এটি দুৰ্ঘটনাই কাঢ়ি নিলে স্বামীক, তাৰ পাছত যুঁজিলে কেঞ্চাৰৰ লগত

Поділитися
Вставка
  • Опубліковано 6 вер 2024

КОМЕНТАРІ • 46

  • @nikunjaborah1520
    @nikunjaborah1520 2 місяці тому

    ভাল লাগিল বাইদেউ

  • @reenadihingia4312
    @reenadihingia4312 2 місяці тому

    Val lagil.thanks

  • @ruma_s
    @ruma_s 2 місяці тому

    Bhal lagil sai

  • @hirandevi5051
    @hirandevi5051 2 місяці тому

    বাইদেউ আপোনাৰ সুস্থ হৈ থাকক

  • @rinjumonidutta6191
    @rinjumonidutta6191 2 місяці тому +14

    বাইদেউ সু স্বাস্থ কামনা কৰিলো । ভাল লাগিল । ধন্যবাদ ।

  • @LLx.Taw81
    @LLx.Taw81 2 місяці тому

    চাৰৰ ভিডিৱটু চাই ভাল লাগে

  • @user-xq4ro9qc2p
    @user-xq4ro9qc2p 2 місяці тому +4

    ভাল লাগিল বাইদেউ, ভগৱানে আপোনাক কুশলে ৰাখক ।

  • @r.hazarika9231
    @r.hazarika9231 2 місяці тому +6

    বাইদেউ সুস্থ হৈ থাকক তাৰেই কামনা কৰিলোঁ। সাহসী এগৰাকী মাতৃ পৰিচয় কৰাই দিয়াৰ বাবে সহৃদয়তাৰে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।কাৰণ আজিকালি এই ৰোগটো বহুত বৃদ্ধি পাইছে। ঔষধৰ লগতে ৰোগীৰ মনটো সবল শক্তিশালী হ'লে যিকোনো ৰোগ প্ৰতিৰোধ কৰিব পাৰি। বাইদেউৱে তাক প্ৰমাণ কৰি দিলে।🙏🙏

  • @munmisdailyvlogs797
    @munmisdailyvlogs797 2 місяці тому +8

    সাহসী বাইদেউ গৰাকীৰ সু-স্বাস্থ্যৰ কামনা কৰিলো ।

  • @ManjuBoruah-uy4jz
    @ManjuBoruah-uy4jz 2 місяці тому +4

    বহুত ভাল লাগিল বাইদেউ। আপোনাৰ সু স্বাস্থ্য কামনা কৰিছোঁ।

  • @lilysharma5927
    @lilysharma5927 2 місяці тому +3

    বাইদেউ আপুনি বহুত দিন সুখে শান্তিৰে শাৰিৰীক মানসিক সবল ভাবে অতিবাহিত হওক। ভগবানে জীয়াই থকাৰ অসীম সাহস দিয়ক।

  • @parismitabordoloi754
    @parismitabordoloi754 2 місяці тому +3

    বাইদেউৰ কথাই বহুতকে সাহস দিব । বাইদেউ সদায়ে ভালে থাকক 🙏

  • @ditimonibhuyan9282
    @ditimonibhuyan9282 2 місяці тому +1

    ভাল লাগিল ভিডিঅ' টো চাই । বাইদেউৰ সু সাস্থ্য কামনা কৰিলো। আমাৰ শাহ মাৰ ২০১৬ চনত জৰায়ূত কেঞাৰ ধৰা পৰিছিল বৰ্তমান তেখেত সুস্থ, মনৰ বল আৰু লৰা ছোৱালী বোৱাৰী ৰ সুশষাত তেখেত ভালে আছে। ( গুৱাহাটী নথ্ ইষ্ট ) চিকিৎসা হৈছিল।

  • @debikaborpujari6748
    @debikaborpujari6748 2 місяці тому +3

    এখেতৰ কথাখিনিয়ে বহু জনক সাহস দিব। সুন্দৰ ভিদিও।

  • @pankajaborah7345
    @pankajaborah7345 2 місяці тому +3

    বাইদেউৰ কথাখিনিৰ পৰা আন দহজন ভুক্তভোগীয়ে অনুপ্ৰেৰণা পাব । বাইদেউৰ সুস্বাস্থ্য কামনা কৰিলোঁ 🙏

  • @lalitbordoloi7422
    @lalitbordoloi7422 2 місяці тому +1

    বাইদেউৰ কথা খিনি বহুত ভাল লাগিল। লগতে শৰ্মাৰ ডাঙৰীয়া লৈ ধন্যবাদ থাকিল।

  • @user-qs2oe6xi6l
    @user-qs2oe6xi6l 2 місяці тому

    Nice sweets speech

  • @rebotisaikia661
    @rebotisaikia661 2 місяці тому +4

    অসমীয়াত এটি কথা আছে সাহসেই লক্ষ্মী ৷

  • @neelimaborgohain3324
    @neelimaborgohain3324 2 місяці тому

    বাইদেউৰ অফুৰন্ত শক্তিক প্ৰণাম জনালোঁ। সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।

  • @user-qs2oe6xi6l
    @user-qs2oe6xi6l 2 місяці тому

    Nice noise nice healing process voice

  • @bobitagogoi4985
    @bobitagogoi4985 2 місяці тому +2

    🙏🙏🙏

  • @user-gc4nx7kd2s
    @user-gc4nx7kd2s 2 місяці тому +3

    Video to sai val lagil.baidaw goraki bor hahokhi.

