বিয়ানাম গাই জুমন অসমজুৰি চৰ্চাত। পূৰণ হ'বনে দিন হাজিৰা কৰা পিতৃৰ সন্তান জুমনৰ সপোন?

Поділитися
Вставка
  • Опубліковано 24 вер 2022
  • দিন হাজিৰা কৰা পিতৃৰ সন্তান জুমন বৰা নিশাটোৰ ভিতৰতে ভাইৰেল। পূৰণ হ'বনে যোৰহাটৰ জুমনৰ সপোন? বিয়ানাম গাই জুমন অসমজুৰি চৰ্চাত। জুমনৰ কথা আৰু কণ্ঠ শুনিলে আপুনি মন্ত্ৰমুগ্ধ হ'ব। ষ্টুডিঅ'ত যোৰহাটৰ জুমনৰ যাদু।

КОМЕНТАРІ • 928

  • @shyammahanta7317
    @shyammahanta7317 Рік тому +56

    জুমন, তোমাৰ কন্ঠৰ লগতে কথাবোৰও বৰ অমায়িক | মাত্র অহংকাৰ ভাৱ মনলৈ নানিবা | ভগৱানে কৃপা কৰিব |👍👍👍💐💐🌹🌹👌👌

  • @niromaboruah143
    @niromaboruah143 Рік тому +157

    জুমনৰ কণ্ঠ শুনি থাকিলে শুনি থাকিবলৈ মন যাই ইমান ধুনীয়া আগুৱাই যোৱা শুভেচ্ছা জনাইছোঁ

  • @juridevi8544
    @juridevi8544 Рік тому +141

    জুমন, অতি সুন্দৰ। অসমীয়া সংস্কৃতিৰ এই সম্পদ তোমাৰ কন্ঠত প্রাণ পাই উঠিছে। আগুৱাই যো়ৱা।

  • @swapnalisarmah7081
    @swapnalisarmah7081 Рік тому +53

    তোমাৰ সপোন নিশ্চয় পূৰণ হব জুমন দাদা❤️অন্তৰ চুই যোৱা কণ্ঠ তোমাৰ আগুৱাই যোৱা বহুদূৰ👍

  • @pradiphazarika4844
    @pradiphazarika4844 Рік тому +12

    অতীত ক সোঁৱৰাই দিয়া বাবে জুমন ভাইটিলৈ অশেষ হিয়া ভৰা শুভেচ্ছা থাকিল...অনাগত দিনত তোমাৰ পৰা আৰু লোকসংগীত শুনাৰ আশাৰে বাট চাই ৰ'ম.....ভগৱন্ত প্ৰভুৰ কৃপা দৃষ্টি সদায় যেন তোমাৰ ওপৰত থাকে...আৰু আই সৰস্বতীৰ আশিষ ধন্য হৈ গোটেই জগতত এই বিয়া নামৰ জৰিয়তে অসমী আইৰ নাম উজ্বল কৰা...তাৰেই কামানাৰে...🙏🙌

  • @rashmigoswami7332
    @rashmigoswami7332 Рік тому +26

    অতি সুন্দৰ ভাইটি।আজিকালি বিয়া ঘৰত ডি জে হে বজায়।বিয়া নাম শুনি আবেগিক হৈ গৈছোঁ।সুন্দৰ কণ্ঠ।

