First RECORDED song of ASSAM | জ্যোতিপ্ৰসাদ আগৰৱালাৰ কণ্ঠ শুনক

Поділитися
Вставка
  • Опубліковано 29 сер 2024
  • first recorded song of assam
    dibrugarh moran vlog
    gramaphone museum of assam
    moran
    assamese song
    first assamese song
    assamese vlog
    assamese new 2023
    assamese new
    prince bharali's vlog
    prince bharali
    dodo

КОМЕНТАРІ • 362

  • @BORNALIKALITA
    @BORNALIKALITA Рік тому +14

    Khub bhal lagil dei, thank you for sharing

    • @princebharalisvlog6578
      @princebharalisvlog6578  Рік тому +1

      ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে ৷৷

    • @PurnaKtpathak
      @PurnaKtpathak Місяць тому

      ​@@princebharalisvlog6578😂

  • @im_pbm
    @im_pbm Рік тому +83

    ইতিহাস মোহাৰি পেলাব বিচৰা দিনতো ইমান সুন্দৰকৈ অতীতৰ স্মৃতিবোৰ ধৰি ৰাখিব পৰাটো সহজ নহয় । তেওঁ সন্মানৰ যোগ্য ! 🙏🙏🙏

    • @earnmoneyassam
      @earnmoneyassam Рік тому +1

      ua-cam.com/video/dWsUiTFykhk/v-deo.html
      হৃদয়ত মাথোঁ তুমি । Assamese Story । Raaj Bikash । #PankajPreetam

  • @janbabaali3294
    @janbabaali3294 Рік тому +46

    এখেত সচাকৈয়ে সন্মানৰ যোগ্য।কিযে সযতনে সংৰক্ষণ কৰি ৰাখিছে। অনুষ্ঠান টো চাই বহুত সূখী হৈছো।🙏🙏🙏🙏🙏

    • @a.gsartstudio139
      @a.gsartstudio139 Рік тому +2

      Preservation of past technology, really great. It's property of long future

  • @anandadas6174
    @anandadas6174 Рік тому +6

    অপূৰ্ব্ব অতুলনীয় প্ৰচেষ্টা । দুস্পাপ্য আৰু আপুৰুগীয়া গ্ৰামফোন ৰেকডৰ সংগ্ৰাহালয় । তেখেতলৈ শ্ৰদ্ধা জনালো 🙏🙏

  • @KundanGupta-cx6tr
    @KundanGupta-cx6tr Рік тому +13

    অতি সুন্দৰ দাদা। আপোনাক কি বুলি ধন্যবাদ জনাম।ভাৱিয়ে আচৰিত হৈচো। যিটো সময়ত মানুহে আধুনিকতা আধুনিকতা বুলি মৰিচে। সেই সময়ত আপোনাৰ নিচিনা মানুহ এজন পাই। বহুত ভাল লাগিচে।

    • @earnmoneyassam
      @earnmoneyassam Рік тому

      ua-cam.com/video/dWsUiTFykhk/v-deo.html
      হৃদয়ত মাথোঁ তুমি । Assamese Story । Raaj Bikash । #PankajPreetam

    • @earnmoneyassam
      @earnmoneyassam Рік тому

      ua-cam.com/video/dWsUiTFykhk/v-deo.html
      হৃদয়ত মাথোঁ তুমি । Assamese Story । Raaj Bikash । #PankajPreetam

    • @ranjankumarbhattacharyya9941
      @ranjankumarbhattacharyya9941 Рік тому

      Record player kote powa jabo? More gorot 200 gramaphone record ase.

  • @Bijayborah01234
    @Bijayborah01234 Рік тому +8

    সঁচাই বহুত ভাল লাগিল অন্তৰ চুই গল, ছাৰ জনলৈ বহুত বহুত শ্ৰদ্ধা 🙏

  • @arpanarajbongshi1349
    @arpanarajbongshi1349 Рік тому +25

    ইমান মহামূল্যবান সম্পদ এতিয়াও আছে চৰকাৰে অলপ চকুকাণ দিব লাগে 🙏

    • @earnmoneyassam
      @earnmoneyassam Рік тому +1

      ua-cam.com/video/dWsUiTFykhk/v-deo.html
      হৃদয়ত মাথোঁ তুমি । Assamese Story । Raaj Bikash । #PankajPreetam

  • @user-vc6sq3ek9p
    @user-vc6sq3ek9p Рік тому +13

    ভাল্ লাগিল ভিডিঅ তো চাই... ধন্যবাদ সেই ব্যক্তি গৰাকীলৈ যি জনে সংৰক্ষণ কৰি ৰাখিছে অতি কষ্টেৰে..

