SI আভাজ্যোতি ৰাভাৰ ক'ত কিমান সম্পত্তি?

Поділитися
Вставка
  • Опубліковано 7 вер 2024
  • ৭ বছৰীয়া চাকৰি কাৰ্যকালতে গঢ়িলে অগাধ সম্পত্তিৰ পাহাৰ! কেনেকৈ কোটিপতি হ'লে জোনমণিৰ মৃত্যুৰ ঘটনাৰে নাম সাঙোৰ খোৱা আভাজ্যোতি ৰাভা? SI আভাজ্যোতিৰ আছে ৪-৫খন বিলাসী বাহন, নিৰ্মাণকাৰ্য চলি আছে ৫মহলীয়া অট্টালিকা। আৰক্ষী বিষয়া আভাৰ আৰু কত কিমান কি সম্পত্তি? চাওক এক প্ৰতিবেদন।
    News Daily 24 is a satellite television channel from Assam, bringing you every day the most comprehensive bouquet of news, comments and analysis.
    𝐅𝐎𝐋𝐋𝐎𝐖 𝐔𝐒
    𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
    𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
    𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
    𝐊𝐨𝐨: www.kooapp.com...
    𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
    𝐓𝐞𝐥𝐞𝐠𝐫𝐚𝐦: t.me/ND24Updates

КОМЕНТАРІ • 252

  • @padmapaninath
    @padmapaninath Рік тому +29

    ৰাজনৈতিক সুৰক্ষা নাথাকিলে এনে কাম সম্ভৱ নহয়

  • @digantadas2326
    @digantadas2326 Рік тому +40

    মামাই এই ছবিখন দেখা নাই নি ইয়াৰ উচিত বিচাৰ হ'ব লাগে ❤

  • @BuddhajyotiPegu
    @BuddhajyotiPegu Рік тому +21

    অতি সোনকালেই গ্ৰেপ্তাৰ কৰিব লাগে ইয়াক ‌.3rd grade ৰ চাকৰি কৰি ইমান ধন ঘটাতো কেতিয়াও সম্ভব নহয় ৰাইজ

    • @rahulphukan5396
      @rahulphukan5396 Рік тому

      yearly income 4 lakh man hobo...3 bosorot 12 lakh..ejon normal manuhe khai boi...ghor solai...ekhon gari lobole hahokh nokoribo..eijone 5 khon ke gari loise...kuti toka property bonaise

  • @dharanimedhi
    @dharanimedhi Рік тому +30

    পুলিচ মানে চুৰ 😂

    • @rinkumonisarmah7338
      @rinkumonisarmah7338 Рік тому +1

      Right

    • @rambalram2610
      @rambalram2610 Рік тому

      ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি.. 🙂🙂🤔😅😅 মিলি জুলী চৰকাৰ..!! অসম আৰু অসমীয়াৰ উন্নতিত অসমৰ চৰকাৰ। ভোট টো দিওঁ তে অলপ ভাবি, চিন্তি শীতল মগজুৰ সৈতে ভোট টো দিয়ক... ৫০০ টকাত নহয়। নিজৰ ভৰিত নিজেই আৰু কিমান কুঠাৰ মাৰিব 🤔🤔🤔

    • @rambalram2610
      @rambalram2610 Рік тому

      যিমান পুলিচ অফিচাৰ দেখিছোঁ উচৰে পাজৰে সকলো চুৰ.. আয়ত কৈ বহুগুন বেছি সম্পত্তি। এটাও ধৰিছে নেকি ?? নে সিহঁতৰ কেতিয়াবা তলাচি হয়??? চবেই লগে ভাগে মিলি চুৰ কৰি খাইছে হে.. দিছপুৰএ নিজৰ ভাগ পালেই হল.. এতিয়া জুনমনি ৰাভাৰ accident টো হোৱাৰ বাবেহে এই বিলাক পূহৰলেই আহিছে.. নহলে ই টো সম্ৰাট হৈ জীয়াই থাকিল হলে। গোটেই ঘটনাৰ, চোৰৰ গুৰি হল দিছপুৰ। যেতিয়ালৈকে দিছপুৰঅত চুৰ থাকিব, ইহঁত টো থাকিবই। ছফা কৰিবলৈ হলে শিপা দাল উঘালি পেলাব লাগিব। গতিকে মনত ৰাখক আপোনাৰ ভোট টোৰ মূল্য কিমান... 🙂🙂

