'জুবিন দাই তেনেকৈ ক'ব বুলি ভবা নাছিলোঁ, মায়েও কান্দিছে, মইটো পুৰা কান্দিছোঁ...'

Поділитися
Вставка
  • Опубліковано 31 тра 2023
  • 🔴 'জুবিন দাই তেনেকৈ ক'ব বুলি ভবা নাছিলোঁ, মায়েও কান্দিছে, মইটো পুৰা কান্দিছোঁ'
    🔴 'মই জুবিন দা হ'বলৈ যোৱা নাছিলোঁ; জুবিন দা এজনেই, সাত জন্ম লাগিব জুবিন গাৰ্গ হ'বলৈ'
    🔴 জুবিন গাৰ্গৰ মিমিক্ৰি কৰি ভাইৰেল হৈ পৰা বিশ্বনাথৰ মাধৱ বৰাৰ এই মন্তব্য
    🔴 মাধৱ সন্দৰ্ভত শিল্পী জুবিন গাৰ্গে নিউজ লাইভত কৰা মন্তব্যৰ পিছতে কান্দোনত ভাগি পৰিছিল মাধৱ
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

КОМЕНТАРІ • 1,3 тис.

  • @erazmazid549
    @erazmazid549 Рік тому +78

    মাধৱ তোমাৰ কথাবোৰ শুনি বহুত ভাল লাগিল চেষ্টা কৰি থাকা এদিন তুমি সফল সবা 🙏🙏🙏

  • @rijuborah7044
    @rijuborah7044 Рік тому +195

    ল'ৰাটো কথা খিনি শুনি দুখ লাগিলে তুমি সৰু ল'ৰা আৰু আগুৱাই যোৱা তাকেই কামনা কৰিলো

  • @rinkigogoi7455
    @rinkigogoi7455 Рік тому +62

    ভাল কৈ পঢ়া ভাইটি,ভাল কৈ পঢ়া শুনা কৰি আগুৱাই যোৱা,ডাঙৰ মানুহ হবলৈ বেলেগ ৰ আৰ্হি লব নালাগে,নিজে ভাল কৈ নিজক গঢ়া।বাকী তেওঁক ভালপোৱা টো তোমাৰ নিজস্ব।

  • @InsanAli-oj3bn
    @InsanAli-oj3bn Рік тому +15

    হয় ল'ৰাজন সৰু কিন্তু নিজৰ খৰচৰ লগতে ঘৰৰ খৰচ উলিয়াই লৈ আগবাঢ়ি গৈছে। বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো ভাইটি আগবাঢ়ি যোৱা

  • @rumidas4087
    @rumidas4087 Рік тому +157

    তোমাৰ গান গাবলৈ মন আছে যদি তুমি আগৱাঢ়ি যোৱা ৷ তুমি এদিন সফল হ“ব পাৰিবাা

  • @Drakomalfoi214
    @Drakomalfoi214 Рік тому +146

    বয়স হিচাপে তুমি বহু উন্নত মানৰ কথা কৈছা। আগুৱাই যোৱা থমকি নৰবা।

  • @bibharanidas1593
    @bibharanidas1593 Рік тому +16

    দুখ নকৰিবা ভাইটি , কি ঠিক ভগৱানৰ আশীৰ্বাদ 🙏🙏থাকিলে জুবিননত কৈও ডাঙৰ মানু্হ ভাল মানুহ হ'ব পাৰিবা।❤️❤️❤️❤️❤️

  • @paragsocial7156
    @paragsocial7156 Рік тому +20

    ভাই বেয়া নাপাবা, মই তোমাক ভাল বুলিকৈছো। চেষ্টা কৰা তুমি এদিন জুবিন দাৰ নিছিনা হবা। ভাল দিন অহাৰ আগতে বেয়া দিন আহে। ভগৱানে তোমাক সহায় কৰিব।

  • @reemagogoi7865
    @reemagogoi7865 Рік тому +75

    বহুত ভাল কথা কৈছা তুমি মাধৱ!

  • @kalyansaikia8057
    @kalyansaikia8057 Рік тому +111

    লৰাটোৱে কিন্তু অন্তৰত আঘাট পাইছে

  • @pranjitaxom9418
    @pranjitaxom9418 Рік тому +44

    তোমাৰ কথাকেইটা মন চুই গল ভাই😢😢😢😢। ভাঙি নপৰিবা তুমি 🥺🥺🥺

  • @chandanphukan8318
    @chandanphukan8318 Рік тому +26

    তুমি সঠিক ঠাইতে থাকি গলা ৷একো নাই তোমাৰ নিচিনা কমবয়সীয়া অনুৰাগী এজনক এনেদৰে কৈ নিজৰ মানসিক দৈন্যতাকহে প্ৰকাশ কৰিলে ৷

    • @rupaliborthakur1930
      @rupaliborthakur1930 Рік тому

      Zubeen kotha botorat fotua..gaan r quality u hekh hoise goi..so ohonkar kihor?

