Baxontor Utola Baa By Kussum Kailash || Nilakshi Neog || New Assamese Bihu Video Song 2024

Поділитися
Вставка
  • Опубліковано 30 вер 2024
  • Singer- Kussum Kailash & Nilakshi Neog
    Lyrics/Tune-Kussum Kailash & Sarat Sravan
    Mixed/Mastered- Ujjwal Aarong
    Dhool-Pankaj Bora
    Pepa-Manash Jyoti Mohan
    Flute-Bitupan Konwar
    Guitar -Bikash Gogoi
    Co-vocalist -Mrinmoy Mrittik, Sankar, Rup-Rupam, Abhijit, Jitumoni, Paran, Palash
    Recorded @ Studio Srishti By Ujjwal Aarong
    Digital Market & Media Director:- Junaak Milon (‪@DhwaniMusic‬)
    Photography & Cover Design :- Satyajit D Phukon
    Video Credits
    Special Thanks - Ranjit Gogoi
    Video Director - Ashim Gogoi
    AD - Dip Barman & Babusha Bijoy Das
    Cinematography - Suman Duwarah & Papu Deka
    Costume Designer - Garima Saikia Garg
    Editor - Manas Kashyap
    Introducing - Satabdee Kalita
    Cast - Kusum Kailash
    Makeup - Abhijit bhuyan
    Makeup Asst. - Rajib & Sourav
    Production Manager - Dipan Baruah
    Drone - Joydeep Paul & Kuldeep
    Special Thanks
    Daisy Gogoi Mohan
    Uttam Changmai
    Pronobjyoti Gogoi
    Pranjal Gogoi
    Bichitra narayan Baruah
    Bitupon axom
    Bikash Bailung
    Washim Ayan
    Partha Gogoi
    #kussum_kailash #kussumkailash #nilakshi_neog #Baxontor_Utola_Baa #Nang_Seng #dhwanimusic #Dhwani_Music #assamesesong #assamese #assamesebihu #newassamesesong #newbihusong

КОМЕНТАРІ • 2,1 тис.

  • @Crafthouse008
    @Crafthouse008 9 місяців тому +73

    বহুত সুন্দৰ তোমাৰ গীত শুনিলে পুৰণি দিন বোৰলৈ মনত পৰে ,, বিশাল পথাৰৰ মাজত সজা ভেলা ঘৰ ,,বিধে বিধে খাদ্য আৰু যান্ত্ৰিক তাই ঢুকি নোপোৱা পৃথিৱী খনত বেটাৰী আৰু এটা দেগৰ ,শব্দহ যে আমাৰ কিমান প্রিয় আছিল || মোৰ বিশ্বাস তোমাৰ গীতৰ মাজতে হেৰুৱা দিন বোৰ পুনৰ সকলোৰে মনত পৰিব ❤❤❤

  • @NitulDadhara
    @NitulDadhara 9 місяців тому +1051

    Eman Dhuniya Bihu ❤

    • @user-ou4nx2kj4b
      @user-ou4nx2kj4b 9 місяців тому +48

      Apunr gan khini u val lge ❤❤❤

    • @AssamWrittenexam
      @AssamWrittenexam 9 місяців тому +29

      Nitul তোমাৰ গান কেতিয়া আহিব

    • @অবুজনমন-ঢ৬ফ
      @অবুজনমন-ঢ৬ফ 9 місяців тому

      ​@@user-ou4nx2kj4b❤❤❤❤❤❤❤❤❤❤❤

    • @birajbikash5280
      @birajbikash5280 9 місяців тому

      ​@@user-ou4nx2kj4b😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊

    • @Dipok__Basumatary
      @Dipok__Basumatary 9 місяців тому +8

      ​@AssamWrittenexam qqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqq

  • @AllIndiaReport
    @AllIndiaReport 9 місяців тому +187

    কোনে কোনে অতি আগ্ৰহেৰে কুসুম দাৰ❤ গীতটিলৈ অপেক্ষা কৰি আছে like কৰা 👍🎉

  • @borahrima36
    @borahrima36 9 місяців тому +28

    এনেদৰে সম্পুৰ্ণ ঢোলত বজোৱা বিহু লৈ অপেক্ষা কৰি আছিলো...বৰ ভাল লাগিল...এনেদৰে আগলৈও অপেক্ষা থাকিব

