LIVE| প্ৰাক্তন মুখ্যমন্ত্ৰী Prafulla Mahantaৰ পুত্ৰ শ্যামন্ত কাশ্যপে যোগদান কৰিব Congressত !

Поділитися
Вставка
  • Опубліковано 7 вер 2024
  • LIVE| প্ৰাক্তন মুখ্যমন্ত্ৰী Prafulla Mahantaৰ পুত্ৰ শ্যামন্ত কাশ্যপে যোগদান কৰিব Congressত !
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #prafillamahanta #shyamanta kashyap #congress #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/des...
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

КОМЕНТАРІ • 27

  • @pgoswami5378
    @pgoswami5378 Місяць тому +8

    পিতা-পুত্ৰ- নাতি- পৰিনাতি সকলো ৰাজনীতিলৈ অহাটো লাহে লাহে
    এক পৰম্পৰা হব ধৰিছে ।

  • @mrinalkumarsaikia9351
    @mrinalkumarsaikia9351 Місяць тому +2

    আদৰনি জনাইছো ৰাজেন দাদা।ফল 100% ভাল হব।

  • @SilimaAktar-ds3ut
    @SilimaAktar-ds3ut Місяць тому +2

    Congress party zindabad 100%

  • @jakirhussain6264
    @jakirhussain6264 Місяць тому +10

    তিনি, মূখ্য, মন্ত্ৰী, পুত্ৰ,এক,হ'ব,ভাল,লাগিব

  • @pranabgogoi6283
    @pranabgogoi6283 Місяць тому +3

    Akou oxom lutiboloi ulaisae mahanta putak.

  • @hemjeet2023
    @hemjeet2023 Місяць тому +2

    BJP হাটাও অসম বচাও অসমী আইৰ ৰাইজ। হিমন্তই অসম বেছি অসমৰ ঐতিহাসিক সৌন্দৰ্য্য শেষ কৰিব ৰাইজ হিমন্তৰ পৰা অসম বচাও

  • @AshikLaskar-bh6jl
    @AshikLaskar-bh6jl Місяць тому +2

    26ত গৌরব গগৈ ছি এম হবো

    • @pgoswami5378
      @pgoswami5378 Місяць тому

      হবে নাকি? কি ভাবে। চি এম হতে
      হইলে সংগে নিজের দলের নির্বাচিত
      সদস্য ৬৪ জন লাগবে। একাতো পারবেন না।এতগুলি সংখ্যক সদস্য জেতবে কি? কিছু সংখ্যক অন্য দলের সদস্যরা
      সহযোগ এবং সমর্থন করলেও অবশ্য হতে পারে। দেখা যাক।
      আগামি দিনে রাজনীতি কি হয়,
      কোন দিকে যায়।

    • @pkinfo3795
      @pkinfo3795 Місяць тому

      ওৰে বাবা .....​@@pgoswami5378

  • @prodipkumarbora3354
    @prodipkumarbora3354 Місяць тому

    মহন্ত ডাঙৰীয়া, 1979 ৰ আন্দোলনৰ মুখ্য নেতৃত্ব আপুনিয়েইটো দিছিল। আপুনিতো ভালদৰেই জানে বিদেশী বিতাৰন সম্পৰ্কীয় কথাবোৰ। আপোনাৰ নেতৃত্যতেই টো 800 ৰোঁ অধিক শ্বহীদ হৈছিল। আপুনিয়েইটো কৈছিল বিদেশীৰ সমস্যাটো কংগ্ৰেছৰ সৃষ্টি। আপুনিয়েই কৈছিল এই আন্দোলন নকৰিলে, জাতি জীয়াই নাথাকিব। তাকে লৈ আপোনাক 2 বাৰকে মুখ্যমন্ত্ৰী ও ৰাইজে পাতিছিল। আপোনাৰ নেতৃত্বতেই, আমাৰ 1 টা শৈক্ষিক বছৰ বিনষ্ট হৈছিল ।
    এতিয়া কি এনে যুক্তিৰ সৃষ্টি হল যে, কংগ্ৰেছত আপোনাৰ পুত্ৰক যোগ দিয়াব ওলাইছে। তেওঁটো আপোনাৰ লগতেইটো থাকে। ৰাইজক বুজাই এক প্ৰকাৰে আৰু নিজৰ ভাতৃ আৰু পুত্ৰক বুজাই এক প্ৰকাৰে। এইটো কেনে ৰাজনীতি হয় ৰাইজকো বুজাই দিয়ক।
    আপোনাতকৈ ডাঙৰ বিশ্বাসঘাটক আমাৰ জাতিত আৰু এজন আছেনে, বিচাৰি দিয়ক।
    এতিয়া যদি শুদ্ধ জাতিৰ চিন্তক এজন ওলাইও, বিশ্বাস কৰাত অসুবিধা আহিব।
    মই কোনো ৰাজনৈতিক দলৰ সমৰ্থক নহয়।

  • @dijuhandique253
    @dijuhandique253 Місяць тому

    Good mohanta

  • @AshikLaskar-bh6jl
    @AshikLaskar-bh6jl Місяць тому +1

    1, গৌরব গগৈ 2,কেস্যপ মহন্ত,3, দেবব্রত শৈকিয়া,, এই তিন প্রাক্তন মুখ্যমন্ত্রীর ছেলে

    • @pgoswami5378
      @pgoswami5378 Місяць тому

      তাতে কি হয়েছে? ওরা বাল্যকাল থেকেই অভিজ্ঞতা পাচ্ছে। সবাইকে
      চালিয়ে নিতে পারবে।

  • @mridulkumarborah4181
    @mridulkumarborah4181 Місяць тому

    Party should take DNA test of its membership’s. Thanks.

  • @allinone5950
    @allinone5950 Місяць тому

    Soboke power lage. Power napale dal bagari furibo.

  • @KalicharanBordoloi
    @KalicharanBordoloi Місяць тому

    😅😅

  • @rinkushivam8759
    @rinkushivam8759 Місяць тому +3

    এই বাতৰি শুনি লাভ নাই।
    বিজেপি জিন্দাবাদ
    কংগ্ৰেছে টকা ঘোচ লৈ চাকৰি দিয়াৰ বাহানা
    পতাৰ আশা কৰি লাভ নাই।
    ২০২৬ ত বিজেপি য়ে জয়ী হৱ
    লিখি ৰাখক

    • @pgoswami5378
      @pgoswami5378 Місяць тому

      কথাখিনি প্রিণ্ট কৰি থোৱাই ভাল হব নেকি? আৰি থলে বেছি ভাল হব।

  • @prasantarai3921
    @prasantarai3921 Місяць тому

    Val din conr, karmik opekha Kari nasaliba.

  • @kabitabhuyan545
    @kabitabhuyan545 Місяць тому

    Congress অধ্পতন