অসমীয়া ছবিৰ কোনজন ‘নায়ক’ৰ প্ৰেমত পৰিছিল একালৰ মোহময়ী অভিনেত্ৰী বিদ্যা ৰাও?

Поділитися
Вставка
  • Опубліковано 27 жов 2024

КОМЕНТАРІ • 301

  • @manibankalitanath3648
    @manibankalitanath3648 2 місяці тому +39

    আমাৰ খুব মৰমৰ অভিনেত্ৰী বিদ্যা ৰাওঁ বাইদেউ । ইমান মৰম লগা মুখখনত এটি মিঠা হাঁহি লাগি থকা অভিনেত্ৰী গৰাকী ৰ প্ৰতিখন ছবি চাইছিলোঁ। আজিওঁ হৃদয়ত আছে বাইদেউ আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ।

  • @meghalisaikia1863
    @meghalisaikia1863 2 місяці тому +21

    সুন্দৰ সাক্ষাৎকাৰ। আগেয়ে নজনা বহু কথাই জানিব পাৰিলো। শিল্পী গৰাকীৰ আৰোগ্য কামনা কৰিছোঁ। বশিষ্ঠ দেৱ ফুকন ডাঙৰীয়াই বৰ সুন্দৰকৈ খুতি নাটি মাৰি সাক্ষাৎকাৰটো আগবঢ়ালে।তেখেতলৈ ধন্যবাদ থাকিল।

  • @promudborgohain7920
    @promudborgohain7920 2 місяці тому +20

    N K t v ক বহুত বহুত ধন্যবাদ এই সাক্ষাৎকাৰ লোৱাৰ বাবে।অসমৰ কথাছবি জগতৰ অতুলনীয় এগৰাকী শিল্পী। অৰণ্যৰ দৃশ্য চকুত ভাঁহি আহে।আইদেউ সন্দকৈ আইটাৰ পাছত চাগে উল্লেখযোগ্য অভিনেত্ৰী। বাইদেউ দীঘায়ু কামনা কৰিলোঁ।

    • @renusarmah4201
      @renusarmah4201 Місяць тому +1

      ভাল লাগিছে সাক্ষাৎকাৰটো৷এনকে টি ভি ক অশেষ ধন্যবাদ৷তেখেতৰজীৱনৰ কথাবোৰ জানি ভাল লাগিল৷

  • @jahnabisaikia3266
    @jahnabisaikia3266 2 місяці тому +31

    বৰ সুন্দৰ আৰু প্ৰয়োজনীয়া কথোপকথন ৷ চৰকাৰে তেখেতলৈ কিছু আৰ্থিক সাহাৰ্য্য আগবঢ়োৱা উচিত বুলি ভাৱোঁ ৷

    • @dalimidevi6072
      @dalimidevi6072 Місяць тому

      আৰ্থিক সাহাৰ্য পাব লাগে। ভাললাাগিল বহুদিন পিছত তেখেতক লগ পাই

  • @r.hazarika9231
    @r.hazarika9231 2 місяці тому +52

    বাইদেউ অভিনয় চায়েই আমি ডাঙৰ হৈছিলোঁ। তেখেতৰ মনৰ অনুভৱ খিনি জানি বহুত ভাল লগাৰ লগতে দুখো লাগিল। আশাকৰোঁ চৰকাৰে এইসময়ত বাইদেউক যেন অলপ হ'লেও সহায় কৰি তেখেতৰ আৰ্থিক ভাৱে স্বচ্ছল কৰিব বুলি আশা কৰিলোঁ
    লগতে বাইদেউ সুস্থ হৈ উঠক তাৰেই কামনা কৰিলোঁ 🙏

    • @Biren-q5f
      @Biren-q5f 2 місяці тому +1

      Baideo very honest.she is best actress in Assamese films.she is our always respected.we Swa her film.