  • @kaustuvvlog3934
    @kaustuvvlog3934 Рік тому +81

    ভাইটি তুমি নিজৰ নামেৰে আগুৱাই জাব পাৰিবা বুলি ভগৱানৰ উছৰত প্রাথণা জনালো 🙏🙏🙏

  • @lipiborah8666
    @lipiborah8666 Рік тому +98

    তুমি ভাল দৰে পঢ়া আৰু আগবাঢ়ি যোৱা , গান শিকিবলৈ ভালদৰে চেষ্টা কৰিবা, gd bless you brother ✨✨

  • @nituranjanchetia2510
    @nituranjanchetia2510 Рік тому +78

    Much more matured than Zubin....God bless him

  • @phunudas9452
    @phunudas9452 Рік тому +26

    আমি ভালে paisilu,,তুমি তোমাৰ দিশত আগুৱাই যোৱা।পঢ়া আৰু পাৰিলে গান ও গোৱা।❤️

  • @bchazarika1967
    @bchazarika1967 Рік тому +260

    জীৱনত কাকো নিজতকৈ বেছি ভাল
    নাপাবা । নিজৰ যি ভাল লাগে তাকে কৰি আগবাঢ়ি যোৱা। আমি তোমাক বহুত ভাল পাওঁ ।

  • @lakhirammunda8738
    @lakhirammunda8738 Рік тому +237

    মাধৱ ভাইটি তুমি আগুৱাই যোৱা চেষ্টাৰ অসাধ্য একোই নাই ভগৱানে তোমাক মঙল কৰক❤❤❤❤❤❤❤❤

    • @himantakalita5865
      @himantakalita5865 Рік тому

      😢😢😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅

    • @Neonxmith
      @Neonxmith Рік тому

      Pagole beh 😂😂

    • @trishnadoley521
      @trishnadoley521 5 місяців тому

      Ppl#sb c

  • @rakeshbordoloi1223
    @rakeshbordoloi1223 Рік тому +29

    মাধৱ , চিন্তা নকৰিৱা ।জুবিন কি ,এদিন তোক পৃথিৱীৰ মানু‌হে চিনি পাব।

  • @pompydevi769
    @pompydevi769 Рік тому +182

    মানুহে জুবিন গাৰ্গ বনাই চে তেওঁ জুবিন হব যোৱা নাছিল ।

  • @PradipDas-td2eb
    @PradipDas-td2eb Рік тому +215

    বাবা তুমি নিজৰ মতে থাকা ।তুমি অনন্য। তোমাৰ অসীম সাহস

    • @pranitagogoi7141
      @pranitagogoi7141 Рік тому

      তুমি নিজৰ মতে থাকা😢

  • @dipakonwarlahkar6467
    @dipakonwarlahkar6467 Рік тому +19

    তুমি আন শিল্পীৰ mimicry কৰি অসম বাসীক দেখাই দিয়া তুমি যে পাগল নহয় । তুমি হাৰ নামানিবা । আগুৱাই যোৱা । তোমালৈ আশীৰ্বাদ থাকিল ।

  • @manalishadas2421
    @manalishadas2421 Рік тому +17

    ভাইটিটোৱে মনত বহুত দুখ পাইছে😢 দুখ নকৰিবা ভাইটি তুমি সৎ পথত আগুৱাই যোৱা এদিন নিশ্চয় সফল হবা তুমি ❤ নিজৰ ওপৰত বিশ্বাস ৰাখা তুমি ☺নাকান্দিবা ভাইটি

  • @MalaHazarika-ec2vy
    @MalaHazarika-ec2vy Рік тому +114

    তোমাৰ মনতো আৰু কথাবতৰাবোৰ জুবিনতকৈ উন্নত

    • @dhirajpratimdas9845
      @dhirajpratimdas9845 Рік тому +4

      Thik koisa ❤️👍

    • @ranjanborah6503
      @ranjanborah6503 Рік тому +5

      Hoi thik koise Asomor raije jane gan galeu Zubine kotha kobo najane , moi Bhabu original Zubinehe kotha kenekoi amicable aru standard bhabe kobo lage heitu Junior Xubin baa Madhobor pora Shika dorkar, aru moi madhabok kou tumi mahabharator ekoloibiyor kahani to porhi sabasun

    • @SanjoySanjoymushahary-bd8no
      @SanjoySanjoymushahary-bd8no Рік тому

      Akdom right koise. beya napabo zubeen anuragi hokol j zubeenr beboher akdom sera pagolr nisina

  • @Pbv440
    @Pbv440 Рік тому +45

    এটা কথা মনত পেলাই দিও তোমাক জুবিনদাৰ দৰে হবলৈ ভগৱানে তোমাক সেই শক্তি দিছে বুলিহে পাৰিছা । চেষ্টা চাগে বহুতেই অব্যাহত ৰাখিছে কিন্তু পৰা নাই । সেইটো কথা জুবিন দাই বেয়া পাব নালাগিছিল বৰঞ্চ ভাল হে পাব লাগিছিল যে পৃথিৱীত তেওক ইমান যে ভালো পাব পাৰে কোনোবাই ।মোৰ মনৰ ভাব টো প্ৰকাশ কৰিলো

  • @munudevi3284
    @munudevi3284 Рік тому +33

    আচলতে জুবিন দাই তোমাক বেয়া ভাবি কোৱা নাছিল বুলি মই ভাবো। জুবিন দাকোটো কিছুমান মানুহে পাগল বুলি কয়। সেইবাবে তুমি মন বেয়া নকৰিবা। সদায় কথাবোৰ ধনাত্মক দিশত লবা তেহে লক্ষ্য ত উপনীত হবপাৰিবা।

  • @dipalithakuria2961
    @dipalithakuria2961 Рік тому +9

    তুমি বয়সতকৈ বহুত আগবঢ়া |ইমান সৰু ল'ৰা এটাক এনেকৈ ক'ব নাপায় |মাধৱ, তুমি মহাভাৰতৰ একলব্যৰ কাহিনীটো জানা নিশ্চয় |চিন্তা নকৰিবা, আগুৱাই যোৱা, ভগৱানে সহায় কৰিব |

  • @prohenjitdoley685
    @prohenjitdoley685 Рік тому +37

    ময়ো ভবা নাচিলো জুবিন দাই এনেকৈ কব বুলি কিন্তু কিয় কলে?

