Gan tu huni vhalLagese A Video.tu sai Aru vhal Lagese ba ..mane mane Agor Actor kitack Dekhi pai bohut monot vhal Lagese Eman Bosor Pasot Shyam montika bak Dekhi paii Aru Nisheta bak paii Aru ahe thoka videot Shyam❤mntika Dekhi.Pam buli Akha rakhilu richa ba love from golaght.❤❤❤❤
Legendry women are in one frame my childhood was awesome due to such great ladies, their contribution towards assamese industry are unforgettable , great team work . Gaaan val, guwa val, acting val, dorkhoke besi val kori dibo super hit 🙂
Bohu din pisot shymontika ba dekha palu ❤❤❤❤❤
মৰমৰ জানমণি জনি🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰😅😅😅😅😅😘😗😘😘😗😗
এইবোৰ হৈছে অসমীয়া চলচ্চিত্ৰ জগতৰ সুন্দৰ আৰু পাৰ্গত অভিনেত্ৰী । ৰিচা বা , ৰিম্পীবা , নিশিতা বা, স্যমন্তিকা বা আপোনালোক সঁচাকৈ মোৰ প্ৰিয় আগৰ পৰাই , এতিয়া আৰু পিছলৈ ও ।
মোৰো ভাল লাগিছে ❤️👌
Bohut donor murot syamontika baak dekhi bohut bhal lagise. By the way video tu bohut bhal lagise.
আটাইতকৈ প্ৰিয় অভিনেত্ৰী সকলক দেখি ভাল লাগিল❤❤
Shyamantika baa ako ghuri ahil bht vl lgise❤
Eyat thoka baa hokolobe dhuniya love from goal para 👌👌👌👌👍👍💞💞💞💕💕💝💝💝
ভাল লাগিল গীততি।। তাতে আকৌ প্রিয় অভিনেত্রী সকল।। এওঁলোকক লবচোন গীত বিলাকত বৰ ভাল লাগে।❤
Um hosai purona ovinettri aru ovinettra hokol thakile anei kiba ata vl lage ❤️❤️
Kkkkkkkk
ভাল লাগে যেতিয়া ইউটিউবাৰক স্হান নিদি প্ৰকৃত অভিনেত্রীৰ যোগেদি ভাল কিবা এটা আমাক দিবলৈ যত্ন কৰা হয়। বহুত বহুত ধন্যবাদ😇
khsai video sai bhut besi val lagil.. agoloi anekua mojaa video pam buli akha thakil.. 🔥🔥🔥❣️❣️
Val lagile🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥, ❤❤❤❤❤❤❤🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥
ইমান ধুনীয়া লাগিছে,,,আমি সৰুহৈ থাকোতে এওঁ লোকৰ ৰাজ চলিছিল 💝💝💝 Tnq so much Giving wonderfull song again another Level 💝💝💝
প্ৰিয় অভিনেত্ৰী কেইগৰাকীক একেলগে দেখি ভাল লাগিল
ধন্যবাদ ৰিছা, ইমান ধুনীয়া এটি গীত আগবঢ়াই দিয়াৰ বাবে। সঁচাকৈ বৰ ধুনীয়া হৈছে। এই গীত টো বাবে এই তিনিও গৰাকী মৰমৰ অভিনেত্ৰীয়ে শ্ৰেষ্ঠ বাছনি। বৰ ধুনীয়াকৈ ভিদিঅ টি সঁজাই পৰাই কৰা হৈছে। তাৰ বাবে শচীনকো ধন্যবাদ থাকিল।
Bor hundor 1ta gaan val lagil huni 😊❤
একেবাৰে সাধাৰণ কথা বোৰত গুৰুত্ব দিছে যাৰ ফলত সোণত সুৱগা হৈ পৰিছে। ভাল লাগিল ❤
Khub xundor.dhuniya hoise gaan tu logote video sai bohut bhal lagise❤❤
সচাঁ বহুত বহুত ভাল লাগিল দেই 😘😘😘😘❤❤❤🙂🙂🙂🙂😍😄
Vall lagil geet ti khuni,puroni bilak natun rupot.bohut val lagil
Biratei bhal lagil gaantu logote Rimpi Syaman aru Nisita baa ❤️
বৰ সুন্দৰ হৈছে।একেলগে তেওঁলোকক বহু দিনৰ মূৰত দেখিলো।
মোৰ প্ৰিয় অভিনেত্ৰী কেইগৰাকী ❤️❤️❤️,, বহুত বহুত ধন্যবাদ ৰিচাবা ,আমাক এই চিজনটোৰ আটাইতকৈ ধুনীয়া গীতটি উপহাৰ দিয়া বাবে,,,লগতে মোৰ প্ৰিয় অভিনেত্ৰী কেইগৰাকী ক দেখুওৱা ৰ বাবে
কি সুন্দৰ উপস্থাপন !