  • @assamhirok4944
    @assamhirok4944 9 місяців тому +10

    আপোনাৰ এই গানটো continue শুনি আছোঁ 🥰🥰 গানটো মাজত যে কিবা বেলেগে এটা অনুভূতি সোমাই আছে 🤗🤗
    মোৰ ফালৰ সকলোলৈকে মাঘ বিহুৰ শুভেচ্ছা জনালোঁ

  • @prasantaraja1081
    @prasantaraja1081 9 місяців тому +112

    নিভাজ অসমীয়া এটি বিহু গীত ❣️তাতে কৈলাস দা কন্ঠত উফ❤❤

  • @TumanPhukan-ti5jp
    @TumanPhukan-ti5jp 9 місяців тому +107

    এই বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ বিহু গীত।

    • @ankurjyotisaikia4732
      @ankurjyotisaikia4732 9 місяців тому +1

      BEST BEST 🥰🥰🥰🥰🥰🥰🥰🥰🥰💥💥💥🥰🥰😇😇❤❤❤❤❤❤❤😇😇😇😇😇😇😇😇😇😇😇😇🥰🥰🥰🥰🥰

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 9 місяців тому +4

      সকলো ফুলেই তো ফুলিল নাই মাএ তুমি হে নকলা কি ফুল অতিকৈ সুন্দৰ হয়বাৰু,

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 9 місяців тому +2

      সেই কথা টোকলেই তোমাকেইধিয়াম বা তোমাকেই পৃূজিম,

  • @DiprajTube
    @DiprajTube 9 місяців тому +38

    #Mon_moina ❤গানটোৰ বাবে অপেক্ষা কৰা সকলে তলত টিপ চহী দিয়ক

  • @BornilTanuj
    @BornilTanuj 9 місяців тому +9

    নাচনীয়ে দিয়া গামোচাখন ফুলাম হ’ব লাগিছিল । বাকী খুব সুন্দৰ ।

    • @happygogoi1429
      @happygogoi1429 3 місяці тому +2

      Gan tut koise sun tai... Mai ai anibo nidile tai bua gamusa khn... Haibbe full nothoka akhon tai dibo loga hol

  • @BikashSaikia-y3m
    @BikashSaikia-y3m 9 місяців тому +9

    ❤❤❤❤❤❤ ইমান ধুনীয়া লাগিল কুসুম দা ডিব্ৰুগড় জিলাৰ পৰা বহুত মৰম দিলোঁ 4:49

  • @Ramdhenu_Zg
    @Ramdhenu_Zg 9 місяців тому +528

    এইবাৰ মাঘ বিহুত চাৰিও ফালে কুসুম দাৰ 'বসন্তৰ উতলা বা ' বাজি থাকিব, বহুত সুন্দৰ বিহু গীত এটা উপহাৰ দিলে অসমবাসীক ❤, সকলোৱে কুসুম দাৰ গীতটো আদৰি লব বুলি আশা কৰিলোঁ ❤️❤️

    • @pranjitnixasor15
      @pranjitnixasor15 9 місяців тому +5

      ℍ𝕠𝕚 𝕕𝕖

    • @gaonrlora7544
      @gaonrlora7544 9 місяців тому +4

      ❤❤❤

    • @pranjalofficial7102
      @pranjalofficial7102 9 місяців тому +12

      সেই জানমণি অঞ্জনা মৰমজানৰ গামোচা দিনলৈ মনত পৰি গ'ল। ❤❤❤

    • @manashm4491
      @manashm4491 9 місяців тому +5

      Mojaa kossum dada ..

