বিধৱা বাবেই বিয়া ঘৰৰ পৰা বাহিৰ কৰি দিছিল পংখীক

Поділитися
Вставка
  • Опубліковано 6 вер 2024
  • ▶️ স্বামীক হেৰুৱাই সমাজৰ এলাগী হোৱা এগৰাকী ইউটিউবাৰ
    বিধৱা হোৱাৰ বাবেই বিয়া ঘৰৰ পৰা বাহিৰ কৰি দিছিল পংখীক
    পংখী কাষেৰে গ'লেও অমংগলীয়া বুলি থুই পেলাইছিল একাংশই
    মানসিক যন্ত্ৰণাৰে জৰ্জৰিত পংখীয়ে ল'ব খুজিছিল চৰম সিদ্ধান্ত
    প্ৰতিদিনেই ককৰ্থনা শুনি ভাগৰি পৰিছিল ইউটিউবাৰ পংখী
    বগা সাজযোৰ এৰি ৰঙীন পৃথিৱীখনত নতুনকৈ খোজ পংখীৰ
    পুত্ৰ সন্তানক লগত লৈ সাহসেৰে জীৱন সংগ্ৰাম চলাইছে পংখীয়ে
    অকলশৰীয়া পংখীৰ সুবিধা ল'ব খুজিছিল মৃত স্বামীৰ বন্ধুয়ে
    আজিৰ অনুষ্ঠানত সুখ্যাতিৰ সৈতে ঝিমি পংখী বৰদলৈ

КОМЕНТАРІ • 589

  • @Anushka-yk5ek
    @Anushka-yk5ek Місяць тому +207

    এগৰাকী বিধবাৰ জীৱন কেনে সেয়া মই সৰুৰে পৰা দেখি আহিছোঁ মোৰ মাক। মানুহে ঘৃণাৰ চকুৰে চাই, নিজৰ মিতিৰ কুটুম কোনেও আঁকোৱালি নলয়। আৰু এটা কথা কও এগৰাকী বিধৱা মহিলা বহুত সাহসী হয়। ভগৱান সদায় আপোনাৰ লগত আছে আপুনি সাহসেৰে আগ বাঢ়ি যাওক❤

    • @rimjhimdutta1722
      @rimjhimdutta1722 Місяць тому +4

      "বা "মই তোমাৰ ভিডিঅ' বোৰ বহু ত ভাল পাওঁ। তুমি বিধৱা হ'লা কি হ'ল... বেলেগৰ কথা নুশুনিবা। সদায় নিজৰ লগতে মৰমৰ ভাইটি ৰ কথা ভাবিবা। কোৱা মানুহে কৈ থাকিব.... কিমান দিন নো ক'ব.... তুমি সাহসী গতিকে সদায় এনেকৈয়ে থাকিবা❤❤❤।

    • @RaktimHatimuria
      @RaktimHatimuria Місяць тому

      ghenta kaku khati nkoriba 2mi domot thakiba..kunubai homalusona kri vl pai kintu kunubai aku ata nidiye.2mi vl hba ma u vle thakibo

    • @tutumonikalita3678
      @tutumonikalita3678 Місяць тому

      বা ময় আপোনাৰ ভিডিও আজি চালো ভাল লাগিল বহু ত কথা খিনি শুনি.. তুমি বিধবা হলে কি হ'ল .বেলেগৰ কথা কেতিয়াও নুশুনিবা.। সদায় নিজৰ লগতে বাবুৰ কথা ভাবিব..। কোৱা মানুহে সদায় কবো সেইবোৰ ভাবিলে আপোনি কেতিয়াও আগবাঢ়ি যাব নোৱাৰিব..। মানুহে কিমান দিন কব..আপোনি যিহেতু সাহসী হয় গতিকে এনেকৈ সদায় থাকিব ❤️❤️❤️❤️

    • @ChiranjibDehingia
      @ChiranjibDehingia Місяць тому +1

      বিধৱা হল বাবে আপোনাক উলিয়াই দিছে ।কিন্তুু যদি তুলনী বিয়া হোৱা ছোৱালী জনী মাক জনী বিধৱা হয় তেতিয়া কি কৰিব ।

