শীঘ্ৰেই কংগ্ৰেছৰ সভাপতি পদৰ পৰা আঁতৰিব ভূপেন বৰা।

Поділитися
Вставка
  • Опубліковано 7 вер 2024
  • ♦ শীঘ্ৰেই কংগ্ৰেছৰ সভাপতি পদৰ পৰা আঁতৰিব ভূপেন বৰা।
    ♦ টুলুঙা কথাৰে দলৰ গৰিমা হ্ৰাস কৰাৰ অভিযোগ ভূপেন বৰাৰ বিৰুদ্ধে।
    ♦ কোন হ'ব কংগ্ৰেছ দলৰ সভাপতি?
    ♦ হাই কমাণ্ডৰ পচন্দৰ নেতা কোন ?
    ♦ কংগ্ৰেছ দলত নতুনকৈ যোগদান কৰিব খোজা নেতা-নেত্ৰী সন্দৰ্ভত নতুন সিদ্ধান্ত।
    Ishan News
    ishannews.com/
    Ishan news, facebook page
    / newsishan
    Ishan news twitter account
    / newsishan
    Ishan News Instagram
    / newsishan
    Ishan News Koo
    www.kooapp.com...

КОМЕНТАРІ • 192

  • @achurjyagohain69
    @achurjyagohain69 Місяць тому +45

    খুব ভাল খবৰ । এইজনৰ অহংকাৰ বেছি । কংগ্ৰেছ ডুবাব

  • @anilgoswami2238
    @anilgoswami2238 Місяць тому +43

    শ্রী ভূপেন কুমাৰ বৰা এগৰাকী অদক্ষ, অনভিজ্ঞ আৰু অগভীৰ ৰাজনৈতিক নেতা।

  • @user-wf2ti5df4t
    @user-wf2ti5df4t Місяць тому +28

    বহুত ভাল খবৰ ৷ সোনকালেই আতৰাব লাগে৷

  • @eldrinkoch3656
    @eldrinkoch3656 Місяць тому +25

    প্ৰদ্যুৎ বৰদলৈ এজন ভাল মানুহ... সভাপতি পদ নিচিন্ত মনে দিব পাৰে।

  • @sanjibbora1789
    @sanjibbora1789 Місяць тому +44

    সুন্দৰ পদক্ষেপ ,অতি সোনকালে অন্য এজনক দায়িত্ব অৰ্পণ কৰক নহলে এইটোৱে দল গেলাব

  • @jibonjyotidutta622
    @jibonjyotidutta622 Місяць тому +9

    সুন্দৰ বেলেগ উপযুক্ত এজনক সভাপতি পাতক |প্রদ্যুত বৰদলৈ উপযুক্ত |

  • @user-zc1bb6jl6d
    @user-zc1bb6jl6d Місяць тому +33

    জাবৰৰ কাম নাই ভালেই হব ।

  • @pabitraneog5195
    @pabitraneog5195 Місяць тому +10

    প্ৰদ্যুত বৰদলৈ সভাপতি হব লাগে । CONGRATULATIONS

  • @puspadhardowarah1932
    @puspadhardowarah1932 Місяць тому +15

    ভূপেন"বৰা ৰাজনীতিত একেবাৰেই কেচা।ইমান দিন ৰাজনীতি কৰি এইজনে একো"নিশিকিলে আৰু মৰা দিনলৈকে শিকিব নোৱাৰে।এইজনক আতৰাই দিলেহে যদি দলটো শক্তিশালী"হয়!জনতা বা তৃণমূলৰ কৰ্মীক যদি আকৃষ্ট কৰিব"নোৱাৰে সেইজন"কি সভাপতি।যুক্তিৰে বিপক্ষক সদায় থকা সৰকা কৰিব"পাৰিব লাগিব। খঙত টিঙিৰি তুলা হলেও অখিলৰ"পৰা বহুখিনি শিকিব পাৰে"ভূপেন বৰাই।শিকিব জানো?

