলোকে অসমৰ বাবে আগ বঢ়োৱা আৰু এক উদাহৰণ হৈ ৰোৱা প্ৰচেষ্টা অব্যাহত ৰাখিছে
সেৱা জনাইছোঁ সুন্ড ৰ হৈছে
সাধনাৰ সুন্দৰ ফল লাগিছে, অসমীয়া শব্দটিৰ যথাৰ্থতা প্ৰমাণিত হৈছে খবিৰদেৱ l আৰু নতুন বহুতো বিচাৰিলো.........
বহুত বহুত ধন্যবাদ আপোনাক।
বঢ়িয়া । বৰ ভাল লাগিল আগবাঢ়ি যাওক ।
বহুত ভাল গীত শুনিলো।
খুউব ভাল হৈছে । আৰু আশা ৰাখিলো ভৱিষ্যতলৈ ।
সুন্দৰ , এয়াই হ'ল আমাৰ শংকৰ+ আজানৰ বৰ অসম । মালিক এক মত অনেক , নাম অনেক ।
শংকৰ মাধৱ ৰ অসম ..তোৰ নিচিনা কুকুৰে মাধৱ দেৱ ক অন্ধকাৰ ত ৰখা
@@ALLINONE-uw4ds তয়ো বোধহয় কুকুৰৰে পোৱালি হয় । নহ'লে আনক কুকুৰ কেনেকৈ কবি । কুকুৰে হে কুকুৰক চিনি পায় । বাপেৰে কুকুৰ ।
@@ALLINONE-uw4ds তোৰ দৰে গাহৰি এটাই সংস্কৃতিৰ কথা বুজাত অলপ সময় লাগিব।
Bohut bohut xundor hoise
Ati sundar aliDa apuni Agoloi aru bhal lokgeet Amak upohar diba .ashare God bless you.
পৰিবেশন শৈলী বৰ ভাল লাগিছে।চৰ্চা কৰি থাকক।
Everyone Assamese people should be heard this song
Oti Sundar voice. Bahut bhal lagil, akou xunibo pam buli asha korilo
অতি সুন্দৰ। এয়াই অসম আৰু অসমীয়া।
ভাল লাগিল। ধন্যবাদ জ্ঞাপন কৰিছো।
এয়া আমাৰ ঐক অতি সুন্দৰ প্রক়ৃততে মানৱ জাতিয়ে শিক্ষা লোৱা উচিৎ।
Bht dhunia hoise Sundar kontha
খুবেই সুন্দৰ।আগলৈ আৰু বহুত আশা কৰিলো।
বহুত ধন্যবাদ আপোনাক
সুন্দৰ হৈছে , আগলৈকে, অনুশীলন,কৰি থাকিব,।
Awesome voice and Good singing. Go ahead way to you journey of singing. All the best.
বৰ সুন্দৰ আৰু অনুপম কন্ঠ নিগৰাইছে অ ভাল লাগিছে দেই। সঞ্জীৱ দাস গোলাঘাট জিলাৰ অন্তৰ্গত টেঙানী নাহৰখনা গাওঁৰ মই।
বহুত ধুনীয়া লাগিছে ধন্যবাদ জ্ঞাপন কৰিছো মোৰ ফালৰ পৰা
অতি সুন্দৰ।ভাল লাগিল।
বহুত বহুত সুন্দৰ হৈছে।।।। এনেকৈ ভিডিঅ বনাই থাকিব ।্্্
যতয1~ত152😊3)😁!!':1😂😊😊
Khub xundar lazily.
সুন্দৰ কণঠ সচাকৈ ভাল লগিছে ।কিন্তু কৃষ্ণক সজাই ললে আৰু বেছি ভাল হল হেতেন ।আগলৈ আশা কৰো
লোকগীত অসমীয়া সংস্কৃতিৰ আপুৰুগীয়া সম্পদ । ইয়াক আমাৰ মাজত জীয়াই ৰখাতো সকলোৰে দায়িত্ব । সুন্দৰ পৰিবেশন।
////////////
Dhuniya.
খুব ধুনীয়া হৈছে, ভাল লাগিলে
Vl lagil de
Amazing volice. Val lagil
সুন্দৰ ভিডিঅ ।
Bahut Val palu . Sundar
বহুত সুন্দৰ কণ্ঠ।আগলৈ আৰু আশা ৰাখিলোঁ।
সুন্দৰ লাগিছে ।শিল্পী সমাজৰ আধাৰ।
আপোনাৰ কন্ঠটো বৰ সুন্দৰ। আগবাঢ়ি যাওক, তাৰেই কামনাৰে।
ধন্যবাদ।
Q
অতি সুন্দৰ প্ৰদৰ্শন।
Xundar
We. AreHappy. ToHearing. The. Song.
