Viral Transwoman মায়াপ্ৰিয়া কলিতাই বেয়াকৈ ধুলে বেয়া কমেণ্ট কৰাসকলক

Поділитися
Вставка
  • Опубліковано 17 гру 2024

КОМЕНТАРІ • 415

  • @JotishmitaBorah
    @JotishmitaBorah Рік тому +1

    Xosakoi tumi aguwai juwa ba ami xodai tumar lgt asu karu kotha noxoniba ai prithibit kuneou val kotha val giyan dia manoh bohot kom ase ba goteike xodai nijor bibek loi aguwai juwa

  • @PradeepKalita-x6g
    @PradeepKalita-x6g Рік тому

    Reply bhut xondor koi dise apuni❤❤❤

  • @bhitalikalita6571
    @bhitalikalita6571 2 роки тому

    Dhunia answer dise ba .... Bhut Val lage apunar ktha bilak ... Apunak log pabo mon jai ...

  • @rupalisharma4024
    @rupalisharma4024 2 роки тому

    Dhnybeed baidew apunar kotha khini xuni Bhal lagil...belage mat mota odhakar nai..

  • @porinikagogoi4930
    @porinikagogoi4930 Рік тому

    Bhal lagil apunar kotha bilak

  • @dulaldas8388
    @dulaldas8388 2 роки тому

    Baideo 2mar Kotha Bor sem sowalir dore bhut vl lagile

  • @raktimdutta7895
    @raktimdutta7895 Рік тому

    God bless u all

  • @snehanath7096
    @snehanath7096 2 роки тому

    Blgr ktha bd diok maya priya nijor mote soli jai thakok❤🙏

  • @bharatigoyari6893
    @bharatigoyari6893 Рік тому

    মায়া বায়া আপোনাক জেনেকে প্ৰচন ষূধিছে আপুনি তেনেকৈ উত্তৰ দিশে বহত ভাল লাগিছে আপুনি যেনেকে থাকিব বিচাৰে তেনেকৈ থাকক

  • @dimpidutta1041
    @dimpidutta1041 Рік тому

    Answer🔥

  • @rakhihandique1701
    @rakhihandique1701 6 місяців тому

    Maya baa ami apunak support korisu...apunar nisina hahokhi nari Amar homajot aru lage🙏🙏
    Ji hokole beya comment korise tewluke nijor soritro udongai dile👍🙏

  • @nitushreegogoi7419
    @nitushreegogoi7419 Рік тому +1

    আপোনাৰ কথা কোৱাৰ শৈলী খুবেই সুন্দৰ ❤️,আপুনি এনেদৰেই সাহসী নাৰী হৈ আগুৱাই যাওঁক।

  • @rupalibaruah5479
    @rupalibaruah5479 Рік тому

    মায়া তোমাক বৰ ধুনীয়া লাগিছে ৷তোমাৰ জিবন সুখময় হওক ভগৱানৰ ওচৰত সেৱা জনাইছো

  • @shurabhichetia7307
    @shurabhichetia7307 2 роки тому +54

    আপোনাৰ কথা বিলাক শুনি বহুত বেছি ভাল লাগিল। আপোনাৰ দৰে সকলো নাৰী স্পষ্টবাদী হৈ উঠক আৰু সাহসী হৈ উঠক।

    • @YogaTherapyAssam
      @YogaTherapyAssam 2 роки тому +1

      হয় ঠিকেই।।#YogaTherapyAssam

  • @rohitdoley2455
    @rohitdoley2455 2 роки тому

    এইখন পৃথিবীত মানুহৰ সৃষ্টিকৰ্তা স্বয়ং ভগৱান। যাক যেনেদৰে সৃষ্টি কৰিব লাগে এইবোৰ সব ভগৱানৰ ভাগ।মানব হিচাপে পৃথিবীলৈ আহি সকলো মনুষ্যৰে কাৰ হেপাহ নাই এজন সুযোগ্য পুৰুষ অথবা নাৰী হিচাপে জন্ম লোৱাৰ ?।তাতে আকৌ মাযাপ্ৰিয়া বাইদেউৰ মনে কি ভাবে আৰু তাই কি বিচাৰে তাক সঠিকভাৱে বিবেচনা নকৰি এনেই অৰ্থ বিহীন ভাষাৰে বাইদেউক উপলুঙা তথা প্ৰবঞ্চনাকৰি বাইদেউক অভিমান নকৰিবা নাপায় ।