    • @JanekiSaikia
      @JanekiSaikia 29 днів тому

      L​@Zee de😅 den🎉 JMAm
      rimjhimdutta1722

  • @rekhaneog1101
    @rekhaneog1101 Місяць тому +117

    Ponkhik বিয়াৰ পৰা যি খিনি মহিলাই উলিয়াই দিলে তেওঁ লোকৰ ছোৱালীৰ লগত যদি এনেকুৱা এটা হয় তেতিয়া তেনেকুৱা কৰিলে হেতেন জানো এই কথা শুনি বহুত খং উঠিল

  • @phulenkakoty3313
    @phulenkakoty3313 Місяць тому +71

    ভন্টি তুমি লৰাতোক লৈ আগুৱাই যোৱাৰ ভগৱানক আশীৰ্বাদ আছে

  • @S.M.8439
    @S.M.8439 Місяць тому +80

    আনক সমালোচনা কৰা সকলৰ নিজৰ গলতো একে ঘটনা হলেহে উচিত শাস্তি পাব। তুমি আগুৱাই যোৱা।সমাজৰ বেয়া চিন্তাধাৰাক দুৰ কৰাৰ কাৰণে তোমাক ভগৱানে সুযোগ দিছে।নাৰীৰ শত্ৰু নাৰীয়ে।

  • @hemantaborah3953
    @hemantaborah3953 Місяць тому +50

    তোমাৰ কথা বোৰ শুনি দুঃখ লাগিল । অকাল বৈধব্য কাৰোয়েই কাম্য নহয় !!। ইচ্ছাকৃতভাৱে কোনো নাৰীয়েই নিজক বিধবাৰ সাজত চাব নিবিছাৰে । এইয়া সকলো নেদেখা জনৰ ইচ্ছা । জীৱনটো উপভোগ কৰাৰ অধিকাৰ সকলোৰে সমান । দুষ্ট প্ৰকৃতিৰ মানুহ কম-বেছি পৰিমানে সকলো সমাজতে আছে । কি পুৰুষ !!! কি নাৰী !!!! । সমাজত ঘটি থকা অন্যায় -অবিচাৰ বোৰৰ বিপক্ষে সকলোয়ে মাত মতা উচিত । এই ক্ষেত্ৰত তোমাৰ সাহসিকতাক শলাগ ললোঁ । আগুৱাই যোৱা । শুভেচ্ছা থাকিল । লজ্যা নিবাৰণৰ অৰ্থে মানুহৰ দেহত বস্ত্ৰ এভাগ হ'লেই হ'ল । সি ৰঙাই হওক অথবা বগাই হওক !! উপযুক্ত পাত্ৰ এজন পালে তোমাক দিতৃীয় বিবাহ হ'বৰ বাবে পৰামংশ আগবঢ়ালোঁ । পত্নী বিয়োগৰ পাছত পুৰুষে এজনী গোটাব পাৰিলে তুমি এজনক কিয় চপাব নোৱাৰিবা !!!! অৱশ্যে সেইয়া তোমাৰ নিজৰ অধিকাৰ ।

  • @navajyotisaikia6698
    @navajyotisaikia6698 Місяць тому +75

    তোমাৰ মানুহ জন এই পৃথিৱীৰ পৰা আঁতৰি গল।মানুহজনক মনৰ মাজত ৰাখি জীৱন বাটত আগবাঢ়ি যোৱা।ভগৱানে তোমাক লগ দিয়ক।

  • @user-bd4bv6vf7j
    @user-bd4bv6vf7j Місяць тому +47

    সমাজৰ ঠিকাদাৰ কিছুমান থাকে প্ৰত্যেক সমাজত যিয়ে আনৰ খুব ভুল উলিয়াই কিন্তু তাৰ নিজৰ ঘৰৰ মানুহৰ স্বভাৱ লেখত লবলগীয়া 😅😅
    তুমি আগুৱাই যোৱা ❤❤❤ বহুত উন্নতি হওঁক তাৰে কামনা কৰিছোঁ ❤❤❤❤

  • @munuboruah1540
    @munuboruah1540 Місяць тому +6

    তোমাৰ সাহস দেখি ভাল লাগিল।আৰু আগুৱাই যোৱা তাকে ভগৱানৰ ওচৰত এই প্রাৰ্থনা কৰিছো । ❤❤❤❤❤

