Dhone Karhi Nile Mon | Official Music Video | Maitrayee Patar | Gayatri Mahanta | Sumki K | Apuraj G

Поділитися
Вставка
  • Опубліковано 6 жов 2024
  • 'লাই হালে জালে দুবৰি বন
    লফা হালে জালে দুবৰি বন
    ঐ কিনো অসমীয়াৰ বিহুটি আহিলে
    একোতে নবহে মনে কি ঐ মনে
    নিলে কি ঐ ধনে, নিলে কি নিলে কি ঐ
    ধনে কাঢ়ি নিলে মন'
    সদৌটিলৈ আগন্তুক ব’হাগৰ শুভকামনা জনালোঁ। বাপতিসাহোন হেঁপাহৰ বিহুটিলৈ আৰু মাত্ৰ এসপ্তাহ। ব’হাগী হেঁপাহতে আমিও প্ৰথমবাৰৰ বাবে আপোনালোকলৈ বুলি পৰম্পৰাগত বিহুনাম এফাঁকি যুগুতাইছোঁ। নাম থৈছোঁ ‘ধনে কাঢ়ি নিলে মন’। কাইলৈ পুৱা আপোনালোকে শুনিবলৈ বুলি মুকলি কৰি দিম। আশীৰ্বাদ কৰিব।🙏🏽🌻
    Presenting the official music video of our traditional Bihu 'DHONE KARHI NILE MON'
    #maitrayeepatar #gayatrimahanta #sumkikachari #bihu #explore
    Special Thanks:
    Arindam Baruah, Pallab Talukdar, Daradi Patar, Pallabi Hazarika (Prajapati Assamese Jewellery), Gauri Mahanta Goswami, Ankita Baruah, Runumi Bharali, Barada Patar, Rupkrishna Patar, Mridul Haloi, Himan Das, Serjen Mego, Sudipta Dipak Baruah, the villagefolk of Bherbheri Village, Chandubi
    Audio Credits:
    Vocals- Maitrayee Patar
    Lyrics, tune- Niranjan Goswami
    Dhol- Lachit Baruah, Biswajit Gogoi
    Flute- Koilash Rabha
    Pepa, Toka, Taal, Gogona, Badungdunga- Piti Borah
    BGM (trailer), Sound Recording and technical supervision- Pallab Talukdar
    Mixing & mastering- Ibson Lal Baruah
    Chorus- Maitrayee Patar, Sweety Das, Debeswar Saikia
    Recording studio- Kauzzy Studio, Guwahati
    Video Credits:
    Direction, DOP, Editing & DI - Apuraj Gogoi
    Casting - Gayatri Mahanta, Maitrayee Patar & Sumki Kachari
    AD - Mithurani Gogoi
    Dance choreography - Diganta Das
    Camera Assist - Hrishikesh Baruah
    Make up - Chimi Bhuyan
    Make up assist - Jyotishmita Kalita
    Photography- Koustav Phukan
    Art Director- Sona uddin
    Production Manager- Dhanjit Haloi

КОМЕНТАРІ • 949

  • @tanmayhandique_
    @tanmayhandique_ 6 місяців тому +182

    থলুৱা সুৰ, থলুৱা শব্দ, থলুৱা পৰিৱেশ❤
    সকলোবোৰ খাটিঁ...
    চ'ত মহীয়া প্ৰখৰ ৰ'দ
    শিমলু তুলাবোৰ উৰিছে
    দেন-মন ৰাইজাই কৰি যায়
    বহাগলে বা কিমান দিন...💚
    শৈশৱৰ VCD ৰ দিনবোৰ কৰবাত হেৰুৱাই পেলাইছো, গায়ত্ৰী বাক দেখি এৰি অহা সোনালী দিনবোৰলৈ আকৌ পাখি মেলি উৰা মাৰে 😢😊
    সি যি কি নহওঁক সকলোলৈকে ৰঙালী বিহুৰ অলেখ শুভেচ্ছা জাছিলো😊❤😍
    শিৱসাগৰৰ পৰা...

