মাত্ৰ ১৮ বছৰীয়া যুৱকে মাহত ঘটি আছে লাখ লাখ টকা😱

Поділитися
Вставка
  • Опубліковано 9 лют 2025

КОМЕНТАРІ • 514

  • @chilmilsapun325
    @chilmilsapun325 7 місяців тому +36

    সাধাৰণতে দেউতাকৰ চাকৰি এটা থাকিলে প্ৰায় ল'ৰাই ইমান সৰুৰ পৰাই চিন্তাবোৰ পৃথককৈ কৰিব নোৱাৰে। ব্যতিক্ৰম এই ল'ৰাজন। ভাল লাগিল।

  • @bidit.cht2448
    @bidit.cht2448 7 місяців тому +49

    ল'ৰাটিৰ কথাবোৰৰ পৰা বুজা যায় , তেওঁ ইতিমধ্যেই এটি পৰিপক্ক মনৰ অধিকাৰী হৈছে , সুন্দৰ ব্যক্তিত্ব গঢ়িব পাৰিছে, সংগ্ৰামৰ মাজেৰে। বহুত ভাল লাগিল , বৰ্তমান তেওঁ আমাৰ সকলোৰেই বাবে এজন আদৰ্শবান ব্যক্তিলৈ পৰিগণিত হৈছে । ভগৱানে তেওঁৰ আৰু উত্তৰণ ঘটাওক ।

  • @rameshhazarika4932
    @rameshhazarika4932 7 місяців тому +44

    সময়োপযোগী সাক্ষাৎকাৰ ৷ যুৱ ব্যৱসায়ী দেৱাশিস দত্তৰ উজ্জ্বল ভৱিষ্যতৎ কামনা কৰিলো ৷

  • @Mitali332
    @Mitali332 7 місяців тому +42

    অপ্ৰিয় হলেও গম পালোঁ যেএইয়াই সত্য -- আজিকালি মানুহে সন্মান টকাৰ জোখেৰেহে দিয়ে লাগিলে সেই সন্মান খন্তেকীয়াই নহওঁক কিয়!!!
    লৰাজন লৈ অজস্ৰ মৰম জাচিলো আগুৱাই যোৱা আশীৰ্বাদ কৰিছোঁ 🙌

    • @G.S.VY146
      @G.S.VY146 7 місяців тому +4

      Moja👍

    • @binapanichetia582
      @binapanichetia582 7 місяців тому +1

      সুন্দৰ তুমি আগুৱাই যোৱা, ভগৱানে তোমাক সহায় কৰিব ❤😂❤

    • @assamscience
      @assamscience 6 місяців тому

      বিয়া হ'বা নি

    • @Mitali332
      @Mitali332 6 місяців тому

      @@assamscience ?

    • @assamscience
      @assamscience 6 місяців тому

      @@Mitali332 সঁচা কথা কোৱা এদিন এনেও বিয়া হ'বয়ে লাগিব

  • @nirjugogoi2832
    @nirjugogoi2832 7 місяців тому +42

    ভাল লাগিল তোমাৰ ভিডিঅ চাই ধন্যবাদ জনাইছো ঈশ্বৰে মংগল কৰক তোমাক

  • @animadeka-l2s
    @animadeka-l2s 7 місяців тому +15

    বৰ মৰম লাগিল লৰাজনলৈ।আমাৰ উঠি অহা যুবক সকলে এওঁৰ পৰা কিছু শিক্ষা লক

  • @sabitakalita7065
    @sabitakalita7065 6 місяців тому +7

    একদম ভাল কথা কৈছা। ব্যৱসায় আৰম্ভ কৰাৰ লগে লগে যদি ছোৱালীৰ প্ৰেমত পৰে ,বাকীবোৰ নকলেও হব। লিমিট সদায় ৰাখিব লাগে। তুমিও ঠিকেই কৈছা ভাইটি।। ধৈৰ্য্য, বিশ্বাস, আৰু জমা থাকিলে ব্যৱসায় দোপতদোপে উঠি যাব পাৰি কথাষাৰ সম্পুৰ্ণ বিশ্বাসযোগ্য হয়। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।