    • @PRADIPPATAR-fs2ic
      @PRADIPPATAR-fs2ic Місяць тому

      Ah​@@Biren-q5f

  • @swapnaligogoi2235
    @swapnaligogoi2235 2 місяці тому +2

    বহুত ভাল লাগিল সাক্ষাৎকাৰটি উপভোগ কৰি। সৰুৰে পৰাই বিদ্যা ৰাও বাইদেউৰ সুন্দৰ অভিনয়ে মন আকৰ্ষণ কৰিছিল। তেখেতৰ আশু -আৰোগ্য কামনা কৰিলোঁ ভগৱানৰ ওচৰত। বশিষ্ঠ ডাঙৰীয়ালৈ ধন্যবাদ জনালোঁ।🙏❤️

  • @debenborsaikia4624
    @debenborsaikia4624 2 місяці тому +10

    বহুত বহুত ভাল লাগিছিল বাইদেউৰ অভিনয় চাই ৷ চিনেমা খনত অভিনেত্ৰী কোন আছে বিদ্যা ৰাও ভাল লাগি যায়৷ বাৰু যায় নহওক আপোনাৰ সুস্থ কামনা কৰিছো ভগৱানৰ পদৰ তলত ৷

  • @taralibaruah1347
    @taralibaruah1347 2 місяці тому +5

    ভিডিওটোৰ পৰা বাইদেউৰ বিষয়ে বহ নজনা কথা জানিব পাৰিলো । বাইদেউ অতি সোনকালে সুস্থ হৈ উঠক ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ লগতে বাইদেউৰ বিপদৰ সময়ত অসম চৰকাৰৰ তৰফৰ পৰা বিচৰা ধৰণে সহায় সহযোগ পায় তাকে কামনা কৰিলো লগতে এনেকুৱা সুন্দৰ ভিভিওৰ উপস্থাপন ৰ বাবে বহুত বহুত ধন্যবাদ জনালো ❤❤❤❤❤❤❤❤

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 2 місяці тому +12

    অতি সুন্দৰ আৰু সময়োপযোগী অনুষ্ঠান। অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী সুদক্ষ,মোহময়ী আৰু চিৰসেউজ অভিনেত্ৰী। অসমীয়া চলচ্চিত্ৰ জগতৰ সোণালী সময়ৰ এগৰাকী প্ৰতিভাসম্পন্ন, জনপ্ৰিয়, চিৰসেউজ অসমীয়া চলচ্চিত্ৰ জগতৰ নমস্য অভিনেত্ৰী। তেওঁৰ সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো। সদায় মনৰ হেঁপাহেৰে সুখী হৈ থাকক বাইদেউ। তেওঁক ভগৱানে কুশলে ৰাখক।❤❤❤

  • @diptabora6722
    @diptabora6722 Місяць тому

    খুউব ভাল লাগিল। আমাৰ অতি মৰমৰ জনপ্ৰিয় অভিনেত্ৰী বিদ্যা ৰাও বাইদেউক দেখি। তেখেতৰ ব্যক্তিগত জীৱনৰ কথাও বহুত জানিবলৈ পালো। নাতিৰ কথা কৈছিল, জানিবলৈ কৌতূহল থাকিল।
    সংগ্ৰাম বোলছবিৰ খলনায়ক, ডিব্ৰুগড় খলিহামাৰীৰ পুৰু ( ঘৰত মতা নাম) ভুঞা আছিল।
    তেখেতৰ স্বাস্থ্যৰ অৱনতি দেখি বেয়া লাগিছে। তেখেতৰ আশু আৰোগ্য কামনা কৰিছো।
    অসম চৰকাৰলৈও তেখেতক এই বিপদৰ সময়ত কিছু আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ অনুৰোধ জনাইছো।

  • @JayantiSaikia-qm6vj
    @JayantiSaikia-qm6vj 2 місяці тому +2

    বহুত ভাল লাগে বাইদেউক, ভগৱানে মংগল কৰে যেন।

  • @sandhyadevi9094
    @sandhyadevi9094 2 місяці тому +7

    বিদ্যা ৰাও মোতকৈ সৰু আছিল ৷তেওঁ থকা ডিব্ৰুগড়ৰ শান্তিপাড়াৰ ঘৰটো মোৰ এতিয়াও মনত পৰে ৷মাকৰ নাম তুনু ৰাও আৰু বায়েকৰ নাম আছিল প্ৰেমা ৰাও ৷সেই সময়ত মোৰেই বয়স আছিল মাত্ৰ ৬ বছৰ ৷ তেওঁ পিন্ধি থকা ফ্ৰকটো সেই সময়ত দেখা আটাইতকৈ ধূনীয়া ফ্ৰক ৷

  • @bhaskarmahanta6933
    @bhaskarmahanta6933 2 місяці тому +6

    বৰ ভাল লাগিল।বহু বছৰৰ মুৰত বাক দেখা পাই বৰ আবেগিক হৈ পৰিলো।বাৰ প্ৰায় গুটেই কেইখন ছবি চাইছিলো।আজি এই দৰে দেখি বৰ দুখ পালো।চৰকাৰে সহায় কৰক।সোনকালে কৰিব লাগে
    ।বা সোনকালে সুস্থ হৈ উঠক।