    • @TechAnupal
      @TechAnupal 9 місяців тому

      ফকতিয়

  • @pritomsanukaushik6393
    @pritomsanukaushik6393 9 місяців тому +53

    সেই পুৰণি নিভাজ বিহুটোক যেন আকৌ উভতাই পাইছো❤
    বিহুৰ আগে আগে ইমান সুন্দৰ বিহু এটা উপহাৰ দিয়া বাবে ধন্যবাদ ককাই❤

  • @jatadharri
    @jatadharri 9 місяців тому +49

    খাঁটি বিহু 🥰
    কুসুম ককাই আপোনাক ধৈন্যবাদ বেছি সুন্দৰ বিহু গীততি উপহাৰ দিয়া কাৰণে সকলোঁলৈকে আন্তৰিক শুভ কামনা🙏🏻

  • @ParthaProtimBora
    @ParthaProtimBora 9 місяців тому +34

    বৰ সুন্দৰ এটি গীত আগবঢ়ালে ❤ কুসুম দাৰ বাবে এটা like 👍
    Lot's of love from Jorhat ❤

  • @debajitgogoi5131
    @debajitgogoi5131 9 місяців тому +10

    ভাল লাগিল সুন্দৰ ৰোমাণ্টিক বিহুগীত ৷ গীতটোৰ জৰিয়তে বিহুনৃত্যৰ লগতে ঢোলবাদন সুন্দৰ ভাৱে প্ৰতিছবি দেখুৱাবলৈ সক্ষম হৈছে ভাল লাগিল ৷

  • @RatulReehit
    @RatulReehit 9 місяців тому +42

    মাঘৰ মেজি ঘৰত নাচিবৰ বাবে পাই গলো❤❤😍🎵

  • @pankajgogoiworld3263
    @pankajgogoiworld3263 9 місяців тому +10

    Kussum kailash song bur Val Lage jobe like ata kori dya ❤

  • @DiprajTube
    @DiprajTube 9 місяців тому +286

    বহুত আগ্ৰহেৰে অপেক্ষা কৰি আছিলো। অৱশেষত সুখী হলো! কুসুম দাৰ বাবে এটা হিট লাইক। #মন_মইনাৰ বাবে অপেক্ষা কৰা সকলে লাইক কৰক

    • @_MiniCarry_
      @_MiniCarry_ 9 місяців тому +4

      Mon moina bohag t ahibo sge😢

    • @Jitu_Gohain
      @Jitu_Gohain 9 місяців тому +3

      Mon moina mja❤

    • @dipamoniborthakur716
      @dipamoniborthakur716 7 місяців тому +1

      Opekhat asu dei khunkale ahibo lage aru ❤

    • @parikhitahandique3658
      @parikhitahandique3658 7 місяців тому

      ​@@Jitu_Gohainp🎉😢😢😊😊😊😊😊😊😊😊🎉🎉😢-😊

    • @kukilgogoi2513
      @kukilgogoi2513 7 місяців тому

      QQ QQ😅​@@Jitu_Gohainpop kju

  • @shidheswarlalung6833
    @shidheswarlalung6833 9 місяців тому +17

    শুনিলে শুনি থাকিব মন যায় , বহুত ভাল লাগিল গানটো ❤❤

  • @rajdeeponowal1989
    @rajdeeponowal1989 9 місяців тому +44

    ঢোলত চাপৰ দিয়া কেইজন জুই জুই❤🎉

    • @dolelama4173
      @dolelama4173 7 місяців тому

      Ma kasam moja bojai se 20 bar hunilu amoni nalage bro 💖💖💖💖

  • @around_the_assam_officeal
    @around_the_assam_officeal 9 місяців тому +163

    শুভ কামনা ককাই।❤এইবাৰ কোনে কোনে বজাব মাঘ বিহুত এই সুন্দৰ গীতটি।।🎉🎉

  • @bijitborpatra3670
    @bijitborpatra3670 9 місяців тому +164

    বৰ ধুনীয়া হৈছে দেই "ককাই" বহু দিনৰ পিছত এনেকুৱা এটা গীত আপোনাৰ কণ্ঠত ❤
    সকলোলৈকে আগন্তক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ দেই 🥰🙏

