I m so thankful to you.moi agot ebar comment korisilu joymoti kuworir jonmothai khon dekhuabole.NANGFA namor novel khon khon pohar pasore porai khubjanibo mon goi asil ..atlast apuni mur monor asha poor korile.thank you so much dada
The drone shots were very good. It would be good if the Government of Assam takes some initiative to restore and maintain these historically important archeological sites. It would be good for educational purpose as well as contribute to the tourism of Assam.
Very shamefull for the people of Assam and being Assamese why those historical monuments n sites are not given attention n protected or developed. The monuments n sites are the only evidence of Civilised Dimasa Kachari kingdom (1st )and Ahom kingdom(2nd) in entire NE area. It is very odd to see those encroachers residents near the historical sites.
শিৱসাগৰত জন্ম লাভ কৰি গৌৰৱ অনুভৱ কৰোঁ । আমৰ ঠাই খনৰ বিষয়ে ইমান সুন্দৰ কৈ উপস্থাপন আৰু ভিডিঅ' কৰি অসমৰ বিভিন্ন প্ৰান্তৰ লোকে জানিব পৰাকৈ সুবিধা দিয়াৰ বাবে ধন্যবাদ থাকিল আপোনালোকে
আগলৈ ও এনে ঐতিহাসিক স্থান আৰু ঘটনাৰ বিষয়ে জনাই থাকিবচোন ধন্যবাদ । মই গৌৰীসাগৰ হাতীঘূলিৰ লক্ষিমী গগৈ
দ্রোন চুট ধুনীয়া হৈছে ।। আচল থাই বোৰ এতিয়া দেখা পালো ।। ধন্যবাদ দাদা ।।
শিৱসাগৰ আৰু আহোম যুগৰ সম্পদ সমূহ সকলোৰে আগত লৈ অহা বাবে বহুত ভাল লাগিছে।।। ধন্যবাদ দাদা।।
ভাল লাগিল কিন্তু
বহুত ভাল লাগিল
@@baneswarpanging3220 q
শিৱসাগৰ আৰু আহোম যুগৰ সম্পদ সমূহ ৰাইজ আগত লয় আহিচে বাবে বহুত ধন্যবাদ
@@baneswarpanging3220 >#
ঐতিহাসিক.কথা.বোৰ.এনেকৈ.অৱগত.কৰা.বাবে❤❤❤❤
সুন্দৰ প্ৰচেষ্টা ৷৷ ভাতৃদ্বয়লৈ আন্তৰিক শুভেচ্ছা আৰু আশীষ জ্ঞাপন কৰিছো ৷৷চহকী অসমৰ চহকী ইতিহাস ৰাইজৰ সন্মুখত ডাঙি ধৰি এক পৱিত্ৰ কাম কৰিছে বুলি ভাবিছো ৷৷
Muro janibo mon jai aji appunalukor ay video tu pai moi bohutei hukhi
বঢ়িয়া হৈছে দাদা,
ঐতিহাসিক কথা বোৰ এনেকৈ আমাক অৱগত কৰি থাকিব 🙏🙏🙏❤️❤️
ড্ৰুন ছটটো মজ্জা লাগিল 👍👍👍
ভাল লাগিল মনপৰশা হৈছে ধন্যবাদ
জয়মতীৰ জন্ম গাঁও খন দেখি অতীতৰ সোৱ্ৰৰণ জাগ্ৰত হ'ল । এনেকুৱা ভিডিঅ' আগলৈও আশা কৰিলো ।
Bhut val lagil aru jen anekuwa video sabole pau
শিবসাগৰলৈ কেতিয়াও যোৱা নাই। শুনিছোহে। বহুত নজনা কথা জানিলো বহুত নেদেখা ঠাই দেখিলো। বৰ ভাল লাগিল। ভবিষ্যতলৈ আকৌ এনে ধৰণৰ ভিডিও পাম বুলি আশা থাকিল। মৰম আৰু শুভেচ্ছা যাচিছো। ধন্যবাদ।
Val lagil Dada, apuni ami nedekha thyai dekhuale🙏
I m so thankful to you.moi agot ebar comment korisilu joymoti kuworir jonmothai khon dekhuabole.NANGFA namor novel khon khon pohar pasore porai khubjanibo mon goi asil ..atlast apuni mur monor asha poor korile.thank you so much dada
It's my plsr
nangfa khanar likhok kon?