  • @JibonKakati-wr6ho
    @JibonKakati-wr6ho Місяць тому +19

    জীৱনটো নিজৰ, কেৱল নিজৰ মতে জীয়াই থাকিবলৈ শিকা.... আনৰ কথালৈ গুৰুত্ব নিদিবা

  • @paharideori4288
    @paharideori4288 Місяць тому +32

    এজনী ছোৱালী বিধৱা হৈ গলে মানুহৰ সমাজখনত অমুক তমুক ঢেৰ খন কিন্তু মাইকী মৰা পুৰুষ জনৰ সেইখিনি নাথাকে কিয়...? তেতিয়া সমাজখনে মাইকী মৰা পুৰুষ জনক কব যে পিছৰ কথা ভাবি লাভ নাই এতিয়া নতুন কথা ভাবক এইবুলি ..কিন্তু সেই ছোৱালী গৰাকীক কেতিয়াও নকয় যে নতুন কৈ ভাল কথা ভাবা বুলি...আমাৰ এই গেলা সমাজখনে...তুমি আগুৱাই যোৱা ponkhi ..ভগৱানে তোমাক সহায় কৰক❤❤️

    • @KasturiBorah-nm3xe
      @KasturiBorah-nm3xe Місяць тому

      Barrister Babu serial khon saboloi hokoluke onurudh jonalu..

  • @user-xw7ci5vc3w
    @user-xw7ci5vc3w Місяць тому +12

    তোমাৰ কথাখিনি শুনি বহুত দুখ লাগিছে বা😢😢😢ইমান বেয়া মানুহ কেনেকৈ থাকিব পাৰে ? তুমি সদাই সত্য পথত থাকি আগুৱাই যোৱা।এতিয়া সকলোতকৈ দেহাৰ সুখ টো বেছি important ❤. Be strong

  • @rumibaruah9284
    @rumibaruah9284 Місяць тому +8

    পংখীৰ উজ্বল ভৱিষ্যৎ কামনা কৰিলোঁ। তোমাৰ কথাবোৰ শুনি থাকোতে মোৰ মনটো অতীতলৈ ঘূৰি গৈ চকুলো বাগৰি গৈছে। ভুক্তভোগীয়েহে সেইবোৰ মৰ্মবেদনা বুজিব পাৰে। এনেদৰে হাঁহি মাতি কণমানিটিৰ সৈতে জীৱনত আগুৱাই যোৱা।

  • @sumudutta6281
    @sumudutta6281 Місяць тому +18

    এইবোৰ একেবাৰে তল খাপৰ মানুহ, যিবোৰ মানুহে তোমাক অপমান কৰিছে তেওঁলোকৰ জীয়েকৰ লগত কৰিব নাই,, সিহঁতে কেৱল আনক ঠাট্টা কৰিব বা আনক দুখ দি ভাল পাই। সেইবোৰ মানুহে তুমি সুখী হৈ থকাটো ভাল নাপায়, সুবিধা লব আহে । এইবোৰ মানুহক গুৰুত্ব নিদিবা, এদিন যেতিয়া তুমি বহুত ওপৰত আগবাঢ়ি যাবা তেতিয়া সিহঁতৰ সমস্যা সমাধান বিচাৰি তোমাৰ ভৰিত পৰিবহি। তুমি মাত্ৰ সেই দিনটোলৈ বাট চোৱা। অতি সোনকালে আহিব সেই দিন। কিছুমান ঠেক মনোবৃত্তিৰ মানুহৰ কথাত লাগি থাকিলে জীৱন টো পাছ পৰি ৰব। প্ৰায় বিলাক শিক্ষত মানুহৰ মনোভাৱ ঠেক। এটা কথা ঠিক যে মানুহ সলনি নহয়, কেতিয়াও নহয়❤❤❤ তোমালোকলৈ বহুত বহুত মৰম আৰু শুভেচ্ছা🎉❤

  • @ranudas593
    @ranudas593 Місяць тому +16

    আৰু সাহসি হোৱা পংখি ,ভগৱানে তোমাক আৰু মাইনাক সহায় কৰিব,

  • @arunjyotihazarika4950
    @arunjyotihazarika4950 Місяць тому +42

    ছোৱালী এজনীয়ে বগা সাজ পৰিধান কৰিব লাগে বঢ়িয়া কথা কিন্তু ল'ৰা এজনে পত্নী নোহোৱা হোৱাৰ এমাহৰ পিছতে বিয়া কৰাব লাগে । জেষ্ঠ সকলে এনেদৰে আলোচনা কৰা নিজ চকুৰে দেখা পাইছোঁ ,এইয়া আমাৰ সমাজৰ নীতি নিয়ম । এনেধৰণৰ বৈষম্য দেখিলে দুখ লাগে ।

