স্বামী অভিযন্তা, বোৱাৰী সম্ভ্ৰান্ত ঘৰৰ কিন্তু গাড়ী চলাইছিল জীবিকাৰ বাবে।

Поділитися
Вставка
  • Опубліковано 9 чер 2024
  • ড৹ মন্দিৰা বৰুৱা
    অসুস্থ স্বামী, কণমানি সন্তানক ঘৰত থৈ ভাড়া মাৰিছিল গাড়ীৰে !
    স্বামী অভিযন্তা, বোৱাৰী সম্ভ্ৰান্ত ঘৰৰ কিন্তু গাড়ী চলাই জীবিকাৰ বাবে।
    ড৹ মন্দিৰা বৰুৱাৰ সংগ্ৰাম আৰু সফলতাৰ কাহিনীয়ে আপোনাক কৰিব অনুপ্ৰাণিত।
    ড৹ মন্দিৰা বৰুৱাই বাট দেখুৱাইছে বহুতো লৰা ছোৱালীক।
    দুখীয়াক সহায় আৰু সামাজিক কামত সদায়ে জড়িত ড৹ মন্দিৰা বৰুৱা।
    এগৰাকী গাড়ী চালকৰ পৰা আজিৰ ট্ৰেভেল এজেঞ্চিৰ স্বত্বাধিকাৰীলৈ।
    Contact with Chakrrapanni Parashar on
    📷 Instragram: baarta_laap?igs...
    🚀Facebook : / chakrrapanni. .
    🔵Twitter:
    ✅Main Channel : / @baartalaap .
    👱‍♂️Vlog Channel : / @chakrapaniparash. .
    ...................................
    / baartalaapme. .
    For Business Enquiry Email :-Baartalaapofficial@gmail.com
    Show Enquiry : 8472051224
    / baartalaap
    / baarta_laap
    / baartalaapdotin
    baartalaap.in/
    #chakrapaniparashar #baartalaap

КОМЕНТАРІ • 412

  • @nomitagogoi8932
    @nomitagogoi8932 16 днів тому +48

    সঁচাকৈ বৰ সুন্দৰ এটি বাৰ্তালাপ উপভোগ কৰিলোঁ। বাইদেউৰ কথাবোৰে আপ্লুত কৰিলে। বহুত সাহস দিলে। আগলৈও এনেধৰনৰ বাৰ্তালাপ আগবঢ়ায় থাকিব পৰাকৈ চক্ৰপাণিৰ চক্ৰ খন ঘুৰি থাকে যেন ❤❤❤❤❤❤❤❤❤

  • @pilygoswami9414
    @pilygoswami9414 13 днів тому +5

    বাইদেউ ;এই অনুষ্ঠানটো চাৰি পাঁচবাৰ মান চাইছো ।কি কম মুখৰ মাত হেৰাই গৈছে ।কথোপ কথন অতি সুন্দৰ । শেষত এটাই কম " নাৰী তুমি অন্যন্যা " ।সদায় ভগৱানে মন্দিৰা বাইদেউক আগুৱাই নিয়ক ।❤❤❤

  • @bharatisaikia7365
    @bharatisaikia7365 11 днів тому +3

    বহুত ভাল লাগিল । সঁচাকৈয়ে আদৰ্শ মহিলা।

  • @runukonwar4712
    @runukonwar4712 16 днів тому +31

    বাইদেউলৈ বহুত মৰম আৰু শ্ৰদ্ধা 🙏 তেখেত আদৰ্শ হৈ ৰব ।।

  • @rimagogoi1572
    @rimagogoi1572 11 днів тому +18

    বাইদেউৰ কথাবোৰে মন চুই গল। এই মনোৰম বাৰ্তালাপে বহুতকে অনুপ্ৰানিত কৰিব। বাইদেউৰ বিষয়ে আৰু জনাৰ মন থাকি গল। চক্ৰপানিক অশেষ ধন্যবাদ।