    • @earnmoneyassam
      @earnmoneyassam Рік тому +1

      ua-cam.com/video/dWsUiTFykhk/v-deo.html
      হৃদয়ত মাথোঁ তুমি । Assamese Story । Raaj Bikash । #PankajPreetam

  • @debajanikalita1461
    @debajanikalita1461 Рік тому +7

    আজি বহু দিনৰ মূৰত এই ৰেকৰ্ড টো শুনি মনলৈ সেই তাহানিৰ আমি আমাৰ ঘৰত শুনা হিন্দী গানবোৰোলৈ মনত পৰি গৈছে ।এই গ্ৰামোফোনৰ পিনবোৰ বজাৰত পোৱা নগৈছিল ।আমি পিনবোৰশানশিলতজোঙা কৰা গান শুনিছিলো।।ভিডিওটো দেখি বহুত পুৰণি দিনবোৰ কথা মনত পৰিছে । ৰেকৰ্ড ৰ এটা বাকচ আছিলে।এতিয়া সেইবোৰ আছে নে নাই গম নাপাও

  • @kakalidas8367
    @kakalidas8367 Рік тому +6

    বহুত ভাল লাগিল। দুৱৰা চাৰলৈ এই সংগ্ৰহৰ বাবে অশেষ ধন্যবাদ আৰু প্ৰণাম জনালো।

  • @rajivgoswami3455
    @rajivgoswami3455 Рік тому +3

    জীৱনৰ এটি সুন্দৰ মূহূৰ্ত্ত অনুভৱ কৰিলোঁ। আপোনাৰ লগতে শ্ৰদ্ধাৰ শিল্পী গৰাকিলৈ ধন্যবাদ ও শ্ৰদ্ধা জনালোঁ।

  • @rukmapd.bhuyan1848
    @rukmapd.bhuyan1848 Рік тому +7

    Excellent collection , many many thanks for presenting precious song.

    • @earnmoneyassam
      @earnmoneyassam Рік тому

      ua-cam.com/video/dWsUiTFykhk/v-deo.html
      হৃদয়ত মাথোঁ তুমি । Assamese Story । Raaj Bikash । #PankajPreetam

  • @Deepb97
    @Deepb97 Місяць тому

    সাক্ষাৎ গ্ৰহণ কৰাজনৰ কথোপকথনৰ ভাষা অকণমান মান্য আৰু মাৰ্জিত হ'ব লাগে। খুব তথ্য সমৃদ্ধ ভিডিঅ’। ভাল লাগিল।

  • @utpalpatgiri7882
    @utpalpatgiri7882 Рік тому +6

    বহুত বহুত ধন্যবাদ জনালো ছাৰ, আপোনাৰ কাৰণে পুৰণি দিনলৈ উভতি যাব সুবিধা কণ কৰি দিয়া বাবে, এনেকৈ যেন সদায় সেই তাহানিৰ আপুৰুগীয়া কণ্ঠ বোৰ সজীৱ হৈ থাকে কামনা কৰিছো ।

  • @hemkantaborah7434
    @hemkantaborah7434 Рік тому +18

    উমানন্দ দুৱৰালৈ শত শত ধন্যবাদ।

    • @earnmoneyassam
      @earnmoneyassam Рік тому +1

      ua-cam.com/video/dWsUiTFykhk/v-deo.html
      হৃদয়ত মাথোঁ তুমি । Assamese Story । Raaj Bikash । #PankajPreetam

  • @Mridul_Hazarika.
    @Mridul_Hazarika. Рік тому +5

    অভিভুত হলো।সশ্ৰদ্ধ প্ৰণাম আৰু অভিনন্দন জ্ঞাপন কৰিলো ।

    • @earnmoneyassam
      @earnmoneyassam Рік тому

      ua-cam.com/video/dWsUiTFykhk/v-deo.html
      হৃদয়ত মাথোঁ তুমি । Assamese Story । Raaj Bikash । #PankajPreetam