  • @kamalarajbanshi6858
    @kamalarajbanshi6858 Рік тому +116

    পাগল আপুনি নহয় ।যিয়ে আনৰ ভাল দেখিব নোৱাৰে সিয়েই পাগল । আপুনি আগলৈও আগুৱাই যাওকbeast of luck 👍👍👍🙏🏿🙏🏿🙏🏿

  • @jayantahazarika6024
    @jayantahazarika6024 Рік тому +11

    বেছিকৈ ভাল পালে তেনেকুৱা হয় তুমি আগুৱাই যোৱা জীৱনত কাকো নিজতকৈ বেছি ভাল নাপাবা

  • @rumisaikiadeka5867
    @rumisaikiadeka5867 Рік тому +11

    দুখ নকৰিবা। হতাশ নহবা। নিজৰ কামত আগুৱাই যোৱা। ❤ মা দেউতা পৃথিবীৰ সকলোতকৈ আপোন।

  • @sajidzamal3206
    @sajidzamal3206 Рік тому +79

    জুবিন এটা মানুহ, মানুহে তেওঁক singer বনালে্। তুমিও নিজকে মানুহ হিচাপে প্ৰতিষ্ঠা কৰা দেখিবা তোমাক লৈ মানুহে গৌৰৱ কৰিছে

  • @puspanjalisarma4418
    @puspanjalisarma4418 Рік тому +38

    মাধৱৰ মাতো জুবিনৰ নিচিনা, এতিয়া কি মাতো সলাব পাৰিব নেকি বাৰু। জুবিনে কলেই বুলি তুমি মন বেয়া নকৰিবা। নিজৰ জীৱনৰ পথ নিজেই বাচি লোৱা কাৰোবাৰ কথা শুনি নিজৰ পথৰ পৰা আঁতৰি নাহিবা।

    • @rekhaozah1383
      @rekhaozah1383 Рік тому

      হয় দেই মাধৱ তুমি আগুৱাই যাবৈ লাগিব। ভগৱানে দিয়া তোমাৰ সত্বাটোক তুমিপৃথিৱীৰ সকলোকে চিনাকি কৰি দিব লাগিব।

    • @jbbhumikasarma3908
      @jbbhumikasarma3908 7 місяців тому

      Akdom right 👍

  • @ayushmaansaikia47
    @ayushmaansaikia47 Рік тому +16

    Zubin Garg সফলতাৰ মূৰত ধৰিছে ।।।নাপাই কোনোবা এজন Legend এজনকহে সাধাৰণ মানুহে,,Mimicry বা অনুসৰন কৰে।

  • @Prasantaborah1
    @Prasantaborah1 Рік тому +9

    এজন শিল্পীৰ কাৰনে তেওঁৰ অনুৰাগীবোৰ ভগৱান।
    অনুৰাগীক কেতিয়াও নিৰাস কৰিব নালাগে। জুবিন দাই তেনেকে কব নালাগিছিল।

  • @ajborah2265
    @ajborah2265 Рік тому +34

    তুমি আগুৱাই যোৱা মাধৱ

  • @priyankasaikia5302
    @priyankasaikia5302 Рік тому +129

    ধেই,,,, একো নাই তুমি তোমাৰ কাম কৰি যোৱা,,,,, এটা কথা কি জানা???সৰুতে Roll no 1 হবলৈ যুজি মৰিছিলো,,,, গতিকে এটা কথা তুমি লক্ষ্য কৰিছা নে নাই নাজানো,,, তুমি কোনোবা খিনিত সফল হৈছিলা,,,, নহ'লে তেওঁ জ্বলিছে,,, তেওঁতকৈ কৰোবাত যদি ওপৰত গুছি যোৱা,,,হয়টো যাব নোৱাৰিলেও বেছি জনপ্ৰিয় হোৱা বুলি তেওঁ চাগে ভয় খালে,,,সছাক সছা বুলিয়ে কম,,লাগিলে সেয়া ভগৱানেই হওঁক,,,,,, বাকী গায়ক হিচাপে জুবিন গাৰ্গক ভাল পাওঁ কিন্তু কিছুমান কথা সহ্য নহয়,,, কেতিয়াবা কেতিয়াবা অহংকাৰী তেওঁ,,,, কেতিয়াবা ভাল,,,😊

  • @HappyBurrito-ij4hs
    @HappyBurrito-ij4hs 6 місяців тому +3

    জুবিন দাৰ কথাত বেয়া নাপাবা জুবিন দাই ভাল পাই সকলোকে ভাইটি বুলি কলে জুবিনদাই কাকো খাতিৰ নকৰে কিন্ত৷জয়জুবিন দা৷তুমি আগুৱাই যোৱা৷

  • @ashiqahmed4531
    @ashiqahmed4531 Рік тому +24

    জুবিন দাৰ তেনেকৈ কথা কোৱা উচিত হোৱা নাই, তোমাৰ নিচিনা যদি কোনোবাই হব বিচাৰে তোমাৰেই সু নাম , গৌৰবৰ কথা😊

    • @khaninvlogs895
      @khaninvlogs895 Рік тому +1

      হয় ভাল কথা কৈছে আপুনি

  • @user-oj4qm4fw8y
    @user-oj4qm4fw8y Рік тому +58

    Very humble boy. You have a bright future.