    • @nanirajbongshi2353
      @nanirajbongshi2353 8 днів тому +1

      বহুত ভাল লাগিল বাইদেউৰ বিষয়ে জানিবলৈ পাৰি।

    • @dipikasaikia6599
      @dipikasaikia6599 6 днів тому

      Baidew apunak bor val lagil

  • @bharatibharuah7495
    @bharatibharuah7495 5 днів тому +1

    আপোনাৰ কথাখিনিয়ে একেবাৰে অন্তৰ ঢুই গল, খুবেই ভাল লাগিল কথাখিনি শুনি। মই চেয়াৰ কৰিছো। আপুনি আমাৰ সকলোৰে বাবে গৌৰৱ।🙏❤❤❤❤❤

  • @pratimaboruah8718
    @pratimaboruah8718 15 днів тому +6

    এগৰী শক্তিশালী সবল নাৰী. সচাই এগৰাকী প্ৰিয় নাৰী । বহুত শ্ৰদ্ধা বাইদেউলে 🙏

  • @KalyaniGohain-tb7be
    @KalyaniGohain-tb7be 15 днів тому +8

    বাৰ্তালাপ ক ধন্যবাদ এনে এগৰাকী অতিথি ক মাতি অনা বাবে।মন্দিৰা এগৰাকী আদৰণীয় লগতে অনুকৰণীয় মহিলা। ধন্য তেওঁৰ জীৱন ।

  • @ashinibhuyan3930
    @ashinibhuyan3930 10 днів тому +2

    বাইদেউৰ কথাবোৰ শুনি থাকিবৰ মন যাই। ইমান ধুনীয়া চিন্তাধাৰাৰ মন এটি। আপুনি সদায় কুশলে থাকক আৰু বহুত দূৰ আগোৱাই যাউক। আপুনাৰ বাৰ্তালাপৰ পৰা বহুত সাহস পালো।

  • @user-cy7up8rv8r
    @user-cy7up8rv8r 15 днів тому +6

    দ্বিতীয় গৰাকী মাদাৰ টেৰেছা
    ❤❤❤❤

  • @bkalita3283
    @bkalita3283 9 днів тому +5

    পৰিচালক ডাঙৰীয়া, আপোনাক ধন্যবাদ জনালো। ইমান সুন্দৰ ভাৱে পৰিচালনা কৰা ত অসমীয়া নাৰীসকলৰ বহু সহায় হ'ব।

  • @rupjyotiboruah3418
    @rupjyotiboruah3418 16 днів тому +14

    ইমান সুন্দৰ উদাহৰন সহউপদেশমূলক কথাবোৰে সকলোৰে অন্তৰ জয় কৰিব পৰাটো নিশ্চিত ৷

    • @prabhatborah2023
      @prabhatborah2023 14 днів тому

      দাদা মন্দিৰা বাইদেউ ফোন নং কেনেকৈ পাম ?

  • @NortheastExplorerRH
    @NortheastExplorerRH 14 днів тому +5

    নাৰীৰ মাজত সকলো আছে.... কৰো বুলি ক'লে কি কৰিব নোৱাৰে ....
    এগৰাকী কষ্টসহিষ্ণু আদৰ্শবান নাৰী সকলোৰে পথপদৰ্শক 🙏

  • @user-ie8zl5ch8k
    @user-ie8zl5ch8k 3 дні тому

    বাইদেউ আপোনাক কোনজন ভগবানে গঢিলে, আপোনী আদৰ্শ সৱৰূপ, নতুন পজনমই লব লাগে। অব্যাহত থাকক 🎉🎉🎉❤❤🎉🎉🎉

  • @user-to7pu2fu1b
    @user-to7pu2fu1b 12 годин тому

    এনেধৰণৰ অনুস্থান সকলোৰে কাৰণে অতি সুন্দৰ বাৰ্তা। বহুত বহুত ধন্যবাদ থাকিল।

  • @MinakshiBuragohain-li1cv
    @MinakshiBuragohain-li1cv 14 днів тому +5

    নমস্কাৰ বাইদেউ আপোনাৰ কথাবোৰ বৰ ভাল লাগিল আৰু শুনিব মন গৈছিল।

  • @luckyahmed2972
    @luckyahmed2972 14 днів тому +4

    সচাকৈ বৰ শক্তিশালী মনৰ অধিকাৰী বাইদেউ, স্বাভিমানী আৰু সুন্দৰ মনৰ গৰাকী,কুশলে থাকক।

