JAYMOTI FULL VIDEO FILM PART 2 || DIRECTED BY SIMANTA PHUKAN || PRODUCED BY DEEP BORA ||

Поділитися
Вставка
  • Опубліковано 5 кві 2020
  • An Assamese Historical Video Film
    Music : Manash Jyoti Bora (Bubu)
    Art Direction : Jabalik Khaund
    Asst. Direction : Rustom Bora
  • Розваги

КОМЕНТАРІ • 1,1 тис.

  • @rajdeepmahanta2881
    @rajdeepmahanta2881 2 роки тому +146

    বহুত দিনৰ মূৰত চালোঁ ডিল ছুই গল সতী জয়মতী তুমি সদায় অসমীয়াৰ মাজত সদায় অমৰ হয় থাকিবা.... জয় মা সতী জয়মতী❣️

    • @mirjanurvlogs3960
      @mirjanurvlogs3960 2 роки тому +3

      Ummmmm xosa dux lagil

    • @ramchiaryS
      @ramchiaryS 5 місяців тому +1

      ❤😊

    • @user-tk9um1wf5q
      @user-tk9um1wf5q 4 місяці тому

      Lll❤q1 50:15 बी by by🎉🎉🎉 byee at a ❤g🎉🎉l😂​@@mirjanurvlogs3960

    • @SahajulAli-cb2ub
      @SahajulAli-cb2ub 4 місяці тому

      😢😢😢😢

    • @MitharamDas
      @MitharamDas 4 місяці тому

      😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊❤😊😊

  • @kangkanadeka3854
    @kangkanadeka3854 2 роки тому +87

    প্ৰতি গৰাকী ছোৱালী জয়মতীৰ দৰেই হোৱা উচিত যিমান সহজ সৰল, সিমান দৃঢ়মনা আৰু সাহসী 🌻❤

    • @ranjanneog245
      @ranjanneog245 Рік тому

      Ajikali suwali aru "JOYMOTI" 🤔🤔🥰🥰🥰🤨🤨🤨 BONORI KELA SOB

    • @nabanitaborah702
      @nabanitaborah702 Рік тому

      😭😭😭💕💕

    • @user-ui5ge9tq4z
      @user-ui5ge9tq4z 4 місяці тому

      Hu huziji is
      L 3:24 3:24 ii III😊
      O po ​@@ranjanneog245

    • @rudrakoch2388
      @rudrakoch2388 2 місяці тому

      Bbbbbbbbbbbb Bbbbbb byb 15:44 it's​@@nabanitaborah702

    • @JayshreeGogoi-cq8hu
      @JayshreeGogoi-cq8hu 8 днів тому

      ​@@ranjanneog245❤❤

  • @worldmemechanter2247
    @worldmemechanter2247 2 роки тому +66

    জয় মতীৰ ত্যাগ সদাই অমৰ হৈ থাকিব।। তেওঁ যেন সদাই স্বৰ্গত থাকে 😔😔😔😔😔😔😔

  • @Himashree17_nath
    @Himashree17_nath 2 роки тому +12

    বহুত দুখ লাগিছে ভাসাৰে বুজাব নোৱাৰি দেশ বচাই স্বামীক বচাই নিজে তিল তিল কৈ অত্যাচাৰ শয্য কৰি মৃত্যুক সাৱটি লয় সহস্ৰ প্ৰণাম জনাইছোঁ সতী জয়মতী,🙏🙏

  • @ankitadevi2540
    @ankitadevi2540 3 роки тому +87

    সঁচাই কবলৈ ভাষা নাই কি কম, আগৰ জয়মতি শাস্তি স্বচ্ছ চকুৰে চোৱা যেন লাগিল , ইমান কঠোৰ শাস্তি চকুৰ পানী সঁচাই ৰখাব নোৱাৰিলোঁ,🙏 যই আই অসম

