কেৰেলাৰ পৰা ঘূৰি ধেমাজিৰ জিতু গগৈয়ে গাঁৱতে গঢ়িলে বিশাল ফাৰ্ম ৷ ১০ মাহত ১৪ লাখ টকাৰ উপাৰ্জন ৷
Вставка
- Опубліковано 7 жов 2024
- কেৰেলাৰ পৰা ঘূৰি ধেমাজিৰ জিতু গগৈয়ে গাঁৱতে গঢ়িলে বিশাল ফাৰ্ম ৷ ১০ মাহত ১৪ লাখ টকাৰ উপাৰ্জন ৷
জীৱিকাৰ সন্ধানত এদিন তেওঁ উপস্থিত হৈছিলগৈ কেৰেলাত ৷ এটি ফেক্টৰীত আৰম্ভ কৰিছিল শ্ৰমিকৰ কাম ৷
এদিন তেওঁ ঠিক কৰিলে যে কেৰেলাত আৰু নকটায় কষ্টকৰ জীৱন ৷ সেয়ে ঘৰলৈ ঘূৰি আহি সৰু বৰ যিকোনো কামেৰে স্বাৱলম্বী হোৱাৰ সিদ্ধান্ত ল’লে ৷ গাঁৱত আহি আৰম্ভ কৰিলে এখন বয়লাৰ ফাৰ্ম ৷
সেয়াই আৰম্ভণি ৷ ধেমাজিৰ মৰিধল হাঁহচৰা গাৱৰ সন্তান জিতু গগৈ আৰু থমকি নৰ’ল ৷ গঢ়ি তুলিলে গাহৰিৰ বৃহ্ৎ ফাৰ্ম ৷ আৰম্ভ কৰিলে ব্লেক চিকেনৰ ফাৰ্ম , কয়লাৰ ফাৰ্মৰ লগতে মৎস্য পালন ৷
কিন্তু ২০২০ চনৰ প্ৰথম ভাগত অহা আফ্ৰিকান স্বোৱান ফিভাৰত জিতু গগৈৰ ২২০ টা গাহৰিৰ মৃত্যু হয় আৰু হতাশাৰ ডাৱৰে তেওঁৰ জীৱন আগুৰি ধৰে ৷
হাতসৱাতি ভাগ্যৰ ওপৰত বিশ্বাস কৰা মানুহ নহয় জিতু গগৈ ৷ সেয়ে ২০২০ চনৰ শেষৰ ভাগলৈ পুনৰ গাহৰি ফাৰ্ম আৰম্ভ কৰিলে ৷ এতিয়া ৮০ টাৰো অধিক গাহৰি আছে গগৈৰ ফাৰ্মত ৷ বিগত ১০ মাহত বিক্ৰী কৰিছে প্ৰায় ১৪ লাখ টকাৰ গাহৰি ৷
গাহৰি ফাৰ্ম, ব্লেক চিকেন, কয়লাৰ, মৎস্য পালনৰ লগতে জিতু গগৈয়ে শেহতীয়াকৈ আৰম্ভ কৰিছে ড্ৰেগন গছৰ খেতি ৷ আহকচোন উদ্যমী অসমীয়া খেতিয়ক জিতু গগৈৰ লগত কথা পাতো ৷
jitu gogoi - 9101620716
uparjan.in
প্রকৃত অসমীয়াগিৰি। ভাল লাগে যেতিয়া এজন অসমীয়া মানুহে ইমান খিনি আগুৱাই যোৱা দেখা যায়।
দাদা জনে বহুত ধুনীয়া কৈ কৈছে।দাদা জন আৰু আগবাঢ়ি যাওক।।। অসমীয়া মানুহ এজন এনেদৰে উন্নতি হোৱা দেখি বহুত ভাল লাগিছে। আপোনাৰ পৰা অসমীয়া যুৱক উপকিত হব বুলি ভাবো 💞
দাদা জনে বহুত ভাল কাম কৰিছে।
দাদা জনৰ ফোন নাম্বাৰ টো দিব নেকি!
@@arupsonowal2260 un yum iup
He is an original Assamese man.proud of u bro.
ꜱʜᴀᴩᴜɴ ʙᴀʜᴏᴛ ᴀꜱᴇ ᴋɪ ʜᴏɪ ᴋᴀʙᴀ ɴᴜᴡᴀʀᴏ.
ভাল লাগিল ! উজ্বল ভৱিষ্যত কামনা কৰিলোঁ ।
সুন্দৰ আপুনি আমাৰ আদৰ্শ আপুনি আগুৱাই যাওক ।
আপুনি নৱ প্ৰজন্মৰ বাবে পেৰণাৰ উৎস...ভগবানে আপোনাক মংগল কৰক
সদাই উজ্জ্বল হৈ থাকক ।
নিবনুৱা যুৱকযুৱতী সকলে জিতু গগৈৰ যোগাত্মক মনোভাৱ আৰু কৰ্মদক্ষতাক অনুকৰণ কৰিবলৈ চেষ্টা কৰিলে সুফল পাব ৷ লগতে গগৈ ডাঙৰীয়ালৈ শুভেচ্ছা আৰু " উপাৰ্জন "ৰ প্ৰচেষ্টাক শলাগ জনালোঁ ৷
দেখি শুনি খুবেই ভাল পালো
অভিনন্দন থাকিল । আপুনি আগবাঢ়ি যাওক।
U r real hero of Assamese people ❤✌
চাকৰি বিচাৰি হাবাথুৰি খাই ফুৰাতকৈ এইবোৰ কৰা বহু লাভ
দাদাৰ ফা্মখন ভাল লাগিলে 🙏
অভিনন্দন ... আপোনাৰ কৰ্ম আদৰ্শ সকলোয়ে লওঁক।
খুব ভাল এটা ভিডিঅ ।আপোনাৰ এক সুন্দৰ পদক্ষেপ ।লগতে যোগাযোগৰ নাম্বাৰ টো দিলে ভাল হয
at description
Prokritote sonar assom gorhib khoja yoddha , salute you sir
অভিনন্দন থাকিল দাদা। আপুনি আগুৱাই জুৱা।
Love's to watch this Channel.
