LUKO GEET/ RIMASHREE DAS/

Поділитися
Вставка
  • Опубліковано 3 жов 2024
  • SINGER - RIMASHREE DAS
    Lyrics & Tune: বসন্ত পাটগীৰি
    বিনা অনুমতিত এই নাম অথবা গীত সমূহৰ Audio আৰু Video যিকোনো প্ৰচাৰ মাধ্যমত প্ৰচাৰ কৰাৰ অনুমতি প্ৰদান কৰা হোৱা নাই । কেৱল এই Video টোৰ UA-cam ৰ লিংকটোহে প্ৰচাৰ কৰিবলৈ অনুমতি প্ৰদান কৰা হ'ল। যোগাযোগ
    #LulumoniDihanam
    #RimashreeDas
    #LukoGeet

КОМЕНТАРІ • 738

  • @bidyutdas2675
    @bidyutdas2675 2 роки тому +12

    সুন্দৰ । ৰীমাৰ লগতে সকলো শিল্পীলৈ ধন্যবাদ জনালোঁ।

    • @dipenrajbongshi6493
      @dipenrajbongshi6493 6 місяців тому

      ,🕉️🕉️🕉️🕉️🙏🏻🙏🏻🙏🏻🕉️
      🕉️🕉️🕉️🕉️🕉️🕉️
      🕉️🕉️🕉️🙏🙏🙏🙏🏽

  • @GobindaSharma-j2g
    @GobindaSharma-j2g 8 місяців тому +2

    The tune of your voice geet so fine. Super fine. Have a nice day wish your bright ful future.

  • @jonalirabha1508
    @jonalirabha1508 2 роки тому +19

    ইমান ধুনীয়া। সুৰ আৰু বহুত মিঠা ।শুনি থাকিলে হেপাহ হেই নপলাই 🙏🏼🙏🏼❤️

  • @bimanborah1407
    @bimanborah1407 Рік тому +9

    সুন্দৰ কণ্ঠৰ অধিকাৰি।ভগৱন্তই কুশলে ৰাখক।

  • @sanjibdas9500
    @sanjibdas9500 Рік тому +14

    অসমীয়াৰ হিয়াৰ আমঠু লোকগীতে মানুহক এক অন্য মাত্ৰা প্ৰেৰণ কৰিছে। বিশেষকৈ মই লোকগীতৰ এজন অতি প্ৰিয় অনুৰাগী। শিল্পি গৰাকী লগতে সকলো বাদ্যযন্ৰত সহযোগ কৰা শিল্পিলৈও আন্তৰিক শ্ৰদ্ধা জনালো। চৰ্চা কৰি যোৱা ধন্যবাদ থাকিল।

  • @Gunupuwali
    @Gunupuwali 2 роки тому +30

    সুন্দৰ গায়কী 👍👍 কণ্ঠটো একেবাৰেই সুকীয়া। ভাল লাগিল 👍

  • @jinkumonibarua9846
    @jinkumonibarua9846 3 роки тому +10

    দেৱেশ্বৰ চাৰৰ কথাৰে অতি সুন্দৰ লোকগীতটি ৰীমাশ্ৰীৰ সুন্দৰ কণ্ঠত সোনত সুৱগা চৰাই প্ৰাণ পায় উঠিছে।

  • @keshabchborgohain1581
    @keshabchborgohain1581 Рік тому +19

    কি মধুৰ কন্ঠ তোমাৰলৈ বহুত বহুত আশীবাদ থাকিল | আগুৱাই যোৱা যাতে তোমাৰ গীত মাত আকৌ যেন মবাইলৰ পদ্দাত পাওঁ |
    ধন্যবাদ 🙏🙏🙏

  • @prabinSaikia-sr8xe
    @prabinSaikia-sr8xe Рік тому +8

    গায়িকা গৰাকীৰ কণ্ঠ ইমান সুন্দৰ ,দেখিবলৈ ও মৰমলগা ।ভবিষ্যৎ উজ্জল কামনা কৰিছো ।

  • @gopalkrishnadas-theunivers9669
    @gopalkrishnadas-theunivers9669 2 роки тому +13

    সুন্দৰ কণ্ঠ লোকগীতৰ“ শুভেচ্ছা জনালোঁ ৷

  • @GobindaSharma-j2g
    @GobindaSharma-j2g 8 місяців тому +6

    So satisfactory tune performance have a good day.