  • @minatidas4573
    @minatidas4573 3 дні тому

    মই তোমাৰ বাবে ভগৱানৰ ওচৰত প্ৰাথনা কৰিছো লৰাটোক লৈ তুমি আগুৱাই যোৱা এনেদৰে কাপোৰ পিন্ধি থাকিবা আনৰ কথা নুশুনীব ❤❤❤

  • @SURANJANADAS-i5s
    @SURANJANADAS-i5s Місяць тому +3

    তোমাৰ কথা বোৰ শুনি বহুত দুখ পালো পংখী। তথাপিওঁ তুমি পিছলৈ ঘুৰি নাচাবা। তোমাৰ বাবাটুৰ বাবে তুমি সাসহ হোৱা। মোৰ মৰম আৰু আশীর্বাদ সদায় থাকিব

  • @sumu1532
    @sumu1532 Місяць тому +10

    Ponkhi ba bohut val lage tumak ❤😊anor kotha bad di aru aguwai juwa 🥺kisuman e beya pai kintu horo vag manuhe bohut val pai 😊

  • @ChandanaDasChandanaDas-e8l
    @ChandanaDasChandanaDas-e8l Місяць тому +5

    হয়,জিমি তোমাৰ মতামতৰ লগত ম ই একমত। মই কি কাপোৰ পিন্ধিছো কি ফোট লৈছো সেইবোৰত মানুহে ঠিকেই চকু দিয়ে। কিন্তু কেনেকৈ ছোৱালী দুজনীক লৈ চলিছো , সেইবোৰত চকু নাই।মোকো বহুত মহিলাই কিবাকিবি কৈ থাকে ,ম ই কাৰো কথাক গুৰুত্ব নিদিও।

  • @nirusaikia7631
    @nirusaikia7631 Місяць тому +29

    ময়ো এগৰাকী বিধৱা মহিলা। ময়ো পদে পদে তোমাতকৈয়ো কোনো গুণে কম নহয় এনে ধৰণৰ কৰ্কথনাৰ পৰা । আগুৱাই যোৱা পঙ্খী , ভগৱান তোমাৰ লগত সদায় সহায় হ'ব ।

    • @MonikaSaikia9328
      @MonikaSaikia9328 Місяць тому +1

      Ponkhi baar pora moiu bohut hahokh pau,moiu 22 bosr boyakhot husbendok heruaisu aru mur lorai 14 mah boyakhot deutakok heruaise, teu dhukua atia 2 bosr hoi gol.

    • @nobinhandique5249
      @nobinhandique5249 Місяць тому

      J​@@MonikaSaikia9328

  • @PompiGogoi.
    @PompiGogoi. Місяць тому +7

    বাক ভাল লাগে ❤ বাৰ দৰে বহুতো নাৰী আজি দিনত লুকাই আছে। সকলো ওলাই আহিব লাগে।

  • @maramikonwar9992
    @maramikonwar9992 Місяць тому +12

    বহুতে ভাল লাগিছে ।তোমাৰ কথা বোৰ ভাল লাগিল।দেহাক মৰম দি যাবা পঢ়াই শুনাই মানুহ কৰিবা।

  • @Norendrablogs
    @Norendrablogs Місяць тому +11

    বহুত ভাল লাগিল আৰু আগুৱাই যোৱা ❤❤🙏🙏🙏

  • @digantahazarika1631
    @digantahazarika1631 Місяць тому +5

    দেহা লৈ আগুৱাই যোৱা ভগৱানে সহায় কৰিব তোমাক❤❤❤❤

  • @user-me7bn6ny2n
    @user-me7bn6ny2n Місяць тому +11

    Love you 😘💕 deha love you 😘💕 ponkhi ba moe tumak bohut bhal pao love you 😘💕 ponkhi ba and deha 😔 moe log dhoribo bisaro i miss you please 🥺

  • @Abdulrazak-so2jq
    @Abdulrazak-so2jq Місяць тому +17

    তেনে বিবহাৰ এক বিশেষ সম্প্ৰদায়ৰ লোকৰ মাজত সীমিত।

  • @maramibarman5603
    @maramibarman5603 Місяць тому +8

    তোমাৰ কথাবোৰ শুনি ভালো লাগিল দুখো লাগিল

  • @rupabaruahchangmai8585
    @rupabaruahchangmai8585 Місяць тому +8

    তুমি আগবাঢ়ি যোৱা। ভগৱানে সহায় কৰিব তোমাক

  • @TutumoniHira-jm3vy
    @TutumoniHira-jm3vy Місяць тому +145

    Tumi aguyai juwa ami asu vonti

    • @dimbeswariborgohain2266
      @dimbeswariborgohain2266 Місяць тому +10

      Anusthantu Chai bahut Val lagil .moiu anekua Ata somoi par korilu.bagabane tumak soda Sohai koribo.tumi aru agai jowa.