  • @dipamonichutia5791
    @dipamonichutia5791 15 днів тому +12

    কিমান যে যোগাত্মক চিন্তা ধাৰা ,সচাকৈ বাইদেউ বৰ ভাল লাগিল।চক্ৰপানি দা আপোনালৈও অশেষ ধন্যবাদ ইমান ধুনীয়া এটি অনুস্হান উপভোগ কৰিবলৈ সুযোগ দিয়াৰ বাবে ।Bartalap দীৰ্ঘজীৱী হওক।

  • @daizykonwar1282
    @daizykonwar1282 11 днів тому +3

    কথোপকথন খিনি শুনি বৰ ভাল লাগিল। বাইদেউৰ কথাবোৰে অনুপ্ৰাণিত হৈছো।ইমান ধুনিয়া episode এটা আমাৰ মাজলৈ লৈ অহাৰ বাবে বহুত ধন্যবাদ দাদা 🙏🥰

  • @sarojinidutta5058
    @sarojinidutta5058 14 днів тому +5

    সুন্দৰ বাৰ্তিলাপ ভাল লাগিল, বাস্তৱ জীৱনৰ সঁচা কাহিনীৰে ইতিবাচক চিন্তাৰে আগবঢ়া এগৰাকী সাহসী মহিলা,জীৱনৰ সেন্দুৰীয়া বাট সুন্দৰ হওঁক কামনা কৰিলোঁ।

    • @hridaykumarsarmah9171
      @hridaykumarsarmah9171 11 днів тому

      বহুত ভাল লাগিছে। প্ৰেৰনাদায়ক।

  • @diptimedhi9376
    @diptimedhi9376 15 днів тому +6

    বহুত বহুত ভাল লাগিল । বাইদেউ সকলোৰে প্ৰেৰণাৰ উৎস ।

  • @RanjuMoniBharali
    @RanjuMoniBharali 16 днів тому +7

    বাইদেউৰ কথাবোৰ বৰ ভাল লাগিল ❤

  • @animachetia2172
    @animachetia2172 14 днів тому +4

    বহুত ভাল লাগিল বাইদেউৰ কথাবোৰ শুনি, দুয়োকে বায়েক ভায়েক যেন লাগিল,

  • @rinjumonidutta6191
    @rinjumonidutta6191 3 дні тому

    বাইদেউ কথা বিলাকৰ পৰা বহুত অভিজ্ঞতা পালো বৰ ভাল লাগিল ।বাইদেউলৈইঅলেখ শুভেচ্ছা থাকিল ।

  • @bhabanibhuyan3443
    @bhabanibhuyan3443 14 днів тому +4

    এগৰাকী শক্তিশালী নাৰীৰ শক্তিশালী বাৰ্তাই আপ্লুত কৰিলে ।তেখেতলৈ ভক্তি ভৰা সেৱা জনালোঁ 🙏

  • @kanaklalsutradhar6998
    @kanaklalsutradhar6998 14 днів тому +2

    Baideu loi salute. We need such lady more & more in our society.

  • @uttamhatibaruah
    @uttamhatibaruah 15 днів тому +4

    মন্দীৰা বাইদেউক পাই বহুত ভাল লাগিল । চক্ৰপানিলৈ ধন্যবাদ ।

  • @user-by7fy4nh2y
    @user-by7fy4nh2y 14 днів тому +4

    সচাকৈয়ে বাইদেউ নাৰী সমাজৰ আদৰ্শ,বাইদেউক প্ৰণাম🙏🙏🙏

  • @BaruvaUttara-rw5tq
    @BaruvaUttara-rw5tq 15 днів тому +3

    It's really inspiring.... I salute you . She is a brave and honest lady .