  • @uzzalkumardutta3439
    @uzzalkumardutta3439 Рік тому +5

    অতি সুন্দৰ,শুনি আপ্লুত ললোঁ।ঈশ্বৰে কুশলে ৰাখক।

  • @umakantanath6732
    @umakantanath6732 2 роки тому +22

    ৰিমাশ্ৰী দাসলৈ অশেষ ধন্যবাদ।অতিসুন্দৰ কণ্ঠ।গীতটো শুনি সচাকৈয়ে আপ্লুত হৈছোঁ।বাদ্য সংগতো সুন্দৰ হৈছে।

  • @TutumohanHazarika-tg1nq
    @TutumohanHazarika-tg1nq 11 місяців тому +8

    Moja rimasri ba gan Tu debasor jathua khikai naki❤😊

  • @junomonidas
    @junomonidas Рік тому +1

    Sundar kantha vl lagil agiai kua

  • @prakashkalita6620
    @prakashkalita6620 Місяць тому +1

    বাহ ইমান সুন্দৰ কণ্ঠ, সুৰ । ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ উজ্জ্বল ভৱিষ্যতৰ হেতু ।

  • @mr.thejonalideka2669
    @mr.thejonalideka2669 3 роки тому +9

    Rimashri baa,, bht duniya hoise. God bless you🙏🙏🙏

  • @musicdheerbarnamusic8753
    @musicdheerbarnamusic8753 2 роки тому +5

    অতি সুন্দৰ পৰিবেশন। মাথো বৰ কন্যা নহৈ বৰকইনা হ’লে আৰু সুন্দৰ হ’ব বুলি ভাবিছো

  • @rishabhangshumedhi4734
    @rishabhangshumedhi4734 2 роки тому +24

    বৰ সুন্দৰ কণ্ঠ দেই।👌👌👌
    কিমানবাৰ শুনিছোঁ হিচাপ নাই গীতটো।❤️❤️❤️

  • @bhubansarmah5435
    @bhubansarmah5435 Рік тому +1

    Lokogeet t mur tejot humai ase.. So sweet gaisa

  • @dipakgogoi5403
    @dipakgogoi5403 2 роки тому +4

    প্ৰাণ ভৰি গল!!!god bless you

  • @GobindaSharma-j2g
    @GobindaSharma-j2g 7 місяців тому +1

    Sudar ,ati sundar paribeson,suva kamana thakil,

  • @koushiksankar8490
    @koushiksankar8490 Місяць тому +1

    Rimashee moinajoni aguwai juwa🎉🎉🎉🎉,,,,,,,retd Army,,,,

  • @gilchristmajuli213
    @gilchristmajuli213 3 роки тому +19

    খুব সুন্দৰকৈ পৰিবেশন কৰিছে 👍

  • @dibyajyotibaruah6779
    @dibyajyotibaruah6779 3 роки тому +18

    ৰিমাশ্ৰী ধুনীয়া হৈছে,লগতে বাদ্যযন্ত্ৰ বজোৱা শিল্পী সকলোলৈকো প্ৰণাম জনালোঁ 🙏🏼🙏🏼🙏🏼

  • @PraneswarDas-c3w
    @PraneswarDas-c3w 7 місяців тому +1

    অতি সুন্দৰ কণ্ঠ । ধন্যবাদ---

  • @RanjanSaikia-c3q
    @RanjanSaikia-c3q 6 місяців тому +6

    সুন্দৰ কণ্ঠ ভাল লাগিল এনেকৈ আৰু গান গাই থাকা ।

  • @imphaldus7124
    @imphaldus7124 3 роки тому +33

    অতি সুন্দৰ কণ্ঠদান👌👍ৰিমাশ্ৰী আৰু বাদ্য বাদক সকলোৱেও বৰ ❤️মধুৰ আৰু সুন্দৰ কৈ বজাইছে সকলোলৈ 🙏🙏🙏প্ৰণাম...

