ভাৰত চৰকাৰৰ অভিযন্তাৰ চাকৰি এৰি আৰম্ভ কৰিলে গাহৰি ফাৰ্ম | swargari farm
Вставка
- Опубліковано 20 гру 2021
- ভাৰত চৰকাৰৰ অভিযন্তাৰ চাকৰি এৰি আৰম্ভ কৰিলে গাহৰি ফাৰ্ম swargari farm
তেওঁ আছিল ভাৰত চৰকাৰৰ টেলিকম বিভাগৰ এজন অভিযন্তা ৷
চাকৰি সময়তে তেওঁ পাঁচদিনৰ বাবে ভ্ৰমণ কৰিছিল চীন দেশ ৷ সেই সময়তে তেওঁ চকুত পৰে চীন দেশৰ বিজ্ঞানসন্মত গাহৰি পালনৰ প্ৰক্ৰিয়া ৷
চীন দেশৰ গাহৰি পালনৰ দৃশ্যবোৰে তেওঁৰ মনত ইমানেই প্ৰভাৱ পেলালে যে তেওঁ সিদ্ধান্ত ল’লে তেওঁ নিজেই এখন গাহৰি ফাৰ্ম আৰম্ভ কৰিব ৷
সেয়ে ২০১৭ চনত অভিযন্তাৰ চাকৰিৰ পৰা ৰিজাইন দিলে আৰু ২০১৮ চৰ িজৰ গাঁৱতে আৰম্ভ কৰিলে বিজ্ঞান সন্মতভাৱে গাহৰি ফাৰ্ম ৷
ডিব্ৰুগড় জিলাৰ নাহৰকতীয়াৰ চাচনী গাঁৱৰ সন্তান দেৱৰাজ স্বৰ্গাৰী জীৱন কাহিনী এয়া ৷ অভিযন্তাৰ চাকৰি এৰি আৰম্ভ কৰা এই “স্বৰ্গাৰী গাহৰি ফাৰ্ম ব্ৰিডিং ফাৰ্ম “খনত এতিয়া আছে ৯৬ জনী চাও বা পোৱালী দিয়া গাহৰি ৷
এই ফাৰ্মৰ পৰা এতিয়া প্ৰতিমাহত প্ৰায় ৮০ টাকৈ পোৱালি বিক্ৰী কৰা হয় আৰু বছৰেকত প্ৰায় ৪০লাখ টকাৰ গাহৰি পোৱালি বিক্ৰী হয় ৷
দেৱৰাজে কৃষি বিশ্ববিদ্যালয়ৰ পৰা প্ৰেৰণ কৰা বহু যুৱক যুৱতীক প্ৰশিক্ষণ দিয়ে গাহৰি পালনৰ ৷ গাহৰি ফাৰ্মৰ সমন্তৰালকৈ দেৱৰাজে ডিব্ৰুগড়ৰ জিলাৰ বিভিন্ন প্ৰান্তত বিশুদ্ধ গাহৰি মাংস বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে একাধিক দোকান ৷
যুৱ গাহৰি ফাৰ্ৰমাৰ দেৱৰাজে গাহৰি পালনৰ ক্ষেত্ৰত সকলোতকৈ অধিক গুৰুত্ব আৰোপ কৰে জৈৱ সুৰক্ষাৰ ওপৰত ৷
আহকচোন অসমীয়া যুৱ চামৰ আদৰ্শ দেৱৰাজ স্বৰ্গাৰীৰ পৰা জানো গাহৰি পালনৰ সকলো কৌশল :
uparjan.in
অসমত বৰ্তমান সময়ত দেৱৰাজ স্বৰ্গীয়াৰীৰ দৰে যুবকৰ খুব প্ৰয়োজন হৈছে। তেওঁৰ ব্যৱসায়ে আৰু সফলতা লাভ কৰক তাকে কামনা কৰিলো।
Sir apunak Moi abar lg pab bisaru
আচলতে আমাৰ সমাজত পূহিব নিদিয়ে এঘৰীয়া কৰি দিয়ে 🥲 কিছুমান সমাজৰ নিয়মৰ কাৰণে আমাৰ দুখীয়া মানুহৰ সংখ্যা বাহি গৈছে ।
Tumi thik koi xa
mon korelai son . Okol gahore a puhibo lage ko kotha. Hak pasli kheti kora. Kura faram khula. Mas puha. Dhai kam ase.. poisa pai buli a Je sobai dhai poisa pai tane nohoi. Risk sob kamot a ase..
