কিৰোৰী লাল মীনাৰ দৰে কেতিয়া পদত্যাগ কৰিব মন্ত্ৰী পিযুষ হাজৰিকা ডাঙৰীয়া?

Поділитися
Вставка
  • Опубліковано 4 лип 2024
  • 🔹মন্ত্ৰী পিযুষ হাজৰিকা ডাঙৰীয়া!
    আপুনি কেতিয়া পদত্যাগ কৰিব?
    🔹ৰাজনীতি বাৰু এৰিব নালাগে!
    🔹বিজেপিৰ জ্যেষ্ঠ নেতা কিৰোৰী লাল মীনাৰ আদৰ্শৰে বাট বুলি কম চে কম মন্ত্ৰীত্বৰ পৰাই পদত্যাগ কৰকচোন!
    🔹কিয়? আপুনিয়ে জানো ঘোষণা কৰা নাছিল?
    🔹গৌৰৱ গগৈ যোৰহাটত জয়ী হ’লে আপুনি ৰাজনীতি এৰিব!
    🔹পূৰ্বতে কৰা ঘোষণা অনুসৰি ৰাজস্থানৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিলে কিৰোৰী লাল মীনাই!
    ___________________________________
    Like, share and subscribe our channel.
    Follow us on:
    Facebook - nenownews/
    Twitter - NENowNews/
    Instagram - northeast.now

КОМЕНТАРІ • 216

  • @duluduttadulu2138
    @duluduttadulu2138 3 дні тому +90

    পিযুয হাজৰিকাই ৰাজনীতি এৰিলে জেলত থাকিব লাগিব

  • @RosardRoird
    @RosardRoird 3 дні тому +67

    গেলা পিয়াজ।

    • @SatyamevaJayate-hq4pn
      @SatyamevaJayate-hq4pn 3 дні тому +1

      গোন্ধ ওলোই ওচৰত ৰৈ কথা পাতিলে৷

  • @inglishvlogs1015
    @inglishvlogs1015 3 дні тому +61

    ইহত বোৰ বিপদজনক অসমৰ বাবে,

  • @SurenDehingia-hn9il
    @SurenDehingia-hn9il 3 дні тому +47

    নিলাজটো

  • @kulenchpathak
    @kulenchpathak 3 дні тому +40

    খোৱা পাতত থু পেলোৱা লোকৰ কথা কৈ লাভ নাই ৷

  • @dimbeswarsaikia7360
    @dimbeswarsaikia7360 3 дні тому +23

    লাজ আৰু বিবেক থাকিবলৈ পদত্যাগ কৰিলে হেঁতেন।বিবেকহীন এটা গাধ।

    • @SatyamevaJayate-hq4pn
      @SatyamevaJayate-hq4pn 3 дні тому

      @@dimbeswarsaikia7360 আপোনি যদি তেওঁৰ জেগাত থাকে কৰিব যানো?

  • @kishoridas6447
    @kishoridas6447 3 дні тому +33

    অহংকাৰী মন্ত্ৰী। উন্নয়নৰ কথা ভাবক।

  • @nripendas9926
    @nripendas9926 3 дні тому +25

    উপৰৰ মাল,
    এলা পেছা বিধৰ লোক নহয়।

  • @user-hy9gv3ob2r
    @user-hy9gv3ob2r 3 дні тому +16

    ত্যাগ কৰিবলৈ লৈচিলেই কেৱল গৌৰৱ গগৈয়ে কোৱাৰ বাবেহে ৰৈ দিলে।

  • @diliphazarika8581
    @diliphazarika8581 3 дні тому +19

    অহংকাৰ কৰিব নেপায়

  • @PabitraTeron-bi1xx
    @PabitraTeron-bi1xx 3 дні тому +15

    পিযুষ হাজৰিকা দা কথা কি কব - তেখেতৰ মুখখন দেখিলে আমাৰ হজম নহয়। তেখেত অহংকাৰী আৰু লোভিয়া হয়, গতিকে কোনো পৈদ্ধে গাদি কাকো নিদিয়ে ।