  • @Zubeengarglovers355
    @Zubeengarglovers355 Рік тому +20

    বহুত দিনৰ পাছত চালো বৰ দুখ লাগিল 😭 চকু পানী টুপ টুপ কৈ উলায় আহিছে 😭 জয়মতী সদায় অমৰ হৈ থাকে যেন

  • @lovewindproduction4969
    @lovewindproduction4969 2 роки тому +23

    গাৰ নোম শিয়ৰি উঠিল, আজি হেজাৰ বাৰ কম জয় আই অসম, জয় সতী জয়মতী

  • @mainanath4481
    @mainanath4481 2 роки тому +23

    বৰ দুখ লাগিলেও চায় 😭 ছবিখন ইমান সুন্দৰকে অভিনয় কৰিছে ।জয় আই অসম 🙏🙏🙏

  • @jituborah7420
    @jituborah7420 3 роки тому +33

    বহু দিনৰ মূৰত আজি চালো বৰ দুখ লাগিল। 😭😭😭
    সতী জয়মতী আই আমাৰ মাজত অমৰ হৈ থাকিব অনন্ত কাললৈ। 🙏🙏🙏

    • @mainepriyanka684
      @mainepriyanka684 3 роки тому

      😭😭😭😭😭😭😭😭😭😭😭😭😭😭

    • @dmvlogs6553
      @dmvlogs6553 2 роки тому +1

      same 😭

    • @seexiaoro
      @seexiaoro 8 місяців тому

      ❤️‍🩹😭😭😢🤕💘👍JOU Moti❤ Maa 🙏

    • @KungkumoniSaikia
      @KungkumoniSaikia 2 місяці тому

      😢😅😂❤😊🎉😢😮😅😊❤😂🎉😢😮😅😊😊❤😂🎉😢😮😅😊❤😂🎉😢😮😅😊❤😂🎉😢😮😅😊​@@mainepriyanka684

  • @junmonikurmi1834
    @junmonikurmi1834 3 роки тому +91

    ইমান সুন্দৰ কে অভিনয় কৰিছে চাই চকু পানী ওলাই গৈছে জয়াৰ বিননি হিয়া বুকু খন চুই গৈছে 🙏🙏🙏

    • @stbai7448
      @stbai7448 2 роки тому +5

      Eman hundor ke avinoy korise hirdoi sui gol aru soti joimoti kahini kitapt pori he janisilu ai video to pora hohut khini janilu aru bujilu u hirdoi kandi gol soti joimotit kuti kuti pornam 🙏🙏🙏🙏🙏🙏

    • @stbai7448
      @stbai7448 2 роки тому +6

      Video to bonuwa hokoluk bohut dhoin bad 👍 🙏😭😭😭😭😭

    • @ganeshdeka4087
      @ganeshdeka4087 2 роки тому +2

      @@stbai7448
      .
      P00

  • @digantadeka3862
    @digantadeka3862 3 роки тому +83

    যেন চকুৰ আগতহে দেখিলোঁ সতী জয়মতীক। অনন্য অভিনয়। প্ৰতিজন অভিনেতা-অভিনেত্ৰীকে সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। প্ৰণাম জনাইছোঁ প্ৰতিগৰাকী কলা-কৌশলীক। এক বুজাব নোৱৰা অনুভৱ হ'ল।

  • @HELLO_JERRY
    @HELLO_JERRY 2 роки тому +22

    ধন্যবাদ ভগবান এনে সতী আইক আমাৰ মাজলৈ পঠিয়াইছিল

  • @rimpisonowal3138
    @rimpisonowal3138 2 роки тому +48

    ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি
    কিমান মহান সতী জয়মতী
    বহুত দুখ লাগিল🙏🙏🙏🙏😭😭😭😭