  • @birenpdas5347
    @birenpdas5347 11 місяців тому +3

    কি যে মজা গাইছে শুনি বৰ ভাল লাগিছে শুভেচ্ছা জনালো যোৰহাট

  • @laskarmdwaliullah
    @laskarmdwaliullah 2 роки тому +6

    শিলচৰৰ পৰা মৰম আৰু ভালপোৱা যাচিলো। জয় আই অসম ❤️❤️❤️

    • @LulumoniDihanam
      @LulumoniDihanam  2 роки тому

      অশেষ ধন্যবাদ জনালো

  • @padumitalukdar6621
    @padumitalukdar6621 8 місяців тому +1

    বৰ সুন্দৰ।আগবাঢ়া ,কামনা কৰিলু।❤🎉🎉🎉

  • @dipankarbora65
    @dipankarbora65 Рік тому +2

    বৰ ভাল লাগিল ভগৱানে কৃপা কৰে যে ❤❤❤

  • @priyanath8998
    @priyanath8998 2 роки тому +1

    ধুনীয়া হৈছে

  • @sabitadas1852
    @sabitadas1852 4 місяці тому +1

    ধুনীয়া লাগিছে আৰু আগলৈকে

  • @prohalatsundra1777
    @prohalatsundra1777 2 роки тому +3

    বৰ সুন্দৰ গাইছে নমস্কাৰ

  • @boramusicalyoutube8183
    @boramusicalyoutube8183 2 роки тому +3

    আইনী বৰ ভাল লাগিল আৰু আগবঢ়াই নিয়ক তোমাক ভগৱানে

  • @sumantibasumatary7687
    @sumantibasumatary7687 2 роки тому +1

    Onak bhal hoisa rimasee vonti

  • @Mridul_Hazarika.
    @Mridul_Hazarika. 2 роки тому +2

    অতুলনীয় ।অভিনন্দন জ্ঞাপন কৰিলো ।

  • @mridulnath7204
    @mridulnath7204 2 роки тому +1

    Aru aguwai juwa tumi and god bless you

  • @nikitadeka4244
    @nikitadeka4244 Рік тому +10

    মোৰ দেউতাই এই লোকগীতটি শুনি বহুত ভাল পাই...... আৰু দেউতাই শুনোতে শুনোতে মোৰ ও বহুত ভাল লগা হ'ল...... বহুত ধুনীয়া হৈছে ❤️❤️❤️❤️❤️❤️❤️🙏🙏🙏🙏🤗🤗🤗🤗

  • @jyotiprasad-lw9gy
    @jyotiprasad-lw9gy Рік тому +2

    অতি সুন্দৰ লোকগীত সুন্দৰ কণ্ঠ। বাঁহীৰ সুৰ অতি অতুলনীয় মন মোহনিয়।

  • @sanjibtalukdar9944
    @sanjibtalukdar9944 2 роки тому +2

    Bohut dhunia hoise 👍👍👍

  • @KumarDoley-mo5kw
    @KumarDoley-mo5kw Місяць тому +1

    Bahut bhal lagil geet ti huni
    🙏🙏🙏🙏🙏🙏

  • @MousumiBoruah-d9l
    @MousumiBoruah-d9l 6 місяців тому +7

    Bor bhal lagil ait Sundar cantha ❤🥰👍

  • @atulokalita4134
    @atulokalita4134 2 роки тому +7

    অতি সুন্দৰ সুমধুৰ কণ্ঠত লোকগীত

  • @PraneswarDas-c3w
    @PraneswarDas-c3w 3 місяці тому +1

    অতি সুন্দৰ কণ্ঠ ও পৰিবেশন । আমি সদায় ৰাতিপুৱা উপভোগ কৰো । ধন্যবাদ--

  • @gitanjalideka8767
    @gitanjalideka8767 4 місяці тому +1

    সুন্দৰ কণ্ঠ,ভাল লাগিল 💕,পিছে বৰ-কইনা হ'ব লাগিছিল চাগে বৰ-কণ্যা নহৈ!কন্যা মানে জীয়াৰী,কইনা হ'ল দ'ৰাৰ বিপৰীত অৰ্থ,,!বেয়া নাপাবা❤

  • @premchanisblog
    @premchanisblog 3 місяці тому +1

    সঁচাকৈ বহুত মনোৰমা তোমাৰ কণ্ঠ

  • @pratimapathak7965
    @pratimapathak7965 3 роки тому +1

    Rimasri bhonti git2dhunia hoise suni bhal lagi. Pise baidya khini ilectrick hobo nallagisil. Bea napaba. Koarbabe beautiful .

  • @IlyKakoty-nx8mf
    @IlyKakoty-nx8mf 7 місяців тому +2

    ভাল হৈছে

  • @rupakhi_deka_8837
    @rupakhi_deka_8837 2 місяці тому +2

    Excelent mind blowing song

  • @dipakbora4550
    @dipakbora4550 8 місяців тому +1

    বহুত মজালাগিল তুমাৰ গিত শোনি ❤❤❤

  • @anantaborgohain3971
    @anantaborgohain3971 Рік тому

    সুন্দৰ হৈছে আৰু অতি সুন্দৰ বাহীৰ মাত।

  • @digantadas4228
    @digantadas4228 Рік тому +5

    অতি শুৱলা তোমাৰ কণ্ঠ। আগুৱাই যোৱা আৰু 🙏

  • @pabandeka1075
    @pabandeka1075 5 місяців тому +2

    Bahut bhal। Lagase❤

  • @dulalduwarah3434
    @dulalduwarah3434 3 роки тому +12

    ধুনীয়া হৈছে ..

