Це відео не доступне.
Перепрошуємо.

স্মৃতি ইৰাণীৰ পক্ষত থিয় দি ৰাজনৈতিক বিচক্ষণতাৰ পৰিচয় দিলে ৰাহুল গান্ধীয়ে!

Поділитися
Вставка
  • Опубліковано 12 лип 2024
  • 📌ৰাহুলৰ মহানুভৱতা !
    📌একালৰ বৃন্দাবন একালত পৰে চন !
    📌স্মৃতি ইৰাণীৰ পক্ষত থিয় দি ৰাজনৈতিক বিচক্ষণতাৰ পৰিচয় দিলে ৰাহুল গান্ধীয়ে!
    📌 ৰাহুল গান্ধীৰ টুইট যে স্মৃতি ইৰাণীক অপমান কৰা বন্ধ কৰক!
    📌সদনত বহু অপমানিত হৈয়ো মহানুভাৱতাৰ ভাষাৰে টুইট ৰাহুল গান্ধীৰ!
    Like, share and subscribe our channel.
    Follow us on:
    Facebook - nenownews/
    Twitter - NENowNews/
    Instagram - northeast.now

КОМЕНТАРІ • 85

  • @mukutborah4081
    @mukutborah4081 Місяць тому +33

    প্রকৃত নেতা পৰিচয়, মহাত্মা গান্ধী আদর্শ পৰিচয় ৰাহুল গান্ধী ডাঙৰীয়া দেৱ। 🙏

  • @asomiaasom6008
    @asomiaasom6008 Місяць тому +51

    ৰাহুল গান্ধী মানুহ ষ্মৃতী ইৰানী মানুহৰ শ্ৰেণীতে নপৰে এয়াই উচ্ছ নিচৰ পাৰ্থক্য মানুহ আৰু পশুৰ পৰিচয় ।স্মৃতি ইৰানীয়ে পশুৰ দৰে আচৰণ কৰিছিল পৰিচয় দিছিল তাৰ বিপৰীতে ৰাহুল গান্ধীয়ে মহান মানুহৰ পৰিচয় দিছে ।ৰাহুল গান্ধী জিন্দাবাদ ।স্মৃতি ইৰানীয়ে কুকৰ্মৰ ফল ভুগি থাকক ।

  • @funnyshots461
    @funnyshots461 Місяць тому +45

    বিজেপিৰ নেতা কৰ্মীৰ মানসিকতা আৰু ৰাহুলৰ মানসিকতাৰ মাজত এয়াই পাৰ্থক্য।

  • @dipakgogoi5084
    @dipakgogoi5084 Місяць тому +28

    শিক্ষাহিন আৰু শিক্ষিতৰ পাঠক্য আছে। শিক্ষাহীন সকল অহংকাৰী আৰু সততাহীন। এওঁলোকৰ পৰা দেশে কি আশা কৰিব।

  • @BhagwanDeka-yg4yw
    @BhagwanDeka-yg4yw Місяць тому +26

    Bjp য়ে ৰাহুল গান্ধীৰ পৰা কাক কেনেকৈ ভদ্ৰ আচৰণ কৰিব লাগে শিক্ষা লব লাগে।

  • @funnyshots461
    @funnyshots461 Місяць тому +18

    ৰাহুল গান্ধীয়ে এই টুইটৰ দ্বাৰা Tuch নকৰাকৈ গালত পুৰ্ণহতীয়া চৰ সোধালে।

  • @hemantamahanta5578
    @hemantamahanta5578 Місяць тому +38

    স্মৃতি ইৰাণীয়ে ব্যৱহাৰেই নাজানে

  • @user-jz3pi9hc1u
    @user-jz3pi9hc1u Місяць тому +17

    ৰাহুল গান্ধী ভদ্র শিক্ষিত আৰু মানুহক সন্মান কৰিব জানে। ৰাহুল গান্ধী পৰা কাক কি দৰে সন্মান কৰিব লাগে তাক বিজেপিয়ে শিক্ষা লব লাগে।

