পুত্ৰ মানস বৰাৰ কোঠা এৰি নিদিয়ে অকণ বৰাই

Поділитися
Вставка
  • Опубліковано 8 вер 2024
  • ▶️প্ৰাক্তন মন্ত্ৰী অকণ বৰাৰ গুণ্ডাগিৰি। পুত্ৰ মানস বৰাৰ কোঠা এৰি নিদিয়ে পিতৃয়ে। বিজেপিলৈ যোৱাৰ পিছতে মানস বৰাৰ কোঠাটো প্ৰদান কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰামান্না বৰুৱাক। অকণ বৰাই কোঠাতো এৰি নিদিয়াৰ অভিযোগ। মানবেন্দ্ৰ শৰ্মা কম্প্লেক্সত দুই ফৈদৰ যুঁজ চলিছে নেকি?

КОМЕНТАРІ • 88

  • @biswaxnokoribo2172
    @biswaxnokoribo2172 Місяць тому +27

    এইবোৰক ৰাইজে চিনি পোৱাটো উচিত। দালাল বোৰক ৰাইজে চিনি থক।

  • @rahulboro5009
    @rahulboro5009 Місяць тому +19

    এই মানুহ জন আগৰ পৰাই বেয়া পাও

  • @dipankardeka3110
    @dipankardeka3110 Місяць тому +19

    কংগ্ৰেছক ডুবোৱা মানুহ এইকেইজনেই।

  • @musicallibrary4149
    @musicallibrary4149 Місяць тому +41

    গাদ্দাৰ স্থান নাই ।। গৌৰৱ গগৈ জিন্দাবাদ

  • @swargojyotigogoi4135
    @swargojyotigogoi4135 Місяць тому +11

    এইবোৰ ধূৰন্ধৰ মানুহক কি কংগ্ৰছ কি বিজেপি কোনেও লব নালাগে।

  • @user-et5tq1em6o
    @user-et5tq1em6o Місяць тому +32

    ইহত দুয়ো বাপেক পুতেকক গৰু পিতন দিব লাগে
    বহুতো বেআইনী আৰু অপৰাধ মুলক কামত জৰিত আছিল দুই পিতা পুত্ৰ
    ৰাজনীতিৰ পৰা পিতৃৰ বিদায় হৈছে
    পুতেকেতো জীৱনত জয় হব নোৱাৰিলে
    কংগ্ৰেছ ত্যাগ কৰি পুতেক মানসে বিজেপিৰ ভৰি চেলেকিব গৈছিল এতিয়া কোনো কাৰণে ইহতৰ দৰে ভণ্ডামিক ৰাইজে ক্ষমা নকৰে যেন

  • @NazrulIslam-hp3jh
    @NazrulIslam-hp3jh Місяць тому +9

    ইহঁতক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব লাগে।

  • @romen55555
    @romen55555 Місяць тому +15

    Akon Bora k congres party r pora out Koribo lagy

  • @achintaborah186
    @achintaborah186 Місяць тому +6

    দল এৰা শুবিধা বাদি নেতাক কোনো কাৰণত দলত পুনৰ লব নালাগে।গৌৰৱ গগৈ জয় ৰাইজৰ জয়।

  • @user-hw6ul5ut2j
    @user-hw6ul5ut2j Місяць тому +9

    Make-Up অলপ কৰি দিলেই same *Undertaker* #WWE

  • @kaushikbaruah9771
    @kaushikbaruah9771 Місяць тому +14

    মানস বৰা,rana goswami ক আকৌ কংগ্ৰেছ এ ললে ৰাইজে কিন্তু দলটোক ক্ষমা নকৰে। এই গদ্দাৰ কেইজনক চিনি লক

  • @padmanathdoley3510
    @padmanathdoley3510 Місяць тому +8

    বাপেক পুতেক দুয়োটাই মানুহৰ শাৰীত নাই। ইমান বছৰে দলত থাকি দলক গাদ্দাৰ কৰিব পাৰে

  • @dwijenkhanikar7582
    @dwijenkhanikar7582 Місяць тому +2

    কংগ্ৰেছৰ পৰা যি সকলে বিজেপিৰ চুৱা চেলেকিবলৈ গৈছিল, সেই সকলক কোনো দিনে কংগ্ৰেছ লৈ আহিব দিব নালাগে। অহা সুবিধা কৰি দিলে কংগ্ৰেছৰ সমৰ্থক সকল কিন্তু অসন্তোষ হ'ব।