    • @ratulborahborah7859
      @ratulborahborah7859 Місяць тому +1

      MynAmesay❤😂🎉😢😮😅😊

    • @psaikia-ej9um
      @psaikia-ej9um Місяць тому

      0q😊​@@dimbeswariborgohain2266

  • @munupetkuli7698
    @munupetkuli7698 26 днів тому +1

    ❤❤😢😢 bohut dhuk lgl tumar kotha huni..ponkhi tumi agbahi juwa

  • @RajuRajbongshi-p5m
    @RajuRajbongshi-p5m Місяць тому +7

    তুমি যি কৰি আছা ভালে লাগিছে। আৰু আগুৱাই যোৱা । ভাবিষ্যত ভাল হব।

  • @maramidas5569
    @maramidas5569 24 дні тому +1

    পংখী তুমি নতুন কৈ জীৱন টো আৰম্ভ কৰা। জীৱন জীয়াবলৈ লগ এজন লাগে।

  • @shubhadutta110
    @shubhadutta110 Місяць тому +5

    Bohut val lagila...tumi ru tumar loratu k bhogobane soku mali sauk

  • @AparajitaBoruah-tj4jh
    @AparajitaBoruah-tj4jh Місяць тому +1

    নিজৰ সন্তানৰ বাবে আগুৱাই যোৱা❤❤❤

  • @MridushmitaDas-hm2eo
    @MridushmitaDas-hm2eo Місяць тому +5

    Tumi xodai aguyai jua baa😢❤

  • @MousumiBorah997
    @MousumiBorah997 Місяць тому +2

    Dehak loi aguwai jua ...God bless you ba🙏🙏❤❤❤❤❤❤❤❤❤❤❤

  • @bulbulisarmah1530
    @bulbulisarmah1530 Місяць тому

    পংখী বিয়া হ'লে বিধবা হ'ব লাগিবই এয়া বিধিৰ বিধান সমাজৰ ঠেক মনৰ মানুহৰ কথা গুৰুত্ব নিদি তুমি আগুৱাই যোৱা ❤❤❤❤❤

  • @UshaSaikia-d1o
    @UshaSaikia-d1o Місяць тому +2

    Tumar kotha bur bor dhuniya hahoj saral..... Huniboloi eman dhuniyakoi koisa .... Hodai vale thaka aru aaguwai juwa... ❤

  • @principriyapegu8614
    @principriyapegu8614 Місяць тому +6

    Bahut bhal lagil ponkhi ❤️

  • @SushmaHandique
    @SushmaHandique Місяць тому +8

    Tumar aru success houk...we lv u ponkhi ba...

  • @nilimaboruh4123
    @nilimaboruh4123 Місяць тому +7

    পংখী তুমি সাহসেৰে আগবাঢ় ভয় নকৰিবা। এই কথাবোৰ কিন্তু মাইকী মানুহে কয় ,পুৰুষ সকলে নকয়। এই চৰিত্ৰ ৰ মানুহ আছলতে মানসিক বিকাৰ থকা বুলি ভাবিবা ।

  • @bulbulisarmah1530
    @bulbulisarmah1530 Місяць тому

    ❤❤❤❤
    পংখীৰ লগতে সুখ্যাতিলৈ বহুত বহুত মৰম থাকিল সুখ্যাতি তোমাৰ কথা আৰু হাহিতো বহুত মৰম লগা ❤❤❤❤❤❤❤❤❤❤❤❤

  • @SouravSourav-f4x
    @SouravSourav-f4x 15 днів тому

    Tumi bhut xahoxi hoi tumi pariba ponkhi baa I'm proud of you

  • @MorzinaKhatun-b8u
    @MorzinaKhatun-b8u Місяць тому +11

    পংখী ময়ো যদি তোমাৰ নিচিনা ভিদিয় বনাব পৰা হলে বৰ মন যায় তোমাক আৰু দেহাক মোৰ বৰ ভাল লাগে মন বেয়া নকৰিবা মানুহৰ মুখ আট কাব নোআৰি 😚😚🙏