  • @himangshuhazarika4387
    @himangshuhazarika4387 Рік тому +36

    গীতৰ লগতে তোমাৰ কথাখিনিও ভাল লাগিল জুমন আৰু আগুৱাই যোৱা 👍

  • @nirupamadevi6457
    @nirupamadevi6457 Рік тому +147

    জুমন তোমাৰ কন্ঠ বৰ ধুনীয়া, পাৰিলে বিয়াৰ গীতখিনি তুমি আগুৱাই লৈ যোৱা

    • @kaustuvvlog3934
      @kaustuvvlog3934 Рік тому +1

      সচাকৈ বহুত সুন্দৰ লাগিলে শুনি জুমন আগলৈ আগুৱাই গৈ থাকা যেন

    • @anjanakhargharia6773
      @anjanakhargharia6773 Рік тому +1

      বৰ ধুনীয়া লাগিছে আগুৱাই যোৱা

    • @arunimaneog9954
      @arunimaneog9954 Рік тому

      Mm l
      L mm in

    • @arunimaneog9954
      @arunimaneog9954 Рік тому +1

      @@anjanakhargharia6773 nok

    • @arunimaneog9954
      @arunimaneog9954 Рік тому +1

      @@anjanakhargharia6773 nok

  • @manalishadas2421
    @manalishadas2421 Рік тому +24

    জুমন দাদা তোমাৰ কণ্ঠ ইমান সুন্দৰ ❤ আগুৱাই যোৱা তুমি জীৱনপথত ❤😍

  • @jitendrarabha4660
    @jitendrarabha4660 Рік тому +14

    ধন্যবাদ জুমন,তোমাৰ কণ্ঠ আৰু চিন্তাধাৰাত যাদু আছে৷

  • @anadiphukan5778
    @anadiphukan5778 Рік тому +5

    জুমন তোমাৰ বিয়া নাম শুনি সচাকৈয়ে বহুত ভাল লাগিল ৷লগতে তোমাৰ সহচ সৰল কথা খিনিয়ে হৃদয় চুই গল ৷তোমাক ঈশ্বৰে মঙ্গল কৰক। ইয়াকে কলো।

  • @mahantamunu5384
    @mahantamunu5384 Рік тому +24

    আপোনাৰ কণ্ঠত সৰস্বতীয়ে বাহ লওঁক, এনেকৈ আগুৱাই যাওঁক.,🙏

  • @RJrekhacreation
    @RJrekhacreation Рік тому +36

    মোৰ চকুপানী ওলাই গ'ল 😭😭😭 মোৰ বিয়াৰ দিনাখনলৈ বহুত মনত পৰিছে । একমাত্ৰ ছোৱালীয়েহে বুজি পায় ঘৰখন এৰি অহা কিমান দূখ 😭

  • @malabikadas9015
    @malabikadas9015 Рік тому +38

    বহুত সুন্দৰ কন্ঠ ..মন প্ৰাণ ভৰি পৰিছে😊

  • @ngogoi5503
    @ngogoi5503 Рік тому +18

    জুমন , অতি সুন্দৰ ,, আগবাহি যোৱা তুমি ,তোমাৰ সকলো সপোন পূৰণ হওঁক ❤️❤️🥰

  • @dhirenborah621
    @dhirenborah621 Рік тому +60

    অতি জনপ্ৰিয় বিয়া নামবোৰ শুনি বহুত দুখ লাগে যদিও শুনি বহুত ভাল লাগে।

  • @nilimadasdas9694
    @nilimadasdas9694 Рік тому +27

    হৃদয় পৰশা কণ্ঠ ৷ ভৱিষ্যত উজ্জ্বল হওঁক ৷

  • @assamvoice4626
    @assamvoice4626 Рік тому +18

    তেওঁৰ কথা বোৰ শুনি বহুত ভাল লাগিল ।
    সঁচাকৈ তেওঁৰ কণ্ঠত কিবা যাদু আছে, ইমান ধুনীয়া কৈ তেওঁ গান গাবলৈ পাৰে ।
    তুমি আগুৱাই যোৱা আৰু তাকে কামনা কৰোঁ।

  • @babaentertainment2226
    @babaentertainment2226 Рік тому +15

    তোমাৰ বৰ ধুনীয়া কণ্ঠ । বহু দূৰ আগুৱাই যোৱা ।বৰ অমায়িক যেন লাগিছে তুমি এইদৰেই সদায় থাকিবা ।👍👍👍

  • @pompikonwar3471
    @pompikonwar3471 Рік тому +21

    যোৰহাটৰ পৰা বহুত বহুত শুভেচ্ছা জনালোঁ সদায় ভালকৈ থাকা আগুৱাই যোৱা 😍

    • @biswaboruah6606
      @biswaboruah6606 Рік тому +1

      Jumon God bless you.Lagate bar biyale matlab dei.Good night.

  • @barnalichakraborty6785
    @barnalichakraborty6785 Рік тому +23

    As a Jorhotian I'm proud u, আগুৱাই যোৱা ,তোমাৰ বিয়া নাম শুনি মন টো উৰা মাৰি গল সেই পুৰণা দিনৰ সোণালী সময় লৈ, আশা কৰিছোঁ হেৰাই যোৱা বিয়া নাম তোমাৰ কন্ঠ ৰে আকৌ উজ্লি উঠক।❤️

