আপুনি আচলতে কিমান অসমীয়া? আপোনাৰ চিন্তা চেতনাক চুই যাব এটা বিশেষ ভিডিঅ'ই

Поділитися
Вставка
  • Опубліковано 5 жов 2024
  • 🤔 আপুনি আচলতে কিমান অসমীয়া?
    🤔 আপোনাৰ চিন্তা চেতনাক চুই যাব এটা বিশেষ ভিডিঅ'ই
    🤔 অনুপম চক্ৰৱৰ্তীৰ সৈতে 'খবৰৰ আঁৰৰ খবৰ'

КОМЕНТАРІ • 449

  • @readytotravel5784
    @readytotravel5784 2 роки тому +40

    আমাৰ ফালে এতিয়াও এই নিয়ম পালন কৰি আহিছোঁ। বাকী বহুত ধুনীয়া কথা কৈছে।

  • @anamikagogoi6624
    @anamikagogoi6624 2 роки тому +38

    সুন্দৰ । উপহাৰৰ কথাখিনিয়ে মন চুই গল।

  • @minubhatta5503
    @minubhatta5503 2 роки тому +28

    ভাল লাগিল ,পিচে কইনা সজোৱা ৰ কথা থাকি গ ল , বহুটো নিমন্ত্ৰিত অতিথিয়ে কইনাক মাত এষাৰ নিদিয়াকৈয়ে বিদায় লবলগা হয় , কিয়নো beautician ৰ ওচৰত দিনটোয়েই আবদ্ধ কইণা ছোৱালী

  • @nuratddinahmed3546
    @nuratddinahmed3546 2 роки тому +30

    সত্য কথা কোৱা বাবে বহুত বহুত ধন্যৱাদ জনালো |

  • @rumeekalita3812
    @rumeekalita3812 2 роки тому +70

    ধন্যবাদ দাদা💐 খুব সুন্দৰ চিন্তাধাৰা 🙏আশা কৰিছো অসমীয়া সমাজখনে আপোনাৰ চিন্তাধাৰাক আকোৱালি লব 🙏

    • @dwijensaikia9396
      @dwijensaikia9396 2 роки тому

      Dhalla villeg assault kallaboori nus tinisuka distik

  • @parinitahiloidhari1182
    @parinitahiloidhari1182 2 роки тому +8

    বহুত ভাল লাগিল।কথাবোৰ জী্ৱন্ত।তেখেতৰ চিন্তাধাৰাক সন্মান জনালোঁ।

  • @kamalborah6250
    @kamalborah6250 2 роки тому +37

    মৰমৰ দেৱজিৎ ,অশেষ ধন্যবাদ যাচিলোঁ । বাস্তৱ ছবি । বাৰে বাৰে শুনিবলৈ মন গৈছে । মই অতীতলৈও উৰিছোঁ আৰু ঘূৰি পকি আহি আজিৰ বিয়াঘৰত চকুমুদি তোমাৰ বাস্তৱ ছবিখন চালোঁ ।

  • @umagogoi929
    @umagogoi929 2 роки тому +20

    বহুত ভাল কথা কৈছে। তেখেত আৰু আপোনাক ধন্যবাদ জনালো।

  • @swggamerff468
    @swggamerff468 2 роки тому +5

    ভিডিঅ'টোৰ কথাখিনিৰ উপস্হাপন বহুত সুন্দৰ হৈছে। মৰাণ সমাজত বৰ বিয়াত বা শান্তি বিয়াত কুলাবুঢ়ী নাচ বৰ্তমান ও প্ৰচলিত হৈ আছে। তিনিচুকীয়া জিলাৰ মৰাণ গাঁৱ সমুহ লৈ আহিবচোন বিয়া চাবলৈ ।আহিলে দেখিবলৈ পাব কুলাবঢ়ী নাচ ।কুলাবুঢ়ী নাচ মৰাণ সমাজৰ পৰম্পৰা ৰীতি-নীতি।🙏🏻❤️❤️❤️

  • @gautamdutta340
    @gautamdutta340 2 роки тому +11

    ভিডিঅটো ভাল লাগিল......... কথা খিনিয়ে মন চুই গ'ল.... ইমান সুন্দৰকৈ কথা খিনি উপস্থাপন কৰা বাবে ধন্যবাদ....