  • @kingkohli4856
    @kingkohli4856 9 місяців тому +21

    কুসুম কৈলাস দা মোৰ খুবেই প্ৰিয় আৰু 1 জানুৱাৰী আৰু মাঘ বিহুৰ কাৰণে ৰাইজক উপহাৰ দিছে ধন্যবাদ দাদা Dj ত full sound দি নাচিম

  • @dostireactionatoz
    @dostireactionatoz 9 місяців тому +10

    January❤ Magh bihu❤❤ hilai dim aebaar
    ❤❤❤jai kkw❤❤

  • @DipankarBasumatary-e7y
    @DipankarBasumatary-e7y 8 місяців тому +8

    Bahut bosor pasot bor dhunia Bihu gaan hunibo aru saboloi palu.
    Wow moja hoise gote team bilak bor dhunia kaam korise 👏

  • @Bituchutiaofficial
    @Bituchutiaofficial 9 місяців тому +34

    বসন্তৰ উতলা বা...🎉❤
    কুসুম কৈলাশ দাদাৰ বাবে 👍

  • @pankajgogoi9233
    @pankajgogoi9233 9 місяців тому +29

    উসঃ.... কি সুন্দৰ,,,, কবলৈ ভাষায়েই নাই... নাং -চেং তই ৰচকী পখিলী❤
    বহু দিন অপেক্ষাৰ অন্তত💞🥰😍🤩
    ৰচকী পখিলী ধুনীয়া নাচনী 😍

  • @ratulbora3009
    @ratulbora3009 9 місяців тому +17

    যদিও আছো বাহিৰত বিহু গানটোৱে বেছিকৈয়ে গাওঁ খনলৈ মনত পেলাই দিছে , love you this song ❤

    • @BarakhaRay-dn3os
      @BarakhaRay-dn3os 8 місяців тому

      Akdom xsa ktha😢 ghorr ktha monot pori gol

  • @jogenthengal6359
    @jogenthengal6359 9 місяців тому +7

    বহুত বেছি সুন্দৰ হৈছে কুসুমদা, শুনি আমনি নলগা এটি বিহু গীত উপহাৰ দিছে

  • @gauravsaikia12
    @gauravsaikia12 9 місяців тому +62

    কুসুম দা আৰু নীলাক্ষিৰ কণ্ঠৰ কথা নকলোৱেই যেনিবা ❤। গীতৰ কথা , সুৰ ভাল লাগিছে ❤। নৃত্য নিৰ্দেশনা আকৰ্ষণীয় ❤। নাচনী জনী বৰ মৰমলগা❤

  • @manshumousumentertainmenta4833
    @manshumousumentertainmenta4833 9 місяців тому +18

    প্ৰতি বছৰে, বছৰটোৰ শেষত আপোনাৰ কণ্ঠত এটি সুন্দৰ বিহুগীত শুনিবলৈ হেঁপাহেৰে ৰৈ থাকোঁ । শুনি অহা গীত কিটাৰ দৰেই, এইবাৰো এটি সুন্দৰ বিহুগীত উপহাৰ দিয়াৰ বাবে বহুত বহুত মৰম আৰু শুভেচ্ছা জনালোঁ ককাই ❣️ Love u ❤❤ 💕

  • @mdcreationmp4539
    @mdcreationmp4539 9 місяців тому +23

    গানটো সোনকালে release দিয়া সুনিব বৰ মন গৈছে kusum koilash daa🥰🥰🥰🥰🥰🥰

  • @dkblog5226
    @dkblog5226 9 місяців тому +16

    শুভ কামনা ককাইদেউ 😍🥰 _ বহুত ভাল পাও আপোনাক 😘😘__ সহজ সৰল মানুহ জন আকৌ এবাৰ বহুত মৰম ককাইদেউ ❤🥀 __ যাৰ গানৰ সুৰে সুৰে কেচা মাতিৰ গোন্ধ পোৱা যায় 🤗😍 __ ভালে থাকক সদায় 😘😙😘😙😘

