Assam News: নেতা নহয়, AJPৰ টাৰ্গেট বাঘা বাঘা নেতাৰ পুত্ৰ
Вставка
- Опубліковано 16 жов 2024
- নতুন তেজক সাৰোগত কৰি নতুনৰ ৰাজনীতি কৰাৰ প্ৰয়াস অসম জাতীয় পৰিষদৰ। নেতাৰ দল বাগৰা ৰাজনীতিৰ পৰিৱৰ্তে নতুন নেতাক লৈ ভৱিষ্যত্ ৰাজনীতিৰ যো-জা লুৰীণজ্যোতি গগৈৰ। শাসক দলৰ বহুকেইগৰাকী বাঘা বাঘা নেতাৰ পুত্ৰক অজাপত যোগ দি ২০২৬ৰ বাবে অজাপ শিবিৰ গঠনৰ লক্ষ্য আঞ্চলিক জাতীয়তাবাদী দলটোৰ।
#assamesenews #nd24news #nd24live #nd24assamese #livenews
--------------------------------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24 UA-cam channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...
▶️ ৰাজপাট কাৰ?
• ৰাজপাট কাৰ? | 2024 Lok...
𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.
ৰাজনীতিৰ পথাৰত যুৱ প্ৰজন্মৰ নতুন মুখ দেখিম এয়া এক আদৰণীয় পদক্ষেপ।
জয় হৌ অজাপ আৰু লুৰিণ গগৈ ককাই,,❤❤
😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😁😆😆😆😆😆😆😆😆😆😆😆😆😆😆
সুন্দৰ পদক্ষেপ লুৰিণ দা..যুৱ চাম ৰাজনীতিলৈ আহিব লাগে
যোৱা দিন বোৰৰ অভিজ্ঞতা আৰু আগন্তক দিনবোৰৰ অসম অসমীয়াৰ ভৱিষৎক লৈ নৱপ্ৰজন্ম সকলে আঞ্চলিক দলক শক্তিশালী কৰাটো খুউৱে শুভলক্ষ্যণ।
লুৰিণলৈ শুভেচ্ছা থাকিল । পঙ্কজ লোছন দাদাৰ জৰিয়তে । ধন্যবাদ
প্ৰফুল্ল মহন্তৰ দৰে পুত্ৰ নহৈ সঁচা জাতিৰ প্ৰেম ,কামত আত্মনিয়োগ কৰিলে ভাল,মহন্ত চিন মাহ নিত,বুঢ়া গুৰু চিন ঘাঁ হনিত যাতে নহয়❤
লুৰীনজোতি ককাই জিন্দাবাদ জিন্দাবাদ ৰাইজক আহ্বান জনালোঁ লুৰীনজোতি গগৈৰ লগত লগ লাগি লুৰীনজোতি গগৈক শক্তিশালী কৰক লুৰীনজোতি ককাই জিন্দাবাদ জিন্দাবাদ
সুন্দৰ পদক্ষেপ।
এক সময়োপযোগী চিন্তা ধাৰা অ জা পৰ.. আদৰণি জনাইছো ❤
সকলো ঠিকেই আছে কিন্তু কংগ্রেছৰ লগত একেটা ৰাস্তাৰে গৈ কি আঞ্চলিকতাবাদ কৰিব সেইটোহে বুজিব পৰা নাই👍 পৰাক্ষত ৰাইজৰ দল আৰু AJP একেলগে নিৰ্বাচন খেলিলে সুফল পাব বুলি ভাবো 👍 জয় আই অসম 🙏🙏
ভাল পদক্ষেপ লোৰিন দাৰ
Good and SMART plan 👍
সুন্দৰ পদক্ষেপ
জয় লো ৰিণজ্যোতি গগৈ
সুন্দৰ পদক্ষেপ নতুন প্ৰজন্ম আহিছে
সুন্দৰ প্ৰচেষ্ঠা।❤
আদৰণি
বাঘা বাঘা নেতাৰ পুত্ৰই কি নেতা ? আমি বিলাক কি ০ ? এইবোৰ নহব ।
এই দলে সৰ্বহাৰাৰ কি কৈল্যান সাধিব সন্দেহ আছে কাৰণ যি কেইজনৰ নাম লৈছে উচ্ছ মধ্যবিত্ত শ্ৰেণীৰ প্ৰতিনিধি আৰু এচি বতাহ লোৱা।
Good
হিমন্ত ব্ৰিগেডে বিজেপিক শেষ কৰিব অসমত
😂😂😂😂😂কম বাঘা নেতাৰ পূত্ৰনে
ভুল সিদ্ধান্ত আমানত ধন ও ঘূৰাই নাপাই
2G পৰফুল্ল বলধ এণ্ড কোম্পানী ?
2G PB & Co.?
Welcome to AJP, Navaprajanmay aanib Axomiya jaatir Natunatta. Jatir prakita ounnati karib kewal Navaprajanmay AJP Aamar jatir eakhon Jakhola.
লাভ নাই ভোট বিভাজন কৰি চিন্ডিকেট বাহিনীৰ নেতা সকলক জয়ী হোৱাত সহায় হে কৰিব গৈ
❤🙏🙏
Good news🎉👍
Akil and Lurin should not do mistakes supporting Cg. Ours kitchen is surrounded by Bangladeshis Muslim.
Well done
প্রথমে কংগ্ৰেছৰ লগ এৰিব লাগিব, ৰাইজে তেতিয়াহে বেছিকৈ আকোৱালি লব
Raij mamar logot😆😆😁😆😆😁😁😆
Bjpr log lole val hobo neki ajp ye ?
@@alokdutta5907 মইতো কোৱা নাই BJP ৰ লগ লবলে | এতিয়া কাৰ লগত এলায়েঞ্চ কৰি আছে দেখিছেই, আৰু কি কব লগা আছে ?
Nice step aguai jaok lurin da
Bohut val Lagise Lurin. Juti. Jindabad
Weldon lurin da
J শেনছোৱা ব পঞ্চায়তৰ বাবেবাট খোলা। আছে | জয় আই অসম |
একো কাম নাই, গৰম কাপোৰ লৈ শুই থকাই ভাল।
Good selection
LG first to win a seat in direct election
Nepotism 😅😅😅
Love u lurin kakai
অজাপ্ নহয় অ অজাপ।
Likhim sir valkoi bujak
❤ Vaal lagisay dakhi
BJP Sarkar go back
Aeku labh nohoi aeibur kori Lurinor.
Saroda mamai 3 bar haresel first only 8k vote paisel goteka hmy ase
Saroda Mama , Louis Berger Mama, Sindiket Mama 😂@@yogeshborpatragohain6775
Njai jikibo pora nai ki mnuh gutai ase hahi ha uthisa aru 🤣
MLA pus MP pus aber ki pus😂😂
Ansolik dol asomot lage tetiyahe asomor unnoti hobo , chnadra babu naiudu aaru nitish kumar a dekhai dile aansolik dolor kiman soktiiii,,,,,jai aai axom
Ajp zindabaad ❤
Bapek vs Putek dekhibo pam buli akha koru
Agor keijon e val essat di thoi gol aibar next😂😂😂😂😂
Umak jubo neta lage Val hbo
Vale hb young people also need..bura manuh ulab lage😅
bjp zindabad
Very good Lurin good news
EiburOK raije sini napai
😂
পাগল
Bongali burnol loga