  • @mitaligogoi8108
    @mitaligogoi8108 Рік тому +2

    বহুত মূল্যৱান সংগ্ৰহ। ধন্যবাদ দুয়োজনলৈকে।

  • @utpalbaruah6968
    @utpalbaruah6968 Рік тому +4

    Old is Gold, ইমান পুৰনা ৰের্কড্ আৰু গান শুনি নিজকে ধন্য মানিছো, আগতে আমাৰো এটা প্লেয়াৰ আছিল, ১৯৮১ চনত ভণ্টীৰ বিয়া আছিল, গুৱাহাটীত হৈছিল, লৈ গৈছিলো তালৈ, অসমীয়া,হিন্দী গান বজাইছিলো, বৰ ভাল লাগিছিল, তেতিয়া এখন লেটেষ্ট ৰের্কড্ ওলাইছিল, Kudrat চিনেমাৰ, কিনি আনি বহুত বজালো, শেষত আপুনি ইমান পুৰনা বস্তু সংৰক্ষন কৰা বাবে আপোনালৈ বহুত বহুত শ্রদ্ধা জনালো,🙏🙏🙏

    • @pranabkleng7413
      @pranabkleng7413 Рік тому

      Bohut val lagil sai.

    • @ranjankumarbhattacharyya9941
      @ranjankumarbhattacharyya9941 Рік тому +1

      Utpal Baruah record player kote pabo paru? 1974 sonot Fiesta Trans mains ata ata rerord player 900/- kina hoisil, pasot beya hol, koneo thik koribo nowarile, atiya 200 man record gorot pori ase.

  • @mridudas450
    @mridudas450 Рік тому +8

    আজি প্ৰথম দেখিলোঁ ধন্যবাদ বস্তুবোৰৰ সংৰক্ষণ কৰি ৰখা বাবে

  • @basistharabha5018
    @basistharabha5018 Рік тому +3

    কিমান যে মূল্যবান কৰ্ম এয়া !দেখি অভিভূত হৈছোঁ ।অলেখ প্ৰণাম ।

  • @tapanray552
    @tapanray552 Рік тому +6

    অসমৰএই আপুৰুগীয়া সম্পদ সংৰক্ষিত কৰাৰ বাবে ,মাননীয় দুৱৰা দেৱলৈ আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ৷

  • @Mh_art2037
    @Mh_art2037 Рік тому +2

    আপোনাৰ ভিডিওবোৰ সচাকৈ বৰ ভাল লাগে। বৃহত্তৰ অসমীয়া জাতিটোৰ এই সম্পদসমূহ নৱপ্ৰজন্মক চিনাকি কৰাই দিয়াৰ বাবে অশেষ ধন্যবাদ। keep it up.

  • @khanindra4399
    @khanindra4399 Рік тому +1

    বহুত ভাল লাগিল ৷ আপুনি এই Video টো কৰি বহুত ভাল কাম কৰিছে ৷ Video টো অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে চোৱা উচিত 🙏🙏🙏

  • @dharmeswarbarma
    @dharmeswarbarma Рік тому +1

    শ্ৰদ্ধাৰ শিল্পীসকলৰ কণ্ঠ শুনি হৃদয় চুই গ'ল,❤️ আৰু উমানন্দ দুৱৰা চাৰলৈ ধন্যবাদ থাকিল।

  • @poragkonwar1605
    @poragkonwar1605 Рік тому +1

    বহুত ভাল লাগিল।আমাৰ সংবাদাতা সকলে কাৰ মাইকীক কোনে নিলে ,তেনেকুৱা ধৰণৰ বাতৰি বিলাক হে পায়।এই বিলাক বহুত কম দেখে।

  • @BiswajitDas-um4sp
    @BiswajitDas-um4sp Рік тому +9

    অসমৰ পৰা প্ৰচাৰিত কৰা প্ৰাচীন গান সঞ্চাই কৰী ৰখাৰ বাবে এই ঠাই আৰু এই অঞ্চলৰ ব্যক্তি গৰাকীক মোৰ প্ৰণাম 🙏🙏🙏

  • @bishwa6672
    @bishwa6672 Місяць тому +1

    Just imagine it's 100years old recorded song. See today how audio technology is developed now from that buzzing gramophone to now dolby audio sound ❤❤ just amazing

  • @prabhatteron5807
    @prabhatteron5807 Рік тому +39

    Bohut mulyaban video. Umanando Sire or bihoiye Batori Kakotot porhibo paisilu. Video tu bonuwar babe apunaloy bohut bohut dhoinyabad thakil.

