যোৰহাটৰ জুমনৰ কণ্ঠত বিয়া নাম, ৰৌতাৰ জুনৰ বাঁহীত মন পৰশা সুৰ।

Поділитися
Вставка
  • Опубліковано 26 кві 2023
  • এটাৰ পিছত এটা সুন্দৰ যোৰানাম || Biya Naam || 2022 || Jumon Bora || joon Gogoi
    জুমনৰ কণ্ঠত বিয়া নামেই নহয় এটাৰ পিছত এটা সুন্দৰ যোৰানাম। DYৰ মজিয়াত জুন-জুমনৰ এক সুন্দৰ অনুষ্ঠান। স্নিগ্ধাশিখাৰ সৈতে ‘সংলাপ’।
    JUMAN BORA // JOON GOGOI
    #biyanaam
    #sanglap
    _______________________________
    The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
    FEARLESS, UNBIASED, TRUSTWORTHY
    NEWS BEGINS HERE
    Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
    Connect on Social Media:
    Follow Us on Twitter: / dy365
    Like Us on Facebook: / dy365
    Follow Us on Instagram: / dy365.in
    Our Website: dy365.in
    Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
    Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

КОМЕНТАРІ • 711

  • @Snowie485
    @Snowie485 7 місяців тому +21

    আবেগিক হৈ পৰিলোঁ😢,জুমন আগুৱাই যোৱা,ময়ো যোৰহাটৰ জীয়াৰী আৰু যোৰহাটৰে বোৱাৰী,জুমন আমাৰ গৌৰৱ❤❤

  • @munmihazarika779
    @munmihazarika779 Рік тому +10

    হয় জুমন, তোমাৰ বিয়া নাম বৰ্তমান সময়ত এক আদৰ্শ। মই কিন্তু বিয়া নাম বহুত ভাল পাও। জুমনৰ জৰিয়তে বৰ্তমান সময়ৰ যুৱক/ যুৱতী সকলক সচেতন কৰি তোলক। তাৰ কামনাৰে জুমনলৈ ধন্যবাদ তথা অভিনন্দন জনালোঁ।

  • @majanihandique8090
    @majanihandique8090 Рік тому +5

    জুমন তোমাৰ বিয়া নাম ইমান সুন্দৰ আৰু আগবাঢ়ি যোৱা আশীৰ্বাদ থাকিল তোমালৈ ।

  • @diptihandique5132
    @diptihandique5132 Рік тому +10

    ধন্যবাদ জুমণ যিসময়ত অসমৰ অসমীয়া নাৰীয়ে নিজৰ পৰিচয় বিয়া নাম গাবলৈ এৰিছে সেইসময়ত তোমাৰ এই কামত ম ই বৰ সুখি । মোৰ লিখা বিয়ানামৰ কিতাপ এখন তোমালৈ আগবঢ়ালোঁ।

  • @paporiborah1143
    @paporiborah1143 7 місяців тому +13

    জুুমন তোমাৰ। কঠত বাজি উঠা হৃদয় চুই। যোৱা বিয়া গীত তুমি আদশৰ সম্পদ 👍👍👍

  • @binamudoi6151
    @binamudoi6151 Рік тому +5

    বহুত ধোনিয়া লাগিল । ধন্যবাদ 👍🙏🙏👌👌👌

  • @tanayadutta7405
    @tanayadutta7405 2 дні тому

    Otii hundor❤

  • @NRabha755
    @NRabha755 Рік тому +9

    বহুত ভাল লাগীল জুমন তুমি সদাই আগুৱাই যোৱা

  • @pronitaneog9997
    @pronitaneog9997 10 місяців тому +7

    অতি সুন্দৰ জুমন, চকুৱেদি লোতক বাগৰি গল কব নোৱাৰাকৈয়ে😪 এয়াই ছোৱালীৰ জীৱন । তোমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো ।