  • @mousumidas4960
    @mousumidas4960 3 роки тому +75

    সঁচা অন্তৰ চুই গল 😭 চকু পানী নিজেই নিগৰি আহিছে ❤️ সতী জয়মতি সঁচাই অমৰ 🥺

    • @rajaboyx8799
      @rajaboyx8799 2 роки тому +1

      Mojja

    • @umeshbora8129
      @umeshbora8129 2 роки тому

      @@rajaboyx8799 😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭

  • @gunjankalita144
    @gunjankalita144 3 роки тому +10

    কবলৈ ভাষা নাই ইমান সুন্দৰকৈ অভিনয় কৰিছে এনেকুৱা যেন লাগিছে যে মই নিজ চকুৰে জয়মতীৰ আত্মত্যাগ দেখিছোঁ

  • @allow_dennow
    @allow_dennow 2 роки тому +14

    আশিৱাদ মানিবলৈ বাধ্য হ'লেও তেওঁ এই সুন্দৰ নগৰখন সুৰক্ষিত কৰিছিল লাই -

  • @gitashreetamuli3656
    @gitashreetamuli3656 2 роки тому +133

    মহিয়ষী সতি জয়মতী তোমাক শতকৌটী প্ৰণাম 🙏🏻... 🥺 জয়া তোমাৰ বিননীয়ে কন্দোৱাই যায় ... এই দেশ সমগ্ৰ বিশ্ব থাকে মানে তুমি অমৰ❤

  • @rahulsonowal6201
    @rahulsonowal6201 Рік тому +6

    🤝পাহাৰ আৰু ভৈয়ামৰ,, এক 🏵জীয়া সম্পৰ্কই,, আৰু 🙏শ্বহীদ জয়াৰ ত্যাগে আমাক আজি ৰক্ষা কৰিলে আমাৰ দেশ-জাতিটোক ৰক্ষা কৰিলে।।
    🙏সতী জয়মতীৰ স্মৃতি সদায় জীয়াই ৰখাৰ দায়িত্ব আমাৰ।।

  • @user-rd7vc9ld8e
    @user-rd7vc9ld8e 3 роки тому +107

    কি বুলি লিখিম ভাবি পোৱা নাই , ইমান সুন্দৰ অভিনয় সকলোৰে বিশেষকৈ জয়াৰ বিননি হদয় চুই গৈছে 🙏🏼 অভিনয় নহয় যেন স্ব চকুৰে দেখা পাইছোঁ তাহানিৰ জয়াৰ দুৰ্গতি ....।

  • @purbipatar5631
    @purbipatar5631 2 роки тому +8

    নিজৰ স্বামী বাবে নিজৰ
    জীৱন উৎসৰ্গা কৰা সতী জয়মতী তোমাক
    প্ৰণাম 🙏🙏🙏 বহুত দুখ লাগিল যেন নিজৰ চকু আগত দেখা পালো😢😢😢

  • @joankbaruah6985
    @joankbaruah6985 3 роки тому +77

    যোনে যোনে this like কৰিছে সেইকেইটা মানুহেই নহয় কেলা😠😠😠😠😠 সছাকৈ জয়াৰ স্মৃতিয়ে বুজাই গ'ল যে পুৰুষতকৈ মহিলা বহুত গুনেই শক্তিশালী অসমীয়া সমাজত জয়াৰ স্মৃতি চিৰ যুগমীয়া হৈ ৰব 😭😭😭😭🙏🙏🙏🙏

    • @mostufaali2355
      @mostufaali2355 3 роки тому +1

      K9kbokooooooklkbkoolkJKökookoJKkkkokkkkoko9oo9oIPkoookkoojkookokkookokoopkkkkokkkokkkjkkpkkjkjkkokkonkvkkokkkokko9kooloookkoookkoojkkjookokkokkkknokjokokoolookloloookkknokookookpookokkkokkkokobobnkkkookkkooookokokokkjoojkkojkkkokpokokjkkookkk9lkkkkJK9obkkokokokooooklj9oookkok9noopopkoookookkok9kkovokkkokkojkokokkkokojokkvokkooookkkkkooookvkkkkkokkooojkjljkkokk9konolkkonnobo9k99kokknooojkkjkököokp9bokkj9jokojojoobknonokkkkbookkokkkkLoovkkopbokkkkkkvöooj9bkknkjpkokopookonkökojökk