    • @bipulboruah6536
      @bipulboruah6536 6 місяців тому +3

      Nice comment 💞💞💞

    • @mridulagogoi420
      @mridulagogoi420 6 місяців тому

      😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊

    • @walklikeanEzyptian
      @walklikeanEzyptian 6 місяців тому +1

      👌

    • @labhitakalita130
      @labhitakalita130 6 місяців тому

      Inna

    • @_Nishita_Mahanta_02
      @_Nishita_Mahanta_02 6 місяців тому +1

      Xundor cmnt ❤

  • @AnkurJoyti123
    @AnkurJoyti123 5 місяців тому +55

    গায়ত্ৰী বা সদায় বিশেষ❤️।। কাৰণ কেলেই, বায়ে আমাৰ বিভাগৰ চিনিয়ৰ গৱেষিকা ছাত্ৰী।

  • @kristinakalitaaa
    @kristinakalitaaa 6 місяців тому +96

    *গায়ত্ৰী বা জনী যে কিয় ইমান মৰম লগা* 🥹🥰 *লগতে গানটোৰ Audio আৰু video খুব সুন্দৰ* ♥️

  • @subhaasomsubhaasom7181
    @subhaasomsubhaasom7181 6 місяців тому +312

    গায়েত্ৰী বা ক লৈ অহা বাবে আপোনাক ধন্যবাদ মৈত্ৰেয়ী বা ।

  • @Dhirenkonch-ef2ug
    @Dhirenkonch-ef2ug 5 місяців тому +263

    গায়ত্ৰী বা আকৌ কেমেৰা আগত দেখা দিয়া কোনে কোনে বিচাৰে লাইক কৰা🥰🥰

  • @তৰংগিনী
    @তৰংগিনী 6 місяців тому +37

    প্ৰিয়ৰ সমাহাৰ গোটেইটো। বা অ ' কি যে ভাল লাগিছে। বহাগৰ ৰাগী লাগিছে এতিয়াহে। গায়ত্ৰী বা ইমান বছৰৰ মূৰত। উফ। খুব ভাল পালোঁ। ❤জন্মদিনৰ শুভেচ্ছাও পঠিয়ালো দেই আপোনালৈ। ❤

  • @Axomiya01-y8q
    @Axomiya01-y8q 6 місяців тому +118

    গায়েত্ৰি বা emotion for VCD generation ❤😊:)

  • @bedabyashborah1908
    @bedabyashborah1908 6 місяців тому +19

    এশাৰী কৈ পেলাওঁ।
    মৈত্ৰেয়ী বাৰ কন্ঠ তাতে আকৌ আমাৰ মৰমৰ গায়ত্ৰী বা...... বেলেগ অকন অনুভৱ। ভাল লাগিল বহু দিনৰ মূৰত জোনবাই জনী ওলাই আহিছে। এই যে আহিছে আমি আশা কৰিম আকৌ এনেদৰে সঘনাই দেখা পাবৰ বাবে।❤️
    মৰম: বিশ্বনাথ।🙏

  • @jimidas7050
    @jimidas7050 5 місяців тому +26

    আমাৰ মৰমৰ গায়ত্ৰী বাজনীক দেখি সঁচাই বহুত ভাল লাগিল। আটাইতকৈ ধুনীয়া তেওঁ ❤️

  • @monishaborah3324
    @monishaborah3324 6 місяців тому +34

    তিনি গৰাকী কে ধুনীয়া লাগিছে, ইমান ধুনীয়া বিহু গীত এটা উপহাৰ দিয়া বাবে বহুত বহুত ধন্যবাদ।❤❤❤

  • @talestoinspire7323
    @talestoinspire7323 5 місяців тому +4

    মৈত্ৰেয়ী বা পিঠা বনোৱা চৌকা কেইটাত জুই ধৰি ল’ব লাগিছিল। ইমান পাৰফেক্ট কাম এটাত, ইমপাৰ্ফেক্সন দেখিলে দৃষ্টিকটু লাগে। যিহেতু সেইখিনি কৰি ল’ব নোৱাৰা কাম নহয়।
    কেঁচা মাটিৰ গোন্ধ থকা গীতটি বৰ ভাল পালোঁ 💚

  • @purbanchalassam
    @purbanchalassam 6 місяців тому +4

    ভাল লাগিল । এটা নিভাজ বিহু শুনিবলৈ পালোঁ❤ লগতে গায়ত্ৰী বা ৰ পোনৰাগমন দেখি নষ্টালজিক