  • @somethingwithpompee8513
    @somethingwithpompee8513 14 днів тому +5

    বাইদেউৰ কথাবোৰে হৃদয় চুই গল সঁচাকৈ।

  • @reetabordoloi5258
    @reetabordoloi5258 16 днів тому +5

    বহুত বহুত ধুনীয়া কথা শুনি লো।বহুত ভাল লাগিল । বাইদেউ গৰাকী দেখিবলৈও ধুনীয়া।

  • @BharatChDas-wp9bw
    @BharatChDas-wp9bw 10 днів тому +3

    Baideo Manat rakhiba apon bhalei jagat bhal.❤❤❤

  • @munukanchutia8715
    @munukanchutia8715 14 днів тому +3

    সঁচাকৈ অপূৰ্ব।‌ বাইদেউ আপুনি এনেদৰেই থাকক তাৰ কামনা কৰো।

  • @rupaphukon7829
    @rupaphukon7829 6 днів тому +1

    You are the great women power in our Assam ❤❤❤

  • @naliniray8149
    @naliniray8149 5 днів тому

    ধুনীয়া মানুহ গৰাকীৰ ধুনীয়া ধুনীয়া কথাবোৰে মনটো আপ্লুত কৰিলে ।

  • @mamonibailung8807
    @mamonibailung8807 14 днів тому +10

    বহুত ভাল লাগিল। বাইদেউ সঁচাকৈয়ে আদৰ্শ মহিলা।

  • @PollyGogoidihingia
    @PollyGogoidihingia 14 днів тому +2

    Bohut bohut bhal lagil.aupunar kothat bilak eman positive

  • @rddutta7067
    @rddutta7067 14 днів тому +4

    সচাঁই আপুনি প্ৰিয় নাৰী।❤

  • @jugantarkalita9081
    @jugantarkalita9081 11 днів тому +2

    বহুত ভাল লাগিছে। বাইদেউ লৈ বহুত মৰম আৰু শ্ৰদ্ধা জনালোঁ।❤️🙏

  • @jyotika4006
    @jyotika4006 15 днів тому +2

    হিয়া জোকাৰি যোৱা বাৰ্তালাপ।বৰ্তমান সমাজত এনে নাৰীৰ বৰ প্ৰয়োজন।শুভ কামনা জনালোঁ।

  • @NirmalaSaharia
    @NirmalaSaharia 15 днів тому +3

    মনতো বহুত পাতল আৰু বহুত ভাল লাগিল অতি সুন্দৰ কথা বোৰৰ

  • @susmitadutta9526
    @susmitadutta9526 15 днів тому +2

    বাইদেউ গৰাকী,বহুত মৰমিয়াল,,,বহুত সহজ সৰল,,,বহুত বেছি ভাল লাগিল,,,তেখেতলৈ🙏🙏🙏,জনাইছোঁ,,,

  • @hemangadas8052
    @hemangadas8052 16 днів тому +5

    Baidewr kotha huni bor val lagil

  • @bhanitadevi9407
    @bhanitadevi9407 День тому

    বহুত ভাল লাগিল বাইদেউ আপোনাৰ কথাবোৰ শুনি আৰু বহুত সাহখ পালো ।

  • @kjeng9809
    @kjeng9809 15 днів тому +2

    🙏আপুনি আদৰ্শ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা আপোনাক আশীৰ্বাদ কৰক সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কৰক

  • @dipanjalikakoty7328
    @dipanjalikakoty7328 14 днів тому +4

    ইমান সুন্দৰ কথা শুনি বহুত ভাল লাগিল। তেখেতৰ মনোবল আৰু সাহসিকতাৰ শলাগ নলৈ নোবাৰিলো,,,তেখেতৰ কুশল কামনা কৰিলো,,,,,,

    • @uttamboruah9249
      @uttamboruah9249 3 дні тому

      মানসিকভাবে শক্তিশালী এগৰাকী নাৰী! কিহৰ পৰিবেশ, কিহৰ পৰিস্থিতি? সকলোকে পেলাব মোহাৰি!!