  • @swapnaborah6079
    @swapnaborah6079 Рік тому

    Priceless video,thanks for sharing.keep it up.I saw this type of gramphone at Hansara in a bengali gentleman's home.

  • @rmmixer1481
    @rmmixer1481 Рік тому +2

    বহুত ভাল লাগিল দেই ইমান পুৰণা শব্দ শুনিবলৈ পালোঁ

  • @nabajyotisikdar5785
    @nabajyotisikdar5785 Рік тому +1

    অতি চমকপ্ৰদ হৈছে এই vlog টো । এই ভদ্ৰলোক গৰাকিলৈ আমাৰ তৰফৰ পৰা বহু বহু আন্তৰিক ধন্যবাদ এই বাবেই যে তেখেতে অসমৰ এক আপুৰুগীয়া সম্পদ সাঁচি থৈছে আৰু জনসাধাৰণকো সেই আমেজ দিছে🙏🙏🙏

  • @apurbadas6799
    @apurbadas6799 Рік тому +4

    চৰকাৰে সহযোগ কৰক৷বজৰুৱা খবৰ প্ৰচাৰ কৰা সাংবাদিক সকলে এই বোৰ প্ৰচাৰ কৰক৷

  • @iranisaikia7178
    @iranisaikia7178 Рік тому +1

    সুন্দৰ ভি,ডি অ আমি আগৰ গামোফোন আছিল বত্তৰ্মান দেউতা নথকাবাবে সকলো নষ্টহৈ গল দুখ লাগে আপোনালোকলৈ ধন্যবাদ থাকিল সংগ্ৰহ কৰা বাবে 🙏

  • @jatindutta2244
    @jatindutta2244 Рік тому +2

    এই স্বনামধন্য ব্যক্তি জনক দেশে বিশেষ সন্মান প্ৰদান কৰা উচিত।

  • @user-ye2kz7dr5y
    @user-ye2kz7dr5y Місяць тому

    Bohut bhal logs kam apuni korise. Apunak bohut bohut dhanyabad.

  • @bobitabaruah9830
    @bobitabaruah9830 Рік тому +1

    তেখেতৰ সংগ্ৰহ মানিছো । আপুৰুগীয়া সম্পদ। বহুত ধন্যবাদ আপুনি চিনাকি কযৰি দিয়াৰ বাবে 🎉

  • @rinabegum8223
    @rinabegum8223 Рік тому

    Khub hundor ..val lagil iman dhunia koi preserve kori rakhise. Amar ghorotu hei homoyor kisu record ase aru Gramophone tu ase.

  • @jehirulhuda3147
    @jehirulhuda3147 Місяць тому

    বহুত মূল্যবান সংগ্ৰহ।
    আশাকৰো ভালদৰে সংৰক্ষণ কৰি ৰাখিব। অসমৰ অমূল্য সম্পদ হয়। ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ।

  • @malobikakakoty1789
    @malobikakakoty1789 Рік тому +8

    He is preserving the real treasure of Assam.Proud of you Sir.

  • @dibakargogoi342
    @dibakargogoi342 Рік тому

    Bohut Vhal lagill Apunar aei video tu sai,,,... Apunr proti2 video a sai bor vhl paw aru hikibo pru kisu njona barta.....ane koi a vhl vhl video social mediat ari dibo aru good gd workere mnuhr mjt joy kori juok ... Jai aii Axom n thanks for you brother...

  • @Debajit-malakar
    @Debajit-malakar 28 днів тому

    খুব ভাল লাগিল, এয়াও আমাৰ এক সংৰক্ষিত আপুৰুগীয়া সম্পদ, ধন্যবাদ তেখেতলৈ সংৰক্ষিত কৰি ৰখা বাবে ,লগতে ভিডিঅ'টো বনাই প্ৰচাৰ কৰা বাবে আপোনাকো ধন্যবাদ জনালোঁ।❤❤

  • @chomonuj7252
    @chomonuj7252 Рік тому +2

    Hundor prothom bar hunilu iman dinr agote record huwa gan, ধন্যবাদ ♥️♥️♥️

  • @tulyaboruah7078
    @tulyaboruah7078 Місяць тому

    বৰ সুন্দৰ সংৰক্ষণ। অশেষ ধন্যবাদ । আপুনি আগতে বহুত ভাল গীত গাইছিল মোৰ মনত পৰে।

  • @redhunteryt8961
    @redhunteryt8961 Рік тому +1

    Prince da আপোনাকো বহুত ধন্যবাদ জনাইছোঁ এনে হেৰাই যোৱা সমল সমূহ আমাৰ আগত উপস্থাপন কৰাৰ বাবে

