Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
অনিমা আপোনাক এবাৰ ওচৰৰ পৰা চাব বিচাৰো। ইমান ধুনীয়া কন্ঠ ।
আকৌ শুনিব লাগিব। জাতিটোক উদ্ধাৰৰ বাবে বিশ্ব বৰেণ্য ভূপেনদাৰ গীত শুনাটো অতি দৰ্কাৰ। জাতিৰ বাবে তেখেত মৰিও অমৰ।
বাইদেউ আপোনাক কি দি পুজিম। এই লোক গীতটি মই উৰাই ঘুৰাই শুনি থাকো। ইমান ধুনীয়া ৰাতি শুনি শুনি শুই থাকো।
Bohut val lagisa aji radoitu vongar pora xuniboly nupua holu bohut bohut dhoinybad
অনিমা বাইদেউৰ অমৃত বৰষা কণ্ঠ লোকগীত শুনি থাকিবৰ মন যায়। ❤❤🎉🎉
দেহ বিচাৰৰ গীত ।মনোৰম বিশ্লেষণ। কন্ঠ দান বিতুপন। আমাৰ লৰালি কালৰ বুলছবি।মনত সাঁচ থাকি যোৱা।
আমি উঠি অহা চামে গৌৰৱ কৰিবলৈ বহু আপুৰুগীয়া গীত মাত মনত ৰখা দৰকাৰ। নহ'লে ভাষাই জাত এৰি বিজতৰীয়া হ'বলৈ বেছি পৰ নালাগিব। এই ধৰক চেনেলৰ বাতৰি প্ৰস্তুত কৰোঁতে অলপো সাৱধান নহয়। সচৰাচৰ কোৱা বাক্যতে কিমান খাটি শব্দ পয়োভৰ হৈছে। যিমানেই প্ৰয়োগ হ'ব জাতীয় ভাষা সিমানেই চহকী। কোনো বহিৰাগত অসমীয়াই শব্দ উৎসাৰণ এশ শতাংশ শুদ্ধকৈ ক'ব নোৱাৰে। সেয়ে নিজৰ ভাষাত পটুতা সৰুৰে পৰা হ'বলৈ সমুহ পিতৃ মাতৃৰ কৰ্তব্য।
Sarute radiot deubare kalpataru t ai gantu sunisilu. Atio jen barval lage .always universe.
অতি জনপ্রিয় এটি লোকগীতি।❤
ধীৰেন্দ্ৰ নাথ কলিতা।অনিমা চৌধুৰীৰ প্ৰতিটো লোকগীত আজিও মোৰ বৰ প্ৰিয় ।
আপোনাৰ মন্তব্যটি পাই আপ্লুত হ'লো । অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
অনিমা বাইদেউৰ কণ্ঠ চিৰদিন প্ৰতিজন অসমীয়াৰ মন প্ৰাণত জীয়াই থাকক। এই আশাৰে বাইদেউলৈ সেৱা জনালো।
No exampole prangopal between others song. We alowise salute to respected our Anima madam.
শুনিও আমনি নালাগে মোৰ বৰ প্ৰিয়❤
শ্ৰী কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
বহুদিনৰ আগৰ , সেই মুকুতালৈ মনত পৰি গ,ল ।
Premobala Daser ganta khub prio.
ভাল লাগিল। বহুত দিনৰ মূৰত। কেনে আছা?
Baidew iman khundarkoi gaise
Bor bhal lagise
সুন্দৰ গীত
কৃষ্ণ কৃষ্ণ 🪔👃অ মোৰ দয়ালু।
অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
শুনিলে শুনি থাকিব ইচ্ছা যায়
আমি বোলছবি খন বহুত সৰুতেই চাইছিলো, এই লোক গীত টো দ্বীপেন বৰুৱা দেবেন গাইছিল।
অনিমা বাইদেউৰ প্ৰতিটো গীতেই মোৰ প্ৰিয়।মুকুতা চিনেমা খন এবাৰ টিভিত প্ৰচাৰ হলে ভাল লাগিব
Sumitra Gogoi Krishna mone bichhari thaka Geetti aaji Sraban kari bar val palo Krishna 🙏
This song is my like from childhood.
