'২০২৬ত অসমৰ পৰা শেষ হৈ যাব হিন্দু-মুছলিমৰ ৰাজনীতি'

Поділитися
Вставка
  • Опубліковано 13 жов 2024
  • '২০২৬ত অসমৰ পৰা শেষ হৈ যাব হিন্দু-মুছলিমৰ ৰাজনীতি'। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি গৌৰৱ গগৈৰ মন্তব্য।
    #gauravgogoi
    _______________________________
    The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
    FEARLESS, UNBIASED, TRUSTWORTHY
    NEWS BEGINS HERE
    Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
    Connect on Social Media:
    Follow Us on Twitter: / dy365
    Like Us on Facebook: / dy365
    Follow Us on Instagram: / dy365.in
    Our Website: dy365.in
    Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
    Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

КОМЕНТАРІ • 252

  • @pankipragyaofficial5020
    @pankipragyaofficial5020 2 місяці тому +71

    শুদ্ধ কথা। আমাৰো ভাল নালাগে হিন্দু মুছলিমৰ কথা।

  • @mohiburrahman2342
    @mohiburrahman2342 2 місяці тому +68

    হিমু মামাৰ অৱস্থা হব আজমল চাচাৰ নিচিনা ২০২৬ চনত!!

    • @prataprabha374
      @prataprabha374 2 місяці тому +1

      @@mohiburrahman2342 No never

    • @AbudulaAli
      @AbudulaAli 2 місяці тому

      O muhibur, moi himanta aakou congress t jump marim. Moi mukhya mantri.......

    • @shaanali6072
      @shaanali6072 2 місяці тому

      ভাৱ হৈছে

  • @nirmalpegu2841
    @nirmalpegu2841 2 місяці тому +30

    সুন্দৰ ভক্তব্য গৌৰৱ দা ৷

  • @prabinsarma7499
    @prabinsarma7499 2 місяці тому +35

    ৰাইজক বুৰ্বক বনাই হিমন্ত বিশ্বৰ গাডী ৰক্ষাৰ নতুন ফৰ্মুলা ।

  • @debenhandique9958
    @debenhandique9958 2 місяці тому +30

    সুন্দৰ গৌৰৱ গগৈ জিন্দাবাদ

  • @HappyLife-v1z
    @HappyLife-v1z 2 місяці тому +62

    ২০২৬ চনত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ডাঙৰীয়া ✅🇮🇳
    জয় আই অসম ❤️

    • @kumudbaruah2001
      @kumudbaruah2001 2 місяці тому +2

      গৌৰৱ গগৈ যে অসমৰ পৰবৰ্তী মূখ্য মন্ত্রী হব তেনে পৰিস্থিতি সুদুৰ পৰাহত। বাপেকে গৌৰৱ গগৈ ক পেৰাচুট লেণ্ডিঙ কৰাই বংগমুলীয় ভোটাৰেৰে কলিয়াবৰ সংসদীয় সমষ্টিৰ পৰা ২০১৪ আৰু ২০১৯ দুবাৰকৈ সাংসদ পাতিছিল। এতিয়া কংগ্রেসৰ বহু চেলা চামুণ্ডাই তেওক মূখ্য মন্ত্রী হোৱাতো বিছাৰে। কিন্তু বংগমুলীয় ভোটাৰেৰে মূখ্য মন্ত্রী হোৱাতো জানো সম্ভব? মুলসোতিৰ অসমীয়াই সেই অপৰিপকক পেৰাচুট লেণ্ডাৰক মূখ্য মন্ত্রী আসনত নিবিচাৰে।

    • @RatulBorah-xk6ir
      @RatulBorah-xk6ir 2 місяці тому

      আণ্ধ ভক্ত কাৰনেই দেশৰ এই অৱস্থা​@@kumudbaruah2001

    • @AbudulaAli
      @AbudulaAli 2 місяці тому

      Ei ujanit keidal banga mul aase? Sabi

  • @Rahul-e2x7z
    @Rahul-e2x7z 2 місяці тому +30

    গৌৰৱ গগৈ দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ গৌৰৱ গগৈ দাঙৰিয়াক মুখ্য মন্ত্ৰী হিচাপে বিচাৰোঁ আমি গৌৰৱ গগৈ দাঙৰিয়া অসমৰ গৌৰৱ হয় আৰু ভাৰতৰ গৌৰৱ হয়

  • @inglishvlogs1015
    @inglishvlogs1015 2 місяці тому +30

    এনে কথা কোৱা আৰু এনে মানসিকতাৰ মানুহ মূখ্যমন্ত্ৰী আগতে দেখা নাছিলোঁ,

  • @dsaikia8980
    @dsaikia8980 2 місяці тому +37

    হিন্দু-মুছলিম ভাই-ভাই । দেশৰ হকে মুছলমানৰ অলেখ অৱদান আছে ।

    • @AbudulaAli
      @AbudulaAli 2 місяці тому +1

      Olekh maane hisab diba nowaribo

    • @kumudbaruah2001
      @kumudbaruah2001 2 місяці тому +1

      অলেখ উদাহরণ আছে। সেই বাবে মুছলমানক দুখন দেশ পাকিস্তান আৰু বাংলাদেশ দিয়া হল। হিন্দু ৰ বাবে ভাৰতবৰ্ষৰ। এইটো যুক্তি পূর্ণ কথা।

    • @apurbadas4151
      @apurbadas4151 2 місяці тому

      পাকিস্তান বনোৱাত,,,
      গজৱা এ হিন্দ কৰিবলৈ ৰখি আছে!!

