ইমান ধুনীয়া ছোৱালী হৈ এই বান্দৰটোৰ লগত বিয়া হৈছা যে?
Вставка
- Опубліковано 2 вер 2023
- ইমান ধুনীয়া ছোৱালী হৈ এই বান্দৰটোৰ লগত বিয়া হৈছা যে? @AmayraRaktimVlogs
Their Vlog channel:
yt.openinapp.co/1aij8
Created by:
mustaq_h_ahmedd...)
Anchor: Himashree Saikia
( himashree_m_sai...)
Fb:- / manisha.bora.969
Business inquiry: ahmedmustaq233@gmail.com
WhatsApp: 7002237286
Connect with us on Social media.
FB:
profile.php?...
INSTA:
/ jumpingspiderstudios - Розваги
সছাকৈ মানুহৰ চেহেৰা চাই নহয় মন আৰু কৰ্ম ই হে কয় মানুহ জন কেনেকুৱা।❤
Jibwan to safal houk
Nubujila apuni loratu vloger hoy😅
Aibur manuhor kuwa kotha ai2 manuhor human nature
@@hariprasa5223 dada jon val kormu kore sagey ,damaka kore 😂
ইমান পবিত্ৰ ভাল পোৱা ❤️ ভগৱান সদায়ে তোমালোকৰ লগত থাকিব আৰু আছে 🙏। নিজৰ কৰ্ম কৰি থাকা, কৰ্মই ধৰ্ম .. ফল ভগৱানে দিব ,,,
Val poa ki buji a poa nasil bole tetya
real love .beya kowa bor tention naloba duyo.bhal khini accept kori aagoloi khoj dya..thanks
Nice
Pabitra valpoa pisar katha ,pet bharab laagib ,poisa laage. Poisa problem jetia hoi tetia premar bhut nohoa hay.ji hal hal , tumalok bhalke thaka.
এয়াই সত্য প্ৰেম, সছা প্ৰেম একো ভয় নাথাকে। Thanks to you.
ডিমা বুলিয়ে কও আমি বাৰু বা জনীক দেশী বহুত ভাল লাগিছে শুনি ভাল লাগিছে কথাবোৰ দেশিলে গম পাই যে বহুত সুখী যা নহক সুখী হোৱা মিলিছে দাদা জনো বৰ মৰম লগা আৰু laky hoi❤❤
Mnuho k sehera beya buli keneke Kobo pare.... direct sonmukhot ....sihhh . ..that boy is very gentle,calm ang good human
কোনো কৃতিমতা নোহোৱাকৈ কোৱা কথাখিনী আৰু তেওলোকৰ কাহিনী শুনি সঁচাকৈ বহুত ভাল লাগিল ।দুয়োজন একদম সৰল মনৰ মানুহ ।ভগৱানে তোমালোকক সুখি কৰক ।
Manu har, juntu,bohgbanay, turkey, korey
ঠিকেই আছে সুন্দৰ। কিবা এটা জব কৰি চলি থাকা ভগৱানেও নিশ্চয় সহায় কৰিব।
ছোৱালী জনীৰ কথনশৈলী খুব সুন্দৰ । কেমেৰা দেখি অদ্ভুত অদ্ভুত শব্দ বাক্য ব্যবহাৰ কৰিব গৈ শুনি ভাল নলগাগৈ কোৱাতকৈ মনত যি আহে কৈ দিলে শুনি বেছি ভাল লাগে এই ভিদিঅ টোৱেই প্ৰমাণ । ছোৱালীজনীৰ অন্তৰ খানো খুব খোলা যেন অনুভৱ হল । দুয়োলৈ শুভকামনা জনালোঁ সফল হোৱা জীৱনত।
ছোৱালী হলে তোমাৰ দৰে হব লাগে... তোমালোকৰ ভৱিষ্যতে বহুত বেছি ভাল হব ❤❤❤❤
Hoi dai anak anuparana diya polie ahiboiloi
চেহেৰা ধুনীয়া আৰু ধনী মানুহ সুখী নকৰাই। জীৱনত সুখী হব হলে সদাই দুটা মন মিলন হব লাগে।
Right
সচাঁ
Right