  • @user-jv4yd8uc2d
    @user-jv4yd8uc2d 8 місяців тому +5

    সুন্দৰ কন্ঠ দাদা আগবাঢ়ি যোৱা এনেকৈই

  • @megharoy6635
    @megharoy6635 9 днів тому

    বহুত ভাল লাগিল। আৰু আগ বাঢ়ি যোৱা

  • @kishordas4870
    @kishordas4870 Рік тому +37

    জুমন মই ভাবো যে তোমাৰ কণ্ঠত বাজি উঠা হৃদয় চুই যোৱা বিয়া গীত বাঁহ জুমন বাঁহ তুমি আমাৰ আদৰ্শৰ সম্পদ ।

    • @protivamohanta1572
      @protivamohanta1572 Рік тому +3

      বিয়া নাম বুলি ক'লে বহুত দুখ লাগে 😭😭 তোমাৰ কন্ঠত শুলিলে আৰু বেছি দুখ লাগে 😭তোমাৰ কন্ঠৰ বিয়া নাম বুৰ আবেগ দেখা পাওঁ ।কিন্তু তোমাৰ বিয়া নাম বুৰ শুনিলে শুনি থাকিব মন যায়। আগলৈ আৰু শুনিবলৈ আশা বাদী বহুত ❤️❤️❤️

    • @amulyaKalita-uv4pe
      @amulyaKalita-uv4pe 8 місяців тому

      BIA NAM ANIMA CHOUDHARY AUDIO SONG AJI MAIL VOICE MOI 5 NOHAI 6 STAR AVO ❤❤ MANCHA BULI KOLE BIHU MANCHALE ANIB LAGE SHARAIGHATOLE

  • @nirjugogoi2832
    @nirjugogoi2832 Рік тому +14

    জুমনৰ বিয়া নাম শুনি চকুপানী ওলাবলৈ ধৰিলে, আশিবাদ কৰিছো আৰু আগবাঢ়ি যোৱা ঈশ্বৰে মংগল কৰক ❤❤❤

  • @ratulratulsonowal3141
    @ratulratulsonowal3141 4 дні тому

    চকুপানী উলিয়াই দিলে😢 সুন্দৰ❤

  • @pranabbhagawati3174
    @pranabbhagawati3174 9 місяців тому +8

    ইমান ধুনীয়া কণ্ঠ।

  • @user-tq6bv3vi3z
    @user-tq6bv3vi3z 8 місяців тому +6

    জুমনৰ উজ্জ’ল ভবিষ্যত কামনা কৰিলো ৷

  • @gurubayan8370
    @gurubayan8370 6 місяців тому +2

    কি যে অনুপম!! আৰু আগুৱাই যোৱাটো কামনা কৰিছোঁ

  • @sanjibpegu5834
    @sanjibpegu5834 9 місяців тому +8

    জুমন তুমি অনন্য, বহুত বহুত মৰম আৰু আশীৰ্বাদ কৰিছোঁ সদায় সকলোৰে মৰমৰ পাএ হোৱা আৰু আগুৱাই যোৱা। ভৱিষ্যত উজ্বল কামনা কৰিলোঁ।

  • @bilakhiygowala8347
    @bilakhiygowala8347 2 місяці тому

    Hundor

  • @user-xs9rp9zi3h
    @user-xs9rp9zi3h 7 місяців тому +2

    ইমান সুন্দৰ কণ্ঠ ।আগবাঢ়ি যোৱা জুমন ।

  • @savitadevee2892
    @savitadevee2892 Рік тому +11

    ঔ গছৰ কোমল কুঁহি
    ভাটো পৰি খায়
    ভাটো পৰি খায়
    মা দেউতাৰ চকুৰ মণি
    লোকে লৈ যায় ।
    বহুত ভাল লাগিল। ❤

  • @monalishakalita3530
    @monalishakalita3530 17 днів тому

    Biya nam moi bor vl pow vl lagil❤

  • @user-kq5kb9co3b
    @user-kq5kb9co3b 5 місяців тому +2

    I am satisfied on your BIYA NAAM.. God bless u and u always be happy.....

  • @palakhiborah1996
    @palakhiborah1996 Рік тому +3

    Oti hundor .