  • @manojtalukdar6647
    @manojtalukdar6647 Місяць тому +3

    ধৰন্ধৰ , দলাৰ বগৰী 🍑 🍑 🍑 সুবিধাবাদী চৰিত্ৰৰ লোকৰ 👺👹👺👹👺 কোনেও স্থান দিব নালাগে যিমানেই যি নহওঁক কিয় ⁉️ ইহঁতৰ এটা লক্ষ্য আৰু উদ্দেশ্য লুণ্ঠন আৰু সমাজখন কূলষিত কৰা 💯💯💯

  • @binoykalita7597
    @binoykalita7597 Місяць тому +1

    পুত্ৰ শ্নেহৰ উত্তম উদাহৰণ।লাজ অলপ থাকিব লাগে মানুহ হিচাপে।

  • @amritpritam3493
    @amritpritam3493 Місяць тому +1

    Quality of journalists ❤

  • @kamalkalita338
    @kamalkalita338 Місяць тому +1

    অকণ বৰাই হয়তো বিজেপিৰ নিৰ্দেশত পুত্ৰৰ বাবে কোথা ৰাখিব বিচাৰিছে দেখাত তেওঁ কংগ্ৰেছ ভিতৰি বিজেপি গোলাম কৰা জেন অনুভৱ হয়

  • @prasantagogoi6588
    @prasantagogoi6588 Місяць тому +3

    এইবোৰক দলৰ পৰা বহিস্কাৰ কৰিব লাগে।

  • @pranjal1393
    @pranjal1393 Місяць тому +1

    হাঁহি উঠা কথা যে, একে কেইজন মানুহৰ বাবেই কংগ্ৰেছ ডুবিলে, এতিয়া সেই একে কেইজনেই বিজেপি ডুবাব।

  • @nitunzaborah5902
    @nitunzaborah5902 Місяць тому +1

    তপা তপা তিন টপা.....হাৰামি ই প্ৰথম টপা

  • @FirojKhan-hj5yc
    @FirojKhan-hj5yc Місяць тому +1

    ইহঁতৰ বাপেকৰ সম্পটি । পুতেক হতক ধৰি ৰাখিব নোৱাৰে।

  • @Uttam-ib2fx
    @Uttam-ib2fx Місяць тому +1

    তহঁতক নিৰ্বাচিত কৰিব ৰাইজে । নিজৰ পেটটোৰ বাবে ৰাজনীতি কৰা ধেৰুৱা সোপাৰ পৰা ৰাইজে কি আশা কৰিব পাৰি ! বাপেক পুতেক দুয়ো জনে ৰাজনীতিৰ নামত মাছৰ বেপাৰ কৰিছে

  • @PriYamHA
    @PriYamHA Місяць тому +1

    নহলে কিহৰ বাবে কাম বন্ধ কৰিছে।তোমাৰ পুতেৰাই কেতিয়াবা ই নিলে চাগে।আপোনাৰ পুএই কংগ্ৰেছৰ পৰা ওলাই গল তাৰ পিছত ৰুমটো কিয় এৰি দিব মানশ বৰা ।

  • @sonarampegu9986
    @sonarampegu9986 Місяць тому +2

    সাংবাদিকক ব্যক্তি গত কথাত কিহৰ বাতৰি প্ৰচাৰৰ কাৰণ।

  • @vikramborgohain1910
    @vikramborgohain1910 Місяць тому +1

    বাপেক পুতেকৰ ভাওনা সংবাদ মাধ্যমত চাবলৈ পাম বুলি ভবা নাছিলোঁ,,,, অতি বিৰক্তিকৰ,,,,,,

  • @tankswargohain6701
    @tankswargohain6701 Місяць тому +1

    মানস বৰাক পুনৰ কংগ্ৰেছত সংস্থাপন কোনো কাৰনতে নিদিব।

  • @jamunaray4032
    @jamunaray4032 Місяць тому +3

    অকণ বৰাদেউ আপোনাক ভণ্ড বাবা যেন লাগে😂😂

  • @sonybigtv6160
    @sonybigtv6160 Місяць тому +7

    Eibilak jabor juthor aahile congress r eku labh nohoi.