  • @tubetravelsaxom
    @tubetravelsaxom Рік тому +90

    গৰ্ব কৰি কোৱা "আমি অসমীয়া" ✊✊

  • @robinchangmai9312
    @robinchangmai9312 Рік тому +12

    অসমীয়া সমাজৰ বাবে সুন্দৰ আদৰ্শ, ধন্যবাদ থাকিল ।

  • @gunamoni5067
    @gunamoni5067 Рік тому +10

    দুৰ দিগন্তলৈ আগুৱাই যোৱা।।।। বৰ সুন্দৰ হৈছে।।।

  • @mintutalukdar7436
    @mintutalukdar7436 Рік тому +9

    বাদ্য যন্ত্ৰ অবিহনে ইমান সুন্দৰ গীত শুনিবলৈ পোৱাতো ভাগ্যৰ কথা।
    বহুত দূৰ আগুৱাই যোৱা বন্ধু‌ তাৰেই কামনা কৰিছো ।।

  • @bondorobasomia8584
    @bondorobasomia8584 Рік тому +10

    সচাঁকৈয়ে বৰ সুন্দৰ কন্ঠ ৷৷আগুৱাই যোৱা ভাইটি, বহুত বহুত শুভেচ্ছা জনালোঁ ৷৷

  • @pankajbaruah9238
    @pankajbaruah9238 Рік тому +5

    জুমন সঁচাকৈ অন্যন্য তোমাৰ কণ্ঠ। তোমাৰ এই যাত্ৰা সুদূৰ প্ৰসাৰি হওঁক। ঈশ্বৰ সহায় হওঁক তোমাৰ যাত্ৰা পথত।🙏

  • @hridulborahsvlogs9136
    @hridulborahsvlogs9136 Рік тому +15

    Bohut dhuniya voice .. keep it up 🔥🔥🔥🙏ইমান ধুনীয়া কণ্ঠ লৈ কত যে আছিল ইমান দিনে , শুনিলে শুনি থাকিবৰ মন যায় ।।।।

  • @shyamantakumardutta2492
    @shyamantakumardutta2492 Рік тому +11

    অসমীয়া সমাজৰ প্ৰাণ স্বৰূপ বিয়া নাম বোৰ শুনিলেই মনটো কিবা এটা অজান দুখেৰে ভৰি পৰে। আজিকালি গাঁৱৰ বিয়া ঘৰতো বিয়া নাম শুনিবলৈ দুৰূহ। জুমনৰ কন্ঠত বিয়া নামবোৰে প্ৰাণ পায় উঠিছে। চৰ্চা অব্যাহত ৰাখক। আমাৰ শুভকামনা থাকিল।

  • @kunjalatagogoi6621
    @kunjalatagogoi6621 Рік тому +8

    জুমন, তোমাৰ কণ্ঠত বিয়া নাম শুনি চকু পানী ওলায় গ'ল। তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো 🙏🙏

  • @saniramhasda1495
    @saniramhasda1495 Рік тому +19

    বহুত সুন্দৰ তোমাৰ ভবিষ্যত উজ্জ্বল হওক তাৰে কামনা কৰিলো

  • @AchiniBoruah
    @AchiniBoruah Рік тому +2

    ভাল কথা, সংস্কৃতি থাকিলেহে অসমীয়া জাতি থাকিব। এনেদৰেই এজন এজনকৈ ওলাই আহক এয়াই কামনা কৰিলোঁ

  • @khagencharaimuria8815
    @khagencharaimuria8815 Рік тому +5

    বহুত সুন্দৰ হৈছে জুমন, তুমি আৰু আগুৱাই জুৱা।

  • @paniramyein3705
    @paniramyein3705 Рік тому +4

    জুমণৰ বিয়া নাম শুনি সঁচাই আবেগিক হৈ যায় ।যিহেতু ছোৱালী জনীক বিয়া দিয়াৰ সময়ত ।আশীৰ্বাদ কৰিছো আৰু আগুৱাই যোৱা জুমণ ।

  • @annadakachari5384
    @annadakachari5384 Рік тому +2

    ইমান কোমল মাত টো কেনেকৈ নো ল'ৰা হৈ জন্ম হল প্ৰকৃততে ছোৱালী হ'ব লাগিছিল । বৰ সুন্দৰ গাইছে । ভাল লাগিল 👌👌👌👌👌❤️🥰

  • @ayush_2012me
    @ayush_2012me Рік тому +10

    তোমাৰ কন্ঠ সচাই শলাগ লবলগীয়া..মোৰ বিয়া নাম শুনিলে কিয় জানো আবেগিক হৈ পৰো নিজে নিজে চকু পানী ওলাই আহে.