  • @bituponkakopothar730
    @bituponkakopothar730 2 роки тому +16

    সঁচা আমাৰ গাঁৱৰ অতীত হৈ আছে এতিয়াও বহুত ভাল লাগে আমাৰ।

  • @nayanjyotinath2786
    @nayanjyotinath2786 2 роки тому +31

    কথাখিনি শুনি থাকিবলৈ মন যায় । সঁচাকৈ ইমান সুন্দৰকৈ উপস্থাপন কৰিছে । বহুত সুন্দৰ সুন্দৰ কথা ক'লে ।

  • @rumigogoi8881
    @rumigogoi8881 2 роки тому +5

    সত্য কথা। ভাল লাগিল। খাতি খোৱা অসমীয়াৰ সংস্কৃতি কোন বিলাক ?????

  • @alimulelem7059
    @alimulelem7059 2 роки тому +4

    🙏🙏🙏 অনুপম শইকীয়া দা,, খুউব মনোযোগৰে ইউ টিউবৰ ভিডিওৰ কথাখিনি শুনিলো । বৰ ভাল লাগিল । বৰ্তমান আধূনিক যুগত সমাজত বিশেষকৈ আমাৰ অসমীয়া সমাজত চলি থকা অপ্ৰিয় সৎতয় কথা । বৰ Motivational & Knowledgeable Videos. Videos কাৰীক বহু আৰু অশেষ ধন্যবাদ... যে সমাজত চলি থকা অপ্ৰিয় কথা আৰু ঘটি থকা সৎতয় ঘটনা বোৰ উদঙাই দিয়া বাবে । ধন্যবাদ ।👍👍👍

  • @parag_gogoi
    @parag_gogoi 2 роки тому +25

    আগতে বিয়াত সবে ৰভাৰ তলত বহি জানমণি, ৰাংঢালী, অঞ্জনা, আইমণি আদি চিনেমা চাইছিল 😁। অসমীয়া চিনেমা উদ্যোগটোও ভাল হৈছিল।

  • @jitulkalita4864
    @jitulkalita4864 2 роки тому +6

    সচাকৈ দাদা আপোনাৰ কথা বিলাক এই সমাজত আখৰে আখৰে মিলি গৈছে , আপোনাৰ কথা মন চুই গৈছে দাদা ,

    • @chaotamuly1619
      @chaotamuly1619 2 роки тому

      দেৱতজিত দাৰ সম্পূৰ্ণ নামটো কি ? আচলতে মই দেৱজিত দাৰ চেনেলটো বিচাৰি আছো তেখাতৰ আৰু ভিডিও চাবলৈ ৷

    • @satyaborkoch6596
      @satyaborkoch6596 2 роки тому

      Amulya asom sabo

  • @nandeswartaye7231
    @nandeswartaye7231 2 роки тому +11

    বহুত বহুত সুন্দৰ কথা ধন্যবাদ

  • @mornoiporiya
    @mornoiporiya 2 роки тому +76

    ভাল লাগিল ভিডিঅটো।আমাৰ‌ফালে‌এই‌ গোটেইবোৰ‌ নিয়ম আছে। খুব‌ ভাল লাগে মিলিজুলি বিয়াখন উপভোগ কৰে সকলোয়ে।

    • @Bablu-hd6zt
      @Bablu-hd6zt 2 роки тому

      Niyes

    • @reziasultana8504
      @reziasultana8504 2 роки тому

      @@Bablu-hd6zt the morning of life in the morning of the morning of the morning of the morning of the morning of the morning of the morning of the morning of

    • @secretworld1277
      @secretworld1277 2 роки тому

      Dada apunar cntct nmbrt2 dibo sun ankua bia sabo bht ase

    • @kamalsarama9410
      @kamalsarama9410 2 роки тому

      Moro jab mon jai anekowa beya t saboloi

  • @jayantachetia4488
    @jayantachetia4488 2 роки тому +4

    ধণ্যবাদ আপোনালৈ ,এতিয়াও সেই পৰম্পৰা কিছু গাওত পালন কৰা দেখিবলৈ পোৱা যায়। সুন্দৰ অতি সুন্দৰ কাব্যিক ৰছনা ৰখ কথা। আমাৰ গাৱত কম পৰিমানে এই নিয়ম ছনি আছে।