    • @apurbadas4151
      @apurbadas4151 2 місяці тому

      ​@@AbudulaAliপাকিস্তান বনোৱাত, বাংলাদেশ বনোৱাত!! গজৱা এ হিন্দ কৰিবলৈ!!!

    • @HabibUllah-yp9rd
      @HabibUllah-yp9rd 2 місяці тому +1

      Gazwa E Hind ata bisesh political partyr kalpanik Sristi.....

  • @AkhirulIslam-xe6uj
    @AkhirulIslam-xe6uj 2 місяці тому +28

    গৌৰব গগৈ উইল কাম

    • @montudutta7017
      @montudutta7017 2 місяці тому

      উইল কাম ? তোৰ মুৰতো 👍

  • @prataprabha374
    @prataprabha374 2 місяці тому +53

    আজি কালি মুছলমান ৰাইজেBJPক ভোট দিয়ে আৰু হিন্দুয়ে Congressক ভোট দিয়ে।

    • @saddikurrahman7617
      @saddikurrahman7617 2 місяці тому

      আপোনাক কোনে কলে প্ৰমাণ আছে যদি দিয়ক, প্ৰকৃত মুছলমানে জীয়াই থকা লৈকে বিজেপিত ভোট নিদিয়ে এইটো কথা মনত ৰাখিব আপুনি, অসমৰ হিন্দু অসমীয়া আচল বিশ্বাসঘাটকতা হয় এইবোৰে বেছিভাগে বিজেপিত ভোট দি অসমত বিজেপি চৰকাৰ আনিলে, এয়াই অপ্ৰিয় হ'লেও সত্য হয়।

    • @assamboys2882
      @assamboys2882 2 місяці тому

      আমি নিদিওঁ কিন্তু পইচা খোৱা কেইটা হে দিয়ে আৰু আমাৰো আছে তোমালোকৰো আছে পইচা খোৱা লোক খালি আমাৰ নহয় শব্ৰেই আছে তোমালোকৰ বেছি এইবাৰ আমি বেছি মুছলিম কংগ্ৰেছ ক বোট দিছোঁ ❤ কিন্তু হিন্দু কেইটা কম দিয়ে কংগ্ৰেছ ত বোট বিজেপিত হে বেছি দিয়ে.. 500টকা কৰি দিলেই হল আৰু বাকি একো নালাগে

    • @AbudulaAli
      @AbudulaAli 2 місяці тому +1

      Ekdom sacha katha.

    • @bikrambrahma2072
      @bikrambrahma2072 2 місяці тому

      Khata khat loboloi kune line loishil... Piche palene kune kune pale jonabosun 😅😅😅😅​@@assamboys2882

    • @mintumonisaikia275
      @mintumonisaikia275 2 місяці тому

      😂

  • @rahulamin659
    @rahulamin659 2 місяці тому +17

    মুছলমানক লৈ ৰাজনীতি কৰা বাহিৰে কৰিছে কি,
    কেন্দ্ৰত বিজেপি অসমত বিজেপি তাৰ পিছত কেইজন বাংলাদেশী বিতাৰণ কৰিলে।

    • @Fulmahamed
      @Fulmahamed 2 місяці тому

      Just politics bro , people of Assam must need to understand

  • @HunmanuhDutta
    @HunmanuhDutta 2 місяці тому +33

    আমাৰ দেশৰ সংবিধানত উল্লেখ আছে যে ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। কিন্তু BJP চৰকাৰে সংবিধানৰ সম্পূৰ্ণ বিপৰীতে ৰাজনীতি কৰিছে ।

    • @mohiruddin1328
      @mohiruddin1328 2 місяці тому +1

      Right Sir

    • @kumudbaruah2001
      @kumudbaruah2001 2 місяці тому +1

      ভাৰতবৰ্ষৰ সংবিধানত ভাৰতবৰ্ষৰ খন ধৰ্মনিৰপেক্ষ বুলি কোনো শব্দ লিখা হোৱা নাছিল। ইন্দিৰা গান্ধী য়েহে ১৯৭৫ চনত ভাৰতবৰ্ষত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰি অবৈধ ভাবে সংবিধানত সংশোধন কৰি সংবিধানত ধৰ্মনিৰপেক্ষ শব্দ সংযোজন কৰিছিল। মুল সংবিধানত ধৰ্মনিৰপেক্ষ শব্দ নাই।

    • @TECHpost
      @TECHpost 2 місяці тому +1

      Secular state but muslim r karone personal law ase…😂 ru eia kanekua secular state secular state t sob religion equal hobo lagey ru apuni jane ne india t 3rd largest land owner Waqf board hoi 😂😂 eiya kanekua secular country

    • @HunmanuhDutta
      @HunmanuhDutta 2 місяці тому +3

      @@kumudbaruah2001 নাছিল,কিন্তু এতিয়া আছে আৰু ভৱিষ্যতেও থাকিব । অলপ মানুহ হিচাপে জীয়াই থাকক চোন। কেৱল হিন্দু মুছলিম কৈ থাকিলে আপোনাৰ কিবা লাভ হ'ব জানো ?