অতি সুন্দৰ পৰিবেশন , মন চুই গৈছে ।
বহুত ভাল লাগিল।
Welcome to taught 100 k. Thanks .go ahead
Bahut val lagise. Aguwi jua
Maja lagil
বৰ সুন্দৰ
অতি সুন্দৰ কণ্ঠ ।
Xundor
dhuniya House.
Mojja dhunia
Modhur kantha Val lagil
সুন্দৰ মামা
Khundar dada
অতি সুন্দৰ!সুললিত কণ্ঠ, আগলৈও বহুত আশা কৰিলোঁ।
কি অপুর্ব কণ্ঠ।
OM Krishna 🙏 sondar
সুন্দৰ
KrishnaG morniBeautiful
so nice vedeo with tune
👍👍👍Nice👏👏👏👏👏😊😊😊
Fantastic.amzing voice.
Very fine I hope your bright future
Moi 23 time sunisu amrit saman
আপোনালৈ বহুত ধন্যবাদ।
সুন্দৰ লাগিল
Very nice voice.
What! What performance! Thank you . I hope it will be continue.
Dhuniya !
bhaal lagil , thanks
Bohut.sundhar.lagise
Dhunia
very nice .
সুন্দৰ পৰিৱেশন।
সুন্দৰ।
ধন্যবাদ জনাইছো আপোনাক।
অতি সুন্দৰ কণ্ঠ
বহো বহো (বহো ধন্যবাদ
Beautiful.
Khub val lagise
29times I viewed this v
Mojja
Wow..... super duper ❤️👌😍
বহুত বহুত ধন্যবাদ।
সুন্দৰ কণ্ঠ
Very good.
Very nice voice
বহুত সুন
ভাল হৈছে । প্ৰতীকী কৃষ্ণৰ পিন্ধা কাপোৰখন পীত ৰঙৰ হলে সোণত সুৱাগা চৰিল হেঁতেন।
BHALHOISE
100%সচাঁ
Fantastic
Thanks
Fantustic
Nice.
hearing this 13 times still yet
Fantustic.voice
Very nice 👌 👌👌
Nice song
Nice aware
Very good

যতয1~ত
152😊3)😁!!':1😂😊😊
Khub xundar lazily.
সুন্দৰ কণঠ সচাকৈ ভাল লগিছে ।কিন্তু কৃষ্ণক সজাই ললে আৰু বেছি ভাল হল হেতেন ।আগলৈ আশা কৰো
লোকগীত অসমীয়া সংস্কৃতিৰ আপুৰুগীয়া সম্পদ । ইয়াক আমাৰ মাজত জীয়াই ৰখাতো সকলোৰে দায়িত্ব । সুন্দৰ পৰিবেশন।
////////////
Dhuniya.
খুব ধুনীয়া হৈছে, ভাল লাগিলে
Vl lagil de
Amazing volice. Val lagil
সুন্দৰ ভিডিঅ ।
Bahut Val palu . Sundar
বহুত সুন্দৰ কণ্ঠ।আগলৈ আৰু আশা ৰাখিলোঁ।
সুন্দৰ লাগিছে ।শিল্পী সমাজৰ আধাৰ।
বহুত বহুত ধন্যবাদ আপোনাক।
আপোনাৰ কন্ঠটো বৰ সুন্দৰ। আগবাঢ়ি যাওক, তাৰেই কামনাৰে।
ধন্যবাদ।
Q
অতি সুন্দৰ প্ৰদৰ্শন।
Xundar
We. Are
Happy. To
Hearing. The. Song.
অতি সুন্দৰ পৰিবেশন , মন চুই গৈছে ।
বহুত ভাল লাগিল।
Welcome to taught 100 k. Thanks .go ahead
Bahut val lagise. Aguwi jua
Maja lagil
বৰ সুন্দৰ
বহুত বহুত ধন্যবাদ আপোনাক।
অতি সুন্দৰ কণ্ঠ ।
Xundor
dhuniya House.
Mojja dhunia
Modhur kantha Val lagil
সুন্দৰ মামা
Khundar dada
অতি সুন্দৰ!সুললিত কণ্ঠ, আগলৈও বহুত আশা কৰিলোঁ।
বহুত বহুত ধন্যবাদ আপোনাক।
কি অপুর্ব কণ্ঠ।
OM Krishna 🙏 sondar
সুন্দৰ
Krishna
G morni
Beautiful