  • @dhurbojitborah8942
    @dhurbojitborah8942 2 роки тому

    Thanks ba

  • @purabibora1259
    @purabibora1259 2 роки тому

    Emn dhuniakoi uttorbur di goise bor vl lagil🙏

  • @assamesevahwna8465
    @assamesevahwna8465 2 роки тому

    Mayapriya ba tumar jibontu val hok

  • @labadas9786
    @labadas9786 Рік тому

  • @laksheswarkalita298
    @laksheswarkalita298 2 роки тому

    Hoi Hoi aai manuhborar addhyatmik gnyan naikiya hoise god bless you

  • @ranjanpaul5067
    @ranjanpaul5067 2 роки тому

    Good sister tumar kothar gokte asca val lagle

  • @baharulali9676
    @baharulali9676 Рік тому

    👍

  • @pilygoswami9414
    @pilygoswami9414 2 роки тому +7

    অ মায়া তোমাৰ কথা বিলাক অতি সুন্দৰ ।ইমান যথা যথ উওৰ দিছা সঁচাকৈ তোমাৰ কথা বিলাক শুনি তোমাক ধন্যবাদ জনাবলৈ মুখৰ ভাষা হেৰাই গৈছে ।তুমি আগুৱাই যোৱা ভণ্ড মানুহৰ কথা বিলাকত মুঠেই গুৰুত্ব নিদিবা ।সদায় নিজক গুৰুত্ব দি মনত আত্মবিশ্বাস ৰাখি সাহসেৰে আগুৱাই যোৱা এয়াই মোৰ তোমাৰ বাবে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা ।জীৱন জিন্দা বাদ ।

  • @boza6905
    @boza6905 2 роки тому

    Hundar kotha koise

  • @jibangogoi8833
    @jibangogoi8833 2 роки тому

    Maya ba muru mon jai o tumar dore🥰🥰😌😌

  • @junadas3584
    @junadas3584 2 роки тому

    Baido apunr kthabr huni bht vl lgse

  • @digantakaman6362
    @digantakaman6362 2 роки тому

    Val lagile huni

  • @manishaborahborah6591
    @manishaborahborah6591 2 роки тому +29

    নিজৰ মতে জীৱন যাপন কৰা ।ইমান কষ্ট কৰি অপাৰেচন কোনেও চখত নকৰে। সুখী হোৱা মনৰ জোখাৰে

  • @polianantavlogs4389
    @polianantavlogs4389 2 роки тому

    ভি দি অ টো চালোঁ বহুত ভাল লাগিল জোকৰ মুখত চুন দিলা তোমাক মোৰ ফালৰ পৰা ♥️♥️♥️♥️♥️♥️❤️❤️❤️❤️❤️❤️❤️❤️💋💋💋💋💋💋💋💋💋 মৰম দিলোঁ 👌👌👌👌

  • @শিল্পালয়ষ্টুডিঅ

    মোৰবিবেচনাৰেভগৱানৰশৃষটিতপুৰুষেইহ ওকবামহিলাইহ ওককিয়সেইয়াভগৱানৰ ইচ্ছা।অথচভগৱানৰ ইচছাৰবিপৰিতেযোৱাটোতহেদুখপাইছো।