    • @spoilerB
      @spoilerB 2 місяці тому

      ​wafq board r namei huna nai sage 😆@@TECHpost

  • @Bijeetijkt
    @Bijeetijkt 2 місяці тому +1

    খাতি অসমীয়া হবলৈ হলে এজন স্বাভিমানী হিন্দু হ'বই লাগিব✊️

  • @sanjibdas3774
    @sanjibdas3774 2 місяці тому +23

    সছা কথা। হেমন্তই গাদিৰ কাৰনে ইমান তললে নামিছে। আৰু বহুত তললে নামিব। আমি হিন্দু মুছলমান সকলো সাবধান হৈ থাকিব লাগিব। আমি সকলো ভাই ভাই অসমীয়া। বাকি জোনে যি কৈ কৈ থাকিব দিয়ক। ২০২৬ ত গাদিৰ পৰা চিধা জেল।

    • @JyotimoyBorah
      @JyotimoyBorah 2 місяці тому

      Muslim bhaii a tur na vonti ghrt humaii jetya beya Kam kribo tatya kobi hindu Muslim bhaii bhaii

    • @sanjibdas3774
      @sanjibdas3774 2 місяці тому +1

      @@JyotimoyBorah এই কাৰনে শিক্ষাদৰকাৰী।

    • @jahangirmondal3354
      @jahangirmondal3354 2 місяці тому +1

      B Azmal harise karone matha kam kora nai

  • @kumudbaruah2001
    @kumudbaruah2001 2 місяці тому +2

    Hunmanuh Dutta, আপোনাক কৈছো, ভাৰতবৰ্ষৰ স্বাধীন হওতে ধৰ্মৰ ভিত্তিতে স্বাধীন হৈছিল। মাছলমানে ভৰত খন প্রথমে দ্বিখণ্ডিত কৰি এখন মুসলিম ৰাষ্ট্ৰ পাকিস্তান আৰু পিছত আনখন বাংলাদেশ মুছলিম ৰাষ্ট্ৰ পালে। আমি ১০০ কোটিৰো অধিক হিন্দু ক নিজৰ অধিকাৰৰ পৰা কংগ্রেসে কিয় বন্চিত কৰোৱালে। এয়া কংগ্রেসে হিন্দু ৰ বাবে কৰা ভীষণ অপৰাধ। আমাক এখন হিন্দু ৰাষ্ট লাগিবই এয়া আমাৰ স্বাধীন স্বত্ত আৰু জন্ম স্ৱত্ত। ইয়াৰ বিকল্প নাই।

  • @nurmohammad1808
    @nurmohammad1808 2 місяці тому +8

    অহংকাৰ কৰিব নাপায়।অহংকাৰেই পতনৰ মুল।

  • @Anowarhussain-gz5ry
    @Anowarhussain-gz5ry 2 місяці тому +10

    Gaurav Gogoi zindabad

  • @ayatullahsheikh3118
    @ayatullahsheikh3118 2 місяці тому +5

    সচাই ভাল নালাগে, ৰাজনীতি কৰিব ৰ কাৰনে এই ইচ্ছু টো আছে নেকি??? ৰাইজৰ কাম কৰক আপোনালোকক সকলোৱেই ভাল পাব আৰু ভোট দিব।

  • @moklesali8461
    @moklesali8461 2 місяці тому

    ধন্যবাদ গগৈ ছাৰ ।

  • @ForidUddin-t7w
    @ForidUddin-t7w 2 місяці тому

    ধন্যবাদ গৌরব গগই

  • @hanseali1924
    @hanseali1924 2 місяці тому +4

    নহয় এই দেৰ বছৰত হিমন্তবিশ্ব শৰ্মাই সাম্প্ৰদায়িকটা কৰি অকল অসমেই নহয় সম্পূৰ্ণ ভাৰত ৰক্তাক্ট কৰিব মাত্ৰ নিজৰ আসন খনৰ বাবে।সেয়েহে সকলোৱে সাম্প্ৰদায়িকটা কৰাবোৰৰ পৰা আতৰত থাকি শান্তি ,সম্প্ৰিতি বজাই ৰখা উচিত।

  • @anukulrabha5766
    @anukulrabha5766 2 місяці тому +1

    হিমন্তক জেলত ভৰাব পাৰিলেহে মানিম ।

  • @anowarhussainkhan5731
    @anowarhussainkhan5731 2 місяці тому

    এইবিলাক কথা কৈ হিন্দু ভোট এক কৰি আছে। কিন্তু এদিন হ'লেও হিন্দু ভাই সকলে বুজি পাব।

