TIME8ৰ ষ্টুডিঅ'ত এপাহি বোকাৰ পদুম

Поділитися
Вставка
  • Опубліковано 2 лют 2025

КОМЕНТАРІ • 3,3 тис.

  • @sanjibboramusical
    @sanjibboramusical 3 роки тому +4590

    ধন্যবাদ time8 আপোনালোকৰ এই সহায় সহযোগীতা মোৰ বাবে সদায় স্মৰণীয় হৈ ৰব। সমূহ অসমবাসীৰ মৰম আশীৰ্বাদ আপোনালোকৰ যোগেদি মোক প্ৰেৰণ কৰাৰ বাবে অশেষ ধন্যবাদ । মোক এনেদৰে অনাগত দিনবোৰত আপোনা লোকৰ মৰম আশীৰ্বাদ দি যাব বুলি আশা ৰাসিলো। ধন্যবাদ 🙏🏻

  • @Pranjal8486
    @Pranjal8486 3 роки тому +85

    কবলৈ ভাষা নাই ইমান সুন্দৰ কণ্ঠ(সাইলাখ জুবিন ককাইৰ দৰে)আগবাঢ়ি যোৱা শুভেচ্ছা থাকিল ।

  • @rinkumili2957
    @rinkumili2957 3 роки тому +99

    সুন্দৰ গাইছে ,জুবিনৰ কন্ঠ যেন লগা হৈছে। ভৱিষ্যত উজ্বল কামনা কৰিলো ❤️❤️❤️❤️❤️

  • @adyutborpatragohain6839
    @adyutborpatragohain6839 3 роки тому +24

    Outstanding वेता। কি আচৰিত! কবলৈ ভাষা নাই। জুবিন গাৰ্গে সচাকৈ তোমাক লগ কৰিব। মাথোঁ তেওঁ গম পালেই হ'ল। May God bless you.

  • @phulenchoudhuryoudhury7797
    @phulenchoudhuryoudhury7797 3 роки тому +52

    সাইলাখ জুবিন দাৰ কন্ঠ..... বহুত সুন্দৰ প্ৰতিভা.... জুবিন দাই এওঁক নিশ্চয় লগ কৰাৰ সুবিধা দিব আৰু মোৰ বিশ্বাস জুবিন দাই এওঁক মঞ্চত একেলগে গান গোৱাৰ সুবিধা দিব।এওঁৰ উজ্বল ভৱিষ্যত কামনা কৰিলো...

  • @divyagogoi7715
    @divyagogoi7715 3 роки тому +47

    সঁচাকৈয়ে তোমাৰ কণ্ঠ অপূৰ্ব। অবিকল জুবিন দাৰ কণ্ঠ দৰে কেনেকৈ সম্ভৱ, বিস্ময়কৰ। সফলতাৰে আগুৱাই যোৱা বহু দূৰলৈ। শিল্পসকলে তোমাক যেন সহায় সহযোগিতাৰে আগবঢ়োৱাই নিয়ে....

  • @yz3637
    @yz3637 3 роки тому +168

    ইমান সুন্দৰ কণ্ঠ ...সাইলাখ জুবিন দা ৰ নিচিনা... আগোৱাই যোৱা সদায় 👍

  • @bhabitakalita3588
    @bhabitakalita3588 3 роки тому +224

    জুবিন দা আমাৰ গৌৰৱ আৰু আমাৰ গৌৰৱ দুগুণ বাঢ়ক আমাক এনেকুৱা জুবিন হাজাৰ জন লাগে যাতে অসমৰ গৌৰৱ বেছি হয়। আৰু লৰাজনক যাতে কোনেও আওকাণ নকৰে। জুবিন জুবিনে হৈ থাকিব মাত্ৰ হাজাৰ জন জুবিন গাৰ্গৰ সৃষ্টি হ‌ওক🙏🙏