  • @sarmilaekka1181
    @sarmilaekka1181 Рік тому +58

    ভাইটি মাধৱ তুমি মন ভাঙিব নালাগে নিজৰ স্থিতিত অটল থাকি আগবাঢ়ি যোৱা ।জুবিন তথা সূৰ্য্যৰ দৰে নহ'বও পাৰা কিন্তু ৰাতিৰ আকাশৰ জোনৰ পোহৰৰ এটা সুকীয়া সমাদৰ আছে । মহাভাৰততো গুৰু দ্ৰোণাচাৰ্য্যৰ পৰা অপমানিত হৈ একলব্যই শিক্ষাৰ পৰা বঞ্চিত হৈছিল যদিও ধৈৰ্য্য একাগ্ৰতাৰ বাবে শ্ৰেষ্ঠ ধনুধৰ হবলৈ সক্ষম হৈছিল ।

    • @ranjanborah6503
      @ranjanborah6503 Рік тому

      Ekdom hosa kotha sabo adin gan galeu kotha bhalkoi kobo nuyara original Zubine madhobor pora kotha kuwa art tu hikibi lagibo

  • @lipikadas884
    @lipikadas884 Рік тому +4

    তোমাৰ মাতত কিবা এটা যদি আছে বাবা , তেওঁ তেনেকৈ কলেও ভুল নুবুজিবা । তুমি তোমাৰ নিজৰ সৃষ্টিৰে আগবাঢ়ি যোৱা । ইমান কষ্ট কৰি জীৱন আগবঢ়াই নিছা এদিন সফল হবাই তুমি । বহুতো শুভেচ্ছা থাকিল তোমালৈ ❤

  • @majanikalita6025
    @majanikalita6025 Рік тому +4

    মাধৱ তুমি ভাগি নপৰিবা । জুবিন দাৰ কথাখিনি তোমাৰ বাবে আশীৰ্বাদ হিচাপে লৈ আগুৱাই যোৱা।

  • @purabidas2186
    @purabidas2186 Рік тому +48

    হব..মাধবক নিজৰ মতে ডাঙৰ হবলৈ দিয়ক...ইমান প্ৰশ্ন নকৰিব...

  • @prarinitasaikia4380
    @prarinitasaikia4380 Рік тому +160

    পাগল বুলি কলেই পাগল নহয় মনত নলবা। এটা কথা মনত ৰাখিবা সৰু পৰাহে ডাঙৰ হয় এদিন কি জানি জুবিনত কৈও ভাল মানুহ হোৱা কোনে জানে কাৰ ভাগ্যাত কি লিখা আছে তুমিতো এতিয়াও সৰু হৈ আছা ইমান সৰুতেই বহুতে আগুৱাই গৈছা ।

    • @ranjanborah6503
      @ranjanborah6503 Рік тому +8

      Hoi edin teu Zubinot koyu oporot jabo, Zubine gan gabo pare kintu kotha kenekoi amicably and standard bhabe kobo lage original Zubinehe junior Zubinor pora shika dorkar

    • @air33-ias53
      @air33-ias53 Рік тому +4

      থিক কথা কৈছে ।

    • @shontustaye1860
      @shontustaye1860 Рік тому +1

      Zubin Val singer hoi Val manuh nohoi

  • @lijipsonbeyofficial23
    @lijipsonbeyofficial23 Рік тому +96

    He speaks more maturely than the Star Zubeen da. This boy needs more encouragement from the well reknown person.

    • @ranjanborah6503
      @ranjanborah6503 Рік тому +7

      Yes lora jon jadiu class nine ot porha kintu kotha kini bahut matured type ot koise kone jane edin yeu kintu Dr. Bhupen Bhupen hazarikar dore manuhe
      Respect tei nohoi Bhaktiu koribo

    • @himanjeetsarma5555
      @himanjeetsarma5555 Рік тому +1

      Xei2 ktha baaru mani lolu, but ei lora Jone mimicry kora nai, ulta teuk imitate korise, intrude korise Zubeen daak... Lorajon a Zubeen daar dore behave kribo dhorise... So it's a kind of danger sign for him only

    • @lijipsonbeyofficial23
      @lijipsonbeyofficial23 Рік тому +1

      @@himanjeetsarma5555 Lora tu genuinely Zubeen dar fan hoi no. Aro hi Zubeen daik atatkoi bohut mane. Aro lora tu class 9 ot pora hoi...boyok kom. Hetukarne Zubeen da ejon boyokhiya manu n very reknown person hoi ..hetu hisabe hii lora karne bhal dore olop soft hoi bujai dibo parile hoi. Jate lora tu besi beya feel nokore aro demoralized hoi nejai. Celebrity manu ejon public figure ..tak sobe kibana kiba karon ot follow koribo eh. Hetukarne celebritir buror o society uporot nijor social responsibility buli bostu tu buji pabo lage.

    • @LooserPran
      @LooserPran Рік тому

      Tetia toi Zubeen r gaan baad de tar gaan hunibi , kin2 Zubeen r gaan nhi blg singer r gaan gai hunabole kobi. Mokkel korbat , Zubeen Assam't ajon e ase. Zubeen da nisina kunu hbo nuware.

    • @LooserPran
      @LooserPran Рік тому

      ​@@lijipsonbeyofficial23 it's a sign of mental problem. That's why Zubeen alert him and his parents to don't do this types of insane things.