  • @জয়মহাকাল-শ৯ভ
    @জয়মহাকাল-শ৯ভ 6 місяців тому +21

    গায়ত্ৰী বা অট’ত বহি জোনবাইৰ পৰ্বতৰ ঢেকীয়া গানটো মনত পৰি গ’ল নেকি বাৰু 😊 গায়ত্ৰী বা সদায় প্ৰিয় ❤️😍

  • @parashmonigogoi7470
    @parashmonigogoi7470 6 місяців тому +45

    নটিফিকেশ্যন অহা লগে লগে চাব আহিছোঁ।
    নিজৰ জন্মদিনত নিজলৈয়ে শ্ৰেষ্ঠ উপহাৰচোন বাই😍
    ভাল পালোঁ। ৰাগী লগা বিহু। ইমান নিভাঁজ। পকা ৰহিৰ সোৱাদতকৈও মিঠা সুৰৰ সমাহাৰ। ব'হাগ পকিবলৈ ইয়াতকৈ বেছি নালাগে আৰু বাই। এইষা ঝেং হৈছে দৌ❤

    • @kushalsaikia1214
      @kushalsaikia1214 6 місяців тому

      জন্ম দিনৰ বহুত শুভেচ্ছা ।।

    • @bipulboruah6536
      @bipulboruah6536 5 місяців тому

      Nice comment ❤❤❤

  • @frustratedtells6104
    @frustratedtells6104 6 місяців тому +5

    04:09_04:11 সময় খিনিত জোনবাই লৈ মনত পৰি গল, কিমান যে ভাল লগা সময় আছিল সেইখিনি... পিছে ভাল লাগিল গান তো আৰু গায়ত্ৰী মহন্ত বা 👌❤️🧿

  • @jimpibora2344
    @jimpibora2344 6 місяців тому +26

    গায়ত্ৰী বাক বহুত বছৰৰ বিৰতিৰ পাছত অভিনয় জগতত দেখি মনত বহুত আনন্দ পালোঁ ❤❤বা তোমালৈ ধন্যবাদ🙏❤️🥰গোলাঘাটৰ পৰা মৰম যাচিলোঁ ❤❤ ❤

  • @rimjhimdutta1722
    @rimjhimdutta1722 6 місяців тому +4

    পোন প্ৰথমে মৈত্রেয়ী বাক জন্মদিনৰ অলেখ শুভকামনা জনালো। বিহুটো শুনি বহুতেই ভাল লাগিল.... বহু দিনৰ পাছত গায়িত্ৰী বাক দেখা পাই ভাল লাগিল। ❤❤❤

  • @ChefBBsKitchen
    @ChefBBsKitchen 6 місяців тому +3

    Iman je bhal lagil Maitrayee ❤❤ aru Tinijoni ke khub dhunia lagise aru tinijoni ye moromor . Bihur xubheshya dei .

  • @surajdas6420
    @surajdas6420 6 місяців тому +31

    Gaytri ba babe like

  • @rajumoran7131
    @rajumoran7131 6 місяців тому +5

    সুন্দৰ। গোস্বামী ছাৰৰ কাম সদায় নিভাঁজ বিহু আধুনিকতা ৰহিত তাতে আকৌ মৈত্ৰেয়ীৰ কন্ঠৰে নিগৰিছে অপূৰ্ব হৈছে।

  • @RohitR12474
    @RohitR12474 6 місяців тому +33

    বহু আশাৰে বাট চাই আছিলো। গীতটি বিচাৰে ধৰণে অকণমান কৰবাত নাপালোঁ। সেয়া আপোনাৰ দোষ মুঠেও নাই। এইয়া মই বেছি আশা কৰাৰ বাবে যেন এনে অনুভৱ হৈছে। কথা হ'ল অভিনেত্ৰী গায়ত্ৰী বাৰ। বাক বহু আগৰ পৰাই দেখি আহিছো। অভিনয়ৰ ক্ষেত্ৰত একো নকওঁ। বহু দিন বিৰতিৰ পাছত যে পুনৰ উভতি আহিছে সেয়াই আমাৰ বাবে এক উপহাৰ। গীতটি সকলোৱে আদৰি লব বুলি মোৰ বিশ্বাস। শুভেচ্ছা থাকিল 🎉