  • @Viral-world-99
    @Viral-world-99 3 роки тому +98

    কত আছিলি এ ভাই তই। ইমান ধুনীয়া tune থকাৰ পৰতো তোমাৰ অলপো অহংকাৰ নাই নে ??
    God bless u yaar

  • @digantadewri6559
    @digantadewri6559 3 роки тому +177

    সুন্দৰ কন্ঠ দেই একেবাৰে জুুবিন দাৰ কন্ঠ লগত একেই ৷৷ শিল্পী সমাজক অনুৰোধ কৰিছো এনে নবিন শিল্পী সকলক সমাজৰ আগশাৰীত আগবঢ়াই নিবলৈ সহায় কৰে যেন এয়ে মোৰ অনুৰোধ থাকিল ৷

  • @dipakdutta2946
    @dipakdutta2946 3 роки тому +50

    হিয়া মন চুই যোৱা জুবিনদাৰ দৰে তোমাৰ সুন্দৰ কণ্ঠ এয়া তোমাৰ ভগৱানৰ অৱদান তুমি আগুৱাই যোৱা থমকি নৰবা । মোৰ বিশ্বাস তুমি সফল হবা, তোমাৰ দৰে আৰু জুবিনদা জন্ম হওক। তুমি সদায় এনেদৰে জুবিনদাক গুৰু বুলি মানিবা তেতিয়া সফল হবায়ে।

  • @harenbarman4733
    @harenbarman4733 3 роки тому +7

    অভিনন্দন অভিনন্দন অভিনন্দন । সাইলাখ জুবিনৰ গীত শুনিবলৈ পাই আচৰিত আৰু আনন্দিত ।

  • @puspanjalichakravarty7172
    @puspanjalichakravarty7172 3 роки тому +191

    সচাঁকে গাৰ নোম শিয়ৰি উঠা এক কণ্ঠ, তোমাৰ কণ্ঠত আই সৰস্বতী বাহ লওঁক 😘😊

  • @palashdeka5393
    @palashdeka5393 3 роки тому +128

    সঞ্জীৱ বৰাৰ এটা কথা ভাল লাগিল শুনি - তেওঁ জুবিন গাৰ্গ হ'ব নিবিছাৰে । সুন্দৰ কথা । সঞ্জীৱ বৰা, সঞ্জীৱ বৰা হৈ গীত পৰিৱেশন কৰক । উজ্বল ভৱিষ্যৎ কামনা কৰিলো

  • @rumibarman8007
    @rumibarman8007 2 роки тому +11

    সুন্দৰ কণ্ঠ।চকু মুদি শুনিলে জুবিন গাৰ্গ যেনেই লাগে। আগবাঢ়ি যোৱা শুভেচ্ছা ও মৰম আশীৰ্বাদ থাকিল।

  • @promudgogoi2333
    @promudgogoi2333 3 роки тому +112

    সুন্দৰ সুন্দৰ অতি সুন্দৰ ক'বলৈ আৰু ভাষা নাই তুমি আৰু আগুৱাই যোৱা তাৰে কামনা 👍👍

  • @anarulrock8396
    @anarulrock8396 3 роки тому +427

    সচাকৈ বহুত ধুনীয়া গীত গাই বহুত মধুৰ সুৰ ভাইটি তুমি বহুত আগলৈ যোৱা তাকে দোৱা কৰো 💗💗

    • @pallabisarma270
      @pallabisarma270 3 роки тому +5

      ua-cam.com/video/8Q-IRLNPCu4/v-deo.html

    • @jadulbania958
      @jadulbania958 3 роки тому +3

      Bahut dhuniya kantha. Tomaloy utjol vabissat kamana thakil

    • @hankhaborah7357
      @hankhaborah7357 3 роки тому +2

      God bless you.