  • @hasinursheikh5644
    @hasinursheikh5644 2 місяці тому +1

    Respected Gaurav Gogoi Sir zindabad ❤❤

  • @gunakantabaruah6243
    @gunakantabaruah6243 2 місяці тому +4

    আচল কথা নিৰ্বাচন। কিন্তু নিৰ্বাচনত পৰাজয় হ'লে আকৌ বেলেগে ক'ব।মুলকথা চৰকাৰ কাৰ বহতীয়া হ'ব।ই জ্বলন্ত সমস্যা আমাৰ খিলঞ্জীয়া ও অসমীয়া ৰাইজৰ। ধুবুৰীৰ দৰে ফলাফল সকলোতে এতিয়াই আশা কৰি কি অসমৰ উন্নতি আশা কৰিব। আমি দেখা পাম সেই আগৰ দৰেই নিজৰ ঘৰতে আলহী হোৱা। সকলো বিভাগীয় উন্নয়ন এক চক্ৰ দ্বাৰা পৰিচালিত ও নিয়ন্ত্ৰিত হ'ব।ই ৰাজনীতি নহয় ই জীয়াই থকাৰ বাবে যুঁজ হ'বলৈ। আকৌ শ্বহীদ আকৌ বলিদান আকৌ বহতীয়া।

  • @bantidas2403
    @bantidas2403 2 місяці тому +3

    হিন্দু আৰু মুছলমানক দুভাগ কৰি দিয়ক এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই আৰু অণুৰোধ থাকিল দুইভাগকৰক এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই ক্ষেত্ৰত এই কৰ্ম হৈছে নিজৰ এই ক্ষেত্ৰত এই কৰ্ম ক্ষেত্ৰত ভাগ ভাগ কৰক এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ

  • @BarBhuiya-sy5oo
    @BarBhuiya-sy5oo 2 місяці тому +4

    Verry good gowrob gogi sir

  • @RajumoniRajumonidas
    @RajumoniRajumonidas 2 місяці тому +4

    গৌৰৱ গগৈ জিন্দাবাদ ।

  • @mominulislam8531
    @mominulislam8531 2 місяці тому

    Good newsThank youe m. P. Gourav gogoi

  • @SalimatDdinDdin
    @SalimatDdinDdin 2 місяці тому

    এইবোৰ কথা কাৰণে বিজেপি চৰকাৰৰ প্ৰতন হ'বলৈ গৈই আছে অসমৰ বাহিৰত টো বিজেপি চৰকাৰ কতন কৰিছে ৰাইজে অসমতো একে অবস্থা হ'ব 1000 প্ৰছেন ❤❤❤

  • @Mr.RejowanKhayer
    @Mr.RejowanKhayer 2 місяці тому

    Too much Thanks to Respected G.Gogoi.

  • @hemprasadbordoloi2020
    @hemprasadbordoloi2020 2 місяці тому +1

    বাতৰিটো ঘৰৰ মানুহকে শুনিবলৈ দিয়ক । ইমান উঘা পকাই থাকিব নাপায় নহয়।

  • @jiyajiya6386
    @jiyajiya6386 2 місяці тому

    Right Gogoi je🎉🎉🎉

  • @MdMubarakAli-p9v
    @MdMubarakAli-p9v 2 місяці тому

    সঁচা কথা কৈছে

  • @FakharuddinAliAhmed-uf7iv
    @FakharuddinAliAhmed-uf7iv 2 місяці тому +6

    Good answer

  • @scheduleislamtalukdar7623
    @scheduleislamtalukdar7623 2 місяці тому

    Thanku

  • @AjijrRahman
    @AjijrRahman 2 місяці тому

    সছা কথা আৰু নালাগে হিন্দু মুছলমান 😢

  • @SyedA-xm9zz
    @SyedA-xm9zz 2 місяці тому

    Good. Thank you

  • @UR_christiano_Ronaldow
    @UR_christiano_Ronaldow 2 місяці тому

    Ek dom thik kotha koise gourav Gogoi

  • @bornali995
    @bornali995 2 місяці тому

    Thank you sir so much.thank you

  • @HafizurRahman-vf6sz
    @HafizurRahman-vf6sz 2 місяці тому

    একেটা কথাই কিমান বাৰ কৈ আছোঁ।কিয় কথা বাৰে বাৰে কৈ থাকা?

  • @JasifulIslam-q9v
    @JasifulIslam-q9v 2 місяці тому

    Gourab Gogoi Zindabad

  • @BishwaSharma-zz2wg
    @BishwaSharma-zz2wg 2 місяці тому

    Mojja kotha koise

  • @GfduvfyVfdg-lq1ol
    @GfduvfyVfdg-lq1ol 2 місяці тому

    Vl lagil

  • @Bobisonterang
    @Bobisonterang 2 місяці тому +6

    Gourav Gogoi Next CM in ASSAM

  • @AlikBorah-l4w
    @AlikBorah-l4w 2 місяці тому +2

    Good gurav sir

  • @malekislam6583
    @malekislam6583 2 місяці тому

    Gourob gogoi. zindabad.