  • @parthapratimsaikia9353
    @parthapratimsaikia9353 6 місяців тому +7

    5:23 Beyond forgery, beyond imitation, pure Home aesthetics! In Assamese we say, বুকুখন বিষায় গ'ল (make my heart skip a beat!), this video made me feel that. বিহুৰ বতৰত ঘৰৰ পৰা দূৰত থকাৰ দৰে দুখ নাই । আৰু গায়াত্ৰী বা ❤

  • @supriya2975
    @supriya2975 6 місяців тому +5

    মৰমৰ মৈত্রেয়ী বা,
    ওপজা দিনৰ অলেখ অযুত শুভকামনা জনালোঁ। মই ভাবো এই দিনটো অসম তথা অসমীয়া সংগীত জগতলৈ এক উপহাৰ। আগলৈও এনে সুন্দৰ গীতৰ বাবে অপেক্ষা কৰিম। ❤❤
    মৰমেৰে,
    পাঠশালাৰ পৰা
    সুপ্রিয়া❤

  • @bhagyasridas4058
    @bhagyasridas4058 6 місяців тому +2

    Eman dhuniya lagise bihu ti xuni❤❤❤.. Gayatri ba uff agor junbai joniloi mnt pori gol🥺❤.. Aru gayika ba joni eman dhuniya lagise mat Tu o dhuniya aru xobdo bur eman dhuniyake byobohar krise ❤❤❤love from sualkuchi❤❤

  • @leelawatidekabaruah4057
    @leelawatidekabaruah4057 6 місяців тому +3

    বৰ সুন্দৰ কণ্ঠ। গায়ত্ৰী মহন্ত আৰু চুমকী কচাৰীৰ মন পৰশা বিহু নাচ। ভাল লাগিল তোমাৰ নতুন গীতৰ সমাহাৰ। আশীৰ্বাদ কৰিছো। ভৱিষ্যতৰ উজ্জ্বল কামনা কৰিলোঁ ❤

  • @AbilashKachari
    @AbilashKachari Місяць тому

    🗣️বহুত ধুনীয়া তাতে আৰু Gayatri বা 💝 আজি কালিৰ ল'ৰা ছোৱালী বোৰ ন ক'ত চেনি পাব Gayatri বাক, কিমান যে চাইছিলো বাৰ চেনিমা বোৰ 📌❤️it's emotional Gayatri Baa....

  • @sgogoi459
    @sgogoi459 6 місяців тому +7

    সুন্দৰ🎉🎉 ধুনীয়া হৈছে❤❤
    গায়ত্ৰী বাৰ পুনৰ আগমন...👌👌 শুভেচ্ছা থাকিল সকলোলৈ......

  • @bishnurampatar9239
    @bishnurampatar9239 5 місяців тому +1

    বঢ়িয়া। আগুৱাই যোৱা।।পাটৰ উপাধি কতো পোৱা নাযায় দেখিবলৈ।পাটৰ দেখি ভাল লাগিল।

  • @cartoon5888
    @cartoon5888 6 місяців тому +3

    Gayatri bak dekhi monto vl lagi gol❤❤❤ nd bhut duniya lagise hokoluke

  • @sangitaborah5519
    @sangitaborah5519 5 місяців тому +1

    অতি সুন্দৰ মৈত্ৰেয়ী বা উফ আপোনাৰ কন্ঠ ❤ লগতে গায়ত্ৰী বাক আকৌ এনেদৰে দেখা পাই খুব ভাল লাগিল। এতিয়াহে বিহু বিহু লাগিছে গাত ❤❤

  • @mahim_kr_nath_GPL
    @mahim_kr_nath_GPL 6 місяців тому +7

    বাইদেউ আগতীয়াকৈ ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ❤অসমবাসীৰ লৈ মৰম যাচিলো🙏❤️

  • @NikumoniDeka-rr7zq
    @NikumoniDeka-rr7zq 6 місяців тому +1

    Gayatri ba 😭😭bhut miss kri asilo ba....ako ahar babe bhut vl lgise.....ba adin osarar pra lg pb bhut mn ase.....apnar cinema moi kiman je sai thku....🥰🥰 Love you ba..😘😘