  • @meenagogoiborgohain4170
    @meenagogoiborgohain4170 2 місяці тому +8

    ভিডিও টো চাই বহুত ভাল লাগিল...ধন্যবাদ NK tv. মোৰ অতিকৈ প্ৰিয় অভিনেত্ৰী আছিল সেই সময়ৰ।❤❤ তেখেতৰ কুশল কামনা কৰিলো।

  • @debenborah2905
    @debenborah2905 2 місяці тому +28

    বহুদিনৰ বিৰতিৰ পাছত বিদ্যাবাক দেখা পাই নষ্টালজিক (আবেগিক )হৈ পৰিলোঁ। আপুনি সদায় কুশলে থাকক, ঈশ্বৰে আপোনাক মঙ্গল কৰক। NK TV ক অশেষ ধন্যবাদ, এনে এটা সুন্দৰ অনুষ্ঠান কৰাৰ বাবে। চৰকাৰে তেখেতক আৱশ্যকীয় সহায়-সহযোগ কৰাৰ আহ্বান জনালোঁ 🙏

  • @pranatibaruah3467
    @pranatibaruah3467 2 місяці тому +9

    আপোনাক বহুত ধন্যবাদ এই মহান পদক্ষেপ লোৱাৰ বাবে তেখেতক চৰকাৰে সহায় কৰাতো বিচাৰো

  • @gayatribordoloi5437
    @gayatribordoloi5437 2 місяці тому +9

    Val lagil Bidya Rao Baideuk bahut dnor Murat deka palu 🎉🎉❤❤God bless u baa🙏🙏🙏

  • @hemantadas9444
    @hemantadas9444 2 місяці тому +2

    বিদ্যা ৰাও ,ক'ত কিয় কেনেকৈ জনাৰ বহুত হেপাহ আছিল। ভাল লগা বয়সৰ এই মোহময়ী অভিনেত্ৰী গৰাকীৰ অভিনয় আৰু নৃত্যৰ লয়লাস আজিও সজীৱ হৈ আছে। বয়সৰ চাপৰ লগতে নিষ্ঠুৰ বাস্তৱৰ সঁচা ছবিখনে সকলোকে এবাৰ ভৱাই তুলিছে।
    ফুকন ডাঙৰীয়া, আৰু কিছু মনপৰসা ছবিৰ কথা উল্লেখ নহ'ল। তথাপি আপুনি ধন্যবাদৰ পাত্ৰ। এনে আৰু বহু নিৰৱতা অবলম্ব কৰা অভিনেতা, অভিনেত্ৰীক NKTVৰ এই অনুষ্ঠানৰ আওতালৈ আনিব বুলি আশাৰে বাটচাই ৰলো-----+++

  • @ktamuli6039
    @ktamuli6039 2 місяці тому +26

    বাইদেউৰ অভিনয়ে মোৰ দৰে বহু দৰ্শকক মোহিত কৰিছিল। তেখেতৰ অসমীয়া বোলছবি জগতলৈ আগবঢ়োৱা বৰঙণি স্মৰণীয় হৈ ৰ'ৱ । বাইদেউৰ আশু আৰোগ্য কামনা কৰিলো।

  • @AnubhabBorah-x6p
    @AnubhabBorah-x6p 2 місяці тому +19

    এনেধৰণৰ কোনো শিল্পী,অভিনেতা অভিনেত্ৰীৰ সাক্ষাৎ গ্ৰহন কৰোতে তেওঁলোকে কৰা অভিনয়ৰ কিছু বিশেষ দৃশ্যাংশ সংযোজন কৰা দৰকাৰ তেতিয়া অনুষ্ঠানটোৰ সৌষ্ঠব বাঢ়ে। সেইকণ কষ্ট সাক্ষ্যাৎ গ্ৰহণ কৰোতাজনে কৰা দৰকাৰ ।তেতিয়াহে নতুন generation এ জানিব পাৰিব। নহলে অনুষ্ঠানটো বৰ poor হয়।