  • @RanjankumarBoruah-kw1me
    @RanjankumarBoruah-kw1me 3 дні тому +29

    Pijus ৰাজনীতি ত থাকিলে বিৰোধী কাৰণে ভাল। সমষ্টি বিলাক ত জয়ীহৱলৈ সহজহয়।

    • @SatyamevaJayate-hq4pn
      @SatyamevaJayate-hq4pn 3 дні тому

      @@RanjankumarBoruah-kw1me থিক তেওঁ ওলাই গলে অলপ দিনৰ কাৰণে অসমৰ ৰাইজে যি মন যায় খাব পাৰিব৷ সেইতোয়ে কওঁ আৰু৷ আকৌ অলপ দিনৰ পাছত বেলেগ এটাৰ জন্ম লব৷

  • @phanindradevagoswami4635
    @phanindradevagoswami4635 2 дні тому +5

    পীযুয পিশাঁচে ৰাজনীতি বা মন্ত্ৰীত্ব একো নেৰে।ই হিমন্ত প্ৰশিক্ষিত দগাবাজ হয়।

  • @kakoligayan2065
    @kakoligayan2065 3 дні тому +6

    পি যুজ হাজৰিকা এটা নিজাল
    বান্দৰ মুখৰ লে কাম নাই

  • @UMESHBORA-kc1hw
    @UMESHBORA-kc1hw 3 дні тому +5

    মন্ত্ৰীপদৰ বাবেই এইটোৱে হিমন্তৰ ভৰি চেলেকি আছে , সি মন্ত্ৰী পদ এৰিব বুলি ভবা কিজনেহে লাজ পাব । সি মানুহ হ'লে ইমান দিনে নিজৰ কথা ৰাখিলেহেতেন ।

  • @rahibulislam8620
    @rahibulislam8620 2 дні тому +7

    পিয়াজ ডাঙৰীয়া অহংকাৰী নহয়, তেওঁ নিলাজ হে 😂😂😂

  • @user-ir8qt8dz9s
    @user-ir8qt8dz9s 2 дні тому +5

    নিলাজ।। পদত্যাগ কৰ পিযুজ হাজৰিকা।।

  • @subhadutta5368
    @subhadutta5368 3 дні тому +13

    মূৰত মালেই নাই।

  • @GauriBaruah-gx7ck
    @GauriBaruah-gx7ck 3 дні тому +4

    ক'ত যুগৰ সাধনাত নোপোৱা বস্তু পাইছে মুখৰ কথাতে এৰিব পাৰিনে? কৈছিল কৈছিল তাকে ধৰি থাকিব লাগেনে? বহুতে হিমন্তৰ অন্ধ ভক্ত বুলি কয় কিন্তু মই নকওঁ কাৰণ হিমন্তই মৰম কৰি মন্ত্ৰী পদ দিছে, অলপটো তোষামোদ কৰিবই লাগিব দিয়কচোন! বেয়া পায় কিয়?