@@jarki57 তেনেকৈ ও পূহিব নিদিয়ে 🥲
Homajor Kotha sinta Kori thakila pat novore.....
এইবোৰ নিজে-নিজে বনাই লোৱা নিয়ম।
কাৰণ অসমীয়া মানুহৰ গুৰু একেইজনেই কিন্তুু গুৰুয়ে মানা কৰা নাই।
আৰু কৰ্মই আমাৰ ধৰ্ম
Dhunia deboraj swargari
Apunaak Namaskar.,.vaal lagil
ভাল লাগিল ককাইদেউ মই তিনিচুকীয়া পানীতোলা পৰা
ভাল লাগীল সুন্দৰ অনুসাসন
আদৰ্শনীয় যুৱক ।
Very very nice good step good job all the best steps thank you so much.
খুওব ধুনীয়া লাগিল
অভিনন্দন জনাইছো।এনেধৰণৰ বাৰ্তাই নিচ্ছয় আমাৰ যুৱসমাজৰ কৰ্মস্পৃহা বৃদ্ধি কৰিব
Eman dhunia k bujabo Jane manuhok swargiary Da apuni, salute apunak....go ahead always
deboraj dada amar anuperona . Jai gahori palok jai
বহুত ভাল লাগিল
Swargiary da torch bearer of our generation....every decade provides an extra-ordinary person who leads from the front...He is definitely the one😊👍👍👍
Ì
😃
Val lagil..plz your mobile numbr.
I appreciate your thinking and encourage them those who are not any capable to work for next generation
Good brother you're successfully jwbwd mwjang
যোৱা বছৰে মই সাজু হৈছো , কিন্তু লোকদাউনৰ বাবে থমকি ৰলোঁ , এইবাৰ মোৰ উদেশ্য পন সেইয়েহে ভাইটিৰ পৰা কিছু শিকিব লগা আছে , তোমাৰ নম্বৰ টো পোৱা হলে ভাল আছিল
আপোনাৰ মাটি কিমান আছে ?
Constructive ideas. Go ahead.
Natun prajonmor adorkho Deboraj Sargiari. Apunar kormok salute.
ভাইটি, শুভেচ্ছা জনালো।
মই এখেতক ব্যক্তিগত ভাৱে লগ পাইছো । এখেত যথেষ্ট অমায়িক ব্যক্তিত্বৰ গৰাকী ।
হয় নেকি? ফোন নম্বৰতো আছে যদি দিবা।
khub hundor kotha koise dada jone
Bohut val lagil interview tu sai
Debaraj da you are my inspiration... lots of love❤️ from Debasish Golaghat💐
Thanks for a lot information about pig farming🙏
Bhal lagil gom pai.....💖💖💖
Best of Luck ,Go ahed.
Xundor kam
ধন্যবাদ আৰু আগ বাঢ়ি যোৱা।
অতি সুন্দৰ পদক্ষেপ।
Respect and salute for your obsesion.
Very good. God bless you
Deboraj Swargiary aapunar adorsho suni/dekhi val lagil . Aapunar adorshot bohujone anupranito hobo buli asha koru . Aaponi shbowadhin chitia buli kobo khuju .
Thank you. Bohut bhal lagil. Aug barhi juwa.
very good job , keep it up.
Really Proud of you. May your Confidence be encouragement to the up coming Generation. Love and Blessings ❣️ to you.