    • @dhanadatalukdar1835
      @dhanadatalukdar1835 3 роки тому +1

      xosake bhati tumi jubin dr tole tole ,bohut dhuniya kantho tumr aashirbad korisu tumi aaguwai juwa 👍👍👍

    • @dipaksaikia9361
      @dipaksaikia9361 3 роки тому +1

      ময়ো গাব বিচাৰোঁ গান এটা

  • @MousumiKumar
    @MousumiKumar 3 роки тому +15

    সচাই জুবিন দা ৰ দৰে একেই কণ্ঠ 🤩আগুৱাই যোৱা।

  • @rodalikashyap8538
    @rodalikashyap8538 3 роки тому +44

    বৰ সুন্দৰ কন্ঠৰ গৰাকী তুমি জুবিন দাৰ সৈতে কন্ঠ মিল আছে। আগলৈ এনেকৈয়ে আগুৱাই যোৱা ভগৱান সহায় হওঁক তোমাৰ।

  • @Jiyan882
    @Jiyan882 3 роки тому +167

    নিশ্চয় জুবিন দাই তোমাক লগ কৰিব ।। তুমি এদিন নিশ্চয় ভাল গায়ক হবা বুলি আশা থাকিল ❤️❤️❤️👌👌

    • @punyasaikia2574
      @punyasaikia2574 3 роки тому +2

      সুন্দৰ তোমাৰ কনঠ তুমি আগবাঢ়ি যোৱা

  • @Harsha_Nishit_Official
    @Harsha_Nishit_Official 3 роки тому +39

    দাদা, তুমি ইমান ধুনীয়া গাইছা 🔥🔥🔥🔥🔥🔥🔥🔥🔥
    Time8 য়ে তোমাক এইখিনি সুবিধা আৰু আগবাঢ়ি যাবলৈ সাহস দিয়াৰ বাবে বহুত ধন্যবাদ 🙏

  • @আপেক্ষিক
    @আপেক্ষিক 3 роки тому +61

    সঞ্জীৱে ডিজাৰ্ভ কৰে ৷ শুভকামনা তেখেতলৈ ৷ জুবিন দাক এনেকৈ অনুকৰণ কৰাতো তেখেতৰ এক বিশেষ গুণ

  • @pallabiborah536
    @pallabiborah536 3 роки тому +155

    হৃয়স্পৰ্শী কণ্ঠ। আগুৱাই যোৱ , সুন্দৰ আৰু নিভাজ সুৰ শুনিবলৈ পালো।

  • @welcometotechx9009
    @welcometotechx9009 3 роки тому +13

    🔥❤️👍😊 মা-দেউতাৰ আশীৰ্বাদ সাদায় তোমাৰ লগত থাকিব আগলৈ আগবাঢ়ি যোৱা চেষ্টা কৰা। শুনি ভাল লাগিল

  • @hindivlogs9693
    @hindivlogs9693 3 роки тому +109

    সচাই জুবিন দা যেন লাগিছে আগুৱাই যোৱা তুমি ❤️ মৰিগাঁও পৰা গৌৰৱ অনুভৱ কৰিছো । তোমাৰ ঘৰৰ পৰা আমাৰ ঘৰ বেছি দুৰ নহয় কেতিয়াবা লগ পাম জয় আই অসম 💞💞

  • @mousumihandique1710
    @mousumihandique1710 3 роки тому +84

    ইমান ধুনীয়া কণ্ঠ। আগবাঢ়ি যোৱা এনেদৰে উন্নতি পথেৰে ❤️❤️💞

  • @ProbhatHazarika-eg3dg
    @ProbhatHazarika-eg3dg 5 місяців тому

    Nice beautiful ❤❤❤❤bohut val lagile

  • @papuburagohain4330
    @papuburagohain4330 3 роки тому +35

    চকুমুদি শুনিলে সঁচাই জুবিন দা
    তুমি আগবাহি যোৱা ভাই আৰ্শীবাদ কৰিছো ভগবানৰ ওচৰত 🙏🙏

  • @kalpanasonowal7120
    @kalpanasonowal7120 3 роки тому +44

    উফ!! শুনিলেই শুনি থাকিব মন যায় এনেকুৱা কন্ঠ বোৰ

  • @nehabegum7192
    @nehabegum7192 3 роки тому +29

    দাদা তুমি ইমান ধুনীয়া কৈ গান গাব জানা তুমালৈ বহুত ধন্যবাদ জাচিলো আরু মই যে এজনি ছিংগার হব পারো মোক আশীর্বাদ দিয়া সকলোয়ে please thank you