  • @animeshdas4187
    @animeshdas4187 Рік тому

    💯 right answer dise apuni.... Congratulations for you bright future 💐👏❤️

  • @NimaliTalukdar-je5fm
    @NimaliTalukdar-je5fm Рік тому

    So btfl

  • @minotichetia9972
    @minotichetia9972 2 роки тому +3

    বহুত বহুত ভাল লাগিল সাক্ষাৎকাৰ টো। জটিল প্ৰশ্নবোৰৰ উত্তৰ বৰ সুন্দৰ কৈ দিলা মায়া শ্ৰী।নতুন জীৱনলৈ অভিনন্দন জনালোঁ।কিছুমান মানসিক বিকাৰ গ্ৰস্ত মানুহৰ কথা শুনি মনটো বেয়া নকৰিবা। নিজৰ ইচ্ছামতে জীয়াই থকাৰ অধিকাৰ সকলোৰে আছে। বহুত বহুত মৰম ও শুভেচ্ছা জনালোঁ মায়াশ্ৰী।💖

  • @amiyabaruah8699
    @amiyabaruah8699 2 роки тому

    Mayar katha bur bahut val lagise , tumer ujjyal vabiswat kamana karisu

  • @krishnamanidas1545
    @krishnamanidas1545 Рік тому +5

    আপুনি বহুত ভাল উত্তৰ দিছে
    আৰু আমাৰ সমাজখনৰ কিছুমান মানুহক এনেকৈ মুখতে উত্তৰ দিব লাগে। আপুনি আপোৰ মতে সুখী থাকক। ❤

  • @kusumgogoi8183
    @kusumgogoi8183 Рік тому

    তুমি কুশলে জীয়াই থাকা।সুখ অনুভৱ নিজৰ হে ।আনে চিঞৰি থাকক।

  • @kamalpursantipurnarayanpur5970
    @kamalpursantipurnarayanpur5970 2 роки тому +10

    খুব সুন্দৰ লাগিছে মায়া তোমাক আৰু তোমাৰ কথা বোৰ। তুমি সদায় সুখী হৈ থাকা।

  • @bhabanandamedhi7774
    @bhabanandamedhi7774 2 роки тому +17

    ভাল লাগিল চাই, নিজক সুখী কৰি ৰাখক। দুদিনীয়া জীৱন , টকা পইচা থাকিলে মানুহ সুখী হব নোৱাৰে। মনৰ জোখাৰে সুখী হৈ থকা মায়া।।

  • @jonkeyhazarika8855
    @jonkeyhazarika8855 2 роки тому

    Vllgil

  • @parthapratimdas5047
    @parthapratimdas5047 10 місяців тому

    মায়া তুমি সালিনতা ৰাখি কথা বিলাক কয়চা ভাল লাগিছে মানুহৰ কথা নসুনিবা। আগুৱাই যোৱা

  • @banditadeka724
    @banditadeka724 Рік тому

    Bhut vl ktha koise Maya baa

  • @lakhichario3323
    @lakhichario3323 2 роки тому

    Maya ba odorkari question kora byaktik apuni thik jegat dise .answar bur Val lagil .

  • @dharitrikalita35
    @dharitrikalita35 2 роки тому +1

    Thank you Maya Ba.❤️❤️ . Apunar kotabur bht val lagil. Jibonruk xundorkoi aguai niyok.🌹🌹.All the best 👍👍👍

  • @lxsinu8664
    @lxsinu8664 2 роки тому

    Maya baa apuni nijor jibonot aguai jua baki blgr ktha nuxunu nijor life enjoy kra🥰🥰🥰😘❤️❤️

  • @rahulassamvlogs3777
    @rahulassamvlogs3777 2 роки тому

    Maya ba Val lagese eman dhuniyakoi manuhok bojai Deb Parisa bhagabane tomak Val korak ....... I like you Maya ba noho maa

  • @jupitarasarmah899
    @jupitarasarmah899 2 роки тому +6

    ভাল লাগিল, নতুন জীৱনলৈ শুভ কামনা থাকিল সদায় সুখী হৈ থাকা । কমেণ্ট বোৰ শুনিলো কি কৰিবা মানুহবোৰ দেখাত আধুনিক হৈছে কিন্তু মনবোৰ আজিওঁ আধুনিক হব পৰা নাই । সেয়ে আনৰ কথালৈ গুৰুত্ত নিদি নিজৰ মতে জীৱনটোক আগুৱাই নিয়া ।

