ধিঙৰ নৰ পিশাচক ধৰি আনি মুছলমান সমাজে লিখিলে বুৰঞ্জীৰ নতুন অধ্যায়

Поділитися
Вставка
  • Опубліковано 2 лис 2024

КОМЕНТАРІ • 134

  • @lankeswarbordoloi3908
    @lankeswarbordoloi3908 Місяць тому +31

    এইয়া মুছলমান- হিন্দু সমাজৰ সমন্বয়ৰ সুন্দৰ নিদৰ্শন।এনেদৰে হিন্দু- ইছলামৰ সমন্বয়ৰ সমাজ চলিলে আমি অত্যন্ত সুখী হম।

  • @dr.jainuddinislam3275
    @dr.jainuddinislam3275 Місяць тому +2

    অতি সুন্দৰ প্ৰদক্ষেপ, সন্মানীয় মুছলমান সমাজ। আশাকৰোঁ আইনৰ অধীনত বিচাৰ হওক, পুলিচৰ গুলীত নহয়। আৰু আশা কৰিম আহি থকা দিন বোৰত যেন এনে ধৰণৰ ঘটনা আৰু কেতিয়াও নঘটে। এনে বাতৰি শুনিবলৈ বা পঢ়িবলৈ পালে আমাৰ বহু দূখ লাগে।

  • @dipakgogoi5084
    @dipakgogoi5084 Місяць тому +40

    ভাল খবৰ এইয়া শংকৰ আৰু আজনপীৰৰ অসম। ইয়াত হিন্দু মুছলিম কৰি বেচি দিন টিকি থাকিব নোৱাৰে।

    • @techreboot9800
      @techreboot9800 Місяць тому +3

      Sator kela

    • @iajwgetc8481
      @iajwgetc8481 Місяць тому

      Bodorudin CM hole khotom amar Assam

    • @k.deka.4789
      @k.deka.4789 Місяць тому

      বেছি ডাঙৰকৈ কৈ লাভ নাই | শংকৰ -আজানক এই বাংলাদেশী মূলৰ মুছলমানে চিনি নাপায় | অপৰাধী ধৰি আনি বুৰঞ্জী লিখাৰ কথা কৈছে কিন্তু অপৰাধী কেইটাই কি বুৰঞ্জী লিখিছিল তাকো চিন্তা কৰিব লাগিব |

    • @abedakhatun7081
      @abedakhatun7081 Місяць тому

      Good comments

  • @akalobyasaikia3949
    @akalobyasaikia3949 Місяць тому +39

    বা: হিমন্তৰ স্মাট পুলিচ বিভাগ ,,পদত্যাগ কৰক মূখ্যমন্তীয়ে

  • @AminaBegum-q3n
    @AminaBegum-q3n Місяць тому +16

    ❤অতি ভাল পদক্ষেপ

  • @purnabordoloi5992
    @purnabordoloi5992 Місяць тому +25

    Opradh opradhe hoi hindu hok Muslim hok...

  • @smritirekhabora8279
    @smritirekhabora8279 Місяць тому +28

    সমাজলৈ সুন্দৰ বাৰ্তা

  • @p.nbffytchannel9083
    @p.nbffytchannel9083 Місяць тому +13

    I am Muslim ❤❤bht val kam korise oporadhik dhori di 👍 I love Islam ❤❤❤❤❤ zindabad 😊👍👍❤️❤️❤️🫀

    • @amzadaliahmed1086
      @amzadaliahmed1086 Місяць тому +1

      Every real muslim must be happy with this work done by the said organization. This is called work of islam. Thanks very much to the Organization.

  • @BabuBk-z9y
    @BabuBk-z9y Місяць тому +25

    পুলিচে চুমী বৰাক নধৰো বোলী ধৰা নাই
    চুমী ক ধৰীলে বহুত মানুহ উলাই পৰিব

  • @tradingwithahiya
    @tradingwithahiya Місяць тому +14

    Musalman never accepted like this people

    • @itsme-hr7de
      @itsme-hr7de Місяць тому

      😂😂😂
      Do u acpt momo??
      If yes,thn he too did the same crime

  • @ArabindaRoy-v6l
    @ArabindaRoy-v6l Місяць тому +13

    বৰ্তমানৰ অসম পুলিচে পাৰদৰ্শিতা দেখুওৱাত অপাৰগ । ধিং কাণ্ডৰ অপৰাধী দুজনক কৰায়ত্ব কৰিব নোৱাৰাৰ উপৰিও মোস্ট ওৱান্টেড চুমি বৰাৰো একো উৱাদিহ উলিয়াব পৰা নাই ।