  • @madanrabidas9451
    @madanrabidas9451 Рік тому

    Good collection of Assamesa recorded song thank you long live

  • @ritupornadevi8461
    @ritupornadevi8461 3 місяці тому

    অতি সুন্দৰ। দাদা জনে ইমান আপুৰুগীয়া সম্পদটো ইমান সুন্দৰকৈ সংৰক্ষণ কৰি থৈছে দেখি বৰ ভাল লাগিলে ।

  • @diptikumarbaruah1603
    @diptikumarbaruah1603 Рік тому

    A most valuable video.

  • @prasantaborah5229
    @prasantaborah5229 Рік тому

    বহুত ভাল লাগিল। পুৰণি আপুৰুগীয়া সম্পদ বোৰ সংৰক্ষণ কৰি ৰাখিছে। বহুত ভাল লাগিল। বহুত বহুত ধন্যবাদ।

  • @bikaskrsaikia6741
    @bikaskrsaikia6741 Рік тому +4

    Salute to respected Shri Duwarah Sir. Hope, the Axom Sahitya Sabha, Assam Government and Central Government will offer sufficient financial support for looking after of the National and International Visitors and the day to day maintenance of his outstanding collection of Old Golden Assamese songs and the cultural items, please🙏🇮🇳🙏
    Jai Aai Axom ❤🇮🇳❤

  • @ayubhussain449
    @ayubhussain449 Місяць тому

    Khub Bhal Lagil Thank you

  • @mrigendrakalita75
    @mrigendrakalita75 Місяць тому

    মাননীয় দুৱৰাদেৱ,কি বুলি যে আপোনাক ধন্যবাদ জ্ঞাপন কৰিম ভাবি পোৱা নাই। আপোনাৰ এই একক প্ৰচেষ্টা আৰু সংগ্ৰহৰ বিষয়ে জানিবলৈ পাই সঁচাকৈয়ে আপ্লুত হৈ পৰিলোঁ। ভগৱানে আপোনাক কুশলে ৰাখক আৰু দীৰ্ঘায়ু কৰক।

  • @debenborah2905
    @debenborah2905 Рік тому +1

    আপোনাৰ প্ৰচেষ্টা সঁচাই আদৰণীয় আৰু প্ৰশংসনীয়🙏

  • @mridulgohain4587
    @mridulgohain4587 Рік тому

    বহুত মুল্যবান সম্পদ সংৰক্ষণ কৰি ৰাখিছে। উঠি অহা প্রজন্মক এনে সম্পদ সমুহ দেখুৱালে বহুত জ্ঞান লাভ কৰিব বুলি মোৰ বিশ্বাস।

  • @paparikakati5778
    @paparikakati5778 Рік тому

    Salute to this gentleman. Very great work

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Рік тому +4

    Uninic video hoi. Nostalgic moment. We're proud of him.

    • @earnmoneyassam
      @earnmoneyassam Рік тому

      ua-cam.com/video/dWsUiTFykhk/v-deo.html
      হৃদয়ত মাথোঁ তুমি । Assamese Story । Raaj Bikash । #PankajPreetam

  • @JayPegu321
    @JayPegu321 Місяць тому

    ভাল লাগিল।।।❤❤❤

  • @pritamrabha6654
    @pritamrabha6654 Рік тому

    বহুত বহুত ভাল লাগিল

  • @binodkakati7300
    @binodkakati7300 Рік тому

    অসমৰ আপুৰুগীয়া সম্পদবোৰ সংগ্ৰহ কৰি সংগ্ৰাহলয়ত ৰাখি ৰাইজলৈ আগবঢ়োৱা উপহাৰৰ বাবে এই গৰাকী মহান শিল্পীক ধন্যবাদ জনাবই লাগিব ! সঁচাকৈয়ে উপযুক্ত সন্মান পোৱাৰ যোগ্য ! মহামহিম উমানন্দ দুৱৰাদেৱলৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ !

  • @banajitkalita5642
    @banajitkalita5642 Рік тому +1

    Bhahut bhahut bhal lagil dhanyabad apunalokok.