  • @mondiraboruah3395
    @mondiraboruah3395 2 роки тому +3

    তুমি বৰ সুন্দৰ মনৰ নাৰী, তুমি অসম্ভৱ কো সম্ভৱ কৰি দেখুৱালা । নাৰী শক্তি কিমান তাৰেই প্ৰমাণ।

  • @duleswarisaikia7692
    @duleswarisaikia7692 2 роки тому +9

    দেখাত ধুনীয়া নহয় তোমাৰ মনটো বহুত ধুনীয়া, বৃহৎ। উত্তৰ বোৰ গভীৰ, যুক্তি সংগত। আগুৱাই যোৱা।

  • @bijoysonowal4052
    @bijoysonowal4052 Рік тому

    আপোনী সেন্দুৰ যে লৈ আছে আকৈ পুৰুষ এটা লাগে বুলি কৈছে মানে কথাতো কি সেন্দুৰ হয় নে নহয় নাজানো কিন্তু এটাই কথা ভিদিঅতোত শুনি আছোপুৰুষ এজনক আবশ্যক হৈছে

  • @deepdas2960
    @deepdas2960 2 роки тому

    Khub vl lgise maya bar sinta dhra bor apuni nijok sukhi rakhok .jibon to nijor

  • @TrishnaSaikia-h7d
    @TrishnaSaikia-h7d 9 місяців тому

    নিজৰ মতে জীবনতো আগোয়া যায়ক ।

  • @ritumanibasumatary5057
    @ritumanibasumatary5057 Рік тому

    beautiful maya ba

  • @ritaslife4484
    @ritaslife4484 2 роки тому

    Bahut dhunia koi bujase.vaal lgl...knowldge ase

  • @sushilkonwar7012
    @sushilkonwar7012 2 роки тому

    মনে ভাবি ললেই সকলো কাম কৰিব লৈ ইচ্ছা হয । প্ৰকৃতিক চেৰায় কাম কৰিব লাগে জানো । আমাৰ মাতৃ সকলক আমি প্ৰকৃতিৰ লগত তুলনা কৰো । মাতৃৰ কিমান শক্তি আছে আমি জানো। তেওঁলোকৰ জন্ম দিয়া অৰ্থাত সৃষ্টি কৰা ক্ষমতান ডাক্তৰ এনে এগৰাকী মাতৃয়ে সৃষ্টি কৰে । তেওঁ কৰিন পৰা কামত আমাৰ বাধা নাই । এবাৰ ভাৱ হয় ভগৱানৰ ৰূপ লোৱা অন্যহাতে চিকিৎসা বিজ্ঞানকে সকলো বুলি ধৰি লয় । নেজানো দেই এইখন কি হবলৈ গৈ আছে । এনে মনোভাৱ যুৱ সমাজত কিয় ইচ্ছা প্ৰকত হৈছে নাজানো । ধন্যবাদ । চিকিৎসক জিন্দা বাদ । (গছ, লতা বন_ খাগৰি ,কহুঁৱা ,নদ নদী, সাগৰ, পৰ্বত, পাহাৰ,জল্পপাত ,,গুহা , অৰণ্য ,জীৱ জন্তু, চৰাই চিৰিকতি} ইত্যাদি ইত্যাসি প্ৰকৃতি বুকুতে সৃষ্টি হোৱা অৰ্থাত ভগৱানৰ সৃষ্টি বুলি বিশ্বস কৰো । যদিহে নকৰো নাস্তিক বুলি কয় । চিকিৎসকে ইনভেনচনৰ কাৰণে বিভিন্ন ধৰণে পৰীক্ষা নিৰিক্ষা চলায় । যদি সফল নহয় তেওঁলোকৰ দুখ বা অপৰাধ হব নেকী ?

  • @dipsikhachetia111
    @dipsikhachetia111 2 роки тому

    2nd question tu asorit manilu kin2 virgin or kotha hudhixe sun ? Ki mane hei vogoban ki j koi ,

  • @tapangogoi6085
    @tapangogoi6085 2 роки тому

    Good bido

  • @gitasukai2579
    @gitasukai2579 2 роки тому +2

    Mayapriya ba apunar kotha khuni bohut val lagil.

