গাহৰিৰ দানাৰ খৰচ উলিয়াবলৈ তেওঁ কৰিছিল চিকিউৰিটি গাৰ্ডৰ কাম piggery farming
Вставка
- Опубліковано 26 кві 2022
- গাহৰিৰ দানাৰ খৰচ উলিয়াবলৈ তেওঁ কৰিছিল চিকিউৰিটি গাৰ্ডৰ কাম piggery farming
গাহৰিৰ দানাৰ খৰচ উলিয়াবলৈ তেওঁ কয়লাখনিত কৰিছিল চিকিউৰিটি গাৰ্ডৰ কাম
কঠোৰ পৰিশ্ৰম কৰা কাকপথাৰ ডেজিগনেট শিবিৰৰ এজন আলফা কেদাৰৰ জীৱন কাহিনী এয়া ৷ কলেজত পঢ়ি থাকোতেই এদিন তেওঁ যোগদান কৰিছিল আলফাত ৷
চৰকাৰৰ আহ্বানত এদিন মূলসুঁতিলৈ ঘূৰি আহিল তেওঁ ৷ তেওঁৰ নতুন ঠিকনা হ’ল কাকপথাৰ ডেজিগনেটেড শিবিৰ ৷ কিন্তু চৰাকৰে কোনো সংস্হাপন নিদিয়াত তেওঁৰ জীৱন হৈ পৰিল দুৰ্বিষহ ৷
ইটোৰ পাছত সিটো ব্যৱসায়ত বিফল হোৱাৰ পাছত এদিন পত্নীৰ আত্মসহায়ক গোটৰ পৰা টকা ধাৰলৈ লৈ সৰুকৈ আৰম্ভ কৰিলে এখন গাহৰি ফাৰ্ম ৷
এতিয়া এই গাহৰি ফাৰ্মে নতুন আশা সঞাৰ কৰিছে বিকাশ গগৈৰ জীৱনত ৷ প্ৰতিবছৰে ছশ গাহৰি পোৱালি বিক্ৰী কৰি ব্যৱসায় কৰিবলৈ সক্ষম হৈ ৩০ লাখ টকাৰ ৷
এই আলফা কেদাৰজনৰ জীৱন গাহৰি ফাৰ্মে কেনেদৰে উন্নীত কৰিছে সবিশেষ জানো আহক তেওঁৰ মুখৰ পৰাই ৷
uparjan.in
Axomia manuh Axm t Iman Kasto Koribo Lage....... Bht Dukh Lage,, Ona Axomia bure Loti Poti Khy Ase Axm t 👈👈
বিকাশ গগৈদেৱৰ আত্মসংস্থাপনৰ এই যাত্ৰা অব্যাহত থাকক। আমাৰ শুভেচ্ছা থাকিল। সংগ্ৰাম লাগিবই জীৱনত। তেতিয়া আগুৱাই যাব পাৰিব মানুহে। বিকাশ গগৈদেৱ তাৰেই জ্বলন্ত উদাহৰণ।
ৰাতি পুৱাই মন চুই যোৱা বাতৰি চালো।
Akhomr lorai aibilk channel nasai sai babu vaiya bikash chetry.dimpu fotusburkk.. akhmr ata vl chhanl
Right.... Axomiya lora kisumn k kost nkorakoi poisa lagaaaa 😡😡😡😡 vabisu next year moi armv korim... Job tu transfer howa pist...
জয় আই অসম।। আপোনালৈ শুভকামনা থাকিল আগবাঢ়ি যাওক
আগবাঢ়ি যাওক দাদা
দাদা জনৰ নিচিনাই ছেম জীৱন চলি আছে মোৰ... এতিয়া ময়ো দুজনী লোকেল পুহি আছোঁ নাজানো কি হব ! মুঠতে কিবা এটা আশা আছে।
🤞🤞👍👍
Xundor ...manuh eneke jiabo lage..it's called human life
আগবাঢ়ি যাওক ভাল লাগিল আপোনাৰ অনুষ্ঠান চাই।
Very good very very nice ❤❤❤❤❤❤❤❤ God bless you 🙏🙏🙏🙏🙏🙏🙏 thank you so much beautiful 💕💕💕💕💕💕💕💕💕💕
ভাল লাগিল ,আগবাহি যাওক ।
Mozza....