    • @joankbaruah6985
      @joankbaruah6985 3 роки тому

      @@mostufaali2355 oii ji koba loga ase open kor

    • @HamidaBegum-bv8w
      @HamidaBegum-bv8w 2 роки тому +1

      Yes

  • @rintukrishnangabora8191
    @rintukrishnangabora8191 2 роки тому +64

    কি কম কৱলৈ ভাষা নাই, জয়মতীৰ বলিদান ❤️ তেওঁ সদায় অমৰ,আমাৰ হৃদয়ত থাকিব সদায়.....

  • @ankanakashhazarika7131
    @ankanakashhazarika7131 3 роки тому +110

    দেশৰ বাবে জীৱন উচৰ্গাৰ মহান উদাহৰণ।
    সতী জয়মতী 🙏🙏🙏

    • @ponamikadas3018
      @ponamikadas3018 2 роки тому

      😭😭😭😭😞😞😞😞😞😞😥😥😥😥😥😥😥😥😥

    • @bishalbhai7125
      @bishalbhai7125 2 роки тому +1

      ua-cam.com/video/Omg2czx1r2Q/v-deo.html

    • @phatikgogoi8999
      @phatikgogoi8999 Рік тому

      অসমীয়া বোৱাৰী ব্‌ৰ্তমানকেইজনী ওলাব ।

    • @babadoley3521
      @babadoley3521 Рік тому

      www.youtube.com/@babadoley3521

  • @sukracharjyadas3246
    @sukracharjyadas3246 3 роки тому +34

    ঈশ্বৰৰ ভক্তি প্ৰাৰ্থনাৰে কি যে ভাল লাগিছে। ধন্যবাদ। কৃষ্ণ।

  • @assamboysgaming2388
    @assamboysgaming2388 3 роки тому +219

    𝐣𝐨𝐲𝐦𝐨𝐭𝐢𝐫 𝐤𝐚𝐫𝐨𝐧𝐞 𝐚𝐭𝐭𝐚 𝐥𝐢𝐤𝐞 𝐝𝐢𝐛𝐚 𝐛𝐲𝐲

  • @padumibarman1558
    @padumibarman1558 3 роки тому +27

    কাহিনী আৰুউপস্থাপনসুন্দৰ ;চকুলোঁ বৈআহে ।

  • @nayanadas3598
    @nayanadas3598 2 роки тому +53

    ইতিহাস থাকে মানে জয়মতীৰ ত্যাগ সদায় জিলিকি থাকিব ইতিহাসৰ পাতত 🥰🥰❤️❤️❤️✨✨✨✨✨✨✨✨

  • @axomiyaloramoi6852
    @axomiyaloramoi6852 2 роки тому +9

    কি কম ভাবি পোৱা নাই ।। ইমান কষ্ট দিছিল জয়মতীক ।। 😭😭 ।। জয়মতী ৰ কাহিনী জানিবলৈ চালো ।। ২০২২ ত চালো ।। তথাপিও কি কম মানে 🙏🙏

  • @trishnadas4126
    @trishnadas4126 2 роки тому +5

    ইমান সুন্দৰ অভিনয় কৰিছে চাই চকু পানী ওলাই গৈছে 😭😭😭😭😭

  • @DIVYA-oi5qe
    @DIVYA-oi5qe Рік тому +14

    I'm watching this with my mom and I'm literally crying

  • @AnupamAxom12
    @AnupamAxom12 3 роки тому +14

    Dise like মৰা কেইজন সচাই অসমীয়া নহয় চাগে।কোনোবা পাপৰ ফলত জন্ম হোৱা মানুহ হয়।।
    Dise like মৰা কেইজনক কৈছোঁ ।অলপ বুৰঞ্জী ৰ পাত লুটিয়াই চোৱা সতী জয়মতী কোন হয়।
    আপুনি মহান প্ৰেমৰ নিদৰ্শন মা জয়মতী