  • @arupdutta9260
    @arupdutta9260 2 роки тому +9

    সচাকৈ এক অতুলনীয় উদাহৰণৰ সৈতে মানুহৰ মানসিকতা ৰ পৰিৱৰ্তনৰ বাট দেখুৱাই দিলে

  • @simarekhasonowal848
    @simarekhasonowal848 2 роки тому +17

    সুন্দৰ কথোপকথন দাদা।ভাল লাগিল।🌻🌸

  • @riyaborsaikia7810
    @riyaborsaikia7810 2 роки тому +5

    বৰ সুন্দৰ কথা কৈছে।

  • @rajumonibaruah6865
    @rajumonibaruah6865 2 роки тому

    সচা কথা। সুন্দৰ। হয় আগতে কিতাপ, খামত টকা। আজিকালি চিচাৰ বাতি কিনোতে অকনো নাভাবে যে সেই বিলাক এনেই পৰি ৰব।

  • @chiranjibtsk5358
    @chiranjibtsk5358 2 роки тому +14

    এখন বিয়া অনুভৱ কৰিলো ।❤❤❤❤❤

  • @digantaborah5196
    @digantaborah5196 2 роки тому +9

    আপুনি সঠিক সময়ত সঠিক বিষয় এটা সুন্দৰ শৈলীৰে ডাঙি ধৰিছে।

  • @Gayanjatra
    @Gayanjatra 2 роки тому +5

    ইমান ধুনীয়া লাগিল।। আমাৰ গাঁৱৰ ‌পৰিবেশটো দেখা পালো। Share nokorake nuarilo..thanx a lot

  • @kumkumduttamajuli1680
    @kumkumduttamajuli1680 2 роки тому +1

    কথা শুনি বহুত ভাল লাগিল ।একদম সচা কথা কলে ।

  • @utpalbdas
    @utpalbdas 2 роки тому +5

    ভাল লাগিল! সচাঁই অতীতো বহুত ভাল আছিল! আমাৰ পৰম্পৰা বোৰ সময়ে সকলো সলনি কৰি পেলালে! আমি বিচাৰোঁ আমাৰ পৰম্পৰা ধৰি ৰাখিৱ! কিন্তুু অসহায়বোধ কৰিছোঁ?
    শিৱসাগৰৰ মৰাণ ত বিয়া বা সকাম ত এনে নিয়মবোৰ দেখা পাইছোঁ! সকলোৱে মিলিজুলি কৰে টাই আহোমৰ লোকসকলে। একতা আজিও আছে তেওঁলোকৰ।

  • @শিল্পালয়ষ্টুডিঅ

    আমাৰ,ইয়াতো, পুৰণি নীতি-নিয়ম সকলোঅক্ষুণৰখাহৈছে।

  • @avinetasahilrahman1461
    @avinetasahilrahman1461 2 роки тому +8

    মন চুই গৈছে দেব ধন্যবাদ?

  • @digantajyotibordoloi5528
    @digantajyotibordoloi5528 2 роки тому +30

    দেৱজিত তোমালৈ ধন্যবাদ থাকিল সচাকৈ সমাজত চলি থকা নিয়ম এইবোৰ তোমাৰ ভি ডি ও চাই মানুহে নিজৰ ভুল 2বুজিব আগলৈ এনেকুৱা ধৰণৰ ভি ডি ও বনাই উৎসাহিত কৰিবা

    • @chaotamuly1619
      @chaotamuly1619 2 роки тому

      দেৱতজিত দাৰ সম্পূৰ্ণ নামটো কি ? আচলতে মই দেৱজিত দাৰ চেনেলটো বিচাৰি আছো তেখাতৰ আৰু ভিডিও চাবলৈ ৷

    • @palashparasar7432
      @palashparasar7432 2 роки тому

      Moi'u bisari asilu.. kintu pua nai.. naam 2'u hompurno ke najanu..