  • @gitikadas6101
    @gitikadas6101 Рік тому +18

    পোকৰত বাহ ভৰালেই বেতায় মুখা খুলিবো।

  • @ranjitborah5231
    @ranjitborah5231 Рік тому +18

    ইয়াক এৰি দিব নালাগে।

    • @krishnokachari7913
      @krishnokachari7913 Рік тому

      Right...tar Pokorot voluka bah nhole Bear Botol vorai Fali dibo lage... Maksudu tuk...

  • @foujilover7854
    @foujilover7854 Рік тому +10

    এই কুকুৰবিলাকৰ কাৰণে আজিৰ গাওঁ চহৰৰ পৰিৱেশ বহুত বেছি বেয়া। আৰক্ষীৰূপী কিছুমান কুকুৰৰ কাৰণে অতি সহজে ড্ৰাগছৰ ব্যৱসায় চলি আছে। উচিত তদন্ত কৰি এই কুকুৰবিলাকক চাকৰিৰ পৰা নিলম্বন কৰাৰ লগতে উচিত শাস্তি দিব লাগে।

  • @jamiruzjaman5708
    @jamiruzjaman5708 Рік тому +6

    আপুনি কথা খিনি সুন্দৰ স্পষ্ট ভাৱে উপস্থাপন কৰিছে ধন্যবাদ। আগলৈ আগ বাঢ়িল যাওক

  • @manibankalitanath3648
    @manibankalitanath3648 Рік тому +10

    চৰকাৰী দৰমহাৰে কোনো হাই অফিচাৰে ইমান সম্পতি গঢ়িব নোৱাৰে । কলা টকাৰ খখমল হত বহু কৰিব খোজোতে এতিয়া পালিনে ?? ভগবানক ভয় কৰিব শিক । শিক্ষকৰ ঘৰত জন্ম লাভ কৰি বংশত কলঙ্ক সানিলি ।ঘৰৰ কাম বন্ধ কৰি দিব লাগে এইবোৰৰ। সমাজৰ চকুত যেতিয়া লেতেৰা হৈ পৰিচিত হৈ পৰিলি শান্তিৰে জীয়াই থাকিব পাৰিবি জানো । সুন্দৰ চাকৰি এটিৰ দৰমহাৰে এটি শান্তি পূৰ্ণ জীৱন যাপন কৰিব নোৱাৰিনে ???

    • @jitubonia6556
      @jitubonia6556 Рік тому

      এইটো ঘৰ hospital স্কুল কৰিয়েই দিয়ক চৰকাৰী কৰিয় দিয়ক

    • @rambalram2610
      @rambalram2610 Рік тому

      নাই নোৱাৰি দৰমহাৰে শান্তিৰ জীৱন কেনেকৈ পায় 🤔🤔🤔 ইহঁতক iPhone লাগিব, বহু লাখ টকীয়া বিলাসী বাহন, বহু মহলীয়া অট্টালিকা, পাৰিলে লাহ বিলাসৰ বিদেশ ভ্ৰমণ এইবোৰ কেনেকৈ সম্ভৱ 🤔🤔🤔🤔 দিছপুৰ অত বহা কিতাই যদি কৰিব পাৰে ইহঁতে কিয় নোৱাৰিব 🤔🤔 গতিকে অনুমান কৰি লওক... ৫০ হাজাৰ টকীয়া Balmain Paris T-Shirt, ২৩ লাখ টকীয়া হাত ঘড়ী হয়টো এনে টকাৰ যোগেদি ক্ৰই কৰা হৈছে.... 🙂🙂🙂