Stemina mein 😂😂😂😂
@@mrigankakolita8812yes yes aji kalir Koli jugot 😂😂😂😂
❤আপোনালোকৰ কাহিনী টো শুনি বহুত ভাল লাগিল আপোনালোকে এনেকুৱা কৈ সদাই হুখত মিলি থাকিব God bless you
And love from karbi anglong ❤️❤️❤️
This type of girls actually deserve respect ❤️.. she's the queen❤️.. God bless them both😇
এইতুয়েই হৈছে সছা প্ৰেম,তুমিযে কোনো মতলৱ নহৱাকৈ ল,ৰা জনৰ লগত বিয়া হৈছা, বহুত বহুত ধন্যবাদ তুমাক, সকলো ছোৱালীয়ে তুমাৰ দৰে হ'লেহৈ , শেষত তুমিলৈ উজ্বল ভৱিষ্যত কামনা কৰিলো, ধন্যবাদ,
😮
Ghoti tu.....😂
,,,,
ভৱিষ্যতৰ দিনবোৰত মিলি জুলি দিনবোৰ পাৰ কৰিব পৰাটো হে আচল প্ৰকৃত প্ৰেম।
আজিকালি আক'পুতেক ডেকা
ডেকা পুত্ৰ থাকিলেও বেলেগ নাৰীক দেউতাকে চকু দিয়ে।
নাতিনী থাকিলেও মাকে বেলেগ মানুহক চকু দিয়ে।
মাৰিবৰ দিনলৈকে প্ৰেম একেই
থাকিলেহে .....! ধন্যবাদ থাকিল
জন্মদিয়া মা দেউতাই নিজৰ সন্তানক গালি দিলেই বুলি দুদিনৰ চিনাকী বা বহুদিনিয়া চিনাকী লৰা এজনৰ লগত পলাই যোৱাটো একেবাৰেই ভাল কথা নহয় । নিজৰ মা দেউতাক যিমান মনোকষ্ট দিবা এদিনত নিজেওঁ পাবা । এয়া মই কোৱা কথা নহয় এয়া সত্য । শুভেচ্ছা থাকিল দুইজনলৈ । সংসাৰ এখন অকল ভালপোৱাৰে নচলে ।
Xosa
Right
Hosa. Moi dekhiso bhutoke maa deutak kosto di jua buror kenekua hoi pst
You are right 👍
😂😂😂😂.....
বহুত বহুত ধন্যবাদ। সংসাৰ ভালদৰে আগবঢ়াই নিয়ক।ভগৱানে নিশ্চয় সহায় কৰিব।
দুই জনে সুখেৰে থাকক হাৰি নাজাব ❤❤
ধুনীয়া চেহেৰা আৰু ধনী মানুহ হয় লাভ নাই। জীৱনত সুখী হ'ব হ'লে সদাই ভাল মন লাগিব
Aibur manuhor kuwa kotha, asolote dhuniya holehe manuhe morom diye okol suwalir kotha kuwa nai
এয়াই প্ৰকৃত ভাল পোৱা। সদায় সুখী হৈ থাকা ❤️
Whenever you interview your guest please do a basic information research for the introduction..don't confirm on screen it's a disrespect of that guest.. Thank you. Spreading Happiness ❤
এগৰাকী নাৰী যেতিয়া স্বামীৰ negative ৰ মূহুৰ্তত নিজে positive হৈ স্বামীৰ লগত সোমাই পৰে , তাৰ পৰা বুজা যায় তুমি really এগৰাকী তেওঁৰ বাবে দেৱী হোৱা। আশা কৰো তোমালোক দুয়োজন সদায় এনেকৈয়ে থাকিবা। মোৰ ফালৰ পৰা আশীৰ্বাদ থাকিল।
Tumalok roi najaba. Agbarhi Jo was. Bohut bhal hobo
তোমালোকৰ সংসাৰ সুখৰ আৰু মধোময় হওক । ভগৱানে কৃপা কৰক ।
যিমান যি ধুনীয়া চেহেৰা নহওঁক কিয় এদিন কিন্তু জ্বলি-পুৰি ছাই হৈ পচিসৰি যাব।
hy bro
দুয়োজনেই ধুনিয়া. কোনো দেখাত বেয়া নহয়. সদায় মানুহৰ মন ধুনিয়া হব লাগে. Nice love story. ভাল লাগিল আপোনালোকৰ কাহিনীটো. দুয়োজন সুখত থাকা.