  • @anjumonidas7112
    @anjumonidas7112 7 місяців тому +13

    ভাইটি তুমি আগুৱাই যোৱা ।তোমালৈ আশীৰ্বাদ থাকিল।

  • @khaifkhan9894
    @khaifkhan9894 7 місяців тому +13

    ভবিষ্যত আছে ভাই টোৰ। শুভেচ্ছা থাকিল ❤

  • @ambikakrishna5793
    @ambikakrishna5793 7 місяців тому +29

    তুমি নৱপ্ৰজন্মৰ আদৰ্শ। তুমি আগুৱাই যোৱা। আৰ্শীবাদ কৰিছোঁ।

  • @Jinku-m1q
    @Jinku-m1q 7 місяців тому +24

    তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল। আগলৈ আগবাঢ়ি যোৱা

  • @Abhijit_Boruah_
    @Abhijit_Boruah_ 7 місяців тому +5

    তোমাৰ কথাখিনি শুনি বহুত বহুত ভাল লাগিল তুমি আগুৱাই যোৱা তাৰে কামনা কৰিলো তোমাৰ উজ্জ্বল ভবিষ্যত কামনি কৰিলো❤❤❤❤🎉

  • @ranjitadeori6018
    @ranjitadeori6018 7 місяців тому +16

    তোমাৰ নিচিনা ল'ৰাৰ পৰা উঠি অহা চামে অনুকৰণ কৰিব লাগে ❤❤❤

  • @M17-f5l
    @M17-f5l 7 місяців тому +14

    তোমালৈ বহুত বহুত শোভকামনা জনালোঁ ভাইটি৷ভগৱানে আৰু আগবাঢ়ি যোৱাত সহায় কৰক তকো কামনা কৰিছোঁ৷তোমাৰ চিন্তা ধাৰাৰদৰে আৰু হাজাৰটাৰ হওক৷❤❤❤❤

  • @bholaramboro2771
    @bholaramboro2771 7 місяців тому +50

    প্ৰকৃত অসমীয়া কেতিয়াও এলেহুৱা নহয়, এওঁ প্ৰকৃত অসমীয়াৰ সন্তান। 👍👍👍

  • @Abcassamese
    @Abcassamese 7 місяців тому +109

    আমি লৰাজনৰ পৰা বহুত শিকিব পাৰিছো । লৰাজনৰ ভাৱ চিন্তা আৰু আমাৰ চিন্তা ভাৱ বহুত বেলেগ ।

  • @dilipsaikia2179
    @dilipsaikia2179 7 місяців тому +19

    ১৮ বছৰীয়া ল'ৰা টোৰ কথা আৰু কামৰ বিষয়ে শুনি মই ভাবো,উঠি অহা প্ৰজন্ম বহুত উপকৃত হ'ব। ল'ৰা জনলৈ আশীৰ্বাদ থাকিল।সময়োপযোগী এটা সুন্দৰ সাক্ষাৎকাৰ। ভাল হৈছে। বহুত ডাঙৰ কথা কৈছে।উঠি অহা ল'ৰা -ছোৱালীয়ে এইবোৰ শুনিব লাগে।

  • @Chinmoybarman111
    @Chinmoybarman111 7 місяців тому +96

    ল'ৰাটোৰ ভাল হ'ব এদিন। মোৰ মনৰ কথা। অসমৰ আম্বানী হওঁক।

  • @RekhaKalita-rn2gi
    @RekhaKalita-rn2gi 7 місяців тому +12

    আগুৱাইযোৱা আৰু সফল হোৱা। তোমাৰ কথাৰ পৰাই অনুমান কৰিব পাৰি এদিন তুমি বহুত আগবাঢ়ি যাবা।