  • @rambalram2610
    @rambalram2610 Рік тому +9

    CM অৰ পুলিচ মেডেল 🏅এটা দিলেও আচৰিত হব লগীয়া একো নাই... আজিৰ কথা নহয় অতীজৰ পৰাই এই বিভাগ টো চুৰিৰ লগত এক লগে সনা পিটিকা... প্ৰতিজন বিশয়াৰ যদি গোপন প্ৰতিবেদন প্ৰস্তুত কৰে দেখিব ইহঁতৰ অগাধ সম্পত্তি। কিন্তু দুৰ্নীতি মুক্ত চৰকাৰৰ নামত চকু মুদা কুলি..🙂🙂😅 সাধাৰণ মানুহৰ দুবেলা দুমুঠি খাবলৈ উপাই নাই.. মেট্ৰিকৰ result অত তে দেখা গৈছে মানুহৰ জীৱন সংগ্ৰাম.. কেনেকৈ ছাত্ৰ ছাত্ৰী য়ে অভাৱ অনাটনৰ মাজেৰে আগ বাঢ়িছে.. আৰু ইহঁতক চাওক 🤔🤔🤔 ন্যাই আছে নেকি এই পৃথিৱীত 🤔🤔 নে ভগৱান আছে 🤔🤔🤔 সত্য আৰু সহজ সৰল লোকৰ দুৰ্গতিৰ অন্ত নাই... চুৰ, বদমাছ, ঠগ, প্ৰবঞ্চকৰ দিন দুগুণ, ৰাত চগুন উন্নতি.. এই পৃথিৱীৰ বিশেষকৈ ভাৰতত হোৱা কাৰো কাৰ্য্য দেখি মানব জীৱনৰ প্ৰতি এক ঘিনায়েই উপজিল...🙂🙂🙂

  • @RafiqulIslam-dm9ln
    @RafiqulIslam-dm9ln Рік тому

    Baidur Katha mojja lagise thanks baidu

  • @gopalbasumatary8691
    @gopalbasumatary8691 Рік тому

    Good News, please share

  • @sarangapanid6074
    @sarangapanid6074 Рік тому +5

    আচলতে ইহঁতক পোচাক যোৰ চৰকাৰে দিয়া অবৈধ ব্যবসায় চলোৱাৰ অনুজ্ঞাপত্ৰ । এজন সাধাৰণ মানুহে অবৈধ ব্যবসায় চলালে জেল হয় কাৰণ সাধাৰণ মানুহৰ অনুজ্ঞাপত্ৰ নাথাকে। এওঁলোকৰ চৰকাৰী বন্দুক চৰকাৰী পিস্তল লৈ এই ব্যৱসায় চলাবলৈ দিয়ে। এজন সাধাৰণ মানুহৰ যদি জেল হয় সকলো জানিও কিয় এওঁলোকৰ কোনো ব্যৱস্থা কিয় লোৱা নহয়। এতিয়া আয়কৰ বিভাগ ক'ত। কোনেও এটা ব্যৱসায় ভালকৈ কৰিব নোৱাৰে।

  • @bijoyagogoi6248
    @bijoyagogoi6248 Рік тому +1

    ধন্যবাদ ,এনেকৈ প্ৰচাৰ কৰিলে আচল দুখী ওলাই আহিব।

  • @chumchetry7350
    @chumchetry7350 Рік тому +11

    Thank you ND24

  • @rupdhannath6894
    @rupdhannath6894 Рік тому +6

    চৰকাৰে এই কুকুৰ টো সকলো সম্পত্তি বাজেয়াপ্ত কৰিব লাগে,ইহঁতক এৰি দিলেই গম পোৱা যাব যে চৰকাৰৰ minister ,MLA ইয়াৰ লগত জৰিত আছে

  • @Priyamprince
    @Priyamprince Рік тому

    Mojja

  • @ranjitgowsami7891
    @ranjitgowsami7891 Рік тому +5

    অভা ৰাভাই নিজৰ ভনী সমতুল্য জুনমনী ৰাভাৰ লগত গাদাৰি কৰিলে

  • @jitenlahkar4485
    @jitenlahkar4485 Рік тому +35

    কৃষ্ণ। সৎ-সাহসী সত্য-শুদ্ধ নিৰপেক্ষ সংবাদ প্ৰচাৰৰ বাবে ধন্যবাদ। আগলৈও এনেদৰে সৎ-সাহসী নিৰপেক্ষ সংবাদ প্ৰচাৰ কৰি দেশ আৰু অসমীয়া জাতিক উদ্ধাৰ কৰিব বুলি আশা কৰিলো। কৃষ্ণ।