  • @banditakumari764
    @banditakumari764 3 роки тому +48

    সচাকৈ বহু ধুনীয়া প্ৰতিভা💗 জুবিন দাৰ ময়ো এগৰাকী অনুৰাগী 🙌 তুমি আৰু বহু দূৰ আগুৱাই যোৱা তাকেই কামনা কৰিলো🥰

  • @monalishadutta5860
    @monalishadutta5860 3 роки тому +11

    OMG. Ki asorit Hubohu Zubeen r voice. TIME 8 Thankx Anakua prothivaban lukok Bisari onar baba. God bless u. Tumi aguai jua.

  • @parbatinayak7359
    @parbatinayak7359 3 роки тому

    God bless you sonjiv bora ...aguayi jua akhirbad korisu pray korisu vogwanr usorot tumr hokolu mnokamona purno hoble

  • @prasantasaikia5278
    @prasantasaikia5278 3 роки тому +31

    উজ্বল ভৱিষ্যতৰ দিশে আগবাঢ়ি যোৱা তাৰে কামনা জনালো। ছেকেণ্ড জুবিন দা ❤️🤗

  • @amarjitsandilya1236
    @amarjitsandilya1236 3 роки тому +115

    প্রিয় ভাইটি... তুমি জুবিন ক গুৰু হিচাবে মনা টু খুব ভাল কথা। কিন্তু তুমি তোমাৰ নিজৰ কন্ঠ তোক সঞ্জীৱ বৰাৰ কণ্ঠ হিচাবে প্ৰতিষ্ঠা কৰিব লাগিব।

    • @bhabitakalita3588
      @bhabitakalita3588 3 роки тому +15

      তেওঁৰ যিটো Voice সেইটোৱেই ওলাব। কোনোৱে কাকো Copy কৰি কাৰো দৰে হ'ব নোৱাৰে। কথাটো হ'ল জুবিন দাৰ দৰে প্ৰতিভা অসমত যিমানে ওলাব আমাৰ বাবেই গৌৰৱ। অসমক আৰু হাজাৰ জন জুবিন লাগে।

    • @uttamboruah9249
      @uttamboruah9249 3 роки тому +2

      তুমি অকল জুবিনক অনুকৰণ কৰা।

  • @mattudad8963
    @mattudad8963 Рік тому +1

    Tumar voice tu xsakoi khai lakh Zubeen daa r nisinai ....God blessed u tumi aru uthi juwa Zubeen daa r gaan gai ...kintu amar Zubeen daa t koi khali besi uporote uthi najaba Zubeen daa k khodai Spacial Zubeen daae hoi thakib dia aru Zubeen daak khali tumi Tumr Guru buli mani lba ....👍👍❤️❤️❤️

  • @bituponmoranaxom6626
    @bituponmoranaxom6626 3 роки тому +38

    সচাকৈ কবলৈ ভাষা নাই ইমান সূমধূৰ কণ্ঠ।তুমাৰ প্ৰতিভা সচাই অতুলনীয়।আমাৰ আৰ্শীবাদ পলাই তোমাৰ লগত থাকিব।তুমাৰ সংগীতৰ যাত্ৰা সফল হওক আৰু আগুয়াই যোৱা তাৰেই কামনা কৰিলো।