  • @barlinasbvlogs9783
    @barlinasbvlogs9783 Рік тому

    Ai vedio tu share kori aku bhul hua ni karn agot ji hol hl atiyar anekua lora sualibr vidio r pra hahox pab bhoi nkorib ma deutak kobloi❤️❤️

  • @RintuBorah-l9t
    @RintuBorah-l9t Рік тому

    মায়া বা তুমি তোমাৰ জীৱনটো নিজৰ মতে যাপন কৰা। তোমালৈ মোৰ শুভেচ্ছা থাকিল।

  • @banditarajbongshi460
    @banditarajbongshi460 2 роки тому +1

    আপুনাৰ বিয়া হল নেকি মায়া বা সেন্দুৰ লৈচে জে

  • @chiranjitburagohainchiranj7106
    @chiranjitburagohainchiranj7106 4 місяці тому

    Answer kaita hundor koi desa.

  • @dimpilifestyle8824
    @dimpilifestyle8824 2 роки тому

    বিয়া হোৱা নাই যদি আপুনি kio sindur লৈছে ba plz kb

  • @assamesesongsanddihanaam8493
    @assamesesongsanddihanaam8493 2 роки тому +4

    বাইদেউ আপোনাৰ কথাই মনমোহাই পেলাইছে আপোনি ইমান ধুনীয়া মানুহে বেয়াকৈ কমেট দিব নালাগে ভগবানে জাক জেনেকৈ জন্ম দিছে হাহিব নাপাই ইমান ধুনীয়া কথা কৈছে আমি ভাল কথাহে শিকিছো🙏🙏🙏👍

    • @sarudas1424
      @sarudas1424 2 роки тому

      মায়াৰ জীৱন কাহিনী শুনি বৰ ভাল লাগিল, আমাৰ ঘৰৰ ওচৰত এজন লৰা আছে তেওঁৰ কাম বিলাকো ছোৱালীৰ নিচিনাই, গাওঁৰ লোক সকলে লেডিজ বুলিয়েই কয় ,শুনিলে বৰ বেয়া লাগে

  • @Love-you-Gyz
    @Love-you-Gyz 2 роки тому

    Val lagise maya baa.....apunak monor pora ashirbaad koru....god bless you

  • @dhirajpatgiri7747
    @dhirajpatgiri7747 2 роки тому

    Maya baar nisina hokoluwe hbo try kora kisuman ajotha questions kori manuhbure gyanir bhab nidiba. Nijor life nije jiyai thokar odhikar ase tat karu mat motar pdhi nai 🙏

  • @junumonisaikia2500
    @junumonisaikia2500 2 роки тому

    বৰ সুন্দৰ প্ৰত্যুত্তৰ দিছে ।মায়াই নিজৰ অনুভৱ সাকাৰ কৰিবলৈ আগবাঢ়িছে ।আমি শুভেচ্ছাহে জনাব লাগে ।বিয়াই নাৰী জীৱনৰ শেষ সিদ্ধান্ত সকলোৰে নহয় ।মায়া কিন্তু বহুত জ্ঞানী আৰু অধ্যয়ন পুষ্ট ।ধন্যবাদ ।

  • @daisyslovevideos2431
    @daisyslovevideos2431 Рік тому

    Apunar dressing sense khub xundor maya aru apunar kothabur O khub xundor 🙏

  • @himashreedeka2463
    @himashreedeka2463 2 роки тому

    😃😃eman ei beauty ne bpre ahongkar

  • @Lovacurious2
    @Lovacurious2 2 роки тому +1

    🙏🙏Bohut bhaal lagil, Eman dhuniya 2mi. Bhagobane xadai bhaale rakhak.