Bor Val lagose mam❤❤❤❤❤
Thank you baideo mor bor bhal laga geet
Iman. Dhuniah. Kantha. Aponar. Dirghu. Kamana karilo
এই লোক গীতটো মোৰ বৰ প্ৰিয় ।
Ai luk geet tu suni bar vallage.anima baideo matu bar sundar.krishna 3.
ai geet tee mor aita r bor prio .aru muru.
Old is gold .
হেৰাই যাব ধৰা প্ৰিয় গীত ।
Tune is so sweet
Herai jabo dhara geet bur xongrokhyon korise ,bhal lagil dei
আপোনাৰ মতামতৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
Bohu.dinar.purani.geet.laralite.hunisilu.😮
Moja 🙏🙏🙏🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻👍👍👍👍
Good😊❤
Mukuta cinemar geet bhal lage
অনিমা চৌধুৰী বাইদেউৰ চিৰসেউজ গীত।"মুকুতা"বোলছবিৰ যোগেদি নেপথ্য কণ্ঠশিল্পী হিচাবে সুপৰিচিত মহান শিল্পী গৰাকীৰ প্ৰতিটো গীতেই শ্ৰোতাৰ অতি প্ৰিয।"দুচকুত কাজল বোলাই লৈ,কবৰীত কৰবী সজাই লৈ","দিখৌ নৈৰ পাৰৰে কহুৱাই বিনায়", "অনুভৱ মোৰ স্মতিৰ স্মৃতি, অনুৰাগ মোৰ গীত"আদি ভালে মান গীত শ্ৰোতাৰ অতি প্ৰিয়।
হয়, তেখেতৰ আটাইবোৰ গীতেই শ্ৰুতিমধুৰ । তেখেতৰ কণ্ঠৰ এটা সুকীয়া মাদকতা আছে । আপোনাৰ অভিমতৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
Jai Sri Hari
Bor val Lagise.
বৰ ভাল লাগিল বাইদেউ।
🎉
Godmostblest
OlD IS GOLD
Thank you so much.
❤❤❤
Sripurnanandadasforgetmenot
অনিমা চৌধুৰী গান মই ভাল পাও
পুনাননদদাসবৰানসীতীৰথ।
KRISHNA.BHUT
Nikita bulsobi khonoloi Minot Pori golo
Can anyone provide the lyrics..please🙏
Agote redio t bohut khunisilu
শোীপুনা'ননদদাসবসাদিষ গীত
Anima Baidew Aponaloi Bahut. Bahut Marom Thakil.