  • @ritashree
    @ritashree 3 роки тому +43

    অন্তৰ চুই গৈছে সচা জুবিন দা নিচিনা ❤️🥺‌আগুৱাই যোৱা 🥺❤️

  • @bobybora146
    @bobybora146 3 роки тому

    Bahut val hoise aguai jua Tumi 👍👍👍

  • @rajiplx6428
    @rajiplx6428 3 роки тому +99

    এই বিলাক ক্ষেত্ৰত time8 ক বহুত ভাল পাওঁ love from নলবাৰী 💓

  • @rijuhazarika6046
    @rijuhazarika6046 3 роки тому +28

    তোমাৰ ভাল হওক,জীৱন যুঁজত অৱতীৰ্ণ হ'বলৈ ভগৱন্তই তোমাক শক্তি দিয়ক।

  • @NabanitaBez
    @NabanitaBez Рік тому

    ❤❤bor dhuniya huni thakile huni thakib mon Jai aguwai juwa

  • @sahinalomcr7803
    @sahinalomcr7803 3 роки тому +52

    অতি সুন্দৰ কন্ঠ।তুমি আগুৱাই যোৱা।

  • @anganaborah2869
    @anganaborah2869 3 роки тому +50

    ইমান একেই মাত কেনেকে থাকিব পাৰে!❤️
    বহুত শুভেচ্ছা থাকিল আপোনালৈ।

  • @bhaitypegu2523
    @bhaitypegu2523 2 роки тому

    Asai Bohut bhal lagise sanjib God bless you

  • @Mamon51
    @Mamon51 3 роки тому +20

    নতুন প্ৰজন্মত লাগে এজন জুবিনদাৰ দৰে গায়ক All the best sanjib dada ❣️❣️👍👍👍

  • @AssamKrishiTV
    @AssamKrishiTV 3 роки тому +115

    কষ্ট কৰিলেহে কষ্টৰ ফল পোৱা যায়

  • @himashreeborahgogoi7772
    @himashreeborahgogoi7772 3 роки тому

    ধুনীয়া কন্ঠ এনেকৈ আগুৱাই যোৱা

  • @sukanyadas8642
    @sukanyadas8642 3 роки тому +39

    কি কম আৰু ভাষা নাই দাদা তুমি সফল হোৱা .তোমাৰ সপোন বোৰ পূৰন হওক .মায়া মায়া অপূব পৰশেৰে ......😊😊

  • @digantakalita986
    @digantakalita986 3 роки тому +27

    অতি সুন্দৰ প্ৰদৰ্শন,বহুত ভাল লাগিছে

  • @minasarmah2434
    @minasarmah2434 3 роки тому

    Bohut xundor aguai jua👌❤️

  • @gitamonihazarika5059
    @gitamonihazarika5059 3 роки тому +10

    সঁচাই বহুত ধন্যবাদ জনাইছো time 8news senel k .eman Sundar Sur bohut aag bahi jua bhàite

  • @kanghonrongchihonpi7194
    @kanghonrongchihonpi7194 3 роки тому +49

    আমাৰ মৰিগাঁও লৰা । নিজকে বহুত গৌৰৱ অনুভব কৰিছো। এনে এটা দিন আহক যাতে তোমাক চাবলৈ আৰু তোমাৰ গান শুনিবলৈ অসংখ্যক মানুহৰ সমাগম হওক তাৰে কামনা কৰিছো।

  • @rupamsaikia5350
    @rupamsaikia5350 3 роки тому +38

    সুন্দৰ কণ্ঠ অধিকাৰী তুমি, তোমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ ।

  • @rahulnath3234
    @rahulnath3234 3 роки тому +32

    লৰা জনৰ প্ৰতিভাক সন্মান জনাইছো ।। আগুৱাই যোৱা ভাইটি । প্ৰতিভাৰ ক্ষেত্ৰত লৰা জনৰ ঘৰ খনৰ অৱস্থাক আনৰ আগত উপস্থাপন কৰাটো হে বুজি নাপালোঁ মহাশয়।। তেখেতৰ প্ৰতিভাই এদিন জগত জিনক তাৰে কামনাৰে আৰু অলেখ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ। তেখেতেৰ আর্থিক অৱস্থাই তেখেতৰ প্ৰতিভাক কোনো ক্ষেত্ৰতে বাধা হিচাপে দেখা নিদিব বুলি ভবা হয়।