    • @satyaborkoch6596
      @satyaborkoch6596 2 роки тому

      Amulya asom sabo

  • @monjuladevi5728
    @monjuladevi5728 2 роки тому +1

    বহুত ভাল লাগিছে আপোনাৰ কথাখিনি

  • @bhumikabordoloi306
    @bhumikabordoloi306 2 роки тому +11

    মন চুই গৈছে 🥺🥺🥺❤❤

  • @mithugamer507
    @mithugamer507 2 роки тому +7

    কি কম friend আপনাৰ ভিদিওটো চাই আজিৰ পৰা বিগত ২০ বছৰ কথা মনত পৰিছে। আমাৰ গাঁও খণো এদিন অনেকুৱা মৰম বান্ধোনৰ আছিল জাহক ভিদিওটো এক সঁচা পৰিণত চাই ভাল লাগিল

  • @DebojitHandique.
    @DebojitHandique. 2 роки тому

    তেওঁৰ বহু দিনৰ আগত এটা ভিডিঅ চাইছিলো ৰাস্তাৰ পেইন্টিংৰ ওপৰত প”ষ্টাৰ লগোৱাক লৈ… সচাকৈ মানুহজনৰ ভিডিঅবোৰে হৃদয় চুই যায়।

  • @chayanikavlogs4058
    @chayanikavlogs4058 2 роки тому +3

    ভাল লাগিল মানুহে কিবা এটা বুজি পাৱ ।আপুনি দিয়া ভিডিঅটো আৰু জৱ মেলাৰ নামত ২৩ তাৰিখে জিলাই জিলাই পতা ড'কোমেণ্ট মেলা একে কথা হৈছে ।

  • @Rajeshsonowal2137
    @Rajeshsonowal2137 2 роки тому +5

    খুউব সুন্দৰ, ভাল লাগিল ইমান সুন্দৰ বৰ্ণনা

  • @jitumonibora2874
    @jitumonibora2874 2 роки тому

    সচাই খুব ভাল লাগিল আপোনাৰ চিন্তাধাৰা।এনে অনুভৱৰ এতিয়া বহুত প্ৰয়োজন হৈছে।সমাজৰ এটা শ্ৰেণীয়ে বিয়াৰ ৰূপটোকে সলায় পেলাইছে।অসমীয়া সংস্কৃতি জীয়াই ৰাখিবলৈ আপোনাৰ দৰে চিন্তা কৰা লোকৰ প্ৰয়োজন আছে।

  • @yoyobhosriwaleee8912
    @yoyobhosriwaleee8912 2 роки тому +5

    সঁচাকৈয়ে যি কি নহওঁক এটাই কম ,,,এতিয়া মোৰ 29বছৰ,,,কিন্তু আমাৰ 5-8-12বছৰ বয়সৰ দিন বোৰ মনত পেলাই দিলে আপুনি!!!সঁচাকৈয়ে আমিও গাঁৱৰ মানুহ অতীত বোৰ পাহৰি গৈছিলোঁ যান্ত্ৰীকতাৰ মাজত,,,আজি আপুনি সেই দিন বোৰ বহুত দিনৰ মূৰত মনত পেলাই দিলে,,, দুখ লাগিছে সেই দিন বোৰৰ কথা ভাবি কিন্তু সেইবোৰ যে কেতিয়াও ঘূৰাই নাপাওঁ আৰু

  • @VlogswithBBonti
    @VlogswithBBonti 2 роки тому +3

    বৰ ভাল লাগিল অ'। একেবাৰেই সঁচা কথা। আমাৰ গাৱঁত কিন্তু কুলা বুঢ়ীকে আৰম্ভ কৰি সকলো নিয়ম-নীতি আছে। ---গোলাঘাট।

    • @irani4809
      @irani4809 2 роки тому +1

      অলপ বুজায় দিব নেকি। কেনেকুৱা নাচ??

    • @VlogswithBBonti
      @VlogswithBBonti 2 роки тому +1

      @@irani4809 এনেকৈ মোৱাইলত লিখি বুজাবলৈ অসুবিধা হব। সিমান ভালকৈ বুজাই লিখা অভ্যাস মোৰ নায়েই নহয়। পৰা হলে মোৰো বহুত ভাল লাগিল হেতেন।

  • @gogoida7940
    @gogoida7940 Рік тому

    আপোনাৰ কথাবোৰ শুনি ভাল লাগিল ৷
    আৰু এইববোৰ আপুনি কোৱাবোৰ সচাঁ ৷ বহুতৰ হৈছে মই শুনিবলৈ পাই আহিছো ৷

  • @rakhamoninath3846
    @rakhamoninath3846 2 роки тому

    কম সময়তে বহু মুল্যবান কথা কৈ পেলালে।ভাল লাগিল।বহুত বহুত ধন্যবাদ। অনুপমদা, আপোনালৈও ধন্যবাদ।

