The great philosopher who explored and gave true meaning to Mass Communication beyond any caste, creed, religion and above all time. And we remained the silent observer from time to time instead of realising the need of bringing change in the society which was foreseen so long by our own Bhupen"da!!!
Dr Bhupen Hazarika mamak Bharot Ratno prodan korile sorkare bohut polom koi. Mama amar majot Xodai thakok. Shantir gan val lagise. Ki ortho ganor asorit.
কি যে সুন্দৰ কণ্ঠ আছিল 🥺.....হে মহান অসমীয়া তোমাক প্ৰণাম 🙏🏼🙏🏼
আর একজন ভূপেন আর পেলাম না ।
অসাধারণ ।এর তুলনা হয় না
হে মহান শিল্পী প্ৰণামো তোমাক। ৰূপহী অসম আজি গৌৰৱত আত্মাহাৰা । 🙏🙏🙏
🙏🙏🙏ভাষাহীন🙏🙏 এইজনা শিল্পীৰ ক্ষেত্ৰত 🙏 মোৰ হৃদয়ত সদায় জীয়াই থাকিব এওঁ🙏🙏
যেন সাগৰৰ দৰে গৰজি আছে। বিশ্বৰ সবাতোকৈ শক্তিশালী গীতিকাৰ। সমকক্ষ নাই। ❤🙏
কেতিয়াবা মনটো বহুত দুখ লাগে যেতিয়া তেওঁৰ এই প্ৰবল উচ্চ কন্থতো সুনো আৰু নিজকে গম নোপোৱা হৈ জাও কত আছোঁ
কিযে সুন্দৰ গীত ৷ বহুবাৰ শুনিও হেপাহ নপলায় ৷
অতুলনীয় অদ্বিতীয় অনন্য ভূপেনদা।
ভূপেনদা মানেই সীমাহীন এক দূৰন্ত যত্ৰা নতুনৰ পোহৰ বিচাৰি।
The great philosopher who explored and gave true meaning to Mass Communication beyond any caste, creed, religion and above all time. And we remained the silent observer from time to time instead of realising the need of bringing change in the society which was foreseen so long by our own Bhupen"da!!!
ভূপেন দা তোমাৰ আদৰ্শ সদায় জীয়াই থাকক তাৰেই কামনা কৰিলোঁ।
প্ৰণাম ভূপেন দা। You are really great!!
হে ভূপেন দা। তুমি সঁচাই অতি মহান।
প্ৰতিটো শব্দই দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে শিহৰণ জগাই তোলে।
এই গীতটি প্ৰকশৰ বাবে আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো,সময় সাপেক্ষ হৈছে,
স্বাগতম্
বহুত সুন্দৰ ৷ প্ৰতিটো গীতেই হৃদয় চুই যায় ৷
গীতটো শুনি বহুত আবেগিক হৈ গলো ভাষাৰে বৰ্ণনা কৰিব নোৱাৰোঁ।গীতেৰে যি কৈ গল তাকে আজি হবলৈ গৈ আছে।
হে শিল্পী প্ৰণাম তোমাক
can't even touch your intellect & feelings, you felt so long back. love you always.
বিশ্বৰত্ন ভূপেন হাজৰিকা গীত মানেই অন্যান্য ।
Dear Dhuruba brother.
Proud I'm Asamese.
Joi ay AXOM.💥
Joi aai Axom . ULFA independent jindabad.
ভূপেন হাজৰিকা দেৱৰ বহুত নুশুনা গীত আছে আপুনি শুনাব বুলি আশা কৰিলো দাদা
গীতটি পঢ়িছিলো হে! শুনা নাছিলোঁ। বৰ ভাল লাগিল।
বৰ ধুনীয়া গীত | গীতৰ প্রতিটো কথাই বুকুত নতুন সাহ আনি দিয়ে |
Bhupen Hazarika is one of the greatest singers I've listened to.He is a true genius.I respect him a lot.He is India's asset.
