BAAD BIBAD | বাদ-বিবাদ | চাৰি বছৰ অজ্ঞাতবাসৰ পাছত মুখ খুলিছে প্ৰাক্তন আলফা নেতা জীতেন দত্তই | N18V

Поділитися
Вставка
  • Опубліковано 10 лют 2025
  • BAAD BIBAD | বাদ-বিবাদ | চাৰি বছৰ অজ্ঞাতবাসৰ পাছত মুখ খুলিছে প্ৰাক্তন আলফা নেতা জীতেন দত্তই | N18V
    #News18Assamoriginals
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #bijukumardeka #jitendutta #ulfa #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/des...
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

КОМЕНТАРІ • 213

  • @JBsMixMedia
    @JBsMixMedia Місяць тому +16

    এখেতে মুখেৰে বহু ভাল ভাল কথা কৈছে কিন্তু তেখেত এজন ধুৰন্ধৰ আছিল ।

  • @ranjitgowsami7891
    @ranjitgowsami7891 2 місяці тому +49

    ৰাইজমেল পাতোঁতে আপুনি নগল, মনত আছে ছাগে 😂

    • @Biswajitkhongia24
      @Biswajitkhongia24 Місяць тому +2

      কিয় মৃণাল হাজৰিকা ডাঙৰীয়া গাত পাতি লব লগা হল তেওঁ কিয় লাজ পাব লগা হল আপোনাৰ বাবে

    • @krishnakamalhazarikaoffici9786
      @krishnakamalhazarikaoffici9786 Місяць тому

      মৃণাল হাজৰিকাও ধুৱা তুলসীৰ পাত নহয়।​@@Biswajitkhongia24

  • @AtulSaikia-gi4vn
    @AtulSaikia-gi4vn Місяць тому +20

    ভূটানত যে আপোনালোকৰ সতিৰ্থ হেৰাল । তেখেত সকলৰ চিন্তা কৰক

  • @sailenneog5497
    @sailenneog5497 Місяць тому +19

    কাকপথাৰত ৰাইজমেল পাতোতে কিয় আহিব নোৱাৰিলে?

  • @nabajyotichetia51
    @nabajyotichetia51 2 місяці тому +29

    ইয়াৰ কথা বেছি কামত একো নাই।

  • @promudborgohain7920
    @promudborgohain7920 2 місяці тому +20

    বিপ্লৱ জ্যোতি মৰাণৰ কথা বিলাক মিছা নেকি??? জঙ্ঘলত বিব্যসায় কৰিছিল চাগে। সেই বাবেই আজি কৌটি, কৌটি টকাৰ বিৱসায়।কৰক বেয়া নাপাও। কিন্তু স্বাধীন অসমৰ কথা কৈ কিমানক মাৰিবলৈ দিলে হিচাপ টো দিবচোন দও দাঙৰীয়া। নহ'লে উওৰ টো আপুনি সৌৰভ গগৈৰ পৰাই পাই যাব।

    • @LuhitGogoi-s2k
      @LuhitGogoi-s2k Місяць тому +1

      বিপ্লৱ জ্যোতি মৰাণ নহয়,,, মোহন আছিল,,,,এটা আহোম মানুহৰ টাইটেল,, এইজন সামাজিক মাধ্যমত বা পেটেলৰ ওচৰত সুন্দৰ মন্তব্য আগবঢ়ায়। নিজৰ ব্যক্তিগত ফুন বা মেচেজ কৰিলে কোনো উত্তৰ নিদিয়ে

  • @kalponakirankashyap5037
    @kalponakirankashyap5037 2 місяці тому +18

    নতুন চিন্তাধাৰাৰ এক নতুন নৱ জাগৰণৰ সৃষ্টিৰ দ্বাৰা মুলতঃ অসমবাসীৰ উপনিত হৱক। কৰ্ম সংস্কৃতিৰ অৰ্থনীতি স্বাৱলম্বিতা দ্বাৰা জাতিটোৰ বহু খিনি ক্ষেত্ৰত উন্নত হ'ব ।এনে প্ৰচেষ্টাৰ বাবে আপোনাৰ লগতে সকলো সহযোদ্ধালৈ নেদেখা জনে শক্তি দিয়ক লগতে শুভেচ্ছা ও শুভকামণা জনালোঁ 🙏