  • @priyankadeka4791
    @priyankadeka4791 Рік тому +1

    চাকৰিৰ‌ পৰা বহিষ্কাৰ কৰি দিব লাগে।

  • @User33456rdgh
    @User33456rdgh Рік тому +10

    আমাৰ স্বচ্ছ চৰকাৰ🤣🤣,,, অতি সাধুৰ চৰকাৰ,,, এনে নিকা চৰকাৰ বাহিৰে সাধু ভিতৰে চুৰ,, মামাৰ পুলিচ একদম স্মাৰ্ট পুলিচ 🙂

    • @rambalram2610
      @rambalram2610 Рік тому

      অতি ভক্ত চোৰৰ লক্ষণ.. 🙂🙂🙂

  • @biswajitgogoi8580
    @biswajitgogoi8580 Рік тому +17

    Police xodai sarkari dokait

  • @mahimahmed2665
    @mahimahmed2665 Рік тому +1

    আমাৰ ৰাজ্যৰ পুলিচ প্রসাশন কিমান smart গম পালে নে? মাত্ৰ 3 বছৰত সম্পত্তিৰ পাহাৰ গঢ়ি তুলিলে

  • @nonআমিষveg5348
    @nonআমিষveg5348 Рік тому +7

    নাম কি তাৰ আভাজ্যেতি! 😁🤓 তাৰ মুখ আৰু চৰিত্ৰত ধন লিপ্সা দুৰ্নীতিৰ আভা!

  • @rupadutta9323
    @rupadutta9323 Рік тому +1

    Apunak bohut Dhanyawad 🙏

  • @pinkivlog97
    @pinkivlog97 Рік тому +1

    ED diba lage...

  • @bhanitakalita383
    @bhanitakalita383 Рік тому +4

    Excellent reporting...flawless...

  • @pratuldas6125
    @pratuldas6125 Рік тому +9

    Not only Abha Rabha but also a lots of police involved in corruption. How can we depend on them for peace?

  • @sarbeswarsonowal3805
    @sarbeswarsonowal3805 Рік тому +5

    ND24...
    Good news 🙏🙏🙏

  • @rabenbarman6946
    @rabenbarman6946 Рік тому +1

    দুখীয়া লোকক ভগাই দিয়া ভাল হব নকি?

  • @jogamayapatgiri8342
    @jogamayapatgiri8342 Рік тому +5

    মুখ্য মন্ত্ৰী চাৰে এই বোৰ দেখি কি কব আমি জানিব বিচাৰিছোঁ।

  • @punjanbaruah9427
    @punjanbaruah9427 Рік тому +3

    আভা জ্যোতি ৰাভা প্ৰকাণ্ড বিষয়া । মানে মূৰ্খ বিষয়া ।

  • @satyazvlogs1606
    @satyazvlogs1606 Рік тому

    লোভ এই পাপ পাপে মৃত্যু।

  • @LiliDeka96
    @LiliDeka96 Рік тому +20

    এইবোৰ আৰক্ষীক অতি সোনকালে বিহিত ব্যবস্থা লৱ লাগে চৰকাৰে।

  • @umeshkardong6116
    @umeshkardong6116 Рік тому

    তেওক ভাগ্যই টানিছে।

  • @rezaulhoque5130
    @rezaulhoque5130 Рік тому +2

    Oxomot jiman S.I aasey xiotor Xompotti Hisab lobo lagey govt.

  • @nilakshisharma6115
    @nilakshisharma6115 Рік тому

    উচিত বিচাৰ হ'ব লাগে।

  • @priyarani8544
    @priyarani8544 Рік тому

    Police a ইমান ভাল ভাল কৰিছে 🏅দিব লগে ইহঁতক...খাকি পোছাকৰ লেবেল এইবোৰ...