Moja lagil dai
Thanks ককাইদেউ
জয় আহোম
জয় আই অসম
দাদা এনেকৈ আমাক কৈই থাক ভাল লাগিছে
গৌৰৱ কৰোঁ ঐতিহাসিক শিৱসাগৰত জন্ম লাভ কৰি ❤️ from মেচাগড়
Bohut. Bhal lagil moi dakhatkoy bohut dhunia hol
মোৰ ঘৰ মাদুৰীতে। জয়মতীৰ ভায়েকৰ নাতীয়েক মই। কিছুমান তথ্য ভুলহৈ আছে। লাইথেপেনা বৰগোহাঞিৰ কাষৰ বাগানখন জয়া বাগান(জয়মতীৰ নামত ব্ৰিটিছে বনোৱা)। লাইথেপেনা বৰগোহাঞি কাষতেই তেওঁৰ ১২ গৰাকী পত্নীৰ মৈদাম আছে (বাগানৰ মাজতেই)। লগতে মাদুৰীত সৰ্বমুঠ ৪১টা মৈদাম আছে সৰু বৰ। ইয়াৰ ওপৰিও ফাকুৱা দৌলটো প্ৰকৃততে পা কুৱা(টাই ভাষাত ৮কুনীয়া স্তম্ভ) যিতো টাই তথা চীনা মুলীয় লোকসকলৰ এক ধাৰ্মিক আধাৰত বনোৱা স্মৃতি সৌধ। (চৰাইদেউৰ মৈদাম বোৰ চালেও বুজিব তাৰ প্ৰতিটো মৈদাম ৮ কোনীয়া, চকলংৰ বেদীটোও ৮ কোনীয় থাকে)। মানুহৰ মাজত মোখ বাগৰি পাক কুৱা গৈ ফাকোৱা হলগৈ। (বিদ্ৰ: কিছুমান তথ্য শুদ্ধকৈ প্ৰচাৰ কৰিব। নহলে মানুহে ভুলটোকে শুদ্ধ ভাবি লব)
বহুত পুৰণি চাবক্ৰাইবাৰ হয়। আপোনাৰ চেনেল গ্ৰৌ নহওঁতেই মই চাবক্ৰাইবাৰ হৈছো। সেয়েহে ভাল হোৱাটো বিচাৰো চেনেলটো।
ধন্যবাদ। আপুনি কি বুজালে , ফাকুওৱা দল তেওঁ প্ৰৎকৃততে মৈদাম নেকি ? যদি হয় , বুৰঞ্জীত কত আছে ? জানিব মন গৈছে ?
@@purbanchalassam মৈদাম নহয় কাৰন জয়মতীৰ পাৰ্থিৱ শৰীৰ বিছাৰি পোৱা নাছিল। কিন্তু তেওঁৰ শুৱৰণিত পুতেক ৰুদ্ৰসিংহই পাকুৱা নিৰ্মাণ কৰিছিল। পাকুৱা কি তাক বুজিবলৈ টাই আহোম দৰ্শন আৰু চীনা দৰ্শন ভালকৈ অধ্যয়নৰ প্ৰয়োজন। চে ৰাই দয় যিদৰে চৰাইদেউ হল ঠিক একেদৰে পাকুৱা গৈ খাকুৱা হল।
Apuni hosakoiye koise, vhulbur kobo nalage,aibure giyan murot vhoraboloi goi guborhe vhorabo.