  • @AjayKDMuktiar
    @AjayKDMuktiar Місяць тому +2

    অতি সুন্দৰ পদক্ষেপ, এনেকোৱা ধৰণৰ গঠনমূলক ব্যৱস্থাহে আমাৰ জাতিটোক আগুৱাই নিয়াত সহায় কৰিব ।

  • @sushilkonwar7012
    @sushilkonwar7012 2 місяці тому +19

    Army লগত fight কৰিব নোৱাৰি আত্ম সমৰ্পণ কৰিবলৈ বাধ্য হব ই লাগিব । এতিয়া আকৌ প্ৰাক্তন আলফা তিনি ভাগত বিভক্ত -- অসমীয়াই জীৱনত নিজৰ অসমীয়াৰ মাজত হে মতা শোষণ গিৰি -- বিখ্যাত বিখ্যাত কথাৰে --- যদি নিজেই নিজক -- নিজ কলুষিত কৰাৰ অপ্ৰান প্ৰচেষ্টা -- নিজৰ স্থিতিক লৈ গৌৰৱ কৰাৰ বাহিৰে অন্য একো কাম নাই ,,,-- এক তাত ঘূণে কোনে লগালে

    • @PhuraLung
      @PhuraLung 2 місяці тому +1

      Few hundred ulfa vs 30000 army men but still army couldn't defeat ulfa😂

    • @mgnkl
      @mgnkl 27 днів тому

      Anirban Hazarika aru Megho Phukanok jetia Army encounter koribo goisil tetia okol 9 jon ULFA asil aru 1200 Army+Police asil, aru gutei rati ammunition hekh nuhua loike kaijia kori asil, puwa teuluk swahid hoisil

    • @mgnkl
      @mgnkl 27 днів тому

      Anirban Hazarika aru Megho Phukanok jetia Army encounter koribo goisil tetia okol 9 jon ULFA asil aru 1200 Army+Police asil, aru gutei rati ammunition hekh nuhua loike kaijia kori asil, puwa teuluk swahid hoisil

    • @mgnkl
      @mgnkl 27 днів тому

      Anirban Hazarika aru Megho Phukanok jetia Army encounter koribo goisil tetia okol 9 jon ULFA asil aru 1200 Army+Police asil, aru gutei rati ammunition hekh nuhua loike kaijia kori asil, puwa teuluk swahid hoisil

    • @mgnkl
      @mgnkl 27 днів тому

      Anirban Hazarika aru Megho Phukanok jetia Army encounter koribo goisil tetia okol 9 jon ULFA asil aru 1200 Army+Police asil, aru gutei rati ammunition hekh nuhua loike kaijia kori asil, puwa teuluk swahid hoisil

  • @NayanDoley-y7j
    @NayanDoley-y7j Місяць тому +2

    কথাবোৰ উলঠাকৈ কোৱা যেন অনুমান কৰিছোঁ । কোনো এখন বাতৰিত পাইছিলো আপোনাৰ ল'ৰাৰ ৰীজড খনত অশালীন হোৱাৰ কথা মহাশয় । কোটি কোটি টকা কৰ পৰা পালে ছাৰ । আমাৰ জীৱন শেষ হবলৈ হৈছেগৈ তেনে কৰ্ম কৰিবলৈ, তথাপিও আমাৰ সপোন সপোনে হৈ থাকি গ'ল । কাৰন অৰ্থ ৰ অভাৱ ।

  • @JantuBaruah-b1n
    @JantuBaruah-b1n Місяць тому +5

    আৰ্মি হাতত কিমান নিৰ্যাতনৰ বলি হ'ল , মোৰ দৰে হেজাৰ অসমীয়া,
    ন্যায়ালয়ৰ দুৱাৰে দুৱাৰে আজিও দৌৰি আছে মোৰ দৰে হেজাৰ জনে?
    কাগজৰ খমখমিয়া নোটত,
    বিলাসিতাৰ ৰমক জমকত
    বিলীন হ'ল সংগ্রামী সত্তা,
    বঙহক নিৰ্যাতিত কৰি আজি বহু লোক ডাঙৰ নেতা?
    আপোনাৰ কথাৰ দৰেই যদি কামবোৰ আগবাঢ়ি যাই,
    নহব কোনো আইৰ বুকু শুদা।

  • @DilipmoranMoran
    @DilipmoranMoran 13 днів тому

    বৰ সুন্দৰ পদক্ষেপ ❤

  • @Arabinda931
    @Arabinda931 2 місяці тому +11

    আপোনালোকে গুপ্ত ঘাটকৰ লগত জড়িত

    • @n.gogoi3280
      @n.gogoi3280 2 місяці тому +1

      100% জড়িত ।

    • @PhuraLung
      @PhuraLung 2 місяці тому +1

      প্ৰমাণ কী?