  • @kanakdeka512
    @kanakdeka512 2 роки тому +2

    মায়া তুমি বৰ সুন্দৰভাৱে উত্তৰ দিলা ৷ বৰ ভাল লাগিল ৷ ভগৱানে মংগল কৰক ৷

  • @manjitman2384
    @manjitman2384 2 роки тому +1

    সুন্দৰ মায়া বা ❤️❤️❤️

  • @guningogoi8007
    @guningogoi8007 2 роки тому +7

    আপোনাৰ আশা পুৰণ হওঁক । তাৰে কামনা কৰিলোঁ । এতিয়া আপোনাৰ কৰ্ম কৰি যাওক।

  • @bimalkoch5352
    @bimalkoch5352 2 роки тому

    Ata kotha kao akebare nalage je apuni transplant surgery hoi looking good..mur ata kotha asil khub bipodot porisu correct information tu apunar pora Pam janu but kt nu lg pam

  • @chandradas8418
    @chandradas8418 2 роки тому

    Apunar manto bahut bhal, knowledge bahut ase,,

  • @RmRm-e2i
    @RmRm-e2i Рік тому

    Maya bha Tumi tumar jibonor roja gotike Tumi tumar jibon aguwai lua anor kotha kan nidibo karon tumar kosto Tumi bugisa beleke nohoi

  • @pabanbora8516
    @pabanbora8516 Рік тому

    Jibonat manuhor kisuman nija hepah thake karobar jiai thokar hepahok bhangi surmar koriba nepai.eta kotha karubar antarat aghat Hani kunu jibont sukhi hobo nuare .teo jito Val Paisa teo korisa Tate kunubai aiprosna bur koriba nepai.tumi tumar darai vala thaka Maya.

  • @papudas2244
    @papudas2244 2 роки тому

    Bhut val lagil kothabur khuni,kiba ata nojona kotha janibo parilu, thanks maya ba,

  • @sadnandabora3844
    @sadnandabora3844 2 роки тому

    মই এজন মানুহ হিচাপে মায়াৰ এই সাক্ষাত কাৰ শুনি বহুত সুখী হৈছো ।বিজ্ঞানক অশেষ ধন্য বাদ দিলো ।মায়াৰ সমষ্যা মায়াই সমাধান কৰি হেলাৰঙে গ্ৰহন কৰি লে ।কমেণ্ট বোৰ মায়া নামৰ সেই ভূক্ত ভূক্ত ভূগীক সোধাত কৈ কিবা কৰি বিজ্ঞানীক সোধক ।ডাক্তৰক সোধক । মায়াক সুধি ঠাট্টা নকৰাই ভাল । মই আন এটা কথাৰ ওপৰত কবলে বিছাৰিছো কথা ষাৰ এই সুযুগতে প্ৰকাশ কৰিলো -অন্ততঃ সদাশয় কোনোবা এটা ছচিয়ল মিডিয়াই ব্যৱস্থা লওক । অতি ঘৃণৃত ভাৱে এছাম অসভ্য উলংগ মানুহ ৰূপী অমানুহে সামাজিক মাধ্যমত ইমান ঘিন লগা কাহিনী উপস্থাপন কৰি টকা ঘটাৰ উপায় ওলিয়াই মানৱ সমাজৰ মাজত শিশূৰ পৰা বৃদ্ধ লৈকে ঘৃণীত কৰিছে সছেতন লোকে এইবোৰ দেখি শুনি পঢ়ি আছৰিত নহৈ নোৱাৰিছো ।মই এইলৈ ঘৃণাৰে কৈছো ছচিয়েল মিডীয়াৰ উচ্ছ স্তৰতে এইবোৰ বন্ধ কৰাৰ দিহা কৰক ।মায়ৰ বিষয়ে চিন্তা কৰাতকে সেই সক এনেবোৰ কথাৰ বিষয়ে কমেণ্ট কৰক ।এইবোৰ নৱ প্ৰজন্মৰ কাৰণে অশুভ বাৰ্তা হৈ পৰিছে
    এই কথাবোৰ লিখাৰ বাবে সুবিধা বিছাৰি পোৱা নাছিলো ! আজি মায়াৰ জৰিয়তে লিখিলো ।