  • @surujduwarah9064
    @surujduwarah9064 2 роки тому +6

    বহুত বহুত ভাল লাগিল, ময়ো বাতি ছেটৰ বিয়া পাইছো । সচাঁই,,,,

  • @jamunapaul9542
    @jamunapaul9542 2 роки тому +5

    ভাল লাগিল ভিডিঅটো চাই । একেবাৰে সঁচা কথা ।

  • @rajibbaro1801
    @rajibbaro1801 2 роки тому +13

    মনটো কিবা হাহাকাৰ কৰি উঠিছে..লাহে লাহে আন্তৰিকতাবোৰ বিলুপ্তিৰ পথত

  • @pirinchimoran7021
    @pirinchimoran7021 2 роки тому +15

    কুলাবুঢ়ী নাচ তিনিচুকীয়া জিলাৰ মৰাণ জনগোষ্ঠীৰ মাজত আজিও প্ৰচলিত

    • @jayadas5817
      @jayadas5817 2 роки тому

      Valllal

    • @thefunnyintrovert5046
      @thefunnyintrovert5046 Рік тому +1

      মটক জনগোষ্ঠীয় লোক সকলৰ মাজতো প্ৰচলিত

  • @prabhatteron8492
    @prabhatteron8492 2 роки тому +2

    Bohut bohut mulyaban kotha koyse. Apunar dore sinta koribo pora byokti amar homajot otikoyei prouwjon. Posimiya dhonge amak kisu ondho kori pelaise.

  • @ranjudeka4818
    @ranjudeka4818 2 роки тому +26

    সঁচা ভাল লাগিল ,সেই বাবে আজি কালি বিয়া বোৰলৈ যাব মন নাযায় ,বিয়া নহয় যেন হোতেল হে ,দিব লাগে আৰু খাই আহিব লাগে ,

  • @ruma_s
    @ruma_s 2 роки тому +1

    ভাল লাগিল সঁচা কথা কামত লগা বস্তু দিব লাগে 🥰🥰🥰

  • @prafulladas6597
    @prafulladas6597 2 роки тому +5

    মই সেইকাৰণে যি পাৰোঁ টকাকে দিওঁ যেন বিয়াৰ পিছত কিবা এটা কামত দিয়ে নিজৰ পছন্দ মতে বস্তু এপদ লব পাৰে ।

  • @padumibaruah2798
    @padumibaruah2798 2 роки тому

    Debojit Bohut dhonybad

  • @moneypedia41
    @moneypedia41 Рік тому

    kotha khini xuni mon tu komol hoi gol dada....chuku paani ulai ahile . anekuwa kotha vabai mohan manuh ajnr porichoy... love u dada..... ❤️ from Dhubri Assam

  • @miliki5449
    @miliki5449 2 роки тому +2

    Kothabur Right... Bhal lagil bohut 👍👍👍

  • @rinkumili2957
    @rinkumili2957 2 роки тому +1

    সচা কথাবোৰ উপস্থাপন কৰাৰ বাবে বহুত ভাল লাগিল।

  • @gitanjalykalita112
    @gitanjalykalita112 2 роки тому +1

    বৰ ভাল লাগিল কথাবোৰ শুনি। লৰাৰ বিয়া হৈ গোল তামুল কতা মানুহে নাপালু ।

  • @bipulsaikia1445
    @bipulsaikia1445 2 роки тому +6

    এনেকুৱা ভিডিঅ'আগলৈও চাবলৈ পাম বুলি আশা ৰাখিলোঁ

  • @binugondhia6344
    @binugondhia6344 2 роки тому

    সচাকৈ খুব ভাল কথা কলা দেব।ধন্যবাদ

  • @nihagogoi3934
    @nihagogoi3934 2 роки тому +1

    বৰ সুন্দৰ কথা কৈছে ভাল লাগিল..