আজিৰ সময়ত আটাইকেইগৰাকী প্ৰিয় অসমীয়া অভিনেত্ৰী আৰু ৰিচা ভৰদ্বাজৰ সুন্দৰ কণ্ঠেৰে গীতটোৰ অডিঅ আৰু ভিডিঅ সকলোখিনি অত্যন্ত ধুনীয়া হৈছে ৷ ৰঙালী বিহুৰ সকলোখিনি ৰীতিনীতিৰ কি সুন্দৰ উপস্থাপন !
Totally impressed ❤️❤️❤️
Mojjjah Richa baa 😌 Nishita baa , rimpi baa , ru shyamontika baa gutei keijonir lgt apunak dekhi vll lgil 🙂❤️ video mojja lgil love from sivasagr 😌❤️
Bohut dhunia lgl video tu ba🥰
খুউব ভাল লাগিল সকলোখিনি। শ্যামন্তিকা বাক আকৌ "জানমণি"ৰ চৰিত্ৰত চাব বিচাৰো।
Tamam mojaaaaa lakse kin2 ❤❤❤
3 joni avainetri mor priyu ♥️♥️dekhi vl lgil bhut dinr murot ♥️♥️
Geet tu xuni bohut bohut besiei val lagil ba ❤️❤️❤️❤️❤️ tumi aru aguai jua ❤️❤️❤️❤️❤️❤️
Wowww😍😍😍eman j dhuniya lagise hokoluke🥰🥰❤❤❤bohut bhal lagil❤❤
Richa baa apunk besi vl lge aru bhut dhuniya lgise 😍❤️❤️❤️❤️
Bohut bhal lagil huniu aru saiu...sob tholua bostu dekhilu ❤..kintu kopou phul pah bor miss korilu...tothapiu 10 r vitorot 10❤
Really bhut dhonia lgesi...both off beautiful...nice song...
Bo dhuniya gan ba❤️ all the best ❤️👍
🎉সুন্দৰ🎉 ভাল লাগিলদেই "ৰিচ্ছা"
Eman xundor ..xuni thakibo mon jai 🥰🥰
Sai moja lagel ba ❤️
Dhuniya lagil sai❤️
Good to see again rimpi ba( my only fvrt assamese actrees) and shyamantika ba
" কুঞ্জলতা " ২০ বাৰ শুনিলোঁ ।
সুন্দৰ কন্ঠ ❤️❤️❤️
সুন্দৰ অভিনয় ❤️❤️❤️
গীতৰ কথা,সুৰ, সংগীত সকলো বিলাক বৰ ধুনীয়া হৈছে।
সাংস্কৃতিক বৰঘৰলৈ " এক নতুন পুষ্পাঘʼ " গীতৰ শৰাই য়ে ৰঙালী বিহুৰ সকলোখিনি ৰীতি-নীতি কি সুন্দৰ উপস্থাপন । আৰু নৈ পৰীয়া গাঁৱলীয়া জীৱনৰ জীপাল ছবি এখন দাঙি ধৰিছে । এইয়া সাংস্কৃতিবান পৰিয়ালৰ "ৰিচা"ৰ মাক- দেউতাক আৰু ভায়েকে আগবঢ়োৱা অৱদানৰ ফচল । শিল্পী , সাংস্কৃতিক যোদ্ধা " ৰিচা " আৰু আগলৈ কালজয় যুগজয় গীত গায় সাংস্কৃতিক বৰ ঘৰত উজ্বল নক্ষত্ৰ হৈ জিলিকি উঠক তাৰেই কামনা কৰিলোঁ।
শেষত " ৰিচা " তোমালৈ বহুত বহুত মৰম, শুভেচ্ছা আৰু শুভকামনা ❤️🙏
~ ধন্যবাদেৰে ~
মন্টু কলিতা
Bahut vl lgise. Gutei keita baa a ai ovinoy kora babe bht vl lgise.. Ai 3o joni baa k akeloge dekhi he xosakoi bihu oha jen atiya he lagise❤❤❤
Mojjah
Bhut duniya hoise baa.....❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
খুবেই সুন্দৰ হৈছে গীতটো ভাল লাগিল।❤️❤️❤️❤️
Bhut vall lgise apuna lukok❤ ru video tu
বৰ সুন্দৰ হৈছে।।
Bohut val lagil bihu gantu ......... Monor pora valpua abhinetri 3 goraki dekhi je bohut val lagil❤❤❤
একেলগে ৩গৰাকীক দেখি ভাল লাগিল ❤বৰ ধুনীয়া হৈছে
Hosai sbke val lgise❤❤❤❤
Bohut val lagil ❤️❤️
Bhal lagil gantu sai ❤❤
Dhunia tmm dhunia
All everything juiii 🔥👌👍🙏🌺♥️🎸🎧🎶💐 beautiful voice,♥️♥️🎤🎻🎸
বৰ ধুনীয়া হৈছে...😍
সুন্দৰ কন্ঠ ❤ শিৱসাগৰৰ পৰা মৰম যাচিলো
সুন্দৰ বা❤❤❤❤❤❤❤