  • @runumonisutradhar4695
    @runumonisutradhar4695 8 місяців тому +3

    Very Very lovely song ❤❤❤❤❤❤❤ 🌹🌹🌹🌹🌹🌹🌹🔥

  • @mahim_kr_nath_GPL
    @mahim_kr_nath_GPL 9 місяців тому +12

    ইমান ধুনীয়া লাগিছে বিহু টি❤

  • @PankajBora.Official
    @PankajBora.Official 9 місяців тому +15

    বৰ ধুনীয়া হৈছে অ’ বন্ধু👏👏

  • @khogenburagohain8855
    @khogenburagohain8855 9 місяців тому +57

    নাং চেং, চেঙ্ নাঙ, কঙ্ ছেঙ্.... আপোনাৰ গীতত টাই আহোমৰ সুমধুৰ শব্দৰ প্ৰয়োগ মন কৰিবলগীয়া। সেই কাৰণেই ব্যতিক্ৰম আৰু মোৰ বাবে এজন অতিকৈ প্ৰিয় শিল্পী "কুসুম কৈলাশ"। সদায় এনেকৈয়ে আগবাঢ়ক। বুকুভৰা মৰম আৰু আৰ্শীবাদ যাচিলোঁ।

  • @gyanjyotichangmai9174
    @gyanjyotichangmai9174 9 місяців тому +36

    অতি পাত সুন্দৰ বিহু গীত ❤️অসমীয়া সংস্কৃতি ❤️👍

  • @rrrrajibgogoi8351
    @rrrrajibgogoi8351 9 місяців тому +12

    আগন্তুক আহি আছে প্ৰতিজন অসমীয়াৰ অতি মৰমৰ বিহু আৰু নতুন এটা খোব ধুনীয়া গীতেৰে এইবাৰ ❤❤ love you kusum kokai

  • @ghfgud71
    @ghfgud71 8 місяців тому +17

    Kusum dak bhal puwa hokol like ata kora❤❤😊

  • @pritomgogoi7655
    @pritomgogoi7655 9 місяців тому +36

    মাঘ বিহুৰ উৰুকাৰ নিশা বসন্তৰ উতলা বা গান টোৱে ঢৌ তুলিব ককাইদেউ ❤🔥🔥🙏🙏

  • @bijitbaruah2540
    @bijitbaruah2540 9 місяців тому +15

    আমাৰ ধুমুহা জাক কেতিয়া আহিব বাট চাই আছিলো অৱশেষত আহি গল ধন্যবাদ ককাইদেউ❤ বহুত ভাল লাগিল

  • @rajmoran8235
    @rajmoran8235 9 місяців тому +85

    নিজতকৈ ভাল পোৱা মানুহজন kusssum da ❤ সকলোকে আগতীয়াকৈ ইংৰাজী নৱবৰ্ষৰ তথা ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ❤❤❤❤

  • @TalukdarPriyanka
    @TalukdarPriyanka 6 місяців тому +8

    বহুত বহুত ধুনীয়া বিহু❤অসমীয়া ৰ স্বাভিমান সদায় এনেকৈ উজ্জ্বলি থাকক❤।

  • @himadrisonowal4017
    @himadrisonowal4017 9 місяців тому +7

    সুন্দৰ হৈছে কুসুম কৈলাশ ককাইদেউ❤️🥰👌

  • @ANKURNATH07
    @ANKURNATH07 9 місяців тому +22

    বহু দিনৰ মূৰত ইমান সুন্দৰ গীতৰ ঢোল - পেপাৰ মাতত কান দুখনে আৰাম পালে ❤❤❤

  • @Bulbulkonch06
    @Bulbulkonch06 9 місяців тому +19

    শুভ ককাই ❤লগতে আহি থকা ইংৰাজী নতুন বছৰৰ আৰু মাঘ বিহুৰ হিয়া ভৰা শুভেচ্ছা থাকিল ❤❤❤ টিংখংৰ পৰা বহুত মৰম আপোনালৈ ☺️☺️💖