  • @jurigogoi9025
    @jurigogoi9025 2 роки тому +1

    বহুত ভাল লাগিল।বহুত বহুত ধন্যবাদ।হয় ভিডিওটিত থকা কথা বোৰ যেন একেবাৰে মোৰ মনৰ কথা তেনে লাগিল।হয় আমি অসমীয়া তাহানিত ক'ত আছিলো আৰু এতিয়া ক'ত?আমি অসমীয়াই আজি বহুত উন্নতি কৰিলো,বহুত উপৰলৈ উঠলো, প্ৰাণখুলি হাহিঁবলৈ পাহৰি কৃটিম হাহিঁ মাৰিবলৈ শিকিলো। মইও ঘৰত আৰু ওচৰৰ কিছুমানক কওঁ, যে কাৰোবাক দিয়া উপহাৰটি দেখিবলৈ ডাঙৰ আৰু ধুনীয়া দেখুৱাই কামত নলগা বাতিৰ চেট বা গৰম চাহ বাকি দিলে ফাট মেলি এৰিবলৈ ধৰা কাপৰ চেট দিয়াতকৈ সেই পৰিমাণৰ নগদ টকাকিটা এনব্লৱত ভৰাই হাতত তুলি দিলে বেচি কামত লাগিব। তাকো দিব নোৱাৰিলে ফুল বা ফলৰ পুলি এটিকে দিয়ক। ক'ত যে হেৰাল সেই দিনবোৰ, গাওঁখনৰ কাৰোবাৰ ঘৰত বিয়া সভা হলে গাওঁখনৰ ল'ৰাবোৰে লগে ভাগে লাগি ৰভা দিয়া ৰাতিটো ৰভাতলত বহি তাচপাত লৈ ২৯ খেলা, কেৰম খেলা, দবা খেলা, বিহুনাম যোৰা, ক'ত যে হেৰাল সেইদিনবোৰ। পামনে ঘুৰাই সেই দিনবোৰ? আজি কালি কিছুমানে ঘৰৰ আগফালে জেগা (ঠাই) থাকিলেও ঘৰৰ পৰা আঁতৰত থকা বিবাহ ভবন বা ৰেছৰ্টত হে ছোৱালী জনীৰ বিয়া পাতে। কিন্তু এবাৰৰ বাবেও অনুভৱ কৰেনে যে ঘৰৰ কাষৰীয়া বা গাওঁখনৰ যি বিলাকৰ যাতায়াতৰ বাবে নিজস্ব সুবিধা নাই তেনে মানুহ বোৰৰ বা কাষৰৰ বয়োজ্যেষ্ঠ ককা আইতা গৰাকীৰ বিয়াখন খাবলৈ নহলেও চাবলৈকে যাবলৈ সুবিধা কৰিব নোৱাৰি মনৰ আশা মনতে সামৰি যাবলৈকে বাদ দিব লগা অৱস্থাত পৰে। এইখিনি মোৰ অনুভবহে দেই দিঘলীয়া হ'ল কবলৈ বা লিখিবলৈ গলে আৰু বহু দিঘলীয়া হব। তাতে লিখা মেলাৰ অভ্যাস নাই বাবে আজিলৈ এইখিনিতে সামৰিলো ৰাইজে দোষ ক্ৰতি মাৰ্জনা কৰিব।

  • @dinabodo5771
    @dinabodo5771 2 роки тому

    আপোনালৈ অশেষ ধন্যবাদ থাকিল দাদা ।
    সঁচাকৈ কথাবোৰ শুনি বৰ ভাল লাগিল।
    💞💞

  • @nomitabora6482
    @nomitabora6482 Рік тому

    কথা খিনি শুনি কিমান ভাল লাগিল ভাষাৰে বুজাব নোৱাৰি অন্তৰৰ পৰা আশা কৰিছো পুনৰ ঘুৰি আহেযেন আগৰ দিন বোৰ

  • @Banidasbordoloi5
    @Banidasbordoloi5 2 роки тому +2

    Khub sundor 👌👌husakoi man sui guise katha bure.🙋

  • @kakumoniphukan2742
    @kakumoniphukan2742 2 роки тому +3

    Dhanybad sir eman ata val video diar karone.🙏

  • @mbboys9870
    @mbboys9870 2 роки тому +3

    বহুত বহুত ভাল লাগিছে👍👍👍❤❤❤আৰু আগন্তুক দিনত এনেকুৱা video পাম বুলি আশা থাকিল,

  • @nobitaroy9396
    @nobitaroy9396 2 роки тому

    এখেতৰ শব্দ গাঁথনি বহুত ধুনীয়া লাগে।

  • @tapasisarma7922
    @tapasisarma7922 2 роки тому +5

    বহুত ভাল লাগিল ।

  • @lohitpame
    @lohitpame Рік тому +1

    আমাৰ মিছিং সমাজত এইবোৰ অবশ্যে জীয়াই আছে। 🥺🥺

  • @vadalmaji
    @vadalmaji 2 роки тому +2

    Absolutely correct I will always remember

  • @ripandey7125
    @ripandey7125 2 роки тому +1

    Thank u DEBOJIT....