  • @nilutpolsaikiaofficial7604
    @nilutpolsaikiaofficial7604 Місяць тому +5

    প্ৰদ্যুত বৰদলৈ যোগ্য ব্যক্তি, বৰ‌ সুন্দৰ ভাৱে কথা কয়

  • @binoddutta4714
    @binoddutta4714 Місяць тому +12

    নতুন সভাপতি হ'ব লাগে।

  • @krishnagogoi1657
    @krishnagogoi1657 Місяць тому +14

    সুন্দৰ পদক্ষেপ |

  • @abdurrezzak53
    @abdurrezzak53 Місяць тому +19

    কেতিয়াবাই ভুপেন বৰাক সভাপতি পদৰ অপহৰণ কৰিব লাগিছিল। লোকসভা নিৰ্বাচনৰ আগত সভাপতি পদৰ পৰা অপসাৰিত কৰা হলে কংগ্ৰেছ দলৰ প্ৰাৰ্থী কমছে কম ৬/৭ খন আসন নিশ্চিত ভাৱে পালে হেতেন।

    • @shawnmichael2754
      @shawnmichael2754 Місяць тому

      😂😂😂...beta toi khopun dekhiso niki😂😂😂😂.

    • @shawnmichael2754
      @shawnmichael2754 Місяць тому

      Congressi chamsa mokhai vabei je bohut jikil hoi...😂😂

    • @PrajenBorman-ud9ih
      @PrajenBorman-ud9ih Місяць тому

      @@shawnmichael2754 um hoy tur maror herikhon hopunot dekhisil

    • @montudutta7017
      @montudutta7017 Місяць тому

      ৬/৭ খন নহয় ১৪ খন য়েই পালে হেতেন 👍 কেৱল তহঁতৰ লুঙ্গি টুপি ডাৰি আৰু বিড়ি সকলেই ভোট দিলে নহব নহয় বেটা 👍

  • @gagankumarnath9425
    @gagankumarnath9425 Місяць тому +11

    ভাল কথা। ভূপেন বৰাক তৎকালে আঁতৰাব লাগে।

  • @samsulali4266
    @samsulali4266 Місяць тому +67

    ভূপেন বৰাক আতৰাব লাগে, প্ৰদ্যুৎ বৰাক দিব লাগে

  • @dipjyotibora9405
    @dipjyotibora9405 Місяць тому +31

    এইজনৰ কথাৰ ভেল্যু নাই,ভাল হব ৷

  • @arceusgamer1720
    @arceusgamer1720 Місяць тому +20

    এইজনা মামাৰ এজেন্ট

  • @gopalnarah8064
    @gopalnarah8064 Місяць тому +21

    Bhupen hoise Himantar pion

  • @rubitamuli3279
    @rubitamuli3279 Місяць тому +12

    Good decision Congress party

  • @Santannu
    @Santannu Місяць тому +14

    দল বাগৰা 420 কেইটাক কেতিয়াও আদৰিব নালাগে

  • @ElectricaMall
    @ElectricaMall Місяць тому +9

    💯 agreed

  • @jahirulislam4311
    @jahirulislam4311 Місяць тому +5

    ভূপেন বৰাক অতি সোনকালে পদবীৰ পৰা সলাব লাগে কাৰণ বৰা হৈছে নিজ মতলবিৰে নিজৰ স্বাৰ্থ পূৰণ কৰা নেতা ।

  • @sajidhussain5801
    @sajidhussain5801 Місяць тому +11

    Very good disicion

  • @dinkuchutia9695
    @dinkuchutia9695 Місяць тому +9

    সোনকালে অতৰাব হল এইটোক

  • @asomiaasom6008
    @asomiaasom6008 Місяць тому +4

    ভাল খবৰ ।

  • @rajibgogoi190
    @rajibgogoi190 Місяць тому +31

    তেওঁ বিজেপী লৈ যাব । মানে ভূপেন বৰা ।

    • @krishnankumarbora5288
      @krishnankumarbora5288 Місяць тому

      কব নোৱাৰি। কিন্ত এতিয়া নাযাব কাৰন বিজেপিৰ অস্তাচল গমন যোগ পৰিছে।

  • @jahirulislam4311
    @jahirulislam4311 Місяць тому +3

    অসম প্ৰদেশ কংগ্রেছৰ সভাপতি পদটো সাংসদ তথা যুৱ নেতা গৌৰৱ গগৈ বা প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ক দিব লাগে তেতিয়া হে ২০২৬ ৰ ফলাফল কংগ্রেছৰ বাবে ভাল হব।

