Moy horu ke koisu aru moy namoni assom bijnir pora koisu je tumi ajoni atmo biswakhi ketiaw nijok nirakhe hobo nediba aru tumi Jen bohut bohut sukot thaka tumi Jana ne amre assomore suali bor olopote vangi najay best 👍 of luck 🥰🥰🥰🥰
Tmi sinta nakariba moi tumr best friend hom tmi mon beya nkariba de tumi eman val suwali adin haleuu tumr friends ahiboye tumr lgat ag baahi jua God bless you 👍👍👍 ❤️❤️❤️❤️❤️😊🥰💓🤗🤗💗💗💗💗
2mi friend nai buli mon bea nokoriba and kora u nai baru Aji kali bondhu nisina bondhu thakat ke nothaka a val akole kam kori jabo lagibo 2mak bondhu a nukuwai 💕mur falor pora Bht morom 2male
ভাল ছোৱালী মাজনী ভাল মনৰ ঈশ্বৰে তেওঁক আৰু শক্তি দিয়ক
ইমান দুখ সংকটৰ পিছতো তুমাৰ ইমান উচ্চমানৰ চিন্তা ধাৰনা ,ধন্যবাদ তুমাক ।বন্দিতা তুমাৰ মনৰ আশা পুৰন হোবই ।ভগবানৰ ওপৰত বিশ্বাস ৰাখি আগুৱাই জোৱা GOD BLESS YOU 👌✌️
সুখ দুখৰ সংমিশ্ৰণেই হ'ল জীৱন।
আগুৱাই যোৱা তাৰেই কামনা কৰিলোঁ 🙏
জীৱন মানেই সংগ্ৰাম।
❤️
অফুৰন্ত মানসিক শক্তিৰ অধিকাৰী। উজ্বল ভৱিষ্যত কামনা কৰিলোঁ।
বৰ মৰমলগা ছোৱালীজনী.বহুত সুন্দৰকৈ কথা কৈছে.তেওঁৰ কুশল কামনা কৰিলো.তুমি আগবাঢ়ি যোৱা
বহুত ভাল মনৰ ছোৱালীজনী। ভগৱানে তাইক আগুৱাই যাবলৈ সাহস দিয়ক তাৰে কামনা কৰিলো।
ভগৱানে তোমাক সদায় সুখত ৰাখক...... 🙏
আইনী ,তোমাৰ সাহসী মন আৰু লক্ষ্যক সন্মান জনাইছো আৰু ভগৱানক প্ৰাৰ্থনা জনাইছো তোমাৰ সকলো আশা পূৰণ হয় যেন ।
বহুত বহুত,,,, মহান আল্লাহ পাকৰ ওচৰত দোৱা কৰিছো তুমি যেন জীৱনত বহুত কৃতকার্য কৰিব পাৰা। মাজনী,, তুমি আগবাঢ়ি যোৱা আমাৰ দোৱা,, আশীর্বাদ,, পা'থনা থাকিল ভগবান, আল্লাহ,, গদৰ ওচৰত। 🙏👍👌
চিন্তাইদি বহুত পৰিপক্ক ছোৱালী।তাই আৰু আগবাঢ়ি যাওঁক ।🎉🎉
বহুত মৰম লগা ছোৱালী । আশীৰ্বাদ থাকিল তুমি আগুৱাই যোৱা ।
বন্দিতা,মনত সাহস আৰু বিশ্বাস ৰখা।ভগৱান আছে।
বহুত দুখ লাগিল ভন্টি গৰাকীৰ কথাবোৰ শুনি।
ভগৱানে তোমাৰ মনৰ কামনা পূৰণ কৰে যাতে তাৰেই প্ৰাৰ্থনা কৰিলো ভগৱানৰ ওচৰত 🙏 ।
বন্দিতা, তুমি কেতিয়াও নিৰুৎসাহ নহবা। ভগৱান তোমাৰ সহায়। তুমি সাহসেৰে তোমাৰ জীৱনৰ লক্ষ্য পূৰণৰ বাবে আগবাঢ়ি যোৱা।
তোমাক কোনোবাই বেয়াকৈ ক'লেও তুমি দুখ নকৰিৱা জীবনত আৰু কৰিৱ লগিয়া কাম আছে,মোৰ এখন হাত নাই মই শিক্ষক হিচাপে কাম কৰি আছো কোনোবাই যি কয় কৈ থাকক মই মোৰ কাম কৰি আছো তুমি নিজৰ পঢ়া-শুনাত মনোযোগ দিয়া আৰু আগুবাই যোবা |
সুখী হোৱা🙏
Hoi.
Xosakoi bandita tumr xahokh r karone bohut besi dhoinyobad...... Tumr dhoijyo, xahokh thokar babei tumi adin bohu dur agbahi jba.....vogoban r usrt mur takei parthana j tumk jn xukhot rakhe ru akhirbad kore.... ❤🙏
সদায় ভালে থাকা, বহুত সুন্দৰ সুন্দৰ কথা কৈছা।
সোনজনি , ভগৱান নে তোমাৰ মঙ্গল কৰক..