  • @user-gm3st2vs7q
    @user-gm3st2vs7q Місяць тому +1

    Moi youtube t matro 3 goraki o vlog saw ponkhi ba , upasona ba ru dhritismita ba ..ru blg karue nasw ..mur vl pua kigoraki ❤❤❤ deha ru ponkhi ba tumaluk valee thaka bohut morom tumaluk loi ❤❤❤

  • @JabedaBegum-dv9nb
    @JabedaBegum-dv9nb Місяць тому +2

    First time Ponkhi ba aro dehak moi brother sister buli vabisilo

  • @AnitaBoro-d4i
    @AnitaBoro-d4i Місяць тому +1

    Tumi bohut khahokhi suwali aru tumak vogobane. Khahokhi. Diyok moiyu tumar dore ❤❤❤❤❤

  • @smritanjaliboragi8416
    @smritanjaliboragi8416 Місяць тому +6

    তুমি আগুৱাই যোৱা পঙ্খী।

  • @oppabtsarmyOT7
    @oppabtsarmyOT7 Місяць тому +7

    Tumi jibonot agbahi jua

  • @RohelaBarman
    @RohelaBarman Місяць тому

    এগৰাকী বিধবাৰ জীৱন কেনেকোকা কনে বুজিৱ জিয় জানে সেয় বুজে কেতিয়াও হাহিঁব নাপায় । হব দে আপোনাৰ সদাই দিন ভাল হক❤❤❤❤❤❤

  • @priyankabaruah1481
    @priyankabaruah1481 Місяць тому +7

    Ponkhi ba aru deha hoday vale thakok❤❤❤

  • @ManalishaKalita-uv7qy
    @ManalishaKalita-uv7qy Місяць тому +3

    Tumi aguai jua ❤ from guwahati ambari tiniali

  • @allinonewithminu5270
    @allinonewithminu5270 Місяць тому +2

    লৰা নহলে ও কিছু মান মুৰখই এনে কৰিব খোজে পমখি তুমি আগুৱাই যোৱা❤❤

  • @MridulRay-lf5ch
    @MridulRay-lf5ch Місяць тому

    Emn bewa manuh ase vabiboy nuwari biyar pora ulai dise tak he besi bewa lagil ami asu frnd aguway jowa bohut bohut mrom jasilo ❤❤❤❤❤❤❤

  • @s.rabhaboyes799
    @s.rabhaboyes799 Місяць тому +2

    ❤❤❤❤❤tumi aguai juwa takai kamona koru ❤❤❤❤

  • @PrahelikaAmchiBordoloi-hp5zw
    @PrahelikaAmchiBordoloi-hp5zw Місяць тому +1

    Baa tumar kotha xuni kandi desu Bohut dukho lagese ❤❤ baa tumi aguai juwa ❤

  • @mborahborah9039
    @mborahborah9039 Місяць тому +1

    Ponkhi tumi aguai jua .murbohut akhirbad thakil tumaloi

  • @Cricket01-s2l
    @Cricket01-s2l Місяць тому +1

    Ba tumi nijor mote jiyai thaka.bohute bohut kotha kobo gurutto nidiba ba .Deha aru tumi hodai hahi thakiba.Deha r babe tumi xahoxi hobo lagibo ba.nijor ghor khonok loi gourob kora bow anki a je nijor bai vonir dore bhabe tumak.beleg huwa hole tumak ghoror pora khedibo sale hoi❤❤❤❤❤❤❤❤❤❤❤❤

  • @dipikabasumatary4313
    @dipikabasumatary4313 Місяць тому +7

    হয দে ভূন্তি আমাৰ নিচিনা বিধবা মহিলা মাইকী কাৰনে সমাজৰ শুভ কামত আগভাগ লব নিদিয়ে কিন্তু মৃত কামকাজ ত হলে বিধবা মাইকী লাগে কিয় বুজি নাপাও । বেয়া লাগে এইবোৰ নিয়ম 😢

  • @junborah-nb9tr
    @junborah-nb9tr Місяць тому +1

    Baa tumi aguwai jua tumar gutei jibontu ase atia ..bhogobane hodai tumak aru deha hukhot rakhok..❤❤