Good job bro......💚💚💚
অসমৰ গাহৰি পালক সন্থাৰ জয় হওঁক
ভাল লাগিল দেৱৰাজ দাদা
সুন্দৰ লাগিল
Good sir good coment
খুব সুন্দৰ ।
Very nice and fruitful video
Val lagil bhut
সুন্দৰ ভিডিও 👌
Good job..
সুপ্ৰভাত উৰ্পাজনৰ প্ৰতিজন কৰ্ম কৰতা লৈ !
God bless you Debo dada
অসমৰ গাহৰি পালক সন্থাৰ জয় হওঁক।
ua-cam.com/channels/e4r8_zO0aDrXO1j7i8c0iQ.html
ভাল লাগিল দাদা আপুনি আমাৰ আদৰ্শ ।❣️
Very good video uparjan and Swargiary Sir bht Val kam korise..ketiaba moi o parim
Thanks god bless you
Hundor 👍👍
Very good brother
Love from dhemaji
ভাল লাগিল। বহু লাগতিয়াল কথা শিকিলো। আগ বাঢ়ি যাওক/আগ বঢাই নিয়ক।
Val lgile dada
ভাল লাগিল
Dada val lgise myu vbisu khulim buli kt lg korim apunak
দাদা জন বহুত ধুনীয়া দেখিবলৈ, আমাৰ মংগোলীয় জনগোষ্ঠীৰ মানুহ বোৰ বহুত ধুনীয়া হয়। মজা দাদা❤❤🙏
Swargari title ahom or ni baru?
@@AHOMLAND হয়
@@AHOMLAND Nhoi.... Swargiari surname Boro manuhe likhe....
@@chowlengdonahom1105 Swargiari surname Boro manuhe likhe. Ahome nhoi.
"Swargari" আৰু "Swargiary" difference আছে।
ভাল লাগিল, আগলৈ আগবঢ়ি যাওক, আপোনালৈ ধন্যবাদ ।
Contact phone namber diba
God Bless you🙏🙏🙏👌👌
You are my idol
Very nice video 👍👍👍
Salute you
Bohut dhuniya moyu bhabiasu gahori farm khulim huli
Good. Dada
Waoooo
Khub dhunia kotha kuly aapuni
ua-cam.com/channels/e4r8_zO0aDrXO1j7i8c0iQ.html
Bhout val lagil
All the best.
Most welcome
Good job
Good job broo
সুন্দৰ পদক্ষেপ
Aponar sahash aru uddamei jibanar pathar baga dalisha. Iyar babe RWJA RWJA Sabaykhar. /Dhannabad.
Good job dada
Bhud val sir tq
Good Job
Dada apunar kota huni bahut bhal lagil aru moi sesta kori asu
Asom khonor bazar asomiya dakol korib lage asomiya buli gharate bahi Nathaki ene kam bor Kori gole nossoy asom khon unnat hob aru asomor nibonua samyasha samadhan hob
Great job da
Jai aai axom
Thanks dada
যুৱপ্ৰজন্মৰ আদর্শ এখেত। গাহৰি পালকৰ জয় হওক।
ua-cam.com/channels/e4r8_zO0aDrXO1j7i8c0iQ.html
Vary sorrowful.
MAIN MANUHHH😃🙂😍💜
Very nice video sir,
Kosto koribo pare judi gahori puhi buhut income koribo pare, ami oh korot 2 ta garo besi 6 month ot pora 90 k income koriba pare,
Hundor
Very good job
Congratulations
Bah !
অসমৰ আদৰ্শ সন্তান । শুভেচ্ছা জনালোঁ।
Mza
Moja
Good to see the video
🙏🙏🙏very nice
💪👍👍
God bless you
ভাল লাগিল ।
চাছনি কোন ঠাইত আপোনাৰ ঘৰ ।
Good Ideal boy.
👍👍👍
Good. Job
❤🙏👍
So good bro