  • @nilutpolbora5922
    @nilutpolbora5922 2 місяці тому +14

    ঐই মূখ টোৰ কি অৰিহণা আছে অসমৰ কাৰনে

  • @BeingHuman-q8p
    @BeingHuman-q8p 2 місяці тому +6

    জয় আই অসম। শুভেচ্ছা থাকিল

  • @Biswajitkhongia24
    @Biswajitkhongia24 Місяць тому +4

    যুদ্ধ বিৰুতি শিবিৰৰ ২৮ বেটেলিয়ন কেম্পৰ কিয় (Ration supply val নহল মানুহ খিনিৰ কস্ত কিয় আপুনি নুবুজিল দায়িত্ব আপোনাক দিয়া হৈছিল ন।

  • @BHABESHRABHA-j2p
    @BHABESHRABHA-j2p Місяць тому +4

    কথা বৰ মিছা

  • @MujibulHoqueChowdhury
    @MujibulHoqueChowdhury Місяць тому +4

    কিন্তু মোৰ এটা অনুৰোধ এই সামগ্ৰীসমূহ বণিয়াৰ হাতত গতাই নিদিয়ে যেন কাৰণ এওঁলোকে অসমৰ অৰ্থনৈতিক দিশটো হস্তগত কৰা দেখা পাইছো তেওঁলোকে ৰাষ্ট্ৰীয় পথৰ কাষত ডাঙৰ ডাঙৰ গোদাম নিৰ্মাণ কৰি আজি বজাৰ নিয়ন্ত্ৰণ কৰি‌ মূল্য বৃদ্ধি কৰি আছে তাৰ বাবে কিবা প্ৰদষেপ গ্ৰহণ কৰিব নে ?

  • @bipulborah4960
    @bipulborah4960 2 місяці тому +2

    বহুত সুন্দৰ পদক্ষেপ আৰু কৃযি বিপ্লৱী মনোভাৱে কাম কৰি যাব লগিব ... । আশা কৰোঁ ভৱিষ্যতৰ উন্নতি কামনা কৰো..!

  • @simantanaginisimantanagini6780
    @simantanaginisimantanagini6780 Місяць тому +3

    ভাল লাগিছে সচাঁ কথাবোৰ ৰাইজক জনোৱাৰ বাবে

  • @GlobalAssam23
    @GlobalAssam23 Місяць тому +3

    স্বাধীন অসম আৰ্থিক পেকেজতে সীমাবদ্ধ হ'ল .....

  • @ranusaikia703
    @ranusaikia703 2 місяці тому +4

    আলফা বোৰ যেতিয়া চালফা হয় তেতিয়া তেওঁ লোকৰ এচাম লাখপতি বা কোটিপতি। কিন্তু এচাম ভিষাৰী। কিয়? চালফা বোৰ কিয় ভাগ ভাগ? কাৰ বাবে এইবোৰ। সকলো সংগঠনৰে এইবোৰেই নিতি। সেইবোৰেই জাতিৰ দুৰ্ভাগ্য।

    • @anjanasom-t4z
      @anjanasom-t4z 2 місяці тому

      কিছুমান যোগাত্মক মন্তব্য আগবঢ়ায় ভাল কৰিলে

  • @DharitriLodge
    @DharitriLodge Місяць тому +3

    দেৰিকৈ হলেও জিতেন দত্ত ই উপলব্ধি কৰিছে তাৰ বাবে ধন্যবাদ জনালোঁ আৰু সময় সুবিধা পালে নিশ্চয় কেতিয়াবা মত বিনিয়োগ কৰিম .।