Barhia.dada❤
অতি সুন্দৰ, চাবলৈ যাম বুলি আশা থাকিল ।
Ul
Xundor dada
Love from Simla Boro Supa Baksa BTR Assam
Khub vaal laagil Dada xundar ! Bhagwaana Apunak Aag borhai loi jauk 🤝👏🙌🤞✌👍🙏
Bohut vl lgil video tu sai
Bohut vel lagil video tu Sai👌👏
Dada apunar ktha bur khuni bhut val lagil ...mur jibn2 apunar nisina slise
Sundar nridasan..
আৰু আগবাঢ়ি যাওক দাদা,শুভকামনা থাকিল।
আপোনাৰ দৰেই হবৰ মন আছে 👍
এনেকৈ আগবাঢ়ি যাওক 👍👍
আগবাঢ়ি যোৱা কামনা কৰো, কিন্তু আউটৰ গাহৰি পুহি লোকেল গাহৰি বোৰ বেমাৰৰ বেছি হৈছে।
Ati hundor..
সুন্দৰ দাদা
Bhut vll lgil dada
Nice 👍
All goat breed
Best UA-cam channel 🙏🙏🙏
Keep it up dada
Bhal lagil .
Bohut val lagil dada, Bohut khini motivation palu apunar kotha huni dada💝aguwai jauk agoloi 🥰💝🌸
Very good god bless you
Val lagi apunalukor xofolota khini aru agbarhi jaok apunaluk joi ai axom
গতেই ভিডিও চালোঁ দাদা বহুত ভাল লাগিল❤️❤️
ভাল লাগিলে দাদা আৰু আগবাঢ়ি যাওক
Good bikas aru agbahi jua kamona korilu
Motivate holu bohut dada aag bahi jaok aru .. 💓
Dada unnoti hok tara kamona thakil...
God bless you
Very inspiring ☺️ Vedio .
Always keep going 💖..
Very good ❤️❤️❤️
এজন যোদ্ধা
God bless you,,, 👍👍
Bhut Val lagile sai dada 🙏
Very good dada Jai ai axom
মজালাগিল👍👍👍
Vall lagil.
সুন্দৰ
Good Job Bro !
God help you
God bless you brother
Good UA-cam channel....🙏🙏🙏
Good bless you
agbarhi jaouk aru👍
লখিমপুৰৰ পৰা চাই আছো সুন্দৰ আপোনাৰ ধুনীয়া ধুনীয়া গাহৰি পোৱালি আছে দেখোন আগুৱাই যাওঁক তাৰেই কামনা । যদি পাঁচটা মান গাহৰি পোহে ডাঙৰ কৰি বিক্ৰী কৰালৈ কিমান মান খৰচ হয় জনাব
God bless you 🙏
birat val lagil videokon sai from boko kamrup
Good news ✊
Teo Ji korisa nijor dream ok puron koriboloi korisa😍😍😍
Aponsk bahut bahut dhanyawad
Mojah
সুন্দৰ।।
Bohut bohut bhal lagile mur
First view
Joy ai oxom da da moi u tumar dora kosto paisu
Good news
ASF r pora alert hoi thakibo.
👍👍👍👍
❤️❤️❤️🤞🤞🤞
💖
❤️❤️❤️❤️
আগবাঢ়ি যাওক দাদা💕
Good
Ako bohu uporoloi aguwai jaok take kamuna korilu
আপোনালোকৰ vdo বোৰে আমাক উৎসাহ দিয়ে। মিৰ্জাৰ পৰা মৰম যাচিছোঁ।
🙏
Vall lagell Dada good bless you
Motivational.
Ai ba goraki amr ghror usoror a hoi
Please advice how can start pigary at first ?
No comment ❤ 🙏
Helo dada muk gahure powli lage
Bor dukh lage
Keman damot basese powali bor
This is called Axomiagiri.
Dada apunar face tu dekhabo
মনৰ উদ্যমত কামটোভাল পাবলৈ শিকি আগবাৰি যোৱা |গড ব্লেছ ইউ.
Thank you
Kokai agbarhi jaok ,gahori puwali anibo jaam.
Pure yorkshire Mota Puali pua jabo nki,boar krne
5ta ghari 1ta rom t rakhibole rom r sige kiman hbo lage
বহুত কথা শিক্ষা পাও এই চেনেল টো চালে
F one mane ki kobo nki
Dada jn phn no dib parib nki dada... Kun thai hoi
,
নামবাৰটো দিব নেকি পোৱালী কেইটামান দৰকাৰ আছিল
Vini puali 3 ta man muk dibo sun puhebole.
ua-cam.com/channels/e4r8_zO0aDrXO1j7i8c0iQ.html
Good joob dada contact number to Pam neki
Contact number tu dada pam ni
Puwali pam nk
Cont. No. 2 dibo neki ? Puali dutaman lagisil