  • @user-hh6zg9bf2y
    @user-hh6zg9bf2y 3 роки тому +62

    জয়মতী কুঁৱৰী আমাৰ বাবে গৌৰৱ ।কাৰণ ইমান শাষ্টি খাই মৰি গ'ল কিণ্ড নিজৰ শ্বামী বিষয়ে কিঞ্চিৎ নক'লে।
    এয়াইহে শ্বামী প্ৰতি থকা গুৰুভক্তি।

  • @kamruptourism4992
    @kamruptourism4992 3 роки тому +17

    জয় মহাসতীৰ জয় 🙏🙏

  • @hemprokashborah9864
    @hemprokashborah9864 3 роки тому +43

    বৰ দুখ লাগিল চিনেমা খন চাই,সচায় বৰ দুখ লগা ছবি এবোৰ চিনেমা চালে চাই থাকিবৰ মন যায়।

    • @bitull5722
      @bitull5722 3 роки тому

      ভূক কৰিছ চীনা ২বছৰ x
      छम थनः

  • @MrigankaBharali-ch2mn
    @MrigankaBharali-ch2mn 8 місяців тому +2

    কেনেকৈ বুজাম? এক বুজাব নোৱাৰা অনুভূতি আৰু শোকে হেচি ধৰিছে। সচাই , আই জয়মতী তোমাক হিয়াৰ পৰা সশ্ৰদ্ধ প্ৰণাম কৰিছো 🙏

  • @BonkimJyotibora
    @BonkimJyotibora 24 дні тому +1

    জয়মতীৰ সতীত্বৰ বলিদানৰ বিষয়ে কবলৈ ভাষা নাই 😢। তেওঁ স্বামীক বচাই নিজে অত্যাচাৰ সহ্য কৰি মৃত্যুক সাৱটি ললে 😭। সতী জয়মতী অসমীয়াৰ মাজত সদাই অমৰ হৈ থাকক। জয় আই অসম ❤🙏

  • @jarjinaislam31
    @jarjinaislam31 3 роки тому +22

    joya apuni hosai bor mohan asil skur pani je rokhabo nurari bohut duhk lagile aru ata kotha tejimola sobikhon sabole mon ase

    • @nijaraboro7921
      @nijaraboro7921 3 роки тому

      মই সেইদিনা চালোঁ তেজীমলা ৰ কাহিনী

  • @ankurjyoticreation3126
    @ankurjyoticreation3126 Рік тому +3

    দুচকু সেমেকি উঠিল। হে নাৰী তোমাক প্ৰণাম।

  • @ananyatinikuriaofficial
    @ananyatinikuriaofficial 2 роки тому +7

    হে জয়া কি বাক্যৰে তোমাক পূজিম তুমি মহান মহান তোমাৰ সত্ত্বা তোমাক মোৰ সস্ৰদ্ৱ প্ৰণাম মাথো প্ৰণাম

  • @hemantahazarika9715
    @hemantahazarika9715 3 роки тому +22

    বুৰঞ্জীয়ে আজিও কান্দে জয়াৰ সেই কৰুণ আৰ্তনাদ শুনি, ইতিহাস আজিওঁ স্তভিত ল'ৰা ৰজাৰ সেই নিদাৰুণ প্ৰজানীতি দেখি, "চুলিক'ফা", ৰ সেই অমানুষিক অত্যাচাৰী ৰাজনীতিত সমস্ত আহোম বুৰঞ্জীয়েই কঁপি উঠিছিল , সেয়ে আজিও জেৰেঙা পথাৰত জয়াৰ আতংকিত ক্ৰন্দন শুনিবলৈ পায় প্ৰতিজন অসমীয়াই, ইশ্বৰক প্ৰাৰ্থনা কৰিছো যাতে বিশ্বৰ ইতিহাসত এইধৰনৰ ঘটনা পুনৰাবৃত্তি নহওঁক,

