মাতৃ-সন্তানক লৈয়ে বিশেষ অনুষ্ঠান, জুবি শইকীয়াৰ সৈতে ‘মা’....
Вставка
- Опубліковано 5 жов 2024
- ‘মা’ পৃথিৱীৰ আটাইতকৈ মধুৰ এটা শব্দ
কিন্তু ‘মা’ মাথোঁ এটা শব্দই নহয়
এক নিস্বাৰ্থ অনুভূতি, এক আশীৰ্বাদ
মাতৃ আৰু সন্তানৰ সম্পৰ্কই সুকীয়া
মাতৃ-সন্তানক লৈয়ে বিশেষ অনুষ্ঠান
ষ্টুডিঅ’ত অসমৰ ৪গৰাকী জনপ্রিয় অভিনেত্রী
নিশিতা গোস্বামী, অমৃতা গগৈ, প্রীতিকংকনা আৰু শিল্পীশিখা দেৱী
অভিনেত্রীৰ লগতে চাৰিও একো একোগৰাকী মাতৃ
অভিনয় জীৱনৰ সমান্তৰালকৈ কেনেকৈ দায়িত্ব পালন কৰিছে সন্তানৰ?
প্রতিগৰাকীয়ে ব্যক্ত কৰিলে মাতৃত্ব জীৱনৰ অভিজ্ঞতা
লগতে ক’ব সন্তানক কোলাত লৈয়ো শ্বুটিঙলৈ যোৱাৰ অভিজ্ঞতা
জুবি শইকীয়াৰ সৈতে ‘মা’
#PratidinTime #maa #assam
প্ৰিয় অভিনেত্ৰী কেইগৰাকীলৈ মাতৃ দিবসৰ শুভেচ্ছা জনালোঁ ❤❤❤❤
আৰম্ভণি ৰ পৰা শেষলৈকে ভিডিঅটো চালো বহুত ভাল লাগিল আপোনালোক আটাইকেইগৰাকীয়ে আদৰ্শ মাতৃ আৰু আপোনালোকৰ সন্তান সু নাগৰিক হওক🎉🎉
Silpisikha ba r bohar style tu val lgl...seitue bht kiba kbi bujai....baki kaijoniko bht vl lgl
Pritikongona baa mur bohut bohut priyo...mur maru favourite....
প্ৰীতি ককংনাই ইমান সুন্দৰকৈ অনুভৱখিনি প্ৰকাশ কৰিছে ৷ খুব ভাল লাগিল ৷ ময়ো কম বয়সতে ( ২২ বছৰত) মাতৃহোৱা ৷ কোনো পৰিকল্পনা নকৰাকৈ ৷ কোনোবাখিনিত মিলিযোৱাৰ বাবেই বেছি ভাল লাগিল চাগৈ ৷
Bhut val lagil aru alp xunib mon asil baa
বহুত ভাল লাগিল অনুষ্ঠানটো চাই ❤
Preety ba always fvrt ❤
Khundor anusthan vl lagil
প্ৰীতি কংকনাৰ কথাখিনিয়ে মন চুই গৈছে, বিশেষকৈ এই যে পাপবোধৰ কথাটো হৃদয়ঙ্গম কৰিব পাৰিছো ।
Bohut Bohut Val Lagil
Br hundor anushtha vl lagil dhonyobad jonalu
মনিকংকনাৰ মাতৃৰ অনুভবে আবেগিক কৰে। ধন্যবাদ।
Mur 4u goraki nari e priyo...val lge eulukok
❤❤
বহুত ভাল লাগিছে, নিগিতা,অমিতাভ বা কথাখিনি ভাল লাগিছে ,
Preety konkona k besi valo lagil
Hosakoi sai vl lagil moiu 23 year t ma hoisu huni vl lagil
মা ❤
Very nice interviw
Xundar anusthan🎉
Nishita bar dhemelia Kotha bur vl lagile😍
Khub besi bhal lagil 👍
Preetikangkana bar kotha khini amar normal maak borr dore xob besi real
Vl lgil bohut❤
বহুত ভাল লাগিল ।
Bohut val lagil sai❤❤
দুই এজনী অলপ বয়সীয়া মাতৃ কো মাতিব লাগিছিল যাৰ অভিজ্ঞ তাৰ বহুত বেছি
❤
Very good decision ❤
বহুত ভাল লাগিল
Val lagil .bohut abhinatre a ako career borbad hobo buli mak hobo nebesarea lagila drivose a debo .
Bhal lagil sai 🥰🥰🥰
❤❤❤❤preety ba amrita ba nisita ba❤❤❤
Bhal lagil sokoluwe kotha bilak
Val lagil sai
Val lagil sai ...love form dibrugarh❤
আপোনালোকৰ কথোপকথন খিনি বহুত ভাল লাগিল
Really your speak
❤❤❤❤...
Um sini pau ami bokakhat t ase
PritiKongKona bar ktha bur bohut val lagile
Sikan ata than xasai bhut jagrat moi o bisakh karu
Gayatri mahantak matibo lagisil
Priti mayo 20 basarta maa hoicho mayo je babuk keneke dangar karisu bhagobane he jane
Val lgil bohit.
❤❤❤❤
Mur bokakhatot ghor sikunata than hosakoi bohut jagroto than Ami frai Tate jau
Gaiotry aru aimee boruak matibo
Very good discussion.
Aimee Baruah baak mota hole aaru val aasil.
Bohut val lagil sai❤❤❤❤❤
Val lagil sai
মা ❤