Guwahati News: দুৰ্দিনত গুৱাহাটীবাসীৰ মাজৰ পৰা অন্তৰ্ধান হল এগৰাকী বিশেষ ব্যক্তি
Вставка
- Опубліковано 7 лип 2024
- বিগত এসপ্তাহত গুৱাহাটীবাসীয়ে পাৰ কৰা যন্ত্ৰণাকাতৰ সময়ৰ কথা হয়তো আপোনাৰো মনত আছে। কৃত্ৰিম বানত ককবকাই থকা গুৱাহাটীৰবাসিন্দা বিগত কেইটামান দিনত সাক্ষী হল বহু ঘটনাৰ। কিন্তু দুৰ্দিনত গুৱাহাটীবাসীৰ মাজৰ পৰা অন্তৰ্ধান হল এগৰাকী বিশেষ ব্যক্তি। কোন তেওঁ? কাক বিচাৰি ইমান হাবাথুৰি খাইছে গুৱাহাটীবাসীয়ে?
#assamesenews #nd24news #nd24live #nd24assamese #livenews
--------------------------------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24 UA-cam channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...
▶️ ৰাজপাট কাৰ?
• ৰাজপাট কাৰ? | 2024 Lok...
𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.
উন্নয়ন মন্ত্ৰীয়ে কৰবাত কাৰোবাৰ ব্যক্তিগত উন্নয়নত ব্যস্ত হৈ আছে নিশ্চয়।
এওঁ ফফলা কান্ত বেপাৰীহে, এওঁ বেপাৰত বাহিৰে একো নাজানে এখেতৰ লেকচাৰহে সাৰ ,ইয়াকে কয় অপদাৰ্থ
মুঠতে বিজেপি ক খেদিবৰ হ'ল দিয়ক ৰাইজ
বানপানীত মাছৰ উজান আহিছে।।তেৰাই মাছ ধৰিব গৈছে যেন পাইছোঁ ।।😢😢😢😢😢
আকৌ ভোট দিলে হল নাচি নাচি 😮
B.j.p vote diyok t.v ulai koitako .
মুঠতে খেৰৰ ভূটা হ'লেও বি জে পিক ভোট দি থাকিলে হ'ল।
টকা ঘটাৰ মন্ত্ৰী, কাৰণ প্ৰকিত অসমীয়া নহয়
Haha bhalai hoisa... Ona axomiya jatia guwahati development minister hba aru ki lga... And ai ghy mnuh bura paba lga emn BJP vote dia itcha na pauk..
সিঙঘাল নহয়,শৃগাল হে হ'ব।
সবতে অকল কৰ
কৰ
Drain ত পৰি যাব drain ৰ পানী সিঁচি উদ্ধাৰ কৰক
Right
তেওঁ নলাতে আছে
Banpanit dubi moril sage ei singhal bula tu
Bihari maruarik murot tulile anekua obosta hoboi
karbat builder rkam kari ase
😢😢😢😢😢😮😮😮
Kunubai kidnup kori biharot bikki kori dile neki singhal nohoi xial hoi akomainya minister ase jodi ei xialtuei no 1
Hopeless Minister
Aijonok tulona korinoloi aku bhakhai bisari puwa nai. Ata mukhor matnulal eman dagor accident huwa pasot .
Khongor bhomokot konobai jodi panit dubai diye ?