  • @rupabaruahchangmai8585
    @rupabaruahchangmai8585 7 місяців тому +20

    লৰাটোৰ কথাবোৰ বহুত ভাল লাগিল। আগবাঢ়ি যোৱা। আশীৰ্বাদ কৰিছো।

  • @PronotiMohon
    @PronotiMohon 7 місяців тому +12

    সাহসেই লক্ষী। মনোবল অধিক তোমাৰ ।❤

  • @DiptiChetia-bs5vh
    @DiptiChetia-bs5vh 7 місяців тому +64

    লৰাজন আম্বানিি হবলৈ গৈ আছে । আগবাঢ়ি যাওক আশীৰ্বাদ থাকিল ।

  • @rupalibardhan2698
    @rupalibardhan2698 7 місяців тому +4

    বহুত ভাল লাগিল। এনেকৈ আগুৱাই যোৱা🎉🎉

  • @bonditabaruahdutta745
    @bonditabaruahdutta745 7 місяців тому +15

    বহুত ভাল লাগিল ।এনেদৰে আগবাঢ়ি যোৱা 🎉🎉🎉

  • @nabaudaygolaghatvlogs7210
    @nabaudaygolaghatvlogs7210 7 місяців тому +9

    আমি ল'ৰাটোৰ পৰা বহু শিকিব পাৰিছো। শুভকামনা থাকিল আগুৱাই যোৱা ।

  • @sinmoy600
    @sinmoy600 7 місяців тому +8

    Salute to you brother 🫡 kotha khini e bohut motivate krile... ❤

  • @CommandoShilpa
    @CommandoShilpa 7 місяців тому +9

    Aguwai jua Bhaiti…Bohut bohut Xubhokamona thakil🙏🙏🙏

  • @MahatKhakhulary-kc3uz
    @MahatKhakhulary-kc3uz 7 місяців тому +67

    বহুত বহুত শুভকামনা থাকিল ।

  • @ashwinidasi8439
    @ashwinidasi8439 22 години тому

    কথা বোৰ শুনি বহুত ভাল লাগিল তুমি আকৌ আগবাঢ়ি যোৱা। আৰু মনটোক সদায় জিকে ৰাখিবা।❤

  • @madhurjyagogoi2211
    @madhurjyagogoi2211 7 місяців тому +14

    তোমালৈ মোৰ হিয়াভৰা শুভেচ্ছা জনালোঁ অনাগত দিনৰ বাবে৷ ভবিষ্যত তোমাৰ উজ্জ্বল কামনা কৰিলোঁ৷

  • @himanshugogoi22
    @himanshugogoi22 7 місяців тому +18

    Bhaiti savings kori thakile money r real value tu 5 bosor pist same nathakibo.... invest koriba ...baki bhl lagil kotha bur❤

    • @viss75978
      @viss75978 7 місяців тому +3

      He laahe laahe khiki bo dada apunak chinta koribo nalege😅

    • @protimahazarika8515
      @protimahazarika8515 6 місяців тому

      Apuni sage lora jonotkoi base vl km kori ase nohoise ??

  • @DenibikashPhukan
    @DenibikashPhukan 7 місяців тому +12

    কথাবোৰ শুনি বহুত ভাল লাগিল 😊😊😊
    বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো 🙏🙏
    এনেকৈয়ে আগবাঢ়ি যোৱা😊😊

  • @kunuborah988
    @kunuborah988 7 місяців тому +5

    Eman Kom age te bhut positive sinta dhara , vaiti aru aaguwai juwa tumi, God bless u

  • @basantaozah1313
    @basantaozah1313 7 місяців тому +10

    বিশ্বনাথ চাৰিআলি নগাঁৱৰ এজন প্ৰৱল যোগাত্মক শক্তি সম্পন্ন ল'ৰা । আহিবলগা দিনত আৰু সফলতা লাভ কৰক । তাকে কামননা কৰিলো । মই আপোনাৰ ভিডিও প্ৰায়েই চাঁও । সাহিত্য সংস্কৃতিক লৈ আপোনাৰ ষ্টুডিওৰ মজিয়ালৈ যোৱাৰ দুৰ্ব্বাৰ হেঁপাহ আছে ।

  • @don--yt6286
    @don--yt6286 6 місяців тому

    আগবাঢ়ি জোৱা ভাইটি।সফল হবা। তুমি এজন ভাল মানুহ হবাই।মানুহৰ কথা নুশুনিবা।ধৈজ্য ফল মিঠা।❤❤❤

  • @sulekhasaikia4951
    @sulekhasaikia4951 7 місяців тому +5

    Agurai juwa bhati 👍aru vlke km kri jwa❤from Dibrugrh

  • @saramadutta8977
    @saramadutta8977 7 місяців тому +4

    বহুত আগলৈ যোৱা ডেকা ল'ৰা আশীৰ্বাদ থাকিল ।

  • @manjudaschoudhury2224
    @manjudaschoudhury2224 7 місяців тому +5

    সুন্দৰ ভাবধাৰা তেওঁৰ। ভগৱানে ম্ংগল কৰক❤❤

  • @diptimedhi9376
    @diptimedhi9376 7 місяців тому +3

    বহুত ভাল লাগিল । তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ।

  • @rijubhuyan3644
    @rijubhuyan3644 7 місяців тому +1

    JJS লৈ বহু আশীর্বাদ। এনেধৰনৰ vdoবোৰে লৰা-ছোৱালীহতঁক উৎসাহিত কৰাত সহায় যোগাইচা। লগতে লৰজনলৈও বহুত বহুত আশীর্বাদ থাকিল।