তোমালোকৰ অকৃত্তিম ভালপোৱাখিনি আজিৰ উশৃঙ্খল আৰু সম্পদপ্ৰেমী ডেকা গাভৰুৰ বাবে প্ৰেৰণাদায়ক হওঁক তাৰেই কামনা কৰিলোঁ।
ভাল লাগিল। দুৰ্বল নহবা আগ বাঢ়ি যোৱা ।
বান্দৰ বুলি লেখিব নালাগিছিল ল'ৰা টো ভালে অলপ ভাবি ল'ব লাগে
Kothatu hoi dada
Mor monor ktha koise apuni
Umm mure beya lgise lora tuk dekhi
@@sabnamjery9475asolote ki jana nije 2 nijor sehera bonuwa ni nhy... vgbane he dise....😊 mnhr mmn2 vl hobo lage baru jiki nhouk teu loukor vl puwa jugomiya houk
eneke bandor buli likhibo nalage bandor jen lagileu 🙂
2malokor kahini2 realy bout val lagise anekoi aaguai jowa vogobane mongol korok
Dhunia history.....bhal lagise.....hahi utha kahini... God bless you
চেহেৰা চায় নহয় গূন চায় জিৱন সংগি বিচৰা
বুঢ়া হোৱাৰ পাছত চেহেৰা কাম নিদিএ তাইৰ প্ৰেম আৰু সং হে কাম দিৱ....... নে কি কুৱা বন্ধু সকল😍
Right bro ☺️☺️☺️
Right bhsi
True bro 💐💐
hoi dada apuni thikei koise
Sure xosa koisa
ৰূপে কি কৰে, গুণেহি সংসাৰ তোলে । তোমালোকে বহুত সুখত থাকিবা মোৰ বিশ্বাস। ইজনে সিজনক সম্পূৰ্ণকৈ বুজিছা , ভগবানে নিশ্চয় মংগল কৰিব।।
Q😂90❤
They both of are very cute couple i well wishing them that God fill their all wishes and dream soon😊
It's called real love. I respect that couple which teaches a lesson to human life.
লৰা ধুনীয়া বেয়া নাথাকে ছোৱালীহে থাকে লৰা কেৱল ধনী দুখীয়া থাকে
Loraro bea thake. Modahi, bodmas thake
Dhunia lora seni thake...bohut suwalir logot akeloge time pass kori thake...karon hihote jakei propos kore taiye yes koi aru seni khai thake dhei suwalir logot akeloge
lol@@parishmitachoudhury930
Many many congratulations both of you. Go ahead way to your journey. Always be positive and happiness.
