বিজেপিৰে মিত্ৰতাৰ বিনিময় সুদে-মূলে আদায় কৰিবলৈ আগবাঢ়িছে নীতিশ-নাইডু !

Поділитися
Вставка
  • Опубліковано 10 лип 2024
  • বিজেপিৰে মিত্ৰতাৰ বিনিময় সুদে-মূলে আদায় কৰিবলৈ আগবাঢ়িছে নীতিশ-নাইডু ! নাইডুৰ নামত ৬০ হাজাৰ কোটি, চৰকাৰক সমপৰ্যায়ৰ বৃহৎ তালিকা দিলে নীতিশ কুমাৰে। কি আছে ২ কিংমেকাৰৰ তালিকাত?
    _______________________________
    The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
    FEARLESS, UNBIASED, TRUSTWORTHY
    NEWS BEGINS HERE
    Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
    Connect on Social Media:
    Follow Us on Twitter: / dy365
    Like Us on Facebook: / dy365
    Follow Us on Instagram: / dy365.in
    Our Website: dy365.in
    Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
    Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

КОМЕНТАРІ • 43

  • @user-dg4vz2sl1k
    @user-dg4vz2sl1k 19 днів тому +12

    নিতীছ আৰু নাইডুক ধন্যবাদ জনালো
    আমাক এনেকুৱা মুখ্য মন্ত্ৰী লাগে

  • @srimantadas5022
    @srimantadas5022 19 днів тому +8

    এই দাবী তেওঁলোকৰ ৰাজ্য খনৰ উন্নতিৰ হকে কৰিছে ইয়াত একো বেয়া কাম কৰা নাই , আমি আমাৰ উন্নতিৰ কাৰণে কি কৰিব পাৰোঁ সেইটো চিন্তা কৰিব লাগে

  • @Legal_weapon295
    @Legal_weapon295 19 днів тому +7

    চন্দ্ৰবাবু নাইডুয়ে যদি কেন্দ্ৰৰ পৰা ৬০ হাজাৰ কৌটি টকা পুজি উলিয়াব পাৰে উন্নয়নৰ বাবে অসমৰ মুখ্যমন্ত্ৰীয়ে কেৱল চৰকাৰী ঘৰ আৰু গোটৰ মহিলাৰ বাবেহে অকল পুজি উলিয়াব পাৰে, অসমৰ অন্যান্য গুৰুত্বপূৰ্ণ উন্নয়নৰ কথা কিয় নাভাবে অসমৰ মুখ্যমন্ত্ৰীয়ে !!
    এক চিন্তনীয় বিষয় !!!

  • @Legal_weapon295
    @Legal_weapon295 19 днів тому +6

    মুখ্যমন্ত্ৰী হলে এনেকুৱা হব লাগে, চেল্যুট্ চন্দ্ৰবাবু নাইডু 🫡🫡🫡

  • @BhabeshSarma-qf4dv
    @BhabeshSarma-qf4dv 10 днів тому +1

    মোদীৰ পৰা ৬০ হাজাৰ কোটি টকা লৈ গল এক শব্দটে চন্দ্র বাবু নাইডুয়ে কিন্তু অসমে ১ হাজাৰ কোটি কৈ মাহে মাহে ধাৰ কৰিব লগা হৈছে। কি অৱস্থা অসমৰ।

  • @user-vw9gs1yk3e
    @user-vw9gs1yk3e 19 днів тому +2

    ১০ বছৰে কেন্দ্ৰৰ পৰা একো পোৱা নাইঃ, এতিয়াই নকৰিলে পিচত ৫০ বচৰতো নোৱাৰে

  • @surajitbhattacharjee5273
    @surajitbhattacharjee5273 19 днів тому +7

    নীত শ না ইডু পায মামা ই কিয নোৱাৰিব

  • @user-pl1zq1zo1q
    @user-pl1zq1zo1q 19 днів тому +2

    আমাৰ ৫০ হাজাৰ কোটি পেকেজ এটাৰ কথা শুনিছিলোঁ যে সেয়া কি হ'ল? চুক্তি স্বাক্ষৰ কাৰী সকল বৰ্তমান ক'ত?

  • @amarjitkurmi6502
    @amarjitkurmi6502 19 днів тому +1

    কিনো বেয়া কাম কৰিলে নিজৰ ৰাজ্যৰ উন্নতিৰ কাম কৰিব কাৰণে বিছাৰিছে ৷যেনেকৈ কৈছে যেন তেওঁৰ লোকৰ ঘৰত লৰা ছোৱালীৰ বিয়া সকাম পাতিব কাৰণে হে বিছাৰিছে ৷

  • @ShahidulIslam-vk1iy
    @ShahidulIslam-vk1iy 18 днів тому

    সাধাৰন জনোতার মরন এই বাৰ কিন্ত কিয় কাৰন বুজি ছাগে পাইছে আপোনাকে

  • @nabindas7409
    @nabindas7409 19 днів тому +1

    Thik Kam karise...

