🔷আনৰ ঘৰত কাম কৰা মৰমলগা আইতাগৰাকীৰ ওচৰত থিয় দিছে গাঁওবাসী-

Поділитися
Вставка
  • Опубліковано 4 жов 2024
  • 🔷আনৰ ঘৰত কাম কৰা মৰমলগা আইতাগৰাকীৰ ওচৰত থিয় দিছে গাওঁবাসী-
    🔷আজি আইতাগৰাকীৰ (চবি দত্ত) মুখত হাঁহি জিলিকি উঠিছে-
    🔷দিন হাজিৰা কৰা অকলশৰীয়া আইতাগৰাকীয়ে নিজৰ ঘৰটো ভাঙি যোৱাৰ বাবেই আনৰ ঘৰত থাকিবলগা হৈছিল-
    🔷আমি তেখেতৰ জীৱন সংগ্ৰামৰ কথাবোৰ ৰাইজৰ মাজলৈ আনিছিলো-
    🔷বৰ্তমান আইতাগৰাকী থাকিবলৈ এটা ঘৰ নিৰ্মাণ কৰি থকা হৈছে, ইয়াৰ সমান্তৰালভাৱে তেখেতে চৰকাৰী ঘৰো লাভ কৰিব-
    🔷নাজিৰা সৌকাজান সত্ৰৰ অমৃত মহন্তৰ নেতৃত্বত গাওঁৰ ৰাইজে চবি দত্তলৈ সহায়ৰ হাত আগবঢ়াইছে-

КОМЕНТАРІ • 11

  • @ASSAMLIVE2023
    @ASSAMLIVE2023 3 місяці тому

    Good news

  • @RanuBuragohain-h2z
    @RanuBuragohain-h2z 3 місяці тому

    সময়ৰ দৰে সহায় কৰা।মানৱ সেৱাই ঈশ্বৰৰ সেৱা।মানৱক সেৱা কৰা।

  • @hridyanshugogoi2943
    @hridyanshugogoi2943 3 місяці тому +3

    সময়ৰ দৰে আৰু ঈশৰৰুপী তৰুণ সকল ওলাল ভাল লাগিছে

  • @BitupankonwarKonwarBitupan
    @BitupankonwarKonwarBitupan 3 місяці тому

    🎉

  • @anjanahazarika2740
    @anjanahazarika2740 3 місяці тому

    সময় দৰে হোৱা

  • @DibyaJyoti-lq1gw
    @DibyaJyoti-lq1gw 3 місяці тому +1

    ভাল লাগিল বহুত ভাল লাগিছে

  • @manabkonwar423
    @manabkonwar423 3 місяці тому +1

    ইউটিউবা সময় গগৈ দৰে সকলোৱে সহায় কৰক

  • @nomibaruah9285
    @nomibaruah9285 3 місяці тому +2

    So cuet aita.

  • @tutumaninath3360
    @tutumaninath3360 3 місяці тому +3

    ঘৰটো কিবাকৈ বনাই দিয়ক plz

  • @bimansaikia4305
    @bimansaikia4305 3 місяці тому +2

    অতি ভাল কাম কৰিছে ।