  • @MahanandaGogoi-dc9wo
    @MahanandaGogoi-dc9wo 2 дні тому +4

    অহঙকাৰী মন্ত্ৰী। পদত্যাগ কিয় কৰা নাই।এক নম্বৰ ফিতাহি মন্ত্ৰী।

  • @subhashsut2215
    @subhashsut2215 3 дні тому +11

    গেলা‌ পিয়াজ বিলাক বাচি পেলাই দিব লাগে।

  • @sofiulali5329
    @sofiulali5329 3 дні тому +4

    সেই এই বোৰ ৰাজনীতি,এনেই হে কৈইছিলো।

  • @pranjal1393
    @pranjal1393 2 дні тому +5

    ওপৰৰ মাল নে ওপৰত মাল নাই ৰাইজে হে জানিব আৰু।

  • @hemantamahanta5578
    @hemantamahanta5578 3 дні тому +4

    পিয়ুষ হাজৰিকা ডাঙৰীয়া আপূনী কথা দি কথা ৰাখিবনে ।

  • @ArunKonch-ur4zh
    @ArunKonch-ur4zh 3 дні тому +4

    " মই অহংকাৰ কৰি কোৱা নাই ।তপন গগৈ হাৰিলে ,গৌৰৱ গগৈ জিকিলে মই ৰাজনীতি ত্যাগ কৰিম ।"
    উক্ত বাক্য শাৰী এতিয়াও তপত হৈ আছে আৰু ভৱিষ্যতলৈ আৰু তপত হৈ থাকিব ।সাংবাদিক সকলৰ পৰাহে তেখেতৰ বক্তৱ্য দেখিলো আৰু শুনিলো । সাংবাদিকে তেখেতৰ গৌৰৱ কাণ্ডৰ এই মন্তৱ্যৰ ওপৰত প্ৰশ্ন নুশুধে কিয় ?

  • @LokeswarGogoi-xh9ef
    @LokeswarGogoi-xh9ef 2 дні тому +3

    মাৰোৱাৰী তথা ৰাজস্থানী সকলে মুখৰ কথা ৰক্ষা কৰেই

  • @bmshiksha7600
    @bmshiksha7600 3 дні тому +11

    ইয়াৰ কি কাম আছে । এসময়ত চিন মোকাম নোহোৱা হৈ যাব ।

  • @dilipkumarboruah7406
    @dilipkumarboruah7406 3 дні тому +4

    পিযুশৰ পেট ভৰা নাই।হেয়ে পদতাগ কৰানাই।

  • @rituparnasaikia1701
    @rituparnasaikia1701 3 дні тому +5

    এই চোৱা চেলেকাটোৰ পিছত কিয় লাগি থাকে?!

  • @user-dg4vz2sl1k
    @user-dg4vz2sl1k 2 дні тому +4

    বহুত ওপৰৰ মাল হয় এইটো

  • @NazrulIslam-hp3jh
    @NazrulIslam-hp3jh 3 дні тому +5

    জন্তুৰ লাজ মান নাই। পদত্যাগ নকৰে।

  • @SumantaNarah-ei9io
    @SumantaNarah-ei9io 3 дні тому +4

    এজন উচ্চ শিক্ষিত মূৰ্খ পণ্ডিতৰ লগত কিয় লাগি আছা। অসমৰ বানৰ খবৰ দিয়ক।

  • @user-ut4tw8vy6m
    @user-ut4tw8vy6m 3 дні тому +4

    লাচ নাইকিয়া মন্ত্ৰী ক'ত গ'ল পদত্যাগৰ কেতিয়া কৰিব অংকাৰ কৰিব নাপায় মন্ত্ৰী ডাঙৰীয়া ৰাইজে ভোট দি ৰজাৰ কৰিছে

  • @rationale-point3023
    @rationale-point3023 3 дні тому +5

    এজন নিৰ্লজ্য।এজন কেবিনেট মন্ত্ৰীৰ মুখত এনে কথা। মই হ'লে ৰাজনীতি ত্যাগ কৰিলোঁ হেতেন। অ' মহাপুৰুষ মুখখন দেখুৱাবলৈ লাজ লগা নাই?

  • @bibhadas5050
    @bibhadas5050 3 дні тому +5

    মুখৰ মূল্য থকা মানুহ, সচাঁ সঁচিকৈ ৰাজনীতি এৰিলে হিমন্তক হকে বিহকে প্ৰসংশা কৰিব কোনে। নালাগে দিয়ক ত্যাগ কৰিব কেবল 'ওপৰৰ মাল' ৰ ভাবটো এৰিব।মাৰ্জিত হব শিককচোন।

  • @boruahhoren4850
    @boruahhoren4850 3 дні тому +4

    নিলাজ মানুহৰ নিলাজ কথা

  • @puspadhardowarah1932
    @puspadhardowarah1932 3 дні тому +4

    এই মিছলীয়াই কেতিয়া পদত্যাগ কৰিব?