  • @howtoworkjcbtipper....1710
    @howtoworkjcbtipper....1710 Місяць тому +6

    Salute ডিং ভাষী ৰাইজ

  • @khao_na
    @khao_na Місяць тому +2

    সত্ৰভূমিত বাহিৰৰ মানুহে মাটি কিনা নিষিদ্ধ হোৱাৰ পূৰ্বে মাজুলীত ভূমি ক্ৰয় মুখ্যমন্ত্ৰীৰ পত্নীৰ | এইবোৰ বাতৰি কেতিয়া দিব???

  • @AbulSarkar-zw7js
    @AbulSarkar-zw7js Місяць тому +6

    মুছলমানে মুছল নমানক এনেকৈয়ে ধৰি দিয়ে উপযুক্ত শাস্তি বিহাৰ বাবে আন আন ধৰ্মীয় অপৰাধীকো এনেকৈয়ে ধৰি আনি দিব যদি আন আন ধৰ্মীয় সকলে ধৰ্মীয় বিধান মানে, কাৰণ কোনো ধৰ্মীয় বিধানত কোৱা হোৱা নাই যে চৰিত্ৰ ঠিক নথকা সকলো ধাৰ্মিক।যি ধৰ্মীয় লোকে দুষ্ট চৰিত্ৰৰ লোকক ধাৰ্মিক বুলি ক'ব বিচাৰে সিহঁতৰ কোনো ধৰ্ম থাকিব নোৱাৰে। অধাৰ্মিকক সমাজত প্ৰশ্ৰয় প্ৰদান কাৰ সকল অধাৰ্মিক,দেশৰ শত্ৰু, নাস্তিক। ইহঁতৰ বাবে দেশত অশান্তি বৃদ্ধি হ'ব।

  • @Live077
    @Live077 Місяць тому +2

    কত গল হৈত্যৰঞ্জন borah বিৰলাসীতা সেনা।এতিয়া এটা বাক্য কব লাগে

  • @Moni88-k2n
    @Moni88-k2n Місяць тому

    সুন্দৰ ভাল কাম কৰিছে এই দৰে সমাজৰ সকলো অপৰাধী নাইকিয়া হোৱাত সহায় হ'ব ❤❤❤❤❤❤❤❤

  • @DhoritreeHazarika
    @DhoritreeHazarika Місяць тому +1

    Ei kandok loi rajnoitik ba hamajik bataborone nogaowr honmanio Islamdhormio lukhokolok eta val hamajik hidhanto luwar dikhere agborhai nise. Ami jodi guramic.posroi nidi uvoie Honkor,Ajanor manobioter adorkere agbarhi jaow, bastobot ekhon hantir aru progotir Akhom gorhibo parim.

  • @dineshbrahma1598
    @dineshbrahma1598 Місяць тому

    Ajonor babe kiman bodnam ata somudai.valei hoyse.dhonyobad brotherhotor.

  • @travellerforidul
    @travellerforidul Місяць тому

    অপৰাধী হিন্দু হক বা মুচলমান হক অপৰাধীক কঠোৰ সাস্তি দিঅক কেইজন মান অপৰাধীৰ কাৰণে যে গোটেই জাতিটোৰ বদনাম হব সেইটো আমি নিবিছৰো

  • @mayachoudhury3570
    @mayachoudhury3570 Місяць тому +2

    Good decision bhaijan khokol 😊

  • @SahilKhan-u8h1t
    @SahilKhan-u8h1t Місяць тому +1

    I am muslim ❤❤love my religion🙏🙏

  • @mousomiahmed4619
    @mousomiahmed4619 Місяць тому

    Good step

  • @riturajneog313
    @riturajneog313 Місяць тому +2

    Very good.

