Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
ভিডিঅ'টোৰ জৰিয়তে দিবাংগ/বিশেষভাৱে সক্ষম কণ্ঠশিল্পী গৰাকীৰ মনৰ কথা,পৰিয়ালৰ কথা, অধ্যয়নৰত দুটি সন্তানক লৈ দেখা সপোনৰ কথা,সন্তানৰ মুখ দুখনি চাবলৈ কৰা হেপাহৰ কথা জানিবলৈ দিয়া আৰু তেওঁক জনাবলৈ সুবিধা দিয়া বাবে তোমাক বহুত বহুত ধন্যবাদ যাচিলো । নিধন কলিতাক মাজে মজে লগ পাও । কেতিয়াবা গাড়ীত উঠি অলৈ-তলৈ যোৱা অৱস্থাত আৰু কেতিয়াবা হোটেলত । কিন্তু আচৰিত হও- যেতিয়া তেখেতৰ এই অসহায় অৱস্থাতো দেখিও এচামে সহায় কৰাৰ চেলু লৈ হাতৰ খুচৰা কেইটা নি দিবলগীয়া ডাঙৰ নোটখন নিদি উধাও হোৱা বুলি ব্যক্ত কৰে । তথাপি নিধন থমকি ৰোৱা নাই ,হতাশ হোৱা নাই । যাহওক নিধনৰ সপোনবোৰ পূৰণ হওক ,পৰমেশ্বৰৰ ওচৰত সেয়াই কামনা । তোমৰো এনে প্ৰয়াসবোৰ অবিৰত হৈ ৰওক,সেই শুভকামনাৰে-
ঈশ্বৰে কিন্ত মানুহ জন কিবা এটা গানৰ শক্তি দিছে !
আই জনী বৰ মৰমৰ মাত মোৰ ভাল লাগিছে তোমাক আইজনী বুলি মতাৰ বাবে
Baidew jonir kotha aru manuh jonik kiba bohut val lage , so quite
Ba bahut Val lagil
Mojja
God bless you
Ba Appuni bahut Val kam ksa lov u🖤🖤
❤❤
❤❤❤