  • @litonbaruah253
    @litonbaruah253 2 місяці тому +7

    Kotha besi iyar

  • @DipakDas-ji6lk
    @DipakDas-ji6lk Місяць тому +1

    ধন্যবাদ জিতেন দত্ত ছাৰ আগূৱাই গৈ থাকোক

  • @khargeswarnath2624
    @khargeswarnath2624 Місяць тому

    ভূটান অভিজানত নিৰুদ্দেশ হোৱাৰ সকলৰ খবৰ উলিয়াই ঘৰৰ পৰিয়ালক শান্তনা দিয়ক

  • @NitulDutta-l9q
    @NitulDutta-l9q 2 місяці тому +6

    ভাল লাগিল কথাখিনি জানি ৰাইজৰ কাম কৰি জাওক

    • @Axomiakhetiyok
      @Axomiakhetiyok 2 місяці тому +1

      ঘেন্তা

    • @Axomiakhetiyok
      @Axomiakhetiyok 2 місяці тому

      সদায় খেতি কৰি আছো জনা ৰে পৰা

    • @Axomiakhetiyok
      @Axomiakhetiyok 2 місяці тому

      বন্দুক ধৰাৰ আগতে এনে কথা কোৱা হলে মানি ললোহয় এতিয়া নও,,,,

  • @bhanuprovaboruah8810
    @bhanuprovaboruah8810 Місяць тому

    Thannk you .

  • @PobanBorah-i8b
    @PobanBorah-i8b 28 днів тому

    Good

  • @Kapilmedhi-w1e
    @Kapilmedhi-w1e 2 місяці тому +7

    অৰবিন্দ হত সুবিধাবাদী |

  • @AbulSarkar-zw7js
    @AbulSarkar-zw7js 2 місяці тому +6

    বহিৰ্জগত দেখা যায় কিন্তু অন্তৰ্জগত কোণেও দেখা নাপায়।

  • @mantusaikia6686
    @mantusaikia6686 2 місяці тому +1

    পথাৰ আৰু বজাৰৰ প্ৰাথমিক মানসিকতা প্ৰকৃত জাতীয় দেশপেম হিচাপে স্বীকৃতি হোৱাতো প্ৰশঙসনীয় পদক্ষেপে । অথনৈতিক সঙগামৰ বাবে আপোনালোকলৈ শুভেচ্ছা থাকিল ।

  • @kingsgaming8641
    @kingsgaming8641 23 дні тому

    আপুনালোকৰ নিচিনা মানুহবোৰ স্বাৰ্থপৰ।

  • @tridipphukan751
    @tridipphukan751 Місяць тому

    ❤❤❤❤❤

  • @amritkalita7315
    @amritkalita7315 2 місяці тому +2

    অতি সুন্দৰ পদক্ষেপ জিতেন দত্তলৈ বহুত বহুত ধন্যবাদ জনালো !আগুৱাই যাওক আশিৰ্বাদ থাকিল ❤

  • @TridipDoley-ro3rr
    @TridipDoley-ro3rr 2 місяці тому +6

    হয় ! অৰ্থনীতি মেইণ❤ !

  • @bikashkalita7531
    @bikashkalita7531 Місяць тому

    very nice thinking.