Dr Bhupen Hazarika mamak Bharot Ratno prodan korile sorkare bohut polom koi. Mama amar majot Xodai thakok. Shantir gan val lagise. Ki ortho ganor asorit.
বৰ ভাল লাগিল।
A great song sung by great man.
Bhupen hazarika tha lejeand of Assam -- we miss you lot.......
এই গীতটো মই প্ৰথম শুনিলো আজই ।।
Bhupen Hazarika is the best n greatest person of the world I real God Bidyadhar Das declare that
🙏
Bhupen daar kotha hunilei mon sui jai
Speeches 🙏🏾🙏🏾🙏🏾🙏🏾
ভূপেন দা তুলনাবিহীন।
Mahan Deka kokaidew,ei gantor pora ami bhto sikibo parim jen lage.
ধন্যবাদ্
কি কম.মন্তব্য দিবৰ বাবে ভাষাই নাই মোৰ,
কেৱল শুনি থাকিবৰ মন
ভূপেন দা অমৰ হওঁক আমাৰ মাজত
👏👏👏 pronam joniso moi 👏👏👏............
অতিশয় সুন্দৰ গীত শুনালে আপুনি।গীতটি শুনি আবেগিক হৈ পৰিলোঁ।গীতৰ মাজেৰে,লিখনিৰ মাজেদি সদায় সুধা কন্ঠ ই সমাজ পৰিবৰ্তন কৰিব বিচাৰিছিল। অসমীয়া জাতিক শুদ্ধ পথেৰে আগুৱাই নিয়াত প্ৰত্যক্ষভাৱে সহায় কৰিছিল। অসমীয়া জাতিক, সংগীতক, সংস্কৃতিক বাহিৰত চিনাকী কৰাই দিলে।কিছু ললে, কিছু দিলে।বাহিৰৰ শিল্পী সকলোক অসমীয়া গীত গোৱালে। নিজেও আন আন ভাষাৰ গীত গালে,লিখিলে,সুৰ দিলে। এনেদৰে সুধা কন্ঠ ই সংস্কৃতিৰ সমন্বয়ৰ এৰা-ধৰা প্ৰক্ৰিয়াৰ মাজেৰে (process of assimilation) অসমীয়া জাতিক, অসমীয়া সাহিত্য সংস্কৃতিক, সংগীতক বিশ্ব দৰবাৰত চিনাকি কৰাই দিলে। সেয়ে আজি তেখেত বিশ্ব দৰবাৰত হীৰা, মুকুতা মণি হৈ জ্বিলিকি আছে।জ্বিলিকি থাকিব প্ৰতিজন মানুহৰ হৃদয়ত। সেয়ে তেখেতৰ ভাষাৰেই কৈছোঁ,"সূৰ্য্য উদয় যদি লক্ষ্য আমাৰ/সূৰ্যাস্তৰ পিনে ধাৱমান কিয়?/শীতল বৃষ্টি যদি কাম্য আমাৰ/অনা বৃষ্টি খেদি ফুৰিছোঁ কিয়?....."।
ধন্যবাদ্
kot lukay asil apunar val loga gaan bor
Oxomor akakhar dhurba tora amar Bhupen da.
গীতটো বাৰে বাৰে শুনিচো আৰু শুনিচো
শুনিম ।
Bht din dhori bisora gaan tu palu aji.bohut agot hunisilu.
ভূপেন দা আপোনাৰ নিচিনা মানুহ আৰু আমি নাপাওঁ।
k ne k pahorim. apunak kot heray gol gol. xoday monot pore apunaloi. dr vupen daa
Nice song
Ki kom vasha ni he Mohan Shilpi tumak pranam
"collected by dhrubajyoti deka"এই শব্দকেইটি মাজৰ পৰা আতৰাই দিব নোৱাৰিনে?