  • @sabitrisvlog721
    @sabitrisvlog721 Рік тому +3

    ভাল লাগিছে ভিডিঅ'টি চাই।বিয়া গীত ক সন্মান জনাইছোঁ। বাইদেউ আপোনাৰ কথাবোৰ বৰ ভাল লাগিছে 🙏🙏🙏 ইমান ধুনীয়া কৈ বিয়া গীত ক আদিৰ জুনৰ লগত কথা পাতি আমাৰ ৰাইজক বিলাই দিছে জুনৰ বিয়া গীতত সুন্দৰ লাগিছে 🙏🙏🙏🎉🙏🎉🎉🙏

  • @golapisaikia9982
    @golapisaikia9982 4 місяці тому +1

    জুমন সচাঁকৈয়ে তোমাৰ কনণ্ঠত বহুত ৰসাল ' মৌৰ ৰস আৰু সুন্দৰ জিপাল হৈ উঠক তোমাৰ ভবিষ্যৎ উজ্বল কামনা কৰিলো নেদেশা জনৰ উচৰত 👌👌👌👌👍👍👍❤🙌🙌

  • @nipulbarman7350
    @nipulbarman7350 День тому

    Jun tumi AKHAMIYAR sampad Aagbadri jowa 🎉

  • @SabitadeviDevi-rs9hb
    @SabitadeviDevi-rs9hb Місяць тому

    Bohut bohut val lagil

  • @runukalita4427
    @runukalita4427 Рік тому +1

    Bht bht dhuniya gaisa juman .... Ru agoloi aag barhi jua .... God bless you

  • @monjyotidas2750
    @monjyotidas2750 9 місяців тому +12

    সঁচাই তোমাৰ কণ্ঠ ঈশ্বৰৰ দান... আগবাঢ়ি যোৱা 🙏

  • @dilipkumardas9329
    @dilipkumardas9329 Рік тому +8

    বোপাই তুমি মোক চকুলো টুবালা তুমাৰ বিয়াৰ নামৰ শুনি মই কেই মান হল মোৰ ছোৱালী জনীক বিয়া দিয়া শুভেচ্ছা থাকিল তুমাৰ ভবিষ্যতে উজ্জ্বল কামনা কৰিলো

  • @pampyvlogs4152
    @pampyvlogs4152 11 місяців тому +25

    ইমান ধুনীয়া কণ্ঠ😊 শুনিলে শুনি থাকিবৰ মন যায়😊 কন্দুৱাই দিলা অ😢😢

  • @juribokal6336
    @juribokal6336 Місяць тому

    চকুৰ পানী ওলাই গৈছে ❤❤ অ'

  • @davelgaming8352
    @davelgaming8352 13 днів тому

    U
    Bohut bohut val lagil jumun

  • @user-se7dm7do3d
    @user-se7dm7do3d Місяць тому

    Bohut val lagise❤❤

  • @cheniramrajkhowa8323
    @cheniramrajkhowa8323 Рік тому +4

    সুন্দৰ হৈছে জুমন ।

  • @lakhyahiragohain2011
    @lakhyahiragohain2011 Рік тому +13

    সচাঁ ই বৰ সুন্দৰ।মন চুই গ'ল ❤❤

  • @jayantaneog4122
    @jayantaneog4122 Рік тому +1

    বহুত বহুত ভাল লাগিল। কৃতজ্ঞতা জ্ঞাপন কৰিলো।

  • @user-ep4wv4qu7k
    @user-ep4wv4qu7k 9 місяців тому +2

    Khub bhal lagil ❤😊🎉

  • @saminkalita4772
    @saminkalita4772 Рік тому +2

    বহুত বহুত ধুনীয়া ৷ ইয়াতকৈ আৰু ধুনীয়াকৈ কোনোৱে গাৱ নোৱাৰে দাদা

  • @prianchigogoi9168
    @prianchigogoi9168 10 місяців тому +1

    অতি সুন্দৰ তুমাৰ বিয়া নামৰ সুৰ জুমন বহুত ভাল লাগিল তুমাৰ বিয়াৰ নাম শুনি মোৰ হদয চুই গল জুমন বহুত বহুত ধন্যবাদ থাকিল ।

