Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
খুব ভাল লাগিল 🙏🙏🙏
দুয়োজনৰে সাক্ষাৎকাৰ টি বহুত ভাল লাগিল ❤া
মহন্ত আপোনাক অশেষ ধন্যবাদ ৷
Bor bhal lagil kotha khini . Sadai Bhogobane kushole rakhok 🙏🙏
বহুত ভাল লাগিল❤️❤️❤️❤️
Moi Sir r maa r interview eta saisu.... Bohut simple hoi tekhet... Emn knowledge thokar pasot u emn simple... Ami new generation e bohut janibo loga ase apunalukor pora🎉
Kothai poti hoi hoi tu kole huni vl lge apunr mukhot.hoi hoi hoi❤
সাংবাদিক গৰাকীয়ে বহু কথা সুধিলে, কিন্তু পুলিচত হোৱা কৰাপচন ৰ বিসয়ে একো নুসুধিলে 😮😮😮 পুলিচ অফিচাৰ বোৰ কোটিপতি কেনেকৈ হয়....🤔🤔🤔 দৰমহা ১ ৰ পৰা ২ লাখৰ ভিতৰত কিন্তু ৪,৫ কোটি টকীয়া বাংলা, বিলাসী গাৰি ইত্যাদি...???? এই পইছা বোৰ নিশ্চিত ক্ৰায়েম কৰা গেং বোৰৰ পৰাই আহে যেনে গৰু চুৰ চিণ্ডিকেট, কয়লা ছিণ্ডিকেট, ড্ৰাগছ পেডলাৰ ইত্যাদি বোৰ.... P K Dutta ৰ দৰে DIG এজনে পৰ্বত সম সম্পত্তি কেনেকৈ ঘটিলে... ৩,৪ খন হোটেল, চাহ বাগান.... আৰু ইমান অনিয়ম সংগঠিত কৰিও এতিয়া মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে...🤔🤔🤔🤔 ৮০% পুলিচ বিষয়া দুৰ্নীতিৰ সৈতে জৰিত.... সাধাৰণ S.I. এজনৰ ও কোটি টকাৰ সম্পত্তি...😮😮😮😮 জুন মনি ৰাভাৰ দৰে পুলিচ বিষয়াৰ মৃত্যু কেনেকৈ হল...?? ইয়াৰ সঠিক তদন্ত কিয় নহল...?? বা জুন মনী ৰাভাৰ হত্যা কাৰীয়ে শাস্তি কেতিয়া পাব...🤔🤔🤔 আৰক্ষী - মানে আহ ৰখ হিৰ পৰা আলহী - আঁহ ল হি কেনেকৈ হৈ পৰিল....??? আটাইতকৈ বদনামি বিভাগ টো এইটোৱেই.... এই বিলাক কেতিয়া শুধৰণি হব....🤔🤔🤔 এনেই ভাল লগা প্ৰস্ন কিছুমান সুধি এটা TV প্ৰগ্ৰেম বনালে কাম সিদ্ধি নহয় একো ফল নধৰে....😮😮😮
ryt 💯 agree
পুদুম ফুলৰ দৰে বাইদেউ জনীৰ সুস্বাস্থ্য কামনা কৰিলো।
ভাল লাগিল 🙏🙏
সুন্দৰ অনুষ্ঠান
Bor sundar lagesa sai
অসমৰ আৰক্ষী বাহিনীৰ সেনাপতি -- যেনেকৈ আহোম ৰাজত্ব কালৰ সেনাপতি লাচিতৰ বাপ -- প্ৰকৃত যোদ্ধা ৰূপত -- সেনাপতিৰ ৰয়ল পোছাক যোৰ -- পিন্ধা ৰ যোগ্যতা সকলোৰে ভাগ্য ত নাথাকে -- কিমান যে সাধনা ফলত অধিষ্ঠিত হৈছিল -- তেনে সন্মান পাবলৈ বিৰল -- হয়তো চাৰৰ অধ্যব্যসায়াই ফল -- --কিমান কষ্ট হৈছিল -- নিজক গঢ় দিবলৈ -- এই বিৰল বাপৰ অধিষ্ঠিত হবলৈ -- চাৰ আমাৰ চিৰ নমস্য -- কবলৈ গলে আৰক্ষী সকলো পৰিবেশৰ দাস ত্ৰ চিকাৰ কৰিব লগা হয় - situation controlling প্ৰতি লক্ষ্য ৰাখিব লাগে -- তেনে পৰিস্থিতিত দামনীয় হব লগা হয় -- তাক কয় কৰ্মৰ দায়িত্ব পালন -- কিন্তু সৰ্বসাধাৰণ ৰ মাজত দমন নীতি ত পৰিণত হয় -- তেনে ক্ষেত্ৰত গৃহ বিভাগ জগৰীয়া নহয় বুলি অভিহিত বুলি গন্য কৰা হয় -- চাৰ ক বহুত দিনৰ বিৰতিত দেখা পায় সুখী হলো -- চাৰ বাইদেউ ৰ দীৰ্ঘiয়ো কামনা কৰিলো ।
এংকৰ গৰাকীয়ে মুৰ আৰু গাটো অলপ বেছি লৰাইছে নেকি।
🙏🙏🙏
💯💯💯💯
ঢাৰে জোনমণি ৰভাৰ কথা অলপ কব পাৰে নেকি
Baidew Battalion dress change koratu ki hol uliyabosun newest...
আমি নজনা বহুতো মূল্যৱান কথা জানিলো
Huh
.......................