সঁচা ভালপোৱাৰ উদাহৰন এই দাদা বাইদেউ যোৰ ভগবানৰ ওচৰত পাৰথনা কৰিছোঁ যে আপোনাক সদাই সুখত আৰু ভালকৈ থাকে যেন❤❤
ল'ৰা জনৰ প্ৰেম খিনি মৰ্যদা দিয়াৰ বাবে ছোৱালী জনীক বহুত বহুত ধন্যবাদ জনাইছোঁ, আজি কালি বহু ছোৱালীয়ে ল'ৰা বোৰৰ প্ৰেমক সন্মান দিব নোখোজে, তাৰ বাবে ল'ৰা জন এককক্ষীয় প্ৰেমিক হিচাপে বহু দূৰৈতে থাকিবলগীয়া হয়
❤ Love is Life ❤ Life is God ❤ বৰ সুন্দৰ প্ৰেমৰ কাহিনী হোনিলো ভাল লাগিল ❤❤❤❤
আজিকালি প্ৰকৃত প্ৰেম নাই বুলি ভাবিছিলো। এই প্ৰেম যে এতিয়াও জীয়াই আছে, তাৰ তোমালোক উৎকৃষ্ট উদাহৰণ।
Maak bapak or 2 value a nai aru
Iyat prem r kotha kobo najao...tai hs porhi asil ..17/18 age Hobo..lora tuk log pua nai..deutake gali dile buli polai ahil aku najana ke..ma bapeke iman kosto kori dangor krile heitu ki hol??? Tate lora tu o horu 21 age asil tatia..he jodi taik kole hoi nije established hoi tumak moi lom anim tatia he love hole hoi...aeya murkhami bahire aku nhoi...aeikhini gali te gusi ahil
Duiyoke dhuniya lage vogobane duijonoke hukhi kori rakhok take kamona korilu .babu bor dhuniya 😘🎉🎉🎉💞💞💞💞👌👍❣❣from goal para
Dada jon bhalei dexun...toi j bandor buli lixiso...thamneil xon lixute olp sinta kri lixib lge...
Beleg manhuye koi buli likhise
Ami lora sehera bea mnee bandor ruu.......atia sn hei bndr tuu lgte khai ase nhh .hekrne akmn vlke kb lge .......
Bandor buli kio Lakhibo Lage Dada Jon tu Dekhibo dhuniya .
Video tu gutei tu valk salehe bujiba
tar ako problem ni tar wife r ako problem ni....baki bilakor ki problem hoise😂😂😂😂
লৰা ধুনীয়া হব নালাগে বুজিছে.... ছোৱালী জনি সঁচাকৈ গুনৱতি লগতে ৰূপবতি টো কবই নালাগে.... সুখেৰে থাকা দুজনে
God bless you both....tumaluk'r bhalpuwa tu ata example hoi😊beya manuhe beya kotha kobo kintu tumaluke haetu sabo nalage...tumaluk jana je tumake happy asa baas👍😊
দুয়োজন লগ হৈ জীৱনত আগবাঢ়ি যোৱা। সদায় সুখত থাকিবা আৰু লৰাজনৰ মুখ খন খুব ধুনীয়া।
Xodai Sukhat thka 2maloke,, Sowali jonir Mon 2 bhut safa hoi ❤
কথা খিনি,কাহিনীটো ভাল লাগিল ।
কিন্তু youtuber গৰাকীয়ে (বৰ্তমান তিনিও গৰাকী youtiber) ভৰিৰ ডিমাটোক কি কয় সেইটৈও নাজানিলে । আৰু গাৱৰ হলে যে নাজানিব তেনেকুৱা কথা নহয় । এনেকুৱা সৰু সৰু কথাবোৰো যদি আমি নাজানো। তাতে আমাৰ জ্ঞানৰ পৰিচয়টো পোৱা যায় ।
সৌ সিদিনা আবেলি পৰত
পানী অনা নৈৰে ঘাতত
জোকে ধৰিছিলে তোমাৰ
ভৰিৰ কলা-ফুলত।
A moja
Grahok bonai dile ooo😂🤣🤣🤣Both of you are so cute.....may god bless you both..
Both of you share your real dramatic story so hopefully you will live peacefully as husband and wife
বহুত ধুনীয়া প্ৰেম কাহিনী সচা ভালপোৱা ❤ এনেদৰে ভাল সংসাৰ হ'ব লাগে।
May God bless you and live a happy life! Life is nothing but positive thinking and understanding between the couple.