  • @antaripsexperiments836
    @antaripsexperiments836 Рік тому

    দুয়োজনলৈ অশেষ ধন্যবাদ। এইবোৰ চিৰকাললৈ ভালদৰে সংৰক্ষণ হৈ থাকে যেন।এইবোৰৰ মুল্য হয়তো আমি এতিয়া বুজিব পৰা নাই, কিন্ত ভবিষ্যত প্ৰজন্মই নিশ্চিত ভাবে এইবোৰৰ আদৰ কৰিব, সন্মান দিব আৰু গৌৰব কৰিব।

  • @gokulendragoswami5675
    @gokulendragoswami5675 Рік тому +5

    Many many thanks and regards to Sri Uma nanda Duwarah.❤

  • @manojkumardas7757
    @manojkumardas7757 Рік тому

    Bahut dhuniya prasesta.....bahut bahut dhanyabad aponaloi....

  • @binodkakati7300
    @binodkakati7300 Рік тому

    আপুৰুগীয়া সম্পদ এবিধ দেখিলো -প্ৰথমবাৰৰ বাবে ! বহুত ভাল লাগিল ভিডিঅ'টি চাই ! আপোনালৈ অশেষ ধন্যবাদ জনালোঁ !

  • @balendas4259
    @balendas4259 Рік тому +2

    আপুনি হেমন্ত বিশ্বই কিয় মোডীয়েও নোৱাৰা কাম এটা কৰিছে । কেতিয়াবা শশৰীৰে যোৱাৰ চেষ্টা কৰিম । আপোনাক বহুত বহুত ধন্যবাদ আপলোড দিয়াৰ বাবে ।

  • @rajendersinghdhillon5413
    @rajendersinghdhillon5413 Місяць тому

    CHARAIDEO DISTT. Proud
    With you sir. Keep it up good work.

  • @pradipkhoud4665
    @pradipkhoud4665 Місяць тому

    এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'পালোঁ আজি!

  • @dimplehazarika9609
    @dimplehazarika9609 Місяць тому

    উমানন্দ দুৱৰা দেৱলৈ সশ্ৰদ্ধ প্ৰণাম জনালো ।আপুৰুগীয়া সম্পদৰ অধিকাৰী তেখেত ।অতি মূল্যবান ।

  • @mr.r2rofficial515
    @mr.r2rofficial515 Рік тому

    Val lagil. Dada puronir njona kisu smriti appuni. Dekhuwar karne. 👐👐👐👐❤❤❤💗💗💓💓

  • @runusaika4715
    @runusaika4715 Рік тому

    আপুৰুগীয়া সম্পদ এটা দেখি আপ্লুত হলো, বহুত বহুত ধন্যবাদ জনালোঁ দেই এই মহৎ কামৰ বাবে

  • @hemantahazarika9715
    @hemantahazarika9715 Рік тому +3

    মই এদিন এইটো সংগ্ৰাহলয়লৈ যামেই,,, বুকুখন ভৰি গ'ল,

  • @minudevi785
    @minudevi785 Рік тому

    গাম ফোন ৰেকৰ্ডাৰত টোত দেখিছিলো আৰু গীত
    শুনিছো । সুন্দৰ সংৰক্ষণ বহুত ভাল কাম কৰিছে

  • @Your_follower11
    @Your_follower11 Рік тому

    সন্মানীয় গুৰু উমানন্দ চাৰ ক দেখি বহুত ভাল লাগিল🌸🌸 গ্ৰামোফোন ৰেকৰ্ডৰ লগতে তেওঁ আমাৰ সমল ♥️♥️

  • @mauchamthakuria09
    @mauchamthakuria09 Рік тому +1

    Xundar ❤❤❤

  • @padmadhartalukdar8047
    @padmadhartalukdar8047 Місяць тому

    বহুত ধন্যবাদ দুৱৰা, ছাৰ।

  • @bumonvlogs3222
    @bumonvlogs3222 Рік тому

    Bhal lagil.

  • @Digantabhai8430
    @Digantabhai8430 Рік тому +2

    Vl lagil dada❤️❤️❤️

  • @Abhi_Bora01
    @Abhi_Bora01 Рік тому

    Xundor video ata salu❤

  • @alokchatterjee6710
    @alokchatterjee6710 Рік тому

    Valuable collections .
    Govt. should come forward to preserve .

  • @RumiRabha-hn4wg
    @RumiRabha-hn4wg 4 місяці тому

    Huni bohut val lagise

  • @tankachetry4546
    @tankachetry4546 Рік тому

    সংৰক্ষণ কৰি ৰখাৰ বাবে বহুত বহুত
    ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপোনাৰ ত্যাগৰ বাবে আমি নথৈ সুখী।🙏🏻🙏🏻

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Рік тому +5

    Nostalgic moment.God bless him.

