মুখ্যমন্ত্ৰীক কঠোৰ ভাষাৰে সমালোচনা গৌৰৱ গগৈৰ

Поділитися
Вставка
  • Опубліковано 13 жов 2024
  • মুখ্যমন্ত্ৰীক কঠোৰ ভাষাৰে সমালোচনা গৌৰৱ গগৈৰ ,কংগ্ৰেছৰ ৰণকৌশলক লৈ শংকিত হৈছে মুখ্যমন্ত্ৰী,পৱন সিং ঘাটোৱাৰৰ মান অৱনমিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে উঠি-পৰি লাগিছে ।
    #PratidinTime #AssamNews #GauravGogoi #HimantaBiswaSarma #Congress

КОМЕНТАРІ • 96

  • @anantabhuyan6643
    @anantabhuyan6643 2 місяці тому +15

    ধুনীয়া কৈছে ৷ ৰাজনীতি মানুহ এনেকৈ মাৰ্জিত হব লাগে

    • @bkp9774
      @bkp9774 2 місяці тому

      @@anantabhuyan6643 হয়, আমাৰ মামা আৰু তেওঁৰ হো হাত বাও হাত কেইটা বহুত মাৰ্জিত।
      কিমান বিপৰিত,
      সাংবাদিক : পিজুচে মন্ত্ৰীত্বৰ পদ ত্যাগ কৰিব।
      গৌৰব : নালাগে ত্যাগ কৰিব, তেওঁ মন্ত্ৰী হৈয়ে থাকক। 😃😃😃

  • @Rahul-e2x7z
    @Rahul-e2x7z 2 місяці тому +36

    গৌৰৱ গগৈ দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ গৌৰৱ গগৈ দাঙৰিয়া অসমৰ গৌৰৱ হয়

  • @pankipragyaofficial5020
    @pankipragyaofficial5020 2 місяці тому +49

    গৌৰৱ গগৈৰ এতিয়া অসমৰ অতি সৎ আৰ্দশবান শক্তিশালী নেতা । গগৈৰ নেতৃত্বত অসম আগবাঢ়ি যোৱাটো আমি বিচাৰোঁ।

    • @SakaUllah-s
      @SakaUllah-s 2 місяці тому +4

      Gourav atia Miya neta

    • @pankipragyaofficial5020
      @pankipragyaofficial5020 2 місяці тому +6

      @@SakaUllah-s আমি তেনেকৈ নাভাবো । মই কোনো ৰাজনৈতিক দলৰ ব্যক্তি নহয়।

    • @SakaUllah-s
      @SakaUllah-s 2 місяці тому +1

      @@pankipragyaofficial5020
      Adin Akhom khon Islami state hole o apuni tenekoi a kabo, totha Apuni o sage atin Islam religion acpt kribo.

    • @pankipragyaofficial5020
      @pankipragyaofficial5020 2 місяці тому +10

      @@SakaUllah-s সেইবিলাক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত কথা , এই বিলাক কথা সচেতন ৰাইজে গুৰুত্ব নিদিয়ে। মই আপোনাৰ লগত তৰ্ক কৰিব বিচৰা নাই , ভালক ভাল বুলি ক'লে যদি আপোনাৰ গাত লাগে তেনেহলে মোৰ কব লগীয়া নাই ।

    • @boonsaikia8526
      @boonsaikia8526 2 місяці тому +2

      600 bosor mugale Raj korile Bharat khon Muslim country nohol, etia miyai ki dal state bonabo, eaibilak bjpr chal vote loboloi. ​@@SakaUllah-s