  • @jokergaming3897
    @jokergaming3897 2 місяці тому

    Gaurav gogoi jindabaad ❤❤❤❤❤

  • @ManjulaChoudhury-ft1ly
    @ManjulaChoudhury-ft1ly 2 місяці тому

    Very good ❤

  • @SadhanBiswas-n6w
    @SadhanBiswas-n6w 2 місяці тому

    Gogoi sir you r idea right ami apunar logot ami asu der basor ami darjya dharim

  • @bantidas2403
    @bantidas2403 2 місяці тому

    অসম্ভ কথা দুভাগ কৰিব ই লাগিব এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ

  • @TahirKhadem
    @TahirKhadem 2 місяці тому +6

    Ta ta by by BJP

  • @UsanAhumat
    @UsanAhumat 2 місяці тому

    গৌরব গগৈ সত্তি কথা বললেন

  • @AdhikhitTaraPatgiri
    @AdhikhitTaraPatgiri 2 місяці тому

    Gurav gogoi jindabad

  • @assamboys2882
    @assamboys2882 2 місяці тому +1

    আমি অসমত গৌৰৱ গগৈৰ দৰে মুখ্যমন্ত্ৰী বিচাৰোঁ

  • @rokibulhussain7286
    @rokibulhussain7286 2 місяці тому

    Very good

  • @rimirabha7181
    @rimirabha7181 2 місяці тому

    গৌৰব চৰকাৰ আহিলি ভালহব সিতু মিচা কথা

  • @mostvideochannel731
    @mostvideochannel731 2 місяці тому

    ❤❤❤

  • @SeikhabdullahRahman-id4gx
    @SeikhabdullahRahman-id4gx 2 місяці тому

    Congratulations gouwropgogoi

  • @HABIBURRAHMAN-jb7cm
    @HABIBURRAHMAN-jb7cm 2 місяці тому

    ঠিকেই কৈছে, এইটো হ'বলৈ গৈ আছে।
    সেই কাৰণে মুখ্যমন্ত্ৰীয়ে আবোল তাবোল বকিছে।

  • @JOHN_T123
    @JOHN_T123 2 місяці тому

    Hosa kotha koise mr.gourv gogoi

  • @BishwaSharma-zz2wg
    @BishwaSharma-zz2wg 2 місяці тому

    Gaurav is best

  • @mukutsaikia6302
    @mukutsaikia6302 2 місяці тому

    Good❤

  • @bzentertainments4132
    @bzentertainments4132 2 місяці тому

    Hindu Muslim nohoi development r kaam sai sarkar bonibo 2026 r pora.

  • @Baksa204
    @Baksa204 2 місяці тому

    Yes

  • @AdhiDHS
    @AdhiDHS 2 місяці тому

    Gg sir zindabad

  • @mohiruddin1328
    @mohiruddin1328 2 місяці тому +1

    Right Sir

  • @mehboobnewsocialfaile3072
    @mehboobnewsocialfaile3072 2 місяці тому

    2026অসমত গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব।

  • @kowserlaskar-qt7kv
    @kowserlaskar-qt7kv 2 місяці тому

    🎉🎉🎉

  • @juggiiij
    @juggiiij 2 місяці тому +5

    অসমৰ পৰা হিন্দু মুছলমান ৰাজনীতি শেষ হবনে‌ নাই নাজানো,, ল'ৰা -পুৰুষৰ যে অধিকাৰ একেবাৰেই শেষ হৈ যাব অপেক্ষাত থাকক‌ ল'ৰা সকল 😂😂

  • @DigantaHazarika-zx7dr
    @DigantaHazarika-zx7dr 2 місяці тому

    Good

  • @MukutGoswami-v1d
    @MukutGoswami-v1d 2 місяці тому

    তহঁতে খালি অসম, তাহতে কি কৰিবলৈ বাকী আছে

  • @mostofamdkhairulislam5870
    @mostofamdkhairulislam5870 2 місяці тому +1

    2026 t Our Next CM Gourav Gogoi

  • @MohidulIslam-cx6um
    @MohidulIslam-cx6um 2 місяці тому +1

    But the question is this "Kiman din❓❓"

  • @esaruddinahmed9361
    @esaruddinahmed9361 2 місяці тому +1

    Good speech

  • @HoqueInamul-z3v
    @HoqueInamul-z3v 2 місяці тому

    Very good speech Gorav gogoi

  • @RahulNgatey-qh6dd
    @RahulNgatey-qh6dd 2 місяці тому +1

    Gourav gogoi jindabad

  • @allvideo3996
    @allvideo3996 2 місяці тому

    We are waiting for such a situation in Assam. Moin Uddin Ahmed assam

  • @UtpalRay-n2m
    @UtpalRay-n2m 2 місяці тому +1

    Hindu Muslim Bhai Bai

  • @alaminmullah
    @alaminmullah 2 місяці тому

    Ami assamiya.

  • @MukeshPatir-uj2en
    @MukeshPatir-uj2en 2 місяці тому

    Next CM Gaurav..we dont want gunda CM

  • @PabanSarmah-mt1ws
    @PabanSarmah-mt1ws 2 місяці тому

    Nex CM our Gourab Gogoi

  • @BadrulIslam-n9q
    @BadrulIslam-n9q 2 місяці тому

    Next. Cm. G. Gogoi. Kurshika. Pety. Banlou

  • @AdhiDHS
    @AdhiDHS 2 місяці тому

    Congress party zindabad

  • @jaankumar5156
    @jaankumar5156 2 місяці тому

    Gogoi boruah kalita keot Or rajniti koribo....