  • @okokgirlmetlalagirl
    @okokgirlmetlalagirl 6 місяців тому +4

    Seeing Gayatri ba back gave flashbacks of my childhood memoriess, thank you ba

  • @hriyankouraagmusic4080
    @hriyankouraagmusic4080 6 місяців тому +1

    Uff maitrayee baar kontho😍 aru gaietry baa, chumki baar Abhinoi tu nkoue aru😍❤️ Bohut bohut morom hokoluloi❤

  • @jubinburagohain9063
    @jubinburagohain9063 6 місяців тому +5

    জন্ম দিনৰ অলেখ শুভেচ্ছা জনালোঁ বা🎉🎉 ভাল লাগে আপোনাৰ কণ্ঠ লগতে লিখনি ।। আগুৱাই যাওঁক সপোনৰ শীৰ্ষলৈ তাৰে কামনা কৰোঁ এজন আপোনাৰ অনুৰাগী বা ভাইটি হিচাপে

  • @alimuliassam6405
    @alimuliassam6405 6 місяців тому +1

    বৰ সুন্দৰ হৈছে দেই মৈয়ত্ৰী বা❤❤
    গায়ত্ৰী বা আৰু চুম্কি/বিউটি বা ক দেখি আৰু বেছি ভাল লাগিল। সুন্দৰ বিহু উপহাৰ পালোঁ❤
    #prakashbarman

  • @niharika381
    @niharika381 6 місяців тому +3

    Aiooo junbai jni.....🥹❤️
    গানটো অতি সুন্দৰ হৈছে বা....🎉❤

  • @ankitabaruah6532
    @ankitabaruah6532 6 місяців тому +2

    Bor dhunia gantu❤❤tate Gayotree bar acting.. Ufff junbai mnt pri gol🙏😍

  • @helinacreation4840
    @helinacreation4840 6 місяців тому +6

    Hosake Gayatri baak dekhilei agor axomiya cinema loi mont pore 🥺💕😍🌼

  • @shivanidevi1210
    @shivanidevi1210 5 місяців тому

    Beauty bailung'r acting val lage heibuli sob music video, short film te ulua tu proyujon nohoi buli vabu...amoni lagi Jai

  • @AnganMusic
    @AnganMusic 6 місяців тому +4

    Litreally after years...gayatri baa is still as beautiful as jonbai 😭❤️

  • @Simanta_saikia
    @Simanta_saikia 6 місяців тому +1

    গানৰ অৰ্থ কেৱল জুবিন দা শংকুৰজ আৰু ময়ত্ৰয়ী বা ৰ কণ্ঠত আছে ❤❤❤❤ বহু মৰম

  • @sampriteegoswami5790
    @sampriteegoswami5790 6 місяців тому +4

    অধীৰ অপেক্ষাৰ অন্তত গীতটি শুনিবলৈ পালো। ধন্যবাদ মৈত্ৰেয়ী বা, ইমান সুন্দৰ বিহু গীতটি আমাক উপহাৰ দিয়াৰ বাবে ☺️❤️...

  • @ankuritasaikia2200
    @ankuritasaikia2200 5 місяців тому +1

    কিমান যে ভাল লাগিছে, বুজাব নোৱাৰোঁ। সঁচাকৈ বিহু বিহু লাগি গৈছে।ভিডিঅ'টো চাই চাই কিয় যে আৱেগিক হৈ পৰিলোঁ!

  • @drishtipriyarabha5894
    @drishtipriyarabha5894 6 місяців тому +5

    পেঁপাটি লৈ যদি ৰাগ ঐনিতম দা ওলাল হয় 🥺❤️

    • @MatoSaikia
      @MatoSaikia 6 місяців тому +1

      ময়ো ভাবিছো।ভাবিছিলো ৰাগ বুলি

  • @kyakhayalhai4064
    @kyakhayalhai4064 6 місяців тому +2

    গায়ত্রী বাক বহু দিনৰ মূৰত দেখা পাই সঁচাকৈ বহুত ভাল লাগিল।।

  • @AssamkaAwesome__
    @AssamkaAwesome__ 6 місяців тому +7

    কেতিয়া সুনিম কেতিয়া শুনিম বুলি আজি পালোঁ শুনিব 💟

  • @rudrojitsvlogs5338
    @rudrojitsvlogs5338 6 місяців тому +1

    Gayatri Mahanta is our emotions of childhood favorite actress.❤
    Lots of love from Shillong 💜🌷