  • @jugalbaruah6541
    @jugalbaruah6541 18 днів тому

    Bihar and Andhra pradesh are parts of India. So we need development of India. So be happy.

  • @TaslimAliBabul
    @TaslimAliBabul 19 днів тому

    চল চাই কঠিয়া ? ? ?👍👍👍

  • @Santanu-bv1kn
    @Santanu-bv1kn 18 днів тому

    👍👍👍👍

  • @bipulrabha-xg7jr
    @bipulrabha-xg7jr 19 днів тому +1

    মোদী কেনে মজা

  • @Dangerrr219
    @Dangerrr219 19 днів тому +1

    Himantai bisarile ed cbi logabo

  • @user-ok3bu5oh3h
    @user-ok3bu5oh3h 19 днів тому

    Very good

  • @rambinaymahato9085
    @rambinaymahato9085 18 днів тому

    BJP jindabad

  • @mridulkumarborah4181
    @mridulkumarborah4181 19 днів тому

    Union territory activities should be similiar as per population pattern . Thanks.

  • @MaaChakravarty
    @MaaChakravarty 19 днів тому +1

    Paisa bor Khowa he kotha atiya😮😮

  • @nekibuzzaman5195
    @nekibuzzaman5195 19 днів тому

    Nitis Nido r dare CM.lage.
    Himanta teolokor pora gyan lowk.

  • @jitenmedhi8930
    @jitenmedhi8930 19 днів тому

    Pilot/Driver strong হলে single বা double engine ৰ প্ৰশ্নয়েই নুঠে।

  • @user-dg4vz2sl1k
    @user-dg4vz2sl1k 19 днів тому

    নিতিছ আৰু নাইডুই য়দি পাৰে আমাৰ মুখ্য মন্ত্ৰী কিয় নোৱাৰে কি কাৰণে নোৱাৰে আমাৰ মুখ্য মন্ত্ৰীৰ বেছি ভালহে অসমৰ উন্নতি কৰাৰ কাৰণে প্ৰধানমন্ত্ৰী আমাৰ মুখ মন্ত্ৰীৰ ঘৰৰে মানুহ হয়

  • @pranabkhakhalary539
    @pranabkhakhalary539 19 днів тому

    আমাৰ ত্ৰিমূৰ্তি অ ক ফ য়ে সুবিধা কোন লব পাৰিলে ভালেই আছিল। তেৰাই হে জানে কি কৰে।

  • @banipegu8082
    @banipegu8082 19 днів тому

    Mama😃😃

  • @jakir5460
    @jakir5460 19 днів тому +2

    Good news

  • @rohmatali7032
    @rohmatali7032 19 днів тому

    Amr Assamot industy dabi koribo lage

  • @user-sp5sy3cy5o
    @user-sp5sy3cy5o 18 днів тому

    তহতৰকিবালহল

  • @pranjalgogoi3599
    @pranjalgogoi3599 19 днів тому +2

    Amar kita gu khuwa

  • @kankonbiswas695
    @kankonbiswas695 18 днів тому

    Amar mamay ki kori ase tente

  • @pgoswami5378
    @pgoswami5378 19 днів тому

    এই তালে তাল। এয়াই উচিত সময় হেঁচা দি পাওনা আদায় কৰাৰ।ভাল
    বুদ্ধি সাঁজাইছে তাহুন দুটায়। চেল্টাব পূৰাদমে এইবাৰ।

  • @tapandas1040
    @tapandas1040 19 днів тому

    Assam t aru ata airport lage,

  • @TCF573
    @TCF573 19 днів тому

    Nam ke waste pm .. 😅😅😅😅😅ha ha ha ha ha

  • @NitaiBarman-me5yx
    @NitaiBarman-me5yx 19 днів тому +1

    Bal

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh 16 днів тому

    Nitish Kumar Sona Babu Naidu Hyderabad janalu BJP ke luti luti unnati ko dialogue 2026 BJP Sarkar sex rajniti

  • @AfrinNahar-l7j
    @AfrinNahar-l7j 19 днів тому

    Akataka bars bars kio

  • @madhurjyadeka5248
    @madhurjyadeka5248 19 днів тому

    মানি হলেও চৰকাৰ খন ৰখাতো ভাল ।