  • @manabdas9631
    @manabdas9631 Рік тому +2

    Ajoni suwali a nijor deha Besi jikhini Paisa pay... Tar o commission khay Assam Police a. Tat koi aru ki kom.

  • @user-hw6ul5ut2j
    @user-hw6ul5ut2j Рік тому +4

    মামা ই এইবোৰ দেখা নাপায় ৷ টকাৰ ভাগ কোনে কোনে পায় ? জোনমনিৰ ঘটনাটোৰ মেইন কালপ্ৰিত ৷ মামাই ইয়াক সুৰক্ষা দিছে ৷ সংবাদ মাধ্যমক অনুৰোধ জনাইছো যে জোনমনিৰ ঘটনাটো সষ্টম কৰি তোলক ৷ অসমৰ ৰাইজ অসমৰ সংবাদ মাধ্যমৰ লগত আছে ৷ প্ৰতিবাদ কৰিলেও পুলিচ লগাই ভাবুকি দিয়া এই চৰকাৰ খনক আমি গৰিহনা দিছো আৰু মামাক পদত্যাগৰ দাবী তুলিছো ৷ মামা আপুনি ন্যায় ব্যৱস্থাটোক ঘাঁ লগাইছে ৷ আপুনি কিয় পুলিছ বিষয়া সকলক মূখ খুলিব মানা কৰিছে ৷ ৰৌ , বৰালী জালত পৰিব বুলি নে অন্য কিবা ----- ? আপুনি মেট্ৰিক ৰ ফলাফল দি ঘটনাটো অন্য বেলেগ ফালে যাব বুলি ভাবিছিল কিন্তু সেইয়া নহ’ল ৷ জোনমনিৰ ঘটনাৰ আমি উচিত তদন্ত বিচাৰিচোঁ সচতেন নাগৰিক হিচাপে ৷

  • @mired1364
    @mired1364 Рік тому +8

    When I was in my Degree course, some of my friends got job in Assam Police then my cousin said, these police colleagues will become wealthy within one year😂. Here we can see an example. But more wealthy became the politicians😂 but funny part is I somehow manage to meet both ends still happy with honest earnings

  • @_itz_lucky_338
    @_itz_lucky_338 Рік тому +1

    Excellent News

  • @hiamgogoi2122
    @hiamgogoi2122 Рік тому +1

    Thank u so much Madam , For your bravery information .
    And always try to give us such information .God bless you and save your family.

  • @Abinash935
    @Abinash935 Рік тому +6

    Valkay investigation korilay aru ulaba.

  • @dilipboro4188
    @dilipboro4188 Рік тому +5

    Abhi ayega mojja

  • @deepshikachamuah2545
    @deepshikachamuah2545 Рік тому

    Aeibur highlight kori kori junmoni rabha case tu pahorai dile aru

  • @anuraghazarikaa
    @anuraghazarikaa Рік тому +12

    Police SI r dormoha bosorot 9 lakh buli kune kole... 5 lakh tokau nhoi

  • @dipoksaikia1483
    @dipoksaikia1483 Рік тому +1

    Good beta

  • @golok..kakati
    @golok..kakati Рік тому +1

    ❤C.M..sir.......what..we..have..heard..........oho .....Abha

  • @biswajitgogoi8580
    @biswajitgogoi8580 Рік тому +4

    Gari nam ki ki kobolage

  • @poppomama2325
    @poppomama2325 Рік тому +2

    I believe that this investigation is necessary to protect the public from corrupt police officers. Corrupt police officers are a threat to public safety, and they undermine the rule of law. I urge you to take action on this matter and to launch a thorough investigation into the income sources of all police officials in Assam. @IncometaxDepartmentAssam