    • @earnmoneyassam
      @earnmoneyassam Рік тому

      ua-cam.com/video/dWsUiTFykhk/v-deo.html
      হৃদয়ত মাথোঁ তুমি । Assamese Story । Raaj Bikash । #PankajPreetam

  • @atikulislam6579
    @atikulislam6579 Рік тому +1

    Rare collection of recording. Gramophone
    Record🙏

  • @electrorepairhub
    @electrorepairhub Рік тому

    Very nice ❤

  • @rituparnabhardwaj760
    @rituparnabhardwaj760 Рік тому +2

    অতি সুন্দৰ...!!

  • @keshabhazarika1815
    @keshabhazarika1815 Рік тому

    সচকৈ অসমীয়াৰ এটি গৌৰৱ । ধন্যবাদ দুয়োকে ।

  • @rupamraag7268
    @rupamraag7268 Рік тому

    Thaq dada thaq❤️❤️👌👌👌

  • @hemiltonkhataniar6580
    @hemiltonkhataniar6580 Рік тому

    Bohut bhal lagil

  • @manojtalukdar6647
    @manojtalukdar6647 Рік тому +1

    ধন্যবাদ উমানন্দ লগতে উটিউব কৰা উদীয়মান যুবক জনলৈ , এনেকুৱা পৰিঘটনাবোৰ সম্প্ৰসাৰণ হৈ থাকিলেহে নৱ-প্ৰজন্মই অসমীয়া সংস্কৃতিৰ লগতে অসমৰ পুৰোধা ব্যক্তি সকলৰ বিষয়ে কিছু জানিবলৈ আৰু বুজিবলৈ সক্ষম হ'ব বুলি মনে কয়।। কিন্তু চৰকাৰ তথা অসমৰ সাংস্কৃতিক বিভাগটোৰ এই বোৰ প্ৰতি বৰ অনিসা যেন অনুভৱ হয় আশা কৰোঁ কিছু গুৰুত্ব দিব।।

  • @pranjalkalita2633
    @pranjalkalita2633 Рік тому +2

    Bhut vl lagil

  • @Withhprcreation
    @Withhprcreation 7 місяців тому +1

    চৰকাৰে তেখেতক সন্মানসহকাৰে সংগৃহালয়টো ভালদৰে মন দিব লাগে

  • @GautamBthapa
    @GautamBthapa Рік тому

    Great video 🙏

  • @amaragarwala7474
    @amaragarwala7474 Місяць тому

    ভাল লাগিল

  • @narayanborah6644
    @narayanborah6644 Рік тому

    Bohut bohut dhonabad sir

  • @SambaruDas-hb6uk
    @SambaruDas-hb6uk Рік тому

    ধন্যবাদ জ্ঞাপন কৰিলোঁ।

  • @manikjyotiofficial
    @manikjyotiofficial Рік тому

    বৰ সুন্দৰ ভিদিঅ

  • @pranpratimbordoloi397
    @pranpratimbordoloi397 Рік тому

    শ্ৰদ্ধাৰ দুৱৰা ডাঙৰীয়াক প্ৰণাম জনালো ৷ তেখেতে সঁচাকৈয়ে বৰ মহৎ কাৰ্য্য কৰিছে ৷ এই সুন্দৰ ভিডিওটোৰ বাবে ইউ টিউবাৰ ভাইটিজনক ধন্যবাদ ৷ আশা কৰো অসম চৰকাৰে এই আপুৰুগীয়া সংগ্ৰহক আগুৱাই নিবলৈ সহযোগ কৰিব ৷

    • @user-wy9ts8gw4z
      @user-wy9ts8gw4z 2 місяці тому

      Internet ত সংৰক্ষণ কৰিলে আৰু ভাল

  • @rahulnath4618
    @rahulnath4618 Рік тому

    Bahut bahut vl lagile ❤️ from darang 🙏🙏

  • @jagatchandraray7881
    @jagatchandraray7881 Рік тому

    Bahut val lagil

  • @kiritiacharya8427
    @kiritiacharya8427 Рік тому

    Apunar voice khub dhunia

  • @maxxxdrone7354
    @maxxxdrone7354 Рік тому

    Waioooo ,,,moja