  • @ridipgoswami95
    @ridipgoswami95 Рік тому +2

    লৰা মানুহে ইমান ধুনীয়াকৈ গাইছে আবেগিক হৈ গলু ।

  • @ParikhitBharali
    @ParikhitBharali 2 місяці тому +2

    Jorhatar juman aru Rowtar Joon Asomar gourab

  • @simarjitkour7855
    @simarjitkour7855 11 місяців тому +2

    আবেগিক কৰি দিলা😢শুভেচ্ছা জনাইছো প্রতিটো পলৰ বাবে ....

  • @AtulSharma-zz5zo
    @AtulSharma-zz5zo 7 місяців тому

    Bohut val lagil ❤❤❤❤

  • @user-io4jt7cc8k
    @user-io4jt7cc8k 9 місяців тому +1

    Bhut val lagise dei bhayti

  • @sunilkrnath7443
    @sunilkrnath7443 Рік тому +21

    বিয়া নাম শুনিলেই মই বৰ আবেগিক হৈ পৰো । বৰ সুন্দৰ গাইছা জুমন ।

  • @rejiabegum2355
    @rejiabegum2355 9 місяців тому +6

    ভাল লাগিছে জুমন গাই থাকিবা ।

  • @jesminbegum4609
    @jesminbegum4609 7 місяців тому +1

    Bohut bohut val lagise❤

  • @supmihatiboruah9408
    @supmihatiboruah9408 9 місяців тому +2

    কন্দুৱাই দিলা অ জুমন😢😢 আগুৱাই যোৱা তুমি।

  • @NituGogoi-to4sz
    @NituGogoi-to4sz 9 місяців тому +8

    মই একো নকওঁ 😍 মাথোঁ তোৰ মাত টু শুনিলে শুনি থাকিব মন যায় ❤️ বাকী বিয়া নাম কেইটা খুব সুন্দৰ গাইছ 🤗 আগবাঢ়ি যা 🤲

  • @devdhd7939
    @devdhd7939 13 днів тому +1

    Hidorabad pra shichu tumak nice. 😊😊😊😊❤❤❤

  • @user-wi9oe1tm5q
    @user-wi9oe1tm5q 7 місяців тому +1

    সুন্দৰ❤।মন চুই গল।

  • @bijoysonowal8181
    @bijoysonowal8181 6 місяців тому +1

    সুন্দৰ কণ্ঠ জুমন উজ্বল ভবিষ্যত কামনা কৰিছো ।

  • @DebojitBuragohain-mz7xi
    @DebojitBuragohain-mz7xi Місяць тому +1

    Aguwai juwa jumon tumak akhirbad disu .

  • @BiswajitPhukan-vn4ty
    @BiswajitPhukan-vn4ty 9 місяців тому +2

    জুমন দা তুমি বহুত বেছি ধুনীয়া বিয়া নাম গাইছা ♥️

  • @safulali7469
    @safulali7469 6 місяців тому

    Bohut dhuniya hoise de vi

  • @user-tu2do7it2s
    @user-tu2do7it2s 7 місяців тому

    বিয়া নামে যুগ্ম জীৱনৰ দায়িত্ব আৰু কৰ্তব্য শিকাই।সুন্দৰ উপস্থাপন।

  • @minotigogoi7078
    @minotigogoi7078 9 місяців тому +4

    ,, তোমাৰ বিয়া নাম শোনি ভাল লাগিল আৰু দুশত গাৰু তিতিল ৰাতি তিনিতা বজাত হাপাই মবাতুচালু চাই ইওতিবত তোমাৰ বিয়া নাম

  • @masumvlogs7003
    @masumvlogs7003 Рік тому +5

    ইমান ধুনীয়া গাইছা শুনিলে শুনিবলৈ মন গই থাকে আগবাঢ়ি যোৱা তুমি আখিৱাদ কৰিছো ❤❤❤❤❤❤