  • @MonimalaKhowa
    @MonimalaKhowa 2 місяці тому +1

    বহুত দুখ লাগিল । বেয়া।লাগিল । ইমান সহজ সৰল মানুহ গৰাকী ।

  • @bhupenkakati-v2v
    @bhupenkakati-v2v 2 місяці тому +4

    বৰ সুন্দৰ অভিনেত্ৰী আছিল। সেই দিন কেতিয়াও পাহৰিব নোৱাৰি। বৰ সুন্দৰ সাক্ষাৎকাৰ। মনৰ কথাবোৰ খোলাখোলি কৈছে। মোৰ প্ৰিয় অভিনেত্ৰী ভিতৰৰ অন্যতম এগৰাকী।

  • @sangeetahazarika7869
    @sangeetahazarika7869 2 місяці тому +2

    বৰ ভাল সাক্ষাৎকাৰ। ধন্যবাদ বশিষ্ঠ । তেখেতৰ আৰু আৰোগ্য কামনা কৰিলোঁ।

  • @SelbaBori-pr8pp
    @SelbaBori-pr8pp День тому

    ধন্যবাদ বৈশিষ্ট তোমাৰ সেই বাৰ্তা লাপ আলোচনা ভাৱি আছিলোঁ বিদ্যাৰাও বাইদেউ প্ৰগ্ৰেম ক'ৰবাত কেনেবাকৈ পাম নেকি আজি পাই গলো বি ৰা ট ভাল পালোঁ আৰু বাইদেউ ক বিশেষ ভাৱে ধন্যবাদ জনাইছোঁ আৰু ভগৱান ওচৰত প্ৰাথনা জনাইছোঁ বাইদেউ ভালে থাকক কৃষ্ণ

  • @binitachakraborty9824
    @binitachakraborty9824 2 місяці тому +14

    বাইদেউক সাক্ষাৎ কাৰত দেখি খুব দুখ লাগিল।ইমান ধুনীয়া অভিনয়ৰ গৰাকী তেখেত ।বাকীছোৱা দিন বোৰ শান্তি আৰু সু স্বাস্থ্য কামনা কৰিছো❤

  • @GiriBarman-cc1zt
    @GiriBarman-cc1zt 2 місяці тому +2

    বাইদেউক দেখি বহুত ভাল লাগিছে | তেখেতৰ আৰোগ্যৰ বাবে ভগবানৰ ওচৰত মিনতি জনাইছোঁ | চৰকাৰে তেখেতক সহায় কৰিব লাগে |🙏

  • @bhonisharma8971
    @bhonisharma8971 2 місяці тому +3

    বাইদেউ প্ৰথমে আপোনাক নমস্কাৰ । বহুত বছৰৰ পাছত আপোনাক দেখা পায় মনটো ভাল লাগিল । সদায় ভালে থাকক ।

  • @ikondas8254
    @ikondas8254 2 місяці тому +2

    বহুত বহুত ধন্যবাদ বাইদেউ মই আপোনাৰ চিনেমা চাইচো দুখন তিনিখ মান খুব ধুনিয়া লাগিছিল
    এতিয়াও ধুনিয়া আপুনি

  • @madhusmitabaruah7957
    @madhusmitabaruah7957 2 місяці тому +1

    মই ব্যক্তিগত ভাৱে লগ পোৱা অসমীয়া ছবিজগতৰ আটাইতকৈ সুন্দৰী অভিনেত্ৰী গৰাকীয়েই হৈছে বিদ্যা ৰাও বাইদেউ। তেওঁক আমাৰ চৰকাৰী বাসভৱনত লগ পাইছিলো। এনে লাগিছিল মই যেন সৰগৰ অপ্সৰা এগৰাকীহে দেখিছোঁ।

  • @ManikaPathak-pn1wf
    @ManikaPathak-pn1wf 2 місяці тому +1

    Baidew khub bhal lagil dekhna pai,God bless you ❤❤❤ Pranam jonalo Baidew

  • @kunjadevi2076
    @kunjadevi2076 2 місяці тому +3

    মোৰ প্ৰিয় অভিনেত্ৰী বিদ্যা ৰাও বাইদেউ। ইমান ধুনীয়া ছোৱালী জনী। ইমান বুঢ়ী হৈ গ'ল দেখি।