  • @JugamoniMoran
    @JugamoniMoran Місяць тому

    Nice ❤

  • @surajitkalita8584
    @surajitkalita8584 Місяць тому +1

    Apunar kothak bur bhal lagil.anedorai aguai jaok

  • @rijumanihazarika4767
    @rijumanihazarika4767 Місяць тому +1

    Great job ❤❤❤

  • @dibakarmali5637
    @dibakarmali5637 2 місяці тому +3

    সুন্দৰ পদক্ষেপ লৈছে জীতেন দত্ত দেৱে।

  • @BitupanDohutia
    @BitupanDohutia Місяць тому +1

    মিছ কথা কইছা দত্ত

  • @bituponlahon-rp1vt
    @bituponlahon-rp1vt Місяць тому +3

    নোৱাৰিলে যাব নালাগে ককাই। জনামতে , আলফাত যোগদান কৰা সময়ত বুলেট কামুৰি শপত লোৱা হয়। শপত বাক্যত কোৱা কথা খিনি আজি কেনেকৈ পাহৰিব পাৰিলে। অসমৰ কাৰণে কাম কৰিব ৰিজৰ্ট হে খুলিলে। যি কোনো কোম্পানী অথবা মালিকৰ ব্যৱসায়ৰ পৰা কৰ্মচাৰীয়ে যদি ৫% পায় তাৰ বিপৰীতে মালিকে ৫০% লাভ কৰে।
    যিমান যি কলেও ৰাইজে নুশুনে। সকলোৱে জানে , আপুনি টকাৰ পাহাৰ গঢ়ি বহি আছে। ল'ৰা এখিনিক উচতাই মৰা , আপোনাৰ দৰে মানুহৰ মুখ চাবলৈ নাপায়। ৰাইজ মেললৈ যাওঁতে আপোনাক মাৰিব। এইটো কথা মুখেৰে কৈছে নে ? পুক লগা গৰু দৰে চকী ঘুৰাই থাকিব নালাগে , মহাশয়। হিমাংশু গগৈ বুলি কোৱা জনলৈ আপুনি বৰ ভয় কৰিলে।
    এনেই ঘৰ বিভীষণ হৈ সংগঠনত খেলি মেলি খন কৰিলে। এতিয়া খেতি নকৰি কি কৰিব। ৰাইজৰ মনত নিজকে ভাল বুলি দেখুৱাব লাগিব। এয়াই এখেতৰ মূল মন্ত্র।
    আপোনাৰ দৰে ১০ টা উভতি আহিলেও সংগঠনৰ একো বেয়া কৰিব নোৱাৰে। আপুনি আহি দিয়াৰ পিছত বহুত ভাল ভাল ল'ৰাই তেজ দি আই পূজা কৰি গ'ল। ভৱিষ্যতে আৰু ভাল ভাল ল'ৰা যাব। আপোনাৰ দৰে বহু কেইজনে নিজৰ স্বার্থ পূৰ কৰিলে। জ্ঞান , উদয় , জান আৰু য়াংকু বুলি নামবোৰ শুনিছিলে নহয়।
    পৰেশ বৰুৱা ডাঙৰীয়াক কৰা বিশ্বাস ঘাটকতা লগতে অসমীয়া জাতিৰ লগত কৰা গাফিলতি কোনেও নজনাকৈ থকা নাই। ধোৱা তুলসীৰ পাত দেখুৱাই একো লাভ নহয়।

  • @AnantaSaikia-xq8xu
    @AnantaSaikia-xq8xu 2 місяці тому +2

    দত্ত ডাঙৰীয়া আপোনাৰ কথাখিনি শুনি বহুত ভাল লাগিল ! আপোনি ১০০% সঁচা কথা কৈছে । ভৱিষ্যতেও আপোনি লৰাবোৰৰ লগত সহযোগ কৰিব বুলি আশাৰে বাট চাই ৰলোঁ ধন্যবাদ ।

  • @tunborah4690
    @tunborah4690 Місяць тому

    মাজুলীৰ বহুত লৰাক আপুনি খেতি কৰিবলৈ শিকালে , আপোনাক আমি বহুত ভাল পাওঁ

  • @অসমীয়াপৰিয়াল

    চাহৰ বাগান কৰক। এই উদ্যোগ টো ইতিমধ্যে ৰাজস্থান লৈ গৈ আছে । অসমীয়া কেইজন মানে আছে ।

  • @dasmanasmita6175
    @dasmanasmita6175 2 місяці тому

    Dada 🙏🙏🙏

  • @kabintalukdar8668
    @kabintalukdar8668 2 місяці тому

    Aapunar updekh dhunia dada
    Aag Bhari jawk

  • @prosenjitsarmabaruah401
    @prosenjitsarmabaruah401 2 місяці тому

    👍🏻

  • @durlavgogoixomonnoy
    @durlavgogoixomonnoy 2 місяці тому

    ❤❤

  • @AbulSarkar-zw7js
    @AbulSarkar-zw7js 2 місяці тому

    সকলো বোৰ প্ৰসঙ্সা কৰুনা ময়ৰ তেওঁ আজি ৫০ বছৰ ধৰি দেশৰ বাবে যোজাৰুকো মুক্ত ভাবে সকলোৰে লগত চলিবলৈ দিলে যাৰ বাবে নেদেখা জনলৈ প্ৰাৰ্থনা দেশৰ আটাইকে শান্তি প্ৰদান কৰক।

  • @NabajyotiBaruah-k2z
    @NabajyotiBaruah-k2z Місяць тому

    I love jiten,kokaideu

  • @TravelerAmr2457
    @TravelerAmr2457 Місяць тому +2

    Resort
    Koyla , kath
    Aibur kot gol kla
    Hosa kobole laj kio,,,?
    Kakopother raij mel kio nahil,,??