  • @inglishvlogs1015
    @inglishvlogs1015 Місяць тому +5

    ৰাহুলৰ শৰীৰত প্ৰকৃত দেশপ্ৰেমৰ তেজ বিৰাজমান হৈ আছে, পৰিয়ালৰ ভাল সংস্কাৰত তেওঁৰ জন্ম হৈছে,, যি পৰিয়ালক গোটেই পৃথিৱীয়ে চিনি পাই,সন্মান কৰে, স্মৃতি ইৰ৷নীৰ তুলনা ৰাহুলৰ লগত অসম্ভৱ,

  • @jibongogoi6940
    @jibongogoi6940 Місяць тому +9

    ৰাহুল গান্ধী জিন্দাবাদ

  • @suhaelakhtar7815
    @suhaelakhtar7815 Місяць тому +11

    ৰাহুল গান্ধী প্ৰকিত দেশপ্ৰেমীক নেতা

  • @taradoi7957
    @taradoi7957 Місяць тому +17

    স্মৃতি ইৰাণী নেতাৰ যোগ্য নহয় । অভিনেতা বা অভিনেত্ৰী হলেই যে ৰাইজৰ নেতা হব পাৰিব সম্পুৰ্ণ ভুল ধাৰনা ।

  • @monoranjangoswami9258
    @monoranjangoswami9258 Місяць тому +8

    ৰাহুল গান্ধীৰ সুসংসংস্কাৰ পৰিয়ালৰ পৰিচয় এয়া।

  • @dipkamaldeka9696
    @dipkamaldeka9696 Місяць тому +15

    প্ৰকিত নেতাৰ কথা এনেকুৱাই হব লাগে। বি জে পি নেতাই ৰাহুল গান্ধীৰ পৰা প্ৰাথমিক শিক্ষা খিনি ল'লে তেওঁলোকৰ নিজৰেই ভাল। যি গীয়ানী আনক কেতিয়াও সমালোচনা নকৰে।

  • @ridiprobinsaikia2304
    @ridiprobinsaikia2304 Місяць тому +5

    ভাল পৰিয়ালৰ ভাল সংস্কাৰত ডাঙৰ হোৱা মানুহ ।ৰাহুল গান্ধী আৰু অসমৰ গৌৰৱ গগৈ।

  • @joyprakashgohain7032
    @joyprakashgohain7032 Місяць тому +4

    প্ৰকৃত গুণীজনেহে গুণৰ মূল্য বোজি পায় ।

  • @user-rw3pv9dw1j
    @user-rw3pv9dw1j Місяць тому +7

    এই জনী এটা সময়ত ক্ষমতা পাই পাগলী হৈ পৰিছিল ৷সেয়ে এইয়া এতিয়া তাইৰ যোগ্য উপহাৰ ৷

  • @shipramcfarlane8908
    @shipramcfarlane8908 Місяць тому +6

    বৰ্তমানৰ এজন দক্ষ নেতা। ভদ্ৰ , মৰমিয়াল ও এজন উচ্চ শিক্ষিত ৰাজনৈতিক নেতা।

  • @DandhadharHazorica
    @DandhadharHazorica Місяць тому +4

    এতিয়া ৰাহুলৰ পৰা শিক্ষক সদনত জি অপমান কৰিলাসেয়া এতিয়াও মনত আছে।

  • @sushreya_ot7755
    @sushreya_ot7755 Місяць тому +4

    আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়।

  • @user-pf3cc4ur4p
    @user-pf3cc4ur4p Місяць тому +3

    ভাল বাতৰি ধন্যবাদ।

  • @saratchawra5032
    @saratchawra5032 Місяць тому +3

    Rahul sir, you are great

  • @mrinalmedhi8346
    @mrinalmedhi8346 Місяць тому +2

    স্মৃতি ইৰাণী মূৰ্খ সেই বাবে এনেকুৱা মন্তব্য দিব পাৰে। মুৰ্খ ই ক্ষমতা পালে এনেকুৱা অৱস্থা হয়। এই স্মৃতি ইৰাণী এটা ৰাক্ষসী।