    • @BasantaBorah-lr9lr
      @BasantaBorah-lr9lr 2 місяці тому

      ইমান বুঢ়ী হৈ গ'ল দেহি ।

  • @anjalikalita5432
    @anjalikalita5432 Місяць тому

    বহুত বিৰতিৰ পিছত দেখিলোঁ বাইদেউ আপোনাৰ অভিনয় চাই বহুত ভাল পাইছিলো ❤️

  • @mukutamalabarua6982
    @mukutamalabarua6982 2 місяці тому +1

    ইনটাৰভিউটো বৰ ভাল লাগিল

  • @DipaliBorah-c2k
    @DipaliBorah-c2k 2 місяці тому +1

    আপোনাৰ অভিনয় চাই বহুত ভাল লাগিছিল আপোনাৰ আসু আৰোগ্য কামনা কৰিলো

  • @karabideka6594
    @karabideka6594 2 місяці тому +17

    সুন্দৰ সাক্ষাৎকাৰ ভাল লাগিছে। বাইদেউ নিৰোগী হৈ থাকক । এয়েই ভগৱানৰ ওচৰত প্ৰাৰ্থনা।

  • @sehnazhamida6135
    @sehnazhamida6135 2 місяці тому +1

    Iman dhuniya baideo k aji bohut dinor pisot dekhilu.Homoi bor nisthur

  • @manjulabhattacharyya4993
    @manjulabhattacharyya4993 27 днів тому

    বিশিষ্ট অভিনেত্ৰী বিদ্যা বা ৰ সুস্বাস্থ্য অটুট থাকক। সুন্দৰ কথোপকথন।

  • @BrindaJyotiKalita-qy1vw
    @BrindaJyotiKalita-qy1vw 2 місяці тому +5

    বহুদিনৰ মূৰত প্ৰিয় অভিনেত্ৰী গৰাকীক দেখি ভাল লাগিল। তেখেত অতি সোনকালে আৰোগ্য হৈ উঠক। তেখেতলৈ প্ৰণাম

  • @TCF573
    @TCF573 2 місяці тому +7

    Bohut bhat lagil ..

  • @luckydas243
    @luckydas243 2 місяці тому +16

    বাইদেউৰ সুস্বাস্থ্য কামনা কৰিলো আৰু চৰকাৰক অনুৰোধ জনালো বিশেষকৈ বাইদেউক সহায়ৰ হাত আগবঢ়াওক ।

  • @NirabPhukan
    @NirabPhukan 2 місяці тому +7

    মোৰ অন্যতম প্ৰিয় অভিনেত্ৰী বিদ্যা ৰাৱ। আশী দশকত বিজু ফুকন আৰু বিদ্যা ৰাৱ জুতিৰ glamourus আছিল। বহুতকে বহু দিও নেপালো একুকে , হৃদয় ওজাৰি দিয়ো নেপালো একোকে ।

  • @ilaraninath3737
    @ilaraninath3737 2 місяці тому +10

    বাইদেউৰ সকলো দায়িত্ব চৰকাৰে লোৱা উচিত।

  • @kulendeka4718
    @kulendeka4718 2 місяці тому +4

    বিদ্যা ৰাও মোৰ প্ৰিয় অভিনেত্ৰী অসমীয়া ছবি জগতৰ । তেখেতৰ সুস্বাস্থ্য কামনা কৰিলো ।

  • @pragyarsadhana4028
    @pragyarsadhana4028 2 місяці тому +2

    Bohut Val lagil !

  • @rumasarmah6496
    @rumasarmah6496 2 місяці тому

    এসময়ৰ মোহময়ী অভিনেত্ৰী,অলপ স্বাস্থ্যৰ যত্ন লৈ কুশলে থাকক।সুন্দৰ অভিনয় কৰিছিল।

  • @runumidevi4752
    @runumidevi4752 2 місяці тому +5

    Takhetor Ghar sangsar film khane mor ajio mn pran vorai ase bhut xuva kamona baideu loi 🙏

  • @kaberikocharirajkonwar1522
    @kaberikocharirajkonwar1522 2 місяці тому +7

    অ' সময় ...
    জনপ্ৰিয় সপ্ৰতিভ অভিনেত্ৰী গৰাকীৰ আৰোগ্য কামনা কৰিলো ❤ । অনুস্থান টি ভাল লাগিল।

  • @sarmahrupali
    @sarmahrupali 2 місяці тому +1

    এটা সময়ত অসমীয়া ছবি বুলিলে অভিনেত্ৰী বিদ্যা ৰাও কেই জানিছিলো। ভিডিঅ টো চাই বহুত ভাল লাগিল। তেখেতৰ সুস্বাস্থ্য কামনা কৰিলো।

  • @prasantabora1349
    @prasantabora1349 2 місяці тому +4

    ইমান সুন্দৰ অভিনয় আছিল।প্ৰণামহে জনাইছো।

  • @DiptiMazumder-sv5ch
    @DiptiMazumder-sv5ch 2 місяці тому

    Baideo xundor monor odhikari kotha bur bor bhal lagil God bless you

  • @bhaskarborah4254
    @bhaskarborah4254 2 місяці тому +3

    ভাল লাগিল ধন্যবাদ ভগৱানে মঙ্গল কৰক

  • @abijitboro5166
    @abijitboro5166 2 місяці тому +3

    Vidya Rao is/was the most beautiful heroine of Assamese Film Industry.