  • @sanjibkalita5615
    @sanjibkalita5615 Рік тому +9

    সঁচাকৈ জুবিন দাই তাক চমৎকাৰ কৰিব আৰি সকলোৰে আগত বলৎকাৰ কৰি দিলে।
    বেয়া লাগিছে তেনে কৰিব নেলাগিছল ।

  • @sofikulislam7533
    @sofikulislam7533 Рік тому +28

    জুবিন দাৰ সুৰ,মাত ,বা কথা কোৱাৰ ধৰন ভাইটি তোমাৰো একেই,গতিকে চেষ্টা কৰি গান গাৱলৈ শিকা,পিচে ডাঙৰ মানুহ হব পাৰিবা, জুবিনৰ কথা ই তোমাক গান গোৱাৰ শক্তি যোগাৱ।দোষ নকৰিবা।কথাৰ ধৰন বহু ভালো আছে তোমাৰ । thank you, from boko

  • @ajfilms9491
    @ajfilms9491 Рік тому +19

    Zubeen da positive vibes aa dise bhai.... Keep jamming 💪 bro

    • @sagarhussain2251
      @sagarhussain2251 Рік тому

      o bhai eneke +ve vibe nalage o,,ulta tar depression he hobo,tak etia sobe hahibo ki mukh loi ulabo je muk zubben e pagol koise

  • @rabindasdas2002
    @rabindasdas2002 Рік тому +7

    গান গাবলৈ শিকা ৰাইজে তোমাক আঁকোৱালি লব। আৰু এদিন তোমি ৰাইজৰ মাজত বহুত জনপ্ৰিয় হৈ পৰিবা।

  • @mhoque8846
    @mhoque8846 Рік тому +4

    Go ahead brother কাকো ফলো কৰিব নালাগে নিজৰ কাম কৰি যোৱা তোমাক জুবিন দাই এদিন নিজে লগ কৰিব যাব

  • @monuranjangogoi6276
    @monuranjangogoi6276 Рік тому +4

    ভাই তোক বহুত ভাল লাগে বে তই চেস্তা কৰ বহুত আগবাঢ়ি যাবি ভাগি নপৰিবি. তোই বহুত সৰু যদিও তোৰ জ্ঞান বহুত আছে. তই গান গাই দেখুৱাব লাগিব আমিৱ ছবেই তোক মৰম কৰো অসমৰ সকলোৱে তোক ভাল পায় তই আগবাঢ়ি যা 💐💐💐💐💐💐💐

  • @jayhind2185
    @jayhind2185 5 місяців тому +1

    Tomar bhalor babe jubin dai eneke koise bhaiti,tumi beya pabo nalage,tomar talent aase aami jano 🥰👌

  • @air33-ias53
    @air33-ias53 Рік тому +2

    জুবিনত কৈ মাধৱ বৰাৰ কথা কেইটাত বেছি গধুৰতা আছে। তুমি বহুত talented মাধৱ। ভাগি নপৰিবা। তুমাৰ যি talent আছে বহুতৰে নাই। তুমি আৰু আগুৱাই যোৱা। বেলেগে পঢ়ি শুনি চাকৰি এটা লৈ খাব।তোমাৰ যি আছে সেইটোৰ কাৰণে তুমি সকলোতকৈ পৃথক।কেৱল পঢ়া শুনাই একো দাল নহয়।তুমি যি টো ভাল পোৱা সেইটো ভাল কৈ কৰি যোৱা।তোমাৰ ভৱিষ্যত উজ্জ্বল হব। তোমাক তেনেকৈ কোৱাত আমিও আঘাত পাইছোঁ। এজন ভাল মানুহে এনেকুৱা কথা কেতিয়াও সহ্য কৰিব নোৱাৰে।লাগিলে জুনেই নকওক। ভগৱানে তোমাৰ মঙ্গল কৰিব।

  • @PD-gj7ot
    @PD-gj7ot Рік тому +11

    তুমি ভূল বুজিছা .. তোমাৰ ভালৰ কাৰণে কৈছে |
    ময়ো চাইছো | তোমাক পাগল বুলি কোৱা নাছিল পাগল হবা বুলি হে কৈছিল |
    তুমি পাৰিবা সফল হবলৈ |
    তোমাৰ জুবিন দাৰ প্ৰতি শ্ৰদ্ধা দেখি ভাল লাগিল |

  • @borungogoi2206
    @borungogoi2206 Рік тому +7

    বাপ , জুবিন দাই তোমাক পাগল বুলি কোৱা নাই নহয় হৈ যাব পাৰা বুলিহে কৈছে , যিকোনো মানুহে সদায় একেটা কথাই ভাবি থাকিলে পাগল ধৰণৰ হোৱা নজিৰ আছে গতিকে হে কৈছে। জুবিন গাৰ্গ দাৰ তোমাৰ ওপৰত একো বেয়া intension নাই। জুবিন দা জুবিনেই বিশ্ব মানসৰ ,কোনেও তেওঁৰ স্থান দখল কৰিব নোৱাৰে। তেওঁৰ গান আশাভৰা,প্ৰাণভৰা,স্বপ্নভৰা মধুৰ নিদ্ৰাভৰা,চকুলোভৰা আৰু প্ৰেৰণাভৰা ইত্যাদি -- ইত্যাদি। জুবিন গাৰ্গ দাৰ এই কথাষাৰ তোমাৰ প্ৰতি অসীম প্ৰেৰণা হে আছে ইয়াকে আশীৰ্বাদ অথবা chalenge হিচাপে লৈ আগবাঢ়ি যাবলৈ এটা পথহে দেখাই দিছে । তেওঁও জীৱন বাটত বহু ঘাত- প্ৰতিঘাত পাই আজি ইমানখিনি পাইছে হি । গতিকে.......!