  • @dadulborah6003
    @dadulborah6003 3 роки тому +4

    রচমি তোমাৰ লোকগীতশোনী ভাল লাগিল। তুমিও বর ধুনিয়া। তোমালৈ মোৰ ধন্যবাদ জ্ঞাপন কৰিছো।

  • @hellochiranjit84
    @hellochiranjit84 2 роки тому +6

    , বৰ সুন্দৰ কন্ঠ আপোনাৰ, এই সুন্দৰ কণ্ঠ যেন চিৰদিন থাকে 💖💖

  • @sorukalita2156
    @sorukalita2156 3 роки тому +2

    ধুনীয়া

  • @miritaniaaoassam3324
    @miritaniaaoassam3324 Рік тому +4

    bohot sundor lagise joy maata saraswati

  • @dipakbharali3672
    @dipakbharali3672 2 роки тому +3

    সুন্দৰ পৰিবেশন ! কৃষ্ণ!

  • @paragdas8598
    @paragdas8598 2 роки тому +4

    অপূৰ্ব কণ্ঠ । আগবাঢ়ি যৱা আমাৰ আৰ্শীবাদ থাকিল ।

  • @samirannath8332
    @samirannath8332 2 роки тому +21

    শক্তিশালী আৰু পৰিষ্কাৰ কণ্ঠ❤️❤️❤️❤️❤️

  • @padumitalukdar6621
    @padumitalukdar6621 Рік тому +1

    বৰ ভাল লাগিল।❤

  • @LakshmanDeka-j6f
    @LakshmanDeka-j6f 2 місяці тому +2

    স‌ুু‌‌‍ন্দৰ কণ্ঠ 👌

  • @rupamkalita2274
    @rupamkalita2274 Рік тому +2

    লোকগীত শুনাৰ মজাই বেলেগ। মই এজন লোকগীতৰ অনুৰাগী। বহুত ভাল লাগে শুনি।

  • @haladhardas2523
    @haladhardas2523 Рік тому +1

    সুন্দৰ হৈছে

  • @pukiasissiborgaonicdsproje4668
    @pukiasissiborgaonicdsproje4668 2 роки тому +1

    ভাল লাগিছে

  • @bipuldeka350
    @bipuldeka350 3 роки тому +3

    ৰীমা,
    ধুনীয়া হৈছে,বাদ্যযন্ত্ৰ শিল্পী সকলৰো অতুলনীয় শৈলী ৷
    ধন্যবাদ জনাইছোঁ ৷৷

    • @pranabbharali642
      @pranabbharali642 3 роки тому

      সুন্দৰ পৰিবেশন

    • @bipuldeka350
      @bipuldeka350 3 роки тому +1

      @@pranabbharali642 হয় থিকেই কৈছে,
      কিন্তু শব্দউচ্চাৰণ দুই এটা ভুল নোহোৱা নহয়,যেনে বৰ -কন্যা নহয় আছলতে বৰ - কইনা হে হব লাগে ৷

    • @amulyanath2238
      @amulyanath2238 2 роки тому

      Amazing voice

  • @sitaramhajong6653
    @sitaramhajong6653 2 роки тому +3

    Rima shree baideo sundor loko
    Geet poribeshon Kora babe
    Antorik dhonyabat jashisu

    • @MoinulSk-sn6ic
      @MoinulSk-sn6ic 5 місяців тому

      Naic❤😂🎉😢😢😮😅😊😊😊😅😢😂❤❤😢😮😅😅😊😊🎉😂❤😂😅😅😊😅❤❤😅😊😊😅😢😂❤❤😊😊😊❤😂❤❤❤😂😂😂😂

    • @MoinulSk-sn6ic
      @MoinulSk-sn6ic 5 місяців тому

      Naic❤❤😂🎉🎉😢😮😅😊😊😊😊😅😮😢🎉😂❤❤❤🎉🎉😮😅😊😊😊😅😅😮😮😢😢🎉😂😂❤❤😂😮😅😊😊😊😮😂❤❤😮😅😅😅❤😂🎉😢😮😅😊

  • @barnilsarma8201
    @barnilsarma8201 2 роки тому +2

    Dhuniya hoise lokageet,moi val paiso.10 bar besi xuniso

  • @kamalakantarabha1393
    @kamalakantarabha1393 2 роки тому +1

    Sundor kontha,. Agoloi abyahoto thakok.

