Bia naam বিয়া নাম গাই ভালপোৱা এজন যুৱক❤️

Поділитися
Вставка
  • Опубліковано 25 чер 2024
  • Bia naam বিয়া নাম গাই ভালপোৱা এজন যুৱক❤️#news18assamnortheast #time8news

КОМЕНТАРІ • 5

  • @atulhazarika4227
    @atulhazarika4227 17 днів тому

    অতি মনোমোহা। অতীতত বিয়া নামবোৰ কোনে কেতিয়া উলিয়াইছিল নেজানো কিন্তু বিয়া নামবোৰে যে এখন বিয়াত আবেগ সঞ্চালিত কৰি প্ৰাণৱন্ত কৰি তোলে সেয়া ধুৰূপ ।

  • @sabitrinath.9152
    @sabitrinath.9152 16 днів тому

    মাহ মূৰত দিয়া হালধি গাতে ঘহা, ঐ ৰাম বৈ যাওক হালধী পানী হে।কাৰ ঘৰৰ পাছে ,কলত ধৰি আছে ,ঐৰাম ধূৱাব2 বুলিহে।চেনেহৰ মায়েৰা গল চতি মাৰি ঐ ৰাম ঘতিতু আনোগৈ বুলি হে।এইবোৰ হে গা ধুওৱা গীত।

  • @kailashbharali5604
    @kailashbharali5604 18 днів тому +1

    Tomar biya nam shuni bar val lagil suveswa janali.

  • @sabitrinath.9152
    @sabitrinath.9152 16 днів тому

    এইটো দেখোন পানী তোলা গীতহে গালে?