  • @rubigogoi2299
    @rubigogoi2299 9 місяців тому +28

    জুমন তোমাৰ বিয়া নাম শুনি কান্দি গলো তোমাৰ ভবিষ্যত উজ্জ্বল হওঁক তাকে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনালোঁ ❤❤

  • @mrinalchsarma8586
    @mrinalchsarma8586 3 місяці тому

    বহুত বহুত ধন্যবাদ জুমন । আমাৰ সংস্কৃতিত বিয়ানাম এটা অংগ তাক জীয়াই ৰখা আমাৰ সকলোরে কর্তব্য ।

  • @krishnaduwara1778
    @krishnaduwara1778 Рік тому +2

    Tumar biya nam gutai din hunileu amoni nalage Jumon ❤ . Moi hodai huni thaku 😊 . Love from Arunachal Pradesh ❤❤❤

  • @digantadas6023
    @digantadas6023 9 місяців тому +1

    সচাই বহুত হৃদয় চুই গল ❤

  • @rimjimsonowal
    @rimjimsonowal 5 місяців тому +1

    Bahut val lagil Suman .

  • @ushatamuli602
    @ushatamuli602 Рік тому +1

    জুমন তোমাৰ কণ্ঠত বিয়া নাম যিমান শুনো সিমান মোৰ বাহি বিয়াৰ দিনা ঘৰৰ পৰা ওলাই অহা সময় খিনিলৈ মনত পৰে আৰু কান্দি উঠো আৰু দাদা ভাইটিয়ে কেনেদৰে কান্দি কব নোৱাৰা হৈ যোৱা দৃশ্যটো মনত আহে । তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ

  • @manyqueen7727
    @manyqueen7727 Місяць тому

    ❤❤❤bohu bar salu vdo2❤

  • @bhabakantanath
    @bhabakantanath Рік тому +22

    চকুৰ পানী ৰোধ কৰিব নোৱাৰিলোঁ।
    আপুনি জনমানসত জনপ্ৰিয় হৈ থাকক। উজ্জ্বল আৰু দীৰ্ঘায়ু কামনাৰে ভৱিষ্যত উন্নতি কামনা কৰিলোঁ।

  • @Jantideka9864
    @Jantideka9864 2 місяці тому

    বৰ‌ সুন্দৰ ❤দুখু‌ লাগিল 😂

  • @haridhandeka9548
    @haridhandeka9548 Місяць тому

    সুন্দৰ

  • @rupamkumarsaikia4029
    @rupamkumarsaikia4029 7 місяців тому +5

    মন চুই যায় অসমীয়া বিয়ানাম শুনিলে।

  • @sisirkalita3791
    @sisirkalita3791 6 місяців тому +2

    অতি সুন্দৰ কন্ঠ

  • @anitatalukdar9865
    @anitatalukdar9865 6 місяців тому

    Khub bhal lagiche

  • @user-eo7ey5wh1e
    @user-eo7ey5wh1e 7 місяців тому

    Bhut dhunia lgasa dada

  • @navajitsarma5003
    @navajitsarma5003 8 місяців тому

    Bohut val lagil

  • @swapnagogoi8702
    @swapnagogoi8702 7 місяців тому +1

    Bohut bhal hoise namoti gorakir konthotu sundor Krishna sundor podokhyap ashirbad korisu bohut agbarhi jua oshomiyar krishtry jiyai rokhat orihona jugabo