সুন্দৰ দা আপোনা আদৰ্শ ৰে সকলো আগবাহি যাব ।
Great. Very positive man
Gogoi da aru agbahi juwa
Dada very very nice work.
বহুত ভাল লাগিল। দাদাজনক লগ কৰিব বিচৰোঁ। মোবাইল নম্বৰটো কেনেকৈ পাম বাৰু। কোনোবাই দিব পাৰিব নেকি...?
Good job jintu da aru aguai jua tare kamona korilu
সুন্দৰ কাম ! আৰু আগুৱাই যাওক ।
Proud of You so much!!
Manuhjon khub horol aru kotha bur bht khulakhuli. Aru aguwai jauk dada...
Val lagil dada....apunar farm khon ....aguwai juwa
bohut val lagil video to sai
মোৰো কৰিবলৈ মন আছে,
Very nice dada
💕💞💞💞💖👍👍
Bohut bohut vll lagil ... 😮adin nissoi log paam buli akha thakil jitu daa🤝
Good job💯 dada....
Go ahead brother........
Mur bohut val lagil
ভাল লাগিল।অসমীয়াৰ গৌৰৱ।
Last time I visited his farm . N ya the farm is in term of crores but being and honour he is too simple he is down to earth ❤️really I was so blessed by seeing him ❤️
bahut dhuniya apuni aguwai jaouk
লোকেল গাহৰি ৬ মাহত এক কুইনতল অসম্ভৱ । ক্ৰছ ব্ৰীড হয়
Hohoj horol bondhu jon hodai aaguai juwa,,,
Wow bhut val kam..
Very inspiring video
সুন্দৰ পদক্ষেপ ।
Thank you
Video tu sai bohut preona palu AJ frmer
Great dada.....
অতি সুন্দৰ
সুন্দৰ ভাল লাগিল
Apunak salute dada........agbahi jauk apuni...
সকলো কৰিম ভাবো... কিন্তু ইমান এ নাইকীয়া ঘৰ তো বাহিৰে এডোখৰ ঠাই নাই.. কিবা এতা কৰিবলৈ.. জীয়াই থাকিব মন নোযোৱা হৈছে..
Amar vati juo nai bro.. 🙂🙂sinta nokoriba kosto koribo lagibo Ami hokolu hbo amar
Ghor kun jegat
Mur jegah asay ahok...mili kaam korim
এইবোৰ নাভাৱিব
কষ্টৰে আগবাঢ়ক।
Very good job Sir
সুন্দৰ ককাই
Muru krim vabi asu.....kintu face to face advise r proyujon onuvob krisu........Aketor Address tu plz dibosun sir
Nice information
Nice sir
Ebar ghyt r dispur flyover bonowa contractor anil Das r interview lobo sun.
Bajaj super r pora marcidish , minimum 3000 employ diya manuh jon
@@greenvillage7011 Kun teo?
@@simantadas4410 anil das
@@greenvillage7011 teo r interview kovat pam ne? BTW Kot ghar tekehtor
@@simantadas4410 najano moi o powa nai
Dadar frame khon val lagise
Mojja video frnd
দাদা সুন্দৰ।
👍👍
ভগাবানে দিলে সকলো হয়.. নদী কাষৰীয়া মাটি ৰদ পৰে সকলো হব.. আমাৰ মানুহবোৰ ইমান সুখী কয় আমাৰ ইয়াত পানী নহয় সেইটোৱেই সুখ কাম নাই
Hundor dada.. joldi visit korim.. apuni dia Bore a aji mur jibon bosale..
Great
Dhunia vidoeo diye apuni
ভাল কাম কৰিচে তেও,, 👍👍👍
GOGOI ভাললাগিল.👍👍👍
THANKS BRO
Dada Dhuniya kam korisa Best of luck
Vdo tu Sai xubei val lagil
🔥🤟
বহুত ভাল লাগিল দাদা, মই নিয়মিতভাবে ভিডিও চাঁও, #manojburagohain
Very Good brother .
Dada nice
Nice friend
Xundor Dada
Hundor,
Nice
Good luck
Hundor
Bahut manuhor babe apuni prerona🙏🙏🙏... Aponar dore manuhok Rastriyo parjoyor puraskare puraskrit koribo lage🙏🙏🙏...
❤❤
Very.good
বন্ধু আৰু আগুৱাই যোৱা ।
Good job
Really inspired
Val lagila .
Number diyok
Best my dear
Val lagisa video to
Good job 👍
সুন্দৰ ককাইদেউ 👍👍
Thanks 👍👍👍
Val lagil dada.. Moi Gogamukh r hoi apunar usorot jam adin
Hoi ni 😃😃😄😄😀😀😇😇😊😊 vaal kotha dekhun 🥰🤗🤗
Dhuniya
Val lagil
Dadai har mona nai aru start korise bhal lagise... 👍👍👍👍
Hundar pardakhep loyshe
Buhud val dada
HRMN -99 apple pulio dekhilu..best wishes from Silchar.
What about insurance to cover risk
Moio local murgir farm t 1.50 lakh toka loss khalu ... Keneke farm khon punor utham take vabi asu ...