  • @_kAsH_cration
    @_kAsH_cration 9 місяців тому +11

    আকৌ এটা সুন্দৰ গীত💘
    উপহাৰ দিলে কুসুম দা ..🙌💕
    𝐥𝐨𝐯𝐞 𝐟𝐨𝐫𝐦 ..
    𝐆𝐨𝐥𝐚𝐠𝐡𝐚𝐭..❣️
    𝐃𝐞𝐫𝐠𝐨𝐧..💘❣️😢

  • @arunadekadeka3516
    @arunadekadeka3516 9 місяців тому +8

    Bahut dhuniya lagile ganto❤❤❤

  • @dhrubojyotibora2132
    @dhrubojyotibora2132 9 місяців тому +7

    আকৌ এটা নতুন গীতৰ খলকনি ককাই গীতটি বহুত ভাল লাগিছে নতুন বছৰৰ লগতে ভোগালী বিহুৰ শুভকামনা থাকিলে ❤❤❤❤❤❤

  • @PikuDas567
    @PikuDas567 9 місяців тому +64

    Kusum Kailash+Nilakshi neog voice= 🔥🔥🔥🔥 .best wishes 🎉

  • @dipaksonowal
    @dipaksonowal 9 місяців тому +20

    এইবাৰ মাঘ বিহুত চাৰিও ফালে কুসুম দাৰ বসন্তুৰ উতলা বা ❤

  • @AxomJintuyt
    @AxomJintuyt 9 місяців тому +19

    মন প্ৰাণ ভৰি গ'ল । সঁচাই ভাল লাগিল গান টি❤❤❤❤❤❤❤❤❤

  • @poragmoniadityasaikia
    @poragmoniadityasaikia 8 місяців тому +21

    সুন্দৰ। এইবৰ্ষৰ শ্ৰেষ্ঠ বিহুগীত। গান হলে এনেকুৱাই হ'ব লাগে শুনি, চাই আমনি নলগা।❤❤❤

  • @dibyajyotikardong4873
    @dibyajyotikardong4873 9 місяців тому +6

    অতি মৰমমৰ kussum দা বিহু উপহাৰ দিলে অসম বাসি ❤ এই বাৰ বিহু পালি ব লাগিব

  • @Creackersassamgk
    @Creackersassamgk 9 місяців тому +24

    কুসুম দাৰ গীতত এক নিভাজ সোৱাদ থাকে❤❤

  • @Jugalkrishna06
    @Jugalkrishna06 9 місяців тому +9

    বহু ভাল লাগিছে দাদা 💖🥰 টংলাৰ পৰা মৰম যাচিলো 💕

  • @bolin2208
    @bolin2208 9 місяців тому +14

    ৰৈ আছোঁ কুসুম দা মহাৰাষ্ট্ৰ পৰা❤❤❤

  • @nayan8457
    @nayan8457 9 місяців тому +3

    মই kushum dar গান শুনি বহুত val pao, সেই disco ভন্তিৰ pora i atiale sob গান xuni আছোঁ❤❤❤ আৰু মোৰ খুৰা টো akdom big fan kushum da r 😂🎉🎉🎉🎉❤

  • @Moon.....n
    @Moon.....n 8 місяців тому +2

    Nilakshi baa is one of best singer today of Assam . Top 1

  • @Musicalnabajyoti
    @Musicalnabajyoti 9 місяців тому +8

    বহুত ধুনীয়া হৈছে দাদা গান টু।।। বহুত ভাল লাগিল শুনি ❤

  • @riturajboruah6212
    @riturajboruah6212 9 місяців тому +11

    শতাব্দী বাই ❤।। কুসুম দা🔥। দুয়োজনেই মোৰ অতি প্ৰিয়।

  • @kangkanjyotisaikia9858
    @kangkanjyotisaikia9858 9 місяців тому +21

    মাঘ বিহুৰ কাৰণে এটি ধুনীয়া বিহু ❤
    শুভ কামনা থাকিল 🎉🎉

  • @topgamer07tg
    @topgamer07tg 8 місяців тому +2

    Nice song dada ❤

  • @pallab1020
    @pallab1020 5 місяців тому +1

    Hei tuk sabole dhop dhopoliyai bihule ahilu ❤
    Jet jetukai du duhatot ture nam likhilu ❤....😍

