Bhupen mama je aamar majot nai, bhabile Montu xemeki hai. Tekhetor byektitto otuloniyo. A person with no artificiality, no air, no pride. Filled with love, compassion,a true patriot, a irreparable loss who's demise left a big void in Assam. Happy birthday Bhupen mama. Keep blessing us. Very nice interaction. Mrs Shoba has given the right description of what he was, his thought provoking lyrics and the totality of his artistic characteristics and his somber personality. Thanks for making the video Prag news. I greatly miss him.
Promod Saikia dev k ami Mama buli a matisilu.. Atia kene ase... Kot ase.. Log powa nai.. Bahu kotha ase Tekheto r logot.. North East Heritage.. Miss U..
কিমান যে ভাল লগা কথা বোৰ আৰু সেই দিনবোৰ , তেখেতক শ্ৰদ্ধাৰে সুঁৱৰি সেৱা জনালোঁ 🙏
সুন্দৰ নিভাজ বক্তব্য
সুন্দৰ পৰিপাটি সাক্ষাৎকাৰ
ভাল লাগিল সাক্ষাৎকাৰটি । সুধাকণ্ঠ ড.ভূপেন হাজৰিকাদেৱৰ জন্মদিৱসত তেখেতলৈ একাজঁলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো । সমৰ হাজৰিকাদেৱৰ পৰিয়ালটোক দেখা পাই ভাল লাগিল।
বৰ ভাল লাগিল ভুপেনদাৰ স্মৃতিৰে জৰিত কথাখিনি শুনিবলৈ পায়। ধন্যবাদ জনালো বহুত বহুত,, 🙏🙏🙏
অতি সুন্দৰ অনুষ্ঠান প্রাগ নিউজৰ সকলোকে ধন্যবাদ জনাইছো ।
001Qq
বৰ ভাল লাগিল সাক্ষাৎকাৰটো। আকৌ মোৰ ভগৱানজনৰ গুণানুকীৰ্তন শুনি মন আনন্দিত হ'ল ❤❤🙏🙏
সঁচাকৈয়ে বহুত ভাল লাগিল। আপোনালোকৰ অনুষ্ঠানৰ জৰিয়তে ভূপেন হাজৰিকা দেৱৰ ঘৰখন দেখাৰ সৌভাগ্য ঘটিল লগতে পৰিয়ালৰ সদস্য সকলক দেখা পালোঁ। লগতে প্ৰাগ নিউজৰ সমুহ কৰ্মকৰ্তা সকলক ধন্যবাদ জ্ঞাপন কৰিছো ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
সুন্দৰ সমৰ দা।
Bohut vl lagil
Happy birthday to you Bhupen Da. Jatei ase sukhere thakak takei kamana kariso
বহুত ভাল লাগিল।
সুন্দৰ এটি অনুষ্ঠান
অমৰ শিল্পী ভূপেনদাক আজি শ্ৰদ্ধাৰে সোৱৰিছোঁ ৷ ৷ভূপেনদাৰ সকলোবোৰ গীতেই মোৰ অতি প্ৰিয়৷ এটা সময়ত মই জীয়াই থকাৰ
প্ৰেৰণাৰ উৎস ভূপেনদাৰ এটি গীত
“প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক“৷
শ্ৰদ্ধাৰ ভূপেন হাজৰিকা দেৱৰ দৰে এজন মহান শিল্পীক পোৱাটো আমাৰেই সৌভাগ্য ।
একেবাৰে সঁচা কথা যে ভূপেন দাক বৰ্তমান অসমৰ কোনোবা শিল্পী ৰ লগত তুলনা কৰিব যোৱাতো বাতূলতা মাত্ৰ । শ্ৰদ্ধেয় সমৰ হাজৰিকাৰ
পত্নী য়ে শেষত যি আক্ষেপ প্ৰকাশ কৰিছে সেয়া আমাৰো আক্ষেপ
Bhupen mama je aamar majot nai, bhabile Montu xemeki hai. Tekhetor byektitto otuloniyo. A person with no artificiality, no air, no pride. Filled with love, compassion,a true patriot, a irreparable loss who's demise left a big void in Assam.
Happy birthday Bhupen mama.
Keep blessing us.
Very nice interaction. Mrs Shoba has given the right description of what he was, his thought provoking lyrics and the totality of his artistic characteristics and his somber personality.
Thanks for making the video Prag news.
I greatly miss him.
ভুপান দাক কোনোবা গায়কৰ লগত তুলনা কৰিলে সোভা নাপায়। সেইটো সত্য আৰু সচা কথা।
অ সমৰ দা, মই শ্বিলং sbi ৰ পাতৰ, আপোনাক লগ পায় বহুত উৎফুল্লিত হৈচিলো,
Subha hajarika baideo, your evaluation of Bhupen Hazarika is really true and excellent
শোভা বাইদেউৰ কথাখিনি খুৱেই ভাল লাগিল ।আজি হে প্ৰথম তেখেতৰ কথা বাৰ্তা শুনিলো।
শুভা বাইদেউ নমস্কাৰ
অতি সুন্দৰ অনুষ্ঠান ❤❤❤
ভুপেন দা বৰ্তমান সময়ত শঙ্কৰদেৱৰ শাৰীত ৰাখিব লাগে
Thank you, Shubha medam.
সছা কথা । ভুপেন দা অতুলনীয় । কোনোয়েই সমকক্ষ নহয় । হব নোৱাৰিবও ।
Video to sai bohut val lagil, moi bohut val pau bhupen dak,🙏🙏🙏
আজিবন জিয়াই ৰিখিম নতুন প্যজনম জয় ভুপেন ককা
God bless you both.Samor da and Shubha baideu.
বহুত ভাল লাগিল
হয় নে ক😊
ভাল লাগিল ।
Introduction,priyo darxash❤
Very nice and inspiring....mon vori gl ❤❤❤
ভূপেন. হাজৰিকা.চাৰি.যুগৰ.অন্তহীন.অবিৰতভাবে.জ্বলি.থকা.....এগছি..বন্তিৰ. নিচিনা.।ধন্যবাদ. ।
বৰ ভাল লাগিল কথা খিনি জানিব পাৰি।
Long live Samar da.
Samar Hazarikcada aru Shubha baideu loi namoskar janalu.
অতি মনমোহা কথোপকথন।
Promod Saikia dev k ami Mama buli a matisilu.. Atia kene ase... Kot ase.. Log powa nai.. Bahu kotha ase Tekheto r logot.. North East Heritage.. Miss U..
Bhupen da tulona bihin.
তুলনা বিহীন এজন মহা মানৱ
Very. Good. Video.
ভূপেন দাৰ কুঠৰীৰ ঘৰটো সংৰক্ষণ কৰিব লাগে!
Bhupenda tumi mohan hua .Tumi punor aha.Tumi osomiak asirbad kora
He Mor Dharitri Aai Charanate Diba Thai ...??❤..
সঁচাকৈ অসমৰ কিছুমান মানুহৰ মনৰ চিন্তাই বেলেগ হয়।
❤️🙏
❤
❤❤❤❤❤❤❤❤❤❤❤
🙏🙏🙏
Priyajanarpunarmilansadayasimana dDayak, as much merrypleantnicebermore. Shrikyotidhchandragoswamibabtlmass.
Bhupenda tulonabihin kunuba mohamurkhoi die Bhupenda belegor lor tulona
Bokar podum ki ha
Bohut bhal lagil .
🙏🙏🙏🙏
🙏🙏