  • @lakheborah6229
    @lakheborah6229 2 місяці тому

    যিদিনা গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব অসমীয়াৰ নহয় বাংলাদেশীৰ মূখ্যমন্ত্ৰী হব
    আকৌ আমাৰ সত্ৰৰ মাটি, বনাঞ্চলৰ মাটি অবৈধ ভাবে বেখল হ'ব , গেজিং ৰিজাৰ্ভৰ মাটি বেদখল কৰিব এগাল গেদা গেদী জন্ম দি তাত ঘৰ বনাব
    আকৌ কিমান জনী অৰ্নমাই বাইদেউ দৰে ইহতৰ অত্যাচাৰৰ বলি হব অসমীয়াই তেতিয়াহে বুজি পাব
    কিন্তু তাৰ উপায় বিচাৰি নাপাব
    আৰু সেই দিনা হিমন্ত বিশ্ব ডাঙৰিয়াই কোৱা কথাবোৰ মানুহে চকুলো টুকি টুকি মনত পেলাব
    এইটো সচা যে 2021 ত লোকপিয়ল নহ'লেও মিয়াৰ জনসংখ্যা প্ৰায় 40% হব আৰু 2041ত অসমত অসমীয়া সংখ্যালঘুত পৰিনত হব

  • @assamboys2882
    @assamboys2882 2 місяці тому +1

    আমি শান্তিত থাকিব খোজোঁ ... এই অসমত কিমান বছৰ দৰি এইটাই চলি আছে হিন্দু মুছলিম ৰাজনীতি এই হিন্দু মুছলিম ৰাজনীতি কৰি হিন্দুৰ কিবা হৈছে না আমাৰ ... কথা টো এইটাই যে সীমান্ত বিশ্বশৰ্মা মামাই হিন্দু কেইটাক লোভ দেখুৱাই হিন্দু মুছলিম লগত কাজীয়া লগাই আৰু হি চাই থাকে আৰু মানুহ কিমান পাগল যে এই হিন্দু মুছলিম ৰাজনীতি কৰি কাৰ কিবা লাভ হৈছে নে.... মানুহক কাজীয়া লগাই সেইফলে আকৌ অসমক বেছি খাই আছে মোদী আৰু মামা আমাৰ কিবা লাভ হৈছে নে আমি তো জনতা হিন্দু মুছলিম সিংহা কৰাটোই জানো খালি হয় নে নহয়..... বেলেগ দেশত গৈ চাক কিমান দেপ্লভ হৈছে আৰু আমাৰ অসম ৰহাটোলত গৈছে গম পাইছে নে হিন্দু কেইটা হিন্দু মুছলিম বিৰোধী কেইটা... আমাৰ নো কি বাল টো আহে আৰু জাই কেলা আমি আগতেই যেনেকৈ আছিলোঁ এতিয়াও তেনেকৈ আছোঁ আৰু আগলৈ এনেকৈ থাকিম বাকী হিন্দু মুছলিম কেইটা খালি বিৰোধীত ৰৈ যাব

    • @MunnaBhai-l1k
      @MunnaBhai-l1k 2 місяці тому +1

      Ekdom right kotha koiso xokolo manuhe jodi tomar kothato buji pale ha tente amr axom xon indiar top state howte besi xomoi nalage❤❤❤❤❤❤

  • @NibaranNath-bx4ee
    @NibaranNath-bx4ee 2 місяці тому

    কংগ্ৰেছে স্বাধীনতাৰ সময়ত হিন্দু মুছলিম কৰি দেশখন দুই ভাগ কৰি লাখ লাখ মানুহক হত্যা কৰিছিল। স্বাধিনতৰ পিছত মুছলিম মানুহক প্ৰকৃত শিক্ষা কংগ্ৰেছে নিদিলে। কংগ্ৰেছে মুছলিম মানুহ খিনিক শিক্ষা দান নকৰি তেওঁলোকক ভোট বেংক বনাই ৰাখিছে। আজিও। কংগ্ৰেছ যেতিয়ালৈকে জীয়াই থাকিব তেতিয়ালৈ হিন্দু মুছলিম ৰাজনীতি চলি থাকিব। কংগ্ৰেছ শেষ হলে হিন্দু মুছলিম ৰাজনীতি শেষ হৈ যাব।