  • @amritranjandas6278
    @amritranjandas6278 2 роки тому +3

    সুন্দৰ

  • @nabagogoi7469
    @nabagogoi7469 2 роки тому

    বৰ ধুনীয়া কথা কলে আপুনি।

  • @ranadoley7824
    @ranadoley7824 2 роки тому +6

    নিশ্চয় আশা ৰাখিলোঁ

  • @satyajitbarman8411
    @satyajitbarman8411 2 роки тому +2

    অনুপম দা এই লৰাজনৰ পৰা আপুনি অলপ শিকক। এওঁৰ কথাবোৰ ইমান ভাল লাগে। আপোনাৰ দৰে নাটক নকৰে

  • @loyingragini5802
    @loyingragini5802 2 роки тому +7

    বিয়া ঘৰট গৈছু ,কিন্তু দাদা আপুনি কুৱা কথাৰ মাজত যিমান গভিৰ ভাৱে সুমাই গৈছু, এখন বিয়াৰ ঘৰটো তেনে একো নিয়ম দেখা নাই। ছাগে আমিও কৰবাট তেনে ভূল কৰিছু সেই বাবে।

    • @alpanagogoi5429
      @alpanagogoi5429 2 роки тому

      হয় কথা বোৰ যুক্তিসংগত আপোনাৰ, কিন্ত কিছুমান বিয়া আগৰ নিয়ম মতে আছে |কিন্তু বয়সৰ লগে লগে মদান বিয়া বোৰ ভাল নালাগে |কাৰন থিয় হৈ খাবলৈ ৰৈ থকা তো|

    • @loyingragini5802
      @loyingragini5802 2 роки тому

      @@alpanagogoi5429 নিশ্চিত

    • @loyingragini5802
      @loyingragini5802 2 роки тому

      @@alpanagogoi5429 আগলৈ আৰু তেনে কিবা ভিডিও চাব পালে সুখি হম। কিয়নো আপোনা লোকৰ পৰা বহুটো নযনা কথা আমি হিকিবলে সহজ হয়।

    • @Just_villagethings
      @Just_villagethings 2 роки тому

      আমাৰ গাৱত এতিয়াও তেনে নিয়ম আছে ।

  • @aratidevi3590
    @aratidevi3590 2 роки тому +3

    সঁচাই বৰ সুন্দৰ কথা কয় আপুনি,, মই আগৰ vedio share কৰিছো

  • @soonmoni6746
    @soonmoni6746 2 роки тому

    Eman hundar kotha koise.montu soi gol.bhut bhut vl lagile

  • @jatinlaujary9147
    @jatinlaujary9147 2 роки тому

    Bahut..val.lagil.asolota.aiai.annado..thank

  • @bidyasagarboruah6904
    @bidyasagarboruah6904 2 роки тому

    অতি প্ৰয়োজনীয় কথা

  • @dulengogoi8484
    @dulengogoi8484 2 роки тому +9

    আমাৰগাঁৱত আছে তোনে কু'লা বুঢ়িৰ নাচ । গাঁও : মেৰমূখ নাৰায়ণ পুৰ লক্ষীম পুৰ অসম

    • @irani4809
      @irani4809 2 роки тому +2

      অলপ বুজায় দিব নেকি। কেনেকুৱা নাচ??

  • @leenamonimech7011
    @leenamonimech7011 2 роки тому +8

    সচাঁ কথা।।।

  • @pushpadhardeka6071
    @pushpadhardeka6071 Рік тому

    Bandhu oi vall katha kale vall lagil. Kintu aaji Kali assamia samaj Khan change' howar aarat ana assmia booraro abdan kam nahoy. NRC jene.