  • @ilaraninath3737
    @ilaraninath3737 14 днів тому +4

    বহুত বহুত ভাল লাগিল | লগ পাবলৈ মন যায় |

  • @matubora63
    @matubora63 13 днів тому +1

    বাইদেউ আপোনাৰ কথাবোৰে মোক বহুত অনুপ্ৰাণিত কৰিলে 🙏🙏🙏❤❤❤

  • @chandanadas4058
    @chandanadas4058 16 днів тому +4

    Bohut Val Lagile ❤

  • @nayanmonigogoi4034
    @nayanmonigogoi4034 3 дні тому

    বৰ সুন্দৰ অনুষ্ঠান।চাই আমনি নলগা ধন্যবাদ চক্ৰপাণি পৰাশৰ ডাঙৰীয়া।

  • @chandraprobhabhuyan3391
    @chandraprobhabhuyan3391 13 днів тому +1

    অনুপ্ৰেৰণা মূলক সাক্ষাৎকাৰ।বহুত ধন্যবাদ পৰাশৰ ডাঙৰীয়া!

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 14 днів тому +2

    তেখেতৰ জীৱন এখন চিনেমাৰ কাহিনীৰ দৰেই। বহুত প্ৰেৰণাদায়ক তেখেতৰ জীৱনৰ কথা। জীৱন কি? জীৱনৰ অৰ্থ কি? তেওঁৰ জীৱনেই দিছে তাৰ উত্তৰ। সেৱা জনাইছোঁ তেখেতক।

  • @sandhyadevi9094
    @sandhyadevi9094 14 днів тому +2

    ড:নোলোৱাৰ উপলব্ধি ক সন্মান জনালো ৷বৰ্তমানেও এনেলোক থকাটো বিৰল

  • @rahulsonowal8457
    @rahulsonowal8457 14 днів тому +2

    বহুত ভাল বাইদেউ গৰাকী ❤

  • @XunumoonHazarika
    @XunumoonHazarika 16 днів тому +4

    বহুত ভাল লাগিল কথাবোৰ শুনি সঁচাকৈ। আপুনি আৰম্ভণিৰ পৰাই ইমানবোৰ সংগ্ৰাম কৰি আহিছে সচাকৈ।

  • @khiradeka4036
    @khiradeka4036 13 днів тому +2

    আপোনাৰ কৰ্ম সূচী সকলো নাৰীৰ বাবে আদৰ্শস্বৰূপ

  • @hemantagogoi6104
    @hemantagogoi6104 14 днів тому +2

    বাইদেউ ৰ কথাবোৰ শুনি ভাল লাগিল।

  • @SDSongeet
    @SDSongeet 13 днів тому +1

    অতি সুন্দৰ বাইদেউ আপুনি অমাৰ আদৰ্শ হওক ।❤🙏🏻🙏🏻

  • @usharanivlogs2794
    @usharanivlogs2794 14 днів тому +2

    ইমান ভাল লাগিল শুনি কথাবোৰ। গোটেই দিনটো শুনি থাকিব পাৰিম ।

  • @karabikakati1457
    @karabikakati1457 13 днів тому +1

    ইমান ধুনীয়া কথা কাটাকাটির ৰিজু।

  • @khokansarkar1483
    @khokansarkar1483 13 днів тому +2

    এটি সুন্দৰ উপস্থাপন।বহুত ভাল লাগিল

  • @minudeka1089
    @minudeka1089 7 днів тому

    বহুত বহুত বহুতেই ভাল লাগিল। বাইদেউ গৰাকীক লগ পাবলৈ খুবেই হেপাহ

  • @angsengmusiccompany1259
    @angsengmusiccompany1259 12 днів тому +1

    বাইদেউৰ কথাবোৰে বহুত সাহস দিলে ❤

  • @LokeswarGogoi-xh9ef
    @LokeswarGogoi-xh9ef 14 днів тому +2

    অতি উত্তম অনুষ্ঠান। বহুত ভাল লাগিল। 🙏🙏🙏🙏

  • @anabilborthakur9533
    @anabilborthakur9533 7 днів тому

    ইমান সুন্দৰ কথাখিনি শুনি বহুত ভাল লাগিল৷আপোনাৰ কথাখিনিয়ে বহুত মহিলাক সাহস দিলে৷আপোনাক ধন্যবাদ জনালো৷

  • @riturajkalita2767
    @riturajkalita2767 11 днів тому +1

    বাইদেউৰ সাহসিকতা আৰু মানসিকতাক হৃদয়ৰ পৰাই শ্ৰদ্ধা জনাইছোঁ। তেখেত এগৰাকী সাহসী যোদ্ধা। নাৰী সকলৰ বাবে সদায় আদৰ্শ হৈ ৰব। আৰু এনেকৈয়ে সফলতাৰ বাটেৰে আগুৱাই যাওঁক। শুভ কামনা জনাইছোঁ।