  • @kushalbaruah8438
    @kushalbaruah8438 Місяць тому +4

    Good. Step.. Rahul je

  • @RIKHI_SHORTS07
    @RIKHI_SHORTS07 Місяць тому +3

    Salute you Raga

  • @AzizulHoqueAnchary
    @AzizulHoqueAnchary Місяць тому +4

    Rahul Gandhi is a great fighter gentle truth man.beaucse he is a educated person

  • @digantachetia4630
    @digantachetia4630 Місяць тому +9

    ইৰাণীক জোকাইছে ৰাহুলে😁😁😁

  • @user-mh8vv7kl5w
    @user-mh8vv7kl5w Місяць тому +2

    বাকী একো নাই মাত্ৰ শিক্ষিত আৰু অশিক্ষিত ব্যক্তিৰ মাজত পাৰ্থক্য আৰু দেশৰ প্ৰধানমন্ত্ৰী জনেই যদিহে নিজৰ শিক্ষাগত অৰ্হতাৰ কোনো প্ৰমাণ নাই , তেতিয়া হলে তেওঁৰ লগত থকা বাকী পালি - পহৰীয়াই কাৰ পৰা নৈতিকতাৰ শিক্ষা লব?

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 Місяць тому +1

    সেয়ে পাৰ্থক্য ভাল আৰু বেয়াৰ।

  • @user-tx6wj7ph3b
    @user-tx6wj7ph3b Місяць тому

    joy.joy.joy.
    r..very.good.rual.you.ar.grat.herro.boy❤❤❤❤❤❤❤❤

  • @user-ml9to2ei6l
    @user-ml9to2ei6l Місяць тому +1

    Aiya usso manohiktar porisoy Rahul gandhi zindabad

  • @SalimatDdinDdin
    @SalimatDdinDdin Місяць тому

    ৰাহুল গান্ধী ডাঙৰীয়া মৰমিয়াল হয় তেওঁ লোকৰ দৰে আচৰণ নকৰে ❤❤❤ আজি কেনেকুৱা লাগিছে বাইদেউ 😢😢😮😮😅😅😂😂😊😊

  • @devajyotiborah8672
    @devajyotiborah8672 Місяць тому +1

    There is no permanent enemies in Politics as such as it has been due to its inherent compulsions over a passage of time.

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml Місяць тому +1

    বিজেপি নেতা নেত্ৰীৰ মতে কোনো দিনে এই বিজেপি দল কিম্বা চৰকাৰক কোনেওঁ কোনো কাৰণতে হিলাব নোৱাৰে। একমাত্র এই অহংকাৰৰ বাবে আজি পতনৰ দিশে। মনত ৰখা উচিত গান্ধী পৰিয়াল ৰাজবংশৰ লোক। কোনো দিনে অহংকাৰ দেখুৱা নাই।

  • @mofidrohman6393
    @mofidrohman6393 Місяць тому +1

    3:18 ইৰানী 😡😡😡😡👎👎👎👎👎👎 এই জনিক দেখিব মন নাযায়।

  • @majidurislam9424
    @majidurislam9424 Місяць тому +2

    Rahul zindabaad

  • @HelalUddin-in7si
    @HelalUddin-in7si Місяць тому

  • @ramjanali5782
    @ramjanali5782 Місяць тому +2

    Rahul Gandhi zindabad

  • @akhilgoswami1140
    @akhilgoswami1140 Місяць тому

    Good leader good mind Rahul Gandhi,

  • @AbulkalamAzad-mg9ej
    @AbulkalamAzad-mg9ej Місяць тому +1

    That class ismiti

  • @AASaikia
    @AASaikia Місяць тому +2

    Learn from Rahul Gandhi all BJP leaders. Specially Smriti Irani.

  • @abdulmannaf5519
    @abdulmannaf5519 Місяць тому

    At that time Rahulji was a mirror and....saw the real face.

  • @PabitraPegu-es1xm
    @PabitraPegu-es1xm Місяць тому +1

    R. N. Dy sr

  • @gutungdipakpegu2134
    @gutungdipakpegu2134 Місяць тому

    Rahul Gandhi ji welcome and longlive forever in india 👍.