বহুত ভাল লাগিল চাই 😄😀😃😄😀
Bohut ktha jnibo parilu...Thank you for this beautiful vlog Bhaskar da
ভাল লাগিল কিছুমান নেদেখা জেগা দেখা পোৱা গল
যিবিলাক বুৰঞ্জীত পঢ়িছিলো সেইবোৰ দেখা পালে মনত কি অনুভৱ হয় সেইটো বুজাৱ নোৱাৰো... বহুত ভাল লাগিল ভিডিঅ'টো চাই👍👍👍
দাদা আশা থাকিল লগ pam buli
মাদুৰি ঠাই খন চোৱাৰ ইচ্ছা আছিল।অশেষ ধন্যবাদ।
Bhaiti khub bhal lagise jen tomalokar lagat moio achilo
Time Machine পোৱাহেতেন বুৰঞ্জী কালতে থাকিলো হয়
agor dinot thakile torwalre fight koribo lagil htn..
Sword fight janu dia
Good video
Bohut no jana Kotha janilu
সামগ্ৰিকভাৱে ভিডিওটো চাই ভালেই লাগিল যদিও লাইথেপেনা বৰগোহাঞি মৈদামটো হাবি জংঘলে আৱৰি থকা দৃশ্যটো দুখজনক ৷ চৰকাৰক এই মৈদাটোৰ সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনালোঁ ৷
Yes bro tumi thik koisa kintu sor karok koi lv ni sur keitak ausaror gawor manhu khine a korok mor mote blor sor kr
F check
Bor sundar dada.. Aru dibosun ahom buronji r bisoye..
আমাৰ শিৱসাগৰক সকলোৰে আগত চিনাকি কৰাই দিছে।আগলৈ শিৱসাগৰৰ চুকে কোণে সিচঁৰতি হৈ থকা আহোম যুগৰ সম্পদসমূহ ৰাইজৰ আগত লৈ আহিব বুলি আশা কৰিলো ।এবাৰ নামতিলৈ আহিব ।আমাৰ নামতিতো আহোমৰ দিনৰ দুটা দ'ল আৰু পুখুৰী আছে ।
Sibsagar jila khan moi bahu val pao
@@madanbarman804 hoi neki...apunar ghr Kt.?
Manas national parkor ocharat.
Waw Amar thaikhon dekhai dele mozaa
বহুত সুন্দৰ বৰ্ণনা।এবাৰ বৰশীললৈ আহিবা দাদা।
বহুত ভাল লাগিল ভিডিঅ টি
ভাল লাগিল কিন্তু অনুগ্ৰহ কৰি দেশদ্ৰোহী শব্দটো আতঁৰাই দিলে ভাল পাম। জয়মতীৰ নামৰ লগত দেশদ্ৰোহী শব্দটো কেতিয়াও খাপ নেখায়।
Dekhdruhi lora rojar time period t he gonyo kora hoisil buli ullekh korise
Realy
সঁচাই
Dlt krok dekhdurhi hbdo 2
Desh Drohi a asil
Bhot Val lagil diya ❤️💕💕
ধন্যবাদ আপোনালোকলৈ ঐতিহ্যময় মেছাগড় পুখুৰী পাৰতে মোৰ ঘৰ
Eman bl lagil dekhibole pai
সুন্দৰ পদক্ষেপ | অসমৰ মানুহক শিৱসাগৰখন চিনাকী কৰাই দিয়াৰ বাবে
কোনোদিনে নজনা তথ্য এটা ডাঙি ধৰাৰ বাবে ধন্যবাদ জনালোঁ ! খুব ভাল লাগিল তথ্য বোৰ জানি ! মোৰো ইচ্ছা আছে এই ৰজা দিনীয়া বুৰঞ্জী প্ৰসিদ্ধ ঠাই বোৰ চাবলৈ !
Mai sivasagar rr😍😍😍
বহুত ভাল লাগিল
Tamam mojja lage dronere kora video sai... filing a beleg
খুব ভাল লাগিল চাই
Sivasagar. ..historic capital of assam. .....😀😀😀😀I m from Sivasagar
val lagil vdoti.anedore vdobur aagoloi saboloi pambuli aakha korilu.