  • @Meme_World1568
    @Meme_World1568 2 місяці тому +3

    বাইদেউ অভিনীত বহুত চিনেমা চালোঁ৷আজিৰ অনুষ্ঠানটি চাই বৰ ভাল লাগিল৷

  • @DilipGogoi-fc8uu
    @DilipGogoi-fc8uu 2 місяці тому +2

    ভাল লাগিল তেখেতক দেখা পাই। এগৰাকী মোহময়ী অভিনেত্ৰী তেখেত

  • @dibyajyotiborthakur8968
    @dibyajyotiborthakur8968 2 місяці тому

    God bless you Baidau , khub bhal lagil

  • @inamulhaque6301
    @inamulhaque6301 2 місяці тому

    বহুদিনৰ মূৰত দেখিলোঁ। খুব ভাল লাগিল।

  • @nilimagogoi276
    @nilimagogoi276 2 місяці тому +2

    বহুত ধুনীয়া আছিল বাইদেউ।

  • @AJIMUDDINAHMED-x2y
    @AJIMUDDINAHMED-x2y 2 місяці тому +1

    বিদ্যা ৰাৱ বাইদেউ লৈ বহু মৰম ও শুভাইছা জনাইছোঁ

  • @alpanapakgharandvlog6312
    @alpanapakgharandvlog6312 2 місяці тому +2

    বহুত ভাল লাগিল। তেখেতৰ ছবি বহুত সৰুৰ পৰাই চাইছো। তেখেত সদায় ভালে থাকক।

  • @ANUPAMBORUAH-cj3qv
    @ANUPAMBORUAH-cj3qv 2 місяці тому +2

    God bless you baideu.

  • @minasaikia9189
    @minasaikia9189 Місяць тому

    বাইদেউৰ আশু আৰোগ্য কামনা কৰিলো 🙏🙏🙏🙏‌।এই অচল অৱস্থাত চৰকাৰেও তেখেতক সহায় কৰা উচিত বুলি ভাবোঁ।❣️❣️🙏🙏

  • @jonaphukonbaruah9121
    @jonaphukonbaruah9121 2 місяці тому +6

    এনে এগৰাকী শিল্পীক চৰকাৰে স্থায়ী ভাবে সহায় কৰাটো প্ৰয়োজন । আচলতে সহায় বুলি ক'লে ভুল হ'ব দায়িত্ব শব্দটোহে প্ৰযোজ্য হ'ব । কেৱল আঁঠহেজাৰ টকাৰ শিল্পী পেঞ্চন বা এককালীন সাহাৰ্য্য এটা আগবঢ়াই দায়িত্ব সামৰাটো অন্যায় হ'ব ।
    আমাৰ প্রিয় অভিনেত্ৰী গৰাকীক যেন আজি নতুনকৈ জানিলো ...বুজিলো । অতি সহজ সৰল, খোলা মনৰ , নিৰহংকাৰী , এগৰাকী শিল্পী । তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো 🙏🏼
    বৰ্তমান নিজকে শিল্পী বুলি ফটা ঢোল বজাই ফুৰা সকলে এই সাক্ষাৎকাৰটো দেখা হ'লে ভাল আছিল !
    সাক্ষাৎকাৰটি অতি সুন্দৰ আৰু গাম্ভীয্যপূৰ্ণ হৈছে । বশিষ্ঠ দেৱ ফুকন আপোনাক ধন্যবাদ জনাইছো ।

  • @musichub3129
    @musichub3129 2 місяці тому +2

    Bahut bosor r murot dekha palu Val lagil ❤❤❤

  • @salinamasum7577
    @salinamasum7577 Місяць тому

    ইম্মান ধুনীয়া হৈছে বিদ্যা ৰাও বা.....নজৰ‌ না লগে 🤲🏻🙏💖

  • @SmritiDey-k8o
    @SmritiDey-k8o Місяць тому

    বিদ্যা রাওদিদি আপনার অভিনীত বেশ কয়েকটা চলচিত্র দেখার সৌভাগ্য আমার হয়েছিল খুব ভাল লেগেছিল।আপনার সুস্থ জীবন যাপন কামনা করি।---হারাধন