  • @a.cstudio7589
    @a.cstudio7589 2 роки тому

    Reply moja disa 👌🏽

  • @hargobindasarma100
    @hargobindasarma100 2 роки тому

    টকা ঘটাৰ সহজ ৰাস্তা

  • @namitabora964
    @namitabora964 2 роки тому +10

    ভাল লাগিল আপোনাৰ কথাবোৰ। আমাৰ সমাজত সৰহভাগ মানুহেই বেলেগৰ সমালোচনা কৰি ভাল পাই

  • @tutumonibora2077
    @tutumonibora2077 2 роки тому

    তেওঁ বহুত সুন্দৰ কৈ উত্তৰ দিলে।

  • @soniyasherpa-jk9ln
    @soniyasherpa-jk9ln Рік тому

    Tumar surgery indore ot hoisil i know that by Dr Sumit Jaiswaal

  • @bananicreations7957
    @bananicreations7957 2 роки тому

    মায়া বা আপোনাক এবাৰ লগ কৰিব বিচাৰিছিলো ক'ত লগ পম জনব নেকি?

  • @alakadevi7134
    @alakadevi7134 2 роки тому

    Maya tomak bahut bhal lagise tumi bhaldare kisi thaka alaka devi

  • @arunkalita2562
    @arunkalita2562 2 роки тому +2

    এটাই ভাল লাগিল দেই আপুনি নিজৰ মতে জীৱন টো জীয়াই আছে আৰু থাকক।

  • @mbgohain7262
    @mbgohain7262 2 роки тому

    Thanks Maya you are great ❤️

  • @alishabosmutary5240
    @alishabosmutary5240 2 роки тому

    Nice baa bohut val lagise baa❣️

  • @bismiyagogoibismiyagogoi9177
    @bismiyagogoibismiyagogoi9177 2 роки тому

    আপোনাক ভাল লাগিছে বা আপুনি আগুৱাই যাওক বা

  • @munmisaikia1748
    @munmisaikia1748 2 роки тому

    মায়াপ্রিয়া তোমাৰ উওৰ বোৰ যিমান ধুনীয়া তুমি ও বহুত মৰমলগা ।😊😍

  • @lxsinu8664
    @lxsinu8664 2 роки тому +1

    মায়া বা ❤️ কুকুৰ বোৰে এনে কাম বন নাই লোকৰ জীৱনত ভকি থাকিব আপুনি চিন্তা নকৰিবা আমি আছোঁ ❤️❤️😘😘😘😘🥰🥰🥰love from morigaon baa

  • @Mr_bron_mahir_80172
    @Mr_bron_mahir_80172 2 роки тому

    Moja Maya Baa good reply dise...... Prawd of you Baa..... Tumar karone Moi hodai pray korim....tumi vhal thoka... 👍👍👍👍

  • @Chesscity6066
    @Chesscity6066 11 місяців тому

    Bhogobane apunak valdare agbharai niok

  • @manusarma8806
    @manusarma8806 2 роки тому

    O mrinal bido😁😁😁😁😁😁.

  • @kundilgogoi5155
    @kundilgogoi5155 2 роки тому

    Jibon atai heitu hodai nijor motei hobo lage ane ki koy tar uport guruto dile adin postabo lagibo gotike nijok nijor motei thakibo dya ...baki maya ba loi huvesha ❤️

  • @jyotidas9869
    @jyotidas9869 2 роки тому +12

    বহুত ধুনীয়া লাগিছে হে আপোনাক ❤️❤️

  • @ratneswarmoran8216
    @ratneswarmoran8216 2 роки тому

    মায়া বা আৰু দিয়ক ইমান থেক মনৰ মানোবোৰক

  • @manikabaishya1683
    @manikabaishya1683 2 роки тому +2

    মায়া আপোনাৰ কথাবোৰ বহুত ভাল লাগিলে 💐💐

  • @menaleboruahmenaleboruah9301
    @menaleboruahmenaleboruah9301 2 роки тому +2

    maya ba tumar kothabur bohut val lagilsa tumi hodai agbahi juwa