  • @KabitaGogoi-ut6jr
    @KabitaGogoi-ut6jr 3 дні тому +4

    তেওঁ নিজেই ৰাজনীতি নেৰে।এই বাৰ ৰাইজে পদত্যাগ কৰিবলৈ বাধ্য কৰাব।

  • @binudas8708
    @binudas8708 2 дні тому +3

    নিজৰ সন্মান নাথাকিলেও অন্ততঃ চকিখনৰৰ সন্মান ৰক্ষা কৰিবলৈ জনাটো ভাল।

  • @purnanandatahbilder9559
    @purnanandatahbilder9559 3 дні тому +6

    বৰ নিলাঁজ দে এইটো

  • @lakhindrarabha8257
    @lakhindrarabha8257 2 дні тому +4

    অহঙকাৰীলুভীয়ানিলাজ‌

  • @utpalgoswami1990
    @utpalgoswami1990 3 дні тому +14

    ফিউজ হাজৰিকা ৰাজনীতি এৰানায় ? পিজুছ ডাঙৰীয়া মন্ত্ৰী হ'লেও কথা দি কথা ৰাখে । পিজুছ ডাঙৰীয়া মূৰ্খ নহয় , যে কথা দি কথা নাৰাখে নহয়নে ?

  • @lakhikalita8394
    @lakhikalita8394 2 дні тому +4

    এজনক ভাল দিছে লাভ নাই লাজ নাপায়

  • @SalimatDdinDdin
    @SalimatDdinDdin 2 дні тому +4

    এওঁলোকৰ মুখ চাৰিখন জেন লাগে

  • @SatyamevaJayate-hq4pn
    @SatyamevaJayate-hq4pn 3 дні тому +5

    ইমান কিয় লাজ দিয়ে অ’ আমাৰ মৰমৰ মালটোক৷ আৰু Body Massage কোনে কৰিব? কিযে কৈ থাকে নহয়৷

  • @KaoriMai
    @KaoriMai 3 дні тому +5

    Rajasthanor montri ejon resignation dile apuni ketiya dibo piyush ydangoria??? Bor lazor kotha dei

  • @abushamamollah4984
    @abushamamollah4984 2 дні тому +1

    আপুনি জ্যোতিষি গৌৰৱ গগৈ ভাঙৰীয়া হাৰিব এতিয়া পদত্যাগ কৰি দেখুওৱা

  • @msaikia8709
    @msaikia8709 3 дні тому +8

    Misaliya ......ahankari pijuj hazarika....murdabadd 2026 election.

  • @user-df4hv7dc8t
    @user-df4hv7dc8t 3 дні тому +9

    Piyaj nilaj

  • @DilipKumarBordoloi-qn7ip
    @DilipKumarBordoloi-qn7ip 2 дні тому +3

    কিউৰিলাল পুৰুষ। পুৰুষৰ কথাৰ এমেৰ।ই মাল বুলি নিজেই কৈ থৈছে দেখোন।

  • @promudborgohain7920
    @promudborgohain7920 2 дні тому +2

    ই লুটেৰা,না BJP,CONG,,AGP য'তেই সুবিধা পাব তাতেই যাব নিলাজ।ই পদত্যাগ কৰিলে পৃথিৱী ওলোটা ফালে ঘূৰিব ।

  • @harekrishnadas1807
    @harekrishnadas1807 3 дні тому +5

    Oi nilaj ketiya podotyag koribi

  • @AnilBorgohain-wm7gr
    @AnilBorgohain-wm7gr 3 дні тому +10

    Gala piuje

  • @SaddamHussain-k6t
    @SaddamHussain-k6t 3 дні тому +4

    Piyus hazarika podoteg koribo nohoi.