  • @user-pr1jq4hf7f
    @user-pr1jq4hf7f 2 місяці тому

    বাইদেউ আপোনাৰ সুস্বাস্থ্যৰে দীৰ্ঘায়ুষ কামনা কৰিলো ঈশ্বৰে সাহস দিয়ক এইয়াই কামনা৷

  • @massagohain2945
    @massagohain2945 2 місяці тому +33

    Bhal lagil videotu .moio ajoni bhoktobhugi .bortoman third time treatment soli ase

  • @nabamallika23
    @nabamallika23 2 місяці тому +1

    বাইদেউৰ সু-স্বাস্থ্য কামনা কৰিলোঁ ৷

  • @dipikasaikia6599
    @dipikasaikia6599 2 місяці тому

    Dainobad baidew apuni vale thakok

  • @nijorapatangia7797
    @nijorapatangia7797 2 місяці тому

    ভাল লাগিল অনুষ্ঠানটো চায় । মোৰ মানুহ জনো ১৯৯৩ চনত কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাৰ বলত ১২ বছৰলৈ সুস্থ হৈ থাকি পুনৰ আৰম্ভ হোৱাত ২০০৪ চনত ঢুকায় । তেৱোঁ অত্যন্ত সাহসী আছিল । তেওঁৰ খাদ্য নলীত হৈছিল ৰোগটোৰ । মোৰ দুটা ল'ৰাই প্ৰয়োজন অনুসৰি ৰক্তদান কৰি আহিছে । মই সিহঁতক এইক্ষেত্ৰত আগুৱাই দিওঁ । বাইদেউ গৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।🙏

  • @mamonidevi617
    @mamonidevi617 2 місяці тому +2

    Baideu aapunar kothakhini ye bohut manuhok upokar koribo. Videotu bohut bhal lagil kukhole thakok takei kamona korilu

  • @manas8078
    @manas8078 2 місяці тому +1

    Cancer story ru dibo karon ajikali prai gharote cancer patient ase..bohut sahos pai ru cancer manei je mrityu ai vram tu manuhor monor pora dur hobo...val lage apunar vdo🙏🙏

  • @Anjan_Saikia505
    @Anjan_Saikia505 2 місяці тому +7

    সম্পূৰ্ণ ভিডিঅ'টি চালো, খুবেই ভাল লাগিল। ছাৰৰ পৰা বহুত সাহস পাইছো এতিয়ালৈকে ।আজি বাইদেউৰ পৰাও বহুত বহুত সাহস পালো। দুয়ো গৰাকী সাহসী ব্যক্তিলৈ মৰম আৰু শুভ কামনাৰ লগতে প্ৰণাম জনাইছোঁ।🙏

  • @anujroy6992
    @anujroy6992 2 місяці тому +1

    ছাৰ, আপোনাৰ যোগাযোগৰ নম্বৰ ব্হত প্ৰয়োজন হৈছে। অনুগ্ৰহ কৰি আপোনাৰ মবাইল নম্বৰ দিব।

  • @manjularxadhukothaarukobit3697
    @manjularxadhukothaarukobit3697 2 місяці тому +4

    বৰ ভাল লাগিল কথাখিনি। বাইদেউৰ সু-স্বাস্থ্য কামনা কৰিলোঁ 🙏🙏

  • @simantadas8441
    @simantadas8441 2 місяці тому

    ঠিকেই কৈছে

  • @user-wd1xh7fd7p
    @user-wd1xh7fd7p 2 місяці тому +3

    বহুত ভাল লাগিল।বহুত কথা শিকিলো আপোনাৰ পৰা

  • @BabitaKitchen-rf5zm
    @BabitaKitchen-rf5zm 2 місяці тому +3

    Moi o agoraki breast cancer patient tripul negetive one stage or apunaloi xuvesya thakil baki din bor vale jabo apunar

  • @user-qs2oe6xi6l
    @user-qs2oe6xi6l 2 місяці тому

    Normal problem

  • @ltamuly8865
    @ltamuly8865 2 місяці тому +2

    Hundor aru anupreranadayak interview 🙏🏼🙏🏼

  • @user-qs2oe6xi6l
    @user-qs2oe6xi6l 2 місяці тому

    Cance r story amar bhal nalage

  • @ChandamaGogoo
    @ChandamaGogoo 2 місяці тому +2

    Bhogowantoi tuk kukhole rakhok

  • @geetaray4919
    @geetaray4919 2 місяці тому +1

    Moi Sahoo palo

  • @padumkakati2938
    @padumkakati2938 2 місяці тому

    B Baruaht tritmenat kori mor gati nohowa hoise।

  • @jintuhatimuria8187
    @jintuhatimuria8187 2 місяці тому

    🙏

  • @GitaDas-wy5yl
    @GitaDas-wy5yl 2 місяці тому +2

    Baidewr katha boore buhut parana diba vl lagil

  • @JuriKonwarRay
    @JuriKonwarRay 2 місяці тому +1

    🙏🙏