  • @mofidrohman6393
    @mofidrohman6393 Місяць тому +1

    বৰ ভাল খবৰ, বাতৰিটো শুনি বৰ ভাল পালোঁ।👍👍👍 প্ৰদ্যুৎ বৰদলৈক দিলে ভাল হ'ব।

  • @user-tf8zz3cp4m
    @user-tf8zz3cp4m Місяць тому +5

    ভূপেন বৰাক আতৰাই দিব লাগে।

  • @user-yq7gm1tg4z
    @user-yq7gm1tg4z Місяць тому +4

    গৌৰব

  • @GCNath-ed7im
    @GCNath-ed7im Місяць тому +1

    দিল্লীৰ নেতা আহি সিদ্ধান্ত ললে বৰবাদ

  • @akahamed5173
    @akahamed5173 Місяць тому +3

    প্রদ্যুৎ বরদলই ❤❤❤

  • @Animexedits2064
    @Animexedits2064 Місяць тому +4

    গৌৰৱ গগৈ হব

  • @GCNath-ed7im
    @GCNath-ed7im Місяць тому

    অতি উত্তম হব

  • @pgoswami5378
    @pgoswami5378 Місяць тому +1

    অসম কংগ্ৰেছত লৱীকেন্দ্ৰীক ৰাজনীতি থকা বুলি বদনাম বহু
    পুৰণি। ২০২৬ ৰ বিধান সভাত
    ভাল ফল দেখুৱাব পাৰিব বুলি যি কথাবাৰ্তাৰ উজান উঠিছে,সেয়া হবলৈ বা পাবলৈ কিন্তু এই
    লৱী ৰাজনীতি পৰিহাৰ কৰিব পাৰিব লাগিব,নহলে ভবা আৰু
    কোৱা কথাবোৰে সহায় নকৰিব।

  • @user-of4yf2pu7w
    @user-of4yf2pu7w Місяць тому +1

    Good news🎉👍

  • @equityresearch1995.
    @equityresearch1995. Місяць тому +6

    Bidai diyok, mira baideok hobo lage

  • @santaramdeka3015
    @santaramdeka3015 Місяць тому +7

    Bhupen Bora k president r para out karak.

  • @bitupandas8667
    @bitupandas8667 Місяць тому +1

    প্ৰদ্যুৎ বৰদলৈয নেতৃত্বত কংগ্ৰেছ দলৰ উন্নতি হব

  • @ridipdeka116
    @ridipdeka116 Місяць тому +1

    Vl a habo

  • @pachaniaxom1155
    @pachaniaxom1155 Місяць тому

    100% Right.Bhupen Borah Sovapoty hoi thakile 2026 Nirbachonot Congress Big Zero Sure.
    Namoni Axomot Bigota Lok Sova Nirbachonot Birudhi Oikya Moncha Gothon huar babei Congress Parthi keijon Bipul Voteot Joy hol.
    Atia Uponirbachon Okolei khelim buli Soyang Sovapoti jone Ghopirai kobo nalage.Olop holeu Bibek aru Hamyak Gyanor Dorkar.

  • @kamiluddinlaskar9887
    @kamiluddinlaskar9887 Місяць тому +1

    Good decision

  • @Randeep-kb1xh
    @Randeep-kb1xh Місяць тому +2

    প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া উপযুক্ত সভাপতি পদৰ বাবে আৰু আগন্তুক নিৰ্বাচন আমাৰ ৫১নং জালুকবাৰী বিধানসভা সমষ্টি জয় লাভৰ বাবে গুৰুত্ব আৰোপ কৰক ।

  • @AtiqulIslam-hy3do
    @AtiqulIslam-hy3do Місяць тому +1

    Good Decision ❤❤❤❤

  • @assamecomedy2275
    @assamecomedy2275 Місяць тому +3

    ভুপেন বৰা এটা পাগল হয়,ভুপেন বৰা কাৰণে আজি কংগ্ৰেছৰ এই গতি।

  • @utpalkrgogoi7430
    @utpalkrgogoi7430 Місяць тому +1

    Very good ❤❤❤

  • @SimantaBorah-xd9gt
    @SimantaBorah-xd9gt Місяць тому +2

    Val ai hol. Cronges hui thakok. Cronges r lahe lahe Cronges pump jabo goi aru....

