Surjya Jodi Satya Hoi (সূৰ্য যদি সত্য হয়) | Jayanta Nath | Sandhya Devi

Поділитися
Вставка
  • Опубліковано 6 лип 2023
  • In loving memory of Dr. Prabali Sharma Bezbaruah
    Title - Surjya Jodi Satya Hoi
    Singer - Jayanta Nath
    Lyrics & Composition - Sandhya Devi
    Music - Sanjay Hazarika
    Mix & Mastering - Sankar J Baruah, Studio Harmonics
    Video - ‪@jilient‬
    #JayantaNath
    Follow Jayanta Nath
    Website - www.jayantanath.in
    Facebook - / imjayantanath
    Instagram - / imjayantanath
    Twitter - / imjayantanath

КОМЕНТАРІ • 15

  • @uttamkumarroy2583
    @uttamkumarroy2583 Місяць тому

    কথা,সুৰ আৰু কন্ঠ‌ই হৃদয় স্পৰ্শ কৰি গ'ল।🙏❤️

  • @runalidutta4964
    @runalidutta4964 Рік тому

    পোৱাতকৈও বিলাই দিয়াত জীৱন হয় পূৰ্ণ।
    সচাকৈয়ে হৃদয় স্পৰ্শী গীত। অলেখ অভিনন্দন 🙏🙏🙏

  • @ipsitasarmah6488
    @ipsitasarmah6488 Рік тому

    জীৱনৰ সত্য ! খুব ভাল লাগিল।গীতৰ কথা-সুৰ আৰু কণ্ঠৰ এক অপূৰ্ব সংমিশ্ৰণ!

  • @tamalmithu
    @tamalmithu 11 місяців тому

    গীতৰ কথাবোৰ অত্যন্ত অর্থপূর্ণ আৰু স্পষ্ট। ভাল লাগিল 👌👌

  • @jayeshpranbora5698
    @jayeshpranbora5698 Рік тому

    অতি অনুপম। আগলৈও এনে সুন্দৰ গীতৰ উপহাৰ পোৱাৰ আশাৰে।

  • @joykantaborah5093
    @joykantaborah5093 Рік тому

    জীৱন অনুপম। সুন্দৰ গীত।

  • @reetaborbora7763
    @reetaborbora7763 Рік тому

    কথা, সুৰ, কণ্ঠ খুবেই ভাল লাগিল। অভিনন্দন।

  • @bornaligoswami3258
    @bornaligoswami3258 Рік тому

    অতি সুন্দৰ গীত ভাল লাগিল

  • @bhagyalakshmineog6884
    @bhagyalakshmineog6884 Рік тому

    অতি সুন্দৰ জয়ন্তদা

  • @subhrabaruah7310
    @subhrabaruah7310 Рік тому

    অতি সুন্দৰ গীত এটিৰ উপহাৰ।ভাল লাগিল।অভিনন্দন

  • @samhitapuzari2052
    @samhitapuzari2052 Рік тому

    কথা,সুৰ আৰু গায়কীয়ে সুন্দৰ আমেজ দিছে। শুনি, অনুভৱ কৰি বৰ ভাল লাগিছে 😊

  • @SaikiaBrothersArijitArindom

    ভাল লাগিল বহুত

  • @amiadevi6824
    @amiadevi6824 10 місяців тому

    সুন্দৰ ❤❤❤

  • @djdmaina3645
    @djdmaina3645 Рік тому

    বৰ ভাল লাগিল 👌👌👌

  • @borgeetghoxaa3935
    @borgeetghoxaa3935 Рік тому

    বৰ ভাল লাগিল দাদা