  • @papuchetia4751
    @papuchetia4751 2 місяці тому +2

    ভাল পদক্ষেপ।

  • @shirumonichutia913
    @shirumonichutia913 2 місяці тому +3

    পলৰীয়া 😄😄

  • @akhilthewanderer6535
    @akhilthewanderer6535 2 місяці тому +3

    Kokoathar raiz mail ot jiteen dutta kio nahil

  • @BaikunthaDeka-yp2dx
    @BaikunthaDeka-yp2dx Місяць тому

    ইয়াৰ কথা শুনি হাহি উঠি যায়

  • @ramensonowal4618
    @ramensonowal4618 Місяць тому

    Aguwai jok

  • @horeshsaikia4244
    @horeshsaikia4244 2 місяці тому

    Thik koise sir

  • @prabinbora1603
    @prabinbora1603 2 місяці тому +1

    অসমীয়া লৰাই কাম কৰি খাম বুলি ভাবিব পাৰিব লাগিব আমাৰ জাতিটো আবেগিক

  • @narzaryjs7681
    @narzaryjs7681 2 місяці тому +1

    Haha Val lagesi sir...

  • @netpro4379
    @netpro4379 Місяць тому

    I met this fellow a few times in our village during the time when I was in School. This fellow and few others used to visit our village with arms in their hands give lecture about freedom struggle. Later this fellow surrendered. After he left ulfa, he even used to threaten one of my friends asking about the whereabout of his uncle who was also in Ulfa during that time. This fellow is absolutely selfish . Never trust what this guy says

  • @rubulsarma5869
    @rubulsarma5869 2 місяці тому +4

    Bisakh Ghatok Bisakh korela aamar vul hobo.

  • @mridulkumarborah4181
    @mridulkumarborah4181 2 місяці тому

    Karmar adarshar babe Dhanybad.

  • @nurjamalhoque975
    @nurjamalhoque975 2 місяці тому

    Best of luck dada great idea

  • @LombhitMoran
    @LombhitMoran Місяць тому

    বেচি ভাগ মৰাণ ল'ৰা মাৰিচে এই জনে

  • @JeksonChaw-p4t
    @JeksonChaw-p4t Місяць тому

    Brand name ( modern ULFA)

  • @MukulHazarika-zi7yx
    @MukulHazarika-zi7yx 2 місяці тому +1

    সুন্দৰ পদক্ষেপ।

  • @rantusaikia4578
    @rantusaikia4578 Місяць тому

    চেয়াৰমেন আপুনি হৈ ল'ব

  • @brojenkhargharia15
    @brojenkhargharia15 2 місяці тому

    Good job getan god bless you cm apone help korok joi ai assam

  • @nabajyotikalita480
    @nabajyotikalita480 2 місяці тому

    Best Ex ulfa leader.we Appreciate your work sir

  • @bigboss.3213
    @bigboss.3213 2 місяці тому +7

    সন্দেহ আছে সচাঁ বুলি কাকো কব নোৱাৰোঁ।

  • @surajsonowal1656
    @surajsonowal1656 Місяць тому

    Damper 200/300 খনৰ মালিক হৈ এইটো

  • @janali3284
    @janali3284 6 днів тому

    তই ডকাইত হয়, দূখিয়া ৰাইজৰ টকা খাই থাক

  • @rimjimnath558
    @rimjimnath558 2 місяці тому

    দত্ত ডাঙৰীয়া আপোনাৰ কথা আৰু মনোভাৱ যদি সঁচা তেন্তে কব বাধ্য সম আপুনি সঁচা অসমীয়া।আপুনি সমিয়াৰ কাৰণে আগ বাঢ়ক।জনতাৰ কাৰণে মাত মাতক তাকে বিচাৰো।কিন্তু আপুনি কাকো হিংসা নকৰিব। ঘাটক মানে সতীৰ্থ ক হত্যা।নকৰিব।আপুনি ধন্যা।বৰুৱাক পাৰিলে আলোচনাৰ মাজলৈ মাতক আৰু অসমীয়াৰ দুখ সমাধান কৰিব দীয়োক। মোৰ নিজা মত