  • @jibonjyotidutta622
    @jibonjyotidutta622 2 місяці тому +1

    সুন্দৰ গৌৰৱ গগৈ জিন্দাবাদ🙏❤🙏

  • @binodnoi513
    @binodnoi513 2 місяці тому +21

    গৌৰৱ গগৈ অসমৰ শক্তিশালী কণ্ঠ ।।

    • @bkp9774
      @bkp9774 2 місяці тому +1

      অসমৰ নহয় ভাৰতৰ বৰ্ষৰ এটা কন্ঠ ।

    • @dipakgogoi5084
      @dipakgogoi5084 2 місяці тому +1

      ​@@bkp9774অসম তথা ভাৰতৰ।

  • @bakulboruah2026
    @bakulboruah2026 2 місяці тому +25

    Gaurav Gogoi❤❤❤

  • @bakulboruah2026
    @bakulboruah2026 2 місяці тому +35

    Next CM of Assam

  • @SonaliSengupta-l8g
    @SonaliSengupta-l8g 2 місяці тому +12

    Gaurav Gogoi zindabad zindabad

  • @rajassam1822
    @rajassam1822 2 місяці тому +11

    Gaurav Gogoi Zindabad

  • @RojitaDas
    @RojitaDas 2 місяці тому +11

    CM or sit jabo 26 ot.. Only Gourav Gogoi 🖐️

  • @Surajjamanprodhani
    @Surajjamanprodhani 2 місяці тому +29

    Gourav gogoi is great gentleman

  • @C.Barman7
    @C.Barman7 2 місяці тому +7

    গৌৰৱ গগৈ ❤❤❤

  • @MagneticShock-me5kk
    @MagneticShock-me5kk 2 місяці тому +18

    কথা এই দৰে কয় ৰজাৰ দৰে, আৰু পালি পহৰীয়া দৰে নাচি বাগি ঠাত্তা মাৰি কথা নকয় ৰাজ নেতা বোৰে।

  • @pravadeka8376
    @pravadeka8376 2 місяці тому +26

    Gaurob jindabad

  • @ramenbordoloi798
    @ramenbordoloi798 2 місяці тому +14

    Sundar lage apunar kothabur xuni thakiboloi mon jai. Sposto kothabur

  • @KonmoniBhuyan
    @KonmoniBhuyan 2 місяці тому +17

    Right

  • @NivaManiDas-v4f
    @NivaManiDas-v4f 2 місяці тому +10

    Right👍

  • @rajkumarbeldar5155
    @rajkumarbeldar5155 2 місяці тому +2

    A good leader.& good talking.

  • @NishantaNayan
    @NishantaNayan 2 місяці тому +2

    कांग्रेस🎉🎉❤

  • @SalmanAhmed-ex8vv
    @SalmanAhmed-ex8vv 2 місяці тому +18

    amar dada amar gaurav

  • @akhilgoswami1140
    @akhilgoswami1140 2 місяці тому +15

    Gourav gogoi well gentleman,

  • @relaxeverythingisfine5154
    @relaxeverythingisfine5154 2 місяці тому +1

    Gaurav Gogoi next CM

  • @rajadoley3921
    @rajadoley3921 2 місяці тому +2

    Gourav gogoi jindabad ❤️❤️❤️.

  • @sivanathbhuyan-go9zq
    @sivanathbhuyan-go9zq 2 місяці тому +10

    অসমৰ সকলো সমষ্টিতে জিকিব ক

  • @MoonBora-ni1mc
    @MoonBora-ni1mc 2 місяці тому +2

    গৌৰৱ jindabad

  • @RupamBorah-k1g
    @RupamBorah-k1g 2 місяці тому +9

    G.G ajon vodro manuh,

  • @MonjitBoruah-ds9mv
    @MonjitBoruah-ds9mv 2 місяці тому +10

    Gourab da akhil gogoi k neribo lgt loi jauk ai2 mur falor pra anurudh

  • @minahazarika7578
    @minahazarika7578 2 місяці тому

    গৌৰৱ গগৈ I zindabad

  • @Emojichallenger5729
    @Emojichallenger5729 2 місяці тому +2

    Gaurob dada jindabad❤

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh 2 місяці тому +1

    BJP Sarkar EVM exit poll out
    Next CM Gaurav Gogoi zindabad 💯🙏💪💪💪

  • @pravadeka8376
    @pravadeka8376 2 місяці тому +9

    Mur baba / gaurob xodai raijor usorot moromor)

    • @bkp9774
      @bkp9774 2 місяці тому +2

      ঐ প্ৰভা, তোৰ বাবা নে দাদা,😊😊😊 গৌৰব, অকল অসমৰে নহয়, এতিয়া ভাৰত বৰ্ষৰ এটা কন্ঠ ,
      চিধা মানু্হ, কথা বোৰ কেনেকৈ কয়, কাকো টোচ্ছ তাচিল্য নকৰে, গতিকটে সকলোৰে মৰম পাইছে,