নোৱাৰি | কাৰণ গান চোৰ বহুত আছে | আগতে ভূপেন দাৰ বহু ভিডিঅ ' মই বহু কষ্ট কৰি সংগ্ৰহ কৰি upload কৰাৰ পিছত ,মোৰ পৰা চুৰি কৰি upload কৰা কেইটাক মানুহে বেছিকৈ স্বিকৃতি দিয়ে | আচল কষ্ট কৰা মই কৰবতে পৰি থাকো | সেই বাবে এনে কৰিছো |
Thanks
thnk u 4 upload
Bohut dhunia bhupen da
Mor dorvaggya
Adinu log napalu tekhetok🥲🥲🥲
অসাধারন
Tha legend
Forever
🙏🙏🙏
aahhhhh .ki gaisa koka ..kt gla .o 2mi
Dhunia
সৰুতে এই অনুষ্ঠানটি DDK ghy ত চোৱা মনত আছে |
Dbadba
Mur priyo gan hiya hat pori jai
আচৰিত গান বোৰ।
Eman dunia gaan
Bhupen mama. Apuni mohan
Comment dibo voi lage apuni vgban
বৰ সুন্দৰ গীত ।
Bhupen da prokritote bhagawan
সংগীতসূৰ্যক এবাৰ সোঁশৰীৰে চোৱাৰ সৌভাগ্য নহল , এটি আক্ষেপ ৰৈ যাব জীৱনৰ ৷
Ganto bhot val lagil
Dada original cassette tu mur tat ase.. apuni jodi digital koribo bisare moi pothai dibo paru... Original mp3 tu netot moi kotu puwa nai.... Jonabosun
এইখন মোৰ তাতো আছে |
@@h34852 hundor. parile mp3 tu dibosun. anurudh korilu
Mp3 tu upload dibona parile
এই গানটি কি বাংলা ভাষায় গেয়েছিলেন ? কারো সংগ্রহে আছে কি ?
এই গানটি বাংলা ভাষাই নাই |
@@h34852অসংখ্য ধন্যবাদ আপনার সুন্দর মানসিকতার জন্যে । সুস্থ্যতায় থাকুন নিরাপদে থাকুন।
ইমানৰ পিছতো আমি চিনি নাপালো
Blessed.
Dhuniya nice
okhekh dhonyobad
Very Good Song
Hosai korobat sui jai Hazarikadevor protitu geet hunile
apuni vogowan hoi
Bhal palo gaanto suni.
Just a reminder to ULFa by Dr. Bhupen hajrika during nintees.
Good
Dada eti bhupen hazarika geet.. 'Hahi kandunere hukh Aru dukhor airetu Jibon ' Ai geet Ti dibo buli aakha korilu..
ভূপেন দা গানবো লগে লগে লিপিবো ও দেখাব চেষ্টা কৰিব চোন।
আচল গানতো শুনিব পাৰিম নেকি ?
দুখত,সুখত সকলোতে এই গান বোৰ শুনো, নিসংগতাৰ লগৰী মোৰ প্ৰিয় গান।
Sangeet eo haar mane tekhetor osorot
মোৰ অতি প্ৰিয় কবিতা তথা গীত
দয়া করে কেউ কি এই গানটার বাংলা করে দিতেন তাহলে শুনে মনটাকে তৃপ্ত করতাম।
আমি you tube বে এই গানটিব় বাংলা অনুবাদ " মেঘ থম্ থম কব়ে " আগেই upload কব়চি
+dhruba deka এটা কি মেঘ থম থম করে?
+dhruba deka দাদা, সূর্য উদয় যদি লক্ষ্য আমার। এই গান টার বাংলা অনুবাদ করে দেবেন আশা করি।
ji koi goisila aji sob HB loi ase .....
😭
gan 2 mp3 link 2 diba niki
Mp3 নাই
ভাখা নাই মহান পুৰুষ
Diselike mra bore kutta hoi
Dr bhupen hazarika deb gan kabita
Khadi amr hoi robe
Ki kom
I HAVE NOTHING TO SAY
MP3 ase Jodi share koribo please..
tykhee22@gmail.com
Mp3 nI
আপোনাৰ ফোন নম্বৰটো দিব নেকি??
9864016658
Gaatu xiori uthe....
P
বহুত ভাল লাগিল।
Very Very Good Song
Lutfur