  • @ProdipBoruahBoruah
    @ProdipBoruahBoruah 2 місяці тому

    very good gogoi da

  • @PhuraLung
    @PhuraLung 2 місяці тому +1

    জয় আই অসম।

  • @mgnkl
    @mgnkl 27 днів тому

    28 No Batallion tu apuni kio bhangi pelale?

  • @pranasom
    @pranasom Місяць тому

    পাৰ্থ পুতি থোৱা মালবোৰ এনজয় কৰা ই ভালকৈ কৰিলে

  • @ujaniradda2753
    @ujaniradda2753 Місяць тому

    Ahok hokolue mili misa kotha hunu

  • @MonjitSaikia-k9p
    @MonjitSaikia-k9p 2 місяці тому +4

    Gida khuwa hangbadik aitu

  • @RanjitGogoi-d1n
    @RanjitGogoi-d1n 21 день тому

    তই কাকপথাৰ ৰাইজমেল কিয় নাহিলি তুক পকৰ ফলিলে হয় সেইদিনা আহা হয়।

  • @jugendraboruah8614
    @jugendraboruah8614 Місяць тому

    আপুনি বিজেপি ওৱাচিঙ মেছীনত সোমাবলৈ ছেষ্টা কৰি আছে?

  • @TimePass-qo7ch
    @TimePass-qo7ch Місяць тому

    Assamia kissan Biplab,

  • @AjitBorah-j9u
    @AjitBorah-j9u 5 днів тому

    Jiten Duttaor kotha hunilay hi hi hi hi hi hi ,

  • @ArindamDas-u5b
    @ArindamDas-u5b Місяць тому

    Upper assammat jiman govt cont. hoi sobor pora commission loi aponi

  • @EmanHamad-q6b
    @EmanHamad-q6b 2 місяці тому +1

    Kalita

  • @pankajbora7263
    @pankajbora7263 2 місяці тому

    কৰ্ম সংস্কৃতি মেইন

  • @PriyankaGogoi-lc4lf
    @PriyankaGogoi-lc4lf 2 місяці тому +2

    4bosor kot lukai asile aito…atia situation thanda hol buli ulai ahise kela

  • @Himanta441
    @Himanta441 2 місяці тому

    অসম আৰু অসমীয়াৰ স্বাৰ্থত কৰ্ম কৰা সকলে নিজৰ স্বাৰ্থতকৈ অসমৰ স্বাৰ্থৰ কথা চিন্তা কৰে । সময়ে ইতিহাস লিখি যাব ।

  • @sushilkonwar7012
    @sushilkonwar7012 2 місяці тому

    ভাল চিন্তা ধাৰা।

  • @Real12976
    @Real12976 Місяць тому

    Axomiya ei axomiyar hotru hoi... Amar dai u dhukal... Nam ase kintu manuh nai jeteya velu u nai bortoman... AGT ji dhukal amar mote jatir babe sohid hol kintu ajir dinot nijor sartho ei main

  • @Axomiakhetiyok
    @Axomiakhetiyok 2 місяці тому

    কেতিয়াও নেপাহৰিব অতীত,,,

  • @pankajsaikia879
    @pankajsaikia879 Місяць тому

    Amr asomiya jati unity nai ..vbile bht dukh lge

  • @BijitSaikia-x2e
    @BijitSaikia-x2e 2 місяці тому

    Jiten Doto dada apuni val kam korise

    • @TravelerAmr2457
      @TravelerAmr2457 Місяць тому

      @@BijitSaikia-x2e bal Kam korisee
      Hudhi sabi abar belegok uu tinsukia ahibii ki vl ki bea

  • @bipulhazarika3746
    @bipulhazarika3746 2 місяці тому

    Dutta da good decision

  • @Prafulla-l1t
    @Prafulla-l1t 2 місяці тому +1

    তই কেতিয়া নেতা হলি |

  • @ManujKoch-e2y
    @ManujKoch-e2y 2 місяці тому

    Tezpur phale ahibo Sir,

  • @parthacreation8636
    @parthacreation8636 2 місяці тому +1

    Dadak bohut val lage....

  • @bikukhakhalary5954
    @bikukhakhalary5954 Місяць тому

    Leader bur poisa Kamai lole Aibur leader Aro ghty bhh leader bur bohi standard poisa loi ase baki cadre bur Mori ase kam nai