  • @vekuvauna
    @vekuvauna Місяць тому

    Bhal khbr ayto

  • @mousomiahmed4619
    @mousomiahmed4619 Місяць тому

    I like it

  • @Sumite-ll3qh
    @Sumite-ll3qh Місяць тому +1

    Smart meter pahori najabo aru Sunil daas BJP crime against

  • @mahim_kr_nath_GPL
    @mahim_kr_nath_GPL Місяць тому +4

    ❤❤

  • @Rana-hg8hg
    @Rana-hg8hg Місяць тому

    হিন্দু মুছলমান সকলোৱে সজাগ হওক হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰি ৰাজ ভোগ খোৱা নেতা সকলৰ পৰা,

  • @miranali1863
    @miranali1863 Місяць тому

    অপৰাধীৰ হিনদু মুছলমান ভাগ কৰা অসমৰ পয়ালগা ম

  • @faridislam2176
    @faridislam2176 Місяць тому

    Alhamdulillah

  • @Ronujhhh
    @Ronujhhh Місяць тому

    Bhal khbr 👍

  • @bikulbharali577
    @bikulbharali577 Місяць тому

    Not only good very good.

  • @anantadevnath1235
    @anantadevnath1235 Місяць тому

    Bhal ........hoise

  • @jitendrarabha4660
    @jitendrarabha4660 Місяць тому

    ধন্যবাদ মুছলমান সমাজ,আপোনালোকৰ একতাক প্ৰণাম জনালো৷ইচ্ছা কৰিয়েই ইহঁত দুজনক কৰায়ত্ব কৰা নাছিল,কৰা নাছিল এণ্টকাউণ্টাৰ৷এতিয়া প্ৰশাসনৰ দায়িত্ব হ’ল -- এণ্টকাউণ্টাৰ,এই নৰাধমহঁতৰ এণ্টকাউণ্টাৰলৈ বাদ চাই ৰ’লো৷ইচ্ছা কৰিয়েই প্ৰশাসনে চুমী বৰাক গ্ৰপ্তাৰ কৰা নাই৷

  • @mrinalidas1471
    @mrinalidas1471 Місяць тому

    মানুহ হ'ব লাগে সকলো। ধৰ্ম নিজৰ মনৰ।

  • @RitukrBorah
    @RitukrBorah Місяць тому

    ধৰি আনি পুলিচৰ হাতত জীৱন্তে ছমজাই দিয়াত কৈ নৰপিশাচ দুটাক মৃত্যু দন্দ দি চমজাই দিয়া টো হে বুৰঞ্জীৰ নতুন অধ্যায় বোলি মানি ললো হয় । আনক মূৰ্খ বনোৱাৰ চেষ্টা কৰি নিজেই মূৰ্খৰ পৰিচয় নিদিয়া হে ভাল ।

  • @Batihaloi18
    @Batihaloi18 Місяць тому +1

    ইহতে ধৰ্ষন কাৰিক নিৰাপত্তা দিলে। ইযাৰ পিছত ধৰ্ষন কৰিব ভয নকৰে কাৰন অসমিয়া ছোৱালী ধৰ্ষন কৰি মাৰি পেলাৱ আৰু ইহতে ধৰি আনি পূলিছক গতাই দিৱ যাতে মাৰি নেপেলাই পূলিছে। আমি অসমীয়াই বা বা লৈই চাই থাকিলে হব

    • @kesamatirajuraj6905
      @kesamatirajuraj6905 Місяць тому

      Rendir batcha akow toi Hindu Muslim koribo loisa ,, Haloi kun asil ,, dujon Haloi a je rap korisil ,, axomiya hoi thakibo xik ,, al bal koi society beya nkoribi

    • @rimi2096
      @rimi2096 Місяць тому

      Punishment diyar responsibility sarkar r hoy.....eitu kribo nuwarile kun kamot sarkar bee😑😑

  • @NABA2844
    @NABA2844 Місяць тому

    Nice

  • @babuldas4341
    @babuldas4341 Місяць тому

    মাছ বিক্ৰী নহয় karone , অপৰাধী ধৰি আনে,
    মোৰ মতে অপৰাধী দুজনক সেই দলেই লুকাই ৰাখিছে, এতিয়া অসমৰ মানুহৰ অগত দেখাইছে 😅😂😂