  • @pallavineogbourah5902
    @pallavineogbourah5902 3 роки тому +5

    Bohut mojja lagil bohut dukhor

  • @barbiechanelhiya6888
    @barbiechanelhiya6888 2 роки тому +4

    Joimoti is the best film. I love goimoti film....💗💗💗

  • @RajendasRajendas-gh5pw
    @RajendasRajendas-gh5pw 10 місяців тому +1

    Xosake de joimitir tyag xodai jiliki thakk itihaxr patat🥰🥰🥰

  • @dabijitkalita7445
    @dabijitkalita7445 7 днів тому +1

    Bohut val lagil aru bohot dukh lagil😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭

  • @gitalikalita4634
    @gitalikalita4634 2 роки тому +18

    l remember watching this when I was a kid and I couldn't stop thinking about it for days,

  • @assamr6576
    @assamr6576 Рік тому +22

    ইতিহাসৰ এই পাঠটো সদাই মনত থাকে আৰু থাকিব জয় আই অসম

  • @poribora4866
    @poribora4866 3 роки тому +5

    Bhut salu kin2 amoni nalage

  • @jatindas853
    @jatindas853 3 дні тому +1

    এই ভিদিওটো চাই বৰ দুখ লাগিল 😮

  • @jibonboruah1257
    @jibonboruah1257 16 днів тому +8

    ১৯০৩চনৰ১৭জুন😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭

  • @purnakoch3829
    @purnakoch3829 3 роки тому +12

    Joimotik manisu dei,Eman khasti khale teu Nijor shyamir kotha nokole,An manuh huya hole koi dele heten

  • @mainuhaloi3786
    @mainuhaloi3786 5 місяців тому +1

    বৰ,ভাল লাগিল চাই

  • @bhagyashreedevi5985
    @bhagyashreedevi5985 Рік тому +2

    🙇‍♀️🙏🙏 জয় আই অসম💓 ...... অসম দেশত জন্ম হৈ আমি ধন্য🙏

  • @dimbeswarkhanikar5712
    @dimbeswarkhanikar5712 3 роки тому +2

    সচাই বৰ দুশ লাগিল । চকু পানী ওলায় গ,ল

  • @nabadiprabha1053
    @nabadiprabha1053 3 роки тому +5

    বৰ দুখ লগা চেনিমা

  • @dipaliborgohain1810
    @dipaliborgohain1810 2 роки тому +6

    Hosakoi bohut dhuk loga ata disyo, joimotir nisina aru ai prithibite nulabo😭 tei buji paisil hangdangor logot nihito hoi thoka kothabur.joimotir aatmai siro haanti pauk🕊️

  • @indrajitraidongia6955
    @indrajitraidongia6955 3 роки тому +4

    😭😭😭bhut vl lgil saii ❤️kobole vakha nai

  • @ruhinitantabai8925
    @ruhinitantabai8925 3 роки тому +8

    Proud jaymati ayyy

  • @Dibakar342
    @Dibakar342 3 роки тому +6

    সচাই চকুৰ চকুপানী ৰাখিব নোৱাৰিলো । সতী জয়মতী নিজৰ স্বামী কাৰনে বহুত কষ্ট হৈজ কৰিব লগা হৈছিল । এই পৃথিবীতেই কোনো নাৰী নাই যি নেকি স্বামী কাৰনে নিজৰ জীৱন শেষ পর্যন্ত স্বামী কথা কোৱা নাছিল।
    সতী জয়মতী আমাৰ অসমীয়া নৰী এক পৰিচয়।।

  • @dimpisvlog686
    @dimpisvlog686 3 роки тому +11

    লিখিব শব্দ নাই কোনো 😢♥️ সতী জয়মতী আই তোমাক প্ৰণাম 🙏

  • @dipagogoi
    @dipagogoi Рік тому +1

    🙏👌👍 মজা ভাল হৈছে

  • @simantasimtudeka7196
    @simantasimtudeka7196 3 роки тому +6

    Bhagan Tumi maa Amar , Joy Aai akham ✊.