  • @Dipanjoli2.023
    @Dipanjoli2.023 6 місяців тому +1

    ভালদৰে কাম কৰি যোৱা চাবাচোন তুমি এদিন আকাশ চুই দিবা গৈ best' of luck

  • @junphukan2773
    @junphukan2773 7 місяців тому +5

    Comment ata nidea koi nuarilu aru, Bhut bhut val lagil ❤❤❤❤

  • @HasibRahim07
    @HasibRahim07 7 місяців тому +35

    ইমান কম বয়সতে ব্যৱসায়ৰ প্ৰতি আকৃষ্ট হোৱাটো সহজ কথা নহয়।

  • @mamonibhuyan2669
    @mamonibhuyan2669 7 місяців тому +2

    সুন্দৰ কথাবোৰ জানি ভাল লাগিল। আগুৱাই যোৱা। শুভ কামনা থাকিল।

  • @porsubakti112
    @porsubakti112 7 місяців тому +3

    চাবলগিয়া ভিডিঅ চাই ভাল লাগিল সুন্দৰ মানুহৰ ভুল হলেও শিক্ষা পাই

  • @trithathengal1177
    @trithathengal1177 7 місяців тому +8

    তোমালৈ‌ বহুত শুভেচ্ছা থাকিল আৰু আগলৈ আগোৱা জোয়া।

  • @dimpidas4902
    @dimpidas4902 7 місяців тому +3

    Tmi 🔥🔥🔥🔥🔥bro❤God bless u ❤amr eiphalor lora😊Sai vl lgil bhutt...

  • @PadmabatiBasumatary-wg8mf
    @PadmabatiBasumatary-wg8mf 7 місяців тому +3

    Tumar utjal bhaitsat kamala korisu aru aguway java buli

  • @Nihartha000
    @Nihartha000 7 місяців тому +8

    বহুত বহুত শুভকামনা থাকিল বন্ধু।🎉

  • @renusaikia2749
    @renusaikia2749 6 місяців тому

    বয়স অনুপাতে তোমাৰ অভিজ্ঞতা বহুত বেছি । বৰ ভাল লাগিল , আগবাঢ়ি যোৱা, জীৱনত বহুত উন্নতি কৰিব পাৰিবা , আশীৰ্বাদ থাকিল

  • @anjubharali9773
    @anjubharali9773 7 місяців тому +3

    Mesurity Manisu go ahead good bless you very much 🙏🙏

  • @nirmalisarmah9591
    @nirmalisarmah9591 7 місяців тому +9

    Ajir dinot enekua sinta dharar lora pabole tan ....aru aguai jua

  • @dhiramonikalita555
    @dhiramonikalita555 7 місяців тому +2

    Tumar channel tot kiman j video salo hesab nai. Kinto ajir video sai hokolut loi bace val lagil.
    Podcast tot aha manhu burok sobe alop solop janei. Kiba ata video viral howar picot hai manhu jonok / jonik eyat mati ane kotha pata hoi.
    Kinto lora jon hokolut koi unique. Jiboror judhot aeu je asol beer. 👏👏

  • @pankajdas98
    @pankajdas98 7 місяців тому +8

    Mur bhaitir boyoxor val lagil Sai moi video tu dokhabo parim xosai koisu adin val hbo kothabur xuni bohut val lagil

  • @DhanjitRabha-hb2ry
    @DhanjitRabha-hb2ry 7 місяців тому +2

    Bhaitir kothabur ekdom Val lagile ❤❤

  • @hemantapallabsaikia1947
    @hemantapallabsaikia1947 7 місяців тому +1

    আজি ভিদিঅ টো চাই বহুত উপকৃত হলো। বহুত উৎসাহ পালোঁ। ধন্যবাদ বা

  • @bimanburagohain6453
    @bimanburagohain6453 7 місяців тому +5

    Good boy.very telented person.god bless you.