  • @manabborah7872
    @manabborah7872 9 місяців тому +5

    বহুতেই নিভাজ ধুনীয়া কুসুম। যোৱা কালি Whatsapp ৰ Status দেখিয়ে বুজিছিলো যে ৰাইজৰ অপেক্ষাৰ ওৰ পৰিবলৈ বেছি সময় বাকী নাই আৰু ❤

  • @dparash4522
    @dparash4522 9 місяців тому +9

    মাঘৰ বিহুৰ Dj ত সকলোতে বাজিব গান তো ❤❤🎉🎉

  • @ChandanBorah-xx8fn
    @ChandanBorah-xx8fn 9 місяців тому +8

    Waiting kusum da❤❤
    Love from Lakhimpur❤❤❤

  • @dipankarchangmaiaxom1299
    @dipankarchangmaiaxom1299 9 місяців тому +17

    Lyrics, presentation
    And choreography
    all are perfect ❤

  • @saityadas3455
    @saityadas3455 9 місяців тому +4

    Val lagil. Bihu hajot aru dhunia lagise....

  • @tukhargogoi6494
    @tukhargogoi6494 9 місяців тому +12

    Waiting excitedly kusum koilash da ❤️

  • @hirakbhuyan5283
    @hirakbhuyan5283 9 місяців тому +10

    New Year , মাঘ বিহুৰ আগত আৰু বহুত নতুন নতুন গান শুনিবলৈ পাম বুলি আশা কৰিলো ❤❤❤❤❤❤ Kussum Daa ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤..... নলবাৰীৰ পৰা মৰম❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @joyaiaxom5107
    @joyaiaxom5107 9 місяців тому +18

    Waiting for Mon moina 4 😍😍
    Love from Nagaon❤❤

  • @Prabhassssq
    @Prabhassssq 9 місяців тому +9

    Kusum da ৰ video song ত কোনো দিনে Celebrity actress dekha napai সেইবাবে ভাল লাগে ❤। নতুন নতুন ছোৱালী বোৰ ভাল লাগে সকলোৱে একো একোটা chance pab lage । 😊😊😊❤❤❤🎉🎉🎉

  • @DombaruKonwar
    @DombaruKonwar 8 місяців тому +2

    Kussum kailash ❤

  • @ONlYFREEFIREGamer
    @ONlYFREEFIREGamer 9 місяців тому +12

    Waiting 🎉🎉🎉❤❤

  • @lekhandas1543
    @lekhandas1543 9 місяців тому +6

    অতি সুন্দৰ দাদা এইবাৰ মাঘ বিহুত আপোনাৰ এই গানটোৱে গোটেই গাওঁ হিলাই দিব♥️♥️♥️

  • @JugantaSonowal-qu3wd
    @JugantaSonowal-qu3wd 9 місяців тому +5

    ❤so beautiful Bihu song kassum da. Super

  • @manob__--jyoti_offical
    @manob__--jyoti_offical 9 місяців тому +1

    Janmoni , anajana r gan buror r huad pua goise gan toot , tqq kusum da anekua gan upohar diya r babe ❤ happy new year in advanced 💖

  • @JobInformationByPuja
    @JobInformationByPuja 5 місяців тому +2

    Dhool t ki sapor dise o..mozaa dai❤

  • @parthagogoi6942
    @parthagogoi6942 9 місяців тому +7

    ❤bohu dinor অপেক্ষা অন্তত আজি গীতটো শুনিবলৈ পালোঁ বহুত ধৈনবাদ থাকিল ৰাইজৰলৈ নতুন বছৰ আগত উপহাৰ dea বাবে।