  • @DipakVolgs-fz1tl
    @DipakVolgs-fz1tl 2 місяці тому +4

    Right Mp sir adibasi khomajok val ni nipai CM sir e

  • @dipakgogoi5084
    @dipakgogoi5084 2 місяці тому

    @ kumud baruah তেঁও এতিয়া অসমৰ গৌৰৱ । অসমৰ এক বলিষ্ঠ কণ্ঠ। তাৰ পাছত কিয় এই বোৰ প্ৰশ্ন উত্থাপন হল। অসমীয়া বিৰোধী বিজেপিক কিয় সমৰ্থন কৰে। বিজেপিক কিয় সমৰ্থন কৰে যুক্তিৰে উত্তৰ দিব পাৰিব নে। কংগ্ৰেছে গঢ়ি যোৱা সম্পত্তি বেচি বিজেপিয়ে 1500 টকাত কিনা মাথাত ঘিঁ বিহীন অসমীয়া নহয় বুলি প্ৰমাণ কৰিবলৈ।

  • @jogenkalita4268
    @jogenkalita4268 2 місяці тому

    কংৰেছ দলটো অসমৰ জাতীয় শত্ৰু যিয়ে ৮৫৫জন শ্বহীদৰ কেচা তেজ শুহি খালে এইদলটো মিঞা বাংলাদেশীৰহে পিতৃ-মাতৃ। খিলঞ্জীয়াৰ অস্তিত্ব নাশ কৰা দল তেওলোকৰ পিতা-পিতামহে কৰা আদৰ্শৰ এৰাই নচলে। কথাখিনি জনতাই এবাৰহলেও চিন্তা‌ কৰিব।

  • @pgoswami5378
    @pgoswami5378 2 місяці тому

    এতিয়াও ২০২৬ চনৰ বিধান সভা নিৰ্বাচনলৈ মোটামুটি দুবছৰেই আছে,তথাপি কিন্তু বিজেপিয়ে
    সুশৃঙ্খল ভাবে দলীয় সাংগঠনিক কামকাজ সমূহ
    গাঁৱে গাঁৱে,পঞ্চায়তে পৰ্যায়তে,ব্লক পৰ্যায়ত,জিলা পৰ্যায়ত সকলোতে
    নিৰৱে এতিয়াৰ পৰা দলৰ তৃণমূল কৰ্মীৰ দ্বাৰা চলায়েই আছে।সামগ্ৰীক ভাবে কংগ্ৰেছে কিন্তু তৃণমূল কৰ্মীক সক্ৰিয় কৰি তুলি এতিয়াও থিক
    বিজেপিৰ নিচিনাকৈ চলোৱা নাই বা চলাব পৰা নাই।মূৰামূৰি সময়ত সকলো ঠাই,অঞ্চল সামৰি প্ৰচাৰেৰে জনতাৰ মন জয় কৰি মত সলাব পাৰিব জানো?এই কথা এতিয়া ৰাইজৰ মাজত বহুল ভাবে
    চৰ্চা চলিবলৈ লৈছে।

  • @motivationaldiary3417
    @motivationaldiary3417 2 місяці тому +2

    আপোনাৰ কথা মতে প্ৰদ্যুত বৰদলৈ ছিনিয়ৰ হিচাপে বিৰোধী দলৰ উপ দলপতি হ'ব লাগিছিল।

    • @Palash6
      @Palash6 2 місяці тому +3

      Arey bhai gaurav gogoi asom r upo dolopoti nhy national level r hoi. Aru last yr u asle উপ দলপতি

    • @motivationaldiary3417
      @motivationaldiary3417 2 місяці тому

      @@Palash6 গৌৰৱ গগৈতকৈ প্ৰদ্যুৎ বৰদলৈ ৰাজনীতিত ছিনিয়ৰ।তেওঁ যদি বেলেগ দলৰ ক্ষেত্ৰত জুনিয়ৰ-ছিনিয়ৰৰ কথা কয় তেন্তে নিজৰ ক্ষেত্ৰতো একে কথাই প্ৰযোজ্য হ'ব লাগে।