  • @digantaray435
    @digantaray435 Рік тому +10

    জুমনৰ ভবিষ্যত উজ্বল কামনা কৰিছো

  • @bikashborah6109
    @bikashborah6109 Рік тому +3

    গাৰ নোম শিয়ৰী যায় এই বিয়া নাম বোৰ শুনিলে,আগুৱাই যোৱা জুমন লখিমপুৰৰ পৰা বহুত বহুত মৰম যাছিলো।

  • @papuoxomia555
    @papuoxomia555 Рік тому +1

    জুমন, বহুত মৰম যাচিছো। মই টীয়কৰ পাপু দা। বিশেষ নকওঁ। বেলিটো কোনেও ঢাকি ৰাখিব নোৱাৰে কাৰণ উত্তাপ পোহৰে নিজৰ উপস্থিতি সকলোকে সহজেই দিয়ে। তুমি আগুৱাই যোৱা।

  • @nirojdeori7130
    @nirojdeori7130 Рік тому +27

    যি সময়ত অসমীয়া সংঙ্কৃতিলৈ বিপদ নামি আহিছে, সেই সময়ত এই জুমনৰ নিচিনা আজিৰ প্রজন্ম অতি প্রয়োজন। যি সময়ত আমাৰ তাহানি দিনীয়া বিয়া নাম আদি হেৰাই যাব ধৰিছে। তেখেত আগুৱাই যাওঁক।🙏🙏🙏

  • @monujphukon6652
    @monujphukon6652 Рік тому +8

    ইমান ধুনীয়া কন্ঠ নিগৰাইছা 🙏🙏

  • @anjumonibharali6592
    @anjumonibharali6592 Рік тому +9

    সঁচাকৈ তোমাৰ কণ্ঠ শুনিলে শুনি থাকিবৰ মন যায়। তুমি আগুৱাই যোৱা তাৰে কামনা কৰিলো।।

  • @Education-k-n5t
    @Education-k-n5t 16 днів тому

    প্ৰকৃত অসমীয়াৰ‌ পৰিচয় তোমাৰ দৰে নতুন চাম যুৱকে যে আগবঢ়ায় নিয়াৰ গুৰি ধৰিছে তাতকৈ আমাৰ বাবে সুখৰ খৱৰ নাই , যিহেতু আমাৰ বৰ্তমানৰ সমাজ ব্যৱস্থা পাশ্চাত্য সঙ্গীতৰ প্ৰতি সম্পূৰ্ণ আসক্ত গতিকে পলমকৈ তোমালৈ আন্তৰিক শুভেচ্ছা জনালোঁ, আগবাঢ়ি যোৱা ❤।

  • @narayannath1749
    @narayannath1749 Рік тому +1

    অতি সুন্দৰ কণ্ঠত বিয়া নাম শুনি ভাল লাগিল, পিছে বিয়া নামৰ যি সুৰ দিছে সেই সুৰত আয়তি সকলে বিয়াৰ ৰভাতলিত একেলগে গাব পাৰে নে নোৱাৰে নাজানো

  • @rumigogoi5662
    @rumigogoi5662 Рік тому +13

    Jumon ,your voice is God gift,God bless you & your family.👏⭐

  • @user-hw6ul5ut2j
    @user-hw6ul5ut2j Рік тому +67

    এইবোৰ বিয়া নাম আজিকালি হেৰাই গৈছে ৷ কোনে কি কাপোৰ পিন্ধিব আৰু ফেশ্বন শ্ব’ হে হয় আজিকালি বিয়া বোৰত ৷ আগতে বিয়া ঘৰৰ সন্মুখত তামোল এঠুক থাকে আৰু এতিয়া গনেশ ৰ মূৰ্ত্তি হে প্ৰায়ে দেখিবলৈ পোৱা যায়ো ৷ আজিকালি মহিলা সকলে এইবোৰ গাব নাজানে কাৰন চৰ্চা নাই ৷ বিয়া বোৰত অপসংস্কৃতিয়ে বাহ লৈছে। অসমীয়া মানুহৰ বিয়াত অসমীয়া সংস্কৃতি টো ধৰি ৰখাটো দৰকাৰ ৷ নতুন প্ৰজন্মই আদৰি লওঁক বিয়ানাম আৰু পশ্চিমীয়া ত্যাগ কৰক ৷
    জুমনলৈ মোৰ মৰম থাকিল ৷