  • @NazrulIslam-hp3jh
    @NazrulIslam-hp3jh Місяць тому

    চুমিক সকলোয়ে পেলিছে।চুমিক ধৰিলে মামী হাৰি নাযায়।যাৰ বাবেই মামা নৰম।

  • @bipulkalita5824
    @bipulkalita5824 Місяць тому

    ফাচি দিয়😢😢😢😢😂😂

  • @ASAM_VIEW
    @ASAM_VIEW Місяць тому +3

    হেইৰা বাতৰি পৰিৱেশন কৰা বাইদেউ।।আপোনাৰ চিন্তাধাৰা কি হৈছে নাজানো বাৰু।।।কিন্তু আবৰ্জনাৰে যে ভৰি পৰিছে আপোনাৰ বাতৰি সেইয়া নুই কৰিব নোৱাৰি।।পুলিচ এ বিচাৰি নোপোৱা অপৰাধিক মুচলমান duitamane ধৰি আনিলে।।wahh।।কি যে নাটক।।চিকা ও মাৰিলে আৰু হাত ও নুগুন্ধাল😂😂।মেডিয়াৰ দ্বাৰা অপৰাধিক উলিয়াই দিছে,tetiahe duitar জীৱন ৰক্ষা হব,আৰু court t case tur গভীৰতা নোহোৱা কৰিব পাৰিব।।বাতৰি এটা পাই পঢ়ি দিলেই নহব।।bujise।।অকণমান মূৰটো খেলাব।।।।আপোনাৰ ছোৱালী জনীক যদি rape কৰিলে hoi tetia Ki kole হেঁতেন।।তেতিয়াও বাতৰি বজাই আপুনি accust কিতাক বচাব যত্ন কৰিলে হেঁতেন নেকি।। চিঃ সিঃ ধিক্কাৰ দিছোঁ।।আপোনালোকক সংবিধানৰ চতুৰ্থ স্তম্ভ বুলি কব লাজ লাগিছে

    • @amzadaliahmed1086
      @amzadaliahmed1086 Місяць тому +2

      ভাল কামক ভাল বুলি মানি লবলৈ টান পাইছে? আপোনাৰ দৰে চিন্তাধাৰাৰ লোকে মিলাপ্ৰীতিৰ সমাজখনত বৰবিষ ঢালি থাকে বুলি ম'ই বুজোঁ।

    • @prettybird78
      @prettybird78 Місяць тому

      Hindhu r rape case t apuni comment korene? Ne kebol mekurir nisina norom mati t paikhana koribo ahe...

  • @faridislam2176
    @faridislam2176 Місяць тому

    Good decision

  • @sacreativeandcrazy953
    @sacreativeandcrazy953 Місяць тому

    Nice step

  • @PremaDas-vl7iw
    @PremaDas-vl7iw Місяць тому

    এইয়া তেওঁ লোকে বাধ্য ত পৰি অপৰাধি কেইজনক ধৰাই দিয়ে

  • @Live077
    @Live077 Місяць тому

    গৃহ মন্ত্ৰী পদত্যাগ কৰিব লাগে।

  • @NasirAli-sz2xi
    @NasirAli-sz2xi Місяць тому +1

    Manuh ami atai

  • @jayantadutta1024
    @jayantadutta1024 Місяць тому +1

    Etiya at least kuneu hindu muslim buli comment nokoribo. Main kotha oporadhiee hasti pabo lagee. Heiya ji dhormorei nohouk

  • @Mimbrangboro4589
    @Mimbrangboro4589 Місяць тому +1

    Criminal is criminal, there is no colour, if society avoid such type criminal person then sure criminal activity will come down.

  • @SimantaBhuyan-sm2bl
    @SimantaBhuyan-sm2bl Місяць тому +2

    2026 politics ba ba

  • @digantadewri6559
    @digantadewri6559 Місяць тому

    পুলিচে সাধাৰণ মানুহক হে হাৰাশাস্তি কৰিব পাৰে কিন্তু দুষ্কৰ্মীক ধৰাত সদায় ব্যথিত হয় ?

  • @PradipKumarBorah-t3i
    @PradipKumarBorah-t3i Місяць тому +6

    Newsr majt emn music kio?

  • @BIBANGRABHA
    @BIBANGRABHA Місяць тому

    অপৰাধীৰ কোনো ধৰণৰ জাত পাত নাই কি ধৰ্ম কি সম্প্ৰদায়ৰ লোক এইবোৰ একো নাই চোৰ চোৰেই দকাইত দকাইতেই অপৰাধী অপৰাধীয়েই গতিকে ইহঁতে ভুল কৰিছে শাস্তি পোৱাতো উচিত কঠোৰতকৈ কঠোৰতম ভাৱে শাস্তি প্ৰদান কৰিব লাগে যাতে ৰাস্তা ৰাস্তাই ভিক্ষা খুজি খাব লাগে জীৱনত মনত থকাকৈ হাত আৰু ভৰি দুখন ভাঙি পেলাব লাগে

  • @GuneswarBora-uc7ce
    @GuneswarBora-uc7ce Місяць тому

    Sundar pradkhep

  • @anilmissong8018
    @anilmissong8018 Місяць тому

    Baha babah

  • @abdullatifamibharaterassam493
    @abdullatifamibharaterassam493 Місяць тому +1

    Mama bhal khel khelisil

  • @moinadas6181
    @moinadas6181 Місяць тому

    3:40

  • @dhirendeka04
    @dhirendeka04 Місяць тому

    "বুৰঞ্জী" তেনেকুৱাকৈ লিখা বস্তু ?