  • @bishwajyotiphukon230
    @bishwajyotiphukon230 Місяць тому +2

    পৃথিৱীত সকলোৱে জীৱন একে ভাগ্য নাথাকে কোৰোবাক সামালোচনা কৰাকৈ কেনেকৈ আগবাঢ়ি যাব পাৰে তাক চিন্তা কৰিব লাগে ।

  • @RupaDevi-k2h
    @RupaDevi-k2h Місяць тому

    Ponkhi agbahi juwa God bless you dehak aguwai niya❤❤❤

  • @ritamohan7056
    @ritamohan7056 Місяць тому +1

    তুমি আগুৱাই যোৱা। আশীৰ্বাদ কৰিছো ।

  • @DipamoniMoni-sj2up
    @DipamoniMoni-sj2up Місяць тому +1

    Ponkhi baa . Aguwai jua tare kamona krisu .😍

  • @jeemonigogoi3455
    @jeemonigogoi3455 Місяць тому +4

    ঝিমী বা তুমি সদায় প্ৰিয়❤

  • @ChampaTalukdar-mn4zu
    @ChampaTalukdar-mn4zu Місяць тому +1

    আগুৱাই যোৱা পংখী ❤❤❤

  • @apurbanath9514
    @apurbanath9514 Місяць тому

    Aguyai juwa bhagwan usorot parthona thakil.🙏

  • @minakshivaishnab1313
    @minakshivaishnab1313 Місяць тому +3

    Tumi aguwai juwa ba❤

  • @minatiboruh4601
    @minatiboruh4601 Місяць тому +1

    Bohut bohut ponkhi ba...love from bangalore ❤❤

  • @riturj8824
    @riturj8824 Місяць тому +1

    Pangkhi ba kathakhini bahot val lagil manuhar kathat Kan nidib apuni apuna lakhayt aguwari jawk vagabaney apunak khahai karak lagatey dehaku valey rakhak

  • @luhitborah9780
    @luhitborah9780 Місяць тому +1

    Ponkhi ba tumi hodai আগুৱাই যোৱা

  • @JuliKhound
    @JuliKhound Місяць тому

    Tumi hodai aguwai juwaa vonti Ami hokolu asu tumar lgt vogoban ase June tumar lgt beya korise adin nohoi adin teulukok vogoban e usit hasti dibo homoit God Blessed you sister ❤❤❤❤

  • @JarnaBegum-uq3lr
    @JarnaBegum-uq3lr Місяць тому +1

    Love you ponkhi baa.. always fvt baa

  • @HimashreeBorpatra-z4x
    @HimashreeBorpatra-z4x Місяць тому +10

    Hoi oo bhuot karon tuma dore moiu rongil jibon abihone par koribo loga hoise moru ama biya pota 5years hoisile aru ama suwali joni debosotei moi mur manuhjon heraisu su aru eman horu pora suwali jonik akole tulisu kunu aii tu muk tula na khuwai diyahi nai Heikarone heibur bad diya agbahi juwa aji kali manuhe tu lukor botnam gai furi val pai 😢😢😢god bless you 😊

    • @Dimpi412
      @Dimpi412 Місяць тому +1

      Muru baby 4mah humate husband dhukaise..Moi knke jiyai haiya logt hua bure hae jane

  • @DiptiDas-ce7lp
    @DiptiDas-ce7lp Місяць тому +1

    সঁচা কথা মোৰো এনেকুৱা হৈছে তোমাৰ দৰে মোৰো ধুনু আছে❤❤

  • @TaraliHazarika-bu2vw
    @TaraliHazarika-bu2vw Місяць тому +1

    Tumi bow nhy tumi amr baa❤ hoi gtike tmr essa ate aguwai jowa ru deha k vll dre suwa Sita kriba. Ami xdai tmr lgt aso

  • @mayahazarika1796
    @mayahazarika1796 Місяць тому

    Tumi aru aguwayi juwa akhirbad thakil du. Maa beta .❤❤❤❤

  • @tutumonibora4165
    @tutumonibora4165 Місяць тому +5

    তুমি,বা, আগবাঢ়ি, যোৱা,

  • @Yasmin_rose12
    @Yasmin_rose12 Місяць тому

    Ponkhi baa tmi enn dhnya bht morom lge tmk ❤❤tmi xdai agwai jwa ❤xklo dux pahri njke agwai loi jwa ❤