তাইক ভগৱানে সাহস দিয়ক🥺💝
হে ভগৱান ছোৱালী জনিক আৰু সাহস দিয়া মাজনি ভালে থাকা
Hundor. Vogobana tumak hokti diok. Nijai nijor hahokh hua.
বন্দিতা তোমাৰ ভৰিখন নাই বুলি এ কেবাৰে দুখ নকৰিবা। তোমাৰ যে ইমান প্ৰতিভা আছে সেইখিনি তুমি আগুৱাই নিয়া। God bless you.
ঈশ্বৰে তাইক আৰু শক্তি দিয়ক | তাৰেই কামনাৰে |
মই আছোঁ তোমাৰ লগত আছোঁ ফেণ্ড হিচাপে তুমি ইমান মৰম লগা। তোমাৰ লগত মই থাকিম মৰম লগা ছোৱালী জনি তোমাৰ লগত মই থাকিম ফেণ্ড্ হিচাপে
💝💝God bless you...Tumi normal hoii o sinta nkriba....blg murkho manuhr khta 😊🙏
Bor dhuniyà mat bor mor loga Tumi, hosakoi tumar hopun hofol houk tare kamona korilu, God bless you,,
ছোৱালী জনী ইমান ধুনীয়া,
তাইৰ মাতটো
বহুত
সুন্দৰ।
সাৰ নামানিবা তুমি নিজৰ জীৱনটো লৈ মা দেউতা কথা ভাবি আগুৱাই যোৱা ❤️ শুভেচ্ছা জনাইছোঁ তোমাক
tumi kuxole thaka 2mar kam kori juwa.God blessing You
Sob kotha bad di ছোৱালী জনি Voice tu wow, bht bht val lagil,
বহুত ভাল লাগিল তাই ইমান ধুনীয়াকৈ কথা কয়ছে !💗💗
তুমি বহুত দূৰ আগুৱাই যোৱা
Sad moment tears us but she is a great inspiration for other handicaps.
ভগৱানে তোমাক সহায় কৰক।
ভগৱানে সাহস দিয়ক তাৰ কামনাৰে
মানুহৰ মন তাইৰ দৰে ফৰকাল হ'ব লাগে । তোমাৰ সপোন বোৰ পূৰন হওক । আগবাঢ়ি যোৱা । কেতিয়াবা লগ পাম ।
বন্টীটা তোমাক আল্লাই মন কামনা পুৰন কৰক
ভালৰ লগত ভগৱান সদায়ে থাকে তুমাৰ ভাল হক তাৰে কামনা কৰিলো ।
ভগৱানে তোমাক ভালে ৰাখক বন্দিতা 🙏🙏❤️♥️💞
God bless you beta
God bless you vonti 🙏🙏😍😍😍
bandita , tumar kotha khini imman sundar ,tumar mon tu tatkoiu sundor, God bless you ,I am your friend
ভগৱানে সকলোকে সহায় কৰক সেই দুৰ্যোগ ম য় পৰিস্থিতিত
You are so innocent....be care yourself.....ekdin nisway bhal haba tomar.....
আৰু আগুৱাই যোৱা❤
আৰু আগ বাঢ়ি যোৱা 🥰🥰
মৰম লগা ।সফলতাৰে আগবাঢ়ি যোৱা ....
God bless you bandita
বন্ধু নাই বুলি দুখ নকৰিবা। ভগৱানে তোমাক দুখ দিছে যদিও সুখো দিব। আমাৰ শুভকামনা সদায় আছে।
Moy horu ke koisu aru moy namoni assom bijnir pora koisu je tumi ajoni atmo biswakhi ketiaw nijok nirakhe hobo nediba aru tumi Jen bohut bohut sukot thaka tumi Jana ne amre assomore suali bor olopote vangi najay best 👍 of luck 🥰🥰🥰🥰
May God bless you and give a special power to success ur valuable thought.
মাজনী ভগবানে তোমাক সহায় কৰক
তাইৰ কৰ্ম তৎপৰতা চাই বৰ ভাল লাগিল। আগুৱাই যোৱা নিৰাশ নহবা।
ভগৱানে ভাল কৰক তোমাক 🙏🙏😘😘
ধুনিয়া আগুৱাই যোৱা
Dear sister monot durbol nokoriba...... Ami asu tomar logt sister..... Aguwai jowa.... Bhogoban tomar lgt ase... Val kotha vabisa..... 🙏🏻🙏🏻🙏🏻❤❤❤❤❤❤
Tumaloi akhirbad tkakil .In this world no one is for none !Go ahead ,God will bless you .