  • @MintuMintuKutum-ke5bp
    @MintuMintuKutum-ke5bp Місяць тому

    Very good

  • @bipulkeot8908
    @bipulkeot8908 Місяць тому

    ঠিকেই কৈছে...

  • @aminurrahman-4030
    @aminurrahman-4030 Місяць тому +3

    Pradyut বৰদলৈ

  • @hafizurrahmank7799
    @hafizurrahmank7799 Місяць тому

    Right

  • @anantadas4466
    @anantadas4466 Місяць тому

    গৌৰৱ গগৈৰ হব

  • @abulhussaintapadar6739
    @abulhussaintapadar6739 Місяць тому

    Yes

  • @rabikagohain3742
    @rabikagohain3742 Місяць тому

    ভাল খৱৰ

  • @bijukhatowal9575
    @bijukhatowal9575 Місяць тому +1

    বিহাৰ বৰাক দললৈ আনিব নালাগে ।

  • @bakulboruah2026
    @bakulboruah2026 Місяць тому

    মীৰা বৰঠাকুৰ বাইদেউক সন্মূখৰ পৰা লিড কৰিবলৈ দিব লাগে।

  • @Santannu
    @Santannu Місяць тому +2

    ই বেটাই কবিতা লিখিবলৈ লওঁতেই গম পাইছিলোঁ ...

  • @user-yq7gm1tg4z
    @user-yq7gm1tg4z Місяць тому +1

    বৰদলৈক সভাপতি দিলেও একেই হব

  • @Surajjamanprodhani
    @Surajjamanprodhani Місяць тому +1

    Gourav gogoi

  • @dipanjoli6560
    @dipanjoli6560 Місяць тому +1

    Manuh.... Jon kintu beya nhoi kotha kb najane...kintu bipodor dinot gat pati loi bhupen borai

  • @Pilistine
    @Pilistine Місяць тому +2

    Really jaha taha kotha koi

  • @sahiduzzamanbarbhuiya4013
    @sahiduzzamanbarbhuiya4013 Місяць тому +1

    Very good praddyut bordoli lage

  • @user-ij4yt6jk4i
    @user-ij4yt6jk4i Місяць тому +1

    कांग्रेस🎉

  • @MujakkirBarbhuiya-uv2xr
    @MujakkirBarbhuiya-uv2xr Місяць тому +1

    Gourob Gogoi hobo lagy

  • @sunitgogoi4425
    @sunitgogoi4425 Місяць тому +2

    Moi bhabu bordoloi & Mira barthakur

    • @sanjibbora1789
      @sanjibbora1789 Місяць тому

      সঁচা কথা কৈছে ,মীৰা বৰঠাকুৰ সৱল নেত্ৰী।

  • @bipinchandraphukan1452
    @bipinchandraphukan1452 Місяць тому +2

    ভূপেন বৰাৰ কিছুমান মন্তব্যই বিব্ৰত কৰি তোলে।

  • @sitadeviray5007
    @sitadeviray5007 Місяць тому

    B B out and P B in bhal hobO ❤ati sundar MojjjjjjjjjjjjjjjjjjjjjjA Congress jeendabad 👌🇹🇯👌