  • @RintuPhukan
    @RintuPhukan Рік тому +52

    he has more standard than zubeen daa while talking 😊

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 Рік тому +17

    ভালকৈ পঢ়া। নিজৰ ভৰিত থিয় হোৱা। কষ্ট কৰা। তুমি সাফল্য আনিব পাৰিবা।

  • @krishnakhidutta5874
    @krishnakhidutta5874 Рік тому +3

    Jubint ke madhob r thinking bohut uport👍
    Carry on 🎉

  • @manikasom3552
    @manikasom3552 Рік тому +4

    মাধৱ তুমি আশীৰ্বাদ হিচাপে ল'বা।জীৱনৰ আন এক নাম সংগ্ৰাম।সংগ্ৰাম কৰি যোৱা।এদিন দেখিবা তুমি বহু আগুৱাই যাবা...

  • @mrinmoy13
    @mrinmoy13 Рік тому +4

    জীৱনত মা দেউতা, শিক্ষাগুৰু, ভাল কবি, সাহিত্যিক এনে লোকক অনুকৰণ কৰিবা। লাভ হৱ তোমাৰ।

  • @momigogoi8585
    @momigogoi8585 Рік тому +7

    He is very humble.. Wish u good luck 🤞keep it up..

  • @ankurkalita9451
    @ankurkalita9451 Рік тому +14

    গান গালে মজা হ'ব ❤❤

  • @assamesecartoon8501
    @assamesecartoon8501 Рік тому +9

    মন চুই গল😊

  • @anjugogoi3004
    @anjugogoi3004 Рік тому +7

    ভাইটি তুমি মাধৱ হৈয়ে থাকা, নিজৰ অস্তিত্ব জীয়াই ৰাখা, আনক অনুসৰন কৰি নিজৰ অস্তিত্ব ক পাহৰি নাযাবা,অ,,,অনুৰাগী হোৱা, কোনো কথা নাই , সেইবুলি আনৰ ওচৰত ইমানো বিলিন হৈ নাযাবা, যত তুমি নিজে আঘাট পাব লগা হয় ,ভগবানে সকলোকে সৃষ্টি কৰিছে, এটা এটা উদেশ্যে সাৰুগত কৰি, নিজৰ লক্ষত উপনীত হোৱা, আগবাঢ়ি যোৱা।

  • @sadnandabora3844
    @sadnandabora3844 Рік тому +4

    জুবিনৰ কথাৰে বা ভাৱ ধাৰাৰে নকৰি তোমাৰ ইচ্ছাৰে গান শিকি ৰাইজৰ মাজলে ওলোৱা । জুবিন বুলি নহয় মাধৱ বৰা হৈ পৰিচয় লোৱা । দৰ্শকে তোমাক আদৰি লব । জুবিনৰ এটাও ভাষ্য অনুকৰণ নকৰাকৈ থলুৱা সূৰ থলুৱা বাদ্য যন্ত্ৰীৰে তুমি থলুৱা গীত- মাতেৰে এটি টিম প্ৰস্তুত কৰি দৰ্শকৰ মাজলে ওলাই যৱা ।মঞ্চ কৰা । জুবিন হৈ নকৰিবা । মাধৱ হৈ কৰি যোৱা ।দৰ্শকে অনুৰুধ কৰিলে তেতিয়া জুবিনৰ অভিনয় কৰি দেখুৱাবা । তুমি ছচি য়েল মিডীয়াক তোমাক জুবিনৰ সৈত্যে পূনৰ তুলনা কৰিবলে বাধা কৰিবা । কাৰণ বোৰ তুমি সৰু হৈ আছা বাবে নুবুজিবা ।তুমি মাধৱ হৈ জুবিনৰ গান বা কথা কোৱাত আপৰ্তিৰ ঠল নাই ।আৰ্পতি এইটোতহে তুমি জূবিনৰ সাজ সৰ্জাৰ পৰা আতঁৰি নথকাটো ।

  • @prohenjitdoley685
    @prohenjitdoley685 Рік тому +3

    জুবিন দাই মাধবক মৰম কৰিব বুলি ভাবিছিলো বেয়া লাগিছে দেই।

  • @rickybasu9446
    @rickybasu9446 Рік тому +5

    God bless u bro..never look back n never get discouraged,just go ahead n fullfill ur dreams.

