Guwahati 'Gunda' Tax: মহানগৰীৰ এটা অঞ্চলত গুণ্ডাৰূপী যুৱকৰ সন্ত্ৰাস
Вставка
- Опубліковано 24 лип 2023
- মহানগৰীৰ এটা অঞ্চলত গুণ্ডাৰূপী যুৱকৰ সন্ত্ৰাসত ব্যৱসায় কৰিব নোৱাৰা অৱস্থা হৈছে থলুৱা অসমীয়া যুৱকে। ধন নিদিলে মাৰপিট কৰে অসমীয়া পাচলি ব্যৱসায়ীক। ক'ত এই ঘটনা?
#guwahati #vegetablemarket #pricehike
--------------------------------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24 UA-cam channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐊𝐨𝐨: www.kooapp.com/profile/nd24_news
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐓𝐀𝐋𝐊 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...
মাংস কটা দা খন কামত লগাব লাগে। দুটা মানৰ মাথা পেলাই দিয়া , সব ঠাণ্ডা হৈ যাব।
Right👍
😅😅😅
Thike koise jodio beya huni
Right Advice
Aru jail.r pora Tumi uliaba ni baba?
কোন নো সেইটো। জীয়াই থাকিবলে মন নাইকীয়া হল চাগে তাৰ।
গুণ্ডামী দেখোৱা কেইটাক চিনাক্ত কৰি থলেই হল। অকলে পালে কুকুৰ পিটন দিব লাগে।
এইবোৰ গুনদাবোৰক Direct encounterকৰিব লাগে ৰাইজে শান্তি পাব😅😅😅😅😅😅😅😅
মুকলিকৈ মিঞাক সুবিধা দিবলৈ ওলাোৱা এইসকলক জেলত ভৰাব পাৰিবনে ?
কোনহে এই কেইতা। কাপোৰ কানি ফালি ৰ'দত আঠু কঢ়াই নথয় কিয়।
অসমীয়াএ অসমীয়াৰ শত্ৰু হল এতিয়া। বাহ মোৰ ককাই ভাই হত। I'm proud of you 😢😢😢😢😢😢
যদি দম আছে ফেন্সী বজাৰত অসমীয়াক সংস্হাপিত কৰা । অসমীয়া হৈ অসমীয়াক অত্যাচাৰ কৰাটোৰ এটা ৰাজনৈতিক অঙ্কও থাকিব পাৰে ৷
Sob miya hek kori dile 😢
চৰকাৰে চকু দিয়ক নহলে আমাৰ জীয়াই থকা অসুবিধা হব
Kam nuhuwa cm
গুন্দা বোৰে নিজেই কাম কৰিব নোৱাৰে। মাকে গুন্দাগিৰি কৰিব শিকাইছিল। চি কতা। 😔
Kun randa
এনে গুণ্ডা চহৰৰ গলিত হে থাকে,ঠিক মাংসৰ দোকানৰ কাষত কুকুৰ ৰখি থকাৰ দৰে। গাঁৱত হব লাগিছিল সেই গুণ্ডাই আজীৱন হুইল চিয়াৰত বহি কটাব লাগিব।
বীৰ লাচিত সেনা ৰ,, হ'ব কিজানি
CM is concerned about this...
It's a big question
তোমালোকৰ একেবাৰে খাচ খীলঞ্জীয়াৰ চৰকাৰ ।নোকোৱাই ভাল।
Sabas bro
Mama aeitu kintu bhut bhal kotha koise apuni
Anekoiy dhonkho hoise assamkhon assamiy dhonkho korise
পুলিচ নাই নেকি।
Sir abor Gonda kni kati dibo lage kela
Mama kot gola
গুৱাহাটী মহানগৰীক আৰক্ষী আয়ুক্তৰ অধীনলৈ আনিব বিচাৰোতে ৰাইজে প্রতিবাদ কৰিছিল ৷ তেতিয়া মূখ্যমন্ত্রী য়ে ৰাইজক অশ্বাস দিছিল যে - আৰক্ষী আয়ুক্তৰ অধীনলৈ আহিলে মহানগীৰ আইন - শৃঙ্খলা ক্ষীপ্ৰতাৰে চম্ভালি লব পৰা হব ৷ এতিয়া দেখাগল মূখ্যমন্ত্ৰীৰ কথাৰো মূল্য নোহোৱা হ ' ল ৷ কেইটামান ফুটপাথৰ গুণ্ডকো নিয়ন্ত্ৰণ কৰিব পৰা নাই।
Gaurav Gogoi ahile sob mia khedidibo😂
গুণ্ডাগীৰি কৰিলে ফলিয়া বাহৰ কামিৰে ফাটোৰ- ফাটোৰ লগাই দিব লাগে...!!
gunda ketak dhuri fali de na
It's time to raise your voice otherwise they will even take away your right to speech
Naam ki ihotor....ihotor naam aru photo upload diok...aru goru piton diok...logote local thana involved ase...soku mudi ase ..