  • @user-hy9gv3ob2r
    @user-hy9gv3ob2r Місяць тому +1

    নিজৰ পুত্ৰৰ নথি পুত্ৰই হে জানিব। এইয়া কাৰো পৈত্ৰিক সম্পতি নহয়।

  • @digantajyotibordoloi5528
    @digantajyotibordoloi5528 Місяць тому +1

    তেওঁৰ বাপেকৰ ৰুম নেকি bjp হৈ কাম কৰিব কংগ্ৰেছৰ ভিতৰত কাৰ্যালয় মানস ৰ অফিচ খলিব এই টু কেনে ধৰণৰ কথা

  • @user-wf2ti5df4t
    @user-wf2ti5df4t Місяць тому +2

    বাপৰে কি মজা
    ৰাজনীতি কেনেকৈ কৰে এওলোকৰ পৰা শিকিব লাগে

  • @mrdip7746
    @mrdip7746 Місяць тому +1

    এইবোৰৰ বাবেই কংগ্ৰেছক বৰবাদ হৈছে।

  • @mosudurrahman907
    @mosudurrahman907 Місяць тому +3

    Akan Bora k ekmatro congress r karone Assam r raije sini pai.teur a putro Manas Bora a congress r bea dinot BJP r neta r vori seleki nijor swartho adai koribo goisil.kintu vori seleki u kukur r dore thakibo loga hua karone akou congress join koribo bisarise.aibur kenedhoronor manuh Assam r raije sini louk

  • @abinashbarman7761
    @abinashbarman7761 Місяць тому +1

    ইয়াক দেখিলেই ডকাইত হেন পায়

  • @bikashdeka60
    @bikashdeka60 Місяць тому +8

    Kukur, aibr mnhu congress t laba nlge

  • @riturajboruahsgkclass5510
    @riturajboruahsgkclass5510 Місяць тому +2

    😁😁 কি কম এই কেইজনক আওঁ

  • @BaniCharanart
    @BaniCharanart Місяць тому +5

    Ai Tuk dustbinot palai deok

  • @user-qf2vk6ng6g
    @user-qf2vk6ng6g Місяць тому +1

    এই বোৰে দলৰ ক্ষতি কৰিব ।

  • @MrigenHazarika-bl4yi
    @MrigenHazarika-bl4yi Місяць тому +2

    Aie tuk agor porai hojom nohoi 😡😡

  • @nayanjyotinath123
    @nayanjyotinath123 Місяць тому +1

    অকন বৰা ধূৰ্ত ৰাজনীতিবিদ ৷

  • @dineshroy8410
    @dineshroy8410 Місяць тому +2

    Cong r bhal din ahar babe Akan borar matha grm hoi goise .manash bora jodi punr cong t ahe dhankh habo

  • @alirajib3017
    @alirajib3017 Місяць тому +2

    Manash bara congressr kono nahoi.

  • @sanjibsaikia792
    @sanjibsaikia792 Місяць тому +1

    Akon Bora.... WWE r Undertaker hoi

  • @BaniCharanart
    @BaniCharanart Місяць тому +3

    Papi criminal tuk keo interview loi se .E mora nai nake ?

  • @user-jd3cm1qm6t
    @user-jd3cm1qm6t Місяць тому +1

    Manoh bora jindagi porobeh nihedh karibo lage congress ot

  • @SumkiDeka
    @SumkiDeka Місяць тому +1

    Jarha

  • @prabaldac5666
    @prabaldac5666 Місяць тому +1

    Get out.

  • @swarupjyotiborabora9671
    @swarupjyotiborabora9671 Місяць тому +1

    Natok

  • @probinkumarkakati6151
    @probinkumarkakati6151 Місяць тому

    এই অদৰকাৰি মানুহটোৰ ওচৰলৈ কিয় গৈ আছে Virel কৰাৰ কোনো অৰ্থ নাই ?

