Gos Nathakile? | গছ নাথাকিলে? | Jayanta Nath | Manoj Sabhapandit

Поділитися
Вставка
  • Опубліковано 4 чер 2024
  • On the Occasion of World Environmental Day 2024 🌏
    Title - Gos Nathakile
    Singer - Jayanta Nath
    Lyrics, Composition & Music - Manoj Sabhapandit
    Mix & Mastering - Shyamal Bhuyan, Studio Euphonix
    Background Vocals - Jaya Irani
    Production - Telescope Entertainment Pvt Ld
    #GosNathakile #JayantaNath
    Follow Jayanta Nath
    Website - www.jayantanath.in
    Facebook - / imjayantanath
    Instagram - / imjayantanath
    Twitter - / imjayantanath

КОМЕНТАРІ • 7

  • @pranjalbora9991
    @pranjalbora9991 29 днів тому

    Bhal lagil...khub bhal bonise- composition, arrangement aru tagra message

  • @shayaangamingvlog8162
    @shayaangamingvlog8162 Місяць тому

    ভাল লাগিল শুনি দাদা❤❤❤❤

  • @pallavikagoswami168
    @pallavikagoswami168 Місяць тому

    বৰ সময়োপযোগী বাৰ্তা তথা গান ..ভাল লাগিল জয়ন্ত দা 🌹

  • @djdmaina3645
    @djdmaina3645 Місяць тому

    ভাল লাগিল 🍀🍀

  • @BassMania1995
    @BassMania1995 Місяць тому

    ❤❤❤

  • @popibaruahthakur2465
    @popibaruahthakur2465 29 днів тому

    সুন্দৰ 👌

  • @pareshborah1454
    @pareshborah1454 Місяць тому

    এনে গুৰুত্বপূৰ্ণ বিষয়ভিত্তিক গীতৰ আচলতে সংগীত, সুৰ, কণ্ঠ আদিৰ বিষয়ে মন্তব্য দিয়াৰ প্ৰয়োজন নাথাকে। এনে সজাগতামূলক গীত যেনেদৰেই গাওঁক, যেনেকৈয়ে সংগীত কৰক সি সদায়েই প্ৰাসংগিক হৈ থাকিব। এনে এটি গীত কঠিন পাৰিপাৰ্শ্বিক সংকটৰ সময়ত উপহাৰ দিয়াৰ বাবে গীতটোৰ সৈতে জড়িত সকলোলৈকে কৃতজ্ঞতা জনাইছোঁ। মাত্ৰ গীতৰ কথাৰ, এটা শব্দৰ বিষয়ে নিশ্চয় ক'ব লাগিব। শব্দটো হৈছে 'ভাৰসম'। প্ৰকৃততে গীতিকাৰে শব্দটোৰ জৰিয়তে 'ভাৰসাম্য' বুজাব খুজিছে। কিন্তু সেইটো নুবুজাবগৈ। 'ভাৰসম' শব্দই বুজাব "ভাৰৰ সমান বা ভাৰৰ নিচিনা"। যেনেকৈ ভাতৃসম ভাতৃৰ নিচিনা বা ভাতৃৰ দৰে। মোৰ ভুল হৈছেনেকি চাবছোন বাৰু! বাকী সভাপণ্ডিত ডাঙৰীয়াৰ পৰা আৰু এনে গীত আশা কৰিলো।