Gan tu huni vhalLagese A Video.tu sai Aru vhal Lagese ba ..mane mane Agor Actor kitack Dekhi pai bohut monot vhal Lagese Eman Bosor Pasot Shyam montika bak Dekhi paii Aru Nisheta bak paii Aru ahe thoka videot Shyam❤mntika Dekhi.Pam buli Akha rakhilu richa ba love from golaght.❤❤❤❤
এই অভিনেত্ৰী সকলক লবলৈ গানটোৰ এটা দম থাকিব লাগিব যি নেকি এই গান টোৰ আছে।সুন্দৰ গান ।
Mojja liges 💐💐💐
Dhunia hoise gaan & video both❤❤❤❤
Richa❤❤❤
Mojja mojja mojja mojja mojja mojja mojja mojja mojja mojja
সুন্দৰ
Aiyoo ki mojaa hoise❤
গানটোৰ video টোৱে এখন নিভাঁজ গাঁওৰ বিহুৰ উখল মাখল সুন্দৰ পৰিৱেশ দাঙি ধৰিবলৈ সক্ষম হ'ল,যথেষ্ট ভাল হৈছে 👍
ইমান ভাল লাগিল❤❤!!! তাতোকৈ প্ৰিয় অভিনেত্রী কেইগৰাকীক দেখি আৰু ভাল লাগিল।
সংগীত অনবদ্য 💕💕💕💕🥰
Val lagil ♥️♥️
Bohut besi dhunia ♥️
Birat dhunia lagil
Richa baa mojja hoise gan tu ❤❤❤Wow. Nice song. ❤
Legendry women are in one frame my childhood was awesome due to such great ladies, their contribution towards assamese industry are unforgettable , great team work . Gaaan val, guwa val, acting val, dorkhoke besi val kori dibo super hit 🙂
Rimpi baa jui 🔥🔥 . ..my favourite all time you
♥️♥️♥️♥️♥️♥️ Dhunia
বহুত ভাল লাগিল legendary actress আমাৰ মাজত আকৌ আহিছে, thank you Richa baa apuni to mur all time favourite
বহুত বেছি ভাল লাগিলে ❤❤❤❤❤l love you ❤️ ba
❤❤ অতি সুন্দৰ প্ৰদৰ্শন । গাঁৱৰ পৰিবেশ ভাল লাগিল।❤❤
Mojja lagil baa ❣️💞 love from Tezpur ♥️♥️❤️💞
গানটো ৰঙালী বিহুৰ সময়ত ❤❤❤ দিলে ।
বহুত ভাল লাগিল হৈ।।।❤❤
Dhuniya 😊❤❤🎉
Dhunia lagise....odorkari dujoni man luat ke puroni hokolok lobo lage
Shyamontika baa ❤🥀😘
Khub val lagil ❤
বহুত সুন্দৰ হৈছে 👍👍 আগন্তুক দিনলৈয়ো শুভেচ্ছা থাকিল 🙏🙏
Bohut dhunia ❤️
Bohut besi dhuniya lagise baa... 😀❤️
Enke aguai jua axom edin Bollywood r xoman t thakibo saba 💝
A mozah......2023 r best video song original actress ❤️ ❤️ 😘..🔥🔥🔥🔥
ইমাণ ধুনিয়া গানতো বহুত মৰম আপোনালোকলৈ ❤
সুন্দৰ কন্ঠ 😍♥️ মংগলদৈৰ পৰা মৰম যাচিলো 😊
love from Gogamukh . ❤❤❤❤ bohut val hoise
Shyamontika baa rimpi baa nishita❤️akeloge dekhibole bohut bohut bhal lagise
Congratulations baa 1dinte 10k cross hoi goise I hope millions like comment ahib...
Duniya lagise 😮😮😮😮
This is what we want
Not the so called youtubers but the real assamese talents 🌼
বহুত ধুনীয়া লাগিল গানটো
সুন্দৰ গীত ❤ ।। ৰিম্পী বা 🔥🔥🔥🔥
Bohut dhunia
Dhuniya hoise ba tumar gan kunibo bohot bohot vhal lage 🙏🙏🙏🙏🙏🙏🙏❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
Assamese legendary actresses in one frame 🤩🤩🤩
Nostalgic kri dla deha... Keep up the good work. Luv you lots 😍😍😍
পুৰণি এই সকল অভিনেত্ৰীক নতুন খিনিয়ে চেৰ পেলাব নোৱাৰে কেতিয়াও ! বৰ মৰমৰ এওঁলোক !!
প্ৰিয় অভিনেত্ৰী সকলোক একেলগে দেখি ভাল লাগিল। ❤️