  • @everythingispossible7947
    @everythingispossible7947 6 місяців тому +8

    ককাইদেউ সকলে ভুল নাভাবিব নামতিয়ে ধনে কাঢ়িনিলে মন অৰ্থাত টকা-পইচা কথাহে কৈছে ।
    সজাগ -সচেতনে আগ বাঢ়িব। ❤

    • @tanmayhandique_
      @tanmayhandique_ 6 місяців тому

      😆, হয় জানো
      চেনাই নাম হে চাগে ধন

  • @stneppo4295
    @stneppo4295 6 місяців тому +2

    Thank you for the bihu GIFT 🎁 so adorable ❤ I am in love with this masterpiece 👌♥️ i had heard this masterpiece more than 40 time but it didn't feel me bored ❤

  • @barasadas4696
    @barasadas4696 6 місяців тому +5

    জোনবাইৰ জোনালী ❤️🔥

  • @rinkigogoi7455
    @rinkigogoi7455 6 місяців тому +2

    অসমীয়াৰ আবেগ ,অনুভূতি সকলো গায়ত্ৰী বা❤❤লগতে টো আমাৰ বাইলুং বা আছেই❤❤❤

  • @___dikshajyoti___
    @___dikshajyoti___ 6 місяців тому +3

    জন্ম দিনৰ বহু বহু শুভেচ্ছা আৰু মৰম থাকিল বা.. বাকি আপোনাৰ গানবোৰ সদায় প্রিয়❤🌻 চিৰসেউজ

  • @sewalisaikia7352
    @sewalisaikia7352 6 місяців тому +2

    বহুত সুন্দৰ হৈছে বা ❤ লগতে তোমাৰ এই বিশেষ দিনটোৰ শুভকামণা জনালোঁ 🎂❤

  • @biswajit_kalita_
    @biswajit_kalita_ 6 місяців тому +4

    ধামাকা টো এইটোহে আছিলে 🔥❤
    শুভেচ্ছা থাকিল বা

  • @dhrubafilms5576
    @dhrubafilms5576 6 місяців тому +2

    Bohu bosor pst gaye try bak dekhi vl lagile ❤❤❤bihu

  • @biswajyotiarandhara9402
    @biswajyotiarandhara9402 6 місяців тому +3

    খুব সুন্দৰ হৈছে উপস্থাপন শৈলী ❤❤

  • @kishorekangkan4343
    @kishorekangkan4343 6 місяців тому +1

    বৰ ভাল লাগিল মৌ বা❤ ৷ প্ৰিয় অভিনেত্ৰী গায়ত্ৰী বা আৰু বাইলুং দৌস্তীক দেখি ধুনীয়া লাগিছে❤❤

  • @simantasvlogs1647
    @simantasvlogs1647 6 місяців тому +9

    মোৰ মৰমৰ গায়ত্ৰী বা ❤

  • @priyankapanika-ns6mu
    @priyankapanika-ns6mu 6 місяців тому +1

    বহুত ধুনীয়া লাগিছে।। ধুনীয়া বিহু গান এটা ❤

  • @kapilsonowal6289
    @kapilsonowal6289 6 місяців тому +6

    Old is always gold❤@Gayatri mahanta ba❤❤

  • @manjitman2384
    @manjitman2384 6 місяців тому +1

    সুব এটা বিহু গীত সকলোকে ৰঙালী বিহুৰ আগতীয়া শুভেচ্ছা জনালোঁ আৰু ইমান দিনৰ পিছত আমাৰ জোনালি ( Gayatri ) বাক দেখি আৰু বেছি ভাল লাগিল