  • @narendradas5609
    @narendradas5609 2 місяці тому

    Right

  • @AdhiDHS
    @AdhiDHS 2 місяці тому

    No more Hindu muslim rajniti

  • @SinguHaque
    @SinguHaque 2 місяці тому +2

    Congress Zinda bad

  • @apurbadas4151
    @apurbadas4151 2 місяці тому +6

    কথাটো হ'ল অহা ১০ বছৰৰ পিছত তোৰ ৰাজনীতি থাকিব জানো?? মূৰ্খ অসমীয়া!
    তাহানি নিজে ৰজা হ'বলৈ ঘৰৰ মানুহৰে নাক-কান, চকু কঢ়া নাছিলি জানো??? বাপেৰে টো নামনি অসম বাংলাদেশীক দি গ'ল, বাছি থকা উজনিৰ ঠিকা তিনি গগৈ লৈ থৈছে বাংলাদেশীক দিবলৈ!!
    অখিলে ৩৫০০০ মুছলিমৰ ভোটৰ কথা চিন্তা কৰি আমি ৰামক নামানো, শৃংখল চলিহাই আমি হিন্দু নহ'য় ইত্যাদি কথা কৈ থাকা দেথা যায়!
    #উজনিৰ ৯০ % আহোমে বিজেপিক ভোট নিদিয়ে, কাৰণ বিজেপিত তেনেকুৱা কোনো আহোমৰ শক্তিশালী নেতা নাই যি cm অৰ দৌৰত প্ৰথম, কিন্তু বিৰোধী শিবিৰত cm অৰ দৌৰত কংগ্রেসৰ ফালৰ পৰা গৌৰব গগৈ, অখিল জিকিলে কোন cm হ'ব সেই কথা পৰিষ্কাৰ, লুৰিন পাৰ্টিৰ লুৰিন সৰ্বেসৰ্বা!! গতিকে লুৰিন cm!!
    সেই কাৰনে প্ৰায় উজনিৰ বিৰোধী ভোটাৰৰ মূখত বামুন-কলিতাৰ ৰাজনীতি,, উজনি-নামনিৰ ৰাজনীতি,,, নামনি অসমত নপৰে নেকি বদন সকল???? ৬০০ বছৰীয়া আহোমৰ শাষন কালত বড়ো জনগোষ্ঠীৰ মিচিং, মৰান, মটক, কছাৰী, চুতিয়া সকলৰ উত্তৰণ কিয় নহ'ল?? কিয় ১৯৪৭ পিছতো বেছিভাগ সময় আহোমৰে cm আছিল, কিয় এই খিলঞ্জীয়া বড়ো সকলৰ উন্নতিৰ কথা চিন্তা নকৰিলে??
    কিন্তু আহোম সকল তো শিক্ষা-দিক্ষা, খেলা-ধূলা, ৰাজনৈতিক, অৰ্থনৈতিক ভাবে যথেষ্ট সবল,, কেনেকৈ, কিয়?? বাকি জনগোষ্ঠীৰ কিয় নহ'ল,, আজিলৈকে কংগ্ৰেছে কিয় কছাৰী cm এজন বনাবলৈ নোৱাৰিলে??
    নিজৰ জাতিৰ মানুহ ৰজা হৈ থাকিলে চব ঠিক,, কিন্ত বেলেক কাষ্টৰ মানুহ ৰজা হ'লে বামুন কলিতা কছাৰী হৈ যায়!!
    সৰ্বানন্দ সোনোৱাল এজন কছাৰী মানুহ, সেই কছাৰী এজনক কিন্তু বিজেপিয়ে হে ৰজা কৰিছিল!!
    বেলেগ জনগোষ্ঠীৰ মানুহ ৰজা হ'লে বামুন, কলিতাৰ ৰাজনীতি কৰি উজনি নামনিৰ ৰাজনীতি কৰি উজনিৰ বড়ো সকলৰ মাথাত কঠাল ভাঙি খোৱাৰ পৰম্পৰা গৌৰৱ গগৈয়ে ভালকৈ কৰিছে, তাহানিৰ দৰে!!!
    #তিনি গগৈ মহা ধূৰ্ত! ইহঁত মুছলিম মেজৰতি হ'লে নিজকে মুছলিম ধৰ্মলৈ কনৰ্ভাট হ'ব,, ইহঁতৰ উদ্দেশ্য যিহেতু শাষন কৰা,, সেই কাৰনে হিন্দু নহ'য় বুলি কয় ইহঁতে!
    কিন্তু কছাৰী সকল আকৌ তেজপুৰৰ মহাভাৰত দিনৰ ৰজা বানাসুৰৰ হে বংশধৰ, গতিকে বানাসুৰ এজন শিব ভক্ত সনাতনী আছিল, যাৰ প্ৰমান তেজপুৰৰ মহাভৈৰৱ মন্দিৰ!!
    গতিকে সমগ্ৰ অসম নৰ্থ ইষ্ট কছাৰী সকলৰে আছিল! গতিকে ইয়াত আমি বাংলাদেশীক ৰজা কৰিবলৈ নোৱাৰো, তিনি গগৈয়ে পাৰিলেও!!!
    #গজৱা এ হিন্দ কি জানানে তিনি গগৈক সুধিছো, আৰু সিহঁতৰ ভোটাৰ সকলক সুধিছো?? ১০বছৰৰ পিছত কি অসমত অখিলৰ পুতেকে বা অসমৰ আহি থকা প্ৰজন্মই ৰাজনীতি কৰিব নালাগে?? তিনি গগৈয়ে খাব পাৰিলে হ'ল, শাষন কৰিব পাৰিলে হ'ল নেকি???