Proud to listen about ahom ♥️
Bht vl video bnaisa
My birth place.proud of it
Val lagil video tu sai dada bht nedekha bostu dekhilu ♥️
Tq
অতি সুন্দৰ ভাস্কৰ 👌👌👌😀
Bhut vl lgl njna ktha hikilu apunr pora
Thank s ক ককাইদেউ জয় আই অসম আৰু আহোম
শিৱসাগৰ যাদুঘৰ বিষয়ে দেখালে ভাল হয়
Val lagise etihax khini jani
My Village maduri gohain goan.
Dada aji pothm👍aru comments video tu sai Val lagil bhut bhut
Love from Gogamukh 💞
Bahut2 bhal lagil, aru aapunak bahut2 dhanyvad, KRISHNA
জয়মতী কুঁৱৰী প্ৰকৃতাৰ্থত এগৰাকী বিদুষী মহিলা আছিল, যিগৰাকীয়ে এখন ৰাজ্যৰ ভৱিষ্যত সম্পৰ্কে ধাৰণা কৰিব পাৰিছিল আৰু সেইবাবেই নিজৰ সুযোগ্য স্বামীক ৰাজ্যখনৰ ভাগ্যনিয়ন্তা হবলৈ সুযোগ দিবলৈ গৈ নিজে অকথ্য নিৰ্য্যাতন সহি সহি মৃত্যু বৰণ কৰিছিল ।।
Nice ....val lagil......
জয়মতীৰ মাকৰ ঘৰটো মাদুৰীতে আছিল নেদেখালে কিয়
হয় ঘৰটো চাবলে মন আছিল
Ghortu nai...jaga tukura ase
এদিন যাম উজনি অসম
বহুত ভাল লাগে
Moi o jam
নিশ্চয়
Apunar video really vl lage.....👍🏿👍🏿
Uuuffff title to teneke nidile besi val palu hoi. It's hurt to pronounce DEKHDROHI word with JOYMOTI
Apunalukr vedioo ajihe saisu..val lagile.. .
The drone shots were very good.
It would be good if the Government of Assam takes some initiative to restore and maintain these historically important archeological sites. It would be good for educational purpose as well as contribute to the tourism of Assam.
আহোম দিনর কথাবোর গোম পাই ভাল লাগিল,
আহোমৰ গৌৰৱউজ্বল অধ্যায়ৰ কথা তথা সতী জয়মতীৰ আত্মবলিদানৰ কাহিনীবোৰ চিৰযুগমীয়া। আপুনি তাৰে এটি আভাষ দিলে তাৰ কাৰণে ধন্যবাদ।
কিন্তু Thumbnail দেখি অতিশয় খং উঠিল। 'দেশদ্রোহী' শব্দ ব্যৱহাৰ কৰিব নালাগিছিল। সতী জয়মতীয়ে দেশৰ কাৰণে দিয়া অাত্মবলিদান, নিজৰ স্বামীৰ প্ৰতি শেষ মুহূর্তলৈকে থকা অপৰিসীম প্ৰেম আৰু ত্যাগ ৰ কথা ভাৱিয়ে আপুনি Thumbnail টো এনেকে "সতী জয়মতীক সতী বুলি কিয় জনাজাত? , সতী জয়মতীৰ আপোন ঘৰলৈ বুলি। " ইত্যাদি Thumbnail দিয়া হয় বেছি ভাল পালো হয়। 'দেশদ্রোহী' বুলি শব্দটো ব্যৱহাৰ কৰি আপুনি মূ্ৰ্খামিৰ পৰিচয় হে দিলে।।
val lagil dada
Mojjja
Proud to be an Assamese
ভাল লাগিল দাদা ভিডিঅ টো চাই. আমাৰ অসমৰ বুৰণ্জী
আমাৰ ঠাই..........😊😊
সঁচা ?