  • @riturajdjdas2521
    @riturajdjdas2521 9 місяців тому +9

    Dhunia.... 🎉❤

  • @axomiyalora.......1954
    @axomiyalora.......1954 9 місяців тому +8

    ককাইদেউ শুনি শুনি হেঁপাহ নপুলুৱাই দেখোন ইমান মৰম লগা গীত শুনিব পাই❤ আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিল ❤

  • @HafiRvlog
    @HafiRvlog 9 місяців тому +11

    I played this song in high volume ,my neighbours threw a brick 🧱 & broke my window to listen to this
    masterpiece 🤩

  • @HimanshuAxom
    @HimanshuAxom 9 місяців тому +5

    Kusum da nilakshi ba babe like ata kri dia ❤

  • @pulokbora7168
    @pulokbora7168 9 місяців тому +10

    এইবাৰ মাঘ বিহু হিলিব যেন পাওঁ...🎉❤

  • @samiranbora8381
    @samiranbora8381 9 місяців тому +6

    🎉❤ moja brother ❤

  • @pareshmonisarkar5698
    @pareshmonisarkar5698 9 місяців тому +9

    অপেক্ষাৰ অন্ত পৰিল।দাদাৰ গানটো মুক্তি পালে। আগতীয়াকৈ মাঘ বিহুৰ শুভেচ্ছা থাকিল দাদা...........❤❤

  • @akonthaumoung5609
    @akonthaumoung5609 9 місяців тому +9

    Congratulation Kussum❤ Every moment I'm waiting for hearing a new Bihu Song... Good luck... Love from Arunachal Pradesh...💚

  • @ThikonaTheAddress
    @ThikonaTheAddress 9 місяців тому +2

    এতিয়া লৈকে ওলোৱা, এইবাৰ বিহু গীতৰ ভিতৰত এই বিহু টো ভাল লাগিছে।

  • @singerkartikkandarpaoffici1125
    @singerkartikkandarpaoffici1125 9 місяців тому +11

    এইবাৰ বিহু হিট আৰু❤❤❤🔥🔥🔥

  • @HimankhuNath
    @HimankhuNath 9 місяців тому +10

    Nice Bihu❤❤❤

  • @sensuwacreationassam8855
    @sensuwacreationassam8855 9 місяців тому +5

    বিহু বিহু লাগি গ'ল ! বহুত ভাল লাগিল আজি কালি এনেকুৱা বিহু বোৰ শিল্পী সকলে গাৱলে এৰিছে এনেবোৰ বিহু গীত আমাক লাগে তিনি চাৰিবাৰ চায়ও আমনি লগা নাই দাদা

  • @ManashDas-t4s
    @ManashDas-t4s 6 місяців тому +2

    ❤❤❤❤❤ nice ❤❤

  • @atti-me
    @atti-me 6 місяців тому +2

    Kune kune demajir pora hune ase like ❤❤

  • @mrjantuvlog7820
    @mrjantuvlog7820 9 місяців тому +7

    অতি সুন্দৰ ❤❤

  • @chowlengdonahom1105
    @chowlengdonahom1105 9 місяців тому +7

    Dhunia Bihu Geet ❤️🙏, " Nang Seng" ♥️♥️♥️♥️🙏 Love you Kussum Da

  • @ritupondowarah3309
    @ritupondowarah3309 9 місяців тому +9

    অতি সুন্দৰ দাদা মৰাণৰ পৰা মৰম যাচিলোঁ ❤

  • @GaganBarman-nd2yg
    @GaganBarman-nd2yg 6 місяців тому +1

    অ ককাইদেউ আপোনাৰ গান বোৰ বহুত প্ৰিয় কিয় নাজানো।। আৰু আপোনাক লগ পাবলৈ বহুত আশা পুহি ৰাখিচো ককাইদেউ।। নলবাৰী জিলাৰ বৰমাৰ পৰা আপোনালৈ বহুত মৰম জাচিলো ককাইদেউ❤❤❤❤❤❤❤❤❤😘😘😘😘😘😘

  • @kalpanaborah-o8l
    @kalpanaborah-o8l 9 місяців тому +1

    I'm waiting for song😊😊 loves kusum da❤❤❤❤❤