  • @KS-ki7qr98
    @KS-ki7qr98 6 місяців тому

    তুমি আগবাঢ়ি যোৱা

  • @sumigogoi-pq4ii
    @sumigogoi-pq4ii 2 місяці тому

    Bhut vl lgil

  • @RekhaSaikia-lc7hh
    @RekhaSaikia-lc7hh 2 місяці тому

    Val lagil. Aru aguai jua

  • @user-mf9fy7kb2u
    @user-mf9fy7kb2u 6 місяців тому

    Bhout val lagile huni

  • @himadridutta5868
    @himadridutta5868 Рік тому +4

    Bht vl lge jumon r bia nam ❤ love from Jorhat

  • @jayatinialisivasagar2094
    @jayatinialisivasagar2094 7 місяців тому +6

    ইমান ধুনীয়া কণ্ঠ, তোমাৰ আবেগ ভৰা বিয়া নাম বিলাক শুনি কান্দি ওঠিলো জুমন

  • @krishnakalita9587
    @krishnakalita9587 11 місяців тому

    Dhoniya lagil God Bless You

  • @anadiphukan5778
    @anadiphukan5778 6 місяців тому

    ❤সচাকৈয়ে আমি অসমীয়া হিচাপে বহুত গৌৰাৱাম্বিত ৷ইমান সুন্দৰ কৃষ্টি সংস্কৃতিৰে ভৰপুৰ আমি ৷আছলতে আমি নাচি নাজানি চোতাল খন বেকা বোলি কৈছো ৷যিকি নহওক ৷আজি কায্যসোচি ভাগ চাই বহুত ভাল লাগিল ৷জুমন তোমি আৰু আগুৱাই যোৱা ।ভবিশ্যতে এনেকৈ আৰু সুন্দৰ উপহাৰ দিবা বোলি আশা থাকিল।

  • @user-rt7xj4je4y
    @user-rt7xj4je4y 5 місяців тому

    Bhout dhuniya lagil vaiti ankoi jate hodia agbahi jua kamonra

  • @user-bh3kb8zy6o
    @user-bh3kb8zy6o 9 місяців тому +5

    ❤really incredible
    Juman ❤🎉

  • @bibulbibul-hu1tq
    @bibulbibul-hu1tq Рік тому +4

    হিয়া মন চোই য়োৱা বিয়া নাম জোমন দা

  • @grishhazarika5593
    @grishhazarika5593 11 місяців тому

    অতিকৈ ভাল লগা এই বিয়া নাম সমুহ ।বহুত ভাল লাগিল শুনি।

  • @parismita543
    @parismita543 Рік тому +1

    So sweeth tq jumon dak anusthanloi motar babe😮😮❤❤❤

  • @DNgamer291
    @DNgamer291 7 місяців тому

    Bohut dhuniya kontho deda❤❤

  • @santanaphukongogoi7275
    @santanaphukongogoi7275 Рік тому +1

    বহুত বহুত ভাল লাগিল .চকু পানী উলাই গল..

  • @binapanidekasaharia3702
    @binapanidekasaharia3702 6 місяців тому

    Dhuniya khur 👌👌👌

  • @user-cp2xb4tt6u
    @user-cp2xb4tt6u 5 місяців тому

    Mojja❤❤

  • @jonalibarman3246
    @jonalibarman3246 5 місяців тому

    সুন্দৰ কন্ঠ ভাটি আনৰ কথা নেউছি আগুৱাই যোৱা,,আৰু বা আপোনাক ও বহুত ভাল লাগে ।।

  • @bubuchutia5381
    @bubuchutia5381 10 місяців тому +1

    তোমাৰ সুৰত যেন যাদু আছে।ইমান ধুনীয়া।ময়ো গাও বিয়া নাম ।👍👍

  • @user-oe3qy3ly6i
    @user-oe3qy3ly6i 7 місяців тому

    সুন্দৰ কণ্ঠ জুমন ভাল লাগিল অনুষঠানতু চাই।

  • @kalpanaborah7100
    @kalpanaborah7100 Рік тому +1

    বহুত ভাল লাগিল।তোমাৰ বিয়া নাম শুনি

  • @31no.jogduarsunarikaliapan75
    @31no.jogduarsunarikaliapan75 Рік тому +1

    Jumon tumi aru agbagi jua....bohut vl lgil....moiu suali biya dilu...ajiu moi hei drishya pahoribo nuaru..

  • @kalipanakalita4742
    @kalipanakalita4742 8 місяців тому

    Wow ki hundor ❤

  • @LatugogoiGogoi
    @LatugogoiGogoi Місяць тому

    Eman dhunia hur❤❤