P
I don't like
অনিমা আপোনাক এবাৰ ওচৰৰ পৰা চাব বিচাৰো। ইমান ধুনীয়া কন্ঠ ।
আকৌ শুনিব লাগিব। জাতিটোক উদ্ধাৰৰ বাবে বিশ্ব বৰেণ্য ভূপেনদাৰ গীত শুনাটো অতি দৰ্কাৰ। জাতিৰ বাবে তেখেত মৰিও অমৰ।
বাইদেউ আপোনাক কি দি পুজিম। এই লোক গীতটি মই উৰাই ঘুৰাই শুনি থাকো। ইমান ধুনীয়া ৰাতি শুনি শুনি শুই থাকো।
Bohut val lagisa aji radoitu vongar pora xuniboly nupua holu bohut bohut dhoinybad
অনিমা বাইদেউৰ অমৃত বৰষা কণ্ঠ লোকগীত শুনি থাকিবৰ মন যায়। ❤❤🎉🎉
দেহ বিচাৰৰ গীত ।মনোৰম বিশ্লেষণ। কন্ঠ দান বিতুপন। আমাৰ লৰালি কালৰ বুলছবি।মনত সাঁচ থাকি যোৱা।
আমি উঠি অহা চামে গৌৰৱ কৰিবলৈ বহু আপুৰুগীয়া গীত মাত মনত ৰখা দৰকাৰ। নহ'লে ভাষাই জাত এৰি বিজতৰীয়া হ'বলৈ বেছি পৰ নালাগিব। এই ধৰক চেনেলৰ বাতৰি প্ৰস্তুত কৰোঁতে অলপো সাৱধান নহয়। সচৰাচৰ কোৱা বাক্যতে কিমান খাটি শব্দ পয়োভৰ হৈছে। যিমানেই প্ৰয়োগ হ'ব জাতীয় ভাষা সিমানেই চহকী। কোনো বহিৰাগত অসমীয়াই শব্দ উৎসাৰণ এশ শতাংশ শুদ্ধকৈ ক'ব নোৱাৰে। সেয়ে নিজৰ ভাষাত পটুতা সৰুৰে পৰা হ'বলৈ সমুহ পিতৃ মাতৃৰ কৰ্তব্য।
Sarute radiot deubare kalpataru t ai gantu sunisilu. Atio jen barval lage .always universe.
অতি জনপ্রিয় এটি লোকগীতি।❤
ধীৰেন্দ্ৰ নাথ কলিতা।
অনিমা চৌধুৰীৰ প্ৰতিটো লোকগীত আজিও মোৰ বৰ প্ৰিয় ।
আপোনাৰ মন্তব্যটি পাই আপ্লুত হ'লো । অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
অনিমা বাইদেউৰ কণ্ঠ চিৰদিন প্ৰতিজন অসমীয়াৰ মন প্ৰাণত জীয়াই থাকক। এই আশাৰে বাইদেউলৈ সেৱা জনালো।
No exampole prangopal between others song. We alowise salute to respected our Anima madam.
শুনিও আমনি নালাগে মোৰ বৰ প্ৰিয়❤
শ্ৰী কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
বহুদিনৰ আগৰ , সেই মুকুতালৈ মনত পৰি গ,ল ।
Premobala Daser ganta khub prio.
ভাল লাগিল। বহুত দিনৰ মূৰত। কেনে আছা?
Baidew iman khundarkoi gaise
Bor bhal lagise
সুন্দৰ গীত
কৃষ্ণ কৃষ্ণ 🪔👃অ মোৰ দয়ালু।
অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
শুনিলে শুনি থাকিব ইচ্ছা যায়
আমি বোলছবি খন বহুত সৰুতেই চাইছিলো, এই লোক গীত টো দ্বীপেন বৰুৱা দেবেন গাইছিল।
অনিমা বাইদেউৰ প্ৰতিটো গীতেই মোৰ প্ৰিয়।মুকুতা চিনেমা খন এবাৰ টিভিত প্ৰচাৰ হলে ভাল লাগিব
Sumitra Gogoi
Krishna mone bichhari thaka Geetti aaji Sraban kari bar val palo Krishna 🙏
This song is my like from childhood.
Bor Val lagose mam❤❤❤❤❤
Thank you baideo mor bor bhal laga geet
Iman. Dhuniah. Kantha. Aponar. Dirghu. Kamana karilo
এই লোক গীতটো মোৰ বৰ প্ৰিয় ।
Ai luk geet tu suni bar vallage.anima baideo matu bar sundar.krishna 3.
ai geet tee mor aita r bor prio .aru muru.
Old is gold .
হেৰাই যাব ধৰা প্ৰিয় গীত ।
Tune is so sweet
Herai jabo dhara geet bur xongrokhyon korise ,bhal lagil dei
আপোনাৰ মতামতৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
Bohu.dinar.purani.geet.laralite.hunisilu.😮
Moja 🙏🙏🙏🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻👍👍👍👍
অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
Good
😊❤