Aiya asamiya janagosthi tuk ethinical cleansing r sarajantra blueprint
ঠিকেই আছে
বৰ ভাল হৈছে,, অসমীয়া অৱস্থা আৰু বেয়া হওঁক তাৰে কামনা কৰিছোঁ,,,,, কাৰণ অসমীয়া এ নিজৰ মানুহৰ লগত কাজিয়া কৰিব পাৰে ,,,, আনৰ লগত নোৱাৰে,,, কাৰনে বহি ৰাজ্য বণিয়া এ অসম কিনি লব পইছা দিলেই মনে মনে থাকে,,,
Hoi kintu kotha tu nijr majot he kajiya blgk eko kobo nuare
Habit of collection of Gunda tax from others lead to this type of situation. 🙏
Local gunda kitar mukh khn sau baru kun aikita
Jai Aai Axm ✊✊✊
Tak Pasolir Malaa pindhai gutei Beltolaa Bozar ghurouk xobei mili..Parilee photo open karok
🤔
গৰুপিতন দিব লাগিব, গোতেই বোৰ লগ হৈ
Bir Lachit Sena k contact korok...
Comedy choli niki😂😂😂
নাম কেইটা জনাব লাগিছিল এবাৰ চাই ললোহেতেন
Police post bahise dekhun bhal kotha 🗽
Sir apuni aborr honkale hidhator lok plz
কি যে হব আমাৰ অসম ত
Kun hoi xey keijon photo desun
Kela asamia hol asamia r satru.. kam Kari Skhaba nuara.. gunda Tex lage..
Hemanta , what happened ???
দা আছে না নাই ঘাপ মাৰি গল তো মাটিত পেলায় দিয়ক।
বাহৰপৰা বলপূৰ্বক পাৰৰ পোৱালি উলিয়াই নি খোৱা কাউৰী এটা মাৰি
ওখ খুটা এটাত ওলোমাই থলে বাকী কাউৰী বোৰ পোৱালি খাবলৈ নাহে । ঠিক তেনেকৈ গুণ্ডা টেক্স নিবলৈ অহা যিকোনো এটাৰ মূৰটো ছিঙি ৰাস্তাৰ কাষৰ খুটা এটাত ওলোমাই থলে বাকী দাদাহঁত পিলাই কোঁচ খাব। তথাপি যদি কোনোবাটো আহে তাৰো একে গতি কৰিলেই হ'ল। পুলিচৰ ক্ষেত্ৰত কোনেও নাজানো, দেখা নাই অথবা একেলগে এজাকে মই মাৰিছো - মই মাৰিছো বুলি ক'লে কিমানক ভৰাব? অৱশ্যে তাৰ আগতে থানাত কাণ চোৱাই থোৱাতো উচিত হ'ব।
আকৌ ৰবিনহুদ❤
Strictly action lobo Lage
Photo keita de deyok..Surveyr kun gunda olaise raije sawk..
Public se dangr Gunda nai...
Dhei... Abur sob making hoi o.... Ruling party manuh hoi... Ignore korile hol
Ei bilak sudkhoor hoy
Sudkhoori risk asey buli part time gundami korise.
Ei sudkhoor bilak assamkon kaise
Now the whole zoo road is found to be an illegal parking business. What GMC is doing?
🌚🌚
Record kari thoi mangkha kata da khanere hat akhan kan akhan kati dibo
এক হব লাগে অসমীয়া লৰা
Mas kata dare hat kati diak
বজাৰৰ বেপাৰীবোৰ কাপুৰুষ ,ঘপিয়াই দে
Tar noli dal Kati di kela
Jump Kori Kori morok Gunda maha
Thanat case dilei hol
Oh aiebar mia utpat hol mane
Ek gut hb Lage sobe ...aur goi police station ptro di koi thobo Lage zetiya hihoti ahibo she Mili badhi loi goru piton di pokort vut jolokiya, dukanr red chilli jt Jo ase pokorot hani goru piton dibo Lage gumdagri ulai zab "ekotai prom bol"
Pithi khojuwai se
Aibur footpath t dukan dile kio paisa dib lage,, 😂😂government a new Rule bonle neki,, 😂😂
So embarrassing to see local people are not getting their rights .