  • @tribenisangam1803
    @tribenisangam1803 3 роки тому

    উফ গাৰ নোম শিয়ঁৰি উঠিল। হুবহু জুবিন দা।

  • @hc2.0
    @hc2.0 3 роки тому +71

    Without autotune..it's real voice..hi's are legend ❣️❣️❣️

  • @ritumonithengal2502
    @ritumonithengal2502 3 роки тому +34

    তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ সঞ্জীৱ দা 💕❤

  • @kukildas2860
    @kukildas2860 3 роки тому

    Ahh.... Mur khub valo lage ai niyorore ful apah horil apah fulil....... 👍👍👍👍dhunia kontho.

  • @queenmonigogoi1030
    @queenmonigogoi1030 3 роки тому +35

    আগবাঢ়ি যোৱা বেটা । বহুত মৰম যাচিছো তোমালৈ।

    • @runukulu2994
      @runukulu2994 3 роки тому

      Tumar hur tumar mat khub val khub hundor hoise aru tumi aguai jua take kamona koru your life so very beauty full very good thanku so much

  • @bimalbiswas4029
    @bimalbiswas4029 3 роки тому +13

    ভাল লাগিল গীত বোৰ শুনি সুন্দৰ voice আৰু আগুৱাই যোৱা।

  • @ashmabegumvlog4728
    @ashmabegumvlog4728 3 роки тому

    Val lagile sanjib khoday anekoy aguay juwa tere kamona korilu

  • @priyatamrabha27
    @priyatamrabha27 3 роки тому +17

    🥰🥰আশাকৰোঁ.. আমাৰ মানৱ ৰূপী ভগৱান জুবিন দাই নিশ্চয় তোমাক লগ কৰিব ।।🥰🥰

  • @hiteshbaba4780
    @hiteshbaba4780 3 роки тому +13

    জুবিন। দাদা অলপ সহায় কৰক আমাৰ অসমীয়া প্ৰতিভা লোকায়া আছে সকলো সহায় কৰিবলৈ আৰু তাম8 ধন্যবাদ

  • @barnalikalita6819
    @barnalikalita6819 3 роки тому +2

    সুন্দৰ কনঠ আগবাঢ়ি যোৱা

  • @sagarika776
    @sagarika776 3 роки тому +13

    ভগৱানে এটা শুৱলা কন্ঠ দিছে। গতিকে ভালদৰে গানৰ চৰ্চা কৰি এজন ভাল গায়ক হোৱা। তুমি কেৱল তুমি হোৱা।

  • @abhijitbaro.546
    @abhijitbaro.546 3 роки тому +105

    জুবিন দাক হেৰুৱাবলৈ মন নাছিল 😭😭 হয়টো তেওঁৰ পিছত এইজন দাদাই আমাৰ কাৰণে জুবিন দা হৈ ৰʼব🙏🙏

  • @sanjaygowala1598
    @sanjaygowala1598 3 роки тому

    Aa bohut val lagise jate aagoloi aaguyai jabo paribo nice cantho

  • @afazulhoque4032
    @afazulhoque4032 3 роки тому +226

    বহুত সুন্দৰ কণ্ঠ। ভৱিষ্যত উজ্বল কামনা কৰিলো। মাত্ৰ সাধনা আৰু মনোবল নেহেৰুৱাবা। নিশ্চয় এদিন ইয়াৰ উচিত ফল পাবা।

  • @sikhamonigogoi1209
    @sikhamonigogoi1209 3 роки тому +23

    হৃদয়স্পৰ্শী কণ্ঠ দাদা আগুৱাই যাওঁক আপোনি❤💚

  • @umeshchetiya1340
    @umeshchetiya1340 3 роки тому

    Very nice voice,,,,99% zubin,,Aguai jua vaity

  • @Alishakhan-jt7ms
    @Alishakhan-jt7ms 3 роки тому +20

    time 8 ক বহুত বহুত ধন্যবাদ 🙏🙏 তেওঁ বহুত আগুৱাই যাক ❤

  • @dhanjyotigogoi88
    @dhanjyotigogoi88 3 роки тому +18

    Congratulations,,,
    তুমি অতি সুন্দৰ কণ্ঠৰ অধিকাৰী,,
    তুমি আগোয়াই যোৱা আশা ৰাখিলোঁ।
    ডিব্ৰুগড়ৰ পৰা,,

  • @himangshudas3037
    @himangshudas3037 3 роки тому +4

    Unbelievable bro....... Jubin da please support this talent so that he can go many many miles in the musical world.....