  • @Rekhasvlog1515
    @Rekhasvlog1515 Рік тому +3

    তোমি আৰু কাৰু কথা কাণ নিদিবা।😮 তোমি তোমাৰ মতে কৰি থাকা ।😮তোমি এজন মানুহৰে voice উলিয়াই নাথাকিবা।😊তোমি আনৰ voice আৰু acting কৰি দেখোৱা ই দিয়া তোমাৰ সেই talented আছে । 🥰 যদি তোমাৰ কৰিবলৈ মন নাই😊 তেনেহলে তোমি তোমাৰ মতে আগুৱাই যোৱা । তোমাৰ ভবিষ্যত উজ্জ্বল হয় যেন তাৰে কামনা কৰিছো ।🎉❤ God bless you 🙏🙏🙏

  • @bontiborah7476
    @bontiborah7476 Рік тому +13

    ভাইটী তোমাৰ কথা শুনি বৰ দুঃখ লাগিল।তোমাৰ মাত সুৰ জুবিন দাৰ কথা কোৱাৰ ধৰণ একেই গতিকে চেষ্টা কৰা এদিন ডাঙৰ মানুহ হবাই।❤

  • @rajcreation_2m..
    @rajcreation_2m.. Рік тому +7

    God bless you brother 🥰 love from majuli

  • @nipengaming8279
    @nipengaming8279 Рік тому +2

    Zubeen da vl kotha kole beya pai🤣joi zuben da ❤🎉

  • @moibubu7630
    @moibubu7630 Рік тому +3

    Papon is good because he do not insult people like this this kid is so talented i love him who support this like my comment

    • @sangeetadas7727
      @sangeetadas7727 Рік тому +1

      I agree he knows to speak well where to say what to say... he encourages youth.... He's much matured

  • @digantakhataniar7793
    @digantakhataniar7793 Рік тому +5

    ভাইটিৰ কাণত কিবা এটা সোমাই আছে । বাৰে বাৰে কাণ খন খুচি থাকে , ওলাই নাহে । 🙏

  • @clipsmania8266
    @clipsmania8266 Рік тому

    এগৰাকী মাতৃ হিচাপে বৰ দুখ লাগিল তোমাৰ কথাখিনি শুনি । কাৰোবাৰ অৱস্থাৰ বুজ নোলোৱাকৈ হাৰ্টথ্ৰব বুলি পৰিচিত জুবিনে যিকোনো মন্তব্য কৰিব নালাগিছিল । যি কি নহওক এইটো তোমাৰ জীৱনৰ মাথোঁ এটা turning point বুলি ধৰি ল'বা । ভালেই হ'ল দিয়া জুবিনেই অজানিতে চিনাকি কৰাই দিলে অসমৰ ৰাইজক এজন সৎ, সাহসি উদিয়মান ল'ৰা মাধৱ বৰাক । আগুৱাই যোৱা নিজৰ ধৰণে, জীৱনটো তোমাৰ হে । আশীৰ্বাদ কৰিলো

  • @kusheswarbaruah3687
    @kusheswarbaruah3687 3 місяці тому

    তুমি আগবাঢ়ি যোৱা, জুবিনে কলেই তূমি পাগল নহয়,এতিয়া গান পেকতিছ কৰি থকা, God bless you,

  • @Pbv440
    @Pbv440 Рік тому +12

    তুমি আগুৱাই যোৱা জুনিয়ৰ জুবিন ৰাইজে নাম দিছে । তোমাৰ চেষ্টা অব্যাহত ৰাখা। তুমি তোমাৰ নামেৰে উজ্জ্বলাৱা বুলি আশা থাকিল

  • @basisthaacharya6590
    @basisthaacharya6590 Рік тому +3

    অনুকৰণত বাধা নাই, কিন্তু এইটো পঢ়াৰ বয়স। তাতে আকৌ গানৰ চৰ্চাৰ অভাৱ। এতিয়া পঢ়াৰ লগতে গানৰ চৰ্চা কৰিবলৈ আৰম্ভ কৰিব লাগে।

  • @bidishamech1736
    @bidishamech1736 Рік тому +1

    Tumi mon beya nokoriba Bhaiti. zubeen daak ami akom bhakiye bohut bohut val paw. To dadaye teneke kobo nalagisi.sobore protibha ase .khi sesta korisile val pai karone..zubeen da teneke kobo nalagisil

  • @xeujmon2035
    @xeujmon2035 Рік тому +1

    মাধৱ সঁচাকৈ তুমি Mature hoisa, ভালকৈ আমি বুজি পালোঁ। তুমি আগুৱাই যোৱা।

  • @rakeshborah6763
    @rakeshborah6763 Рік тому +19

    Lora 2 mon2 vagi gol ....😢

  • @rimjimnath558
    @rimjimnath558 Рік тому +3

    তুমি আগবাঢ়ি যোৱা ভাইটি।কোনোবাই কিবা কলে আশীৰ্বাদ বুলি ভাবি লবা।নহলে তুমি আগবাঢ়ি যোৱাত বাধা হব পাৰে।কোৱা তোক গুৰুত্ব নিদিবা।তুমি পাৰিলে আশীৰ্বাদ বিচৰা।

    • @rinabordoloineog1618
      @rinabordoloineog1618 Рік тому

      মাধৱ তুমি আগবাঢ়ি যোৱা ,থমকি নৰবা ভগৱানে তোমাক সহায় কৰিব

  • @gargidevi3119
    @gargidevi3119 8 місяців тому +3

    বাবু তুমি দুখ নকৰিবা নিজৰ সাহখত আগুৱাই যোৱা ❤❤❤

  • @zuro1111
    @zuro1111 Рік тому +2

    Jubin da apuni Alp ahankari.pried is the feel

  • @debashissengupta9556
    @debashissengupta9556 Рік тому +3

    শুভেচ্ছা থাকিল, God bless you

  • @nilimadasdas9694
    @nilimadasdas9694 Рік тому +5

    ইমানকৈ দুখ দিব নালাগিছিল ৷ আমি তোমাক বেয়া নাপাওঁ দেই

  • @rubiborah3436
    @rubiborah3436 Рік тому +1

    তুমি আগ বাঢ়ি যোৱা মাধৱ।গান গোৱা ত বা সুৰ দিয়াত কোনো কথা নাই।তুমি গানৰ সুৰ ভূপেন হাজৰিকা,পাপন,জুবিন,সকলোৰে গানৰ সুৰ কৰিব পাৰা।তোমাক পাগল বুলি কলে বুলি তুমি পাগল হৈ নোযোৱা তুমি যেতিয়া জুবিন দাদাক বহুত ভাল পোৱা,দাদাই হে কৈছে বুলি ধৰি লবা।তোমাৰ ইচ্ছা পূৰণ কৰা, আগুৱাই যোৱা লগতে পঢ়িও থাকা।মন বেয়া nokoriba, ভগৱানে তোমাক সহায় কৰিব।❤❤❤❤❤