  • @tanaydas9134
    @tanaydas9134 2 місяці тому +5

    বহুবছৰৰ পিছত বাইদেউক দেখি বৰ ভাল লাগিল । ৭০ৰ দশকত গান্ধীবস্তীত আমাৰ ঘৰৰ সমুখৰ ঘৰটোতে আছিল ,আৰু তেতিয়া বাইদেউৰ লৰাটোৰ বয়স ৬/৭ বছৰ মান আছিল।

  • @surenboruah3241
    @surenboruah3241 2 місяці тому +1

    বিদ্যা বাইদেউ লৈ মোৰ 🙏, বাইদেউ সদায় ভালে থাকক আৰু আমাৰ চৰকাৰ খনেও অলপ সহায় কৰক, তাৰ আশাৰে🙏🙏🙏

  • @saralarabha4596
    @saralarabha4596 2 місяці тому +3

    Mor oti prio ovinetri.val lagil bohut aji dekha pai,hu s sayshthya kamona korilu

  • @mamonidevi617
    @mamonidevi617 2 місяці тому +2

    N k t v k bohut bohut dhayanobad jonaichu dhunia anusthan aagbohua babe Bidya baidewk bohut bhal lage tekhetor abhinoy bor dhunia

  • @jinuburagohain6462
    @jinuburagohain6462 2 місяці тому +3

    বিদ্যারাও বাইদেউর সহজ সরল কথোপকথন বিলাক খুউব ভাল লাগিল।তেখেতে অসমীয়া সংস্কৃতিলৈ বহু অরদান আগবঢ়ালে।আশাকরো মূখ্যমন্ত্রী মহোদয়ক করা অনুরোধ তেখেতে পূরণ করিব।ভগরানে বাইদেউক কুশলে রাখক।

  • @glaciousyt
    @glaciousyt 2 місяці тому +2

    One of the talented and beautiful actor of Assamese movie ❤❤

  • @DPffx
    @DPffx 2 місяці тому +1

    বিদ্য বাইদেউৰ লগতে তেওঁৰ সমসাময়িক শিল্পী সকলক চৰকাৰে দায়িত্ব ল'ব লাগে।

  • @aswinikumarray3857
    @aswinikumarray3857 2 місяці тому +3

    Best women of World class standard….ideal;glamourus
    and labourius...handsome....so on....

  • @juthikakalita-yw7oi
    @juthikakalita-yw7oi 2 місяці тому +2

    Tumi baru jana ne nai tumi jani Leo Jana moi o jona hoi hai gan tu monot pori gol biju phukon aru bidya rao bike ot gan tu gua aji o monot pore TV t sua ...ghar hansar sage saisilu sobikhn .. bidya rao khub dhunia asile .. bea lagile dekhi .. ekdum beleg hoi gol ... Homoi khub nishthur 😢

  • @kabitadeka9331
    @kabitadeka9331 2 місяці тому +3

    Bohot vl lagil🙏🙏

  • @rupalichutia9534
    @rupalichutia9534 2 місяці тому +1

    বাইদেউক বহুত দিনৰ পাছত দেখা পালোঁ । তেখত সদায় ভালে থাকক সেয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা 🙏 ।

  • @rtamuli8511
    @rtamuli8511 2 місяці тому +1

    বাইদেউৰ আশোআৰোগ্য কামনাকৰিলো,চৰকাৰৰ ফালৰ পৰা পৰিচাৰ্য্যা এগৰাকী ব্যৱস্থা কৰিদিলে ভালহব।

  • @malamonisarma3555
    @malamonisarma3555 2 місяці тому

    সাক্ষাৎকাৰটো চাই বৰ ভাল লাগিল। মৰমলগা মোহময়ী অভিনেত্ৰী গৰাকীৰ চিনেমা প্ৰায়বিলাক চাইছো বহুত ভাল লাগে। তেখেতৰ মুখত দিয়া"বহুতকে বহু দিও নাপালোঁ একোক.... গীতটো মোৰ বৰ প্ৰিয় ।