Bohut Val lagile
Soku pani ulai goise mur 😭 ...best of luck thakil morom loga suwali joniloi
Tmi sinta nakariba moi tumr best friend hom tmi mon beya nkariba de tumi eman val suwali adin haleuu tumr friends ahiboye tumr lgat ag baahi jua God bless you 👍👍👍 ❤️❤️❤️❤️❤️😊🥰💓🤗🤗💗💗💗💗
তুমি সদায় আগবাঢ়ি যোৱা
Be strong girl, sai bohutei bhal lagise help korise me, thanku for your giving a good positive aspect. May God Bless You😇😇😇.
ভন্টি জনিক ভগোৱাণে শাসক দিয়ক 🙏🕉️🙏
Heart touching. God bless you
তুমি ধুনীয়া ছোৱালী
বহুত ভাল লাগিল আগলৈ আগুৱাই যোৱা 👍🙏
Bandita Khodai happy thaka tare kamona korilu! Tumar monor kamona jate khodai pura hoi aru tumi jate unnoti shekhor suwa tare kamona korilu! Best of luck
God bless you my child
Mojja 👍👍
tumi aguai jua...god bless you...
তোমালৈ মোৰ অন্তৰৰ আশীৰ্বাদ থাকিল।ভগবানে তোমাৰ সৰ্বটো প্ৰকাৰে মংগল কৰক।
God bless you my sweet Sister
তোমাৰ কথা শুনি বেয়া লাগিছে কিন্তু তুমি বেলেগ কথা শুনিব নালাগে তুমি ভালদৰে পৰা আৰু আগোয়াই জৱা
God bless you sis..
তুমি বহুত আগবাঢ়ি যোৱা। ভগৱান আছে।
বন্ধু নাই বুলি মন বেয়া নকৰিবা নিজৰ লাইফ নিজে ভালকৈ উপভোগ কৰা❤️❤️❤️😘😘🥰🥰🥰
Passitive girl 🥰god bless you 🙏
Mojja Sunday ❤️
Oh my sister,God blessed you.
Val lagese God bless you
God bless you 🙏🙏🙏🙏🙏🙏 sister
god blessed u bondita
Bahut val lagil
God bless you bondita
Hosake bohut vl lagil amr vonti jnir kotha kaita huni hodai anekoi hahi thakiba aru hahokhi hoi thakiba gd bless you and love from dergaon
সেই বিলাক মানুহৰ শাৰীত নপৰে,গভৱান তোমাৰ সহায় হওঁক ❤️
Nice ,Pravu.
2mi friend nai buli mon bea nokoriba and kora u nai baru Aji kali bondhu nisina bondhu thakat ke nothaka a val akole kam kori jabo lagibo 2mak bondhu a nukuwai 💕mur falor pora Bht morom 2male
Heartfelt thanks to all 😊
Mantal Strong is real Life definition,so don't think about your health,just do that way to your dream,good bless you sister
Bohut vl lgil bohut bohut bhut😊😊😊
Grand salute to you. All the best wishes to you and your family. Always be positive and happiness.❤❤❤❤❤❤❤❤❤❤❤❤
God bless you Bondita.....
Muru kunu bondhu nai 😊 oklei happy.... Ru tumio happy thoka🤗🥰emn morom loga...
তুমি দোষ নকৰিবা,তুমাৰ কি নাই সকলো আছে।তুমি মাথো অনুভৱ কেতিয়াও নকৰিবা।তুমাৰ দৰে কোনো হ'বও নোৱাৰে।তুমাৰ লগত বহুত বহুত বেছি বন্ধু বান্ধৱী আছে।যিবোৰ মানুহে ঘাত প্ৰতিঘাতৰ মাজত ডাঙৰ দীঘল হৈছে। মোৰো হৃদয় চুই যোৱাৰ ঘতনা।বৰ্তমান যুগৰ কিছুমান মানুহ দেখা পোৱা যায় হাট ভৰি,কান নাক সকলো সৌন্দৰ্য থাকিও মন বোৰ কুচৰিত্ৰ,অলশ্যে,অহঙকাৰি এই বোৰ চৰিত্ৰৰ মানুহৰ ৰঙবোৰ সলনি হৈ থাকে।সছা হৃদয় নাই।তুমাৰ উচৰত সদায় ভগৱানে আছে।কোনো কাৰনত হাৰ নামানিবা সাহসেৰে আগুৱাই যোৱা, তোমাৰ সম্পূৰ্ণ আশা বোৰ পুৰ হবয়েই হবয়েই।
God bless you 🙏
বনদিতা তুমি কেতিয়াও অকলশৰীয়া বুলি নাভাবিবা যাৰ লগত কোনো নাই তাৰ লগত ভগৱান সদায় থাকে তুমি মাথো ভগৱানক প্ৰাৰ্থনা কৰিবা সদায় সুস্থ হৈ থাকিবলৈ কৃষ্ণ
Video to sai val lagil. God bless you.
Bhanti bhal lagil tumar manakhikata best of luck
God bless you 🌼