  • @dipankarpathak2290
    @dipankarpathak2290 3 роки тому +2

    সুন্দৰ মনোমোহা, এনে গীত মন প্ৰফুল্ল হৈ যায়

  • @TutumohanHazarika-tg1nq
    @TutumohanHazarika-tg1nq 8 місяців тому +2

    O rimashi da moja dabasor jathua khikaisa no ❤❤❤😊😊😊😊

  • @MIX_ASSAM
    @MIX_ASSAM 7 місяців тому +2

    সুন্দৰ

  • @Your-Lover
    @Your-Lover Рік тому +1

    বৰ ভাল লাগিল।

  • @barman4346
    @barman4346 2 роки тому +4

    सुपर डुपर वॉयस❤️❤️❤️❤️❤️

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 4 місяці тому +1

    সুন্দৰ,, তুমি গাই যোৱা তোমাৰ গীতৰ সুৰ অতিকৈ শুৱলা আৰু সুমধুৰ হৈছে শুনিও ভাল লাগিছে, পৰিৱেশন চাইও আছোঁ চাই আছোঁ খুবেই আনন্দ পাইছো ধন্যবাদ তথা শুভেচ্ছা ও জনালো সকলোলৈ লগতে আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক ভগৱানে তোমালোকক,, এই মানসেৰে ই,

  • @PraneswarDas-c3w
    @PraneswarDas-c3w 2 місяці тому +1

    সুপ্রভাত বহুত ভাল লাগিল।

  • @debenderahazarika8531
    @debenderahazarika8531 Рік тому +1

    বৰধুনীয়ালাগিছে

  • @1noborpotharsissiborgaonic823
    @1noborpotharsissiborgaonic823 Рік тому +1

    Bohut val lagil geet ti huni , 👍😍

  • @manashnath4548
    @manashnath4548 2 роки тому +6

    বহুত ভাল লাগিল। আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ 🙏🌸

  • @hkdasdas3065
    @hkdasdas3065 3 роки тому +2

    Bahut Val lagisay moo sadai sai ASU ashbad dilo

  • @shahsekanderkazi9205
    @shahsekanderkazi9205 3 роки тому +5

    অতি সুন্দৰকৈ লোকগীতি পৰিবেশন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলো।

  • @durlavnath7153
    @durlavnath7153 2 роки тому +1

    Dhuniya dei mat to.aru val haok akhirbad thakil

  • @debarajchandradas930
    @debarajchandradas930 2 роки тому +6

    ৰিমা আপোনাৰ কন্ঠ অতি সুন্দৰ

  • @basantachowdhury2719
    @basantachowdhury2719 3 роки тому

    Bohut dhunia.... Nice

  • @jaandas8693
    @jaandas8693 2 роки тому +7

    সুমধুৰ আৰু অমিয়া সুৰ। মন প্ৰাণ চুই যোৱা গীত।

  • @bpraj1997
    @bpraj1997 Рік тому +1

    সুন্দৰ হৈছে তোমাৰ গীত আৰু আগোবাই যোবাৰ কামনা কৰিলো

  • @tariloykasahariha1364
    @tariloykasahariha1364 2 роки тому +2

    Bohut bhaal lage tumar Geet bur huni ☺️☺️

  • @namitahazarika5704
    @namitahazarika5704 2 роки тому +1

    Bohut dhunia lagil

  • @sanironghang4872
    @sanironghang4872 2 роки тому +1

    Beautiful baa Joni loi bhut Val paisu

  • @nitulkalita4651
    @nitulkalita4651 3 роки тому

    Rima 2mi mohan iman dhuniya mat logote gan tu bahut dhuniya hoise 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @jayantaborahdikhowmukh6492
    @jayantaborahdikhowmukh6492 3 роки тому +3

    বহুত ভাল হৈছে।

  • @Bpegu898
    @Bpegu898 Рік тому +1

    Very love songs go ahead 👌👌👌🙏🙏🙏🙏🙏krishna

  • @dikshitadas5460
    @dikshitadas5460 3 місяці тому +1

    Bhut Dhuniya hoise

  • @p.lagachuofficialplproduct3928
    @p.lagachuofficialplproduct3928 2 роки тому +4

    ধুনীয়া কণ্ঠ 🙏

  • @pratibhamahan
    @pratibhamahan 2 роки тому +1

    সুন্দৰ প্ৰতিভা কণ্ঠ দান শুনি ভাল লাগিল

  • @puttosabar2099
    @puttosabar2099 3 роки тому +2

    Hundor 🙏🙏🙏gitt

  • @parishmita175
    @parishmita175 Рік тому +1

    বৰ লাগিচে ভা