অকণমানো স্কীপ নকৰাকৈ video2 চালো,❤❤❤❤❤❤❤❤শুভকামনা জনালোঁ
Borhiya 😊😊😊😅 God bless you bro & Sis......Aaguai jua tumaluk A.👍👍👍
ইমান ধুনীয়া ছোৱালী এনেকুৱা লৰা পায় চে wah
Congratulations, wish your very happy life with love. God bless you.🙏
May god bless you and live happy life life is nothing but positive thinking and understanding between the couple.
No ending this love .... it's called the real love ❤🎉
Suwali joni relationship tut dominating jen lagise.... Aru loratur self-respect olop kom jen onuvob hoixe...
Jodi ai kotha khini atia lora tue kole hoi thn tmi aitu cmnt nkora sge...lora2 dominating bla bla
Aitu hoi a xeikarone nijotke olop tolor suwali sabo lage 😂😂😂
Mukhot insult mari dei
Nohoi
@@petermartinez9972point bro❤❤
Cute couple ❤... সুখত থাকা
@@Assamesefoodvlog toi vai kiman duniya a.
Beleg ok certificate dibo najabiii
@@bhaskardeka6509 areh teu nijei koise tar chehra bya buli 😁😁😁😂😂😂
ছোৱালী জনীয়ে বাৰে বাৰে ল'ৰাজনক দেখাত বেয়া বুলি কৈ থকাটো উচিত হোৱা নাই; দেখাত বেয়া ও নহয়। স্বাস্থ্যটো অলপ ভাল হ'লে ধুনীয়া হৈ পৰিব।বয়স অনুপাতে পৰিপক্ক ল'ৰা।
Moi u heitu a Kobo bisarisu..... ane jiye nokok ...mur bodhere husband jenekuway nohok wife r karone hoday hero buli hoy ...aru nije beya kole ane tu koboy no
thik koise
Khub dhuniya bhogobanor akhirbad Kripa hodai din apunalukor logot ase👐💐
জেদত কাম ক ৰি পিছৰ সময় খিনি ভাল দৰে গলে ভাল কথা ছোৱালী পিছত আকৌ পলাই নগ লে হল ।
Real love❤❤❤❤.. Superb story
Val lagil 🎉 apunarukor blog sai have a nice day from puhen neog Arunachal Pradesh.
Tumalokor morom bur jen xodai anedore thake❤❤
ভালপোৱাতো বেলেগ, কিন্তু ছোৱালীজনী কথাবোৰ পাতলীয়াকৈ কৈছে,চন্চল ধৰনৰ কথা ভাল নালাগে, ভালপোৱাত গহীনতা থাকে । আৰু এই ধৰনৰ ঘটনা দেখি কম বয়সৰ ছোৱালীবোৰেও এনেকুৱা সিদ্ধান্ত ল'ব পাৰে, সেইবাবে পাৰিলে এনেকুৱা নিদিব,বাকী সকলো ভালেই ভিডিঅ, বেয়া ভাবি কোৱা নাই।
তোমালোকক আশীৰ্বাদ কৰিছো, নেদেখা জনে সহায় কৰক তোমালোকক 🙏🙏🙏🙏🙏🙏🙏 .......সুখী হোৱা , আগুৱাই যোৱা..মৰম থাকিল.......
ভাল পোৱাই মানুহৰ জাতি ধৰ্ম,ধনী দুখীয়া,বগা কলা, বয়স আৰু পঢ়াৰ ক্ষেত্ৰত যে একে হ'ব লাগিব তেনেকুৱা নহয়
Agree
দুয়ো ৰে জীৱন সুখ ময় হওঁক
লৰা জন শিক্ষিত বাবে জানে বহুত কথা
দুই জনে সুখেৰে থাকা হাৰি নাজাবা ❤❤❤❤❤❤❤❤
Pakistan or lagot juddho Kari aase ne ki Hari najaba.
That's why education is important.