  • @hariprasadexplore810
    @hariprasadexplore810 Рік тому

    Aibur news di ki lav hobo

  • @dhirajrabha1491
    @dhirajrabha1491 Рік тому +2

    ফাঁচী দিব লাগে

  • @panakajgogoi6680
    @panakajgogoi6680 Рік тому +1

    Bhut val news

  • @rambalram2610
    @rambalram2610 Рік тому

    জুনমনি ৰাভাৰ কেছ টো হোৱাৰ পৰাহে এইটো পোহৰলৈ আহিছে.. নহলে টো ই চুৰ কৰিয়ে থাকিল হলে 🤔🤔 আন district অত হোৱা নাই নেকি এনে ঘটনা 🤔🤔 ৩১ খন জিলাতে এই কাণ্ড চলি আছে.. মাথোঁ পৰ্দা আৰি থোৱা আছে আগত। পুলিচএই নহয়, enginnering like PWD, Commisioner in Various departments everyone has আয়ৰ বৰ্হি ভোট সম্পত্তি। এই বিলাক চাফা কৰিবলৈ হলে শিপা ডাল চাফা কৰিব লাগিব। আৰু এই ঘাই শিপা ডাল হল দিছপুৰঅট..🤔🤔🤔 তাত যদি চুৰ নুসুমাই, ইহঁতৰ চুৰ কৰিবলৈ বাপেকৰো সাহস নাই.. ইটো এটা সামান্য মাখি.. হাতী বোৰ বেলেগ জেগাত লুকাই আছে। সেই হাতী বোৰৰ পিছত যাওক আৰু বিচাৰি উলীয়োক।

  • @vikash1960
    @vikash1960 Рік тому

    Very good reporting.
    R ru plz Rup Jyoti kalita property uporot investigation korok.
    Jodi pre.

  • @funnyboybikas
    @funnyboybikas Рік тому

    মামা ভাগ্নিৰ এইয়া খেল।।।

  • @ghanashyamtaluckder9696
    @ghanashyamtaluckder9696 Рік тому +5

    Cm sir ke hoi ase.

  • @amitmukharjee6907
    @amitmukharjee6907 Рік тому +1

    Garib raijor tej xuha toka

  • @bonojitdeka7971
    @bonojitdeka7971 Рік тому +1

    Eyak dismissed koribo Lage and anekua jiman si , oc ase sob ke dismiss korok..moi a 2/4 jono r naam kobo parim. Amar ghoror usort a thake.

  • @saytanathtamuli9975
    @saytanathtamuli9975 Рік тому

    আভাজোতি আভাক c i d তদন্ত হব লাগে

  • @bipuliloveyougodhelpyouraj5303

    Nakol gold jodi bandh hoi jai bahutore easy money bandh hoi jabo vishal vishal buildingor construction bandh hoi jabo

  • @pranitarabha5753
    @pranitarabha5753 Рік тому

    Si jonmoni rabhar bisar nokorakoi atiya belege building Bonowat soku disa..... Bah val kotha....
    Lina doler ghorot kio Jowanai onuhondhan koribole

  • @ppneogexploreindia6159
    @ppneogexploreindia6159 Рік тому +1

    Income tax department kot lukai ase

  • @mrinmayrabha4326
    @mrinmayrabha4326 Рік тому

    এনে কোৱা পলিচ আমাৰ অসমত নালাগে

  • @konikaboro9339
    @konikaboro9339 Рік тому +1

    উচিত বিচাৰ লাগে ।লগতে ওপৰৰখিনিৰও ফাদিল হব লাগে

  • @ajoykumardas8462
    @ajoykumardas8462 Рік тому +1

    দক্ষ মামাৰ গৃহ বিভাগত এয়া কি চলিচে

  • @princetravelsassam6092
    @princetravelsassam6092 Рік тому

    Nika Assam Non cropection Officer

  • @kamelgogoi4916
    @kamelgogoi4916 Рік тому +2

    তাকে কয় অতি ভকতি চোৰৰ লইক্ষ্যণ

  • @dharmendradas6682
    @dharmendradas6682 Рік тому

    Income tax departmenta bebstha lobo laga

  • @tayyeburrahman7362
    @tayyeburrahman7362 Рік тому +1

    Ava Rava will be a popular officer good number of higher officer want him.

  • @ashimhazowary8627
    @ashimhazowary8627 Рік тому +3

    Police poisa dher pai o hei krne manu he police sakori bisari thake tole upore pai poisa....