  • @HiteshSarmah-nq5rp
    @HiteshSarmah-nq5rp Місяць тому +1

    Ami asu baa Tumi aguyai juwa ❤❤❤❤❤❤❤❤❤

  • @jayantadutta165
    @jayantadutta165 Місяць тому +6

    আচলতে সেই
    সকল সতী দাহ প্ৰথা যুগৰ মানুহ।

  • @user-xp9bj7mm2o
    @user-xp9bj7mm2o Місяць тому +1

    😂bhout vhal lage baa 2mak anekoye 2mi aguai jua ❤❤

  • @ankitarajbanshi4720
    @ankitarajbanshi4720 Місяць тому +1

    Ponkhi ba tumr tu hoklu bur video saue aji aitu saiu bht vl lgil hodai ankoy ag bahi jua ❤❤❤❤ love frm jorhat

  • @binitadevi8321
    @binitadevi8321 Місяць тому

    তুমি সাহসেৰে যুঁজ দি যোৱা ।God bless you .

  • @mrashis4732
    @mrashis4732 Місяць тому +2

    My favourite girl UA-camr love you ba❤

  • @nehamonirabha859
    @nehamonirabha859 Місяць тому +1

    Aapuni aaguaai baideu ....aapunak aru bhaginor video bor bohot val lage ❤

  • @luckygogoibora1537
    @luckygogoibora1537 Місяць тому

    বহুত ভাল লাগে তোমাক। তুমি আগবাঢ়ি যোৱা ❤

  • @BarsaRuhi
    @BarsaRuhi Місяць тому +2

    তুমি আগুৱাই যোৱা❤❤❤❤

  • @paparideka2596
    @paparideka2596 Місяць тому +3

    Nijr mote soli jowa baa..❤...god bless you.....

  • @Abhi__dipanjali
    @Abhi__dipanjali Місяць тому +1

    Bidhoba buli j uliya dile xejoni bya howa sowali Joni kiba bidhba nohoboi neki kar din keta beya hoi kone o najana baki aguwai jaok baa❤

  • @jibandas6405
    @jibandas6405 Місяць тому +1

    vl lage tmr aru tmr dehar video sai .aru aguai jua sister bhogobane tmk aru aguai loi jauk. Bhogobanr usrt parthona korisu 🙏🙏

  • @user-nw3vc4ny4x
    @user-nw3vc4ny4x День тому

    বাৰ দৰে মোৰ মা জীৱন কাহিনীও একেই মই ও ঘৰৰ একমাত্ৰ মা লগত দেউতা নোহোৱা দিনৰ পৰা কিমান কষ্ট হৈছে দেখি আহিছোঁ __বা আপুনি সদাই ভালে থাকক❤

  • @mridhusmitadas5068
    @mridhusmitadas5068 Місяць тому +1

    Tumar kothabur bht val lagil agbahi jua hodai ❤❤

  • @bhonikanbori7765
    @bhonikanbori7765 Місяць тому

    Khub vl lge pankhi baa aru betak aguwai juwa💓💓💓💓💓

  • @MamoniBegum-we5lb
    @MamoniBegum-we5lb Місяць тому +1

    Heart touching❤❤❤well done😊

  • @AshaTopno-g7z
    @AshaTopno-g7z Місяць тому +1

    Olda best so gd ❤❤❤❤❤❤❤❤u aguai jua

  • @MamoniKalita-74
    @MamoniKalita-74 Місяць тому +1

    Mojja video❤ xosakoi bhut besi val paw pankhi baak❤ xodai aguwai jowa baa tumi ❤love u baa❤ tumk bhut besi vl paw ❤❤

  • @BipakhaDeka
    @BipakhaDeka Місяць тому +1

    Val lagil sai anekoi aguai jowa ponkhi baa

  • @purnimaterron-jh8pg
    @purnimaterron-jh8pg Місяць тому +2

    সঁচা কথা কৈছে মোৰ লগতো এনেকুৱা হৈছে, মই মোৰ ছোৱালী কণমানি তিনি জনিৰ মুখৰ ফালে চাই জীয়াই আছোঁ। এই সমাজখনৰ পৰিবৰ্তন হবনে

  • @dipakdas9027
    @dipakdas9027 Місяць тому +1

    Tumi aguwai jowa deha k loi❤❤❤❤❤