  • @DURANTOAKHIL
    @DURANTOAKHIL Місяць тому

    Hindu Muslim bhai bhai a Kothakhar nuhua nhoi kintu ketaman Muslim or Karone sob Muslim manuh beya nhoi amer sivsagar fale 95% ye vl bulbous pari

  • @KALITA.RANJIT-ht3mj
    @KALITA.RANJIT-ht3mj Місяць тому +1

    Politicyanor.hindu.muslim.politices

  • @user-pp2wq5iy5h
    @user-pp2wq5iy5h Місяць тому +1

    Faltu girl

  • @rajashreetamuli7883
    @rajashreetamuli7883 Місяць тому +1

    অতি সুন্দৰ 🎉 সমাজৰ পৰা বৈষম্য দূৰ হ'বলৈ আৰু বেছি দিন নাই

  • @salimathar2200
    @salimathar2200 Місяць тому

    অৰ্থনৈতিক জেহাদী কেইটাক কাতিয়া ধৰে বা

  • @a951855
    @a951855 Місяць тому

    Financial jihad

  • @moromi535
    @moromi535 Місяць тому +2

    Veer good decision by Muslim society

  • @PapuKakati-gd5gi
    @PapuKakati-gd5gi Місяць тому

    দেসাক দেসি কুকুৰে পাতে একাদেসি এয়া হল মিঞা ৰাজনিতি অসমিয়াক দিয়া বেঙেনা ভালদই সাৱ

  • @jayadass2681
    @jayadass2681 Місяць тому

    এই হালক ধৰি ৰাইজে সুৰপনশাদৰে নাক কান কাটিব লাগে।

  • @Kbraman8791
    @Kbraman8791 Місяць тому

    Dhori anile jate guli khowae pora basi jai.

  • @ManindramedhiMani-sc6vy
    @ManindramedhiMani-sc6vy Місяць тому

    Music besi hoise

  • @bijitnath3761
    @bijitnath3761 Місяць тому

    Anekua hole2 valai dukhik haste dbo lage

  • @somiteesonowal690
    @somiteesonowal690 Місяць тому

    Assam police Kam nai aji loike aku kame valkoi krib nuarile

  • @rinkushivam8759
    @rinkushivam8759 Місяць тому

    সাংবাদিক জনে একোৱে বুজি নাপায়।
    মিঞা কোন বিলাকৰ কথা কৈছে
    যি বিলাকে অসমৰ জীয়ৰী বোৱাৰী ৰ লগত লজ্জা জনক ঘটনা ঘটাই আছে।
    মুছলমান জাতি ৰ লগত অসমীয়া আগৰে পৰা
    পৰম্পৰাগত ভাবে জীৱন নিৰ্বাহ কৰিয়ে আছো
    দেখোন।
    জ্ঞান নাথাকিলে সাংবাদিকতা নকৰাই ভাল
    মানুহৰ মাজত বিভেদ সৃষ্টি নকৰিৱা

  • @bijoykhanikar2840
    @bijoykhanikar2840 Місяць тому +1

    Voice tu komai di music tu aru borhai diyok. Eku bujiboi nuwari music bojaise ne batori koise.

  • @Hirakjyotikalita-py9bb
    @Hirakjyotikalita-py9bb Місяць тому

    Encounter kro bole racved kri desay?

  • @EusufpathanPathan
    @EusufpathanPathan Місяць тому +1

    Apradhir mukh dhaki kiyo rakhey.