  • @dilipdutta3270
    @dilipdutta3270 Рік тому

    জুমন মই জিনাই তোমাৰ বিয়া নাম শুনিলো সেইদিনাই মোৰ শ্যেয়াৰ চাতত প্ৰচাৰ কৰি দিলু লগতে হোৱাত চাপতো প্ৰচাৰ কৰিলো ভৰ্ত্তমান ১৮,৪৩২জনে চাই ৭'৩০৪ পুনৰ প্ৰচাৰ কৰিছে।আজি তোামাক টিভিত দেখা পাই মনতো বহুত ভাল লাগিছে।ভগৱানক পৰ্থনাকৰিছো তুমি তোমাৰ শিল্পি কৰ্মত আগবাৰ্হি যোৱাত সহায় কৰক,তোমা্ৰ এজন শুভাকাংক্ষি।

  • @papulx4534
    @papulx4534 Рік тому +1

    জুমন সচাকৈ বহুত মৰম লাগিছে তোমাক গীতবোৰত ইমান ধুনীয়া সু মধুৰ সুৰ সলাগ লৈছো from ghuwahati

  • @karabibaishya7495
    @karabibaishya7495 Рік тому +6

    Juman or gaan jimn dhuniya tatokoi tumar ktha bor aru besi maram lga...antar sui jai ❤️❤️...god bless you Bhai

  • @mainientertainment472
    @mainientertainment472 Рік тому +10

    অতি সুন্দৰ কণ্ঠ।

  • @imdadali9519
    @imdadali9519 Рік тому

    তেখেত আৰু আগবাঢ়ি যাওক ।আমাৰ অসমীয়া জাতিটো এটা সংগ্ৰামী জাতি।গতিকে সংগ্ৰাম নকৰিলে একো নাপাও।শুভকামনা যাচিলো।ইমদাদ আলি।শিৱসাগৰ।

  • @rkalita123
    @rkalita123 Рік тому +1

    Xundar, asomiya somajor eti bohut aabegpurna monovab,,, xilpijonok bohut dhanyabad

  • @parthapratimdutta5744
    @parthapratimdutta5744 Рік тому +5

    Very nice singing bro,,,,kip it up God bless you 🙏🙏🙏🙏

  • @Abc-fs8ko
    @Abc-fs8ko Рік тому +6

    Jumon your voice unbelievable.oh my god.

  • @sumimonidas6230
    @sumimonidas6230 Рік тому +1

    Thank you bhaity Tumi je amar axomiya jatir sankriti tu bojai rakhise

  • @nironjonsaikia4886
    @nironjonsaikia4886 Рік тому +1

    মা দেউতাই বহু সুখি অনভব কৰিছে,আগুৱাই যোৱা ঘুৰি নাছাবা,হেৰাইযোৱা সময়বোৰ ধৰি ৰাখা।

  • @pujagogoi2021
    @pujagogoi2021 Рік тому +6

    Bohut bohut dhuniya gaisa ❤️😘

  • @guningogoi8007
    @guningogoi8007 Рік тому +8

    ভাল লাগিল । আমাৰ সমাজত হেৰাই যাব ধৰিছে বিয়া নাম সমূহ । তুমি ইয়াক উদ্ধাৰ কৰাৰ চেষ্টা কৰা । আশীবাদ থাকিল ।

  • @pranjlai4156
    @pranjlai4156 Рік тому +1

    মোৰ ফালৰ। পৰা তোমালৈ বহুতো ধন্যবাদ জনাইছোঁ যাতে তুমি আগলৈ আৰু আগ বাঢ়ি যোৱা 🙏🙏🙏

  • @rajb7906
    @rajb7906 Рік тому +2

    সুন্দৰ কণ্ঠ সৰল ব্যৱহাৰে সচাঁকৈয়ে আমাক আপ্লুত কৰিলে। জুমন তোমালৈ অশেষ শুভেচ্ছা থাকিল।....তুমি আগুৱাই যোৱা....
    (((অসমৰ ৰথী মহাৰথী সকললৈ এটা অনুৰোধ--> এনেকুৱা এখন ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্লেটফৰ্মত তৈয়াৰ কৰিব নোৱাৰি নে যত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিভা সকলে সঠিক অৰ্থত ঠাই পাব? যিহেতু ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠান সমূহত প্ৰায়েই উত্তৰ পূবৰ প্ৰতিভা সমূহক দমাই ৰখা হয়)))