    • @Palash6
      @Palash6 2 місяці тому

      @@motivationaldiary3417 tmi bjp vokto jen lgse. Candidate r knowledge qualifications buli u ktha thake

    • @mrigankabaruah5385
      @mrigankabaruah5385 2 місяці тому

      ​@@motivationaldiary3417 Senior karone ru bhal post dibo pichat

    • @motivationaldiary3417
      @motivationaldiary3417 2 місяці тому

      @@Palash6 question korilei bjp voktto hoi nk?PM k o question koribo pare khakaloe...Jibonot rajnitir bahire eko khikai ny nk?DINGIR OPOROT Murtu ENEI LOI ASA...Congress r khetrot knowledge & qualification r kotha ahe kintu Blg dolor khetrot kheitu hole apotti kio kore pise?

  • @Nyapar424
    @Nyapar424 2 місяці тому +5

    Himmat dangriya r Kam nai fakibaz aru crupt manuhr politics anekuai. Hal tal boki tokai cm r Kam neki?

  • @Manash.player.official
    @Manash.player.official 2 місяці тому +3

    Next gourav o assm

  • @babulkalita6186
    @babulkalita6186 2 місяці тому

    G besi hoise

  • @EmmanualBasumatary
    @EmmanualBasumatary 2 місяці тому

    Fumifukon choudhoryo(MP)pisot tene hobo sage?

  • @mosudurrahman907
    @mosudurrahman907 2 місяці тому

    Himanta r ghonisto keijonok dekhi a gom pua jai Himanta kimanor manuh.

  • @premadasenapati4483
    @premadasenapati4483 2 місяці тому

    Aadarsa ban Gaurob .aagbarha .

  • @razdeu8468
    @razdeu8468 2 місяці тому

    Mama character khuli dil.Ramesh teli 2 ticket mama ye nidile

  • @tinkurabha7921
    @tinkurabha7921 2 місяці тому

    Anedore kri takile ki hobo dekh khon ami Akhon ghort jenekui ejone nowara kam xijonk xohay kri ghorxon xundor kui agbari jay thik xaidore ata dolor konoba bibhagt nowara kambor jinkono dole kamxini solai nile bhut val holehui anedore dol dol kri kri xadharon manuhk kiman aru efal xifal kri kosto korai tako

  • @LandoramBoro
    @LandoramBoro 2 місяці тому

    Case nidiya kio misa opobad korar babe

  • @mosudurrahman907
    @mosudurrahman907 2 місяці тому

    Himanta Bishwa Sarma a nije vabe je teu Assam aru Assomiya r rakshak.kintu aitu dhruva satya je Himanta Bishwa Sarma aji jodi mori jai Assam aru Assomiya jiyai thakibo.

  • @SakaUllah-s
    @SakaUllah-s 2 місяці тому +6

    Gourav Gogoi apuni o sage bisare, Akhom khon Islami state huatu..

  • @7gc970
    @7gc970 2 місяці тому +1

    গৌৰব গগৈৰ ডাঙৰীয়া আহোম বিৰোধীৰ নেটাৰ আহোমৰ প্ৰবিত্ৰ মাঘেৰিটাই মন্ত্ৰীৰ পোৱাৰটো গৌৰব গগৈৰে ভাল পোৱাৰ নাই । গৌৰব গগৈৰ মানুহ জন ভাল কিন্ত কংগেছ দলটো সম্পূৰ্ণ অসম বিৰোধীৰ দল ৮৫৫ জন তেজাল ডেকাক গোলিয়াই মাৰি শ্বহীদ কৰা কথা কোনো দিনাই পাহৰি নেজাই দুৰ্নীতিৰ ভছাছাৰী দল হল কংগেছ দল ।