  • @suman-y3s7t
    @suman-y3s7t 3 роки тому +13

    তোমাৰ লগত অসমীয়া সদায় আছে তুমি আগুৱাই যোৱা দুখীয়া কোনো দিন হেঙাৰ হব নোৱাৰে ।

  • @sikhadas9062
    @sikhadas9062 3 роки тому +17

    দাদা তোমাৰ মাতটো বহুত বহুত ধুনীয়া ...তোমাৰ গান বোৰ শুনি বহুত বেছি ভাল লাগিল....তুমি আগুৱাই যোৱা

  • @ankuradhikari2732
    @ankuradhikari2732 3 роки тому

    Xosai bohut dhuniya voice

  • @akproduction5255
    @akproduction5255 3 роки тому +17

    এনেকৈ জুবিন দাৰ
    গীতবোৰ গাই যাবা।জুবিন দাৰ
    গীত শুনোৱা বাবে ধন্যবাদ।

  • @Jansuraajassam
    @Jansuraajassam 3 роки тому +4

    I am a huge fan of Zubeen Da ... মই জুবিন দাৰ গান বোৰ বহুত Deeply শুনি থাকো... সচাঁকে মই এতিয়াও বিশ্বাস কৰিব পৰা নাই যে এয়া জুবিন দাৰ কণ্ঠ নহয় বুলি.. 😳 98.99 শতাংশই মিল আছে! কেতিয়া বা যদি কোনো producer'ৰে কম বাজেটত Zubeen দা'ক বিচাৰে তেন্তে এই জনক ল'লেই হল আৰু 😜 ... Go ahead .. May Allah bless you bro... and lot's of love to you ❤

  • @simantasaud8996
    @simantasaud8996 3 роки тому

    Bohut bohut dhoinobad sanjib. Tumi aguwai juwa

  • @inamulhoquechowdhury9672
    @inamulhoquechowdhury9672 3 роки тому +11

    সুন্দৰ কণ্ঠ,আৰু আগুৱাই যোৱা তাকে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।

  • @MohammadImtiyaz86
    @MohammadImtiyaz86 3 роки тому +11

    ইমান দিন জুবিন দাৰ মিমিক্ৰি শুনিছোঁ। আজি হুবহোঁ জুবিন দাৰ মতেৰে গান শুনিছোঁ। মোৰ কোনো ভাষা নাই কি বুলি comment কৰিম। ভাই তুমি বহুত বহুত আগুৱাই যোৱা তাৰে কামনা কৰিলোঁ। লাভ ইউ জুবিন দা❤️❤️❤️
    জুবিন দা মই তেতিয়াৰ পৰাই তোমাৰ পাগল যেতিয়া গান কি বুজি পোৱা নাছিলোঁ। যেতিয়া গানৰ ভাষা বুজি পোৱা নাছিলোঁ। কিন্তু তোমাৰ দৰদি কণ্ঠই মোক শীতল কৰিছিলোঁ প্ৰাণ বুকু। বহু বছৰ জীয়া থকা তুমি মৰমৰ জুবিন দা।

  • @jahnabibhuyan7839
    @jahnabibhuyan7839 3 роки тому

    Best of luck...aru aguwai juwa...vogobane kushole rakhok

  • @dulumonikonwar1489
    @dulumonikonwar1489 3 роки тому +30

    সুন্দৰ কন্ঠস্বৰ। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আগুৱাই যোৱা তোমাৰ লক্ষ্যৰ পথত। ভগৱানৰ আৰ্শীবাদ আৰু আমাৰ মৰম ও শুভেচ্ছা সদায় আছে তোমাৰ বাবে।