  • @latestassamese.....
    @latestassamese..... 6 місяців тому +4

    গায়ত্ৰী বাৰ কাৰণে এটা like

  • @SarzenRabhaMego
    @SarzenRabhaMego 5 місяців тому

    আজিহে চালোঁ । ভাল হৈছে ভিডিঅ’টো । এনেকুৱা বিহুনাম আজিকালি শুনিবলৈ নোপোৱাই হ’লো । আপোনাৰ পৰাই আশা কৰিব পাৰোঁ ।

  • @Nabajyoti551
    @Nabajyoti551 6 місяців тому +5

    Nice song🎵😊😊😊

  • @priyankakalita5102
    @priyankakalita5102 5 місяців тому +1

    গায়ত্ৰী মহন্ত বা সদায় প্রিয়❤
    আপোনাৰ পৰা আৰু ধুনীয়া ধুনীয়া কাম চাব বিচাৰোঁ।

  • @CricketGuruAssam
    @CricketGuruAssam 6 місяців тому +242

    IPL LOVERS ATTENDENCE HERE ❤❤❤❤💜💜🧡🧡🧡🧡💛💛💛💙💙💙

  • @bidishaduarah
    @bidishaduarah 6 місяців тому +1

    সমূহ অসমবাসীলৈ আগন্তুক ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ..❤ love from sivasagar.. গানটো অতি সুন্দৰ ..আগুৱাই যোৱা বা❤

  • @TheMonk55_77
    @TheMonk55_77 6 місяців тому

    উফফ্ গায়ত্ৰী বা জনী❤❤ কিমান যে কব নোৱাৰাকৈ ভাল লাগিছে তোমাক দেখি... you've been my childhood lady crush..and yes baa You seems like that of The full moon seriously ❤❤❤

  • @deepjyoti5917
    @deepjyoti5917 6 місяців тому +23

    CSK lover like here ❤

  • @Munuborah-vy8vt
    @Munuborah-vy8vt 5 місяців тому

    বহুত দিনৰ মূৰত গায়এী বা জনীক এনেকৈই দেখি বহুত ভাল লাগিছে❤

  • @LearnwithAdvocateHirushima
    @LearnwithAdvocateHirushima 5 місяців тому

    Welcome back Gayetri Mahanta ba. So good to see you. You are one of the most beautiful lady. Maitri Pator proud of you. Extremely beautiful work done by you and your team. All the very best 💐👍🏻👍🏻

  • @tilumonilahon1323
    @tilumonilahon1323 5 місяців тому +1

    গায়ত্ৰী বা আপোনাক আকৌ এনেকৈ দেখি বহুত ভাল লাগিল।

  • @krishnahazarika7300
    @krishnahazarika7300 5 місяців тому

    Xodai nostalgic deii...agor din bur agor poribex bur bor bhal asela.,..music video Tu sai bohut bhal lagil

  • @NabaDas-s7y
    @NabaDas-s7y 2 місяці тому

    Eman dhuniya lagie
    Tnq Gayatri baa
    Plz akow ebar ahi juwa

  • @KailashPathak-oe1bp
    @KailashPathak-oe1bp 6 місяців тому +1

    গায়ত্ৰী বাক অনা বাবে ধন্যবাদ .....সৰুৰ পৰা প্ৰিয় গায়ত্ৰী বা.....❤❤

  • @JutikaDeka-bg3vb
    @JutikaDeka-bg3vb 6 місяців тому +1

    Mojja ❤❤❤ advance happy bihu 💖❤️👍❤️💖

  • @pinkiboruah9621
    @pinkiboruah9621 5 місяців тому +1

    বহুত ভাল লাগিল ❤❤

  • @bejang6795
    @bejang6795 6 місяців тому +1

    Welcome back Gayetri baa.. After seeing u baa got emotional we love you Gayetri baa❤

  • @ffnextlevel0.288
    @ffnextlevel0.288 6 місяців тому +1

    Assamese curs gaytri baa ❤❤bhut Val lagil xokoluke bahut Val lagil

  • @Assamese_Traveller
    @Assamese_Traveller 6 місяців тому +1

    সঁচাকৈয়ে ভাল লাগিল।
    বিহু বিহু লাগি গ'ল ❤

  • @ananyagogoi471
    @ananyagogoi471 6 місяців тому +1

    Gayatri baaa...akou uvoti ohar Babe dhonyobad...akou dekhi thaku jate tumak ba ❤ and song is awesome ❤❤❤