  • @salimhussain4907
    @salimhussain4907 3 дні тому +4

    অধগতি যাব পিয়াজ

  • @rajatgogoi1241
    @rajatgogoi1241 3 дні тому +4

    কথা দি কথা ৰাখিব নোৱাৰিলে ।মোৰ যে পাই নিজৰ মানুহ জনীলৈ লাজ লাগিব দেই

  • @user-vx7gg4bz5v
    @user-vx7gg4bz5v 3 дні тому +3

    এইজনে লাজ কি বুজি নাযায় মুৰ নাইকীয়া কেকোৰা হয়

  • @VishnuRavii-vt7ql
    @VishnuRavii-vt7ql 3 дні тому +7

    Pijush hazorikai nuware , ohongkari , lubhia , onobhigra

  • @SushantaKhaund
    @SushantaKhaund 2 дні тому +1

    মহাপুৰুষ আপোনাক কি বুলি কম কাৰণ আপুনি যে বহুত ওগৰৰ মাল !

  • @myoldgramophoneinworkingco2559
    @myoldgramophoneinworkingco2559 3 дні тому +4

    এই লোক যাদুকৰ।।আমি ভোটাৰ সকল তেৰা সৱৰ ভেল্কীবাজীত ভোল যাওঁ ।। কৃষ্ণ!🙏🙏

  • @user-zg2dy5lc4t
    @user-zg2dy5lc4t 3 дні тому +4

    নিলাাজ

  • @robinpadi9715
    @robinpadi9715 3 дні тому +5

    Laj nai

  • @user-fv8gq9dm9z
    @user-fv8gq9dm9z 3 дні тому +6

    Laj thikilahay rajniti bat dibo pijuj dangria

  • @TCF573
    @TCF573 3 дні тому +6

    Atya kotha rakhi dekhuwa 😅😅

  • @user-ml9to2ei6l
    @user-ml9to2ei6l 3 дні тому +5

    Nilaj o auluk

  • @tonmoyeeborah4575
    @tonmoyeeborah4575 3 дні тому +16

    লেউৱা মুখ যে

  • @BhupenRajbongshi-jw2qw
    @BhupenRajbongshi-jw2qw 2 дні тому +1

    এই অহঙ্কাৰি কেইজন বিজেপিৰ থাকিলে বাকি দ'ল কেইটাৰ কাৰণে শুভ লক্ষণ

  • @habibullahhoque5305
    @habibullahhoque5305 3 дні тому +5

    Haga

  • @babul8718
    @babul8718 3 дні тому +4

    😅😅😅 Uporor Mal...26ot by by...

  • @user-fc3bt3vu1o
    @user-fc3bt3vu1o 2 дні тому +1

    অতি ভয়ংকৰ অতিপাত নিলাজ এইজনা

  • @AbowFengte
    @AbowFengte 2 дні тому +3

    Mantri Piyush Hararika hoise Axomor nirloj mantri

  • @TutumoniHira-jm3vy
    @TutumoniHira-jm3vy 3 дні тому +5

    Gela alu

  • @INDIANGAMINGKING2
    @INDIANGAMINGKING2 3 дні тому +3

    Rajesthan aru Assmor manuhor majot difference ase

  • @user-of4qf6qk2u
    @user-of4qf6qk2u 3 дні тому +3

    Pijush Rahular dhemadhara nohoine ?