  • @rupaschannel5856
    @rupaschannel5856 Рік тому +7

    Very nice voice.😍 bhut val lagil tumar voice tu aru gaan bur. Aru aguai jua and Biya song bur dhori rakha. New generation bure amr puroni sankskrti bur dhori rakhibo lgibo

  • @bidyutdekavlogs7695
    @bidyutdekavlogs7695 Рік тому +6

    অতি সুন্দৰ কণ্ঠ আৰু আগুৱাই যোৱা দাদা।

  • @tapanbordoloi2486
    @tapanbordoloi2486 Рік тому +1

    জুমন সছাই বৰ ভাল লাগিছে তোমাৰ প্ৰতিভা আছে আৰ্শিবাদ থাকিল আগবাঢ়ি যোৱা।

  • @pronabborah8500
    @pronabborah8500 Рік тому +6

    So sweet voice,successful in you dreams,keep it up jumon

  • @learnwithmoramjyotis.s.b.n1501

    মন চুই যোৱা সুৰ তোমাৰ আগলৈ আৰু আগবাঢ়ি যোৱা

  • @pankajrajbongshi8213
    @pankajrajbongshi8213 Рік тому +6

    সুন্দৰ কন্ঠ, আগুৱাই যোৱা

  • @papuboruah580
    @papuboruah580 Рік тому

    Koboloi vakha emanei hundor tumr kontho😘😘😍 tumk vogowane aru hokti diok🙏🙏🙏,tme aguwai jwa

  • @mouchumibaruah9486
    @mouchumibaruah9486 Рік тому +5

    অতি সুন্দৰ জুমন। আমাৰ যোৰহাটৰ গৌৰৱ ।তুমি আৰু আগবাঢ়ি যোৱা শুভকামনা থাকিল ।

  • @najirabegum1537
    @najirabegum1537 Рік тому +5

    তোমাকো জোমন চাব মন জাই মোৰইযমান ধোনিয়া কন্ঠ তোমাৰ

  • @sema3600
    @sema3600 Рік тому +2

    Khub khundro khub khundro jumon... Khuni thakile khuni thakib mn tumar konthot jadhu ase ❤ gueshatit bihu nasib jautei gm plau tumar bihu khuni je edin tumi bht duroloi aguwai jabo pariba🥰

  • @pompigogoi6182
    @pompigogoi6182 Рік тому

    জুমন আমাৰ তোমাৰলৈ অশেষ ধন্যবাদ। আগবঢ়াী যোৱা।

  • @pridejorhat4261
    @pridejorhat4261 Рік тому +8

    তুমি আগুৱাই যোৱা জুমন, তোমালৈ জনালোঁ বহুত বহুত শুভ কামনা।

  • @niponsaikia9246
    @niponsaikia9246 Рік тому +4

    Excellent dei jumon, tumar vobitxot ujjol kamonare, I will pray to God.. Jumon

  • @nityakalita8873
    @nityakalita8873 Рік тому +1

    জুমনক মোৰ ভাইতিৰ দৰে লাগে আৰু আগবাঢ়ি যোবা জুমন

  • @khaiborali8231
    @khaiborali8231 Рік тому +1

    কি মধুৰ কন্ঠ ও??
    কথাবোৰ ইমান ধুনিয়াকৈ সজাই পৰাই কোৱা,
    আবেগত চকুপানী ওলাই আহিল,
    সুখৰ নে দুখৰ কব নোৱাৰিলু,
    গান কথা সুনি সুনি/
    আগুৱাই যোৱা ভাইটি,
    এদিন তুমিও জুবিন দাৰ পিছতে উজলি থাকিবা/
    অতি সোন কালে ফুল গান ৰিলিছ পোৱাৰ আষাত বাত চাই থাকিলু....

  • @sujitnath6840
    @sujitnath6840 Рік тому +3

    Nice voice I like you jumon all the best 👌🇮🇳

  • @abishekpaul6187
    @abishekpaul6187 Рік тому +4

    Najanu dei tumar gan tu huni soku pani rokhabo para nai o....kio janu......I wish u all the very best for your bright future bro.....