  • @LKDOLUNGYAME
    @LKDOLUNGYAME 6 місяців тому +1

    Wow super voice and song video editor mojja video very very nice ❤❤❤❤❤

  • @uddipnath753
    @uddipnath753 5 місяців тому

    খুব সুন্দৰ এটা চহা পৰিৱেশ গানটোত প্ৰতিফলিত হৈছে। শুভকামনা যাঁচিলো মৈয়েত্ৰী বা❤🎉

  • @HirakJyoti-614
    @HirakJyoti-614 6 місяців тому +1

    খুউব ধুনীয়া মৈত্ৰেয়ী বা❤❤ .......আৰু বা তোমাক শংকুৰাজ দাৰ লগত কিয় শুনিব নোপোৱা হ'লো অ'''😢

  • @debenborah2905
    @debenborah2905 6 місяців тому +2

    মৈত্ৰেয়ী তোমাৰ গীতটি বৰ ভাল লাগিছে ❤ সুন্দৰ

  • @kuldiprabha2921
    @kuldiprabha2921 4 місяці тому

    গায়ত্ৰী বাক বাছনি ৰূপত দেখা পাই বহুত ভাল লাগিল।

  • @suvalakshmisaikia7659
    @suvalakshmisaikia7659 5 місяців тому

    Bohut bohut dhunia... Bihu bihu lgi gol gaat... Ajikali r odvut bihu bur r pora totally unique, traditional bihur xurere bohut bhal loga ata bihu

  • @rajdeepbharali272
    @rajdeepbharali272 5 місяців тому

    Sooo good to see Gayatri Mahanta after soooo long.... childhood crush

  • @babulboro6253
    @babulboro6253 6 місяців тому +1

    গানটো শুনি বৰ ভাল লাগিল ❤❤❤❤মৈত্ৰেয়ী বা🤩🌼এইবাৰ বিহুৰ চেষ্ঠ উপহাৰ 💕💕

  • @biswanatthapa2919
    @biswanatthapa2919 6 місяців тому

    Bohut dinor murot ga sui juwa bihu song ata hunilu thanks ba eman hundar song ata diyar babe ❤❤❤❤❤🎉🎉🎉🎉🎉 love from Dhemaji ❤

  • @prankuldutta1636
    @prankuldutta1636 6 місяців тому +1

    ❤❤❤❤ পৰম্পৰাগত বিহু সুৰত এক নতুন ও বিশেষ উপস্থাপন... অতি সুন্দৰ

  • @nilakhigohain1511
    @nilakhigohain1511 6 місяців тому +1

    Gayatri baa k ako abar dekha pai bht vl lgl❤️👌

  • @NilimaDas-f2v
    @NilimaDas-f2v 5 місяців тому

    After a long time.... Finally favorite bihu gaan tu.... ❤❤

  • @SewaliGogoi-vw3du
    @SewaliGogoi-vw3du 5 місяців тому +2

    Nice i love this song ❤❤

  • @devajitkalita1003
    @devajitkalita1003 5 місяців тому +1

    অসমীয়া ছবি জগতৰ একমাত্ৰ ভালপোৱা অভিনেত্ৰী গৰাকী ❤❤❤ ❤❤❤❤❤❤

  • @lukumonirani5917
    @lukumonirani5917 6 місяців тому

    Finally Gayatri baa is back ...bht besi val paw baa apunak , plz baa video bonai thakibo ami bht sabole roi thaku apunak ...

  • @cRAzY-lg4cy
    @cRAzY-lg4cy 6 місяців тому +1

    উপজা দিনৰ অলেখ শুভকামনা থাকিল বা❤... আৰু এই উপহাৰটিৰ বাবে ধন্যবাদ 😊

  • @guide4you794
    @guide4you794 5 місяців тому

    গায়ত্ৰী বাক আকৌ এবাৰ কেমেৰাৰ সন্মুখত দেখিবলৈ পায় বহুত বহুত ভাল লাগিল ❤🤗🥰 6:19

  • @KangkanNath-cb2mk
    @KangkanNath-cb2mk 6 місяців тому +1

    Xosake dhuniya hoise❤❤ ane bihu xunile gourav koru axomiya buli..