    • @MonjulaDevi-du4te
      @MonjulaDevi-du4te 2 місяці тому +1

      হেৰৌ বোপাই নিজৰ মাতৃভাষাটো শুদ্ধকৈ ক'বলৈ আৰু লিখিবলৈ শিকি আনক সমালোচনা কৰিলে ভাল।
      নেটাৰ নহয় নেতাৰ
      গোলিয়াই নহয় গুলিয়াই
      নেজাই নহয় নাযায়
      ভছাছাৰী নহয় ভ্ৰষ্টাচাৰী
      কিন্ত নহয় কিন্তু
      হল নহয় হ'ল হ'ব লাগিছিল। নিজৰ মাতৃভাষাক ভালপোৱা কোনো লোকেই ভাষাৰ শ্ৰাদ্ধ পতাতো কামনা নকৰে।

    • @razdeu8468
      @razdeu8468 2 місяці тому +1

      Mama ye dekhun congress asil😂😂

    • @bkp9774
      @bkp9774 2 місяці тому

      @@razdeu8468 তাৰ দিনতেই মিয়া বোৰ ভৰি পৰিল, এতিয়া কলেই হব নেকি, মিয়া বোৰে তাক ভালকৈ চিনি পায়। তেঁওৰ চিনাকি মিয়া।

    • @bkp9774
      @bkp9774 2 місяці тому

      @@MonjulaDevi-du4te ভাল উপদেশ।

  • @Real12976
    @Real12976 2 місяці тому +1

    Congresse eku akha nkorai val😂😂😂😂😂

  • @ziabulbahar7667
    @ziabulbahar7667 2 місяці тому

    Indian data indicates, since 2011 every year 544786.415 people adopt islam, being born hindu. more than 75% of them belong to elite and educated class and high professional. For example A. R RAHMAN, DIPIKA KAKKAR IBRAHIM AND MANYA VLOGS etc. 14 Aug 2022

  • @kumudbaruah2001
    @kumudbaruah2001 2 місяці тому +2

    পেৰাচুট লেণ্ডাৰৰ বৰ বৰ কথা। কোনোবাই ১৫/২০ বছৰ ৰাজনীতি কৰিও দলৰ পৰা যিখিনি সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই। প্রয়াত তৰুণ গগৈ ডাঙৰীয়াই অনভিজ্ঞ নিজ পুত্রক চিধা চিধি পেৰাচুট লেণ্ডিঙ কৰোৱাই যোগ্য জনক বন্চিত কৰোৱাই ২০১৪ আৰু ২০১৯ চনত কলিয়াবৰ সংসদীয় সমষ্টি ৰ পৰা বংগমুলীয় ভোটাৰেৰে সাংসদ পাতিলে। তেতিয়া যোগ্য অযোগ্য ৰ বিচাৰ হোৱা নাছিল কিয়? গৌৰৱ গগৈ য়ে যোৰহাট সমষ্টিৰ পৰা নিৰ্বাচনত বিজয় হব পাৰিলে কাৰণ সেই সমষ্টি টোত তেওঁৰ পিতৃ আৰু পৰিয়ালৰ ভাল প্রভাব আছিল আৰু আছে। অন্য সমষ্টি ত তেওঁৰ বিজয় সহজ নহব।

    • @mondeephazarika681
      @mondeephazarika681 2 місяці тому

      💩💩💩💩

    • @indian7083
      @indian7083 2 місяці тому +2

      oi randir putek kiba tur knowledge ase ne😂

    • @pritom21
      @pritom21 2 місяці тому

      Jorhat homosti tu bohut bosoror pora bjp r hatot asil

    • @SakaUllah-s
      @SakaUllah-s 2 місяці тому +3

      Gourav Gogoi only Miya neta.
      Gourav Gogoi hindu rupi Miya neta.

    • @kumudbaruah2001
      @kumudbaruah2001 2 місяці тому

      ​@@indian7083মিছা কলে কি দাল হব। গৌৰৱ গগৈ পেৰাচুট লেণ্ডাৰ আৰু মতা মাছ মাইকি মাছৰ ওপৰত গবেষণা কৰি ইংলেণ্ডৰ পৰা ডক্টৰেট ডিগ্রী লাভ কৰিছে। এয়া পৃথিবীয়ে জানে।

  • @equityresearch1995.
    @equityresearch1995. 2 місяці тому +4

    Bjp zindabad 😊

  • @joshuamusharof7397
    @joshuamusharof7397 2 місяці тому +1

    Next CM of Assam

  • @sarojgogoi2685
    @sarojgogoi2685 2 місяці тому

    Right