  • @smritichetia7497
    @smritichetia7497 2 місяці тому +4

    শিল্পী সকলৰ শেষৰ ফালে জীৱবোৰ বোৰ দুখৰ হৈ পৰে ,অসমীয়া সংস্কৃতিৰ কাৰণে কাম কৰি যোৱা এই সকলক শিল্পীক চৰকাৰ পক্ষই সহায়ই কৰা উচিত।

  • @malobickasarmah9350
    @malobickasarmah9350 2 місяці тому +1

    সুন্দৰ অভিনয়ৰ গৰাকী আছিল | ভগৱানে কুঁশলে ৰাখক আপোনাক |

  • @bankimsarma6359
    @bankimsarma6359 Місяць тому

    Vidya Rao ,was my heart throb.same smile seen today. She was beautiful.Most beautiful acted in Aranya.This song was regularly played during each and every picnic party
    Long live Vidya Rao

  • @kishorkalita9302
    @kishorkalita9302 2 місяці тому +1

    তেখেতলৈ মৰম শ্ৰদ্ধা জনালোঁ ❤আশু আৰোগ্য কামনা কৰিলো

  • @suravispakghor4443
    @suravispakghor4443 2 місяці тому +2

    বাইদেউ আপোনাৰ আশু আৰগ্য কামনা কৰিলো ❤️

  • @dipabaruah3532
    @dipabaruah3532 Місяць тому

    বিদ্যাৰাও বাইদেউ ৰ অভিনয় চাই বহুত ভাল লাগে , তেখেতৰ সু-স্বাস্থ্য কামনা কৰিলো

  • @BIPULGOGOI
    @BIPULGOGOI 2 місяці тому

    Very very beautiful❤❤❤❤❤

  • @saradakalita-f8h
    @saradakalita-f8h Місяць тому

    বহুত ভাল লাগিল

  • @gaming_boy2820
    @gaming_boy2820 2 місяці тому +2

    Moor priya nayika.god bless u🙏

  • @IlaBuragohain-cg2uc
    @IlaBuragohain-cg2uc 2 місяці тому +1

    মোৰ প্ৰিয় অভিনেত্ৰী ।বাইদেউৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ ।

  • @munmunborthakur660
    @munmunborthakur660 2 місяці тому +2

    তেখেত ভালে থাকক।
    ইমান যে ধুনীয়া আছিল তেওঁ।

  • @rubigogoi2299
    @rubigogoi2299 2 місяці тому +8

    বহুত ভাল লাগিল তেৱ বৰ বেছি ধু নি য়া❤❤❤

  • @ratulsingha7665
    @ratulsingha7665 28 днів тому

    We love Bidya Rau and all her films we viewed. Talented

  • @GeetaBarman-o6x
    @GeetaBarman-o6x 2 місяці тому

    Bhut val lagil....

  • @nirugogoi4576
    @nirugogoi4576 22 дні тому

    বহুত ভাল লাগিল বাইদেউক দেখাপায়

  • @RohitKhanikar
    @RohitKhanikar 2 місяці тому

    I like bidya daideo. God bless you.

  • @NirmaliKhoundBaruah
    @NirmaliKhoundBaruah 2 місяці тому

    বাইদেউৰ গা বেয়া বুলি শুনি বেয়া লাগিল। বাইদেউ সোনকালে ভাল হওঁক। আমি আৰু এটা এলবাম বনাব লাগিব।

  • @mridulgogoi747
    @mridulgogoi747 2 місяці тому

    Vidya rao bohut bhal actress aasil

  • @goganesh3
    @goganesh3 2 місяці тому

    বৰ ভাল লাগিল

  • @maheswardeka9048
    @maheswardeka9048 2 місяці тому +10

    আপুনি সু স্বাস্থ্য আৰু সুখেৰে থাকক !

  • @hirantalukdar2983
    @hirantalukdar2983 2 місяці тому +1

    ভিডিঅ'টো চাই বহুত ভাল লাগিল । তেখেতৰ কুশল কামনা কৰিলোঁ ।🎉🎉❤❤

  • @SUBASHCHBARMAN-hx9hj
    @SUBASHCHBARMAN-hx9hj Місяць тому

    বাইদেউৰ অভিনয় মই বৰ ভাল পাই ছিলোঁ বহুত ছবি চাইছিলো সেইয়ে বাইদেউক শ্ৰদ্ধা জনাইছো তেখেত সুস্থ থাকোঁ ক তাৰেই কামনা কৰিলোঁ