  • @ParmilaSarkar-x2l
    @ParmilaSarkar-x2l Місяць тому

    sundor nohoye,musolmane eai kambilak koriye thake

  • @azizulhoque2394
    @azizulhoque2394 Місяць тому

    Online training kora aybor kon
    Aybor muslim nohoy
    Aya prosnor bihoy

  • @MirzagalibAhmed
    @MirzagalibAhmed Місяць тому

    😢😮😮😢🎉😂

  • @ronirajpaul7045
    @ronirajpaul7045 Місяць тому +1

    😂😂😂 prag news e kintu vhal selekibo pare miyar

  • @buddhachoudhury3368
    @buddhachoudhury3368 Місяць тому

    Shongkor aase kintu aajan pir nai .karon tetiyar aajan pir shoryrot desh premyr tej aasil ru atiya aajan pir shoryrot Desh Drohir tej aase .atia Kebol ajonr Shoryrot Desh premyr tej aasil teor naam hol Dr A P J ABDUL KALAM.Gotike ehotok Bhuloto Bishwas nokoriba nohole nijor jaati tok Dhoka diya hobo hoday ehotor pora aatorot thakibo .

  • @ZakirHussain-kf5nq
    @ZakirHussain-kf5nq Місяць тому

    Music sound why u r use ? Pls stop this music sound recently.

  • @bbodos544
    @bbodos544 Місяць тому

    Sumi borak dhorai hindu ketaye level diok

  • @FasttrackDigital
    @FasttrackDigital Місяць тому

    Muk eimaney vl lagise Moi aku kobo najanu

  • @technosib9853
    @technosib9853 Місяць тому +1

    Axomiya hindu homajkhon koboloi gole olp binakhor fale goise... kothatu hosa jodiu kuneu accept koribo nibisare....aru news channel bure u almost besivage muslim criminal keitak loi jenekoi batori diye, hindu criminal keitar khetrot olp norom hua jen lage...enekua korile muslim or kunu loss nohoi...hindu homajkhonor besi loss hobo...karon ene korile hindu homajkhonor criminal activity bur bahi jabo..komi najai...so at least crime loi enekoi bias nohobo...hator pasta finger jenekoi homan nohoi....muslim naiba hindu homajotu sob manuh val nohoi....cirme komabo hole justice homane hobo lagibo...akol muslim keitai jodi encounter hoi thake aru hindu keitar same Kam kori eku nohoi tente haitu justice nohobo.

  • @arotiboro2246
    @arotiboro2246 Місяць тому

    Aporadhir kuno jati nai.

  • @MinuKakoti-r2h
    @MinuKakoti-r2h Місяць тому

    Aparadhiaparadhihoihindhubamusalmanhok

  • @jakariabarbhuiya4246
    @jakariabarbhuiya4246 Місяць тому

    Cijaboneki

  • @SaidulIslam-ih1co
    @SaidulIslam-ih1co Місяць тому

    Good

  • @JLI321
    @JLI321 Місяць тому

    Sulik dhori aanok Lasit henai

  • @RijuVg
    @RijuVg Місяць тому

    Miyak. Eku. Koribo. Nuware. Policese.

  • @jdas4150
    @jdas4150 Місяць тому +1

    উপাই নাই মাছ চবজি ওপআসম ত নসিধ ইমান দিন কত আছিল ।উপাই নেপাই বোপাই ।

  • @আইনষ্টাইনৰ_জোঁৱাই

    Balor news music besic Batori kotha huniye napai

  • @Baaper-j4h
    @Baaper-j4h Місяць тому +1

    Dhori aniley ne lukuaai rakhisil emaan din? Poristhiti thanda huat uliaai diley?

  • @lifestylevlog6859
    @lifestylevlog6859 Місяць тому

    Setor nesw

  • @nilimkumarsenai6773
    @nilimkumarsenai6773 Місяць тому

    Xihote lukai thoisil sage etya ulai dise tate ki hol..fotua prega news

  • @RashidaKhatun-vi1wu
    @RashidaKhatun-vi1wu Місяць тому

    Kihr music 🎼

  • @buddhachoudhury3368
    @buddhachoudhury3368 Місяць тому

    Aapona loke ata kotha jane ne .... Mekuri ketiya gochor oporot uthe ,jetiya teo nijoke efal hifal douri bosaboloi upay nepayi obosheshot gochot uthile he taar jibon too basibo buli bhabe .Thik tenekuwa hoise eibar musolman homaj khoni . Gom paise atiya Hindu homaj jaagi uthise buli.

  • @numalsaikia57
    @numalsaikia57 Місяць тому

    Musolman r sal eibilak.. Heti kio lukai rakhisil dimapur t.. Aibur hetor natok sob... Dhui ketiyau mani nolow...

  • @ranjanpagag5139
    @ranjanpagag5139 Місяць тому

    Good step