  • @natwarlalsharma5791
    @natwarlalsharma5791 3 дні тому +3

    Arundoi lakhpoti Baidew vote kini jikisebjp

  • @monjulahon7712
    @monjulahon7712 3 дні тому +6

    পিয়াজ দলত থাকিব দিয়ক , বিজেপি শূণ্য হৈ যাব , পিয়াজৰ ভাষাৰে ।

  • @user-re5ut5tr2d
    @user-re5ut5tr2d 3 дні тому +4

    Nak kati hajorikai laj nai

  • @dhruabasaikia4112
    @dhruabasaikia4112 2 дні тому +3

    Mass mass

  • @girishchtalukdar2574
    @girishchtalukdar2574 3 дні тому +2

    Shame

  • @keshablahon8208
    @keshablahon8208 3 дні тому +3

    Ehonte dekh khon hekh loribo

  • @nabindas7409
    @nabindas7409 3 дні тому +3

    Sei val khabar tu kun dina pam.....

  • @AhammadAli-gg9vl
    @AhammadAli-gg9vl 3 дні тому +4

    Piyash da ki hol 😂

  • @ubdengineers1660
    @ubdengineers1660 2 дні тому +1

    Please resign as you committed..

  • @chittunrabharabha605
    @chittunrabharabha605 2 дні тому +3

    Lajj nalage ne _?

  • @ritumonideka5120
    @ritumonideka5120 3 дні тому +3

    Jar laje নাই,,kanakai tiag kariba. Aibur manuhak কি বুলি kai kaoksun??

  • @TCF573
    @TCF573 3 дні тому +4

    Sinicator tue podotyag koribo ketia 😅😅😅?????

  • @TCF573
    @TCF573 3 дні тому +4

    Aneu tumalookor nwarranty period hekh hol aru

  • @bhaskarborah4254
    @bhaskarborah4254 3 дні тому +6

    পৃথিৱীত এতিয়াও মহা শক্তিশালী ব্যক্তি আছে। জয় শ্ৰী ৰাম

  • @MonujTaye-h3c
    @MonujTaye-h3c 2 дні тому +1

    Bhandar group pizush hajarika

  • @rakashdas9087
    @rakashdas9087 3 дні тому +2

    লুতি পুতি খাব আহিছে

  • @chittagogoi2716
    @chittagogoi2716 3 дні тому +2

    তাৰ যদি অকণমান mathat মাল থকা হলে 😮

  • @DwijenTalukdar-yh3vn
    @DwijenTalukdar-yh3vn 3 дні тому +8

    অসমীয়াত এটি ফকৰা আছে --যাৰ বাপেক এক তাৰ জৱান এক ‌ । গতিকে ....

  • @krishnabhatta636
    @krishnabhatta636 2 дні тому +1

    হেৰৌ ওপৰৰ মাল পিয়াচুদিন‌, মুখ বায়ন, মুখখনত লেকাম লগাই ল।

  • @HimaniDas-hy1ec
    @HimaniDas-hy1ec 2 дні тому +1

    Pijush Hazarika jugyata nai sthapit montri hb pale ei podbi arib ne kiman toka lutise mothauri bonuwar namt

  • @narayankumarbora3762
    @narayankumarbora3762 2 дні тому +4

    খাই পাত ফলা প্ৰাক্তন কংগ্ৰেছী আৰু ভুৱা সৰব জান বুলি প্ৰমাণ হল। কথা দি কথ ৰাখিব নোৱাৰা জনক মিছলীয়া আৰু কাপুৰুষ বুলিও ক'ব পাৰি ।

  • @TamuliBiplab
    @TamuliBiplab 2 дні тому +1

    Lake laga katha

  • @user-wz1ns1mh2u
    @user-wz1ns1mh2u 2 дні тому +1

    Qualifications tar kiman oi😊

  • @axomcomedy4587
    @axomcomedy4587 2 дні тому +1

    সজাত নোহোৱা মুখ।

  • @ag5541
    @ag5541 9 годин тому

    বৰকৈ নকব।এটা কথা আছে নহয়,স্কুল ভেন্সাৰ,বেমাৰৰ কেন্সাৰ,আকৌ নাক নথকা মন্ত্ৰী লেক্সাৰ।

  • @user-wz1ns1mh2u
    @user-wz1ns1mh2u 2 дні тому

    Go out pijush