  • @ganarabha176
    @ganarabha176 Місяць тому

    ❤❤❤

  • @ShaharAliAhmed-xz8rb
    @ShaharAliAhmed-xz8rb Місяць тому

    Rahul Ghandhi Zindabad Congress Zindabad India Zindabad Assam Zindabad Allah Huakbar

  • @LizaDevi-z3z
    @LizaDevi-z3z Місяць тому

    Rahul is honest but Smriti is fool

  • @GulapBordoloi-wm5dv
    @GulapBordoloi-wm5dv Місяць тому

    Cges jinda bat

  • @user-vq6ly9ud7z
    @user-vq6ly9ud7z Місяць тому

    Rahul gandhi ejun educated person,, kinto smriti irani kun india🇮🇳🇮🇳 r besi manuh a sini pai 😂😂teo kenkoi central minster hoise 😂😂

  • @omprakashbora993
    @omprakashbora993 Місяць тому

    Smitir khozoti uthisee.... voloka bah vorale alp santi

  • @minahazarika7578
    @minahazarika7578 Місяць тому

    এইজনি বনৰি হয়

  • @abdulmannanahmed787
    @abdulmannanahmed787 Місяць тому

    Indecent and arrogant behaviour of a BJP leader versus humble and polite manner of a Congress leader. Downfall starts with too much arrogance.

  • @dr.robindrakumarsharma741
    @dr.robindrakumarsharma741 Місяць тому

    Rahul! You are really great & you are showing political maturity. Good fortune awaits for you.

  • @kamaldutta1652
    @kamaldutta1652 Місяць тому

    এটা নৰটকীযে তাত কৈ ভাল কথা শিকা নাই

  • @majidurislam9424
    @majidurislam9424 Місяць тому

    মিথ্যার আশ্রয় কিমান দিন,,,,

  • @jitendranathsaikia9341
    @jitendranathsaikia9341 Місяць тому

    Smriti ia an actress
    Not a politician

  • @sokirahmed555
    @sokirahmed555 Місяць тому

    Aicha politician hona chahiye desh main

  • @SADAGARMILI
    @SADAGARMILI Місяць тому

    👏👏👏💐💐🤚🤚🤚🤚🤚🤚🤚🤚🤚🤚🤚🤚🤚🤚👍💯✔️

  • @arupdas8897
    @arupdas8897 Місяць тому

    Princely royal family together with the combination of Christian and parsi blood showing real sanatan dharma of how to behave in power or without power to an ordinary tv serial actor showing class of their family culture lesson to the vindictive ,zealousy hatred political party

  • @BenudharBorah-ie2dn
    @BenudharBorah-ie2dn Місяць тому

    Moha dangkati sei joni.

  • @lalmiahali4471
    @lalmiahali4471 Місяць тому

    Bebohare haril

  • @prasantarai3921
    @prasantarai3921 Місяць тому

    Mahilar oparat mon durbal hua ai porosar aparipakatar cin.

  • @user-ko9ie1gk9s
    @user-ko9ie1gk9s Місяць тому

    শিক্ষিত আৰু অশিক্ষিতৰ প্ৰাৰ্থক্য এয়া।

  • @jitendrarabha4660
    @jitendrarabha4660 Місяць тому

    কিয় মিছা মাতে ইহঁত?

  • @user-nw4xe8by9t
    @user-nw4xe8by9t Місяць тому

    koloikani joni Rahuloku vl pab bisarisile sage

  • @AbulkalamAzad-mg9ej
    @AbulkalamAzad-mg9ej Місяць тому

    Misliya s

  • @husainali1287
    @husainali1287 Місяць тому

    Kaha Giya Irani ki ahonkar

  • @sewalibordoloiphukan288
    @sewalibordoloiphukan288 Місяць тому

    So flying kiss Ka Kabul hein ? Abhi vi?

  • @animalchanelforvillage882
    @animalchanelforvillage882 Місяць тому

    Ai ata faltu.. ai keneke neta hoisil raije jane.. atia zero..

  • @dineswargogoi5506
    @dineswargogoi5506 Місяць тому +1

    Rahule Gourab Gogoi Pora Ai Vadrata Hikise.

  • @user-om9xh3sr1f
    @user-om9xh3sr1f Місяць тому

    Jaisa kurta aisa push Smith Irani ka

  • @trinayanvlogs3128
    @trinayanvlogs3128 Місяць тому

    She has no knowledge about any thing

  • @husainali1287
    @husainali1287 Місяць тому

    Ishi liye Tum hargia

  • @PalashHazarika-dm4qg
    @PalashHazarika-dm4qg Місяць тому

    Bap bap hota he..

  • @sitadeviray5007
    @sitadeviray5007 Місяць тому

    Cylinder Rani behaviour nahi sikha Ji isliye aise behave h cylinder Rani