  • @MRNAYAN66
    @MRNAYAN66 3 роки тому +11

    মৰিগাঁওৰ হিচাপে গৌৰৱ কৰিছো ।আগবাঢ়ি যোৱা দা দা তাকে কামনা কৰিলো।

  • @rjsaikia718
    @rjsaikia718 3 роки тому +1

    সঁচাই জুবিন দাৰ আন এটা ৰূপ তুমি আগুৱাই যোৱা দাদা❤️❤️❤️

  • @arnbvlog4985
    @arnbvlog4985 3 роки тому +27

    বৰ সুন্দৰ অ..আগুৱাই যোৱা তাৰে কামনা..

  • @Nirmalkumarray2000
    @Nirmalkumarray2000 3 роки тому +43

    আচৰিত ঘটনা,,,ম ই প্ৰতিটো গানেই চকু মুদি শুনিলো।সাইলাখ জুবিন দাৰ মাত।😱😱😱😱😱😱

  • @barnaliborahmazumder5953
    @barnaliborahmazumder5953 3 роки тому +4

    God bless you brother
    আগবাঢ়ি যোৱা তোমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো।।

  • @alukjyotitipsvlog497
    @alukjyotitipsvlog497 3 роки тому +9

    বহুত সুন্দৰ দাদা,হিদয় জিনিলা দাদা। উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ,জয় আই অসম 🇮🇳✊🇮🇳✊...

  • @devikagogoi2898
    @devikagogoi2898 3 роки тому +7

    ধন্যবাদ এনেকুৱা অনুষ্ঠান পৰিবেশন কৰিব বহুত ভাল লাগিল । কেতিয়াবা Time 8ৰ কিছুমান বাতৰিত একেটা কথাকে বহুত বাৰ কয় ।

  • @ganeshelectricianelectrici4724
    @ganeshelectricianelectrici4724 3 роки тому +2

    অতি সুন্দৰ গীত বহুত ভাল লগা👌💞👌👍

  • @promudgogoi2333
    @promudgogoi2333 3 роки тому +127

    আপোনালোকে আকৌ এবাৰ অলপ দিঘলীয়া কৈ প্ৰগ্ৰেম টো ল'ব চোন সঞ্জীৱ বড়া🙏

  • @Allinone-oc1qk
    @Allinone-oc1qk 3 роки тому +10

    বৰ সুন্দৰ কণ্ঠ। আৰু বহুদূৰ আগুৱাই যোৱা,,, অলেখ হিয়াভৰা শুভকামনা যাচিলোঁ।

  • @Binoy120
    @Binoy120 3 роки тому

    বহুত ভাল কাম কৰিছে৷তাক উলিয়াই অনাৰ বাবে

  • @sanjoypegu2239
    @sanjoypegu2239 3 роки тому +16

    তোমাৰ কন্ঠ আৰু জুবিনৰ কন্ঠ সচাকৈ একে । তোমাৰ পৰা ভবিষ্যতে গীত শুনিবলৈ পাম বুলি আশা কৰিলো । আগুৱাই যোৱা ।

  • @mydream5245
    @mydream5245 3 роки тому +14

    ইমান সুমধুৰ কন্ঠ, সঁচাই বহুত ভাল লাগিল। তুমি আগুৱাই যোৱা 💖💞💞🥰

  • @mausumibarman302
    @mausumibarman302 3 роки тому

    Mojjah hoise de dada ... Aguwai jowa pariba tumi 🙏🙏

  • @anuragoinitam1491
    @anuragoinitam1491 3 роки тому +10

    Absolutely Amazing voice, উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।

  • @sabitaojah7925
    @sabitaojah7925 3 роки тому +14

    Same tu Zubeen voice....Tumi aguwai juwa bhaiti ..best of luck 👍👍❤️❤️❤️