  • @jayadass2681
    @jayadass2681 2 роки тому +1

    আমাৰ ফালে এতিয়াও এইটো নিয়ম আছে।তেজপুৰ বৰডুবিয়া।

  • @kamalagogoi2428
    @kamalagogoi2428 2 роки тому +1

    ভি বি অ টো বহুত ভাল লাগিল চাই। ধন্যবাদ

  • @kirangogoi4748
    @kirangogoi4748 2 роки тому

    সুন্দৰ ।

  • @classicmobile9355
    @classicmobile9355 2 роки тому +3

    vaaal lagil dei kothabur.... bohut kiba kibi monot pori gl

  • @ajitchandradas8924
    @ajitchandradas8924 2 роки тому

    Debojit. Bahut val lagil tumar vabdharak. Mur otit manot pori gol. Tumar dore 10 lora hole akhom punor natun hoi jabo. Thanks

  • @Siyabhattrai2002
    @Siyabhattrai2002 2 роки тому

    Hosa kotha bor bhal lagil apunar sobe jodi bhabe tenke hosaye bhal hobo🙏🙏🙏🙏

  • @pilygoswami9414
    @pilygoswami9414 2 роки тому

    সঁচাকৈ দেৱজিৎ কথাখিনি সকলোৱে শুনিবলগীয়া ।বিয়াত উপহাৰ দিবই লাগিব বুলি কোনো কথা নাথাকে ।কোনো গৃহস্থই নিমন্ত্ৰীতিত অতিথীৰ হাতত কিমান দামৰ উপহাৰ আনিছে নিশ্চয় নোসুধে ।মোৰ বুধেৰে উপহাৰ ভাগ উঠাই দি এভাগি আশীৰ্বাদ দিয়াই বেছি উওম ।আৰু এটা কথা বিয়া ঘৰত মানুহ মাতি বঢ়ি খাবলৈ ঠাইৰ অভাব হ'লে মিনুহ নমতাই ভাল। ।

  • @Lovacurious2
    @Lovacurious2 2 роки тому +3

    🙏🙏Woooww.. Really bohut bhaal lagil

  • @kalraj7821
    @kalraj7821 2 роки тому

    Hosa kotha. Upahar nidileu hoi morom aru ashirbad dilei hoi. Upohar diyatu badhyata nohoi val bybahar he prayujan.

  • @tulikarajbangshi8282
    @tulikarajbangshi8282 2 роки тому

    Thanks ..bohut bhal lagil

  • @divishakayshap1842
    @divishakayshap1842 2 роки тому +1

    Val lagil apunar kotha xuni, xasakoi ajiu gharot pori ase xeidharanor gift.
    Gaon khon xadai gaon r dore rakhi nijor sanskriti dhari rakhibo parilehe ami oxomiya hoi thakibo parim.
    Kintu ajikali Fashion kunu ximareka nai jenei lage.
    Ji dekhe takei koriboloi jai. Ami xomoy r lagot khuj di solibo lagibo Kintu nijor Culture eri nahoi.
    🙏🙏🙏🙏

  • @rajuchakraborty726
    @rajuchakraborty726 2 роки тому +4

    I truly love Assamese culture

  • @padmagogoi2402
    @padmagogoi2402 2 роки тому +2

    Really very very good message all are Assamese members.

  • @Musiclover-bq5wj
    @Musiclover-bq5wj 2 роки тому +1

    Exactly..... Your topic is 100% right

  • @GajenDeka-v2c
    @GajenDeka-v2c Місяць тому

    মানুহ একেখিনি ৰেহ ৰুপ বোৰ সলনি কৰিচে। খাতিৰ অসমিয়াই কাকো খাতিৰ নকৰা হল। আমাৰ দৰে দুখিয়াক মানুহ বুলি গন্য নকৰে। সেয়েহে গাৱৰ হলেও খেলৰ হলেও মন বোৰ আতৰি গৈছে ।

  • @pranjal3406
    @pranjal3406 2 роки тому

    বহুত ভাল লাগিল

  • @CC.nabadipnath
    @CC.nabadipnath Рік тому +1

    Bhal lagil

  • @jubingogoi8000
    @jubingogoi8000 2 роки тому +2

    Kokha bhur huni mur mon sui gl💞💞
    Aru dusoku juri hemeki poril💓💓

  • @gamingscanner1214
    @gamingscanner1214 2 роки тому

    ধুনীয়া স্বচ্ছ বক্তব্য ।