  • @nirupoomachoudhury2448
    @nirupoomachoudhury2448 7 місяців тому +1

    Bhut val lagil loratur sinta dhara kotha botora bur xuni .tar ujjol bhobishot kamona korilu ❤❤❤

  • @najima39
    @najima39 7 місяців тому +4

    Bhut smart lora aguwai jwa❤tumi

  • @SubshriSonowal
    @SubshriSonowal 6 місяців тому +1

    Bahut vl lagil ❤🎉I

  • @rjmodefication9452
    @rjmodefication9452 7 місяців тому +2

    Vaite Tumi bohut dhunia kam kori asa .. aru aguwai jua ❤

  • @pronitabaruah-on9of
    @pronitabaruah-on9of 7 місяців тому +6

    Bohut bhal lagil tumar kotha huni❤❤❤

  • @DibakhiRabha
    @DibakhiRabha 6 місяців тому

    Kotha bur khuni bhal lagil aruo khosa kotha ❤❤❤❤❤

  • @kalpanadevi5911
    @kalpanadevi5911 7 місяців тому +2

    Bahut val lagil tomer kthabor tomer vabishat val habo

  • @bijitsaikia1491
    @bijitsaikia1491 7 місяців тому

    মৰমলগা ভাইটিটোৰ কথাখিনিয়ে বাৰুকৈয়ে কিবা শিকাই গ'ল।
    তোমাৰ ভৱিষ্যতৰ কৰণীয় বিলাক নিষ্ঠা আৰু সততাৰে কৰি আগবাঢ়ি যোৱা। তোমাৰ কৰ্ম আজিৰ এচাম নৱ প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হওঁক তাৰ বহুত বহুত কামনাৰেই...

  • @sofikulislam7533
    @sofikulislam7533 7 місяців тому +1

    আল্লাহ ই আৰু আগবঢ়ায় নিয়ক।ধন্যবাদ

  • @amiyagogoi9707
    @amiyagogoi9707 6 місяців тому

    তোমালৈ বহুত বহুত শুভ কামনা যাছিলো, আগলৈ আগবাহি যোৱা 👍👍👍

  • @binapanichetia582
    @binapanichetia582 7 місяців тому

    আগুৱাই যোৱা ভগৱানে তোমাক সহায় কৰিব। বহুত ভাল লাগিল।❤😂❤

  • @chinmoydeka131
    @chinmoydeka131 7 місяців тому +3

    আৰু আগবাঢ়ি যোৱা দাদা... ❤

  • @Tralukya99
    @Tralukya99 7 місяців тому +5

    Proud of you bro...."🎉🎉❤❤"

  • @AnuragBorah-v3s
    @AnuragBorah-v3s 7 місяців тому +4

    আশীবাদ থাকিল আগবাহি যোৱা❤❤❤

  • @DipaliGogoi-xn4gv
    @DipaliGogoi-xn4gv 6 місяців тому +1

    Dipaligogoi🙏👌👌👌🤩🤩

  • @rumisunowal8618
    @rumisunowal8618 7 місяців тому +3

    Wow.
    Nice video .
    Congratulation.

  • @_Megha.g_
    @_Megha.g_ 6 місяців тому

    Bro's maturity lvl🙌 Keep going bro❤

  • @Abinashbordoloi7350
    @Abinashbordoloi7350 7 місяців тому +1

    বহুত বহুত শুভ কামনা থাকিল ❤❤❤ আগুৱাই যোৱা

  • @A.B_GAMINGWORLD
    @A.B_GAMINGWORLD 7 місяців тому +96

    Lora jone jetiyai kole mur deutai sakori korisil buli moi video tu kati dilu. Tar agorkhini loike moi nijor logy related kori asilu. Mur boykhu 19 atiya but mur deutai sakori nokore.....

    • @sbmagasbmaga
      @sbmagasbmaga 7 місяців тому +14

      Moja. Ketiyao belagor logot comper nokoriba God. 0 start kora gon man Hero ❤

    • @dipjutiborah4788
      @dipjutiborah4788 7 місяців тому +2

      O first pa a he ghor pa poisa loisa nesoi
      Hajia kori gutua poisa ny tar usorot😂

    • @ramanikalita1856
      @ramanikalita1856 7 місяців тому +2

      ❤❤❤❤❤

    • @BIPULGOGOI
      @BIPULGOGOI 6 місяців тому +1

      ইমানখিনিলৈ যাবলৈ নিজকে যে প্ৰস্তুত কৰিব পাৰি ছাঁ তাৰ বাবে তোমাক অশেষ ধন্যবাদ জনালো ❤❤❤❤❤