  • @ankitakalita..8907
    @ankitakalita..8907 2 роки тому +5

    Jaymati aiii 🙏🙏🙏❤️❤️

  • @borunbk
    @borunbk 5 місяців тому +2

    জয়মতী আমাৰ মাজত অমৰ হৈ থাক

  • @gautamgogoi226
    @gautamgogoi226 11 місяців тому +2

    আমি নেদেখা এখন ছবি দেখিবলৈ পালো।❤ বৰ ভাল লাগেলে‌ চাবলৈ ❤ বৰ দুখু লাগিল ❤😊🎉

  • @saziduraprahmanp7164
    @saziduraprahmanp7164 3 роки тому +3

    বৰ দূখলাগিল

  • @bishwajitphukon6968
    @bishwajitphukon6968 6 місяців тому +3

    অসমৰ জী সতী জয়মতী সদায় অমৰ জয় আই অসম

  • @bharatirabhapathak5193
    @bharatirabhapathak5193 2 роки тому +1

    বহুত দিনৰ মূৰত চালোঁ দেই ,, বৰ দুখ লাগে ohh

  • @user-te2jn1zg5z
    @user-te2jn1zg5z Місяць тому +1

    ইমান সুন্দৰ অভিনয়

  • @Krishna56375
    @Krishna56375 Рік тому +4

    I can't stop my crying when I watch this movie.

  • @chitrabaruah9368
    @chitrabaruah9368 3 роки тому +11

    চিনেমাখনৰ চাই বৰ দুখলাগিল

  • @parashmonibhuyan9760
    @parashmonibhuyan9760 3 місяці тому +1

    জয়মতী এই বলিদান কাৰণে, অসমীয়া জাতি সদায় তেওৰ ওচৰত চিৰকৃতগ হৈ থাকিৱ। 😊

  • @krd9880
    @krd9880 2 роки тому +8

    Salute to this girl jaumoti how inspirational this girl

  • @__crazy_gurl__7833
    @__crazy_gurl__7833 Рік тому +3

    Kune kune aai movie khon sai kandise 🥺❣️

  • @nabanitakalita9176
    @nabanitakalita9176 Рік тому +7

    আমাৰ অসমৰ ইতিহাস ❤️

  • @Nishita150
    @Nishita150 2 місяці тому

    অতি সুন্দৰ এক❤❤❤🥺
    হৃদয়স্পৰ্শী কাহিনী ❤❤🥺
    চালে চাই থাকিব মন যোৱা এক কাহিনী ❤❤ 🥺
    আপোনালোকে সকললৈ শুভেচ্ছা থাকিল আৰু আগলৈ আগুৱাই যাওক আপোনালোক 🥰🥰❤️❤️

  • @r.mproduction8873
    @r.mproduction8873 3 роки тому +2

    Kotha bisari pua ny kobola ......soku pani ulai jua ata hosa kahani axom bakhi raijor usrot cinema rupot dakhuai dia babe anamika production dhnyabad jonaisu

  • @anamikabasumatary8436
    @anamikabasumatary8436 2 роки тому +3

    কি ক'ম ক'বলৈ ভাষা নোহোৱা হৈ গৈছে 😩😭😭😭কন্দুৱাই পেলালে 😭😭😭

  • @nikhamoninath6582
    @nikhamoninath6582 4 роки тому +17

    Hosai joya aai 2mi mohan.......2mar nisina aru..hoti ni.....pronam 2mk...konduai dle oooo😭😭😭😭