  • @nilakshichoudhary3343
    @nilakshichoudhary3343 13 днів тому +1

    সচাকৈ বহুত ভাল লাগিল। ইমান ধুনীয়া কৈ কথাবোৰ কৈছে। বহুত ভাল লাগিল।

  • @NITXRUSHGOD12
    @NITXRUSHGOD12 14 днів тому +3

    ভাওনা সংস্কৃতিৰ লগত বিশেষ ভাৱে জৰিয়ত কোনো বা এইজন ব্যক্তিক আপোনালোকৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাব পাৰে যদি

  • @pranitasarmabardalai2823
    @pranitasarmabardalai2823 14 днів тому +2

    বহুত বেছি ভাল লাগিল আপোনাৰ কথা শুনি । 🎉🎉🎉🎉🎉

  • @champaborah3122
    @champaborah3122 10 днів тому

    চক্র পানি পৰাশ ৰ লৈ বহুত ধন্যবাদ,এনে এগৰাকী অসমীয়া শক্তশালী সুন্দৰ মনৰ গৰাকীক সকলোৰে আগত চিনাকি কৰাৰ বাবে ।কথাখিনি অন্তৰ চুই গল ।সঁচাই এগৰাকী অসমীয়া প্ৰিয় নাৰী ।🙏🙏

  • @mandirabordoloi5708
    @mandirabordoloi5708 13 днів тому +1

    সচাকৈয়ে বাইদেউ ৰ বাৰ্তা অনুষ্ঠান ত কথাখিনি শুনি বলৈ পায়ভাল লাগিল সুন্দৰ ধন্যবাদ থাকিল

  • @banashreekalita6991
    @banashreekalita6991 14 днів тому +1

    অভিভূত হলো।হে মহীয়সী পৃথিৱীৰ সকলো সুবিশেষণ আপোনাৰ বাবে কম হ'ব যেন লাগিছে।

  • @artwithhiya879
    @artwithhiya879 9 днів тому

    বাইদেউ ৰ জীৱন কাহিনী শুনি বহুত ভাল লাগিল 🙏 🙏

  • @user-fb6ji8qi6m
    @user-fb6ji8qi6m 12 днів тому +1

    হাঁহি হাঁহি জীৱনটো সুস্থ ভাৱে উপভোগ কৰিব জানিলে জীৱন সফল হব।
    হাঁহি হাঁহি কন্দিবলৈ পাহৰি যোৱা শ্ৰীমতী বৰুৱাৰ বাস্তবিক জীৱন কেনেকৈনো আমি সফল ভাৱে উপভোগ কৰিব পাৰোঁ তাৰ অলেখ উদাহৰণ দি দিয়া সাক্ষাৎকাৰটো অন্তৰ পুৰাই উপভোগ কৰিলোঁ।
    ধন্যবাদ 🎉🎉🎉

  • @kamalanamchoom9787
    @kamalanamchoom9787 8 днів тому

    Bohut bhal lagil , Beautiful, sweet, honest and great lady .