    • @9busterff823
      @9busterff823 6 місяців тому

      😢

  • @KangkanGogoi-u1c
    @KangkanGogoi-u1c 6 місяців тому

    Mur bondhu debashis horur porai tumak support krilu...aru kri thkim agbarhi jwa ❤

  • @AmarjitChutia-s4w
    @AmarjitChutia-s4w 6 місяців тому

    Val lagil👍❤️

  • @MinamaiBorah
    @MinamaiBorah 6 місяців тому

    Timon Tumar pragem tu salu bohut val lagise

  • @KrishnaramBordoloi-so8nl
    @KrishnaramBordoloi-so8nl 6 місяців тому

    মইনো নহয় আচলতে আমি এই পোনাটিৰ যি ভবিষ্যত নিধী লগতে শিক্ষাৰ পৰিকলা তাক নব পজন্মই যাতে দৃঢ়তাৰে লয় নিশ্চয় সকলোৱে সফল হব লগতে শিশু টিলৈ আশিশ প্ৰদান কৰিলো । কৃষ্ণ । । । ।

  • @sabitahazarika1839
    @sabitahazarika1839 7 місяців тому

    বহুত বেছি ভাল লাগিল আৰু আগবাঢ়ি যোৱা শুভেচ্ছা থাকিল

  • @ajantadas772
    @ajantadas772 7 місяців тому +1

    Bht bhal lagil dei baba aguwai jowa 🎉

  • @LuknathBoruah-i2y
    @LuknathBoruah-i2y 7 місяців тому +2

    Very good job vaiti❤❤❤

  • @nishukniyorentertainment2248
    @nishukniyorentertainment2248 7 місяців тому +2

    Right bhai same condition Mur logot mili goise life story tu business kora jonehe jane kiman kosto

  • @tonychabuaofficial5061
    @tonychabuaofficial5061 6 місяців тому

    Kosto koribo pora lora vl lgil xuni ktha bur..... Akha koru aguwai jua ❤❤😊

  • @RuliChangmai-cw9ut
    @RuliChangmai-cw9ut 7 місяців тому +4

    ভাল লাগিল তোমাৰ কথাৰ পৰা

  • @Paparidhruba
    @Paparidhruba 7 місяців тому +1

    Motivational video.......Val lagile.....❤❤❤❤❤

  • @DipaBaruah-m8l
    @DipaBaruah-m8l 7 місяців тому +3

    তোমালৈ আশীবাদ থাকিল আৰু আগোৱাই য়োৱা

  • @Sumivlog2008
    @Sumivlog2008 7 місяців тому +1

    God bless you brother aguwai juwa xodai life t❤❤val lagil Katha khini

  • @SajidAlam-vm2es
    @SajidAlam-vm2es 7 місяців тому +1

    Akdom right Kotha👍👍👍

  • @_harshajit_borah_7324
    @_harshajit_borah_7324 6 місяців тому

    Val lagile tumar kotha bur. Agbarhi juwa

  • @Luhitpegu-ik6ki
    @Luhitpegu-ik6ki 7 місяців тому +1

    Congratulations God always bless you 🙏

  • @trishnadascreation4204
    @trishnadascreation4204 7 місяців тому

    Aji loi k bohut podcast salu... Aitu r nisina powa nai... Borhiya❤❤

  • @manashsaikia9926
    @manashsaikia9926 7 місяців тому +4

    Aguwai juwa debasish bhai ❤❤❤❤

  • @karishmamusahari4471
    @karishmamusahari4471 7 місяців тому

    Val good businessman
    Good man.
    Agoloi agbahijuwa.

  • @runasarma6546
    @runasarma6546 7 місяців тому

    Bohut bhal lagil kothakhini xuni God bless you ❤

  • @SochikantaPegu
    @SochikantaPegu 7 місяців тому +2

    Duniya lagise dadar pora bohut Kota buji palu

  • @legend_gaminng
    @legend_gaminng 7 місяців тому

    Tumar kahini khuni bar val lagisa, Tumar dare Khant sabore hua hole kono Maa -Deutar B P nahol heten! At last God bless you.👍❤️ U so much.

  • @sumiartndcraftcreation4024
    @sumiartndcraftcreation4024 7 місяців тому

    Val lagil Debashish..tumar vidio agor porai sau aru aguai jua..👍

  • @dipikadas8032
    @dipikadas8032 7 місяців тому +1

    Bohut val lagise deha tumar kotha xuni