আপুনি নিজে অনুভৱ কৰিছে নে নাই নাজানো কিন্তু UA-cam ত আপুনি upload কৰা প্ৰতিটো পুৰণি অসমীয়া গীত আৰু video একো একোটা আপুৰুগীয়া সম্পদ৷ Actually your entry in UA-cam is a blessing for Assamese music lovers like us. পুৰণি অসমীয়া গীতৰ website তেনেই সীমিত, কেৱল enajori.com আৰু rimitamelody.org, কিন্তু original গীত আৰু sound qualityৰ ফালৰ পৰা আপোনাৰ uploadখিনি অতুলনীয়৷ মই ভাবো আপুনি যদি অসমীয়া পুৰণি গীতৰ এটা website launch কৰে, it will be an asset. মই আৰু মোৰ পৰিয়ালে আপুনি upload কৰা প্ৰতিটো গীতৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই ৰও৷ মই ভাবো মোৰ দৰে বহুতেই আপুনি upload কৰা পুৰণি সুৰীয়া গীতবোৰৰ বাবে অপেক্ষা কৰে৷ গতিকে আশা কৰো অদুৰ ভৱিষ্যতে আপুনি এটা অসমীয়া পুৰণি গীতৰ website launch কৰিব and if you do so, I am sure that will be the best website for পুৰণি অসমীয়া গীত৷ তেতিয়ালৈকে আপোনাৰপৰা আৰু বহুতো সুন্দৰ গীতৰ অপেক্ষা কৰি ৰলো particularly জয়ন্ত হাজৰিকাৰ গীত৷
Greatest person ever
বহুত ভাল লাগিল
আপোনাৰ ক্ষেত্ৰত ধন্যবাদ শব্দটো তেনেই সৰু প্ৰণিপাত জনাইছোঁ 🙏🙏🙏🙏🙏🙏🙏🙏🙏
ডেকা দেৱ খুব ভাল লাগিছে আপোনাৰ এনে কামৰ বাবে ।
Bhupenda is a book of world
সঁচাকৈয়ে বহুত ধন্যবাদ মহাশয়। আপোনাৰ অপূৰ্ব সংৰক্ষণ দেখি ধন্য মানিছো। খুউব ভাল লাগিছে।
সুন্দৰ সাক্ষাৎকাৰ ভূপেন দাৰ
Very very interesting
Bhupen da is lmmortal
আপুনি নিজে অনুভৱ কৰিছে নে নাই নাজানো কিন্তু UA-cam ত আপুনি upload কৰা প্ৰতিটো পুৰণি অসমীয়া গীত আৰু video একো একোটা আপুৰুগীয়া সম্পদ৷ Actually your entry in UA-cam is a blessing for Assamese music lovers like us. পুৰণি অসমীয়া গীতৰ website তেনেই সীমিত, কেৱল enajori.com আৰু rimitamelody.org, কিন্তু original গীত আৰু sound qualityৰ ফালৰ পৰা আপোনাৰ uploadখিনি অতুলনীয়৷ মই ভাবো আপুনি যদি অসমীয়া পুৰণি গীতৰ এটা website launch কৰে, it will be an asset. মই আৰু মোৰ পৰিয়ালে আপুনি upload কৰা প্ৰতিটো গীতৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই ৰও৷ মই ভাবো মোৰ দৰে বহুতেই আপুনি upload কৰা পুৰণি সুৰীয়া গীতবোৰৰ বাবে অপেক্ষা কৰে৷ গতিকে আশা কৰো অদুৰ ভৱিষ্যতে আপুনি এটা অসমীয়া পুৰণি গীতৰ website launch কৰিব and if you do so, I am sure that will be the best website for পুৰণি অসমীয়া গীত৷ তেতিয়ালৈকে আপোনাৰপৰা আৰু বহুতো সুন্দৰ গীতৰ অপেক্ষা কৰি ৰলো particularly জয়ন্ত হাজৰিকাৰ গীত৷
ধন্যবাদ্ | গীত সৰুৰে পৰা ভাল পাওঁ আৰু সেই কাৰণে এই সংগ্ৰহবোৰ মই নবম মান শ্ৰেণী ( ১৯৮৫ ) থকাৰ পৰাই কেছেটতত সংগ্ৰহ কৰিছিলো | পিছত যেতিয়া কম্পিউটাৰ কিনিলো ,তেতিয়া এই সংগ্ৰহ বোৰ ডিজিটেললৈ পৰিবৰ্তন কৰো |
right
সঁচা কথা। আমিও আশাবাদী সেই অমূল্য সমলেৰে পূৰ্ণ websiteটোৰ বাবে।
সুন্দৰ
সাক্ষাৎকাৰ।অসমত বাস কৰি
Londonৰ সাক্ষাৎকাৰ শুনিবলৈ পাই আপ্লুত হলো।
upload কৰাৰ বাবে ধন্যবাদ,,,,,,,,, মনটো ভাল লাগিল শুনি,,,,,,,,
Thanks
Mills n Boon.pohri Dr. hazorika k interview...ehh..