  • @sahidulsvlogs7862
    @sahidulsvlogs7862 Місяць тому +2

    কথা কব নাজানে ভূপেন বৰা ডাঙৰীয়া। অতি সোনকালে চেন্স কৰিব লাগে।

  • @ShazzadurRahmanBarbhuyan
    @ShazzadurRahmanBarbhuyan Місяць тому

    It is better if Ripun Bora will come back

  • @mithuntaye3443
    @mithuntaye3443 Місяць тому

    🎉

  • @puwalichaoching125
    @puwalichaoching125 Місяць тому +3

    Debobrata nhle poidyut

  • @siraqram8388
    @siraqram8388 Місяць тому

    Mojja

  • @user-np8wr1mo8s
    @user-np8wr1mo8s Місяць тому

    Val hobo

  • @manojkumardutta8590
    @manojkumardutta8590 Місяць тому

    Gourav Gogoi ba Rokibul k sovapoti dibo lage.Bhupen Bora upojugi nohoi

  • @ibadurmiah3111
    @ibadurmiah3111 Місяць тому

    Bhupen Bora Go back. We want new

  • @ShazzadurRahmanBarbhuyan
    @ShazzadurRahmanBarbhuyan Місяць тому

    Among all Gourav is the best

  • @girishchtalukdar2574
    @girishchtalukdar2574 Місяць тому

    Need to change

  • @user-et5tq1em6o
    @user-et5tq1em6o Місяць тому +1

    প্ৰদ্যুত বৰদলৈ এজন শিক্ষিত আৰু ভদ্ৰ ব্যক্তি

  • @hiteshdeka153
    @hiteshdeka153 Місяць тому

    ভূপেন বৰা সভাপতি হৈ থাকিলে বিজেপিৰ বাবে লাভ হব। কিয়নো বহু সময়ত ভূপেন বৰাই বিজেপিৰ হৈ কাম কৰা যেন লাগে

  • @JOGESHASSAMVLOG147
    @JOGESHASSAMVLOG147 Місяць тому

    Ripun borah welcome

    • @JOGESHASSAMVLOG147
      @JOGESHASSAMVLOG147 Місяць тому

      ৰিপুন বোৰাহ স্বাগতম

  • @NikilSur
    @NikilSur Місяць тому

    Pradyut Bordoloi is the best for APCC ❤❤❤❤

  • @ShazzadurRahmanBarbhuyan
    @ShazzadurRahmanBarbhuyan Місяць тому

    Buphen Bora Sir is the best PCC president

  • @punyadharhandique1102
    @punyadharhandique1102 Місяць тому

    Bhupen হতাও কংগ্ৰেছ বছাও!

  • @jatinsaikia3868
    @jatinsaikia3868 Місяць тому

    বেলেগ দলৰ পৰা নতুনকৈ অহা মানুহক পাঁচ বছৰলৈ কোনো বিষয়বাব দিব নালাগে বুলি ভাবোঁ

  • @krishnankumarbora5288
    @krishnankumarbora5288 Місяць тому

    Yes, Bordoloi should be the APCC President. It will be the most welcoming decision. Jitendra Shingh must be replaced. He should go somewhere else.

  • @ahsjnwouwj12
    @ahsjnwouwj12 Місяць тому

    Moza ai jonok nalga bor ahonkar

  • @mukundahazarika9455
    @mukundahazarika9455 Місяць тому

    বিবেক দুৰ্বল ভুপেনৰ ৷

  • @AnupamBara-be9pu
    @AnupamBara-be9pu Місяць тому

    ভূপেন বৰাক আতৰাই দিলে কংগ্ৰেছৰ কিছু ভাল হোৱাৰ আশা আছে। জিতেন্দ সিং কো অসমৰপৰা আতৰাব লাগে। জিতেন্দ সিঙে অসমত সাংগঠনিক ভেটি সুদৃঢ় কৰিব নোৱাৰে।

  • @sagamer3866
    @sagamer3866 Місяць тому

    6😊

  • @nurulamin8284
    @nurulamin8284 Місяць тому +1

    Gaurav Gogoi is the best leader

  • @narenhazarika7663
    @narenhazarika7663 Місяць тому +1

    Debabrata Saikia.

  • @childgroup8752
    @childgroup8752 Місяць тому

    I support pardut bardoli

  • @uddipanpatowary
    @uddipanpatowary Місяць тому

    ৰিপুন বৰা নামৰ অপদাৰ্থ টো নালাগে

  • @renudeka8391
    @renudeka8391 Місяць тому

    Moi asu

  • @bkdthsolution9550
    @bkdthsolution9550 Місяць тому

    ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছ অধিক শক্তিশালী হৈছে।

  • @ShazzadurRahmanBarbhuyan
    @ShazzadurRahmanBarbhuyan Місяць тому

    Gourav Gogoi will be the best pcc president

  • @probodhgogoi4879
    @probodhgogoi4879 Місяць тому

    Jitendra sing okhomor karoe fit nohoi

  • @julhaz3336
    @julhaz3336 Місяць тому

    If hon'ble MP, Pradyut Bardaloi is being a president of APCC, then it will be more better for Congress Party.

  • @nirmaldeka5091
    @nirmaldeka5091 Місяць тому

    হয় Produt bordoli চাৰক দিব লাগে

  • @mainaborman5755
    @mainaborman5755 Місяць тому +1

    Repun Bora hol Gela poteto,