  • @alponakonwar8698
    @alponakonwar8698 2 роки тому +2

    বৰ দুখ লাগিচে জয়ইমনিৰ বাবে এটা লাইক জয়মটি

  • @madhusmitakalita6775
    @madhusmitakalita6775 3 роки тому +4

    Val lagil sai

  • @arjunprdhan2663
    @arjunprdhan2663 2 роки тому +5

    🙏🙏🙏🌹🌹🌹🌹🌹🙏🙏🙏🙏জই মা জইমতি

  • @bansengahum4758
    @bansengahum4758 4 роки тому +47

    জীৱনত প্ৰথমবাৰৰ চালো
    সঁচাই জয়মতীক মানিছো

  • @wahidataz23
    @wahidataz23 2 роки тому +2

    যি কথা সোধা হল -সেই কথাষাৰে নোকোৱা বাবে মই সতী জয়মতী
    ছবিখন ভাল লাগিল

  • @monikakati4565
    @monikakati4565 Рік тому +2

    সঁচা কৈ ইমান দিনে কেৱল জয়মতীৰ কাহিনী পঢ়ি আছিলোঁ কিন্তু আজি চাই চকু পানী ওলাই গল জয় আই অসম

  • @pori347
    @pori347 3 роки тому +19

    I 😥have no words and language to xplain my feelings 💚 . She is power of women 🌈. Lots of love for her❤️

  • @monikakamansisanajon5261
    @monikakamansisanajon5261 3 роки тому +11

    মোৰ বহুত দুখ লাগিছে

  • @dhansumideka629
    @dhansumideka629 2 роки тому +1

    অতি দুখ লগা ,,,জয়া অমৰ সদায়

  • @user-ph3pz5hy9n
    @user-ph3pz5hy9n Місяць тому +1

    সতী জয়মতী অসমীয়া ৰ মাজত সদায় জীয়াই থাকিব ❤

  • @plabitasaikia368
    @plabitasaikia368 3 роки тому +9

    Soxai bhut Val lgil

  • @bichitranath6468
    @bichitranath6468 2 роки тому +5

    কাহিনীটো জানো যদিও কাহিনী ঢাই বহুত দুখ লাগিল

  • @putulkalita3115
    @putulkalita3115 2 роки тому +2

    অশেষ ধন্যৱাদ ।।

  • @BinitaDas-vg6iy
    @BinitaDas-vg6iy 6 місяців тому +1

    Satakoti pranam.. Jai sati debi.

  • @Bitupongogoii..
    @Bitupongogoii.. 3 роки тому +3

    Joi Aai Axom

  • @axomialorasourajit7363
    @axomialorasourajit7363 4 роки тому +11

    Horu thakutei saisilu .atia ako salu bhut vl lgil

  • @dipulumphui8994
    @dipulumphui8994 2 роки тому +1

    Bhut bhut Val lagisa 💯💯🥳🥳🥳

  • @user-bq9tl3ex6k
    @user-bq9tl3ex6k Місяць тому

    ভাল লাগিল অভিনয় আমাৰ দেশত আৰু ওলাব নে আকৌ

  • @kanxikanxi120
    @kanxikanxi120 3 роки тому +3

    Joi aai Assam ....🇳🇪🇳🇪🇳🇪

  • @lukumonibaruah.1263
    @lukumonibaruah.1263 3 роки тому +26

    জয়মতী, সচাকৈ, দুখ
    র, কাহিনী

  • @monikaboribori1638
    @monikaboribori1638 3 роки тому +1

    Bhut dux lgil

  • @jitendrakushba912
    @jitendrakushba912 2 роки тому +1

    Bohut val lagise Jaymoti sai 😭😭😭😭 mor dagnr aru zoru Suwlir sokut soku pani ulai gol pothm bar Jaymoti xale very good and I miss you 😭😭😭😭😭😭😭🙏🙏🙏🙏🙏🙏🙏🙏💅