  • @parulyouthtubedutta4159
    @parulyouthtubedutta4159 Рік тому

    ইমান সুন্দৰ কন্ঠ সঁচাই আজিৰ নৱপ্ৰজন্মৰ মাজত ইমান সুন্দৰ কন্ঠৰ লৰা এটা লুকাই আছে। শুভেচ্ছা থাকিল জুমন তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো।

  • @banashreekalita6991
    @banashreekalita6991 Рік тому +1

    বৰ সুন্দৰ মনোভাৱ আৰু কন্ঠ। আগুৱাই যোৱা

  • @chinmoysaharia6367
    @chinmoysaharia6367 Рік тому +7

    Ufff ❣️❣️ বৰ ধুনীয়া গায়। বা হতৰ বিয়া লৈ মনত পৰি গল।love darrang dist ❣️❣️❣️.

  • @bijubordoloi9141
    @bijubordoloi9141 Рік тому +6

    Bohut vl lagil..tmr kontho...nice👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍

  • @bimangogoi682
    @bimangogoi682 Рік тому +1

    বহুত বহুত ধুনীয়া কণ্ঠ আগবাঢ়ি যোৱা❤️👍🙏

  • @sayaranikachari3161
    @sayaranikachari3161 Рік тому +2

    শুনি এ থাকিবলৈ মন যায়। ভায়তি আগুয়াই যোৱা।

  • @mobilephone6298
    @mobilephone6298 Рік тому +12

    Sweet voice Jumon.

  • @runumideka8044
    @runumideka8044 Рік тому +4

    Very nice voice juman n God bless you

  • @padmadas7384
    @padmadas7384 Рік тому +1

    জুমন তুমি যাতে আগলৈ আগবাহি যোৱা তাৰ বাবে ভগৱানৰ ওছৰত প্ৰাথনা জনাইছো

  • @nayanagogoi1436
    @nayanagogoi1436 Рік тому +1

    জুমন দা তোমাক দেখি ভাল লাগিল, আগুৱাই যোৱা,

  • @mattewbg3417
    @mattewbg3417 Рік тому +15

    Tumar xapon dithokot parinot hoboi. Tumar kontho bor xuola🙏👏👏

  • @simarajkhuwa3072
    @simarajkhuwa3072 Рік тому +4

    Jumon moi jorhato hoi tome agoai joa, God bless you

  • @kiranbora6415
    @kiranbora6415 8 місяців тому

    জুমন সদায় আগুৱাই যাওঁক,সকলো দিশতে তাকে কামনা কৰিলো।

  • @bimalgogoi7142
    @bimalgogoi7142 Рік тому +1

    জুমন ভাইটি তোমাৰ কণ্ঠত বিয়া নাম শুনি অত্যন্ত ভাল লাগিল । আৰু আগবাঢ়ি যোৱা । তোমাক নিচেই ওচৰৰ পৰা লগ পাবলৈ বৰ মন গৈছে । পাৰিলে ফোনৰ নাম্বাটো দিবাচোন ।

  • @bipuldekaraja1717
    @bipuldekaraja1717 Рік тому +5

    Mojjaa👍

  • @dhrubachangmai1824
    @dhrubachangmai1824 Рік тому +5

    Ur voice is so sweet..... ultimate voice

  • @rkentertainment198
    @rkentertainment198 Рік тому +1

    Xosai Juman dar voice2 bohut dhuniya..juman da aguwai juwa tare Kamona korilu

  • @babutakukdar219
    @babutakukdar219 Рік тому +2

    Juman bhai tumi aguwai jua , hridoy sui gol tumar kontho xuni❤️

  • @hereananya
    @hereananya Рік тому +7

    Bohut dhunia❤

  • @sunmonikonwar5789
    @sunmonikonwar5789 Рік тому +5

    Sweet voice ❤❤..lovely voice ❤❤

  • @injudhanyabadbaideuxundorr7655

    জুমন আৰু পিছলৈ নাচাবা, আগবাঢ়ি যোৱা, তোমাৰ গীত ও বিয়ানামে অসমৰ সাংস্কৃতিক পথাৰখন আৰু অধিক সুন্দৰ কৰি তোলক, তোমাৰ বাবে দৰ্শকে বাট চাব। যোৰহাটৰ জুবিন আৰু যোৰহাটৰ জুমন,,,নামৰ সাদৃশ্য আছে বহু খিনি । ভগৱানে কৃপা কৰক।

  • @sadhanasultanajehirblogs4600

    Iman je bhal lagil biya nam khuni. Thank you so much Juman. Thank you Time 8.

  • @APvlog5288
    @APvlog5288 Рік тому +5

    Excellent voice ❤️❤️