  • @anjugoswami1003
    @anjugoswami1003 15 днів тому +2

    ইমান সুন্দৰ অনুষ্ঠান উপভোগ কৰি সঁচাকৈয়ে বৰ ভাল লাগিল চক্ৰপাণি। ❤❤

  • @Namitadevi14
    @Namitadevi14 День тому

    বহুত বহুত ভাল লাগিল আপোনাৰ কথাখিনি, উৎসাহিত হলো।

  • @ranjuborahsaikia4292
    @ranjuborahsaikia4292 14 днів тому +2

    বহুত ভাল লাগিল বাইদেউ ৰ কথা শুনি ।

  • @user-cy7up8rv8r
    @user-cy7up8rv8r 15 днів тому +2

    বহুত ধুনীয়া কথা শুনি থাকিব মন যায়

  • @pallaviborah1012
    @pallaviborah1012 14 днів тому +2

    বাইদেউৰ কথাবোৰ শুনি কিছু সাহস পালোঁ, কিছু আবেগিক হ'লো,বাইদেউ ভালে থাকক l

  • @rupjyotysaikia1801
    @rupjyotysaikia1801 11 днів тому +1

    বাইদেউ আমাৰ বাবে এগৰাকী আদৰ্শবান অনুকৰণীয় মহিলা আমাৰ এগৰাকী প্ৰীয় নাৰী❤🙏

  • @Surujmoni4thapril
    @Surujmoni4thapril 12 днів тому +1

    নিভাঁজ ব্যক্তিত্ব.... খুব ভাল লাগিল।

  • @user-cv4bm6yr5m
    @user-cv4bm6yr5m 14 днів тому +2

    বহুত বহুত ভাল লাগিল বাইদেউ।

  • @jurimoran1202
    @jurimoran1202 13 днів тому +1

    বহুত মৰম বাইদেউ, অন্তৰ চুই যায় কথাবোৰ শুনি❤❤

  • @NitumaniChoudhury-zr7ge
    @NitumaniChoudhury-zr7ge 8 днів тому

    বহুত ভাল লাগিল বাইদেউৰ কথা শুনি |বাইদেউক কেনেকৈ লগ পাম |বহুত মন লগ পাবলৈ |

  • @anjubharali3686
    @anjubharali3686 13 днів тому +1

    বৰ সুন্দৰ অনুষ্ঠানে মনবোৰ যোগাত্মক দিশে অগ্ৰসৰ হোৱাত সহায় কৰে। চক্ৰপাণিৰ অনুষ্ঠান চাবলৈ বৰ সুন্দৰ। ধন্যবাদ জনালো ।

  • @sumitraphukan6916
    @sumitraphukan6916 15 днів тому +2

    বহুত ভাল লাগিল এইবিলাক কথাই মানুহৰ উপকাৰ হয় মন তো ভাল লাগে

  • @mousumidas8463
    @mousumidas8463 13 днів тому +1

    বহুত ভাল লাগিল দেই । আদৰ্শ নাৰী ।

  • @binitachetia7327
    @binitachetia7327 11 днів тому +1

    বহুত ভাল লাগিল অনুষ্ঠান শুনি 🙏👌

  • @user-mp3qz3fz8q
    @user-mp3qz3fz8q 14 днів тому +1

    Sister your realy son of the god.apuni knowledge utshab.live long God be with you.

  • @junmoniborah9769
    @junmoniborah9769 7 годин тому

    সঁচাকৈ বহুত ভাল লাগিল , হাজাৰ জনৰ বাবে বাইদেউ আদৰ্শ

  • @user-yv8hm4bd8n
    @user-yv8hm4bd8n 14 днів тому +2

    সুন্দৰ বাৰ্তালাপ।

  • @arunimasharma5828
    @arunimasharma5828 13 днів тому +1

    Kotha khini suni ..je eman bhal lagil ..bujab nuwara anubhav..xosake egoraki priyo nari ❤

  • @AnjaliGogoi-cb5dq
    @AnjaliGogoi-cb5dq 15 днів тому +5

    ইমান সুন্দৰ অনুস্থান ।নামৰ লগত কৰ্ম মিলি আছে।

  • @bantibora750
    @bantibora750 10 днів тому +1

    খুউব ভাল লাগিল🙏🙏

  • @RBorah-bu5gy
    @RBorah-bu5gy 14 днів тому +2

    বহুত ভাল লাগিল বাইদেউ

  • @binitachaliha4763
    @binitachaliha4763 14 днів тому +2

    ভাল লগা ক্থা

  • @fflike4255
    @fflike4255 12 днів тому +1

    সুন্দৰ এটি অনুষ্ঠান,যাৰ তুলনা নাই।

  • @nitaborgohainchetia4003
    @nitaborgohainchetia4003 12 днів тому +1

    বহুত ভাল লাগিল ইমান পচিতিভ কথা বাইদেউৰ.....Best episode

  • @mirahazarika7468
    @mirahazarika7468 12 днів тому +1

    বহুত ভাল লাগিল ।‌বহুত সাহস আৰু অনুপ্ৰেৰণা পালোঁ ।