হয় ....... 😊😊আমি গৌৰৱ কৰো আমাৰ ঠাইবোৰক লৈ.. ইমান ধুনীয়া ঠাই ,,,,ইতিহাস আছে
সঁচা কিন্তু; মোক মাতিবা চুন এদিন, তুমালোকৰ তাত
বহুত বহুত ভাল লাগিল দেই
কথাতকৈ music বেচি হ'ল। একো শুনাই নাপালো
A TA nu ki change hoi se ake e ase
Kanot puk humaise sage
Bhut besi vll lgil video tu sai.. najona kotha janibu parilu.. thank you dada
গদাধৰ সিংহৰ বায়েক বাউলীৰ সমাধি বাউলীমৈদাম নাজিৰাৰ টাওনৰ পৰা প্ৰায় ৫ কি:মি ৰ দূৰত আছে আৰু ওচৰত সোন্দৰ পুখুৰী,শেনৰ আলি,বামুন পুখুৰী,চকীমুখ আদি বহুত বুৰঞ্জি প্ৰসিদ্ধ
ঐতিহাসিক ঠাই আছে কিন্তু বহুতে নেজানে | আপুনি চিনাকি কৰাই দিব পাৰে আৰু সকলোৱে তাৰ বুৰঞ্জি গম পাব | বাউলী ৰ মৈদাম টো যি ঠাইত আছে সেই ঠাইৰ নাম বাউলী মৈদাম নামেৰে জনা যায় | অসমৰ প্ৰায় বোৰ মানুহে ইয়াৰ বুৰঞ্জি নাজানে গতিকে আপুনি চিনাকি কৰাই দিব পাৰে |
Sesta korim
Apunar video bur sai hska bht val lga 😉
১২ জনী ঘৈণীয়েক,১৩ জনী ছোৱালী আৰু ২৪ তা লৰা।।। কৃষ্ণ হে বুলিছোঁ আৰু 😂🤣😂😂.......
Subscribe kori dilu dei dad
val lagil dada vedeo 2 saii agolike ru anekuwa vedeo pm bulu akha krilu
4:17 Yessss 😁
পুৰণি ঠাই বোৰ দেখাইছে ভালেই হৈছে, কিন্তু , কথা বোৰতকৈ মিউজিক বেছি আৰু আপোনাৰ গা টোহে বেছি দেখা গৈছে, গতিকে আপোনাৰ গা তো এৰি ঠাইবোৰ বেছিকৈ দেখাব চেষ্টা কৰিব
Wow bht vl lagile video to sai
Very shamefull for the people of Assam and being Assamese why those historical monuments n sites are not given attention n protected or developed. The monuments n sites are the only evidence of Civilised Dimasa Kachari kingdom (1st )and Ahom kingdom(2nd) in entire NE area. It is very odd to see those encroachers residents near the historical sites.
True
assamese don't know what english
Tamam
Nojona Kotha janilu bohut val lagil
এতিয়া জয়মতীৰ চৰিত্ৰত অভিনয় কৰা আইদেউ সন্দিকৈৰ ওপৰত এখন ভিডিঅ বনাব লাগে।
video tu sai bahut val lagil
Rang ghar kareng ghar aru tolatal ghar26dec 19 sai ahilu pase joimotik xhasti diya thai dokhor he suwa nahal dhet teri
Apunar video bur mjh lage dai
জয়মতীৰ মাকৰ নামটো কোৱা হেঁতেন ভাল আছিল নে কি?
জয়মতি ৰ মাকৰ নাম sandradaru
@@abhigyangoswami6938 Thank u
Dhuniya Lagise.Namaskar
পুৰণিকলীয়া আহোম সাম্ৰাজ্য আৰু তেওলোকৰ ব্যক্তিত্বক সন্মান জনাইছো।
Bhut Val lagil Assam history janibo bhut mom jay aponi xoday anekuwa vidio upload Kori thakibo thanks God bless you
Video bur bht vl lge n protitu videote notun kiba ata dekha pau thnk you 😘
drone shoot moja lagile
Moja Mojà 👍👍 Agoloi আৰু আশা কৰিলোঁ ।
Bohut bhut bhal lagise.
Bor xundor moidam. .bor xundor information. .enekoi ami Amar oxomi aair purona kotha janibo lagibo. Nohole Amar life oxar
Video sai val lagise bhut bhut
Bohut bohut vl lagil dada
ahomr kahini br birat vl lge ...thnkx video2 bonoa babe
Thank you...❤❤❤ Bahut kostor majot dekhale... Sai khub val lagile mn🎉🎉🎉🎉🎉