কোনোবাৰ চাগে জীয়াই থাকিবলৈ মন নোহোৱা হৈছে।
Guwahati pura mia... Sarkar ketiya jagibo!
Congrass ke vote de. Aru anekuai hobo. jodi mira borthakur jike. Guwahatit Goru open katibo
Encounter Kori diwolk
কত ইমান সাহস পালে ভাবুকি দিবলৈ ,জৰুৰ কোনোবা ৰাজনীতি কৰা ওপৰৰ মাল লগত আছে ,পিছে এনেকুৱা মানুহ বেছি দিন নিতিকে ।
এই লকেল গুনদা বোৰ কিবা কৰিলেই কংগ্ৰেছ বোৰ জাঙোৰ খাই উঠিব ।এতিয়া থলুৱাবোৰ শেষ হব।
Kun hoy eikeita local gunda.. Kathurotkoiu kathur byobostha grahan karok eihokolor biruddhe sarkare
Hemonto sir kot
কোনোবা কোনোবা আমোলা মন্ত্ৰীয়েও কিজানি গুণ্ডাজনৰ সংগ্ৰহিত টেক্সৰ ভাগ পাব ?
ৰায়দাঙ বেত মোথা হিচাপে আনি থওক সকলোয়ে ।
টকা বিচাৰি আহিলেই গৰু পিটন দিব লাগে ।
MOGEMBO KHUSH HUA
মই এদিন বজাৰ কৰিবলৈ গৈছিলো তেতিয়া দেখিবলৈ পাইছিলো পাছ জন লৰাই পইচা লৈই থকা অৱস্থাত দেখা পাও
encounter karok
Jay shree Ram
ই কেনে গুন দামি??? চৰকাৰ ক'ত?
Sudmorone ghuter Gunda k gute kare dem kela
Police encounter koribo lage local gunda bilak!!!
Report to mama and police
সেই গুন্দা কেইটাৰ ডিঙী কাটি দিয়া তেতিয়া গম পাব।তহতে মেখেলা চাদৰ পিন্ধি আছ নেকি গাধৰ দ'ল।😮
Ajir akhomiai nijok nisinile akhomote bhagania hobo.
Local gunadai eku koribo nuware eyaate kunuba Row borali jorito hoi ase...😂
পাচলি ৰ দাম বেছি হোৱাৰ মূল কাৰণ। গৰু পিতন দিব লাগে কুকুৰৰ পুতেক হতক। বেলতলা বজাৰ বহিলে গাৰি এখন নিব নোৱাৰি গোটেই ৰাস্তা বন্দ্ধ কৰে
Mur nasina manuhor palla t porile dar ghap khabo ...😅😅 ...Lewra bhoi khai thake niki .Dutamanor dingi kholokile ene thanda hobo johora kita ...Aebur kela Prithibi khnr jabor hoi Mori jabo lage nije nije Nodit jap di ki set koribo jiyae ase lewra
Local Goonda ne political goonda? CM ki aibur najane buli bhabise niki ?
June June ahise apunalukok DOM dise
Tew lukok Ktibo lgeee
Amr Axomiya keitak agot maribo lgeee
Bhoi nokoribo apuluk Akgut houk
Aru hihotok Mari piti hekh korok
অসম+মিঁয়া
Nayak film Or nisina Gunda keitak Lengta kori pitibo lage
গুণ্ডাৰাজ নচলিব। গুন্ডাক মাৰি খদাওক।
Mankho kata da khn thakte iman dom dekhab pare. Ki hob
কোন এই কুকুৰ পোৱালি হত আপোনালোকে একেলগ হৈ ইহঁতক কচু কতাদি কাটি দিয়ক সব ঠিক হৈ যাব চৰকাৰে ইহঁতক encounter কৰি দিয়ক। কুকুৰ পোৱালি হত।
Don't worry The part of collected Money goes to Himanta Biswasarma Also 😂😂😂
Kopida loi thakela hole
Gunda katak choribo diok mamak. BTW miya bula word 2 besikoi dekhuai ase news..Dal MA kus Kala hai ....
এইবোৰ মাৰি নেপেলায় কিয় ?
Making hoi...
Marsun..meya.bohuw.khaitak...