    • @Him-l3z
      @Him-l3z 2 місяці тому +1

      নামনি শেষ। ।।

    • @AkhimBuragohain
      @AkhimBuragohain 2 місяці тому

      আহোমকলৈ ইমান জ্বলিছ কিয় অ

    • @apurbadas4151
      @apurbadas4151 2 місяці тому +1

      @@AkhimBuragohain কাৰণ আপোনালোকৰ ৰজা দিনিয়া চিন্তা ধাৰা!! নিজৰ মানুহ ৰজা হবলৈ লাগে,, বাকি কাষ্টৰ মানুহ হ'লে উজনিৰ বড়ো সকলক আবেগিক কৰিবলৈ বামুন, কলিতাৰ ৰাজনীতি হৈ যায়, উজনি-নামনি ৰাজনীতি হৈ অসমক পৃথককৈ কিয় চিনাকি দিয়ে!!!
      তিনি গগৈক কব, অসমীয়াক লৈ ৰাজনীতি কৰিবলৈ!!
      নহৱা অসম অহা ১০ বছৰৰ পিছত বাংলাদেশীৰ হাতলৈ যাবলৈ সময় নালাগিব, অসম ১৯৪৭ চনত কিয় বাংলাদেশ নহল, সেই অসমক পাকিস্তান বনাবলৈ কৰা চেষ্টা,, আৰু সেই চিন্তা যে বাংলাদেশৰ মিডিয়াত চৰ্চা হ'য়, সেই কথা কেইজন জননেতাই জানে??
      অসমক সুৰক্ষিত কৰি ৰাজনীতি কৰিবলৈ লাগে!! নে শাষনৰ কাৰনে কালিলৈ মুছলিম হোৱাতো আপত্তি ন৩ই তিনি গগৈৰ???

    • @apurbadas4151
      @apurbadas4151 2 місяці тому

      @@AkhimBuragohain আহোমক লৈ জ্বলিলে ১৯৪৭ চনৰ পিছত বেছি সময় আহোম cm ৰজা হৈ নাথাকিল হ'য়???
      কিন্তু আজি আপোনালোকৰ চিন্তা ধাৰা প্ৰকট ষ্পষ্ট হৈছে,, যে আপোনালোকক শাষন হে লাগে,, আৰু ভোগ লাগে,, নহবা অসমীয়াক লৈ ৰাজনীতি কৰিলে হ'য়, পমুৱা মুছলমানৰ কাৰনে কিহৰ ইমান দৰদ??
      মূখ্যমন্ত্রী জনে বানপিঢিত উজনীৰ মানুহৰ খবৰ লৈছে,, তাতে অখিলে কৈছে যে নামনিৰ মুছলিমৰ খবৰ লোৱা নাই, হিমন্তই!! কিয়??
      মুছলিমক মাটিৰ পট্টা দিব নিবিচাৰে বুলি কবলৈ কিয় প্ৰয়োজন??? ৩৫০০০হাজাৰ শিৱসাগৰৰ মুছলিম ভোটাৰৰ কাৰনে সমগ্র অসমীয়াক বিকিবলৈ উলাইছে নেকি তিনি গগৈয়ে!
      মাজে মাজে কয় আমি ৰামক নামানো!কিন্ত ইফটাৰত ঠিকে পাৰ্টি কৰে!!!
      সেই কাৰনে শৃঙ্খলা চলিহাই কয় আমি হিন্দু নহয় বুলি!! মুছতে বাংলাদেশীৰ ভোট লাগে!!
      তিনি গগৈৰ কাৰনে যে বাছি থকা উজনি ধংস হব খাটাং,বাংলাদেশী এতিয়া উজনিমূৱা, কাৰন এতিয়া আৰু সোধা মানুহ নাই তহত কৰ বুলি!!

    • @AkhimBuragohain
      @AkhimBuragohain 2 місяці тому

      @@apurbadas4151 অসমত অসমীয়া সংস্কৃতি, ভাষা, সাহিত্য ক্ষেত্ৰত আহোম সকলৰে অৱদান আটাইতকৈ বেছি। আজিকালি বড়ো,মিছিং,কাৰ্বি সকলে নিজকে অসমীয়া বুলি নকয় সকলোৰে নিজৰ দাবী। কাৰোবাৰ যদি কমতাপুৰ লাগে কাৰোবাৰ বেলেগ কৈ বড়ো ৰাজ্য লাগে। আহোমে সাত ৰাজ্য এক কৰি বৰ অসম গঢ়িছে। আহোমে অসমীয়া জাতিটো গঢ়িবলৈ নিজৰ ধৰ্ম সকলো ত্যাগ কঢ়িছে।

  • @AdhiDHS
    @AdhiDHS 2 місяці тому

    Next cm of Assam gg sir

  • @Jibanhazarika-s5p
    @Jibanhazarika-s5p 2 місяці тому +1

    গৌৰৱ গগৈয়ে নিজৰ সুবিধাৰ বাবেই যে চিঞৰ বাখৰ কৰি থাকে সময়ত ৰাইজে বুজিব ।

  • @jaduroy2449
    @jaduroy2449 2 місяці тому +1

    Kon Gourov

  • @bishalchakrabarty7082
    @bishalchakrabarty7082 2 місяці тому +1

    In my opinion himanta i aku beya kora ni just musalman khokoloru balya bibah bondho korise jitu hbo lage because Hindu Muslim khokolu khoman hbo lage

  • @Proudindian7699
    @Proudindian7699 2 місяці тому

    Gaurav gogoi ❤

  • @JiaulHoque-hb2wn
    @JiaulHoque-hb2wn 2 місяці тому

    Apna lokew d voter aru detention cump bnabo gourav da

  • @noresultfound5524
    @noresultfound5524 2 місяці тому +2

    Rape kune kore suri dokaiti kune kore raij ba ki koi