  • @Tour_Razeev
    @Tour_Razeev Рік тому +1

    Aree bhai keep it up..
    Love u so much
    We are with you Brother..

  • @ratulray5810
    @ratulray5810 Рік тому +7

    Bohut beya lagil huni aguwai jowa tumi

  • @abhijitbarman7953
    @abhijitbarman7953 Рік тому +14

    পাগল বুলি নাই কোৱা।।হবা বুলি হে কৈছে, তেনেকে থাকিলে।। একো নাই ভাই দুখ নকৰিবা❤️

  • @BappaMusic7581
    @BappaMusic7581 3 місяці тому

    তুমি অকল জুবিনকে নহয় সকলো মানুহকে ভাল পাবলৈ শিকা । তুমি ভাল গীত গোৱা, মাধব বৰা হৈ।

  • @minatigoswami1535
    @minatigoswami1535 3 місяці тому

    ভগৱানে তোমাক সহায় কৰিব! তুমি পৰমপিতা ৰ ওচৰত ভৰসা ৰাখা, জীৱনত বহুত উন্নতি কৰিব পাৰিবা। এয়া অপমান নহয়, তৃতীয় চক্ষু দান পাইছা।

  • @amarbaishya3679
    @amarbaishya3679 Рік тому +3

    News চেনেল বিলাকে আৰু কাম নাই অসম খন শেষ কৰি পেলালে এইটো এটা politics হয় জুবিন গাৰ্গ বিৰুদ্ধে চলোৱা খৰজন্ত নিউজ লাইভ চেনেলৰ , অসমৰ মানুহ বুৰ্বক চেনেল বিলাকে মানুহে চব গম পায় , জনমণি ৰাভাৰ কেছ টো কি হল

  • @LOCAL_fanda
    @LOCAL_fanda Рік тому +4

    Jubeen r lvl hoisey 😂 eman horu loratuk anekoi kbo nelagisil , lukr talent r uprt anekoi kbo napai dey ,

  • @mainamaina2808
    @mainamaina2808 Рік тому +1

    সৰু পৰা ডাঙৰ হয়
    জুবিনে কথা খাৰ মনত ৰখা ভাল ,,,
    তুমাৰ উজ্জল ভবিষ্যত কামনা কৰিলো

  • @rupjyotigogoi3896
    @rupjyotigogoi3896 Рік тому +1

    জুবিন গাৰ্গৰ দৰে কৰিলেই জুবিন নোহোৱা কথাটো সঁচা ,কিন্তু তোমাৰ এটা সুন্দৰ মন আছে তুমি সফল হব পাৰিবা অনুশীলন কৰা আগুৱাই যোৱা ,এদিন নিছয় সফল হব পাৰিবা

    • @rupaliborthakur1930
      @rupaliborthakur1930 Рік тому

      Zubeen nu kun? Down to earth bhal bhal artist bur dekhile zubeen r kotha botorat laaz he laage..

  • @dr.pradipkumarsaikia6748
    @dr.pradipkumarsaikia6748 Рік тому +26

    Establish yourself on your own NAME. God bless you.

  • @parishmitachoudhury930
    @parishmitachoudhury930 Рік тому +19

    Zubeen daai kotha tu thikei koise kintu Zubeen daai tak mati jodi val koi bujai dile hoi hoitu hi iman dukh napale hoi...

    • @bhargabd5656
      @bhargabd5656 Рік тому +1

      Guardian k personally koleu hol heten imn dangor kam kora nasil aneke kobo karone

  • @tridipdoley5902
    @tridipdoley5902 Рік тому +47

    Zubeen Dai positive sense t koise so tumiu positively loba❤️🤞 !

    • @nipambarman3221
      @nipambarman3221 Рік тому +9

      Ghenta positive sense etu pagol zubeen da hei lora tu thike ase

    • @nktechassam
      @nktechassam Рік тому

      Positive kuwa buli tuk jonaise nki Zubeen da a call kori. Kela kotha kobo ahisa. Eman a Zubeen vokto dekhuwaisa

    • @KRISHAFARMHOUSE
      @KRISHAFARMHOUSE Рік тому +5

      Ki positive kole nu.?..Jubine gakhir kola buli kole gakhir kola hoi jabo neki...?

    • @air33-ias53
      @air33-ias53 Рік тому +5

      জুবিনে মাধৱৰ পৰা কথা কবলৈ শিকিব লাগে।

    • @toxicscott5150
      @toxicscott5150 Рік тому +3

      Positive sensot kotha kua ata khur ase. Mnhuok teneke kotha nokoi. Jubino ohongkar hoise

  • @susantaphukan9990
    @susantaphukan9990 Рік тому +1

    তুমি আগবাঢ়ি যোৱা। ভগৱান তোমাৰ সহায় হ'ব।