  • @nabanitabaishya
    @nabanitabaishya Рік тому

    ইয়াক গতিয়াই বাহিৰ কৰি দিব লাগে

  • @nayanrabha20191
    @nayanrabha20191 Рік тому

    Income tax department talace korib lage

  • @anandakalita2042
    @anandakalita2042 Рік тому +1

    Jail t vori thabo lga... Emn poisa kot pale...

  • @bipulchsarma9329
    @bipulchsarma9329 Рік тому +1

    হিমু মামাৰ গৃহ বিভাগৰ নমুনা এইয়া ।

  • @rupnathrabha6353
    @rupnathrabha6353 Рік тому +4

    Xei karone manuhe Assam polisor sakori bisare .kotha ase

  • @uttamray2182
    @uttamray2182 Рік тому +1

    Sorkare proparti Bank belence loi eri dibo lage

  • @DulalHazarika-md1wh
    @DulalHazarika-md1wh Рік тому +2

    Translate.to.Hindi.

  • @rajasrivolag9546
    @rajasrivolag9546 Рік тому

    Sob ulai jabo mamaye beya pale ki hobo

  • @durgabaro9524
    @durgabaro9524 Рік тому

    Sob policak dutyr timeot gps logai dibo lage sarkare..sob dhora poribo

  • @zkhajonghajong1077
    @zkhajonghajong1077 Рік тому +2

    Aponalokor chenelok thanks kintu assam sokare action nolole koneo ako koribo noware bor dukhor kotha

  • @harsharajswargiary8037
    @harsharajswargiary8037 Рік тому +3

    Arrest koribo lage aijon si

  • @chandu2266
    @chandu2266 Рік тому +2

    Where is the IT & ED????....😅😅😅...
    Now after knowing all these do IT & ED will carry out any investigation.....
    Let's see what initiative they take against such officers.....????

  • @swapnaliboruah888
    @swapnaliboruah888 Рік тому +1

    এইবোৰ চৰকাৰে নেদেখে

  • @detanshisarma3487
    @detanshisarma3487 Рік тому +1

    এয়া দুৰ্নীতিৰ কথা কোৱা মুখ্যমন্ত্ৰীৰ পুলিচ বিভাগ

  • @jitubonia6556
    @jitubonia6556 Рік тому

    Cm ছাৰ aitu ghora school baniyA দিয়ক nahba hospital kari দিয়ক

  • @assamrhino460
    @assamrhino460 Рік тому

    Mamai ki koi

  • @mriduldas7259
    @mriduldas7259 Рік тому

    Talasi Kune karibo ?

  • @santoshsantosh8426
    @santoshsantosh8426 Рік тому +2

    Agor nao boisar... Gotai police bor corore pati...

  • @manjitborah191
    @manjitborah191 Рік тому +1

    Arrest koribo lage hunkale

  • @jjboruah
    @jjboruah Рік тому +1

    BODY BUILDER NAMED BY nALIA IS RJ Kalita

  • @dipondas1098
    @dipondas1098 Рік тому

    Sorkari goru a pura hal bai ase 😁

  • @aregoyari2564
    @aregoyari2564 Рік тому

    Cisf ot March 2010 to mid 2017 loi asil kenekua 4 years cisf ot asil buli koli.... Reporter mathematics ot khub a beya

  • @jitu79035
    @jitu79035 Рік тому +1

    Nai sirr side bebkhay ase...darmaha takre....nuare

  • @salimhussain4907
    @salimhussain4907 Рік тому

    Political support

  • @tayyeburrahman7362
    @tayyeburrahman7362 Рік тому +1

    Now mamas family is became Brillianer with in 20 years.why press silent.

  • @madeinassamnew573
    @madeinassamnew573 Рік тому +1

    এইজনৰ ওপৰত বিতং কৈ enquiry কৰক ।চৰকাৰৰ ওচৰত বিনম্ৰ অনুৰুধ । এই বিৰ্তকিত লোকজনে এইবোৰ গম পাইছে নে নাই ?

  • @surenboruah3241
    @surenboruah3241 Рік тому +4

    Good news🙏

  • @assamrhino460
    @assamrhino460 Рік тому

    Ketiya ushit nyai hobo mukhere kale nohobo