সকলো কাম কৰাৰ এটা নিৰ্দিষ্ট সময় থাকে। আৰু সেই সময়তহে ভাল লাগে। বয়সতকৈ আগত যাব বিচাৰিলে ভাল নালাগে।
যিয়েই নহওঁক ভগৱানে ভালে ৰাখক তোমালোকক। শুভেচ্ছা থাকিল❤
B😮
Sehera dhuniya boyokh loi ki kotha ase mon tuhe asol সুন্দৰ god bless you ❤️
Understanding wife and lovable couple
তোমালোকৰ কাহিনীতো শুনি ভাল লাগিল। আনৰ কথালৈ মন নিদিব কাম কৰি তোলা । আশীৰ্বাদ থাকিল
Very good . Very nice . Best of luck .jibonot HANTI. HOWK . Amin .
that boy is cute ..even cuter than most of the Assamese actor👍👍👍
😂😂
So beautiful couple ❤
Cute couple ❤
Really outside beauty is not important but inside beauty makes life flourish
Beya jomoni Last part 2 hahi hahi pet bixay gol baa Love from Goalpara ❤️❤️❤️❤️❤️❤️
Life nijor, decision nijor...belege ki koi heitu bhabi labh nai...just go ahead & take a good decision....you shall definitely be succeed 👍 Your face has similarlity with our singer Montu Moni...
সদৌ অসম বৰলা সন্তা জিন্দাবাদ ।
Duyo aguwai jowa ,vl lagil duyore vl puwa❤
God bless you & your family.
,ভাল লাগিল । চেহেৰা আৰু বৰণ ভগৱানৰ দান ।
Congratulations, best wishes both of you 💐
Keep happy with each other ❤❤❤❤❤
Donojona sukhi thakok....anaka hoday hahi thaka doyojona...dukht hok ba hukhot akaloga thakiba ...pream haruwa jona premr dukh buja...hukhi thaka hoday❤❤❤❤❤
That's power of love ❤❤
17:16 চেহেৰা বেয়া বুলি যে গোটেই অসমৰ আগত নিজৰ মানুহজনৰ কথা তেনেকৈ কৈছা তেওঁ মনত আঘাত নাপাব নেকি.....তুমি কি বিশ্ব সুন্দৰী নেকি...অকল তোমাৰ চেহেৰাটোতকৈ মানুহ জনৰ চেহেৰাটো তলত বুজিলা....😏Aibur knowledge less ktha koi koi mnuh bur bewa koribo
Xsake dei.. emn byake koise lora jonok ru knke duijoni ye hahi aseh
Hoi dea ...😂😂😂😂
right
আপোনালোকৰ ভবিষ্যত সুন্দৰ হওক
মাক দেউতাকে লৰা ছোৱালীৰ বেয়া হোৱাতো নিবিচাৰে কাৰণ বহুত আশা থাকে তেওঁলোকৰ ওপৰত
News Anchor গৰাকীক কৈছো তাৰ ৰূপটোক লৈ নিজেই হাঁহিবা আকৌ নিজেই জ্ঞান ফালিব আহা..তাৰ nervous কাৰণে কথা কোৱাত Puzzle লাগিল বাৰু সেইটো Cut কৰিম কৈ আকৌ Add কৰিলা যে..Views লাগে তোক..তোৰ নিচিনা ঠেক মানসিকতাৰ মানুহে এইবোৰ Videos নবনাবি🤬🤬😡😡😡
মনৰ মিল হে আচল কথা।
Manuhor mntu hdai dhuniya hb lage sehera nhy ❤tumaluk hodai anedorei thaka....
This is call true love ❤, best wishes urs future 👍👍👍
Bohut morom thakil dutaloi🤗aru aguwai juwa🤗🤗 love from Guwahati noonmati ❤❤
পলাই অহাটো ডাঙৰ কথা নহয় .টকা পইছাৰে জীৱনটো ভালকৈ চলাই নিব পৰাটোহে ডাঙৰ কথা .
Dekhat ako beya nhoi... Dada jnr lgt milise apnk.. Mnhr ktha bd diya.. Mnhe kb a.. ❤️❤️
He is the real man.....salute you brother
❤❤❤Allah bless both of you❤❤
Muslim k disrespect krise