  • @abdussoburmondal3346
    @abdussoburmondal3346 Місяць тому

    ২৬ কাৰণে বলেন পুতেক বুদ্ধি কেনেকৈ কংগ্রেছত আহিব পাৰে।

  • @Adnant732
    @Adnant732 Місяць тому

    গাদ্দাৰ এইটোকো গটা মাৰি দি ওলাই দিয়ক

  • @utpalkumarchakrabarty1726
    @utpalkumarchakrabarty1726 Місяць тому +1

    ওপৰৰ মাল 😂

  • @binoykalita7597
    @binoykalita7597 Місяць тому

    ভূপেন বৰাৰ লগত ভিতৰোৱা হিচাপ আছে। গতিকে ভূপেন বৰাৰ পৰা দলৰ উপকাৰ নহয়।

  • @porashjyotineog5984
    @porashjyotineog5984 Місяць тому

    এইবিলাক ক আগতে চিনি পোৱা গল। কাম নাই

  • @user-mh3ql6wz7l
    @user-mh3ql6wz7l Місяць тому

    মিনাৰেল পানীৰে হে গা ধোৱে। এই জনে।

  • @bhabenbora4296
    @bhabenbora4296 Місяць тому +2

    Akon Bora Bhal manuh
    Congresot bohut orihona ase

  • @h1239640
    @h1239640 Місяць тому

    এইটো এটা চাল হয়, বিজেপি এসোপামান কংগ্ৰেছলৈ আহিব ধৰাত সেই বাতৰি তল পেলাবলৈ কৰা চাল হয়😂😂 এতিয়া অসমত বিজেপিৰ ৰাজনৈতিক চাল সকলোৱে বুজি পোৱা হ'ল।।। 😂😂😂😂🐒🐒🐒

  • @user-jn9tq2xh3z
    @user-jn9tq2xh3z Місяць тому

    বাঘ বুঢ়া হ'লেও মঙহ খাবলৈ নেৰে।

  • @Parvezkaf20
    @Parvezkaf20 Місяць тому

    Manas bora logo nlge

  • @SanjayBoro-bx9ks
    @SanjayBoro-bx9ks Місяць тому

    kihor eman atitude hay bidhayok

  • @amiyamedhi7345
    @amiyamedhi7345 Місяць тому

    Bor twist logai news bonai

  • @uddipanpatowary
    @uddipanpatowary Місяць тому

    ইয়াক উলিয়াই দিব লাগে

  • @aminrahul1977
    @aminrahul1977 Місяць тому

    Dangerous Pcs

  • @PurnamDas-g9p
    @PurnamDas-g9p Місяць тому

    Already
    Damage
    Like.a
    Fotka
    Kisuman
    Futi
    Je
    Rokhi
    Jai.je

  • @PurnamDas-g9p
    @PurnamDas-g9p Місяць тому

    Apunak
    Damage
    Kori
    Ki
    Pabo
    Apuni
    Atkolgos

  • @user-jl4li3jz6h
    @user-jl4li3jz6h Місяць тому

    laaj nai 😂😂

  • @user-ye3uy1so1t
    @user-ye3uy1so1t Місяць тому

    Ai belak aheli aru anebo nalage noholi bepod he hobo

  • @user-vb5xn8dz5d
    @user-vb5xn8dz5d Місяць тому

    😂😂😂😂😂

  • @djrock5500
    @djrock5500 Місяць тому

    এই জনকো কংগ্ৰেছৰ পৰা খেদাব লাগে।

  • @ArunNath-y9w
    @ArunNath-y9w Місяць тому

    Manah bora Congees gadaa kudin con ''''''' lor amie conges aribolo badhor hom

  • @ikramulhoque7208
    @ikramulhoque7208 Місяць тому

    Eman din kyo bostu keita tat rakhi thoisil

  • @TithoBoro
    @TithoBoro Місяць тому

    Akon barak rest dbo lage

  • @himangshu3466
    @himangshu3466 Місяць тому

    গাড্ডাৰ

  • @dhrubabarman3456
    @dhrubabarman3456 Місяць тому

    Ehot faltu bork bahir korbo lage

  • @SumkiDeka
    @SumkiDeka Місяць тому

    I ak nambar badmas

  • @parthab9
    @parthab9 Місяць тому

    Jobordasti humaise

  • @RukunAhmed-qj5sw
    @RukunAhmed-qj5sw Місяць тому

    Putek bjp bapak congrees.ki khela

  • @pramodmazumdar6335
    @pramodmazumdar6335 Місяць тому

    No need to talk, where there is love there is these sir

  • @PurnamDas-g9p
    @PurnamDas-g9p Місяць тому

    Already
    Damage
    Like.a
    Fotka
    Kisuman
    Futi
    Je
    Rokhi
    Jai.je